৪লাখ টকাৰ প্ৰথম পুৰস্কাৰ লাভ কৰিছে চেপন কেন্দ্ৰীয় ৰঙালী বিহুত চৰাইদেউ সমন্বয় বিহু হুঁচৰি দলে

  Рет қаралды 116,906

Anupom Bitupon

Anupom Bitupon

Күн бұрын

Пікірлер: 159
@uttamtalukdar8301
@uttamtalukdar8301 8 ай бұрын
বেলেগতকৈ পৃথক হৈছে…সেয়েহে নিসন্দেহে শ্ৰেষ্ঠ দলৰ যোগ্য…ধুনীয়া তথা ব্যতিক্ৰমী উপস্হাপন…গান বোৰ ধুনীয়া বাচনী কৰিছে..তাতে আৰু শংকৰ দাৰ কণ্ঠ ❤ ধন্যবাদ অনুপম বিতুপন চেনেলটোক , আমাক ঘৰত বহিয়ে ইমান ধুনীয়া বিহু চোৱা সুযোগ কৰি দিয়া বাবে।
@mukutlukhurakhon1411
@mukutlukhurakhon1411 8 ай бұрын
সুন্দৰ অতি সুন্দৰ,, বিহু হুচৰি চাই আছোঁ আৰু পৰিৱেশন চাইও আছোঁ চাই ভাল লাগিল,, বিহু গীতটো ও শুনি খুবেই ভাল পালোঁ,, উজনি ৰ বিহু শুনিলে শুনি থাকিবলৈ মন যায় সকলোৰে,, চৰাইদেউ বিহু বুলিলে কোনোৱেই থাকিব নোৱাৰে নামো আছে আৰু ইয়াৰ পদ্শনো সুন্দৰ হয়, ভৱিষ্যতে ও সাংস্কৃতিক জগতত সুন্দৰ হওক, উজল্ হৈ ৰওক এই মানসেৰে ই চাই আছোঁ মৰানহাট শান্তি পুৰৰ পৰা, চাই মই ৰবই নোৱাৰিলোঁ চৰাইদেউৰ,, কবলৈ গলে মই ভাষাই বিচাৰি নাপালোঁ আপোনালোকক জনাবলৈ আগন্তুক দিনবোৰত সকলো বিপদ আপদৰ পৰা ৰক্ষা কৰক ভগৱানে আপোনালোক কুশলে ৰাখক এই মানসেৰে ই,
@AbhijitBoruah-t6q
@AbhijitBoruah-t6q Ай бұрын
সুন্দৰ বহুত বহুত ভাল লাগিল এনে ধৰণৰ বিহু আপুনাৰ cenelot পাই থাকিম বুলি আখা থাকিল অনুপম বিতুপন দাদা
@rupammohan2791
@rupammohan2791 8 ай бұрын
চৰাইদেউ আমাৰ আৱেগ আমাৰ অহংকাৰ আমাৰ স্বভিমান❤❤❤
@mridumalayaborah5193
@mridumalayaborah5193 8 ай бұрын
❤❤
@tarunigogoi7984
@tarunigogoi7984 8 ай бұрын
Good evening bohut thanks shukriya Bihua vaiti vanti hotloi anekoi Assamar rangali bihutic jiai rakha dhanya bawad ,,🌼🌼🌼🌼🌺🌺🌺🙏🙏🙏🌺🌺🌺🌼🌼🌼🌼
@NitumoniBorah-s7n
@NitumoniBorah-s7n 8 ай бұрын
ইমান সুন্দৰ।দলটোৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিলো
@joyram4113
@joyram4113 8 ай бұрын
চৰাইদেউ বাসিন্দা হিচাবে আমাৰ গৌৰৱ চৰাইদেউ বিহু হুচৰি দল টি। চৰাইদেউ হুচৰিৰ দলৰ বিহু নাম সমূহ আন বিহু দল তকৈ সুকীয়া। শুনি বহুত ভাল লাগে। শুভেচ্ছা থাকিল বিহু দলটি লৈ।
@nobinkacharia2z113
@nobinkacharia2z113 8 ай бұрын
ইমান সুন্দৰ... Rupam da apunak 2014 pora ake dekhi asu val lgise... সু স্বাস্থ্যৰ কামনা কৰিলোঁ। Love 4rm Tengakhat
@bijoyshankargogoi5161
@bijoyshankargogoi5161 8 ай бұрын
বিহু পকিছে..। বিহুনাম কেইটি খুবেই ধুনীয়া। দলটোৰ উজ্জ্বল ভৱিষ্যত‌ কামনা কৰিলো।
@petertanti1132
