মায়া||

  Рет қаралды 181,780

APS Darrang

APS Darrang

Күн бұрын

Пікірлер: 113
@rumibegum611
@rumibegum611 Жыл бұрын
প্ৰতিটো কাহিনী চাও সচাকৈ বহুত ভাল লাগে , আগলৈকে আৰু এনেকুৱা কাহিনী কৰি যাওক অশেষ ধন্যবাদ থাকিল আপোনালোকলৈ , সচাকৈ হৈ থকা কাহিনী হয় 🙏🙏
@pramodnath4651
@pramodnath4651 2 жыл бұрын
মায়া এক সুন্দৰ চুটী ছবি যদিয়ো ভাবাৰ্থ বহুতো বহল । সুন্দৰ অভিনয়
@apsdarrang4974
@apsdarrang4974 2 жыл бұрын
ধন্যবাদ দা দা । আপোনাৰ comment আমাৰ প্ৰগতিৰ আধাৰ ।
@sangita1009
@sangita1009 2 жыл бұрын
Bhut bhut val lagil sobi khon sai❤️
@apsdarrang4974
@apsdarrang4974 2 жыл бұрын
Thank you Sangita. Please enjoy another videos ফাঁচী, তোমাৰ বাবে, দহন, জীৱনৰ ৰঙ, দহন, মৰমে চিঞৰিছে
@polinath6889
@polinath6889 Жыл бұрын
Video tu sai val lagise akonmani mainajoniye bohut dhunia ovinoi korise
@apsdarrang4974
@apsdarrang4974 Жыл бұрын
Thank you Poli.
@dipanjoliddsas1233
@dipanjoliddsas1233 2 жыл бұрын
সুন্দৰ, সময়ৰ লগত মিল থকা এখন ছবি।
@apsdarrang4974
@apsdarrang4974 2 жыл бұрын
ধন্যবাদ Dipanjali. Plz share.
@sujitmondal7435
@sujitmondal7435 2 жыл бұрын
Dhuniya doinnodin r hosa short story......
@bitupansaikia8430
@bitupansaikia8430 Жыл бұрын
Dada apunar film bur bohut vl lage
@apsdarrang4974
@apsdarrang4974 Жыл бұрын
Thank you. আমাৰ শেহতীয়াকৈ দিয়া ছবি বোৱাৰী, ৰোমাঞ্চ ছবি দুখন চাবাচোন।
@pinkubaishya-dn1ku
@pinkubaishya-dn1ku Жыл бұрын
Xundar ovinoy moi xoday saw apula lokor ovinoy bur bohut dukh lage ovinoy bur say
@apsdarrang4974
@apsdarrang4974 Жыл бұрын
Thank you for watching. যোৱা কালি এখন নতুন চুটি ছবি ৰিলিজ দিয়া হৈছে । ছবিখনৰ নাম " নাহৰ" । সময় পালে চাবা চোন।
@mallikakalita5934
@mallikakalita5934 Жыл бұрын
কণমানি বেটিয়ে সঁচাকৈয়ে সুন্দৰ অভিনয় কৰিছে।ভগবানে কুশলে ৰাখক
@vlogswithdjk
@vlogswithdjk 2 жыл бұрын
Jestha hangbadik nitumami da lgt kahini2 mil ase.. Val lagil
@apsdarrang4974
@apsdarrang4974 2 жыл бұрын
আমাৰ কাহিনীবিলাক যিহেতু বাস্তৱ ধৰ্মী , সেই কাৰণে কেতিয়াবা কাৰোবাৰ জীৱনৰ লগত নভৱাকৈ য়ে মিলি যায়, উপায় নাই ।।
@anamikakakati3157
@anamikakakati3157 2 жыл бұрын
Mojja lagise moina jonik bohut vl Lage ❤️❤️❤️❤️❤️
@apsdarrang4974
@apsdarrang4974 2 жыл бұрын
Thank you. Please subscribe and share
@babygogoi1503
@babygogoi1503 2 жыл бұрын
সুন্দৰ হৈছে ভাল লাগিল‌ 👌👌👌👍
@apsdarrang4974
@apsdarrang4974 2 жыл бұрын
Thank you . Please share
@abhinashvlogs9447
@abhinashvlogs9447 2 жыл бұрын
Dhuniya hoise
@nirasarmah5826
@nirasarmah5826 2 жыл бұрын
Bhut val lagil sai
@apsdarrang4974
@apsdarrang4974 2 жыл бұрын
Thank you Nira.
