ডাঙৰ খবৰ।ৰাজীৱ শদিয়া গীত গোৱা মজুন মৰাণক অনুপম চক্ৰৱতীয়ে পোৱালেগৈ ষ্টুডিঅ'।চাওঁক সবিশেষ/virel news

  Рет қаралды 19,048

Shyamal's vlogs

Shyamal's vlogs

Күн бұрын

Пікірлер: 271
@SaralaGogoiSarala
@SaralaGogoiSarala Сағат бұрын
অতি সুন্দৰ গাইছে।তেখেতৰ গানে শ্ৰদ্ধাৰ ৰাজিৱ সদিয়া ডাঙৰীয়াক জীয়াই ৰখাত যথেষ্ট সহায়ক হব।
@anjanadutta4728
@anjanadutta4728 Сағат бұрын
মজুনৰ গীত শুনি অভিভূত হৈছো ৷ তেওঁৰ লগতে অনুপম চক্ৰৱৰ্তীদেৱক ধন্যবাদ জনাইছো ৷
@milankalita3678
@milankalita3678 Сағат бұрын
Really xundor
@Ranjana-y6y
@Ranjana-y6y Сағат бұрын
মজুনৰ গান শুনি ৰাজিৱ শদিয়া জীয়াই থকা যেন অনুভৱ হৈছে। ভগৱানে তোমাক আগুৱাই নিয়া।
@Ranjana-y6y
@Ranjana-y6y 52 минут бұрын
ভগৱানে তোমাক আগুৱাই নিয়ক আশীৰ্বাদ কৰিছো ।
@jitensarmah6589
@jitensarmah6589 4 сағат бұрын
অনুপম চক্ৰৱৰ্তী ডাঙৰীয়া আপোনাক বহুত বহুত ধন্যবাদ থাকিল। প্ৰকৃত অসমীয়া যুৱকক উৎসাহ যোগাই আগবঢ়ায় নিয়ক আপোনাৰ লগত ময়ো আছোঁ। মজুন মৰাণৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ।
@JutilalJidung
@JutilalJidung Сағат бұрын
❤❤❤❤❤❤❤❤
@JutilalJidung
@JutilalJidung Сағат бұрын
Very good so must
@punyalatachetiaphukan9560
@punyalatachetiaphukan9560 Сағат бұрын
বহুত ভাল লাগিছে ।আৰ্শীবাদ থাকিল ভগৱানে আৰু আগবঢ়ায় নিয়াক ।
@bhupendas9350
@bhupendas9350 Сағат бұрын
ৰাজীৱ শদিয়া যেন অইন ভেশ ধৰি গীত পৰিৱেশন কৰিছে তেনেহেন লাগিছে।অতি সুন্দৰ প্ৰতিভা।সুমনজিতৰ লগতে মনজুন তথা অনুপমৰ প্ৰচেষ্টাক বহু বহু ধন্যবাদ লগতে বাদ্যযন্ত্ৰ বজোৱা ভাতৃ সম বন্ধু সকলোলৈ অশেষ ধন্যবাদ জ্ঞাপন আৰু আশীৰ্বাদ যাচিলো।আগলৈ আগ বাঢ়ি আকাশ চুব। ওদালগুৰিৰ পৰা ভূপেন দাস।
@hiranyarajkhowa4119
@hiranyarajkhowa4119 2 сағат бұрын
অতি সুন্দৰ পৰিৱেশন শৈলী ভাতৃ স্বৰূপ মজুন মৰাণ লৈ। তেওঁৰ উজ্বল ভৱিষ্যত ভৱিষ্যত কামনা কৰিলো। আগুৱাই যাওক সদায় মনৰ হেঁপাহেৰে সুখী হৈ থাকক মজুন মৰাণ। লগতে এন,কে টি ভিৰ জেষ্ঠ সাংবাদিক বন্ধু প্ৰতীম স্পষ্টবাদী, সাহসী সাংবাদিক অনুপম চক্ৰৱৰ্তীলৈও আমাৰ তৰফৰ পৰা বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলো। তেওঁৰ সু-স্বাস্থ্য আৰু দীঘায়ূ কামনা কৰিলো।❤❤❤
@anjanagogoi6105
@anjanagogoi6105 Сағат бұрын
খুউব সুন্দৰ হৈছে ,আগবাঢ়ি যোৱা 👌👌
@krishnakantaburagohain7451
@krishnakantaburagohain7451 Сағат бұрын
। এই অনুষ্ঠান টি বৰ সুন্দৰ হৈছে ।চক্ৰবতী মৰজুন আৰু বাদ্য শিল্পী সকললৈ আনতৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ লগতে সুস্থ শৰীৰ কামনা কৰিলো ।
