অৱশেষত মুখ খুলিলে আছুৰ সাধাৰণ সম্পাদক শংকৰ জ্যোতি বৰুৱাই

  Рет қаралды 130,198

NKTV PLUS

NKTV PLUS

Күн бұрын

Пікірлер: 606
@bornalihazarika448
@bornalihazarika448 Ай бұрын
শুনা ভাইটি আৱেগৰ লগত খেলা খেলিলে আজিহে শান্তি পাবা ৷পিছত কিন্তু তুমি সচা ভালপোৱা ছোৱালীজনীক ঠগা গোটেই জীৱনটো ভুগিবা ৷পইচা ,সন্মান তুমি আজি আছুত আছা বুলিহে পাইছা ৷জীৱনটো চিনেমা চিনেমা কৰি নলবা ৷তুমি ঘূৰি ফুৰা লৰা ৷আজিকালি এনেকৈ সচা ভালপোৱা ছোৱালী নাপাবা ৷ভাৱি চাবা ৷ভাইটি বুলিয়ে কলোঁ আৰু ৷ধৈৰ্য্য ধৰাচোন ৷সকলো সমস্যা সমাধান কৰি লোৱা ৷যদি ভৱিষ্যতটো উজ্জ্বল কামনা কৰা ৷
@PALL-si5tc
@PALL-si5tc Ай бұрын
Completely ktha bur njnakoi aku kbo nuari, kar vul ,kar xuddho.Break up huar bhut reason thakibo pare , চব ক্ষেত্ৰত লৰা ৰে ভূল বুলি কব নোৱাৰি। বহুত ক্ষেত্ৰত দেখা যায় ছোৱালী এজনী ও এজন সঁচা কে ভাল পোৱা লৰাক এৰি বেলেগৰ লগত বিয়া হৈ গুচি যায়, পইচাৰ লোভত,তেতিয়া টো লৰা জনে police ৰ ওচৰত complain দিব নোৱাৰে।গতিকে ভাল দৰে কথাবোৰ জআনিহে কব পৰা যাব কোনে কক কিমান ভাল পাইছিল (নে পইচাৰ লুভত)
@pradipkumarkalita99
@pradipkumarkalita99 Ай бұрын
মানুহৰ মাজত ওলাবলৈ লাজ লগা নাই? যিমানেই চাফাই নিদিয় কিয় ,আপোনাৰ আচল চৰিত্ৰ আজি আৰু কোনেও নজনাকৈ থকা নাই, কিন্তু মানুহক বুৰ্বক বনাবলৈ চেষ্টা নকৰিব।
@BhabaniGogoiHazarika
@BhabaniGogoiHazarika Ай бұрын
যদি প্ৰেমত বিচ্ছেদ হোৱাতোকে ইমান বেয়া কথা বুলি ভাবিছে তেন্তে বিয়া পাতি এৰি দিয়াতোক কিবুলি কব?আমাৰ প্ৰধানমন্ত্ৰীয়েতো এটা উদাহৰন।
@Chinmoy_kohli_18
@Chinmoy_kohli_18 Ай бұрын
​@@BhabaniGogoiHazarika টোপনিৰ অভিনয় কৰা মানুহক পানী ঢালিও জগাব নোৱাৰি।
@GunamoniDutta-r6o
@GunamoniDutta-r6o Ай бұрын
Spostikoron Diya babe dhonyabad.