@dipulbaishya506
@dipulbaishya506 2 жыл бұрын
eman dhuniya avinai kare sa appunaloka
@apsdarrang4974
@apsdarrang4974 2 жыл бұрын
এয়া তোমালোকৰ আশীৰ্বাদৰ ফল । তোমালোকৰ সহাঁৰি অবিহনে এখোজো আগ বাঢ়িব নোৱাৰোঁ। ।
@bhubanchandradeka585
@bhubanchandradeka585 2 жыл бұрын
সুন্দৰ কাহিনী। অভিনয় সুন্দৰ। মাজনী নামৰ চৰিত্ৰটোৰ অভিনয় উন্নতমানৰ হোৱাৰ থল আছে
@apsdarrang4974
@apsdarrang4974 2 жыл бұрын
Thank you Deka sir. .মাজনী চৰিত্ৰ টো ৰূপায়ণ কৰা ছোৱালী জনী অভিনয়ৰ ক্ষেত্ৰত সম্পূৰ্ণ নতুন । জানিবলগীয়া বহুতেই আছে তথাপি নতুন হিচাপে যথেষ্ঠ কৰিছে ।
@bhugaphukon6406
@bhugaphukon6406 Жыл бұрын
Wwo
@paporipaporibegum-qd8pn
@paporipaporibegum-qd8pn Жыл бұрын
Nice dada
@apsdarrang4974
@apsdarrang4974 Жыл бұрын
Thank you for watching.
@majanikalita6025
@majanikalita6025 2 жыл бұрын
Moja Moja Moja lagil.
@apsdarrang4974
@apsdarrang4974 2 жыл бұрын
Thank you. Please share
@rebatchamuh4016
@rebatchamuh4016 2 жыл бұрын
দাদা আপূনাক আৰু মাইনা বহুত ভাল লাগে
@apsdarrang4974
@apsdarrang4974 2 жыл бұрын
ধন্যবাদ। কোনজন দাদা ৰ কথা কৈছা বা?
@smitahazarika8649
@smitahazarika8649 2 жыл бұрын
সুন্দৰ অভিনয়।
@apsdarrang4974
@apsdarrang4974 2 жыл бұрын
ধন্যবাদ Smita, plz share.
@chinmoyyt6771
@chinmoyyt6771 Жыл бұрын
A beautiful, Timely picture 🙂
@apsdarrang4974
@apsdarrang4974 Жыл бұрын
Thank you Chinmoy to you.
@ponobdass3048
@ponobdass3048 2 жыл бұрын
Dada aipunar video bilak bohut val lage airu vobisoloi val hoi thake jen
@apsdarrang4974
@apsdarrang4974 2 жыл бұрын
ধন্যবাদ প্ৰনৱ ।তোমালোকে যিমান দিনলৈকে সহাৰি দি থকা ,সিমান দিনলৈকে আমি video দি যাম ।
@djlat6602
@djlat6602 2 жыл бұрын
আপোনালোকৰ অভিনয় ভাল👌 কিন্তু স্বৰ্ত ফিল্ম কেইখনৰ পৰা দৰ্শক বোৰে এটা মেচেজ পোৱা হলে বেছি আকৰ্ষণ কৰে মানুহক আৰু প্ৰায় গোটেই কেইখন কৰবাত নহয় কৰবাত মিল অকণমান আছে ভালকৈ চালি জাৰী চালে গম পোৱা যায় বাকী বহুতেই সুন্দৰ প্ৰাঞ্জল দা আৰু মইনা জনিৰ অভিনয়👌👌
@apsdarrang4974
@apsdarrang4974 2 жыл бұрын
পৰামৰ্শ ৰ বাবে ধন্যবাদ ।
@assamesejitumix8396
@assamesejitumix8396 2 жыл бұрын
Bhut val lag il sai
@nitumonisaikia7425
