অৱশেষত ধৰা পৰিল গৌতম আদানি ; প্রশান্ত ৰাজগুৰুৰ ‘সাৰাংশ’

  Рет қаралды 25,446

Prag News

Prag News

Күн бұрын

Пікірлер: 67
@santanubaruah2649
@santanubaruah2649 12 сағат бұрын
আপোনাৰ এই দু: সাহসীক আৰু ৰাইজক প্ৰকৃত তথ্যৰ সম্ভেদ দিয়াৰ সততাৰ বাবে আজীৱন ঋণী হৈ ৰ'ম। এনে সততা দেশ জাতীৰ বাবে বৰ প্ৰয়োজন হৈছে। নহ'লে 'সততা' ধূলি হৈ নি:শেষ হৈ যাব !!!
@PabitraTeron-bi1xx
@PabitraTeron-bi1xx 10 сағат бұрын
ধন্যবাদ, আপোনালোকে সদায় সত্য বাতৰি বোৰ দৰ্শকক দেখুৱাই দিয়ে । গৌতম আদানী যিমান ওপৰত উঠিলেও, এদিন তাতকৈ বেছি তলত নমিব । সত্য কেতিয়াও লুকাই নাথাকে ।
@anathrabha6385
@anathrabha6385 7 сағат бұрын
অতি সুন্দৰ ভাৱে বাখ্যা কৰাৰ বাবে ধন্যবাদ।
@sanjoybhuyan6055
@sanjoybhuyan6055 10 сағат бұрын
বহুত ধন্যবাদ।
@Kahinur-sh6zk
@Kahinur-sh6zk 11 сағат бұрын
ধন্যবাদ | সকলোকে সহজভাৱে বুজাই দিয়াৰ বাবে | স্মাৰ্ট মিটাৰৰ ৰহস্য অনুসন্ধান কৰি পোহৰলৈ আনিলে ভাল হয় |
@Samonnoy
@Samonnoy 7 сағат бұрын
সেই কাৰণে বিদ্যুতৰ বিল ইমান বেছি আহি আছে ৰাইজৰ
@SatymevaJayate007
@SatymevaJayate007 3 сағат бұрын
অতি গুৰুত্বপূৰ্ণ বিষয় সাৱলীল ৰূপত উপস্থাপন কৰিলে ❤
@nilutpaldas8659
@nilutpaldas8659 5 сағат бұрын
ধন্যবাদ ৰাজগুৰু দা , সত্য উপস্থাপন কৰি আদানীৰ বিৰুদ্ধে ৰাইজক সুন্দৰকৈ বুজাই দিয়াৰ বাবে ।
@jebeen
@jebeen 18 сағат бұрын
ধন্যবাদ। সুন্দৰভাৱে সকলো বাখ্যা কৰিছে।
@SadanandaChamuah
@SadanandaChamuah 17 сағат бұрын
ধন্যবাদ প্ৰশান্ত ডাঙৰীয়া ।আদানিৰ বৃত্তীয কেলেংকাৰীৰ সবিশেষ বিশ্লেষণ ডাঙি ধৰাৰ বাবে ।
@JinuBorgohain-y6n
@JinuBorgohain-y6n 11 сағат бұрын
আপোনাক বহুত ধন্যবাদ জনালো।আপুনি সাহসিকতাৰে সকলোৰে বোধগম্য হোৱাকৈ কথাবিলাক দাঙি ধৰিলে, বহু কথাই বুজি পালো, এইটোও বুজিলো এখন দেশৰ মূৰব্বী,এটা সংস্থাৰ মূৰব্বীয়ে কেনেকৈ নিজৰ স্বাৰ্থৰ বাবে কি কৰিব নোৱাৰে।
@RamanSaikya
@RamanSaikya 12 сағат бұрын
সহজ সৰল ভাষাত সকলোৰে বোধগম্য হোৱাকৈ বিশ্লেষণ কৰাৰ বাবে ধন্যবাদ জনালো,🙏
@MuhammadHussain-mv2gq
@MuhammadHussain-mv2gq 23 сағат бұрын
Very big news and information
@JibakantaDoley-dx4xe
@JibakantaDoley-dx4xe 11 сағат бұрын
আদনিৰকেলেংকাৰিৰ মূল নায়ক ভাৰতৰ বি জে পি নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰক খন ।
@anilgoswami2238
@anilgoswami2238 57 минут бұрын
✌✌✌✌✌✌✌✌✌✌
@SatymevaJayate007
@SatymevaJayate007 3 сағат бұрын
APDCL কেলেংকাৰীৰো তদন্ত হ’ব লাগে
@phanidharthakuria588
@phanidharthakuria588 12 сағат бұрын
Thank you sir
@BinodPathak-dv9zj
@BinodPathak-dv9zj 15 сағат бұрын
গৌতম আদানীৰ পৰা বিদ্যুত ক্ৰয় আৰু স্মাৰ্ট মিটাৰৰ বাবে অধিক হাৰত বিদ্যুত মাছুলৰ লগতে বিভিন্ন কৌশলেৰে সাধাৰণ গ্ৰাহকৰ পৰা টকা আদায় কৰে ডকাইতৰ নিচিনাকৈ। এই আদানীৰ লগত মোদীৰ বন্ধুত্বৱে আচলতে কি বুজায়....। সেয়ে অসমৰ জনগণে অধিক হাৰত বিদ্যুতৰ মাছুল পৰিশোধ কৰিব লগা হৈছে।