@PadumDas-k4x
@PadumDas-k4x Сағат бұрын
এনেকোৱ শিল্পীক আপোনালোকে আৰু আগোৱাই লৈ যাওক
@jyotishsonowal9396
@jyotishsonowal9396 Сағат бұрын
ধন্যবাদ সমণজিৎ গোটেই অসমতে ৰাজীব শদীয়াক জীয়াই ৰাখা
@hiranyarajkhowa4119
@hiranyarajkhowa4119 2 сағат бұрын
ব্যতিক্ৰম আৰু অনন্য প্ৰতিভাৰ অধিকাৰী এই গৰাকী চহা কন্ঠশিল্পী লৈ আমাৰ তৰফৰ অলেখ অযুত শুভ কামনা জনালোঁ।
@hiranyarajkhowa4119
@hiranyarajkhowa4119 Сағат бұрын
কি এক অপূৰ্ব আৰু অনন্য প্ৰতিভাৰ অধিকাৰী। সুমধুৰ কণ্ঠৰ অধিকাৰী। তেওঁৰ গীত শুনিলে শুনি থাকিবৰ মন যায়।❤❤❤
@dibyajyotiborah1597
@dibyajyotiborah1597 Сағат бұрын
বহুত সুন্দৰ।আগ বাঢ়ি যাওক।
@binitaboruah-h7g
@binitaboruah-h7g 2 сағат бұрын
Bohut bhal lagisea vity Aamar mahot j. 2nd Rajib vity j jiai asea.God bless you 🙏.
@tulumoniborahomgogoi4313
@tulumoniborahomgogoi4313 2 сағат бұрын
সুন্দৰ উপস্থাপন। একেবাৰে ৰাজীৱ শদীয়াৰ দৰেই কণ্ঠ। আৰু আগবাঢ়ি যাওক আশীৰ্বাদ থাকিল।
@PronabGohain-w1p
@PronabGohain-w1p 2 сағат бұрын
Good very good Manjon Moran.God bless to your ambition of Musice Jatra.
@nogentairai5973
@nogentairai5973 55 минут бұрын
অনুপম মই নগেন টাইৰাই। প্ৰতিমাহে পাঁচ শ কৈ দি থাকিম আৰু আমাৰ পৰিয়াল এনাজৰী হৈ থাকিব।
@balintamuli7974
@balintamuli7974 2 сағат бұрын
অনুপম চক্ৰৱৰ্তী মহাশয়ে বোকা ৰ পদুম বিচাৰি শেষত সঠিক ঠাইত হাত দিলেগৈ।লগতে ভাল লাগিল যে ৰাজীৱ শদিয়া আকৌ জীবিত হল।
@surajrabha5735
@surajrabha5735 Сағат бұрын
Val hoise 👍
@LalitChandraDevNath-v2n
@LalitChandraDevNath-v2n 2 сағат бұрын
গীত বোৰ শুনি বহুত ভাল লাগিল , এনেকৈ আকৌ শুনিবলৈ পায় বুলি আশা থাকিল দে‌ ভাইতি । তোমাক ভগৱানে ভালে ৰাখক ।❤❤❤
@dharmeswarphukan4720
@dharmeswarphukan4720 2 сағат бұрын
Hundar gaise de akhise thakil
@tutulsonowal7926
@tutulsonowal7926 3 сағат бұрын
ৰাজীৱ শদিয়াৰ গীত বোৰ মোৰ বহুত প্ৰিয় আছিল। মজুন মৰাণৰ কন্ঠত পুনৰ গীততো শুনি মোৰ চকু পানী ওলায় আহিছে। জয় আই অসম ধন্যবাদ।
@binitaboruah-h7g
@binitaboruah-h7g 2 сағат бұрын
❤❤❤ bhout bhal hisea vity God bless you 🙏
@BiseswarMoran
@BiseswarMoran 2 сағат бұрын
বহুত ভাল হৈছে, আশিৰ্বাদ থাকিল আগবাঢ়ি যোৱা। অসমৰ সংগীতৰ পথাৰখন নতুন সুৰেৰে জীপাল কৰি তোলা। (বিচেশ্বৰ মৰাণ, ধলা শদিয়া)
@RumiDutta-t7h
@RumiDutta-t7h 2 сағат бұрын
ভগৱানে আৰু আগবঢ়ায় নিয়ে আশীৰ্বাদ কৰিলো বহুত ভাল গাইছে
