অৰুণোদয় লাভ নকৰা মহিলাই নতুন পদ্ধতিৰে পাব ধন।

  Рет қаралды 639,027

Asom Live 24

Asom Live 24

Күн бұрын

Пікірлер: 334
@tridipboraart1090
@tridipboraart1090 Жыл бұрын
ধন্যবাদ জনাইছো মাননীয় মুখ্যমন্ত্রী ছাৰলৈ কাৰণ আজিলৈকে মই অৰুণোদয়ৰ টকা নাপালো পঞ্চায়তে দুৰনিতি কৰাৰ বাবে এতিয়াহে যদি পাম সেই বাবে ছাৰলৈ বহুত বহুত ধন্যবাদ পোনৰ এই চৰকাৰ খনকে থাকে তাৰে কামনা কৰিলো ভগৱানৰ ওচৰত প্ৰাথনা কৰিছে ছাৰ। মোক এই বাৰ দিব ছাৰ অৰুণোদৰ টকা ছাৰ। মই দি চি চাৰৰ ওচৰ চাপিলো তথাপিও আজিলৈকে নাই পোৱা অৰুণোদৰ টকা এতিয়া আখা মাননীয় মুখ্যমন্ত্রী চাৰৰ ওপৰত।
@manashdowarah3579
@manashdowarah3579 11 ай бұрын
😊😊
@manashdowarah3579
@manashdowarah3579 11 ай бұрын
😊😊😊😊
@RanjitSonowal-fp1po
@RanjitSonowal-fp1po 11 ай бұрын
😊
@ashimrex8526
@ashimrex8526 9 ай бұрын
@HabibKhan-kc6xo
@HabibKhan-kc6xo 7 ай бұрын
CR. Pura ka pura😅😅😅😅😅😅😊😅😅😢😮😮 pus na .​@@RanjitSonowal-fp1po
@arahman7489
@arahman7489 Жыл бұрын
Mama jindabat ❤❤
@tikhulimbu8858
@tikhulimbu8858 7 ай бұрын
এই কথা গোটেই ভুৱা বাতৰি প্ৰচাৰ কৰিছে দুখীয়া পৰিয়াল এতিয়া লৈকে পোৱা নাই গোলাঘাট জিলা সৰুপথাৰৰ সমষ্টিৰ অন্তৰ্গত
@subhalaxmigogoi3244
@subhalaxmigogoi3244 11 ай бұрын
অৰুনোদয় আঁচনি পৌৰসভাৰ মা‌ইকী পৌৰপতি সকলে মানুহ বাচি দিবলৈ ক‌ওক
@RanuDasi-kk8ww
@RanuDasi-kk8ww Ай бұрын
Mama Great 👍👍👍👍
@usharanisaikia6912
@usharanisaikia6912 Жыл бұрын
মই এগৰাকী শাৰিৰীক ভাবে সখ্য ম মই এগৰাকী ভেঞ্চার প্ৰাথমিক বিদ্যা লয় ৰ শিক্ষয়িএী, মই ৩৬ বছৰ ধৰি বিনা বেতনে খাতি আছো। সেয়েহে মোক অৰু নোদয় টকা কেইটা অতি প্ৰয়োজন।
@BontiraniSinghDutta
@BontiraniSinghDutta 11 ай бұрын
মই এগৰাকী ঘৰৰ গ্ৰিহিনী মোৰ বয়স 37মোৰ শাৰীৰিক অৱস্থা ইমান ভালো নহয় মোৰ নাম bonti rani singh dutta মোক অৰুণোদই টকাকেইটা খুবেই প্ৰয়োজন মহোদয়
@tulumonigogoi6816
@tulumonigogoi6816 Жыл бұрын
ৰেচন কাদ থকা ১৫ বছৰ হ'ল কিন্তু চাউল কেইটাৰ বাহিৰে একো সুবিধা লাভ নকৰিলো।😅😅😅
@jyotidutta3154
@jyotidutta3154 11 ай бұрын
সঁচাকৈ পোৱাই পায় আছে😥😢
@JogadaGogoi
@JogadaGogoi Жыл бұрын
ৰেচন কাড পোৱা আজি 16 বছৰে হ'ল অৰুনোদইৰ ফমপোৰাই পোৰাই ভাগৰিপৰিছো আজিলৈকে নাপালোঁ
@usharanisaikia6912
@usharanisaikia6912 Жыл бұрын
ল'ৰা হঁতে ভবিষ্যতে পোহপাল নি দিলে কেনেকৈ জীয়াই থাকিম মহোদয়?
