ডিক্ৰং-২০২৪ | Dikrang-2024 | New Bihu-2024 | Assamese New Bihu Song-2024

  Рет қаралды 452,115

Anupom Bitupon

Anupom Bitupon

Күн бұрын

ডিক্ৰং-২০২৪ | Dikrang-2024 | New Bihu-2024 | Assamese New Bihu Song-2024
J J Production
এলবাম - ডিক্ৰং vol 1 (2024)
গান নাম - পদুমণি বিলতে
কণ্ঠ শিল্পী - জানমণি ফুকন
ৰিপুঞ্জয় শৰ্মা
দীপাংকৰ গগৈ
লক্ষ্য দ্বীপ
চন্দ্ৰ ভূষণ
জিতেন্দ্ৰ ঠেঙাল
ঢোল- লাচিত বৰুবা আৰু বিশ্বজিত গগৈ
বাঁহী-কৈলাশ ৰাভা
পেপাঁ তাল গগণা- জানমণি ফুকন
মেলডি ডিজাইন-ভদ্ৰকান্ত দাস
শব্দ গ্ৰহণ- ৰিপুঞ্জয় শৰ্মা
শব্দ সংমিশ্ৰণ- জিন্তু বৰদলৈ
কিৰিলি - সিদ্ধাৰ্থ শইকীয়া
প্ৰযোজনা - জয় ৰাম ঠেঙাল
পৰিকল্পনা - ৰূপামণি পাঠক
সংগীত - জানমণি ফুকন
কথা সুৰ - নিৰঞ্জন গোস্বামী, জানমণি ফুকন
ভিডিঅ'গ্ৰাফী - বিতোপন বৰগোহাঁই আৰু তিলক ৰঞ্জন
ভিডিঅ' সম্পাদনা-তিলক ৰঞ্জন
anupom bitupon
anupambitupon
dikrang bihu
dikrang bihu song
bihu song dikrang
dikrang bihu 2024
bihu_2024
Assamese Bihu Song 2024
bihu 2024
bihunam_2024
bihugeet_2024
New Assamese bihu song
#anupombitupon
#anupambitupon
#bihu
#bihugeet
#bihusong
#dikrang_bihu
#bihu2024
#new_assamese_bihu_song
#new_assamese_bihu_song_2024
#anupambitupon_bihu
#hitsongs
#assamese_bihu_song
বিশেষ কৃতজ্ঞতা-ডিক্ৰং বিহু দল (লক্ষীমপুৰ ) সমূহ বিহুৱা বিহুৱতী

Пікірлер: 407
@pradipgogoi3182
@pradipgogoi3182 11 ай бұрын
সুন্দৰ মজা লাগিল। ঈশ্বৰে আশীৰ্বাদ কৰিব্।
@thunugogoi4801
@thunugogoi4801 11 ай бұрын
বহুত বহুত ভাল লাগিল বিহু গীত টি শুনি ।প্ৰতি জন শিল্পীকে অভিনন্দন জনালোঁ বছৰৰ আৰম্ভণি তে ইমান ধুনীয়া গীত অসমৰ ৰাইজলৈ আগবঢ়াই দিয়া বাবে ।আৰু এনেকুৱা গীত শুনি বলৈ পাম বুলি আশা ৰাখিলো ।♥️👌
@dipankarneog3095
@dipankarneog3095 11 ай бұрын
Love From Bongaigaon Refinery township ❤️❤️❤️ আপোনালোকৰ হুচৰিদল টি আমি আমন্ত্ৰণ কৰিছিলো।
@purobeegogoi1343
@purobeegogoi1343 11 ай бұрын
Akdom mojja lagile, janmoni jot, bihu sundar nuhuwakoi thakibo parene. Hokoloke xubheissa jachilu aaru morom❤❤❤
@rajbongshichengra989
@rajbongshichengra989 11 ай бұрын
Bahut Val lagise dada aru notun notun ahibo lage I'm from Dhubri bihu boliya 💫❤
@papuborthakur5424
@papuborthakur5424 11 ай бұрын
সুন্দৰ 👏👏👏
@sintubora
@sintubora 11 ай бұрын
আগতীয়াকৈ ইংৰাজী নববৰ্ষ শুভেচ্ছা থাকিল সকলোলৈকে।। সুন্দৰ আগবাঢ়ি যাওঁক এনেদৰেই আশাবাদী অনাগত দিনবোৰটো যাতে এনেধৰণৰ গীত বোৰ আগবঢ়ায় যাই।।❤❤❤❤ Love from Dergaon
@manashpratimsarma154
@manashpratimsarma154 11 ай бұрын
Jai Dikrong ❤❤❤... Lakhya deep da special wishes thakil tmaloi.... Tmi kini diya dhol to etiya o bojai aso ❤❤❤😢...