@nitumonisaikia7425 2 жыл бұрын
বহুত বহুত ভাল লাগিল "মায়া"ছুটি ছবিখন চাই ❤️ ❤️❤️❤️❤️
@pareshbora157
@pareshbora157 2 жыл бұрын
সচাকৈ কৈছানে নিতু ।এই ঘটনাটো কোনোবা বিশেষ মানুহৰ সৈতে মিলিছে নেকি ? কণ মাণি মই না ৰ কেনে হৈছে , জনাবা ।
@nitumonisaikia7425
@nitumonisaikia7425 2 жыл бұрын
@@pareshbora157 বেলেগৰ কথা নাজানো মোৰ কিন্তু ‌সচাকৈ বহুত ভাল লাগিল "মায়া" চায় । এই ঘটনাটো মোৰ ‌কোনো‌ বিশেষ ‌মানুহৰ সৈতে মিলা নাই কিন্তু "মায়া" চাই কিবা এটা ভাল লাগিল । আৰু ‌কণ‌ মাণি‌ মইনাৰ ‌অভিনয় খুব সুন্দৰ হৈছে ❤️
@pareshbora157
@pareshbora157 2 жыл бұрын
নিতুমনি , please share
@nitumonisaikia7425
@nitumonisaikia7425 2 жыл бұрын
Okay
@SIKHADEKA633
@SIKHADEKA633 2 жыл бұрын
Khub dhuniya
@apsdarrang4974
@apsdarrang4974 2 жыл бұрын
চেষ্টা কৰি আছোঁ আৰু ধুনীয়া কৰিবলৈ, আশা কৰিছো --- সহাৰি দি যাবা ( script writer) you
@loverjd5071
@loverjd5071 Жыл бұрын
Val lagisa
@apsdarrang4974
@apsdarrang4974 Жыл бұрын
Thank you. Please enjoy ত্যাগ বদনামী ছোৱালী, শিকলি
@deepjyotisahariah433
@deepjyotisahariah433 2 жыл бұрын
Dhuniya 🥰
@panitanath7421
@panitanath7421 2 жыл бұрын
Dhuniya lagise...
@apsdarrang4974
@apsdarrang4974 2 жыл бұрын
ধন্যবাদ । Please share
@paporipaporibegum-qd8pn
@paporipaporibegum-qd8pn Жыл бұрын
Nice
@munnarahman8532
@munnarahman8532 2 жыл бұрын
bht dhunia
@hunmoinasaikia5627
@hunmoinasaikia5627 Жыл бұрын
Nice video
@apsdarrang4974
@apsdarrang4974 Жыл бұрын
Thank you Hunmoina.আমাৰ আন ছবি বিলাক সময় পালে চাবা চোন। বিশেষকৈ ত্যাগ, মায়া দেউতা সাঁকো, মৰমে চিঞৰিছে, বদনামী ছোৱালী,পাগলী
@hemarajbongshi7463
@hemarajbongshi7463 2 жыл бұрын
চালো, ভাল লাগিল।
@apsdarrang4974
@apsdarrang4974 2 жыл бұрын
ধন্যবাদ। Plz share.
@Konwar137
@Konwar137 2 жыл бұрын
দাদা তোমাৰলোকৰ ভিডিও চাই বহুত ভাল লাগে আৰু তোমালোকে এনেকৈয় নতুন নতুন ভিডিও দি থাকিবা
@apsdarrang4974
@apsdarrang4974 2 жыл бұрын
ধন্যবাদ Basistha, plz share.
@mallikakalita5934
@mallikakalita5934 Жыл бұрын
সুন্দৰ ❤️
@apsdarrang4974
@apsdarrang4974 Жыл бұрын
বহুত বহুত ধন্যবাদ তোমাক । কণমানি মই না জনীক কেনেকুৱা লাগিছে , জনাবা চোন । তাই পাৰিছেনে ?