@amitandutpal8733
@amitandutpal8733 11 ай бұрын
Moi arunadoy powa ny sir😢
@NIRU-Paban-Nath
@NIRU-Paban-Nath 11 ай бұрын
ৰেচন কাড আছে অৰুণোদয় পোৱা নাই৷দালালে চব শেষ কৰে৷চাৰৰ কথাটো ৰাইট ৰেচন কাড থকা সকলক অৰুণোদয় দিব লাগে৷আপুনি মহান৷
@lakhigogoi7357
@lakhigogoi7357 23 күн бұрын
Duniya sir val logsa 🙏 video Sai thnkyou 🙏🙏🙏
@sirajulaue4422
@sirajulaue4422 Ай бұрын
ভাল পদক্ষেপ বিজেপি দীর্ঘায়ু হবো অসমত
@ranatalukdar7267
@ranatalukdar7267 11 ай бұрын
পেঞ্চন পোৱা সকলে ৰেচন কাৰ্ড পাইছে থিকে আছে, কিন্তু পেঞ্চন পোৱা পৰিৱালক অৰুণোদয় দিব নালাগে।
@Rupadebnath8404
@Rupadebnath8404 11 ай бұрын
Good news sir thank you sooo much sir🙏
@lakhigogoi7357
@lakhigogoi7357 3 ай бұрын
Very very good sir 🙏🙏🙏
@pms.s9497
@pms.s9497 Жыл бұрын
Amar Mama jindabad 🙏Love you Mama
@paragsocial7156
@paragsocial7156 Жыл бұрын
এইজে ৱাৰ্ডৰ দলৰ বুথ অকৰ্মনিঅ সভাপতি কিছুমানৰ বাবে অৰুনোদই আঁচনি নাপাই, কাৰণ সেইকেইটাই তলতে কাতিদিয়ে।
@SatyajitBiswas-d8q
@SatyajitBiswas-d8q 25 күн бұрын
Good khobar tomar sir .......
@KamalKamal-x7n8o
@KamalKamal-x7n8o 19 күн бұрын
Thank you so much sir
@bhasutideka1211
@bhasutideka1211 Жыл бұрын
আমি নতুন ৰেচন কাদ পায়চু কিন্তু অৰউনউদয় পুৱা নায় মৰিগাঁও পৰা কৈচু।
@rinkubora6349
@rinkubora6349 Ай бұрын
Nice and good perfomence.
@Nipin-boy-9
@Nipin-boy-9 Жыл бұрын
Good 👍 cm sir
@UbaidullaChaudhary
@UbaidullaChaudhary 14 күн бұрын
Mama thank you
@SatyajitBiswas-d8q
@SatyajitBiswas-d8q 25 күн бұрын
Good khobar tomar mem .......
@SatyajitBiswas-d8q
@SatyajitBiswas-d8q Ай бұрын
Good khobar tomar .......
@bontibora6793
@bontibora6793 11 ай бұрын
মই এগৰাকী বিধবা মহিলা। মই যোৰহাটৰ পৰা কৈছু মোৰ ঘৰ কৰঙা ভকত চেউনি গাওঁ মোৰ ঘৰ অবস্থা খুব বেয়া। কিন্তু মোৰ অৰুনোদইৰ পোৱা নাই, আগতে পাইআছিলু কিন্তু মোৰ ঘৰ ঢাভিয়া কৰা পাচৰ পৰা বঞ্চিত হলো।
@NekatAli-n3g
@NekatAli-n3g 15 күн бұрын
Right mama
@JasminSultana-r3y
@JasminSultana-r3y 5 ай бұрын
Thank you
@SubiiRoy
@SubiiRoy 7 ай бұрын
ধনী মানুষের জন্য অরৃ্ণোদয়
@Sanjoyhaz-xi9zk
@Sanjoyhaz-xi9zk 2 ай бұрын
Jting🙏🙏🙏🙏🙏🙏🙏🙏
@DevakantaGogoi-kh2gz
@DevakantaGogoi-kh2gz 11 ай бұрын
