ডাঙৰ খবৰ/নিতুমনি শইকীয়া অভিমতত হাহাকাৰ ছাত্ৰ ছাত্ৰীয়ে হিয়া ধাকুৰি কাঁন্দিছে কিয় চাওঁক #viralnews

  Рет қаралды 30,957

Rishu duliajan

7 күн бұрын

Пікірлер: 15
@binadutta5605
@binadutta5605 3 күн бұрын
তেওঁ লোকলৈ অভিনন্দন জনালো । ভগৱানে সহায় কৰক
@surenborah8365
@surenborah8365 3 күн бұрын
আন্তৰিক অভিনন্দন জনালোঁ ,কেউজন ছাত্ৰ-ছাত্ৰীলৈ।
@DipakSharma-hx7nz
@DipakSharma-hx7nz 6 күн бұрын
তোমালোক আমাৰ গৌৰৱ, অভিনন্দন জনালো ভগৱানে মঙ্গল কৰক।
@PRASTOTIAXOM
@PRASTOTIAXOM 6 күн бұрын
Nice beautiful shearing
@papori1234
@papori1234 3 күн бұрын
উইঠিবা বাইদেউ আপোনাৰ প্ৰতিচ্ছৱি খন আতৰাই দিয়া হলে ভিডিঅ টো চাই ভাল লাগিল হেতেন।
@ratnachoudhury5679
@ratnachoudhury5679 2 күн бұрын
আটাই কেইগৰাকী ছাত্ৰ ছাত্ৰী লৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলো তোমালোকৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিলো
@minabora4403
@minabora4403 2 күн бұрын
তেওঁ লোক আমাৰ অসম গৌৰৱ।
@runugogoi4094
@runugogoi4094 3 күн бұрын
বিজ্ঞানৰ শাখাত পঢ়াৰ বাবে কলেজতো আসনৰ সংখ্যা তেনেই সীমিত। শিক্ষকৰ সংখ্যা বা বিজ্ঞানৰ প্ৰতি টো বিভাগৰ বাবে শিক্ষক স্কুলত নাই ,যাৰ বাবে বিজ্ঞানৰ আটাইবোৰ কথা শিকাৰুসকলে খোলোচাকৈ শিকিবলৈ নাপায়। অভিভাৱক সকলে প্ৰচলিত ব্যৱস্থা মানি লয় মাত্ৰ।
@kanulalacharjee1557
@kanulalacharjee1557 3 күн бұрын
ছাত্ৰ-ছাত্ৰী সকললৈ অভিনন্দন জনালো
@nibeditahazarika327
@nibeditahazarika327 3 күн бұрын
Congratulations and keep it up
@niradadas3379
@niradadas3379 3 күн бұрын
ভগৱানে কৃপা কৰক।
@UddipanGuitars
@UddipanGuitars 6 күн бұрын
❤❤❤❤❤👏👏👌👌👈
@DiptiKalita-h7p
@DiptiKalita-h7p Сағат бұрын
Cogratulations
@AtulChbora-x7d
@AtulChbora-x7d 2 күн бұрын
Best.of.luck.for.all.thanks