@petertanti1132 8 ай бұрын
এই জাতি জীয়াই থাকক, এই বিহু জীয়াই থাকক। অনেক অভিনন্দন ❤। প্ৰথম পুৰষ্কাৰৰ বাবে সঠিক নিৰ্বাচন।
@sanu_______das__SD
@sanu_______das__SD 8 ай бұрын
প্ৰিয় দ'ল চৰাইদেউ সমন্বয় ❤️❤
@MonikaMohan-ml9nh
@MonikaMohan-ml9nh 8 ай бұрын
সুন্দৰ হৈছে বিহু দলটো। আধুনিক নহয় বেলেগ বিহুৰ দৰে বেলেগ বিহু দল বোৰ আধুনিক কৰি পেলাইছে বিহু হলে এনেকুৱা হব লাগে। বিহু কৰা মানুহ খিনিও ভাল লাগিছে নাচনী ওলাই আহা চাপৰ টো সুন্দৰ হৈছে লগতে লগতে বিহু দলটো পৰি যোৱা নাই গান সুন্দৰ গাইছে।❤️‍🩹
@motivationalfarming2207
@motivationalfarming2207 8 ай бұрын
বিহু মানেই উজনি অসম❤❤❤
@tri____beni
@tri____beni 8 ай бұрын
1st huwar Babe Jugyo Vll lagil Husori jura Sai nambur dhuniya gaise .... Love from Sivasagar namti.... ❤
@kirongogoi2562
@kirongogoi2562 8 ай бұрын
বৰ সুন্দৰ হৈছে 👏😍❤️ আনতকৈ কিছু পৃথক ✨
@priyakshidutta1841
@priyakshidutta1841 8 ай бұрын
চাই হেপাঁহ নপলোৱা , নিভাঁজ ❤বেলেগতকৈ পৃথক আধুনিক প্রভাব পৰিব নিদিয়া হুঁচৰিযোৰাই হৈছে চৰাইদেউ সমন্বয় ❤
@gogoivlogs5928
@gogoivlogs5928 8 ай бұрын
বহুত বহুত শুভেচ্ছা জনালোঁ
@mukutlukhurakhon1411
@mukutlukhurakhon1411 8 ай бұрын
চৰাইদেউৰ বিহু,, নাচাইনো কেনেকৈ থাকো ঘৰতে বহি,, গাই যাওক চোন বিশেষ গুৰুত্ব দি গোৱা বাবেই নেকি শুনিবলৈ অতিকৈ শুৱলা হৈছে তোমালোকক চাই মোৰ মনটো শাঁত পৰি গল নাচনীৰ গীত টো শুনিবলৈ পাই মনতে খুব ভাল পালোঁ, সুন্দৰ নাচ পৰিৱেশন চাইও ভাল লাগিল তোমালোকৰ বাবে,, বিহু টো চাই আৰু সুমধুৰ হৈছে ভৱিষ্যতে ও এনে ধৰণৰ বিহু পৰিৱেশন চাবলৈ আশা কৰিলোঁ, ভগৱানে আপোনালোক কুশলে ৰাখক আৰু আগন্তুক দিনবোৰত সকলো বিপদ আপদৰ পৰা ৰক্ষা কৰক এই মানসেৰে ই ধন্যবাদ জ্ঞাপন কৰিলো,,,
@অনুপমবিতোপন
@অনুপমবিতোপন 8 ай бұрын
🙏🙏
@jahnabigoswami9064
@jahnabigoswami9064 8 ай бұрын
দলটোলৈ শুভেচ্ছা জনালো। সকলোৱে ইমান স্ফূৰ্তিমনে গাইছে, নাচিছে দেখি ভাল লাগি গৈছে ❤❤❤❤
@ChandraKamalNath-c8e
@ChandraKamalNath-c8e 4 ай бұрын
Aaaaaa mozaaaa
@dimbeswarkonwar7659
@dimbeswarkonwar7659 8 ай бұрын
চাৰাইদেইক লৈ আমি গৌৰৱাম্বিত। এই যাত্ৰা অবিৰত হৈ ৰওক। সকলোলৈ অভিনন্দন থাকিল।
@বিনয়নাথ
@বিনয়নাথ 8 ай бұрын
বহুত ভাল লাগিল❤❤ সকলোৰে সুন্দৰ হৈছে আৰু সকলোতকৈ ব্যতিক্ৰম। প্ৰতিযোগিতা চাই থকা নিচিনা লগাই নাই, ইমান স্বতঃস্ফূৰ্ত ভাবে উপস্থাপন কৰিছে । আৰু ভাল হওক আপোনালোকৰ।
@JintiDevi-r4e
@JintiDevi-r4e 8 ай бұрын
অভিনন্দন জনালো দলটিলৈ।
@MukulBorah-h7m