অৰুণোদয়ৰ নিৰ্বাচনৰ ক্ষেত্ৰতো পঞ্চায়তত দূৰ্নীতি চলি যোগ্য হিতাধিকাৰীয়ে অৰণোদয়ৰ পৰা বঞ্চিত হৈছে।গতিকে মুখ্যমন্ত্ৰীৰ এই নতুন ব্যৱস্থাটোৱে অৰুণোদয় হিতাধিকাৰীসকলক পলমকৈ হলেও উপকৃত কৰিব বুলি আশাবাদী।
@usharanisaikia6912
@usharanisaikia6912 Жыл бұрын
মই এগৰাকী শাৰিৰীক ভাবে সখ্য ম মহিলা বহুবাৰ আবেদন কৰিও আজিলৈ কে অৰু নোদয় নাপালো।
@maramidas2776
@maramidas2776 7 ай бұрын
ধনী মানুহ দিব আমাৰ দৰে মানুহক কিয় দিব
@narjinanayahatxotcom6473
@narjinanayahatxotcom6473 7 ай бұрын
Very very good Hemanta Biswas Sharma mama
@taramaiphukan8785
@taramaiphukan8785 Ай бұрын
মহাশয় সৰহ ব্যক্তি থকা সকলে কম চাউল পায় অন্তোদয়া এজন মানুহে বত্ৰিশ কেজি পায়। এইটো কেনে নিয়ম আৰু হাতৰ আঙুলি নুঠে সেই সকলৰ গতি কি হ'ব ভাবিব অলপ
@RomaGoswami-v2j
@RomaGoswami-v2j Жыл бұрын
God.bless.apane
@maramihazarika4795
@maramihazarika4795 11 ай бұрын
মুখ্যমন্ত্ৰী ডাঙৰীয়াই জনসাধাৰনৰ কাৰনে চৰকাৰী আচঁনি দিয়ে হয় ।কিন্তু পঞ্চায়তৰ সদস্য/সদস্যা সকলে দল বাছি আচঁনি মতে গাৱৰ জনসাধাৰনক নিদিয়ে ।মই এগৰাকী অংগনবাদী কৰ্মী ।মোৰ ঘৰৰ অৱস্হা টনকীয়াল নহয় ।মোৰ স্বামীৰো ইনকাম নাই ।তেওঁ বিজেপি দলৰে কাম কৰে ।মই কংগ্ৰেছ চৰকাৰৰ দিনত চাকৰি পোৱাৰ কাৰনে কংগ্ৰেছি বুলি চৰকাৰী আচঁনিৰ সুবিধা নিদিয়ে ।ৰেচনকাৰ্ড কংগ্ৰেছ চৰকাৰৰিনতে পোৱা ।ৰেচন কাৰ্ড মতে গেছ পালো কিন্তু কাৰ্ডখন নাপালো ।এটা অংগনবাদী পৰিচালিকা চাকৰি টকাৰে এটা পৰিয়াল চলিবলৈ বহুত অসুবিধা সেয়ে কথাখিনি জনাইছো ।মই গহপুৰ সমষ্টিৰ বাসিন্দা ।পঞ্চায়ত কল্যানপুৰ ।কল্যানী মন্দিৰ থকা এলেকাৰ বাসিন্দা ।
@madhumitabhattacharjee6784
@madhumitabhattacharjee6784 11 ай бұрын
মই অরুণোদয় আচনি পোয়া নাই, রেশন কার্ড ও নাই,, মোর hasbend অর pension o nai, please আমাক resion card দিয়ক স্যার।
@tikhulimbu8858
@tikhulimbu8858 7 ай бұрын
নাই পোৱা
@SayainaMalo-od2tk
@SayainaMalo-od2tk 11 ай бұрын
May puwa nay Sayana malo
@rupalikonwar1540
@rupalikonwar1540 11 ай бұрын
দুদিন পাই দুদি নাপাই,চাৰ, অফিচ বিলাগে,কি কৰে চাৰ আপোনালোকেনাচাই,চাৰ,
@AnjuRay-wk9jp
@AnjuRay-wk9jp 11 ай бұрын
Arunady puwa nai aamiyo geso nai
@gitadevigitadevi7973
@gitadevigitadevi7973 11 ай бұрын
ৰেচন কাৰ্ড আছেই ।কিন্তু আজি লৈকে অৰুণোদয় আচনি‌ পোৱা হে নাই।
@Ayanpatell
@Ayanpatell 11 ай бұрын
Form kot pwa jbi