@KhargeswarRabha-jg9jj
@KhargeswarRabha-jg9jj 2 сағат бұрын
Very good bhai.. Bhal lagise
@junumaichutia9384
@junumaichutia9384 13 минут бұрын
আমাৰ ৰাজিৱ সদায়েই জীয়াই থাকক
@uttamgogoi9041
@uttamgogoi9041 2 сағат бұрын
সঁচাই বৰ সুন্দৰ লাগিছে দেই।❤❤❤❤❤
@DilipSaikia-qx6by
@DilipSaikia-qx6by 3 сағат бұрын
মজুন মৰাণক আমি গোলাঘাট জিলাৰ অন্তৰ্গত আঠখেলীয়া নামঘৰৰ ওচৰৰ বেবেজীয়া গাঁৱৰ পৰাই ৰাজীৱ শদিয়াৰ সুৰত সুৰ মিলাই গোৱা চেকেণ্ড ৰাজীৱ শদিয়াৰ গান গাইছে ৰাজীৱৰ আত্মাৰ চিৰ শান্তি কামনা কৰিছোঁ য'তেই নাথাকক তাতেই আত্মাৰ শান্তি কামনা কৰিছোঁ লগতে মজুন মৰাণৰ ভবিষ্যতৰ উজ্জ্বল কামনা কৰিছোঁ সদায় ৰাজীৱ শদিয়াৰ সুৰত গান গায় যাওক তাৰে কামনা কৰিলো ❤❤❤❤❤❤❤❤❤।
@sujatasharma3681
@sujatasharma3681 2 сағат бұрын
Xundar.bahut bhal lagil.anekuwa prativa bur ulai ana babe Anpam chakraborty k bahut bahut dhanyawad
@acassamculture2219
@acassamculture2219 2 сағат бұрын
অতি সুন্দৰ অনুষ্ঠান
@minedharmoran2510
@minedharmoran2510 2 сағат бұрын
সুন্দৰ উপস্থাপন। হুবহু গণশিল্পী জনাৰ দৰে কণ্ঠ।
@binaborah8451
@binaborah8451 2 сағат бұрын
অতি সুন্দৰ ।
@binudutta5605
@binudutta5605 2 сағат бұрын
Bohut bhal lagise 🙏♥️♥️♥️
@chandramagogoi1517
@chandramagogoi1517 2 сағат бұрын
Bohut val lagil👏👏👏
@DakuYT-q2g
@DakuYT-q2g 2 сағат бұрын
মজুন ভাইতিলৈ ভবিশ্যং উংজ্জ্বল কামনা কৰিলো ।
@bijitbora5902
@bijitbora5902 2 сағат бұрын
বহুত ভাল লাগিল
@simuvlogging6836
@simuvlogging6836 2 сағат бұрын
Hundor gaisa
@nayanagogoiassam4806
@nayanagogoiassam4806 2 сағат бұрын
ধন্যবাদ মাটিৰ মানুহ জনক এই দৰেই জীয়াই ৰখা বাবে
@JuliKonwar-vv1tf
@JuliKonwar-vv1tf 2 сағат бұрын
বহুত ভাল লাগিল অনুপম ককাইদেউ ।সচাঁকৈ অনুপম আকৌ আমাৰ মাজত যেন ৰাজীপ দা আমাৰ মাজলৈ ওভতি আহিছে ।
@PradipRajbongshi-o9z
@PradipRajbongshi-o9z Сағат бұрын
Mojja hoise❤❤❤❤❤❤❤
@nogentairai5973
@nogentairai5973 Сағат бұрын
মজুন মৰানৰ আন্তৰিক সুভেচাৰ থাকিল।
@LuhitboniaBonia
@LuhitboniaBonia 2 сағат бұрын
Hosai bohut hundor hoise❤
@jugendragohin4543
@jugendragohin4543 4 сағат бұрын
সচা বহুত বহুত ভাল লাগিল দেই ককাদেউ
@BabulDutta-ul5bk
@BabulDutta-ul5bk 2 сағат бұрын
Dhuniya gaise Bhal lagise
@MohanchDeka-b2z
@MohanchDeka-b2z 3 сағат бұрын
Bhut dhunia. Aidre uliai ani sinaki kri akhon bisal monso diar babe bhut bahut dhanyabad...
