অৰবীন্দ্ৰ সুত বাপৰ নাম প্ৰসঙ্গ অতি সুন্দৰ হৈছে (ধেমাজি জিলা শাখা)

  Рет қаралды 88,384

Adhyatmik Axom

Adhyatmik Axom

Күн бұрын

Пікірлер: 95
@nirabphukan5356
@nirabphukan5356 Жыл бұрын
যুবক বাপজনাৰ নাম ষাৰ বৰ ভাল লাগিল । খৰমান তালৰ বৰগীত ভাগ অপূৰ্ব সুন্দৰ হৈছে ।বাপজনা লগতে সমস্ত ভক্ত বৃন্দ লৈ ডিব্ৰুগড় পৰা সেবা ধৰিছো ।ধন্যবাদ থাকিল । কৃষ্ণ কৃষ্ণ । ।
@adhyatmikaxom
@adhyatmikaxom Жыл бұрын
কৃষ্ণ বাপ ।।প্ৰচাৰ কৰিব ।সকলোৱে শুনিব ।।কৃষ্ণ ।।
@arunchbora
@arunchbora 2 жыл бұрын
কৃষ্ণ সুন্দৰ হৈছে ৷সমস্তলৈ সেৱা জনালোঁ ৷ লয়ৰ গতিটো বেছি হৈছে যেন লাগিছে ৷মানে খৰ হৈছে ৷ অলপ ধীৰ গতিত গ’লে সোণতসোৱগা চৰিব ৷ পুৰুষোত্তম শব্দটো উচ্চাৰণ কৰোতে সাৱধান হ’লে ভাল ৷ ইয়াত পুৰুষো উত্তম উচ্চাৰিত হোৱা দেখা গৈছে ৷। অপৰাধ বিনাষন ৷ কৃষ্ণ ৷
@adhyatmikaxom
@adhyatmikaxom 2 жыл бұрын
কৃষ্ণ ,,পৰম কৃপা কৰা হৈছে
@nayanjyotikotoky7625
@nayanjyotikotoky7625 Жыл бұрын
ছাবলৈ গলে একো ভূল নাই। একেই অৰ্থ।
@arunpathak2120
@arunpathak2120 11 ай бұрын
কৃষ্ণ। জয় গুৰু শঙ্কৰ।অতি মধুৰ, অন্তৰ ভৰি গৈছে। কৃষ্ণ।
@rupalibora1471
@rupalibora1471 14 күн бұрын
খুব সুন্দৰ হৈছে।বৰগীত ভাগ পৰিবেশন কৰোঁতে লগত কোনেও গায় যাব নালগে।আমাৰ প্ৰশিক্ষণত কোৱা বাবেহে কলো।অপৰাধ নধৰে যেন।কৃষ্ণকৃষ্ণ।
@KomalThengalVlogs
@KomalThengalVlogs Жыл бұрын
কৃষ্ণ।কৃষ্ণসোন্দৰ।বৰসোন্দ।কৃষ্ণ।আমাৰ।ভাগু।দয়াকৰিব
@junumech653
@junumech653 2 жыл бұрын
কৃষ্ণ প্ৰভূ সেৱা জনাইছো মধুৰ হৰি নাম শুনি বৰ ভাল লাগিছে কৃষ্ণ 🙏🙏
@adhyatmikaxom
@adhyatmikaxom 2 жыл бұрын
কৃষ্ণ
@tarunloying7732
@tarunloying7732 Жыл бұрын
আপোনাৰ নাম প্ৰসংগ অতি সুন্দৰ হৈছে ।কৃষ্ণ বাপ
@pankajkumarborah2808
@pankajkumarborah2808 Жыл бұрын
কৃষ্ণ , অতি সুন্দৰ , সেৱা জনালোঁ।
@dimbeswari_patar
@dimbeswari_patar 2 ай бұрын
Krishna. Krishna. Krishna. Oum. santi. Oum. santi. Oum. santi. 🙏🙏🙏🙏
@RumiDutta-mg5ln
@RumiDutta-mg5ln 6 ай бұрын
কৃষ্ণ কৃষ্ণ বাপ ভক্তি ভৰা সেয়া নিবেদিলো কৃষ্ণ ঈশ্বৰে মঙ্গল কৰক কৃষ্ণ অতি সুন্দৰ হৈছে কৃষ্ণ