@MukulBorah-h7m 8 ай бұрын
Bohut val lage sa❤❤❤❤
@ashimkrdeka326
@ashimkrdeka326 8 ай бұрын
বহুত ধুনীয়া হৈছে ৷বেলেগতকৈ পৃথক ৷
@yoddhaonfromassam3474
@yoddhaonfromassam3474 8 ай бұрын
Best bihu team in 2024❤❤❤❤
@rupanjalisaikia6810
@rupanjalisaikia6810 8 ай бұрын
বৰ সুন্দৰ হৈছে
@dheerajsfunnyvidio7424
@dheerajsfunnyvidio7424 7 ай бұрын
সুন্দৰ সদায় জীয়াই থাকক বাপুতি সাশুনবোৰ।❤❤
@Abhigogoi678
@Abhigogoi678 8 ай бұрын
Xundor hoixa❤
@Nibarondaa
@Nibarondaa 8 ай бұрын
চৰাইদেউ বিহু মানে আমাৰ আবেগ ❤😢
@avoytaku7087
@avoytaku7087 8 ай бұрын
Bohut dhuniya huchari dal Bihu chai hosai abibhuta holu.
@mukutlukhurakhon1411
@mukutlukhurakhon1411 8 ай бұрын
সুন্দৰ অতি সুন্দৰ আৰু শুনিও ভাল লাগিল,,
@sunumohan
@sunumohan 8 ай бұрын
আমাৰ চৰাইদেউৰ গৌৰৱ❤
@bhrigukalita6479
@bhrigukalita6479 6 ай бұрын
সুন্দৰ
@razdhiraz
@razdhiraz 8 ай бұрын
Thankyou @Anupom Bitupon moja moja Bihu dekhuar babe
@rupjyotiborah9136
@rupjyotiborah9136 7 ай бұрын
Obviously val hoise ❤❤❤
@PRANABBORAHUNOFFICIAL
@PRANABBORAHUNOFFICIAL 8 ай бұрын
সকলো ফালৰপৰা ওপৰত দেই দলটি ❤
@User123_73
@User123_73 8 ай бұрын
Happy for team Charaideo Homonnoy Team ❤ ....Bihu kintu tammam marile ...🔥🔥🔥🔥
@debasishchetia2159
@debasishchetia2159 8 ай бұрын
Hundor performance....bht unique hoise kin2 val lgil
@DeepDas-yu1wq
@DeepDas-yu1wq 7 ай бұрын
Eman duniwa khont dada jonor bohut vll lagila❤🥰🥰🥰🥰🥰
@BipinChitrakar
@BipinChitrakar 8 ай бұрын
Best of luck for the Charaideo Husari Bihu team...............From silasaku District...... Charaideo
@krishnakantgogoi1996
@krishnakantgogoi1996 8 ай бұрын
Bahut val hoise..no words to say...great Jai aai Axom
@nituphukon9541
@nituphukon9541 8 ай бұрын
Sivasagar Bakhi aajon Aahom lora hisapa Gourob korisu nam bur huni.....❤
@abhinandantamuli
@abhinandantamuli 7 ай бұрын
hoi ❤️❤️ thik koise
@MonNilim-xm7fq
@MonNilim-xm7fq 8 ай бұрын
বিহু বৰ সুন্দৰ হৈছে দেই বিহু বিহু লাগিছে ঐ ককাই হত 💞🥰🤗👌👍
@NEAssam07
@NEAssam07 8 ай бұрын
আমাৰ গৌৰৱ ❤
@subhashborboruah6895
@subhashborboruah6895 8 ай бұрын
সদায় প্ৰিয়❤
@phuke8915
@phuke8915 8 ай бұрын
অতি সুন্দৰ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
@tsrajubhai4411
@tsrajubhai4411 8 ай бұрын
