অৰুণোদয় আঁচনিৰ ধন ১০০০ টকালৈ বৃদ্ধি - চালক-হেণ্ডিমেনক দিয়া হব ১০ হাজাৰকৈ টকা

  Рет қаралды 208,593

News Live

News Live

Күн бұрын

Пікірлер: 545
@soumyadeepdatta8753
@soumyadeepdatta8753 3 жыл бұрын
অত্যন্ত ভাল কথা। ভাৰত আৰু অসমৰ বুৰঞ্জী, ভূগোল বাধ্যতামূলক । সছাকে আমাৰ ছাত্ৰ ছাত্ৰী সকলৰ বাবে মঙ্গল জনক, সমাজৰ বাবে মঙ্গল জনক।।
@rajeshhazarika1663
@rajeshhazarika1663 3 жыл бұрын
Hoy
@FUNNYVIDEOS-gn8ex
@FUNNYVIDEOS-gn8ex 3 жыл бұрын
Yes we should know our history ...good initiative by cm
@bhaskarsaikia6873
@bhaskarsaikia6873 3 жыл бұрын
বস্তুৰ দাম কমোৱা কথাটো মুখৰ পৰা এবাৰো নোলাল
@অসমীয়ালৰা-ট২দ
@অসমীয়ালৰা-ট২দ 3 жыл бұрын
বস্তুৰ মূল্য কমাব কেনেকৈ???? চাহিদা হিচাবত যোগান কম হৈছে,,,
@mamonisaikia8745
@mamonisaikia8745 3 жыл бұрын
নোলাই
@probin987
@probin987 3 жыл бұрын
Bostur dam jodi kome sorkare kor pora asoni dhon dibo paribo. Masor tell masote vhagise
@ss-cf1xb
@ss-cf1xb 3 жыл бұрын
Take tu ....mithatel r mulya saoksun jui sai....amr pra loise ako amk e asoni hisapt dce . binamulia Saul kio dbo lage tatokoi bastu r dam komabo lage ..
@khokansarkar1483
@khokansarkar1483 3 жыл бұрын
খাদ্যবস্তৰ দাম বৃদ্ধি হৈছে।দাম কমোৱাৰ ব্যবস্তা কৰিব লাগে।
@pradipkonwar34
@pradipkonwar34 3 жыл бұрын
অৰুনোদই কোনবিলাক মানুহে পাব লাগে আৰু কোনে পাই আছে, তাত গুৰুত্ব দিলে ভাল হয়, আমাৰ টকা আমাৰ পৰাই লুটপাট কৰি আমাকেই দিয়ে়,ইয়াৰ পৰা বুজিছো মূল্যবৃদ্ধি দুগুন হব
@abhijeettalukdar5004
@abhijeettalukdar5004 3 жыл бұрын
Take ia tu
@bikashsahu8135
@bikashsahu8135 3 жыл бұрын
🙏🙏🙏
@pulakeshsaikia7459
@pulakeshsaikia7459 3 жыл бұрын
পেট্ৰলৰ দাম 150 টকা হব গৈ নে?
