অৰ্ণৱৰ ভণ্ডামি! NEET কেলেংকাৰীত চৰকাৰৰ হৈ ওকালতি ৰাহুললৈ বাঘ চকু!

  Рет қаралды 21,413

NorthEast Now

NorthEast Now

Ай бұрын

🔴গোদী সাংবাদিক অৰ্ণৱৰ ভণ্ডামি!
🔴NEET কেলেংকাৰীক লৈ প্ৰশ্ন কৰিব লাগে চৰকাৰক!
🔴প্ৰশ্ন কৰিব লাগে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানক!
🔴প্ৰশ্ন কৰিব লাগে দেশৰ শিক্ষা ব্যৱস্থাটোক!
🔴বিপৰীতে প্ৰতিবাদৰতঃ ছাত্ৰ-ছাত্ৰীৰ কাষত থিয় দিয়া ৰাহুল গান্ধীক হে বিপদজনক আখ্যা দি
🔴অৰ্ণৱ গোস্বামীৰ মন্তব্য "ৰাহুল প্ৰিয়ংকাক ৰাজনৈতিক মুনাফা আদায় কৰাৰ সুযোগ দিব নালাগে ছাত্ৰ-ছাত্ৰীয়ে!___________________________________
Like, share and subscribe our channel.
Follow us on:
Facebook - nenownews/
Twitter - NENowNews/
Instagram - northeast.now

Пікірлер: 199
@dipakbaruah8987
@dipakbaruah8987 29 күн бұрын
অৰ্নভ গোস্বামী অসমৰ এটা কুলাঙ্গাৰ । মোদী আৰু গোদী মিডিয়াৰ বৰপুত্ৰ এইটো অসমৰ বিষবাষ্প ।
@democraticfreedom-g7q
@democraticfreedom-g7q 29 күн бұрын
Arnab Godi
@mamonichetia306
@mamonichetia306 29 күн бұрын
একেবাৰেই খাটাঙ
@jayaborah2926
@jayaborah2926 29 күн бұрын
@@mamonichetia306 ঠিক কৈছে, এখেতে পাপন মহন্তক লৈয়ো মিছা বিতৰ্কৰ সৃষ্টি কৰিছিল।
@hiranmoydas2730
@hiranmoydas2730 24 күн бұрын
অসমৰ কুলাঙ্গগাৰ।নিলাজ, ভৰি চেলেকা।
@Bituponborah525
@Bituponborah525 22 күн бұрын
Arnab godi media
@jibongogoi6940
@jibongogoi6940 29 күн бұрын
অৰ্ণৱ গোস্বামী পাগল হৈছে l ই অসমৰ আৱৰ্জনা ৰাহুল গান্ধী জিন্দাবাদ l
@user-dg4vz2sl1k
@user-dg4vz2sl1k 29 күн бұрын
ৰাহুল গান্ধী দাঙৰিয়া জিন্দাবাদ জিন্দাবাদ বিৰোধী জিন্দাবাদ জিন্দাবাদ
@sibajisarkar1009
@sibajisarkar1009 29 күн бұрын
অৰ্ণৱ গোস্বামী ভৰি ছেলেকা হে।
@sanatankalita9086
@sanatankalita9086 29 күн бұрын
ইংৰাজী হিন্দী কব জানিলেই সাংবাদিক নহয়। নৈতিকতা নাথাকিলে তাক বোলে ভণ্ডেশ্বৰ
@As05870
@As05870 29 күн бұрын
এই জন অসমীয়াক লৈ আমি বৰ লাজ পাও দেশ বাসীৰ ওচৰত। সঁচাকৈ অসমৰ আটাইতকৈ কু সন্তান হল এই অৰ্ণৱ । টকাৰ বাবে ইহঁতে কাপোৰ খুলি ৰাস্তাত নাচিব।
@mamonichetia306
@mamonichetia306 29 күн бұрын
সচাঁই
@YVJSR
@YVJSR 28 күн бұрын
Hoi😢😡
@jayaborah2926
@jayaborah2926 29 күн бұрын
অসত্য, অন্যায়, অধম, পুত্ৰ শ্নেহত অন্ধ্ৰ ধৃতৰাষ্ট্ৰয় দূযোধনৰ প্ৰতিটো কথা সমৰ্থন কৰা বাবেইটো এশ কৌৰৱৰ ধ্বংস হ'ল।😭
@user-dg4vz2sl1k
@user-dg4vz2sl1k 29 күн бұрын