@xam775
@xam775 Жыл бұрын
ওঁম নমো ভাগৱতে বাসুদেৱায় 🙏 🙏 🙏
@jibonjyotidutta622
@jibonjyotidutta622 3 ай бұрын
কৃষ্ণ কৃষ্ণ🙏🙏🙏🙏
@pranjoldutta7038
@pranjoldutta7038 2 жыл бұрын
জয় গুৰু শঙ্কৰ 🙏🏿 কৃষ্ণ 🙏🏿অতি সুন্দৰ 🙏🏿🙏🏿
@pranitaorang7065
@pranitaorang7065 3 ай бұрын
কৃষ্ণ সুন্দৰ হৈছে কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏🦚🦚🦚
@prabhatborah1433
@prabhatborah1433 3 ай бұрын
শব্দৰ ঊচছাৰণ শূদ্ধ সব লাগে।
@TaraKalita-n9e
@TaraKalita-n9e Жыл бұрын
🙏🙏 বৰ সুন্দৰ হৈছে ।
@bharatiboruah2430
@bharatiboruah2430 Жыл бұрын
কৃষ্ণ কৃষ্ণ বাপ সেৱা জনালো কৃষ্ণ।
@__priyanki.__
@__priyanki.__ 4 ай бұрын
কৃষ্ণ,ব্ৰজ দুখ হ'ব লাগে।
@PronamikaHazarika
@PronamikaHazarika 3 ай бұрын
জয় গুৰু শ্ৰীমন্তশঙ্কৰদেৱ মাধৱদেৱ ❤
@asomiyabhaktisarobar
@asomiyabhaktisarobar Жыл бұрын
কৃষ্ণ, কৃষ্ণ। 🙏🙏
@RunuDuttaBaruah
@RunuDuttaBaruah 2 ай бұрын
অ' প্ৰাণ গোপাল হে আছে_ঘোষাত , কৃষ্ণ❤❤
@mamonichutia79
@mamonichutia79 2 ай бұрын
সেৱা‌ জনালোঁ বহত‌ সুন্দৰ হৈছে🙏🙏
@ArchanaHatiboruah
@ArchanaHatiboruah 3 ай бұрын
🙏🙏 Ram. Kissna.🙏🙏👍
@pankajtamuli8113
@pankajtamuli8113 Жыл бұрын
কৃষ্ণ 🙏 পৰম মঙ্গলময় ঈশ্বৰৰ নাম সুমধুৰ কণ্ঠৰে নিগৰিত হৈছে সেৱা জনাইছোঁ 🙏 ধন্য হৈছো
@adhyatmikaxom
@adhyatmikaxom Жыл бұрын
কৃষ্ণ অকণমান প্ৰচাৰ কৰিবলৈ সেৱা জনাইছোঁ ।।।
@pranabtalukdar9111
@pranabtalukdar9111 Жыл бұрын
​@@adhyatmikaxom⁴🎉😂
@nanidas8333
@nanidas8333 3 ай бұрын
🙏🙏 কৃষ্ণ বাপ সুন্দৰ
@bikashdeka8436
@bikashdeka8436 Жыл бұрын
কৃষ্ণ কৃষ্ণ প্ৰভু ভগৱন্ত ,নামঘৰত থকা সকলো ভক্ত চৰণত সেয়া নিবেদিছোঁ 🙏
@gajenborah-ee8yl
@gajenborah-ee8yl 3 ай бұрын
Krishna bap nam Bhaug borval lageel ❤
@rajudekakantha
@rajudekakantha Жыл бұрын
পৰম সুন্দৰ,,, আমি ৰাজু ডেকা,,, জোনাই,,,
@adhyatmikaxom
@adhyatmikaxom Жыл бұрын
কৃষ্ণ বাপ ।।।
@NitulBorah-pr1ys
@NitulBorah-pr1ys 3 ай бұрын
কৃষ্ণ কৃষ্ণ বাপ
@debrajburagohain2763