@nayanmonisaikia7094
@nayanmonisaikia7094 3 жыл бұрын
Korim korim ... Sinta koribo nalage ...Ro
@bishalborenyaplanet4113
@bishalborenyaplanet4113 3 жыл бұрын
মুল্য বৃদ্ধি বাবে কি ব্যৱস্থা ললে 😁 ।। ব্যৱসায় সকলৰ বাবে কি ব্যৱস্থা ললে ।। কেৱল ভোট কিনাত ব্যষ্ট 🙏🏼
@karabimahatto8331
@karabimahatto8331 3 жыл бұрын
Thik koise
@niranjannath9669
@niranjannath9669 3 жыл бұрын
অৰুণোদয় দিয়ক আৰু কিবা দিয়ক ,আমাৰ কবলগা একো নাই | কিন্তু হিতাধিকাৰী বাচনি কৰোতে মধ্য ভুগী (দালাল) বোৰক আতৰ কৰক | মূল্য বৃদ্ধি ৰোধ কৰিবলৈ চৰকাৰৰ হাতত কোনো উপাই নাই বুলি জানিব পাৰি সন্তোষ পালো | মুঠৰ ওপৰত ৰাজ্যৰ মধ্যবিত্ত শ্ৰেণীটো ৰ পানীত হাঁহ নচৰা অবস্থা হব লাগে |
@pranabkumarsamrma731
@pranabkumarsamrma731 3 жыл бұрын
বাছত কাম কৰা সকলৰ লগতে বাছৰ মালিক সকলকো দিয়ে যেন
@habilrohman7986
@habilrohman7986 3 жыл бұрын
দয়া কৰি পঢ়িব, 'ভাষণ শুনিলে তো ভাল লাগে কিন্তু, কিজানি চৰকাৰৰ টকা পাইও আমালোকে আৰু চাৰিওফালে যি দেখি আছো মানুহে দ্ৰুত গতিত দূঃখৰ ফালে আগবাঢ়ি আছে |
@gunamonibordoloi5613
@gunamonibordoloi5613 3 жыл бұрын
আচনি, আচনি , বনাই বনাই অসমৰ মানুহবোৰ এলেহুৱা কৰি পেলাইছে চৰকাৰ খনে ৷ আচনি লাগে ,কিন্ত হলবুলি এনেকৈ নহয় ৷
@NPGAcademiy
@NPGAcademiy 3 жыл бұрын
আৰু বহুত দুখিয়া মানুহে পাব আছে। সেইবোৰক যোগ কৰক।
@A...9997
@A...9997 3 жыл бұрын
Hoi. Amar gaot bhut dhoni manihe paise. But dukhia khini poa nai
@Pankoj1743
@Pankoj1743 3 жыл бұрын
Driver সকলৰ আৰ্থিক সংকত আহি পৰিছে নহয়।। ইতিমধ্যে বহু লোক লঘোণে আছে।। যি কৰে সোনকালে কৰক
@pradyumnaborthakur6823
@pradyumnaborthakur6823 3 жыл бұрын
All city buses will be electric.... This is a revolutionary decision... hats off sir🙌
@অসমীয়ালৰা-ট২দ
@অসমীয়ালৰা-ট২দ 3 жыл бұрын
নিশ্চিত ভাৱেই ভাল খবৰ,, হিমন্ত বিশ্ব জিন্দাবাদ।
@Goldminescompany2034
@Goldminescompany2034 3 жыл бұрын
ৰূপম দত্ত ই কোৱা কাৰণে দিলে নেকি ..?? ১০০০০ টকা তু।
@sanzu8674
@sanzu8674 3 жыл бұрын
Oo dise je.. Dileo bipod nidileo bipod ki kribo kok?
@Goldminescompany2034
@Goldminescompany2034 3 жыл бұрын
Hai2 kwa nai moi..moi koisu j Eman din gom a pwa nacil night super driver kotha2.. Rupam duttai dhuise j sorkar k
@jborkakati7224
@jborkakati7224 3 жыл бұрын
@@Goldminescompany2034 Yes 😁😁😁😁😁voi khala.
@prasantagoswami1477
@prasantagoswami1477 3 жыл бұрын
@@sanzu8674 হয় দেই; কি যে আৰু? কি কৰিলে বা ভাল হয়?
@abdulmannaf5519
@abdulmannaf5519 3 жыл бұрын
MOST WELLCOME RESPECTED C.M.DR H.B.SARMAH FOR YOUR VARIOUS SCHEMES LIKE AS EDUCATIONAL CHANGE' .BUT ME HAVE SIMPLE REQUEST REGARDING EDUCATION THAT IT SHOULD BE INCLUDED A SKILLS SUBJECT FOR BASIC KNOWLEDGE LIKE AGRICULTURE, HORTICULTURE,FISHERY,POULTRY,PIGGERY,FOOD PROCESSING ETC.IN THE CLASS 11to 12.for self employment to the youth.as compalsary.