ৰাহুল গান্ধী জিন্দাবাদ জিন্দাবাদ ৰাহুল গান্ধী ভাৰতৰ গৌৰৱ হয়
@bipinchandraphukan1452
@bipinchandraphukan1452 29 күн бұрын
এওঁ ভণ্ড স্বাৰ্থপৰ গোডী সাংবাদিক।
@democraticfreedom-g7q
@democraticfreedom-g7q 24 күн бұрын
Arnab Godi... A Modi's comedian
@pankajhhazarika8158
@pankajhhazarika8158 29 күн бұрын
অৰ্ণৱ বোলাটো বিজেপিৰ দালাল হোৱাটো নতুন কথা নহয়।
@imdadali9519
@imdadali9519 29 күн бұрын
দাদালি সাংবাদিক।
@bimangogoi2512
@bimangogoi2512 29 күн бұрын
অৰ্ণব অসমৰ এটা জহৰনামে যোৱা সাংবাদিক।(আৱৰ্জনা)
@BirenendraNathBarman-uk8bu
@BirenendraNathBarman-uk8bu 29 күн бұрын
Oi অৰ্ণৱ,দালালি ৰ চূড়ান্ত পইন্ট চুইচা ।অসমীয়া বুলি পৰিচয় দিবলৈ laz লাগিছে।
@user-eq9fu2qj3n
@user-eq9fu2qj3n 29 күн бұрын
এই টো বিজেপি ত বিক্ৰী যোৱা সাঙবাদিক
@atimaramorpitrimatriguru8543
@atimaramorpitrimatriguru8543 29 күн бұрын
দালাল দালাল দালাল হয় এই ভূষণটো বৰ সুন্দৰ দেখিছো দূৰৰপৰা ।
@purbakantabarman431
@purbakantabarman431 29 күн бұрын
অ্ণৱ এজন গোদী মিডিয়া এংকৰ।এইসকল অতি ভয়ানক ব্যক্তি,নিজে ৰাজপুৰিত থাকি সাধাৰণ জনতাক জ্বলাই ভৰাই তেওঁ লোকৰ কাম।
@user-sn5ci6fd5g
@user-sn5ci6fd5g 29 күн бұрын
এই জনৰ বাতৰী আমাৰ অঞ্চলৰ ৰাইজে "পুছটাহে ভাৰতৰ "পৰা বাদ দিছে।
@mompicakevilla9395
@mompicakevilla9395 29 күн бұрын
From Assam… sai ase nirobo homoyot hisap dibole haju 😊
@debenborah1483
@debenborah1483 29 күн бұрын
ফালতেই সাংবাদিক অণব,গোস্বামী
@NaliniBorah-rm4uf
@NaliniBorah-rm4uf 29 күн бұрын
Nobody believes you arnabji
@dipakgogoi5084
@dipakgogoi5084 29 күн бұрын
সুবিধাবাদীৰ চুড়ান্ত ৰূপ প্ৰতিফলন ঘটিছে অৰ্ণৱ গোস্বামীৰ বিশ্লেষণত।
@sitadeviray5007
@sitadeviray5007 29 күн бұрын
Congress jeendabad
@jagannathdas484
@jagannathdas484 29 күн бұрын
অ সহনীয়,নিৰলজ্জ আৰু অবিস্মৰণীয় কাৰণ এনেদৰেই অসমত মানক আনিছিল বদনে আৰু সাঙবাদিক জগত ত কলঙকীত কৰিলে এইজনায়। পঢ়িক্ষাৰ্ঠিৰহৈ দালাল কৰে,কৰিৱয়দে কাৰণ তেওঁ কলেজ পঢ়িচে নোলেজ পঢ়া নায়, খলনায়ক বাবাই।
@NazrulIslam-hp3jh
@NazrulIslam-hp3jh 25 күн бұрын
অৰ্ণৱৰ DNA পৰীক্ষা কৰিব লাগিব। তেওঁৰ শৰীৰত কুকুৰৰ DNA থাকিব লাগে যেন অনুমান হয়।
@MonumotiDeori-gp1pj
@MonumotiDeori-gp1pj 29 күн бұрын
Congress zindabad
@bhagabansarma8679
@bhagabansarma8679 29 күн бұрын
Why does Arnab Goswami want to make the students Munna Bhai Doctors?