@dilipkrsharmah3384
@dilipkrsharmah3384 9 сағат бұрын
Dhanyawad
@NirmalNirmalpegu
@NirmalNirmalpegu 9 сағат бұрын
Very good news
@parashmanibaishya3356
@parashmanibaishya3356 12 сағат бұрын
আদানি ভাৰতবৰ্ষত নিসিদ্ধ হবনে সেয়া হে দাঙৰ প্ৰশ্ন ?😂😂কাৰণ আমাৰ দেশত king can do no wrong নিতি প্ৰযোজ্য নহয়।
@AbulSarkar-zw7js
@AbulSarkar-zw7js 17 сағат бұрын
প্ৰশান্ত ৰাজগুৰুৰ জ্ঞান ভাণ্ডাৰৰ প্ৰতি শ্ৰদ্ধা থাকিল, এই চোৰ, ডকাইতৰ দলক শাসন কাৰ হ'ল চৰকাৰ যদি চৰকাৰে এই বোৰৰ প্ৰতি সহানুভূতিশীলেই নহয় তেন্তে বুজিব লাগিব এই চৰকাৰ আদানীৰ শত্ৰু আৰু যদি নীৰৱে নাথাকি বিৰুদ্ধে প্ৰতিবাদ কৰে তেন্তে কথা টো বেয়া হ'ব।
@--tg--jack--7957
@--tg--jack--7957 13 сағат бұрын
Good News
@Gunakantaboruah-up5vc
@Gunakantaboruah-up5vc 13 сағат бұрын
Good morning.good news.
@Sunitkrsaikia
@Sunitkrsaikia 13 сағат бұрын
সুন্দৰ বশ্লেষন । আমাৰ গোটেই আলুতোৱেই গেলা ।
@sailendranathdeori7467
@sailendranathdeori7467 15 сағат бұрын
অসমত currentৰ হৈ হাললা ইয়ে কাৰণ নেকি,,,,,
@BB-qt1xt
@BB-qt1xt 23 сағат бұрын
Thank you 👍
@rambalram2610
@rambalram2610 23 сағат бұрын
বাতৰি টোত সকলো দিশ সামৰি লোৱা হৈছে... মই ভাবিছিলো মাধবি পুৰি বোৎচ সাৰি গল নেকি... কিন্তু শেষত তেওঁকো সামৰি লোৱা দেখা গল....😊😊 এতিয়া কথা হল বিপক্ষ নিমাত কিয় 🤔🤔🤔 2g scam ৰ নামত, কয়লা scam ৰ নামৰ কংগ্ৰেছক শাসনৰ পৰা আটৰালে বিজেপি এ...গোটেই দেশত কংগ্ৰেছ চুৰ বুলি প্ৰচাৰ চলালে...😮😮😮 কিন্তু এতিয়া কংগ্ৰেছে বিজেপি ক একো কৰিব পৰা নাই....😊😊 এই বাতৰি টোৰ পৰাই বুজক আটছে দিন কাৰ আহিল....😊😊😊 SBI ত আপোনালোকে জমা কৰা পইছা ৰে কোনে ব্যবসাই কৰিছে....🤔🤔 আৰু বোম্বেৰ ধাৰাভিত নিৰ্মাণ হব লগা শ্লাম সকলৰ ঘৰৰ অট্টালিকা আদানিয়ে কেনেকৈ পালে বা ইয়াত খৰচ হব লগা ঘন আদানীয়ে কৰ পৰা পাব...🤔🤔🤔 সকলো ৰাইজে জনা প্ৰয়োজন 🙂🙂🙂
@Jaduram-o7p
@Jaduram-o7p 16 сағат бұрын
ইমান কেলেংকাৰী থকাৰ পিছতো আমাৰ শাসক সকলে সদনত আলোচনাই নকৰে। ইয়াত চৰকাৰো জড়িত আছে। বিচাৰ ৰাইজৰ হাতত। সেই কাৰনে কোনো দলৰ অনধ ভক্ত হব নালাগে। এই খনেই আমাৰ নিকা চৰকাৰ নেকি?
@nawanitapator3572
@nawanitapator3572 13 сағат бұрын
তোমাৰ কেলেংকাৰীৰ হলে কি সদনত আলোচনা হব লাগিব নেকি?
@mineswardutta722
@mineswardutta722 5 сағат бұрын
Thanks to you for given information.
@rajusarma9691
@rajusarma9691 5 сағат бұрын
বহুত ভাল লাগিল অলোচনা।
@TribeniKhanikar
@TribeniKhanikar 2 сағат бұрын
Thanks prag for brilliant discussion
@hairprasaddeori2325
@hairprasaddeori2325 14 сағат бұрын
Thanks
@debenchandrakalita6251
@debenchandrakalita6251 23 сағат бұрын