@chinmoihazarika3126
@chinmoihazarika3126 11 ай бұрын
জয় ডিক্ৰং চন্দ্র ভূষণ 🔥⚡
@dhanmanikalita7831
@dhanmanikalita7831 11 ай бұрын
Heee mojaaaa🎉🎉bohut val lagil
@birajprotimborah
@birajprotimborah 11 ай бұрын
ধুনীয়া ধুনীয়া❤ অসমীয়াৰ বাপতি সাহোন ভোগালী বিহুৰ আগতীয়াকৈ উলগ জ্ঞাপন কৰিলো।❤
@saurabhkalita1343
@saurabhkalita1343 11 ай бұрын
সুন্দৰ
@JaanSoukhadhora
@JaanSoukhadhora 11 ай бұрын
এইবোৰ হে বিহু
@pallabidehingia4505
@pallabidehingia4505 11 ай бұрын
ধুনীয়া হৈছে গানটো
@DipjyotiGogoi-js1qc
@DipjyotiGogoi-js1qc 11 ай бұрын
সুন্দৰ এটি বিহুগীত উপহাৰ দিলে । বহুতেই ভাল লাগিল 👌👌👌👌
@pronabjyotikalita829
@pronabjyotikalita829 11 ай бұрын
সুন্দৰ হৈছে🎉সকলোলৈকে শুভেচ্ছা জনালোঁ🎉🎉
@rupamlaskar4148
@rupamlaskar4148 11 ай бұрын
মজ্জা mojja জয় বিহু সংস্কৃতি
@dibyajyoti31
@dibyajyoti31 11 ай бұрын
বহুত ভাল লাগিছে।❤❤❤
@s.sonowal7405
@s.sonowal7405 11 ай бұрын
কি কম । ফালি দিছা সকলোৱে 🔥🔥🔥🔥❤❤
@TARUNBORA-cr4vt
@TARUNBORA-cr4vt 11 ай бұрын
অতি সুন্দৰ আৰু সুমধুৰ !
@sangitabora1372
@sangitabora1372 11 ай бұрын
অপূৰ্ব ❤ আগবাঢ়ি যোৱা সকলোৱে আৰু আগবঢ়ায় লৈ যোৱা অসমীয়া কৃষ্টি সংস্কৃতিক।
@RupkantaPathori
@RupkantaPathori 11 ай бұрын
সুন্দৰ অতি সুন্দৰ ।অতিকৈ ভালো লগিল ।উজল ভবিষ্যত কামনা কৰিলো ।
@bikramboruah8594
@bikramboruah8594 11 ай бұрын
সুন্দৰ,১৬/১৭ বছৰৰ পাছত ভাল বিহুগীত এটা শুনিবলৈ পালোঁ ।গীতটোত কোনো আধুনিক বস্তুৰ নাম শুনিবলৈ নাপালো ভাল লাগিল।ধন্যবাদ
@Abhijit_Boruah_
@Abhijit_Boruah_ 11 ай бұрын
সুন্দৰ সুৰ অনুপম বিতুপন আপোনাৰ লোকৰ সংগীত শুনি বহুত বহুত ভাল লাগিল ইংৰাজী নববষ্ শুভেচ্ছা জানালো
@desinoob5191
@desinoob5191 11 ай бұрын
Wow ki dhuniya gaise i love it❤❤❤❤❤❤❤
@deepjyotidolakasharia5661
@deepjyotidolakasharia5661 11 ай бұрын
Hundor hoise🎉🎉🎉🎉 Enekoi hundor gaan aru huna paw
@junmonipatar1999
@junmonipatar1999 11 ай бұрын
সুন্দৰ ❤❤❤❤❤
@KhirudKonwar-n7t
@KhirudKonwar-n7t 11 ай бұрын
সুন্দৰ বিহু শুনিবলৈ পালো দেই ❤❤❤
@tribenchamuah2389
@tribenchamuah2389 11 ай бұрын
Top top🎉🎉🎉🎉🎉 বহু ফকতীয়া গায়কতকৈ 1000 গুণ ওপৰত।
@reemakakati5695
@reemakakati5695 8 ай бұрын
বৰ সুন্দৰ। শুনি থাকিলেও হেঁপাহ নপলায়। 👌👌
@digantagogoi1948
@digantagogoi1948 11 ай бұрын
Very very nice song.... Aru hunibloi akha thakil...
