অনিল তাঁতী এক শৰণ ধৰ্মলৈ কেনেকৈ আহিল নিজৰ মুখে সত্য কথা জানো আহক

  Рет қаралды 34,067

ভক্তিৰ  সাগৰ Bhaktir sagor

ভক্তিৰ সাগৰ Bhaktir sagor

Жыл бұрын

#অনিল_তাঁতী_এক_শৰণ_ধৰ্মলৈ_কেনেকৈ_আহিল
নিজৰ_মুখে_সত্য_কথা_জানো_আহক
#ভাগৱত_পাঠ_ও_ব্যাখ্যা
©️Copyright Notice :- Please do not copy this video or you will be given a copyright strike (অনুগ্ৰহ কৰি এই ভিডিঅ'টো কপি নকৰিব নহ'লে কপিৰাইট ষ্ট্ৰাইক দিয়া হ'ব )

Пікірлер: 59
@subalkumarkalita6273
@subalkumarkalita6273 Жыл бұрын
তাতী বাপৰ ব্যাখ্যা শুনি খুব ভাল লাগিল। পিছে ভকত সকলৰ কিছু অংশ ই কেতিয়া খাব পাম এনে ভাবত থকা যেনহে লাগিল। পাঠ চলি থকা অৱস্থাত তামোলৰ পকনি ভাল লগা হোৱা নাই।
@lkbawri8480
@lkbawri8480 Жыл бұрын
🙏 Krishno Bap🙏
@kalpanahazarika7631
@kalpanahazarika7631 Жыл бұрын
বৰ ভাল লাগিল প্ৰভু। প্ৰণাম।সেৱা গ্ৰহণ কৰিব।
@NiruDevi-td3hn
@NiruDevi-td3hn 6 ай бұрын
Krishna krishna bap pranam janalo krishna ❤
@pranitachoudhury-my4do
@pranitachoudhury-my4do 10 ай бұрын
হে মহান আত্ম আপোনাৰ মুখেৰেই কৃষ্ণৰ অমৃত কথা শুনিব পাই বৰ ভাল লাগিল কৃষ্ণ 🙏❤
@bhabensaikia6900
@bhabensaikia6900 4 ай бұрын
কৃষ্ণ সুন্দৰ
@satyajitsvlogs1435
@satyajitsvlogs1435 6 ай бұрын
আপোনাৰ বাখ্যা শুনি আমনি নালাগে❤❤❤
@ekosoronom1821
@ekosoronom1821 Жыл бұрын
সেৱা জনালোঁ বাপ ৷কৃষ্ণ ৷
@Ridipaxom
@Ridipaxom Жыл бұрын
কৃষ্ণ কৃষ্ণ বাপ সেৱা ভাগি নিবেদিলো
@indiradas2117
@indiradas2117 6 ай бұрын
কৃষ্ণ বাপ , বহুত ভাল লাগিল । কৃষ্ণ 🙏
@jayantaraychoudhury1506
@jayantaraychoudhury1506 Жыл бұрын
জয় গুৰু শঙ্কৰ
@DipenKalita-bu8ty
@DipenKalita-bu8ty 11 ай бұрын
সেৱা গ্ৰহণ কৰিব
@minatidevi1064
@minatidevi1064 Ай бұрын
কৃষ্ণ কৃষ্ণ বাপ জনা
@sabitamahanta4652
@sabitamahanta4652 Жыл бұрын
Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna sewa nibedisu❤
@anandaramgowala6634
@anandaramgowala6634 Жыл бұрын
Well versed in Sashtra! Use of other language particularly English may perhaps be avoided to maintain the dignity of the Dharma Sashtras.
@nialifestyle2482
@nialifestyle2482 Жыл бұрын
জয় গুৰু শংকৰ ।।সেৱাহে ।।
@dulalsaikia632
@dulalsaikia632 Жыл бұрын
Krishna Krishna bap bahut Sundar ......