@rajivgogoiwarrens6290
@rajivgogoiwarrens6290 29 күн бұрын
What this Goswami is doing is dengerous for the nation.
@arpitadutta9888
@arpitadutta9888 29 күн бұрын
Dalal
@dhrubajyotihazarika8368
@dhrubajyotihazarika8368 29 күн бұрын
Dalal hoi
@BhumidharNath-im7ml
@BhumidharNath-im7ml 26 күн бұрын
সাংবাদিক সকল নিৰপেক্ষ হোৱা উচিত। কোনো দল নাইবা কোনো নির্দিষ্ট বেক্তিক এক পক্ষীয় ভাবে সমৰ্থন কৰা অনুচিত। টকাৰ লোভত একপক্ষীয় হলে বিপদ অনিবার্য। কেলেংকাৰীৰ টকাৰ ভাগ অৰ্নবে পায় নিশ্চয়ই।
@bmohanta9007
@bmohanta9007 29 күн бұрын
Arnab ata pravu vakta puhonia jontu😂😂😂 ... Nam Tu ki najanu hei jontu tur😅😅😅
@gopalbiswas1990
@gopalbiswas1990 25 күн бұрын
আপোনালোকে ৰাজহুৱা কৰা খবৰ বোৰ সাধাৰণ মানুহৰ বাবে গুৰুত্বপূৰ্ণ।
@diliphazarika8581
@diliphazarika8581 29 күн бұрын
দুষ্ট বুদ্ধিৰ সাংবাদিক এইজন ইংৰাজী কলেই নহব
@kusholbhuyan4221
@kusholbhuyan4221 24 күн бұрын
Excellent reporting about neet
@sayednozibullah1094
@sayednozibullah1094 29 күн бұрын
Arnab ata pagol
@ritikdihingia5918
@ritikdihingia5918 26 күн бұрын
Great.
@rajtilak6084
@rajtilak6084 29 күн бұрын
মুখ থাকিল বুলি ভুকভুকনকরিবি
@MinakhiDoley-if9cl
@MinakhiDoley-if9cl 25 күн бұрын
এই কমেন্টবোৰ অৰ্নব গোস্বামীয়ে চাইনে ?যদি পঢ়ে তেন্তে অৰ্নব তুমি যে কাৰোবাৰ দালাল হয় এইটো এইদৰে নতশীৰে স্বীকাৰ কৰাৰ বাবে তোমাক ধন্যবাদ ।
@user-dh1mc5zf7r
@user-dh1mc5zf7r 27 күн бұрын
এই জনক অসমীয়া বুলি কবলৈ লাজ লাগে। সাহসী সাংবাদিকতা কৰি অসমীয়া বুলি ভাৰতীয় জনতাক দেখাওক আমি গৌৰৱ অনুভৱ কৰিম। দালাল নকৰিব অনুৰোধ জনালো।
@jayadeka-pm7qf
@jayadeka-pm7qf 26 күн бұрын
Arnab. .is a. Selfishman ,
@TCF573
@TCF573 29 күн бұрын
Modir sakor 😅😅
@TCF573
@TCF573 29 күн бұрын
NEET pe sorssa kor modie
@rajuassamvlog514
@rajuassamvlog514 26 күн бұрын
অণব গোস্বামীয়ে যদি বিজেপি হৈ নিৰ্বাচনৰ প্ৰচাৰ চলাই তেন্তে বিজেপি অসনৰ সংখ্যা যিকেইখন আছে সেই কেইখনো নোহোৱা হৈ পৰিব।
@atimaramorpitrimatriguru8543
@atimaramorpitrimatriguru8543 29 күн бұрын
Northeast now jindabad
@janardanbora2803
@janardanbora2803 27 күн бұрын
অৰ্ণৱ এটা বিজেপিৰ দাল্লা বুলি দেশৰ জনতাই ভাল কৈ বুজি পায় সেইবাবে জেইল গৈ আহিছিল আকৌ যাব আৰু বেছি দিন নাই😅😅😅
@DilipChaudhury-qi9ge
@DilipChaudhury-qi9ge 13 күн бұрын
ই beta অসমৰ বুলি কৈ থাকে কিন্তু E beta অসমৰ হব ই নোৱাৰে
@litysa4236
@litysa4236 26 күн бұрын
Aji saplisi korabore raaj kori ase😅😅😅
@dr.rupaborah4709
@dr.rupaborah4709 29 күн бұрын
Right
@BUDHU-27
@BUDHU-27 29 күн бұрын
Arnab: the fekuest godi journalist 😂😂😂
@MuslimuddinAhmed-tk2bv
@MuslimuddinAhmed-tk2bv 25 күн бұрын
Hello arnab aponar bapek ajon ahomar babe gourabar Mano oh. Aponi je ajon anekuwa dalal hoise ahomor manohe ketiwau kolpona koriba noware.