@debrajburagohain2763 Жыл бұрын
বৰ সুন্দৰ নাম হৈছে....কিন্তু গতি অলপ ধীৰ হলে ভাল হয়। তালৰ লহৰো অলপ বেলেগ হয় এইষাৰ নামত। বাকি ভাল লাগিছে। গোবিন্দ মহাপ্ৰভুৱে কৃপা কৰক।
@jurihazarika6852
@jurihazarika6852 Жыл бұрын
Ati sundar
@manobiknwr6996
@manobiknwr6996 3 ай бұрын
Hundar hoisy, krepa korokarkhebad thakel
@AdityaDas-m3z
@AdityaDas-m3z 2 ай бұрын
6:15
@AdityaDas-m3z
@AdityaDas-m3z 2 ай бұрын
6:39 6:46
@pratimadas4711
@pratimadas4711 3 ай бұрын
কৃষ্ণ কৃষ্ণ বাপ সেৱা জনালো
@banigogoilahkar2672
@banigogoilahkar2672 Жыл бұрын
Krishna so nice
@jibongogoi2400
@jibongogoi2400 3 ай бұрын
সুন্দৰ ❤❤❤❤❤
@asomiyabhaktisarobar
@asomiyabhaktisarobar Жыл бұрын
Krishna Krishna 🙏🙏
@khiruborah6440
@khiruborah6440 Жыл бұрын
Hey bap bandhob bohut sundor lagise krishna krishna
@sasankaburagohain9917
@sasankaburagohain9917 2 жыл бұрын
কৃষ্ণ, শুনি ভাল লাগিল,মোৰ এনেদৰে গাবলৈ মন যায় ক। ভৰ্গবানে সেইকণ মোক নেদিলে অ, মই বিকল্যাংগ জন্ম হৈ পৰিলোঁ বাবে ।
@nirabphukan5356
@nirabphukan5356 Жыл бұрын
দুখ নকৰিব বাপ ।ভগৱানে আপোনাৰ পাৰ্থনা নিচয় শুণিব ।আপোনাৰ মনৰ অভিলাষ হয়টো এদিন পূণ হওঁক ।কৃষ্ণ কৃষ্ণ ।
@bhupenhazarikabh8508
@bhupenhazarikabh8508 Жыл бұрын
Ati.hundar.bap.krishna.krishna.
@pabankumar4461
@pabankumar4461 2 жыл бұрын
প্ৰসংগ ভাগ সুমধুৰ অভিজ্ঞতা পুস্ট দুখৰ বিষয় সকলোতে পোৱাৰ নিচিনাকৈ যুৱ বাপৰ অভাৱ অনুভৱ হল ।
@adhyatmikaxom
@adhyatmikaxom 2 жыл бұрын
আমি সকলোৱে বৰ্তমান অতিকৈ গুৰুত্ব দিব লগীয়া বিষয় বাপ ।যুৱক সকলক আগুৱাই আনিবলৈ যত্নপৰ হব লাগে ।।।
@NarruttamPegu
@NarruttamPegu 6 ай бұрын
কৃষ্ণ বাপ
@NanakChawra-ib4oe
@NanakChawra-ib4oe Жыл бұрын
krisnah🙏🙏
@adhyatmikaxom
@adhyatmikaxom 2 жыл бұрын
কৃষ্ণ ,সকলো ঈশ্বৰৰ ইচ্ছাত হয় বাপ দুখ নকৰিবা
@navajitborah1735
@navajitborah1735 Жыл бұрын
Krishna Bap. Aajir pora apunar bandhu holu dei.
@manabendraboruah5402
@manabendraboruah5402 Жыл бұрын
কৃষ্ণ কৃষ্ণ!