@duliajanrswalinamruporbwar8239
@duliajanrswalinamruporbwar8239 Жыл бұрын
Nice 👌👌
@apsdarrang4974
@apsdarrang4974 Жыл бұрын
Thank you for watching
@fatikdeka451
@fatikdeka451 2 жыл бұрын
ফিল্ম বোৰত কিছু মিল থকা কথাটো ময়ো লক্ষ্য কৰিছো, আগলৈ সেই লৈ নজৰ ৰাখিলে ভাল হ'ব। স;বাদ দাতাৰলগত পৰিবেশন কৰা কথাখিনি খুউব ভাল হৈছে। মায়াত মৰমৰ মাইনাৰ ভূমিকাই মনচুই গৈছে।ভগৱানে তাইক উচ্ছ থানত উপনিত কৰাটোক।
@apsdarrang4974
@apsdarrang4974 2 жыл бұрын
একে জন writer ৰ কাহিনী বিলাক মিল থকাটো মুঠেই স্বাভাৱিক । অৱশ্যে প্ৰতিষ্ঠিত লেখকৰ কথাটো সুকীয়া । আমি শিকিহে আছো ।
@nishitrishnamedhi5755
@nishitrishnamedhi5755 2 жыл бұрын
Wowwwwww🌼
@GitarthaNath09
@GitarthaNath09 2 жыл бұрын
ছুটি ছবিখন চাই ভাল লাগিল।
@apsdarrang4974
@apsdarrang4974 2 жыл бұрын
ধন্যবাদ। Plz share.
@himashreedeka751
@himashreedeka751 2 жыл бұрын
Love from Mongoldai
@apsdarrang4974
@apsdarrang4974 2 жыл бұрын
Thank you Himashree , amar Mongoldoi basi manonio raijoloi pronam jonalo.
@LADEN.....
@LADEN..... Жыл бұрын
Bohut dunia
@apsdarrang4974
@apsdarrang4974 Жыл бұрын
Thank you . প্ৰত্যাহ্বান নামৰ ছবিখন চোৱা চোন
@LADEN.....
@LADEN..... Жыл бұрын
Apunar gor to kot asil
@kabitaborah5007
@kabitaborah5007 2 жыл бұрын
Mojaaa
@assamesejitumix8396
@assamesejitumix8396 2 жыл бұрын
Apunalokor Vedo saboloi mon jai ass
@apsdarrang4974
@apsdarrang4974 2 жыл бұрын
ধন্যবাদ, নিশ্চয় আজি আবেলি ৫ঃ৩০ বজাত চাবলৈ পাব। আমাক উৎসাহিত কৰাৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ। ভিদিঅ'টি share কৰি আমাক অধিক উৎসাহিত কৰিব বুলি আশাবাদী।
@assamesejitumix8396
@assamesejitumix8396 2 жыл бұрын
Nice vedo
@assamesejitumix8396
@assamesejitumix8396 2 жыл бұрын
Plz Aru Diba plz
@sumandeka4246
@sumandeka4246 2 жыл бұрын
🎉🎉
@apsdarrang4974
@apsdarrang4974 2 жыл бұрын
Thank you. Plz share.
@rumikochhandique3408
@rumikochhandique3408 2 жыл бұрын
Nice dada 🥰
@SanjayPathgiri
@SanjayPathgiri 6 ай бұрын
@dipikaboraghain3733
@dipikaboraghain3733 Жыл бұрын
Nice😘😘
@apsdarrang4974
@apsdarrang4974 Жыл бұрын
Thank you Dipika. আজি এখন নতুন চুটি ছবি ৰিলিজ দিছো । নাম ---- "পাগলী "
@balenkalita2348
@balenkalita2348 2 жыл бұрын
Nice video 🔥❤️🔥❤️
@apsdarrang4974
@apsdarrang4974 2 жыл бұрын
Thank you Balen . Please subscribe and share
@paporinasoni3354
@paporinasoni3354 2 жыл бұрын
Nice sharing dada
@apsdarrang4974
@apsdarrang4974 2 жыл бұрын
Thank you Papari . Please share
@nitumonisaikia7425
@nitumonisaikia7425 2 жыл бұрын
ৰয় আছো মায়া ছাবৰ‌ বাবে
@apsdarrang4974
@apsdarrang4974 2 жыл бұрын
৫:৩০ বজাত দিয়া হ'ব । নাজানো আমাৰ সন্মানীয় তথা মৰমৰ নিতুমনি হতক "মায়া" ই মায়াৰ যাদুৰে মোহিত কৰিব পাৰে নে নোৱাৰে ?