Thank you
@UpenDeka-t9r
@UpenDeka-t9r 4 сағат бұрын
Very good 👍👍👍 Salute to you sir
@taradoi7957
@taradoi7957 17 сағат бұрын
মোৰ মনৰ দৃষ্টিৰে---------------- যিকম সঁচা কম ।-------- গৌতম আদানীৰ দৰে তেজপিয়াহতে মানুহৰ পৰা তেজ শোষন কৰি মানুহক কোঙা কৰি পেলাই ছে আৰু তাত ৰাজনৈতিক নেতা সাঙুৰ খাই পৰাটো বৰ লীজৰ কথা ।
@bishaldas3964
@bishaldas3964 4 сағат бұрын
Modi hataoo Desh bachao
@anilgoswami2238
@anilgoswami2238 55 минут бұрын
২০০ % সত্য আৰু বাস্তৱ ✌✌✌✌✌✌✌
@mineswardutta722
@mineswardutta722 5 сағат бұрын
Moja
@chandanbarman927
@chandanbarman927 3 сағат бұрын
Bujai diyar babe dhanyabad
@dianuddinahmed5046
@dianuddinahmed5046 15 сағат бұрын
MODI ADANI BHAI BHAI, SO NO ENQUIRY IN INDIAN UNION. MOST CORRUPTED GUJRATI. MODI IS INVOLVED SO ADANI IS SAFE AT INDIA
@MintuBoruah-xn3sj
@MintuBoruah-xn3sj 5 сағат бұрын
Magic oh
@punyarajkhowa1358
@punyarajkhowa1358 4 сағат бұрын
Apdcl ao high ratot kini amak marise neki
@ziaburrahman9591
@ziaburrahman9591 22 сағат бұрын
Nice media
@pabindas6525
@pabindas6525 2 сағат бұрын
Smart mitarr nam Adani mitar rakhile Kene lagib
@ajitdeka1996
@ajitdeka1996 2 сағат бұрын
Adani and all India govt.sorkar ake neki.
@pabindas6525
@pabindas6525 2 сағат бұрын
Amar faleo bhag ahiche neki, mane.assamor fale
@jagadishsarmah.3933
@jagadishsarmah.3933 15 сағат бұрын
Gd news 📰. Razhuwa bhabe sasti diok gujrati dhoklak.
@RintuBora-lx4ri
@RintuBora-lx4ri 23 сағат бұрын
Good news
@ablinkandulana-cy8xf
@ablinkandulana-cy8xf 12 сағат бұрын
Shur dogabaj bilake jatiya Amar Dekhor pora dur hobo tetiya he Hanti hobo.
@RakshyaAksh
@RakshyaAksh 16 сағат бұрын
Amar Gautu,Modi k tang k bis kaa main point
@debabratgoawami3061
@debabratgoawami3061 Күн бұрын
Good bjp
@chand8918
@chand8918 23 сағат бұрын
এমাহ হবৰ হল আৰু বাতৰি পঢ়িব আজি সময় পাইছ
@palashdas7385
@palashdas7385 2 сағат бұрын
Many many thnks for good. Information
@mdallauddinshaikh5559
@mdallauddinshaikh5559 Сағат бұрын
Thank you sir
@Swarnalatahandique-s1z
@Swarnalatahandique-s1z 10 сағат бұрын
Good news
Lazy days…
00:24
Anwar Jibawi
Рет қаралды 8 МЛН
Smart Sigma Kid #funny #sigma
00:33
CRAZY GREAPA
Рет қаралды 32 МЛН
Quilt Challenge, No Skills, Just Luck#Funnyfamily #Partygames #Funny
00:32
Family Games Media
Рет қаралды 46 МЛН
FOREVER BUNNY
00:14
Natan por Aí
Рет қаралды 37 МЛН
CHHARA NUPUI TUR KAN TLAWH THUT
17:18
FTH Official
Рет қаралды 45 М.
Lazy days…
00:24
Anwar Jibawi
Рет қаралды 8 МЛН