@minakshibezboruah3128
@minakshibezboruah3128 3 жыл бұрын
বৰ ভাল কথা। মানুহখিনিয়ে সকাহ পাব নিশ্চয়...
@hiramoni5591
@hiramoni5591 3 жыл бұрын
ভেকচিনো বুলে পানীহে whoয়ে কলে😆😆😆
@pranabchetia6020
@pranabchetia6020 3 жыл бұрын
মহাশয় কৰুনা নাটক খন সামৰক
@rajeshhazarika1663
@rajeshhazarika1663 3 жыл бұрын
Right
@prarinitasaikia4380
@prarinitasaikia4380 3 жыл бұрын
Right
@bhaskarpratimdeka5882
@bhaskarpratimdeka5882 3 жыл бұрын
Hosakoi raijok bohut bhaldore suwa sita korise. Bohut bohut dhoinyobad. 🙏
@phulkumarideka7031
@phulkumarideka7031 3 жыл бұрын
Sir you are always best.
@aliasaikia4530
@aliasaikia4530 3 жыл бұрын
তুমি মামা কবা এটা কৰিবা এটা॥আমি বুজি পাও॥ অৰুনাডই নালাগে..১০০০হাজাৰ তোমালোকে ভগাই লবা॥ কৰুনাত তোমালকৰ লোকচান হৈছে॥ভেকচিনো ললো পানী॥ আমাকতো মাৰিবাই॥ আমাৰ কাম ধান্দা নোহোৱা কৰিছা॥ বেবসায় বোৰ বৰবাদ হৈছে আমাৰ লোকচানৰ আচনী কি লবা॥
@nasirahmedbahadurpur4216
@nasirahmedbahadurpur4216 3 жыл бұрын
অরুণোদয় আবার ভেরিফিকেশন করা দরকার অনেক দুর্নীতি হয়েছে লিস্ট করার সময়, অনেক সামর্থবান ব্যক্তির নাম উঠেছে কিন্তু অনেক গরিব বিধবা মেয়েদের নাম উঠেনাই।
@rajeshhazarika1663
@rajeshhazarika1663 3 жыл бұрын
Correct
@putulgogoi3136
@putulgogoi3136 3 жыл бұрын
Bangladeshok kua verification kori dibo
@montuvlogs5713
@montuvlogs5713 3 жыл бұрын
Correct
@nasirahmedbahadurpur4216
@nasirahmedbahadurpur4216 3 жыл бұрын
@@putulgogoi3136 কেনে ঐ কথা বললেন আপনি , ভারতের সংবিধান থেকে জ্ঞান অর্জন করুন কিভাবে নাগরিকদের সাতে কথা বলতে হয়।
@putulgogoi3136
@putulgogoi3136 3 жыл бұрын
@@nasirahmedbahadurpur4216 assamese kua bhai jodi assamor hoi
@smae3543
@smae3543 3 жыл бұрын
বহুত বহুত ভাল কাম কৰিছে .......... ধন্য বাদ........
@pradipkumarkalita99
@pradipkumarkalita99 3 жыл бұрын
সবকা চাথ সবকা বিকাশ ,বি.জে পি জিন্দাবাদ
@hunorasom129
@hunorasom129 3 жыл бұрын
History ,Geography.diyar babe bohut Val lagil sir.Karon ai 2ta subject najanila lora-suwaliya nijor xima sininapabo. History najanile past to pahoribo.
@rajeshhazarika1663
@rajeshhazarika1663 3 жыл бұрын
Exactly
@madhurjyaparasar2420
@madhurjyaparasar2420 3 жыл бұрын
Future is electric so himanta biswa sarma have taken good intiative of giving electric bus I am sure all government and private bus will electric.thanks bjp.