@nirusaikia7631
@nirusaikia7631 Жыл бұрын
কৃষ্ণ কৃষ্ণ 🙏 🙏 জয় গুৰু শঙ্কৰ 🙏 🙏 তাঁতী বাপ জনাৰ সহিতে সমস্ত বাপ আৰু আইসকললৈ ভক্তি ভৰা সেৱা নিবেদিলো।🙏 🙏
@lalitboruah6628
@lalitboruah6628 Жыл бұрын
Tanti bap Krishna Krishna Jai jagat guru sirmanta Sankar deb.😊😊
@kabitadas61
@kabitadas61 Жыл бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ
@riyadasvlog8304
@riyadasvlog8304 7 ай бұрын
আপোনাৰ ব্যখ্যাবোৰ শুনি বহুত ধুনীয়া ভাল লাগে প্ৰভূ 🙏🌸 জয় গুৰু শঙ্কৰ 🙏🌸
@sabitamahanta4652
@sabitamahanta4652 Жыл бұрын
Joy Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna❤❤❤❤
@subhadramili4433
@subhadramili4433 7 ай бұрын
Joi guru sankar
@kilipp7870
@kilipp7870 Жыл бұрын
Krishn krishn krishn 🙏🙏🙏
@aparajitatamuli7273
@aparajitatamuli7273 Жыл бұрын
❤ কৃষ্ণ ❤ কৃষ্ণ ❤ কৃষ্ণ শংকৰ গুৰু হৰি ৰাম কৃষ্ণ ❤❤❤❤
@r.saikia3334
@r.saikia3334 Жыл бұрын
Krishna Krishna Krishna Krishna🙏🙏🙏🙏
@sewalibora7160
@sewalibora7160 Жыл бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ আই সকল কৃষ্ণ 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
@manojneog785
@manojneog785 Жыл бұрын
কৃষ্ণ কৃষ্ণ বাপ
@akhilgogoi1869
@akhilgogoi1869 Жыл бұрын
Krishna Krishna bap bhal bhal Krishna Krishna.
@user-ol1qq8px2m
@user-ol1qq8px2m Жыл бұрын
Harekrishna
@kalpananath3301
@kalpananath3301 Жыл бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ সেৱা গ্ৰহণ কৰিব
@deepadas4
@deepadas4 Жыл бұрын
কৃষ্ণ ।
@gobinborah4593
@gobinborah4593 6 ай бұрын
Krishna krishna🎉
@nirabphukan5356
@nirabphukan5356 Жыл бұрын
কৃষ্ণ ; তাতিঁ বাপজনালৈ লগতে ভকত সকললৈ সেবা ধৰিছো ।জয়গুৰু শংকৰ ; জয়তু শংকৰ সংঘ কৃষ্ণ ।
@khogeswarigogoi1902
@khogeswarigogoi1902 Жыл бұрын
কৃষ্ণ কৃষ্ণ বাপ সেৱা গ্ৰহণ কৰিব কৃষ্ণ
@tarunboruah7366
@tarunboruah7366 Жыл бұрын
Krishna Krishna Krishna
@jinuchawrok9178
@jinuchawrok9178 Жыл бұрын
কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম ৰাম । সশ্ৰদ্ধ প্ৰণাম বাপ ।
@khanintalukdar2252
@khanintalukdar2252 7 ай бұрын
Jay sree Ram 🌹🌺🙏
@dipisaikia287
@dipisaikia287 Жыл бұрын
জয় জগত গুৰু শংকৰদেৱৰ
@daisyrabha2343
@daisyrabha2343 Жыл бұрын
Krishna Krishna🙏🙏 prabhu bhakti bhara sewa janaisu🙏🙏 Krishna🙏🙏🙏🙏
@dibyajyotiborthakur2963
@dibyajyotiborthakur2963 Жыл бұрын
Ami aibur namanu ami kali puja koru.jai maa kali jai maa kamakhya.