@simantahatibaruah9792
@simantahatibaruah9792 11 ай бұрын
সুন্দৰ হৈছে এই বাৰ মাঘৰ বিহুত জমিব যাব ।
@pollobtamuly589
@pollobtamuly589 11 ай бұрын
Hundor ❤❤
@abulhussain3643
@abulhussain3643 11 ай бұрын
বহুত দিনৰ পাছত ইমান ধুনীয়া বিহু গান এটা শুনিব পালোঁ আপোনালোক সকলো লৈ নতুন বছৰৰ শুভেচ্ছা জনালোঁ
@chiranjiblahon1622
@chiranjiblahon1622 11 ай бұрын
আপোনালোকৰ বিহু টোৱে গাত বিহু লগাই দিছে। নতুন বিহু লৈ আশাৰে বাট চাই ৰলো।
@priyankagogoi7715
@priyankagogoi7715 11 ай бұрын
সুন্দৰ হৈছে ❤ সকলোকে শুভেচ্ছা জনালোঁ 🎉
@shikhamonimoran3003
@shikhamonimoran3003 11 ай бұрын
❤শুনি বৰ ভাল লাগিল
@samiranborthakurvlogs
@samiranborthakurvlogs 11 ай бұрын
একদম বিহু বিহু লাগি গৈছে গাঁত ❤️❤️❤️❤️
@dhunuvlog4196
@dhunuvlog4196 11 ай бұрын
Bohut vl lagil ❤🥰 huni ❤❤aagoloiu anekuwa bihu gaan di jabo buli aakha thakil❤❤god bless you 🥰 brother
@Ratul479
@Ratul479 11 ай бұрын
বৰ ধুনীয়া লাগিলে ❤❤❤❤মাঘ বিহু ত ফালিব এইটো গানে❤❤❤
@hemangakumarneog5957
@hemangakumarneog5957 11 ай бұрын
ভাল হৈছে বিহুটো ৷ ঠেঙাল শব্দটো ঠেঙ্গাল হ’ব লাগে ৷
@sishuramchutia1880
@sishuramchutia1880 11 ай бұрын
ভাল লাগিছে ❤❤
@_kapil_2.058
@_kapil_2.058 11 ай бұрын
অতি সুন্দৰ ❤
@all-sport-entertainment
@all-sport-entertainment 11 ай бұрын
❤❤❤বিহু
@jadumonidas3807
@jadumonidas3807 11 ай бұрын
সুন্দৰ ❤❤🎉🎉
@bijuasom8953
@bijuasom8953 11 ай бұрын
বৰ ধুনীয়া হৈছে👌
@mrdimpolsaikia5835
@mrdimpolsaikia5835 11 ай бұрын
Bohut hundor lagil bihu geet ti huni❤❤❤
@nobgamerm.g2501
@nobgamerm.g2501 11 ай бұрын
এইয়া হে বিহু গীত❤ বহুত সুন্দৰ হৈছে ❤ শুনি ভাল লাগিল॥
@bishnudas7991
@bishnudas7991 11 ай бұрын
ধুনীয়া হৈছে আৰু আগ বাঢ়ি যোৱা সকলো ❤🎉
@Dristrigogoi
@Dristrigogoi 11 ай бұрын
জানমনি.তোমালৈ.অশেষ.শুভকামনা জনলো.এনেকোৱা.বিহূ.ৰাইজক.উপহাৰ.দিয়াৰ.বাবে......