@BinuprabhaMahanta
@BinuprabhaMahanta 2 сағат бұрын
Bohut bohutei val lagil vayti aguwai jabole vogobane tumak ho hai korok
@nripendeka8175
@nripendeka8175 2 сағат бұрын
2nd Rajiv Sadia. God bless him.
@ranjitadeori6018
@ranjitadeori6018 3 сағат бұрын
আগ বাঢ়ি যোৱা ৰাজীৱ শদিয়াৰ দৰে❤❤
@Kalyanburagohain-p1c
@Kalyanburagohain-p1c Сағат бұрын
Nice bondhu ❤❤❤
@dipalidas6620
@dipalidas6620 12 минут бұрын
Xundar gaisa bhaiti
@nilambarnath5388
@nilambarnath5388 3 сағат бұрын
Bohut bohut bhalhoise eman dhuniya kontho gisokolowe uliyai aanile seisokolok bohut bohut dhoinnabat....
@dimbeswarmoranmoran5766
@dimbeswarmoranmoran5766 3 сағат бұрын
Ba ki hundor gaisa ...❤
@udityaranjanchetia5719
@udityaranjanchetia5719 3 сағат бұрын
বৰ সুন্দৰ কণ্ঠ বহুত ভাল লাগিলে তোমাৰ মুখত ৰাজীৱ শদিয়া ডাঙৰীয়াৰ গীত শুনি তুমি আগুৱাই যোৱা
@rupjyotisaikia5021
@rupjyotisaikia5021 3 сағат бұрын
Monjun Moran Hodiya....❤❤❤ Mja hoise. Rajib dar gaan aapuniyei aaguwai niyok...🙏🙏🙏
@dhaneswarkalila7235
@dhaneswarkalila7235 2 сағат бұрын
good veri veri good❤❤❤❤❤
@dipankarkhargharia9952
@dipankarkhargharia9952 4 сағат бұрын
আপুনি বহুত ভাল কাম কৰিছে
@UpenDeka-t9r
@UpenDeka-t9r 3 сағат бұрын
Very very happy and Satisfied Salute to Maran and Anupam Dada.
@jibongogoi6940
@jibongogoi6940 2 сағат бұрын
অতি সুন্দৰ গাইছে l
@pobanborah8382
@pobanborah8382 2 сағат бұрын
অতি সুন্দৰ 😊😊।
@digantarock3039
@digantarock3039 2 сағат бұрын
Sundor tal aru xur
@ReboBorah-p9q
@ReboBorah-p9q 2 сағат бұрын
অনুপম দান আপোনাক হে ধন্যবাদ এনে প্ৰচেষ্টা লোৱাৰ বাবে
@NavajyotiNeog-t4w
@NavajyotiNeog-t4w 3 сағат бұрын
Sundor gaise
@PrasantaSaikia-xl9kt
@PrasantaSaikia-xl9kt Сағат бұрын
Anupom da apunak ami bhogoban buliye bhabu,hokoluke je apuni aguwai loi jai,mojune bohut dhuniya gaise,ene lagise je Rajeev dai gai ase,bogobane mongal korak,hokoluke dhoinya bad jonalu
@DigontaGogoi-u1s
@DigontaGogoi-u1s Сағат бұрын
Keep up viral kora teuk teu amar 2nd rajib ❤️ U all
@jbhuyan6436
@jbhuyan6436 2 сағат бұрын
Sundar gayse rajiib. Sadiya deb sadai thakiba
@DandaDharKhanikar
@DandaDharKhanikar 3 сағат бұрын
অতি সুন্দৰ ❤
@DibakarDauka
@DibakarDauka 2 сағат бұрын
Mojjaa❤❤❤w
@NirupamaDas-q4z
@NirupamaDas-q4z 2 сағат бұрын
Bor.Dhunia.GaiseEibur.ShilpikAguwai.Nibo.Lage.xosakoye.2nd.Rajib.Sadiya.