@dilipsaikia6452
@dilipsaikia6452 Жыл бұрын
কৃষ্ণ কৃষ্ণ বাপ অাই
@mohongogoi8218
@mohongogoi8218 Жыл бұрын
Krishna. Krishna. Krishna. Ram. Ram. Ra
@keshabbora7742
@keshabbora7742 Жыл бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
@nilimapathak4130
@nilimapathak4130 Жыл бұрын
Krishna o Hari o ram❤🙏🙏
@MonjitBorah-nf4gr
@MonjitBorah-nf4gr Жыл бұрын
Ponam bap guru
@anjalibaruah7669
@anjalibaruah7669 Жыл бұрын
কৃষ্ণ🙏🙏🙏🙏🙏🙏🙏
@minatimech4993
@minatimech4993 Жыл бұрын
Krishna Krishna baap
@Beridabon
@Beridabon Жыл бұрын
𝒦𝓇𝒾𝓈𝒽𝓃𝒶
@updeshmala2737
@updeshmala2737 Жыл бұрын
অৰ্জুনে তথা পানদবে ডুপ্লিকেট শৰণ লৈছিল নেকি?সিহঁতে যে বৈকুণ্ঠ আৰু স্বৰ্গও যে নেপালে ?
@AnilTantibhagawat
@AnilTantibhagawat Жыл бұрын
Phone number dibo Krishna 🙏
@updeshmala2737
@updeshmala2737 Жыл бұрын
অ হৰি অ ৰাম কৃষ্ণই অৰ্জুনক ওঠৰ অধ্যায়ৰ জ্ঞানেৰে পৰিপূৰ্ণ কৰি কৈছিল যে সৰ্ব ধৰ্ম পৰিত্যাজং মামেকং শৰণং ভজ। হে অৰ্জ্জুন সকলো ধৰ্ম পৰিত্যাগ কৰি মোতেই শৰণ লোৱা। যিয়ে মোতেই এক শৰণ লয় তেওঁ মহাপাপী হলেও মোৰেই কৃপাত বৈকুণ্ঠ প্ৰাপ্ত কৰে। কিন্তু কৃষ্ণৰ এই বাক্য সত্য নহল। বৈকুণ্ঠ পিছৰে কথা অৰ্জুনে স্বৰ্গতো স্হান নাপালে। দ্ৰৌপদীকে ধৰি পাঁচ পানদব এজনকো বৈকুণ্ঠলৈ নিব নোৱাৰিলে। যুধিষ্ঠিৰ জ্ঞানী ধৰ্মৰাজ। ধৰ্মৰাজ হৈও বৈকুণ্ঠত আসন নাপালে। এতিয়া আপুনি জানো বৈকুণ্ঠ যাব পাৰিব? যুধিষ্ঠিৰতকৈ বেছি ধৰ্মজ্ঞানী আপুনি নহয়। অৰ্থাত বৈকুণ্ঠত আপোনাৰ স্হান নাই, স্বৰ্গত যাবলৈকো আপুনি দেৱতা সকলৰ লগত শক্রুতা কৰি ললে। এতিয়া আপুনি কত যাব? গতিকে আপুনি আনকো নষ্ট নকৰিব। 🙏অ হৰি অ ৰাম
@updeshmala2737
@updeshmala2737 Жыл бұрын
@@ankurarandhara3771 🙏ভাগৱত যদি পঢ়িছে ভালকৈ জ্ঞান লওক। মইও জানো আপোনাৰ দৰে লোক ব্ৰহ্ম তত্ত্বৰ বিষয়ে যে একোকেই নাজানে। ভাগৱত ভাগ যদি ভালকৈ পঢ়া নাই আৰু এবাৰ পঢ়ি চাওঁক। ভাগৱতত দক্ষ যজ্ঞ সম্পাদনত চতুৰ্থ অধ্যায়ত শ্রীহৰিয়ে কৈছে যে শুনা প্ৰজাপতি কহো সবে বিদ্যমান মহাজন হুয়া হোৱা কৃষক অজ্ঞান। । যিটো ব্ৰহ্মা বিষ্ণু মহেশ্বৰ তিনিৰুপ আত অন্তৰ নাহি আমাৰ স্বৰুপ। । জগতৰ সৃষ্টি স্হিতি সংহাৰ নিদানে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ ৰুপ ধৰো ভিনে।। একে শুদ্ধ ব্ৰহ্ম মই আত্মা জগতৰ মোত ভেদ কৰি