@happyboy4579
@happyboy4579 Ай бұрын
E hotr kot las lagebo e hates asssamor men of da Hero nohoi janu
@dilipkumarbania7346
@dilipkumarbania7346 Ай бұрын
ছোৱালীজনীৰ সাহসিকতাক ধন্যবাদ দিছো। আচুৰ এনেবোৰ কাৰ্য্য অসম আন্দোলনৰ সময়ৰ পৰাই আৰম্ভ হৈছিল। সমাজে এনে ব্যক্তি বোৰক চিনি পোৱা দৰ্কাৰ। আৰু সেয়াই হব সমাজৰ সংস্কাৰ।
@nirmaldoley3697
@nirmaldoley3697 Ай бұрын
100% Hosa koise bro
@Muun_u5
@Muun_u5 Ай бұрын
Soali joni over acting kori ase ....biya napato kuat atiya aibor agote ki vul bor dekhiu nedekha hoi asil ....haha de kolei pati disil bonori a
@aswinikumardas3188
@aswinikumardas3188 Ай бұрын
ছোৱালী জনীয়ে কোৱা কথা বোৰ সঁচা ।
@Bhal_lora
@Bhal_lora Ай бұрын
সকলোখিনি দোষ সদায় ল'ৰাজনৰে নহয়। দেশৰ আইন ব্যৱস্থাত সংশোধনৰ প্ৰয়োজন। সম্পৰ্ক এটা বিভিন্ন কাৰণত শেষ হ'ব পাৰে। ছোৱালী এজনীয়ে যেতিয়া সম্পৰ্ক এটা শেষ কৰি বেলেগৰ লগত বিয়া হৈ গুচি যায়, ল'ৰাজনেতো তেতিয়া আৰক্ষীৰ ওচৰত গৈ কোনো অভিযোগ দাখিল কৰাৰ ব্যৱস্থা নাই। আইন সংশোধন কৰক, সমতাৰ অধিকাৰ অকল মহিলাৰে নাই, পুৰুষৰো আছে।
@nondeswarkaman4407
@nondeswarkaman4407 Ай бұрын
Right
@PALL-si5tc
@PALL-si5tc Ай бұрын
যুক্তি সনংগত ✅👍
@NamitaBora-xf8lf
@NamitaBora-xf8lf Ай бұрын
তোমাক ভাল লাগিছে সচা কথাবোৰ খূলী কোৱা বাবে।ভূলবোৰ শুদ্ধৰাই লোৱা সকলো ভাল হব। দোষ কৰি সচা কব পৰা জন হে আচল মানুহ ।কোৱাই কৈ থাকিব দিয়া।
@vikramborgohain1910
@vikramborgohain1910 Ай бұрын
প্ৰেম শাৰিৰীক সম্পৰ্ক আৰু পতাৰণাৰ বিষয়ত এখন বিশেষ কঠোৰ আইনৰ বহুত প্ৰয়োজন আছে,,, আধুনিক যুগত 😎😎😎
@putulchgayan
@putulchgayan Ай бұрын
উচিত তদন্ত হওক দুয়োজনৰে ।
@BapuSun-bj9kb
@BapuSun-bj9kb Ай бұрын
তহঁতৰ আছুৰ বুঢ়া গৰুবিলাকে দাৰি পকালৈকে এনেকৈ বাহিৰা সম্পৰ্ক ৰাখি কেইজনী ছোৱালীক ব্যৱহাৰ কৰি এৰি দিয়ে। সেয়া মুখা খুলি পেলালে। আছু কৰে বহুত ছোৱালীক প্ৰেমৰ নামত দেহৰ তৃপ্তি লয়। তোৰ কি তথ্য আছে - ছোৱালীজনীক পুতলাৰ দৰে ব্যৱহাৰ কৰা তথ্য আছেনেকি ?? আছুৰ লিডাৰ দেখুৱাই ফাইডা উঠাই আছিলি এতিয়া নীলাজৰ দৰে কথা কলে মানিমনেকি। তহঁতৰ নিচিনা কিছুমান তথা কথিত ভণ্ডামিবোৰে আছুক বদনাম কৰিছে। আছু এৰ দেহ বেপাৰ কৰ । তোৰ বেপাৰী চৰিত্ৰ ওলালে ।
@renubegum3639
@renubegum3639 Ай бұрын
Yes
@technoinfoworld1727
@technoinfoworld1727 Ай бұрын
Right
@radhabaro2528
@radhabaro2528 Ай бұрын
100
@PodumBorah-d3r