Proud for Charaideo husori.... East or west Charaideo husori is all so best ❤❤
@gitimonichangmai7923
@gitimonichangmai7923 8 ай бұрын
অসমৰ শ্ৰেষ্ঠ বিহু হুঁচৰি দল❤
@gyandeepboruah7762
@gyandeepboruah7762 8 ай бұрын
Dhuniya lgile sai , charaideo amr aabeg
@prasantaborah-o4m
@prasantaborah-o4m 8 ай бұрын
, অতি সুন্দৰ প্ৰদৰ্শন
@shyamalmech5633
@shyamalmech5633 8 ай бұрын
সুন্দৰ 👏👏👏
@sachindoley338
@sachindoley338 8 ай бұрын
দলটোৰ নাচ মনিছোঁ ❤ হুঁচৰি জোৰা নামবোৰ বৰ সুন্দৰ ❤ এনে প্ৰথম নহয় প্ৰতিভা সুন্দৰ ❤
@bijitttt
@bijitttt 8 ай бұрын
Bohut bhal lagil ❤
@tsrajubhai4411
@tsrajubhai4411 8 ай бұрын
aamar moromor Charaideo husori otekoi huwone... Biplob Da aase sene puwa ne pepa bojai ❤❤
@mintuhazarika5911
@mintuhazarika5911 8 ай бұрын
Amar charaideo gorov❤❤❤❤
@user-eg2tp3li1o
@user-eg2tp3li1o 5 ай бұрын
Shankar da 🔥🔥💥
@tarunjitgogoi2447
@tarunjitgogoi2447 8 ай бұрын
বৰ সুন্দৰ❤
@bijugogoi9806
@bijugogoi9806 8 ай бұрын
Bht hundr chharaideo
@chayanikagogoi7772
@chayanikagogoi7772 8 ай бұрын
bohut bhal lagil sai ❤️
@manjitmohan3155
@manjitmohan3155 8 ай бұрын
Aiber choraidew teame bihu monso fali dise ❤❤
@joyram4113
@joyram4113 8 ай бұрын
বহুত সুন্দৰ বিহু হুচৰি দল টো
@pinkubarua7377
@pinkubarua7377 8 ай бұрын
বহুতেই ভাল লাগিছে চাই👌💓
@Paramanandahandique
@Paramanandahandique 7 ай бұрын
চৰাইদেউ আমাৰ আৱেগ ❤❤
@ponkhikonwar2457
@ponkhikonwar2457 8 ай бұрын
Wawww bohut dhunia lgil
@MousumiRaviKumar
@MousumiRaviKumar 8 ай бұрын
Bohut dhunia lagise bohut Miss korisu saboloi pua nai
@PriyangkurGogoi
@PriyangkurGogoi 8 ай бұрын
Belegotkoiu olp beleg 💥❤️Val lagil👐
@SubhrajitGogoi-z5d
@SubhrajitGogoi-z5d 8 ай бұрын
সুন্দৰ
@bikigogoi-g8r
@bikigogoi-g8r 8 ай бұрын
মই কেইবাবাৰো চালো চাই হেঁপাহ নপলায়
@SumanSaikia-yi9ng
@SumanSaikia-yi9ng 8 ай бұрын
বিহু খন চাই ভাল লাগিল ❤
@useraporinita123
@useraporinita123 8 ай бұрын
Parfect teem,,,❤❤
@saratgogoi1703
@saratgogoi1703 8 ай бұрын
Charaideo amar abeg mjaaaaaah
@pineapple4041
@pineapple4041 8 ай бұрын
মুচ থকা বিহুৱা জনৰ কণ্ঠ বৰ শুৱনি ।🎉😊
@papusvlogs4675
@papusvlogs4675 8 ай бұрын
1rst position pabo logia team ❤️👍....Great calculation 👍
@shrutiparnagogoi
@shrutiparnagogoi 8 ай бұрын