@nitumonisaikia7425
@nitumonisaikia7425 2 жыл бұрын
@@apsdarrang4974 আপোনাৰ ‌সকলোবোৰ ছুটি‌ ছবিয়ে মনত বহুতো উৎসা ‌আৰু আনন্দ দিছে লগতে আজিকালি সমাজত ‌ঘটি ‌থকা বহুতো‌ সচা ঘটনা আপোনাৰ ‌কাহিনী বোৰত‌ দেখিবলৈ ‌আৰু‌ উপভোগ কৰিব ‌পাইছো নিচ্ছয় "মায়া"‌ ছবিখনে‌ মায়াৰ যাদুৰে আমাক‌ সকলোকে মোহিত‌ কৰিব ।
@trishnavloge6416
@trishnavloge6416 2 жыл бұрын
Love from Dergoan ❤
@apsdarrang4974
@apsdarrang4974 2 жыл бұрын
Thank you Trishna . Please subscribe and share
@megamind8625
@megamind8625 Жыл бұрын
ছুটিং কত হয়?
@apsdarrang4974
@apsdarrang4974 Жыл бұрын
দৰং জিলাৰ দলংঘাট, লক্ষীমপুৰ , মহলীয়া পাৰা,চমতীয়াপাৰা .. আদি বিভিন্ন অঞ্চলত।
@purnimabegum9454
@purnimabegum9454 2 жыл бұрын
Moinajonik bht mrm lage
@apsdarrang4974
@apsdarrang4974 2 жыл бұрын
মই না আমাৰ সকলোৰে নয়নমনি
@assamesejitumix8396
@assamesejitumix8396 2 жыл бұрын
Joldi diya dada plz
@apsdarrang4974
@apsdarrang4974 2 жыл бұрын
Don't worry . ৫:৩০ বজাত পাই যাবা
@nayamonibirnam
@nayamonibirnam 2 ай бұрын
Soundr problem kio hoi baru
@HirenBoro-d3f
@HirenBoro-d3f 4 ай бұрын
😅😅.
@assamesejitumix8396
@assamesejitumix8396 2 жыл бұрын
Plz aru new vedo dia
@apsdarrang4974
@apsdarrang4974 2 жыл бұрын
শণিবাৰ ১৭ চেপ্তেম্বৰ ২০২২ তাৰিখে সন্ধিয়া ৬:০০ বজাত এখন নতুন চুটি ছবি ৰিলিজ দিয়া হ'ব, নাম-------" জাল" ।
@puspagowala6245
@puspagowala6245 Жыл бұрын
Bmobmon❤bmnowert❤
@kela__bhy
@kela__bhy Жыл бұрын
Fkmzskmb❤😅😢😮🎉
@rumikakati4761
@rumikakati4761 2 жыл бұрын
Nice
My Daughter's Dumplings Are Filled With Coins #funny #cute #comedy
00:18
Funny daughter's daily life
Рет қаралды 35 МЛН
버블티로 부자 구별하는법4
00:11
진영민yeongmin
Рет қаралды 23 МЛН
Сюрприз для Златы на день рождения
00:10
Victoria Portfolio
Рет қаралды 2,4 МЛН
BOXONTO 2024(Jeng Bihu)||RANJITA BHARADWAJ|SHATARUPA DEVI|SEWALI DEVI|LIMI DEVI||#assam
5:42
RANJITA BHARADWAJ(R.B Production)
Рет қаралды 48 М.
Aghat// Assamese Short Film 2022 //
19:25
APS Darrang
Рет қаралды 88 М.
Rashlila || EP- 98 | 23-10-2024 ||
18:16
Rengoni TV
Рет қаралды 13 М.
KUWOLI || EPISODE 26 || SPONDON TV
19:55
Spondon Tv
Рет қаралды 17 М.
My Daughter's Dumplings Are Filled With Coins #funny #cute #comedy
00:18
Funny daughter's daily life
Рет қаралды 35 МЛН