@PodumBorah-d3r Ай бұрын
Right
@pranjitsharma1485
@pranjitsharma1485 Ай бұрын
✅. Right
@MokhtarulIslam-bj9pg
@MokhtarulIslam-bj9pg Ай бұрын
বহুত ভাল বুলি ভাবিছিলো। কিন্তু এতিয়া ফালতু ফালতু লাগে।
@rafikulali4396
@rafikulali4396 Ай бұрын
ঠিক কৈছে,,,প্ৰেম হ'ব পাৰে,,প্ৰেমত কাজিয়া হ'ব পাৰে,,, কাজিয়া হোৱা পিছত নমতাকৈ থকা একো ডাঙৰ কথা নহয়,,,, সংঘাত হয় সেই টো ব্যক্তিগত জীৱনৰ কথা,,,, সেইবুলি এজনক ভুল দি লাভ নাই,,, আৰু সেই ভুল দুয়ো জনে মিলি সমাধান কৰিব লাগে,,,, এইয়া প্ৰেমত সংঘাত হোৱা টো কোনো নতুন কথা নহয়,,, এনে প্ৰেমৰ সংঘাত হাজাৰ হাজাৰ হৈ আছে,, আৰু হাজাৰ হাজাৰ সমাধান কৰি সাংসাৰিক জীৱনৰ পাতনি মেলি আছে
@bibekbhatta254
@bibekbhatta254 Ай бұрын
দুয়োজনকে ভগৱানে মংগল কৰক আৰু সুমতি দিয়ক।
@ViralOfficial-jh6bm
@ViralOfficial-jh6bm Ай бұрын
এতিয়া যিটো পদত আছে তাৰ পৰা এইজনক বহিষ্কাৰ কৰিব লাগে
@point3267
@point3267 Ай бұрын
পিষ্টলটো কিয় দেখুৱাইছিলি । গুণ্ডাগিৰি দেখুওৱাব আহা ।
@radhabaro2528
@radhabaro2528 Ай бұрын
Police kiyo dhora nai
@subharajgogoi7316
@subharajgogoi7316 Ай бұрын
ছোৱালীজনীৰ মতে ৩১ মে'ৰ দিনাই বোলে গুলীয়াবলৈ লৈছিল আৰু গোচৰ দিছে এতিয়া 🤣আইনে বিচাৰ কৰাটো কোন সঁচা কোন মিছা।।।।
@chandanrajbongshi4624
@chandanrajbongshi4624 Ай бұрын
Agor pistol tur guli ses hol sage so atiya beleg pistol uliyaise...😂
@joyridwarha
@joyridwarha Ай бұрын
অৱশেষত নো কি আৰু, অগ্ৰিম জামিন পোৱাৰ পাছত মূখ খুলিছে , তাৰ আগতে আঁতৰি আছিল ।
@commenti5459
@commenti5459 Ай бұрын
মাইকেলৰ পৰা অলপ ট্ৰেইনিং লব লাগিব ইমান সহজ নহয় সদায় ছাত্ৰ হৈ থকা
@jasminbegum69
@jasminbegum69 Ай бұрын
সঁচা কবলৈ বাধ্য কাৰণ যুৱতী গৰাকীৰ হাতত সম্পূৰ্ণ তথ্য আছে...😊 আৰু কিয় আঁতৰি আহিলে সেইটো যুৱতী গৰাকী কোৱাটো সত্য যে আপুনি তাইতকৈ উন্নত আৰু দেখনীয় লগত নতুনকৈ প্ৰেমত পৰিল.....😎
@parthabaruah8627
@parthabaruah8627 Ай бұрын
আপোনাক এনেকুৱা বুলি ভবা নাছিলো। আপুনি আছু ৰ সাধাৰণ সম্পাদক হোৱাৰ যোগ্য নহয়।
@pragyanchutia-l6f
@pragyanchutia-l6f Ай бұрын
Toi juigo kla....2k patim next
@RamGogoi-v2t
@RamGogoi-v2t Ай бұрын