সাঞ্চে পথ নৰকৰ। । শুনিছেনে প্ৰভু জনা আপুনি ভেদ কৰি নৰকৰ পথ তৈয়াৰ কৰি আছে। আকৌ কৈছে তিনিৰো শৰীৰ যিটো ভেদ নকৰয় মই প্ৰজাপতি আৰু শংকৰ ত্রিতয়।। সিটো পুৰুষৰ পুৰুষাৰ্থ সিদ্ধি হয় দুৰ্লভ মুকুতি অনায়াসত মিলয়।। ইয়াত শংকৰ বুলি যে কলে কাৰ কথা কলে? আৰু কৈছে,যি জনে ভেদ নকৰে একে সম বুলি ভাৱে তেওঁহে দুৰ্লভ মুক্তি প্ৰাপ্ত কৰিব। আজিও ভাগৱতৰ ৰহস্যক জানিব নোৱাৰিলে আপুনি মোক তত্ত্ব শিকাব নেকি ? কৃষ্ণৰ নাম লৈছে লওক কিন্তু নামত যে ভেদ কৰিব নালাগে সেই তত্ত্বকো ভাল গুৰুৰ পৰা শিকি লওক । আপুনি কোন হয় মই নাজানো ,কিনতু আপুনি যে মায়াবীৰ গুৰুৰ চক্রত পৰি জ্ঞান শূণ্য হৈছে মই বুজি পালো। মাধৱদেৱে নামঘোষাত কীৰ্তন এনেদৰে কৰিছে যে শিব শিব শিব শিব জগ জীৱ শিব ৰাম কৃষ্ণ সদাশিব। । শ্ৰীমন্ত শংকৰদেৱে কৈছে যে যত নাম আছে বিষ্ণু শিবৰ তাক ভিন্ন বুদ্ধি কৰে যি নৰ নামৰো মহা অপৰাধি দেৱে যায় নৰকত ন বধি। । আপুনি গুৰু তত্ত্বক অবজ্ঞা কৰি আছে। ভাগৱতত শিবকে শংকৰ বুলি কৈছে তাকো আপোনাৰ দৰে লোকে নাজানে। সমাজ ব্যৱস্থাক নষ্ট কৰি ফুৰা লোকক কি উপাধি দিম। ভাল গুৰুৰ ওচৰত যাওঁক, নহলে আপোনাৰ বাবে নৰকৰ পথ তৈয়াৰ হৈ আছে। সামান্য জনে শংকৰ শিবৰ তত্ত্বক যে নাজানে সেই কথাৰ ভৱিষ্য বাণী ভাগৱত, কীৰ্ত্তন দশম,ভক্তি ৰত্নাৱলী আদি নিলিখাৰ আগতেই সনাতন শ্ৰুতিত প্ৰকাশ কৰি গৈছে। কলিযুগৰ দক্ষ সেই সকলেই হয়,যিয়ে শিবক চিনি নেপাই,যিয়ে শিবৰ ৰহস্যক নজানে।সেয়েহ ৰামক কৈছিল যে যতমান কৰ্ম কৰে ধৰ্ম অনুষ্ঠান যদি নুহে শিব ভক্তি আৰু শিব জ্ঞান। নপাৱে মুকুতি জানা সিটো মুঢ়জন আক নিষ্টে জানিবাহা কশৈল্যা নন্দন। । যাওঁক অকণমান ভালকৈ অধ্যয়ন কৰি আহঁক।
@dulalsaikia632
@dulalsaikia632 Жыл бұрын
Val lagise aapuni ussit ktha koise Krishna bap ... Krishna bap ....
@AnilTantibhagawat
@AnilTantibhagawat Жыл бұрын
Phone number dibo Krishna
@user-ol1qq8px2m
@user-ol1qq8px2m Жыл бұрын
Harekrishna
@entonideka8678
@entonideka8678 Жыл бұрын
কৃষ্ণ কৃষ্ণ বাপ
@user-ol1qq8px2m
@user-ol1qq8px2m Жыл бұрын
Harekrishna
@user-ol1qq8px2m
@user-ol1qq8px2m Жыл бұрын
Harekrishna
БИМ БАМ БУМ💥
00:14
⚡️КАН АНДРЕЙ⚡️
Рет қаралды 3,1 МЛН
НРАВИТСЯ ЭТОТ ФОРМАТ??
00:37
МЯТНАЯ ФАНТА
Рет қаралды 8 МЛН
Clown takes blame for missing candy 🍬🤣 #shorts
00:49
Yoeslan
Рет қаралды 44 МЛН