Рет қаралды 486
বন্ধুসকল,
আজি আপোনালোকৰ বাবে আগবঢ়ালো সুলেখিকা পৰিস্মিতা বৰদলৈৰ অণু গল্প ! কাৰিকৰী সীমাবদ্ধতাৰ বাবে ভিডিওটিৰ মান উন্নত হয়তো ভৱা ধৰণে নহ'ল ! তাৰ বাবে আমি দুখীত ! পৰৱৰ্তী সময়ত ভাল কৰাৰ যত্ন অব্যাহত থাকিব !
আপুনিও পঠাব পাৰে স্বৰচিত কবিতা, অণু গল্প, সাংস্কৃতিক বা-বাতৰি ! নিজে আবৃত্তি কৰি বা ভিডিও কৰিও পঠাব পাৰে ! প্ৰচাৰৰ উপযোগী বিবেচিত হ'লে নিশ্চয় প্ৰচাৰ কৰা হ'ব !
পৰিকল্পনা বহুত ! আপোনাৰ সহযোগিতাই সেই পৰিকল্পনাক এদিন বাস্তৱ ৰূপ দিব, আমি আশাবাদী !
লাইক কৰিব ! গঠনমূলক দিহা পৰামৰ্শ দিব ! আৰু চাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব !
আমাৰ সতে যোগাযোগ কৰিবলৈ মেইল কৰকঃ
rdsarania1973@gmail.com
পুণৰ লগ পাম !
ধন্যবাদ !