ASUR para regine diyak....moi hom next president......aal kara. tar pisot ....aasur astita aitu neki .....maiki khela..shagbidhan kot gol....aasur leader bono...kam kor ...dealert kam korok...Neta banibo bisaro.....tiket lage ...partyr...MLA banibo....mur akei benchat padha lara ata aji MLA hol...party change kari....congress to BJP...ake ratite tiket pale......Raij hojag howk...leader burok tiket nidibo.....ticket paboloi hole interview dibo lagibo...... Jone paas hoi hi hoba Minister ...MLA...kowksun ....Akhomor pratham....10second answer diyak
@manashjyoutisonowal3537
@manashjyoutisonowal3537 Ай бұрын
তই তাৰ নেগুৰ দালো ডুকি নাপাও😂
@Gyanhub.17
@Gyanhub.17 Ай бұрын
Aasu ক সৰুৰ পৰা সন্মান কৰোঁ। লুৰিন দা ৰ দৰে নেতৃত্ব লাগে এনেকুৱা লোকৰ বাবেই aasu বদনাম l
@LAWRENCE-f5t
@LAWRENCE-f5t Ай бұрын
বেয়াকৈ থুকিলে হবলা😂😂😂
@sahedulislam4620
@sahedulislam4620 Ай бұрын
😂
@lakshmipriyadutta1091
@lakshmipriyadutta1091 Ай бұрын
কিয় কিয় প্রতাৰণা কৰিব লগা হল তই হৈছ লৰা বহুত ছোৱালী পাবি কিন্তু তাইৰ কি হব,এতিয়া বেলেগ পাই আগৰজনী আমনি লাগিল,তাই ছমাহ ৰৈছে তোৰ অপেক্ষাত,দুখী তই।আছু যদি শুদ্ধ হয় এওক পদৰ পৰা বহিষ্কাৰ কৰক।
@PallKumar-l3r
@PallKumar-l3r Ай бұрын
Thik koisa
@ethar6570
@ethar6570 Ай бұрын
😂
@Buddy_GamingFF
@Buddy_GamingFF Ай бұрын
জাতিৰ দালাল হয়।
@aakashgogoi3870
@aakashgogoi3870 Ай бұрын
তহঁতৰ কথা আৰু বালিত মূতাৰ মাজত পাৰ্থক্য নাই।
@rubiscreativity576
@rubiscreativity576 Ай бұрын
ফালটু এইবোৰ
@ProbalKhataniar
@ProbalKhataniar Ай бұрын
প্ৰেম স্বৰ্গীয় ইয়াক অবজ্ঞা নকৰিবা তাতে তুমি সমাজিক মানুহ।
@arzedhussain387
@arzedhussain387 Ай бұрын
জামিন হে পাইছে যুদ্ধ জয় কৰি আহাৰ্ নিচিনাকৈ কথা বোৰ কৈছে,, মুখ খনেই ইহঁতৰ মূলধন
@lunasonowal5402
@lunasonowal5402 Ай бұрын
Bht diplomatic answer di dile taik jtia mentally torture kori asile tetia e bhabi napale nki tai u j ejni manuh.
@PurnimaKalita-t3q
@PurnimaKalita-t3q Ай бұрын
Atia bule ajoni singer r lgt relationshipt ase ...
@surenboruah3241
@surenboruah3241 Ай бұрын
নিজৰেই লৰক ফৰক, গতিকে এটা সংগঠনত থাকি নেতা হিচাবে কি নেতৃত্ব দিব এই জনে
@pankaj88440
@pankaj88440 Ай бұрын
নিতান্তই ব্যক্তিগত বিষয় ! সমাজ জীৱনত হাজাৰৰ ঘৰত এনে সংঘাত প্ৰতিনিয়ত দেখি আহিছো ! ইমান খিনি হৈচৈ কিয় ?
@SofiUllah-v2t
@SofiUllah-v2t Ай бұрын
Arrest koribo lage
@ranjanborah8190
@ranjanborah8190 Ай бұрын
সঁচা কথা কোৱাৰ বাবে ভাল লাগিল...ছোৱালী joniru ভূল আছে ছাগৈ, কাৰণ এপাট তাল কেতিয়াও নাবাজে...