@humblehindustani
@humblehindustani 25 күн бұрын
এওঁৰ বাবে অসমীয়া হিচাবে লজ্জিত অনুভৱ হয়।
@HappyKnittingYarn-wx1pw
@HappyKnittingYarn-wx1pw 29 күн бұрын
এইজন মোদীৰ পোকৰ চেলেকা।অসমৰ ভন্দ সাংবাদিক।
@gsbharalibharali7531
@gsbharalibharali7531 25 күн бұрын
good news
@bitoponsonowal9341
@bitoponsonowal9341 27 күн бұрын
We are shame to say that he is belongs from Assam.
@digantadeka7201
@digantadeka7201 28 күн бұрын
Ek number johora e... Axomor banpanir news kimn din dile e😂😂😂
@SultanMahmud-fb5vt
@SultanMahmud-fb5vt 29 күн бұрын
Arnab ja Assam ar loro kawanta mor laj laga
@diptigogoi15
@diptigogoi15 28 күн бұрын
Good
@chittaranjandeka7799
@chittaranjandeka7799 29 күн бұрын
Excellent👍
@user-vq5xl7vx7t
@user-vq5xl7vx7t 29 күн бұрын
It's not fair
@nujrulHoque-yb1hf
@nujrulHoque-yb1hf 26 күн бұрын
ছাত্ৰ ছাত্ৰী বিলাকে এই অৰ্ণৱ.....নামৰ সাংবাদিক দৰি একাষৰ দিবো লাগে
@TCF573
@TCF573 29 күн бұрын
Arnob k thapor dibo lage ... E sorkaror ata dadal hoi khub pitibo lage . Keisatman pale thik hoi jabo
@abdulmannaf5519
@abdulmannaf5519 27 күн бұрын
Dalla, it is a dengerous animal.
@kanakdas7213
@kanakdas7213 26 күн бұрын
অৰ্ণৱ গোস্বামী চাতুকাৰৰ বাহিৰে একো নহয়।৭১ বাৰ প্ৰশ্নকাকত ফাদিল হোৱা কাৰ্যটোৰ এটা বিশ্লেষণ আগবঢ়াব পাৰিছেনে? ওলোটাকৈ প্ৰতিবাদ কৰাজনৰ লেতেৰা ৰাজনীতি দেখা পালে।এনে ধৰণৰ সাংবাদিক সকল গৰিহণাৰ যোগ্য।
@juleassijargames5281
@juleassijargames5281 27 күн бұрын
Tar shabilak sounds nopora
@healthworld9935
@healthworld9935 26 күн бұрын
Arnab is a blue fox .
@lakhantanti5784
@lakhantanti5784 29 күн бұрын
Aijon dalali he ami 6 bosor agor porai janu,,
@subodhbaishya1211
@subodhbaishya1211 29 күн бұрын
GOOD
@bhupenhandique-rv9mb
@bhupenhandique-rv9mb 28 күн бұрын
he is broker.
@AASaikia
@AASaikia 27 күн бұрын
Very nice Dalal of BJP.
@parthaBorah-ur1zw
@parthaBorah-ur1zw 29 күн бұрын
2023-24 t axomt u HS 1st year pepper lick hoi sila😂
@JatinBasumatary-pf5rn
@JatinBasumatary-pf5rn 29 күн бұрын
No need to watch Republic Channel.