@pabanbora5669
@pabanbora5669 Жыл бұрын
বৰ সুন্দৰ কৃষ্ণ
@BishalSonowal-k9c
@BishalSonowal-k9c 2 ай бұрын
Krishna😊
@pranabbora930
@pranabbora930 Жыл бұрын
কৃষ্ণ বাপ সুন্দৰ
@binitadutta9074
@binitadutta9074 Жыл бұрын
কৃষ্ণ কৃষ্ণ 🙏🙏
@runusaikia7678
@runusaikia7678 Жыл бұрын
Krishna🎉🎉🎉
@ruhithazarika1548
@ruhithazarika1548 3 ай бұрын
কৃষ্ণ , কৃষ্ণ
@horinamoramiyarokh3890
@horinamoramiyarokh3890 2 жыл бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ সেৱা জনালো।।।আমাৰ ভাগিও subscribedকৰি কৃতাৰ্থ কৰিৱ।
@Amalhazarikaamalhazarika
@Amalhazarikaamalhazarika Жыл бұрын
Bor bhal lagile
@NiranjanKumarnath
@NiranjanKumarnath 5 ай бұрын
Kkrisnah
@tayungofficials4483
@tayungofficials4483 Жыл бұрын
সকলো ভকতৰ শৰণত প্ৰণিপাত থাকিল 🙏🙏🙏🙏🙏
@ranjanbhuyan8601
@ranjanbhuyan8601 Жыл бұрын
KRISNA KRISNA KRISNA
@akmotivation8429
@akmotivation8429 Жыл бұрын
কৃষ্ণ
@arnabraz
@arnabraz 5 ай бұрын
Ram Krishna
@pulokborah1491
@pulokborah1491 Жыл бұрын
Krishna Krishna Bap
@humenborgohain8642
@humenborgohain8642 2 жыл бұрын
Hundor
@mintumonibordoloi8095
@mintumonibordoloi8095 Ай бұрын
Krishna Krishna Krishna Krishna
@khagenmahanta4769
@khagenmahanta4769 3 ай бұрын
অপুব্ব,
@basantahatimuria5747
@basantahatimuria5747 11 күн бұрын
Krishna Krishna krishna
@adtags2791
@adtags2791 2 жыл бұрын
ৰাম কৃষ্ণ
@mukutmech2822
@mukutmech2822 Жыл бұрын
কৃষ্ণ ৰাগ ভাগ শুদ্ধ নহল জনা এজনৰ পৰা ভালকৈ শিকি লব আৰু ভাল হব কৃষ্ণ
@jurisaikia7456
@jurisaikia7456 2 жыл бұрын
🙏🙏🙏🙏
@bhugirambaruah8459
@bhugirambaruah8459 2 ай бұрын
অ'প্ৰাণ গোপাল দীনবন্ধু****ঘোষাত এইদৰে পাও বাপ, চাবচোন।কৃষ্ণ।।
@GirishChBorah
@GirishChBorah 12 күн бұрын
Krishna krishna
@upenbora450
@upenbora450 2 жыл бұрын
Krishna Krishna Krishna 👃👃👃
@paragburagohain525
@paragburagohain525 3 ай бұрын
Krishna
@prasantakumarnath9469
@prasantakumarnath9469 Жыл бұрын
কৃষ্ণ কৃষ্ণ 🙏 🙏
@hemawatiborahboruah7485
@hemawatiborahboruah7485 2 жыл бұрын
কৃষ্ণ 🙏🙏🙏
@NiranjanKumarnath
@NiranjanKumarnath 5 ай бұрын
18:12
@jadavgogoi4008
@jadavgogoi4008 2 жыл бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ
@nipulborah6265
@nipulborah6265 Жыл бұрын
ঘোষা এজোকা কেইবাৰ কৈ ঘোষিব লাগে কিবা নিয়ম আছে নেকি ?
@adhyatmikaxom
@adhyatmikaxom Жыл бұрын
2 বাৰ মান গাই ঘোষিব পাৰে ।
@mintuhazarika505
@mintuhazarika505 2 жыл бұрын
কৃষ্ণ কৃষ্ণ
@manoharbharali8878
@manoharbharali8878 Жыл бұрын
So.mucj.clear.expression.nam.prasanga.of.sut.bap..lrisbhna
@Binoy120
@Binoy120 Жыл бұрын
কৃষ্ণ কৃষ্ণ
@mamonichutia79
@mamonichutia79 2 ай бұрын
কৃষ্ণ 🙏
@anantabhuyan
@anantabhuyan Жыл бұрын
🙏🙏🙏🙏
@jogamayaborah3655
@jogamayaborah3655 4 ай бұрын
কৃষ্ণ কৃষ্ণ 🙏
@KashmiriBora-q4j
@KashmiriBora-q4j 3 ай бұрын
কৃষ্ণ
@akhomiyasanskritrivaunanat6510
@akhomiyasanskritrivaunanat6510 Жыл бұрын
কৃষ্ণ কৃষ্ণ
Support each other🤝
00:31
ISSEI / いっせい
Рет қаралды 72 МЛН
99.9% IMPOSSIBLE
00:24
STORROR
Рет қаралды 29 МЛН
How many people are in the changing room? #devil #lilith #funny #shorts
00:39
It works #beatbox #tiktok
00:34
BeatboxJCOP
Рет қаралды 16 МЛН
#Namprokhong# rajib chutia
1:01:49
JAKERI NAHIKE UPAM
Рет қаралды 88 М.
Naam Prasanga by #Hiren_baruati
25:02
Hiren Baruati
Рет қаралды 196 М.
Support each other🤝
00:31
ISSEI / いっせい
Рет қаралды 72 МЛН