@lonypawangogoi6321
@lonypawangogoi6321 Ай бұрын
ছোৱালী গৰাকী পাতলী য়া ধৰণৰ তেওঁ বিয়া নহওতে ই এজন পুৰুষ ৰ লগত শাৰিৰীক সমপক কিয় কৰিব ? আনৰ লগতেো তেওঁ এনে নকৰিব তাৰ কি নিশ্চয়তা থাকিলে ! য়
@poojadeori1285
@poojadeori1285 Ай бұрын
মাইটি চিন্তা নকৰিবা । ভগবানে তোমাক কৃপাকৰিব । সঁচা থাকা ন্যায় পাবা । ভাল পোৱাটো পাপ নহয়।
@rinasarma8105
@rinasarma8105 Ай бұрын
Prem hoi kajia lage kintu premt thog baji Val nalage assur leader hoi enekua hobo nalage
@AnupamBara-be9pu
@AnupamBara-be9pu Ай бұрын
প্ৰেমৰ সম্পৰ্ক আছিল ঠিকেই,একো কথা নাই কিন্তু বিয়াৰ আগতেই শাৰীৰিক সম্পৰ্ক কিয় কৰিলা। এইটো অবৈধ বুলি তুমিটো জানাই।
@BapuSun-bj9kb
@BapuSun-bj9kb Ай бұрын
তোৰ কি তথ্য আছে , ব্যৱহাৰ কৰি এৰি দিয়া মানুহৰ হাতত কি তথ্য থাকিব নীলাজ! ছান্দা
@dayarajbongshi5333
@dayarajbongshi5333 Ай бұрын
ছান্দা তুলি উকিলক দিব লাগিল তে অসমবসী ৰাইজ।
@Chinmoy_kohli_18
@Chinmoy_kohli_18 Ай бұрын
তাকে। ১৫০০ কৈ আমি দিম বাৰু
@jamindas9010
@jamindas9010 Ай бұрын
যি নহওক আদালতে দুয়োজনকে মিলাই দিয়ক
@sangitagogoi7237
@sangitagogoi7237 Ай бұрын
ৰাজহুৱাকৈ কিয কব বিচৰা নাই আপুনি! তাই যেনেকৈ কৈছে আপুনিও কওক আকৌ নে আপোনাৰ কবলৈ দম নাই😅 এনেকৈ যদি ন্যায় পায় থাকিবলৈ হয পাচৰ উঠি অহা সকলে কিন্তু ভয় নকৰিব একো কৰিবলে আৰু এখেতৰ টো কথা কোৱাৰ শৈলী বেলেগ হবৈ দিয়কচোন 😅
@luhittalukdar7202
@luhittalukdar7202 Ай бұрын
আগুৱাই যোৱা।সত্যৰ সদায় জয়।জয় আই অসম ।
@basantaborgohain5372
@basantaborgohain5372 Ай бұрын
লুৰিনৰ দৰে হব নোৱাৰা, ভাইতি ।
@BikashGoswami-f9z
@BikashGoswami-f9z Ай бұрын
Sanda uthai jibon নিৰ্বাহ কৰা প্ৰাণী হল aasu
@mikudutta1735
@mikudutta1735 Ай бұрын
Right
@bhaskarsarma7249
@bhaskarsarma7249 Ай бұрын
@@BikashGoswami-f9z right
@RonBorgohain
@RonBorgohain Ай бұрын
তাৰ মানে ছোৱালী গৰাকিৰ অভিজোগবোৰ সচা।
@mikudutta1735
@mikudutta1735 Ай бұрын
110% hosa...ki apuni haijonr nisina neki
@Nikun31
@Nikun31 Ай бұрын
ছাত্ৰ নেতাই প্ৰেম কৰিব নোৱাৰে নেকি। সি এটা মানুহ হে। Break up চোন সকলোৰে হয় এ, যি সকলে সমালোচনা কৰি আছে সিহঁতৰ এবাৰো break up নোহোৱা কৰি আছে না।
@unseenwarrior9680
@unseenwarrior9680 Ай бұрын
Brk up hua tu dangor kotha nhoi..brk up hua psot suali jonie police case dia ru ha dangor kotha....sur aitu
@Nikun31
@Nikun31 Ай бұрын
@@unseenwarrior9680 apuni gom paise neki asol bhol kar, kar bhol hoise, jdi eyar bhol tat Karo ako kobo laga nai, dokhi xasti pali hol, kon bhol kon xodha ako gom napao te ami anei koi thakili ki hibo
@rishi5906
@rishi5906 Ай бұрын
Nuware, rule t likha ase
@DhrubaMazumdar-pl3bg
@DhrubaMazumdar-pl3bg Ай бұрын
​​@@Nikun31 Toi a sob jana nki..?
@Nikun31
@Nikun31 Ай бұрын
@@DhrubaMazumdar-pl3bg najanu karone to kako xomalosona kora nai
@DrishitraHajarika
@DrishitraHajarika Ай бұрын
Apuni jodi right hoi, tantay guboti jonir uporot full todonta kora hobo Mr sankor jyoti Boruah. Thank you.