@hiramoni5591
@hiramoni5591 3 жыл бұрын
ইলেকচনৰ আগত ৩০০০দিম বুলি কৈছিল ২০০০ কাট গ'ল 😁😁😁
@rajeshhazarika1663
@rajeshhazarika1663 3 жыл бұрын
😀😀😀 right
@rinkudeka7646
@rinkudeka7646 3 жыл бұрын
মহাশয়, বস্তুৰ দাম বাঢ়ি গৈ থাকিব লগতে অৰুনোদয়ৰ টকা, দৰমহা বাঢ়ি গৈ থাকিব । মহাশয়, পিছে আমাৰ কি হব । আমি পেটত গাঠি দিব লাগিব কাৰণ আমাৰ যে চাকৰি, অৰুনোদয় নাই।
@praneswarpatgiri6870
@praneswarpatgiri6870 3 жыл бұрын
আমি কি কৰি খাম চাকৰিও নাই অৰুণোদই আচনিও নাই মৰিলৈ ভাল হয় আপোনালোকৰ মতে
@debaborah3730
@debaborah3730 3 жыл бұрын
বৃদ্ধ পেন্সন বহু কম হৈছে ,মাহে ২৫০টকা বিড়ি খাবলৈও নহয়।
@rajeshhazarika1663
@rajeshhazarika1663 3 жыл бұрын
😀😀😀biri khaaboloy kune dise.
@RAHUL1975AMIN
@RAHUL1975AMIN 3 жыл бұрын
You Are Great Sir 🙏
@karabimahatto8331
@karabimahatto8331 3 жыл бұрын
অসমত এতিয়া বুৰঞ্জী আৰু ভূগোল বাধ্যতামূলক কৰিব কাৰণ অসমৰ মানচিত্ৰ সলনি হব আৰু বুৰঞ্জীত বি জে পি ৰ ৰাজত্ব কালৰ বিষয়ে আলোচনা কৰা হব
@biswajitbaishyaassamindia8021
@biswajitbaishyaassamindia8021 3 жыл бұрын
মন্দিৰৰ পূজাৰীক 15000 কৈ টকা। এই চৰকাৰ খনে সৎ কামত টকা খৰছ কৰা নাই। মামাই কত টকা খৰচ কৰিব ভাবি পোৱা নাই। পূজাৰীৰ টকাৰ অভাৱ নাই। সিহঁতে ৰাজপথত চিঞৰ বাখৰ কৰা নাই। দিছে যেতিয়া পূজাৰী বোৰক মাহত 5 হাজাৰ বা 3 হাজাৰ কৈ দিব লাগিছিল। মামা বলিয়া হল।🤣🤣
@hemantanath1843
@hemantanath1843 3 жыл бұрын
Pujari buror RCC building ase, teu aibur ki kori ase, beleg kaam nai neki, amar dore middle person moribo lagibi jodi ru 10 years jodi ai khisiri sarkar khan thake, sala nijor jibonot koi o ai bjp'k bhal paisilu,atiya naan hunilei kiba gheen loga hoise
@mukutgogoi6240
@mukutgogoi6240 3 жыл бұрын
Well decision History and Geography.
