Рет қаралды 389,105
অৰুণাচলৰ ভাৰত-চীন সীমান্তত যুদ্ধৰ দামামা। ৰঙী চীনক প্ৰতিহত কৰিবলৈ সাজু ভাৰতীয় সেনা। ভাৰতে টাৱাঙৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত বৃদ্ধি কৰিছে সামৰিক কুছকাৱাজ। ১০-১৫ হাজাৰ ফুট উচ্চতাত যিকোনো কঠিন পৰিস্থিতিত শত্ৰু ৰাষ্ট্ৰৰ সৈতে মোকাবিলা কৰিবলৈ সাজু ভাৰত। অত্যাধুনিক মাৰাণাস্ত্ৰৰে সু-সজ্জিত ভাৰতীয় সেনা।