@prashujyadutta9697
@prashujyadutta9697 Ай бұрын
AASU r besibhag manuhe misoliya😅😅😅😅
@NortheastExplorerRH
@NortheastExplorerRH Ай бұрын
সঁচা কথা ক'বলৈকো বহুত সাহস লাগে 👌👌
@toniklagachu2456
@toniklagachu2456 Ай бұрын
very nice
@monjulaborah8567
@monjulaborah8567 Ай бұрын
সেইকাৰণেই প্ৰত্যেকজন সমাজৰ কাম কৰা ব্যক্তিয়ে নিজৰ দিশটো নিকা কৰি থব লাগে যাতে এখন সমাজৰ ভাল চিন্তা , আদৰ্শৰ প্ৰতীক হৈ ৰব লাগে নহ'লে এনেধৰণৰ পৰ্য্যায়লৈ যায়গৈ । সকলো সংগঠনৰ নেতাসকলে এনেবোৰ কথাত সচেতন হব লাগে সকলোলৈকে অনুৰোধমাত্র
@mindrefresh715
@mindrefresh715 Ай бұрын
অসমত এনেবোৰ কথা ৰাজহুৱা হোৱাটো শুভা নাপাই। ইয়াৰ বাবে আইনে সু -বিচাৰ কৰিব।
@junuhaloi3575
@junuhaloi3575 Ай бұрын
প্ৰেমত এৰাএৰি হয়।মন নিমিলিলে দুৰ হয় জোৱাতোৱে ভাল কাৰন বিয়াৰ পাছত মনোমালিন্য হোৱাত কৈ।এটিয়াই হৈছে যি হৈছে ভালে হৈছে।
@BapuSun-bj9kb
@BapuSun-bj9kb Ай бұрын
তই যোগ্য নহয় !! আছু এৰ , বেপাৰ কৰ!!
@jenifahmed6860
@jenifahmed6860 Ай бұрын
Bepar kori ase Buli Mal Change korise ako..😁
@mikudutta1735
@mikudutta1735 Ай бұрын
Right
@pranjalgogoi7894
@pranjalgogoi7894 Ай бұрын
নিলাজৰ চেহেৰা বুলিবলৈ হলে তোৰ চেহেৰা চালেই হল।
@binoyboruah321
@binoyboruah321 Ай бұрын
এওঁলোকে ইমান সুন্দৰ অভিনয় কৰিব পাৰে ।
@WrituponWritupon-ds9us
@WrituponWritupon-ds9us Ай бұрын
সামাজিক দায়িত্ব পালন সকলোৰে বাবে দৰকাৰী বিষয় নহয়। দায়িত্ব পালন নকৰাকৈও শান্তিময় জীৱন নিৰ্বাহৰ গৰাকী হোৱাৰ সাধনাত ব্ৰতী হওঁক ।
@debajitborah9196
@debajitborah9196 Ай бұрын
Good
@Withhprcreation
@Withhprcreation Ай бұрын
অখিল লুৰিন কোনোবা সম্মুজ্বল কোনোবা শংকৰ এইবিলাক সব একো একোজন সুবিধাবাদী.....না ইহঁতৰ অন্তৰত নিস্বাৰ্থ জাতিপ্ৰেম আছে না আন কিবা.... চৰিত্ৰহীন ওলাব আহাঁ.... ছোৱালীজনীক শৰীৰটো লৈ এৰি দিলি....ইমানেই ভোক আছিল যদি ঠাই আছে গলে হৈ যায়
@pradhanharendra784
@pradhanharendra784 Ай бұрын
Khub vhal lagil
@ranjitdutta3411
@ranjitdutta3411 Ай бұрын
ছাত্ৰনেতাৰ গাত কলঙ্কৰ দাগ।আগৰ ASSU নেতা পৰা ধাৰ কৰা সংস্কৃতিহে।
@MoniranjanBorah
@MoniranjanBorah Ай бұрын
ঐ তোৰ ভনী আছে যদি মোক দিবি ময়ো তোৰ দৰে কৰিম হল
@ambip9983
@ambip9983 Ай бұрын
Just a diplomatic answer nothing else..
@_Miss_kalyaniborah__
@_Miss_kalyaniborah__ Ай бұрын
Right koise dada
@Dameswarsaikia-sk1vf
@Dameswarsaikia-sk1vf Ай бұрын
ফাল্টু তই । আছুৰ পৰা ওলিয়াই দিৱ লাগে
@Dipshikha56
@Dipshikha56 Ай бұрын
সাধাৰণ মানুহে কৰিলে অকণমান মানি লব পাৰি আপোনা লোকৰ নিচিনা ব্যক্তি কৰিলে শুনিবলৈ??????