@usharanisaikia6912
@usharanisaikia6912 Жыл бұрын
ধন্যবাদ, মই এইবাৰ নাপালে গন্ডগোল লামা চাৰ।
@JyotiBorah-rt5qk
@JyotiBorah-rt5qk Жыл бұрын
মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰিছো।🙏🙏🙏
@nurjahanbegum7746
@nurjahanbegum7746 Жыл бұрын
টেমপু চলোৱা বা দাইভাৰৰ ঘৰৰ সুবিধা একো নাই নেকি চৰকাৰৰ
@anantabora9407
@anantabora9407 Ай бұрын
চেনী কেৰাচিন আতা বন্ধ কৰি বস্তুৰ দাম বহাই আমাৰ নিচিনা মধ্য বৃত্তৰ মূৰত মাৰি খাইছে আৰু আপুনি আগবঢ়োৱা ধন লৈ খুৱায়ে বহি বহি খাইছে ফুৰাই ফুৰিছে পিন্ধাই নতুন নতুন কাপোৰ কানি বস্তু ব্যৱহাৰ কৰিছে চৰকাৰৰ ধনেৰে এবাৰ আখুতালি next aan akuthali koi ২,৩bar ghor bonaise aru kosto korai সকলো বিসৰ্জন দি নিজেই সজা ঘৰ থাকিলেই সকলো সুবিধাৰ পৰা আতৰি থাকিব লাগে মাক দেউতাকৰ ডাঙৰ চাকৰি আছে নেকি আছে যদিও লৰা ছোৱালী এজন নে অধিক সকলো দেখোন বিচাৰ কৰি চাব পাৰে এটা দুটা সুবিধা পুৱাবোৰক দহুতা সুবিধা দি নিবনুৱা নকৰিব বস্তু ৰ দাম যিমান বহাইছে ঘৰৰ মূৰব্বীৰ ৫তা কৈ মানুহ চলাবলৈ বহুত কষ্ট কৰিবলগীয়া হৈছে ২০ কেজি চাৱুলে এমাহ নাপাই গৈ কষ্ট কৰা মানুহ যে এটা জলপান ৰ দাম যিমান হে
@Prunima-y6l
@Prunima-y6l 5 ай бұрын
নালাগে নালাগে নালাগে নালাগে নালাগে,অৰোণোদয় বহুত লেকচাৰ হল তিতা কেহা সকলো দিলে ঠগিলে তেওঁ ৰ ঘৰৰ পাকঘৰত কিআছে নাই তেও নিজেই নাজানে ।কিবুজিব তেওঁ ,5 কেজি চাউলে একো নহয়।অৰোণোদয় উঠাই দিয়াই ভাল।
@nurikhan7512
@nurikhan7512 11 ай бұрын
Thanks mama eibar jodi kiba hoi hobo
@zakiruddin4761
@zakiruddin4761 11 ай бұрын
Good mama ❤
@DipenKhakhlari-sx7md
@DipenKhakhlari-sx7md 4 ай бұрын
Reason curd kenekoi pam jonabo
@Saraswatigoyary-g4s
@Saraswatigoyary-g4s Ай бұрын
Dhanyabad mkhyamantri dangariya. Moi jenetene ration card palu .kintu, ajilwyke ges indhan 4 bar aplay kora howl atiyau napalu.,Arunudoi napalu
@ilimabegum90
@ilimabegum90 Ай бұрын
মোৰ মা বিধবা তেওঁ আজিলৈকে অৰুনোদইৰ আৰু পেঞ্চনৰ সুবিধা পোৱা নাই। জিলা - দৰং গাওঁ - দুৱৰিপাৰা নাম - ৰেজীয়া বেগম
@BontiraniSinghDutta
@BontiraniSinghDutta 11 ай бұрын
Sir moi documents disilu kintu mutkoi pasot diya bilakor naam aahil kintu mur nam nahil kirpa kori c.m sir muk Arunudoi aasoni tu diyok
@AlakaLahkar
@AlakaLahkar 22 күн бұрын
Ami knekai apply koriba parim jnba sn .
