Рет қаралды 107,233
সদৌ অসম ভাওনা প্ৰতিযোগিতাৰ চতুৰ্থ শ্ৰেষ্ঠ নাট(যুটীয়া)-গৰুড়ৰ অমৃত হৰণ বিনতাৰ দাসত্ব মোচন | মনিকূট নাট্যগোষ্ঠী, মৰিজাঁজী দ-গাওঁ, টিয়ক ,যোৰহাট । স্থান-স্থায়ী ৰাসমঞ্চ, আঞ্চলিক শ্রীশ্রী শংকৰদেৱ কৃষ্টি বিকাশ সমিতি, মেৰবিল, বেতবাৰী, শিৱসাগৰ । শিল্পী সকললৈ আমাৰ সামাজিক প্ৰচাৰ মাধ্যমৰ তৰফৰ পৰা বহুত বহুত অভিনন্দন জ্ঞাপন কৰিছো....
জয় গুৰু শংকৰ
#anupombitupon
#Garuror_Amrit_Haran
#Vauna
#Bhaona_Competition
#vawna
#AnupamBitupon