@Darshanvlogsr
@Darshanvlogsr Ай бұрын
Obohekhot mukh khulile nohoi dei regards media person ...he korise tenekua aru tenekua lorai he jimane natok korok basibole keer you r a right news to publish on a assam people
@AbiCricketNews
@AbiCricketNews Ай бұрын
ছাত্ৰ নেতা হৈ থকাৰ বয়স আৰু আছে নে তহঁতৰ। পঢ়া শুনা কাহানিবাই এৰিলি এতিয়া কিহৰ ছাত্ৰ নেতা। অ ছাত্ৰ শব্দ টি উঠাই অকল নেতা টো ৰাখ। বিয়া পাতিব নোৱাৰ নেতা হৈ থাকিলে,সেই ছোৱালীবোৰ পতাই পতাই থগি থাক নেপাই
@mikudutta1735
@mikudutta1735 Ай бұрын
Hosa apuni 100% right kotha koise
@apurbakalita7388
@apurbakalita7388 Ай бұрын
আৰু এজন আবেগিক দাদা আহিল দেখোন। এতিয়া সাপৰ মুখেদি বিহ ওলাইছে । এনে দেখোন আপোনালোকৰ মুখত বৰকৈ নাড়ি সুৰক্ষাৰ লেকছাৰ শুনিবলৈ পাও, এতিয়া তাইক কোনে সুৰক্ষা দিব? আপুনিতো ক্ষমতা, টকাৰ জোৰত বাছি যাব।
@arupbasumatary1541
@arupbasumatary1541 Ай бұрын
Bhal houk hokolore
@RubulBora-t7o
@RubulBora-t7o Ай бұрын
Besera leader!
@golamrasul5081
@golamrasul5081 Ай бұрын
মোৰ মতে , আদালতৰ ভাষাত শংকৰজ্যোতি বৰুৱা এজন " কিন্তু" ৰাখি সচা কথা কোৱা অপৰাধী আৰু আন অপৰাধীৰ দৰে শাস্তি পাব লাগে।
@sumelvloges2573
@sumelvloges2573 Ай бұрын
প্ৰত্যেক মানুহৰ প্ৰেম হব পাৰে, একো ডাঙৰ কথা নহয়। প্ৰেমৰ কাৰণেই আমি আছো।
@humensaikia7914
@humensaikia7914 Ай бұрын
কিমান জনি হল আজিলৈকে প্ৰভু
@abdlaziz786
@abdlaziz786 Ай бұрын
Very good ❤
@dibyajyotigogoi4801
@dibyajyotigogoi4801 Ай бұрын
আছুৰ নামত কলংক।আমাৰে লাজ লাগিছে।
@MrSecondTripleR
@MrSecondTripleR Ай бұрын
ছাত্ৰ নেতা হৈ ই ছোৱালীৰ লগত এবছৰ ধৰি সংঘাত কৰি আছিল,,ওৱাহ,ওৱাহ....
@chandragogoi2252
@chandragogoi2252 Ай бұрын
আছুৰ পদবী ত্যাগ কৰা উচিত
@raagdada639
@raagdada639 Ай бұрын
Ok
@akashjyotiborah7854
@akashjyotiborah7854 Ай бұрын
Khinai goise o amr shankor da,,, Blr vangi poriso,,,,,
@vaskarborgohain7124
@vaskarborgohain7124 Ай бұрын
ধুৰ
@HemantaSaikia-dz6mg
@HemantaSaikia-dz6mg Ай бұрын
এইটোক দেখিলে কিবা গুণ্ডা গুণ্ডা লাগে
@PALL-si5tc
@PALL-si5tc Ай бұрын
দুয়োজনৰে ভালকৈ তদন্ত হব লাগে ছোৱালী মানেই চব ভাল হৈ নেযায় নহয়।
@এনেই
@এনেই Ай бұрын
উকীলক মেনেজ কৰি লাহেকৈ সামৰি থব আৰু কথাতে গম পালো । নিজৰ ভনীয়েৰৰ লগত কোনোবাই কৰিব লাগিছিল এনেকুৱা
@RitaBora-o1g
@RitaBora-o1g Ай бұрын
সঁচা ছোৱালীৰ লগত সম্পৰ্ক ত থাকে বিয়া পাতি নলয় আছো কৰিব নোৱাৰে যে ।সকলোৱে জানে ।
@rupjyotiburagohain8740
@rupjyotiburagohain8740 Ай бұрын