@dipaknath3689
@dipaknath3689 2 сағат бұрын
অতীতক জীয়াই ৰখা অসমীয়া জাতি আৰু জনতাৰ বাবে***‡""! তেখেতৰ আত্মাই চিৰশানতি লাভ কৰা !!!!!!! ্।
@badangogoi7113
@badangogoi7113 3 сағат бұрын
সুন্দৰ গাছে❤❤❤
@badangogoi7113
@badangogoi7113 3 сағат бұрын
সুন্দৰ গাইছে❤❤
@RitaSonowal-b8r
@RitaSonowal-b8r 3 сағат бұрын
Bahut. Bhal. Lagil. Rajiv. Kokaidew gua. Jn. Lagil. God bless you arkhibad. Thakil hadai. Thakiba. Dibrugarh
@Hirokjyotiborgohain599
@Hirokjyotiborgohain599 3 сағат бұрын
Very good, best performance, Thank God all of you,
@RitaPhukan-v8i
@RitaPhukan-v8i 3 сағат бұрын
Bohut vale hoisa God blessed
@PranabChetia-t3d
@PranabChetia-t3d Сағат бұрын
Hundor
@archanagogoi2653
@archanagogoi2653 Сағат бұрын
Nice Bondhu❤
@dhanishmoran9470
@dhanishmoran9470 3 сағат бұрын
Vl lgil anupam da eaikon hubidha diya karone mojun morank ❤❤❤❤
@abhijitchetia7977
@abhijitchetia7977 3 сағат бұрын
সুন্দৰ হৈছে
@DembesharSaikia
@DembesharSaikia 3 сағат бұрын
Bohut sundor hoi say ❤
@amiyagogoi9537
@amiyagogoi9537 2 сағат бұрын
আশীবাদ থাকিল তোমালৈ আগুৱাই যোৰা
@karunasaikia2370
@karunasaikia2370 2 сағат бұрын
অনুপমদাক ধন্যবাদ।
@biradattadas9216
@biradattadas9216 3 сағат бұрын
মাহেন্দ্ৰ সমযত মজুন অনুপম সৃষ্টি । ❤❤❤ ৰাজীৰ শদিযা😢❤অসমৰ আকাশত উজ্বল তৰা হৈ সদায জিলিকি থাকা
@HiramaiDutta
@HiramaiDutta 3 сағат бұрын
আশীৰ্বাদ কৰিছো।
@BoghiramDas
@BoghiramDas 3 сағат бұрын
Bohut.bohut.bhal.lagiesa
@hemontadas8378
@hemontadas8378 3 сағат бұрын
Second Rajib khadiya Born of hi songs. Good song is signing .Thanks you.
@Jitugogoi-h4l
@Jitugogoi-h4l 2 сағат бұрын
সচাকৈ কি অতুলনীয়
@RanjanMahanta-c2f
@RanjanMahanta-c2f 2 сағат бұрын
ৰাজীৱ আকৌ জন্ম হ'ল 🎉🎉🎉
@NikunjaBoro-n9w
@NikunjaBoro-n9w Сағат бұрын
Eman.sundar.krantha
@apelPegu-mn3bs
@apelPegu-mn3bs 2 сағат бұрын
Very nice, God bless you
@uttamkumarnath4265
@uttamkumarnath4265 3 сағат бұрын
জাতীয় চেতনা জাগ্ৰত হোৱাত এইধৰনৰ programme মাজে মাজে হৈ থাকিলে অসমীয়া যেন লাগে!
@RajibSangmai-d4f
@RajibSangmai-d4f 3 сағат бұрын
Good go ahead. We proud of. Ur. Performance.
@RanjitChetia-x9o
@RanjitChetia-x9o 3 сағат бұрын
bahut.dhuniya.🎉🎉🎉🎉🎉🎉🎉
@RimaBegumRima-g1r
@RimaBegumRima-g1r Сағат бұрын
Mojaa
@mridupathak8647
@mridupathak8647 2 сағат бұрын
❤bhal lagise
@babagogoi9295
@babagogoi9295 2 сағат бұрын
nice dada 👍👍
@jadumonidhekialphukan2427
@jadumonidhekialphukan2427 3 сағат бұрын
অতি সুন্দৰ কণ্ঠ
@montugogoi2414
@montugogoi2414 2 сағат бұрын
Very nice ❤
@purneswarlahan6280
@purneswarlahan6280 3 сағат бұрын
জাতিৰ আদৰ্শ হৈ থকা
Сестра обхитрила!
00:17
Victoria Portfolio
Рет қаралды 958 М.
Mom Hack for Cooking Solo with a Little One! 🍳👶
00:15
5-Minute Crafts HOUSE
Рет қаралды 23 МЛН
Каха и дочка
00:28
К-Media
Рет қаралды 3,4 МЛН
The evil clown plays a prank on the angel
00:39
超人夫妇
Рет қаралды 53 МЛН
Сестра обхитрила!
00:17
Victoria Portfolio
Рет қаралды 958 М.