আমাৰ চৰাইদেউৰ গৌৰৱ আপোনালোক🎉❤
@DhamendKotoki
@DhamendKotoki 8 ай бұрын
Bhut Val lagisa
@SwagatHazarika-pr6hk
@SwagatHazarika-pr6hk 4 ай бұрын
🔥🔥🔥
@pratimgogoi454
@pratimgogoi454 8 ай бұрын
Great👌
@RimjimGogoi-p9e
@RimjimGogoi-p9e 8 ай бұрын
Hundor
@PranjitHazarika-ho4ou
@PranjitHazarika-ho4ou 8 ай бұрын
❤❤❤very nice❤❤❤
@therecitation2631
@therecitation2631 8 ай бұрын
সাংঘাতিক বিহু মাৰিছে , ভাল কৰিছে বহুত ভাল কৰিছে , ভালে ৰাখক সকলোকে
@gungunkhakhalary1078
@gungunkhakhalary1078 7 ай бұрын
Bohut dhunia huise
@kaushikbaruah7767
@kaushikbaruah7767 8 ай бұрын
Best performance
@bhuban738
@bhuban738 8 ай бұрын
I say wow 😲 wow ...aru aguwai jauk hokolu ... God bless you ❤😊
@Avatarstravails3131
@Avatarstravails3131 8 ай бұрын
❤beleg husori jiman dol salu tat koi bohut beleg deserve kore 1st prize
@Adityaankur939
@Adityaankur939 8 ай бұрын
Bhtt val lgil ❤❤
@ParashmoniGogoi-nd7tm
@ParashmoniGogoi-nd7tm 8 ай бұрын
Hundar hoise❤
@assamejaka.as33
@assamejaka.as33 8 ай бұрын
Love from mahmora charaideo ❤
@RamenTalukdar-zj9ry
@RamenTalukdar-zj9ry 8 ай бұрын
Very nice
@9859-e1j
@9859-e1j 8 ай бұрын
❤❤❤❤ charaideo🙏🙏🙏 🎉🎉🎉🎉
@ranjitgogoi1031
@ranjitgogoi1031 8 ай бұрын
Wow Wow 👌
@ruchikakonwar9295
@ruchikakonwar9295 8 ай бұрын
congratulation
@rahulmohan8572
@rahulmohan8572 8 ай бұрын
always charaideo is different then others ❤🎉
@Kalpa_editz
@Kalpa_editz 7 ай бұрын
Joy Charaideo🐉
@Leo-xr2et
@Leo-xr2et 8 ай бұрын
really deserve 1st position
@budhinduwarah3271
@budhinduwarah3271 7 ай бұрын
So proud❤
@Kbgohain
@Kbgohain 8 ай бұрын
Hundor
@sggamingzone9263
@sggamingzone9263 8 ай бұрын
Amr charaideo 😊
@theFraming07
@theFraming07 8 ай бұрын
❤❤❤❤ lv from charaideo
@Binondiyaasom
@Binondiyaasom 8 ай бұрын
অন্যতকৈ ব্যতিক্ৰম।
@pharmavloggerm.majuli1864
@pharmavloggerm.majuli1864 8 ай бұрын
Mjaaa❤
@mridumalayaborah5193
@mridumalayaborah5193 8 ай бұрын
Saraidew.❤❤
To Brawl AND BEYOND!
00:51
Brawl Stars
Рет қаралды 17 МЛН
Quilt Challenge, No Skills, Just Luck#Funnyfamily #Partygames #Funny
00:32
Family Games Media
Рет қаралды 55 МЛН
小丑女COCO的审判。#天使 #小丑 #超人不会飞
00:53
超人不会飞
Рет қаралды 16 МЛН
To Brawl AND BEYOND!
00:51
Brawl Stars
Рет қаралды 17 МЛН