চিকাৰ নকৰিলে যে আৰু ছোৱালীজনীয়ে প্ৰমাণ সৈতে দি দিব
@MASORPITIKA
@MASORPITIKA Ай бұрын
যোনেই ভুল নকৰক কিয় দেৰিকে হ’লেওঁ সচাঁটো উলাবই
@binoydeka7916
@binoydeka7916 Ай бұрын
অভিযোগ দাখিল কৰা ছোৱালীজনী চিন্তা চৰ্চা সঠিক হোৱা নাই এক তালে নাবাজে আবেগেৰে নহয় আবেগে সকলোকে পিছুৱাই
@PallKumar-l3r
@PallKumar-l3r Ай бұрын
Suwalik use Kara val neki
@BhartiChetry-v8v
@BhartiChetry-v8v Ай бұрын
Good personality
@dulugohain9151
@dulugohain9151 Ай бұрын
Bhal lagib
@tirthahazarika564
@tirthahazarika564 Ай бұрын
ডাৰি ৰখা নেতাৰ এনে পৰিচয়ৰ,নিজৰ ককায়েক ভায়েক সমানে ডাৰি ৰখা গতিকে সকলো বোৰ গতি বিধি একেই
@pomishorts
@pomishorts Ай бұрын
প্রেম প্রতাৰনা জীৱনত থাকেই। এইবোৰ কথা নিজৰ মাজত থাকিব লাগে।
@BhabeshSarma-qf4dv
@BhabeshSarma-qf4dv Ай бұрын
You are great Sankar jyoti.
@gautamdas7491
@gautamdas7491 Ай бұрын
Right
@pratuldas6125
@pratuldas6125 Ай бұрын
Acually u have no way but confess ur love. At last it is proved that the girl is in the right point .
@nityasarma4072
@nityasarma4072 Ай бұрын
Aaponar katha khini buji paiso tenson nalab kiba ata bhul buja buji haise milai laba.
@ritupansaikia3185
@ritupansaikia3185 Ай бұрын
Basi lebel aitu
@janardonbora2795
@janardonbora2795 Ай бұрын
আগত পাপৰ ভাজি খাই এতিয়া কি ইচপচট কে কৈছ। তোৰ অপৰাধ নাই যদি প্ৰেমত নপৰিলিহেতেন।
@himadrichutia2335
@himadrichutia2335 Ай бұрын
Jui
@BalinKonwar
@BalinKonwar Ай бұрын
ছোৱালী গৰাকীয়ে অনা অভিযোগবোৰ মানি ললে আওপকীয়াকৈ😂
@PallabSenapati-m6g
@PallabSenapati-m6g Ай бұрын
Durdanta premik asil apni❤
@entertainmentandexercies415
@entertainmentandexercies415 Ай бұрын
নাৰীয়ে পূৰুষক প্রকৃতিৰ জ্ঞান দিয়ক।চা দেই ককাই যি ছোৱালীয়ে বিয়া নহওঁতেই আৰক্ষী আদালত চিনাকী কৰাই দিলে তাই বিয়া হোৱা পাছত কিমান বাৰ আৰক্ষী কাষ চাপিব সৰু কথাতেই ভাৱিব নোৱাৰিবি।সমাজত এই ধৰণৰ উদাহৰণ বহুত আছে।এতিয়াই তোৰ প্রতি থকা ছাত্র লগতে সমূহ অসমবাসীৰ মৰম চেনেহ মান সন্মান জনপ্রিয়তা ধূলিৰ লগত মিহলাই দিলে।ছোৱালী বিচাৰি নেপালি আৰু তই।
@juelhussain6593
@juelhussain6593 Ай бұрын
We want justice No justice no rest Ah oi ah olai ah
兔子姐姐最终逃走了吗?#小丑#兔子警官#家庭
00:58
小蚂蚁和小宇宙
Рет қаралды 16 МЛН
HELP!!!
00:46
Natan por Aí
Рет қаралды 37 МЛН
СОБАКА И  ТРИ ТАБАЛАПКИ Ч.2 #shorts
00:33
INNA SERG
Рет қаралды 1,7 МЛН
MALI INLENG
12:50
Mastea Rka Fapa
Рет қаралды 61 М.
兔子姐姐最终逃走了吗?#小丑#兔子警官#家庭
00:58
小蚂蚁和小宇宙
Рет қаралды 16 МЛН