@parashmusical8953
@parashmusical8953 11 ай бұрын
গোটেই মখা জুই🔥🔥❤️
@Bibhu_saikia_music
@Bibhu_saikia_music 11 ай бұрын
Moja lagise dei dada hokol tuma Luke aru ag bahi juwa 🥰🥰🥰
@sanatancreations7637
@sanatancreations7637 11 ай бұрын
একেবাৰে বিহু বিহু লাগি গৈছে গাত দেই ,, ❤❤❤😊
@anitakatani
@anitakatani 11 ай бұрын
dhuniya hoise hokallure aru aguai jauk hokallu vindew dhuniya hoise❤❤💝
@hemanta527
@hemanta527 11 ай бұрын
Bor hundor❤
@abhishekkonwar9109
@abhishekkonwar9109 11 ай бұрын
সুন্দৰ,,,, বহুত দিনৰ পিছত ধুনীয়া গীত এটা শুনিবলৈ পালো
@biswajitgogoi259
@biswajitgogoi259 11 ай бұрын
Hundor hoise❤️‍🔥🔥 Lakhimpur r amar dada kaijonok dekhi val lagile 💖❤️‍🔥
@soniasaikia222
@soniasaikia222 11 ай бұрын
খুব সুন্দৰ হৈছে 😊 সকলোকে শুভেচ্ছা জনাইছোঁ।
@swapnilnath1246
@swapnilnath1246 11 ай бұрын
চন্দ্ৰ আৰু দ্বীপ মামা জুই❤
@dibyajyotivlog8492
@dibyajyotivlog8492 11 ай бұрын
Bor val lagil dei❤❤❤❤❤God bless you all
@janbora5127
@janbora5127 11 ай бұрын
সুন্দৰ গীত।❤❤
@faizurrahman8473
@faizurrahman8473 11 ай бұрын
বিহু বিহু লাগিল গাত এইয়া হে হ'ল আমাৰ অসমীয়াৰ ভোগালী বিহুৰ গীত। সমূহ অসম বাসীলৈ বিহুৰ হিয়া ভৰা শুভেচ্ছা থাকিল।
@Prabhatboro1982
@Prabhatboro1982 11 ай бұрын
সুন্দৰ হৈছে এইবাৰ মাঘবিহুত ভাল জমিৱ।❤❤❤❤❤❤❤❤❤ দেই।
@pabitrahazarika2659
@pabitrahazarika2659 11 ай бұрын
বহুত ভাল লাগিলে গান টো শুনি
@PranabBaishya-qm7pt
@PranabBaishya-qm7pt 11 ай бұрын
বহুত ধুনীয়া লাগিছে আগুৱাই যাওক
@principriyagogoi
@principriyagogoi 11 ай бұрын
Bohut val lagil huni , love from sivasagar❤️❤️
@vlogging_with_nibir
@vlogging_with_nibir 11 ай бұрын
বহুত ভাল লাগিল ❣️
@iladas3544
@iladas3544 11 ай бұрын
Mojaa
@nielkamalnkh5792
@nielkamalnkh5792 11 ай бұрын
সুন্দৰ হৈছে শুভেচ্ছা জনালোঁ সকলোকে ❤
@prabalpatar7400
@prabalpatar7400 11 ай бұрын
এইবোৰহে বিহু । হিয়া শাঁত পৰি গ'ল ।
@madhurjyasaikia4507
@madhurjyasaikia4507 11 ай бұрын
Aiijjoii kolijaa hot @deep @chandra❤
@pinkirajkhowa236
@pinkirajkhowa236 11 ай бұрын
কি কম আৰু.... ইমান সুন্দৰ হৈছে, শুভকামনা জনালোঁ দেই 💕💕
@jintiedas9650
@jintiedas9650 11 ай бұрын
Khub dhuniya hoise
@barnilaxom3209
@barnilaxom3209 11 ай бұрын
অতি সুন্দৰ,,,, গানৰ কথাখিনি discriptionত দিলে ভাল হয়।
@mukutlukhurakhon1411
@mukutlukhurakhon1411 11 ай бұрын
সচাকৈ দেই ইমান সুন্দৰ বিহু গীত শুনিবলৈ পাই মনতে ইমান কৈ পৰিলসেই কাহিনী,,,
@ritakalita6066
@ritakalita6066 11 ай бұрын
সুন্দৰ , শুভকামনা জনালোঁ
@achyutbora7710
@achyutbora7710 11 ай бұрын
Bohut dhuniya hoise bihutu.xodai ekeixupa gaan xuni xuni amoni lagi goisil.bihu geet buliboloi naikiyaei hoisil .bohut dinor pisot eta val bihu xunilu. Dhanyabad jonaisu xokoluke ene dhoronor bihu geet punor sriti korar karone.amak bihu geetor xuwad diyar babe👌👌👍👍
@basudevdasofficial1081
@basudevdasofficial1081 11 ай бұрын
Bohut besi dhunia hoise. Aru agui jua.