@nayandutta8609
@nayandutta8609 29 күн бұрын
Pise apuni ki karise
@mohibulislam148
@mohibulislam148 27 күн бұрын
Brochure of bjp
@mostaquehassan1
@mostaquehassan1 29 күн бұрын
Arnab e ahomok bare bare lojaboto kori se ...... samee samee samee arunab...... samee samee samee
@user-nd7vx3qe8p
@user-nd7vx3qe8p 25 күн бұрын
Dalali.arnab goswami
@khargeswarbaruah8139
@khargeswarbaruah8139 24 күн бұрын
One of the byers Journalist.Spokes person of BJP.
@mayurranjan2889
@mayurranjan2889 28 күн бұрын
He is a sold reporter
@arunchdutta7079
@arunchdutta7079 26 күн бұрын
More 0iling....
@padmadhartalukdar8047
@padmadhartalukdar8047 27 күн бұрын
Who is Arnab Goswami?
@barkhabarman755
@barkhabarman755 25 күн бұрын
A G reporter type nalage bhondo lage
@binoddutta4714
@binoddutta4714 28 күн бұрын
Arnav Goswami is The Kalprit Of Democracy.Godi Media Godi Anchor.
@hairprasaddeori2325
@hairprasaddeori2325 27 күн бұрын
Heitu ata mental
@aminulislam2286
@aminulislam2286 26 күн бұрын
অৰ্ণৱ নামৰ কোনো সাংবাদিক নাই, সাংঘাতিক হে আছে
@SayedaliSarkar
@SayedaliSarkar 26 күн бұрын
Rahul Ghandhi jindabad
@pkvlogs1406
@pkvlogs1406 29 күн бұрын
India alance 🎉🎉🎉🎉🎉
@barkhabarman755
@barkhabarman755 25 күн бұрын
Aidal chehra dekhilei khong uthe
@TankeswarGogoi145
@TankeswarGogoi145 25 күн бұрын
You are a Selfish Arnab
@user-ko5kr9qn9f
@user-ko5kr9qn9f 26 күн бұрын
Rebublic Bharat news muthersod news chenel
@prasannakumardas2517
@prasannakumardas2517 25 күн бұрын
আপোনাকো দালাল যেনে লাগিছে।
@rajeshkutum7018
@rajeshkutum7018 25 күн бұрын
Rahul gandhi zindabad
@bagadbilla452
@bagadbilla452 29 күн бұрын
Rahul Gandhi zindabad
@RishabBiver
@RishabBiver 28 күн бұрын
Liyer
@rajuassamvlog514
@rajuassamvlog514 26 күн бұрын
সংবাদ জগতৰ সৰ্বশ্ৰেষ্ঠ দালাল সাংবাদিক জন তেৱেই।
@hirakrocks567
@hirakrocks567 29 күн бұрын
Eitu etah faltu.
@lilarammech9721
@lilarammech9721 29 күн бұрын
Arnav khatrat haba lagisil
@biswanathtanti4385
@biswanathtanti4385 29 күн бұрын
Dalal the great .
@LiaAoborpatragohain-ms8zp
@LiaAoborpatragohain-ms8zp 29 күн бұрын
Arnab Goswami e Axom pahori le. Odorkari kothabilak boloki thake, Arnab Goddi number 1.
@salimhussain4907
@salimhussain4907 29 күн бұрын
Arnb 🐐
@radhachura11
@radhachura11 29 күн бұрын
Gunda aru social black mailer no 1
@abdulmannanahmed787
@abdulmannanahmed787 29 күн бұрын
He is a fawning toady of BJP.
ПРОВЕРИЛ АРБУЗЫ #shorts
00:34
Паша Осадчий
Рет қаралды 6 МЛН
Heartwarming Unity at School Event #shorts
00:19
Fabiosa Stories
Рет қаралды 19 МЛН
تجربة أغرب توصيلة شحن ضد القطع تماما
00:56
صدام العزي
Рет қаралды 59 МЛН
Scary Teacher 3D Nick Troll Squid Game in Brush Teeth White or Black Challenge #shorts
00:47
ПРОВЕРИЛ АРБУЗЫ #shorts
00:34
Паша Осадчий
Рет қаралды 6 МЛН