@mrigengohain
@mrigengohain 11 ай бұрын
Mama jinda bad
@KanakSaraniya-yl5pz
@KanakSaraniya-yl5pz 11 ай бұрын
Dhanabadhimntamama
@karobisaikia3548
@karobisaikia3548 Жыл бұрын
Amiu lukor ghoroy hajira kori khaiu napai kard thakiu 😢😢😢
@ABHIGYAN_Xplogamer
@ABHIGYAN_Xplogamer 11 ай бұрын
Reson card ase kintu Assam's Jorhator Machorhat bhout durniti soli ase Please check koribo aji loike eku khubidha pua nai....khokolu misa puai pabo ami eku napau 😢😢
@DKgamers-m6o
@DKgamers-m6o 5 ай бұрын
Apunaloke xosa koi asene baru aibur mur kintu bissakh huanai
@dipankarnew4832
@dipankarnew4832 Жыл бұрын
জৰদ
@sureshproja699
@sureshproja699 11 ай бұрын
Good❤
@mhkalgachia8637
@mhkalgachia8637 Жыл бұрын
Atiya arunodoi apply koribo parim neki kobosun
@jeherulislam3231
@jeherulislam3231 Жыл бұрын
Sir ( CM) parile video comments bor abar sab 👈🤔
@dembabarman9897
@dembabarman9897 11 ай бұрын
Eto bar form joma dilu atiwaloi অৰুণোদয় পোৱা নাই মই মামা
@hirenbarua1380
@hirenbarua1380 11 ай бұрын
Agate reson card bebastha karak sir. Atiya ki karene reson card da bebastha bandha kori thoise
@nuraminbhai8902
@nuraminbhai8902 11 ай бұрын
Bariyaaaa sir ,kinto Anganwadi kormi hokolor r kothau olop vabok kormi hokolor Ayosman card ketiyaa dibo manoni ketiyaa borabo..
@AnitaTanti-kg7se
@AnitaTanti-kg7se 4 ай бұрын
Ami katai arundoi asoni don love korim
@imrullaskar3667
@imrullaskar3667 11 ай бұрын
ধ্যাইনো বাধ মামা
@ansuladaimari249
@ansuladaimari249 10 ай бұрын
Dhoinobad sar moi atiyaw orundoi puwa nai sar
@ProtimaDehingia
@ProtimaDehingia 11 ай бұрын
মই বিধবা মহিলা বোৱাৰী নামত ৰেচন কাদ। ফৰম। জমা। দিয়া। হ'ল। ডিচেম্বৰত মাহত। কি কাৰণত নাহিল এতিয়াও পোৱা নাই। মাচ সোমাব। হ'ল মহোদয়
@JadumaniRabha-n3i
@JadumaniRabha-n3i Жыл бұрын
Good news
@ranjithazarika8889
@ranjithazarika8889 11 ай бұрын
ৰেচন কাড ঠাকিয়ো আজিলৈকে এতাও চৰকাৰী সুবিধা নাপালোঁ কিয় ?
@aontitirkey2073
@aontitirkey2073 11 ай бұрын
Sir aponi mohila bilako hubida deya aru sowalibor ki hobo sir Amar aku hubida nai naki moi aru ma dotai thaku kinto okhbidar karona anor ghrt Kam korib loga hoisa aru kam koru kinto aku Fala nohoi sir plz sowali bilakor kiba hubida dib paribo na sir plz plz sir 🙏🙏🙏😭😭😭😭kiba upai Kori deyok sir
@krishnogaming5225
@krishnogaming5225 Жыл бұрын
আমাৰ ইয়াত নিদিয়ে আমি পোৱা নাই ডিব্ৰুগড় জামিৰা কপৌ গাওঁ হয় মোৰ ঘৰ কিন্তু মেমবাৰে নিদিয়ে জানে চাৰ মদ খোৱা মানুহক দিছে আমি মদ খালে দিব নেকি চাৰ
@Parineetatachangmai8213
@Parineetatachangmai8213 11 ай бұрын
মই অৰুণোদয় নাই পোৱা ৰেচন কাড পালো
@KartikDas-z9k
@KartikDas-z9k 4 күн бұрын
Basnti das.arunody puya nay resn kard ase.mama kripa Kori b joy sri ram.