@chandanpatar9415
@chandanpatar9415 11 ай бұрын
Aji he magh bihu aha jen lagil. Mojja❤❤❤
@sewaligogoi4944
@sewaligogoi4944 11 ай бұрын
Nice dada hokol
@bijoypatar7747
@bijoypatar7747 11 ай бұрын
Moja bihu song
@hindi701
@hindi701 11 ай бұрын
Love frm lakhimpur 😍❤
@সুদর্শনভাওনা
@সুদর্শনভাওনা 11 ай бұрын
সুন্দৰ👌🙏
@nova8088
@nova8088 11 ай бұрын
Hundor ❤ ❤
@moonrajkonwar8065
@moonrajkonwar8065 11 ай бұрын
Super hit bihu, Thanks
@অনুপমবিতোপন
@অনুপমবিতোপন 11 ай бұрын
Thanks to you
@ranaaxom
@ranaaxom 11 ай бұрын
অতি সুন্দৰ,,,, একেবাৰে আগৰ দিনৰ বিহুৰ নিচিনা লাগিল। আজিকালি গীতে ফেৰ মাৰিব নোৱাৰে। ভাল লাগিল
@dibyajyotiphukan3451
@dibyajyotiphukan3451 11 ай бұрын
বহুত ভাল লাগিল🔥 জয় ডিক্ৰং ❤
@majulianamika3530
@majulianamika3530 11 ай бұрын
Uff bihu bihu laguse gat.....bhut dhuniya ❤❤❤❤ bihu song
@mintudasassam292
@mintudasassam292 11 ай бұрын
বিহু অসমৰ জাতীয় উৎসৱ ❤❤❤❤ moja 🔥❤️
@Rikimoni278
@Rikimoni278 11 ай бұрын
ধুনীয়া হৈছে❤
@MonojBorah-p1m
@MonojBorah-p1m 11 ай бұрын
Mojah.. bht dinor murt ata raw bihu hunibole palu..agoleu enekwa bihu d thakibo buli asha rakhilu
@HridiTamuliboruah
@HridiTamuliboruah 11 ай бұрын
Just love it....bohut dinor murot ata val bihu gaan huna nisina lagile❤keep it up guys
@RaktimNath-jh9bd
@RaktimNath-jh9bd 11 ай бұрын
Bor dhunia
@pabongorh1455
@pabongorh1455 11 ай бұрын
Hundar lagila gan huni dada❤
@namratagohain9950
@namratagohain9950 11 ай бұрын
সুন্দৰ চন্দ্ৰ।
@ankur__saikia111
@ankur__saikia111 11 ай бұрын
ভাল লাগিল ❤🎉।
@RanjuSonowal-f7u
@RanjuSonowal-f7u 11 ай бұрын
একদম বিহু বিহু লাগি গৈছে গাত❤❤❤❤❤❤❤
@SujataGogoiHazarika
@SujataGogoiHazarika 11 ай бұрын
Bohut val lagil❤❤❤❤
@aradhyakalita4573
@aradhyakalita4573 11 ай бұрын
Bohut val lagil xuni ❤️
@RashmiGogoiRashmiGogoi
@RashmiGogoiRashmiGogoi 11 ай бұрын
Dipankar Da Chandra Da r logote baki keijonoloiu bohut bohut xubhessa❤
@junmudoi5382
@junmudoi5382 11 ай бұрын
Hundor hoise❤👍🔥🔥
coco在求救? #小丑 #天使 #shorts
00:29
好人小丑
Рет қаралды 97 МЛН
А я думаю что за звук такой знакомый? 😂😂😂
00:15
Денис Кукояка
Рет қаралды 6 МЛН
Правильный подход к детям
00:18
Beatrise
Рет қаралды 9 МЛН
ASSAMESE NEW SONG 2025 || TOIE MUR KOLIJA || BUBU RIYAN || AKASH PRITOM
3:45
BUBU RIYAN 🎸 musical🎼
Рет қаралды 8 М.
Neel akash new song . Assamese new song 2024. Assamese hits song.
30:57
Biman Bora Musical
Рет қаралды 918 М.
Bornali Gogoi
4:08
Krishnamoni Chutia
Рет қаралды 15 М.