@SatyonDas
@SatyonDas 7 ай бұрын
চল্লিশ, পঞ্চাশ এর উপরে যাদের বয়স এব্্ তাদের ছেলে মেয়ে বাচ্চা কাচ্চা নেই তাদের জন্য কিবা এট‌‌‌ করার জন্য অনুরোধ রহিল
@KartikDas-z9k
@KartikDas-z9k 4 күн бұрын
Mama. Ati dridr kripamy kripa korib
@minaphukon2076
@minaphukon2076 11 ай бұрын
মোৰ ৰেচন কাড আছে কিন্তু মই অৰুণোদয় আচনি পোৱা নাই। পনচায়তে মোক গাফিলতি কৰিছে।
@Kunjodas-xq5ej
@Kunjodas-xq5ej 11 ай бұрын
হাজোৰ অন্তৰ্গত,,,৯০নং কেতেকী বাৰী উখুৰা গাঁও পঞ্চায়ত,,,,বহুতো অনিয়ম হৈছে,,,এবাৰ পৰ্যবেক্ষণ কৰক,
@MukulDeka-x2n
@MukulDeka-x2n 3 ай бұрын
Moi pai asilu kintu ...atia 4 month or para puwa nai ..ki hol aku Buji puwa nai mur manuh jonu nai aru lora ata asil dhukale kunu sakoriu nokoru suwali joni kiba ke kam ata kori ghor solai ase
@PareshDeka-p3k
@PareshDeka-p3k 4 ай бұрын
Reason kard nai kenekoi pan mama
@RadhaSutradhar-e7t
@RadhaSutradhar-e7t 6 ай бұрын
Amake arunadoy dan sir
@rainbowworld2370
@rainbowworld2370 Жыл бұрын
Sir arunadoi 5 month palu dhonyabad.. kintu tar pasot 2024 ot palu mane ki.....😅😅😅😅😅
@pompiduttamaina5860
@pompiduttamaina5860 Жыл бұрын
Sir apuni kua mote jodi xhosake hoi tetiya he vot dim
@BijonPhukan
@BijonPhukan Жыл бұрын
অনলাইন এপলাই কৰিলে হ'ব নেকি
@JitamoniMili
@JitamoniMili 7 ай бұрын
Good
@rupalibiswas2288
@rupalibiswas2288 11 ай бұрын
নাই পেবা আজি লইকে
@bhabaniroy2593
@bhabaniroy2593 6 ай бұрын
আমি দিন মজুরি পরিবারল ৭ জিয়া আমার কোন অরুউদয় পাইনা পুরান রেশন কাঠ অরুউদপামনাকি
@woman178
@woman178 Жыл бұрын
Ex congress bilak pai asae nae nai AXOM r
@ModanNeog
@ModanNeog 11 ай бұрын
Moi 2 bar korilu abaru nahil aibar jodi hoi hukhi hom ..good sir
@MoromiRay-e8b
@MoromiRay-e8b 11 ай бұрын
Aami powa nai sar
@NibirDas-dq2kw
@NibirDas-dq2kw Ай бұрын
মই আজিলৈকে অৰুণোদয় পোৱা নাই ৰেচন kard aase
@DipaBorah-j8d
@DipaBorah-j8d Жыл бұрын
Sir ami bahot kasta kari akhan gari loiso.agata aronodai from porai napalo aro .atia koisa amar gari thaka karana ami aronodai napao.aponi to koa nai gari thaka manuha aronodai napai😢😢
@rupalichetia3749
@rupalichetia3749 Жыл бұрын
Joyshreeram
@SahityaRabha-k7b
@SahityaRabha-k7b 10 ай бұрын
Kintu aami bare bare aplai korar pasoto urunadoi powa nai moi ajon dukhia manuh aamar gaot dhoni manuh borehe pay kiyo 😅😅😅😅
@jeherulislam3231
@jeherulislam3231 Жыл бұрын
PWD pensioner (physically Handicapped) bor kio pension dia nai ???
@AjayBasumatary-i4i
@AjayBasumatary-i4i 11 ай бұрын
Sarkare dileu ami napai dukhia karone dhani lidar bilake pai lidar bilake durniti kare lidar bilake kona😢
@GupalPatar-ue2ut
@GupalPatar-ue2ut 6 ай бұрын
Purani r. card asse adhar card link karilu ressan nai aru around ay nai
Мен атып көрмегенмін ! | Qalam | 5 серия
25:41
Cat mode and a glass of water #family #humor #fun
00:22
Kotiki_Z
Рет қаралды 42 МЛН
“Don’t stop the chances.”
00:44
ISSEI / いっせい
Рет қаралды 62 МЛН
Chhoto Bou - Bengali Full Movie | Prosenjit Chatterjee | Devika Mukherjee | Ranjit Mallick
2:16:48
Bengali Movies with English Subtitle
Рет қаралды 21 МЛН