@a-zwithjatindra3258
@a-zwithjatindra3258 3 жыл бұрын
Great sir 👏👏.... But please🙏🙏 look at the majuli bridge matter... We are waiting your discussion
@bipulnath5689
@bipulnath5689 3 жыл бұрын
Aami shnehot jngolot jabole baidho hom,
@anitpathak4894
@anitpathak4894 3 жыл бұрын
আৰু আমি কি দোষ কৰিছো। প্ৰাইভেট স্কুলত কাম কৰা বিলাক আজি ৩/৪ মাহে দৰমহা নাই কিমান যে কষ্টৰ মাজেৰে চলি আছো।🥺
@deepjyotibajrangi6284
@deepjyotibajrangi6284 3 жыл бұрын
Pvt school a student r pora fees 2 loi a ase sn
@kishordeka6662
@kishordeka6662 3 жыл бұрын
Kam nai aru fees loi o lage aru luvi manhu kala
@BSNiponSonowal
@BSNiponSonowal 3 жыл бұрын
হ'ব মামা টকাবোৰ এনেই কিয় খৰছ কৰিছে , ঘোঁৰা কিনিব লাগিব নহয় ।
@binodhazarika6072
@binodhazarika6072 3 жыл бұрын
Good job Sir
@babuali3563
@babuali3563 3 жыл бұрын
Asoni bonai thakok 👍👍
@jyoutishmoydeka702
@jyoutishmoydeka702 3 жыл бұрын
সকলোকে এটা এটা চাকৰি দিৱ লাগে॥
@manashborgohain9167
@manashborgohain9167 3 жыл бұрын
Ummm Hoi hokoluke DC SP bonai dile aru bhal
@kukidaskaki1783
@kukidaskaki1783 3 жыл бұрын
মই এজন নামঘৰৗয়া 1 নং কাকী গান্ধী পুখুৰী ভকত গাওঁ Mr Rabindra. Das
@sashibhatta5198
@sashibhatta5198 3 жыл бұрын
প্ৰকৃত চালক আৰু হেন্দিমেন কেনেকৈ বাচি উলিয়াব, কোনে বাচি উলিয়াব ! তাৰ বাবে কামত অহা SOP ? মধ্যভোগী নথকাটো নিশ্চিত কৰিব লাগিব কিন্তু ৷
@ankur6797
@ankur6797 3 жыл бұрын
Petrol -98 , diesel- 89 Mustard oil-190 Mosur dail - 100 Rice - 30 to 35 per kg But this is acceptable Our government give free mobile phone to class 9,10 but what about network issue Jio and airtel take 250 to 300 rupee per month but they did't give there proper service in Assam , So l request to chief minister of Assam to solve this problem as soon we are facing very problem to take aa online class 🙏🙏🙏🙏🙏🙏 hope new life channel will rise this issue to the respected chief minister sir🙏🙏🙏 please we are facing aa huge problem 🙏🙏
@signartssignarts3537
@signartssignarts3537 3 жыл бұрын
Mobile borr ঠিকা দিয়া হব। ঠিকাদাৰ ধনী হব।
@pampirabha2418
@pampirabha2418 3 жыл бұрын
Bhal xidhanto hoisa .moja❤️❤️
@mithunsaikia857
@mithunsaikia857 3 жыл бұрын
নামঘৰীয়া আৰু পূজাৰী সকলক 15হাজাৰকৈ আৰু ডাইভাৰ হেন্দিমেনক 10হাজাৰ টকাকৈ I বেলেগ দিলা কিন্তু এইচাট মামা I
@narzeemummyvlog2187
@narzeemummyvlog2187 3 жыл бұрын
Sir home guard xokolor faleo olop sabo 9000 tokat solibo nuari🙏
@NilkamalNath
@NilkamalNath 3 жыл бұрын
Ghonta nidiye baal aji ahi bengloret security kori asuhi bht beya lage de aamar kotha ebaru navabe 🙏
@Goldminescompany2034
@Goldminescompany2034 3 жыл бұрын
অৰুনোদয় কাৰ কাৰণে আমাৰ ঘৰৰ মানুহে দেখুন নাপাও এ ।ঘেণ্টা অৰুনোদয় ফ্ৰম এখনৰ দাম ৫০০ টকা।
@pankajsarma3637
@pankajsarma3637 3 жыл бұрын
Please also confirm that only genuine persons are benfited . Hats of you sir 🙏🙏🙏
@nabajyotideka2314
@nabajyotideka2314 3 жыл бұрын
Dada zindabad
@joysingbongrung848
@joysingbongrung848 3 жыл бұрын
Thank sir
@razmusicrm8454
@razmusicrm8454 3 жыл бұрын
Nice consept
@surajitchoudhurymisakhabar9123
@surajitchoudhurymisakhabar9123 3 жыл бұрын
Good Decesion , well done state Government .
@dipasaikia340
@dipasaikia340 3 жыл бұрын
আশা সকলেই মহাৰী সময়ত বেছি কস্ত কৰা দেখা গৈছে।তেখেত সকলৰ কথাটো ও অলপ ভাবি চাব ছাৰ।
@ratulbarman4081
@ratulbarman4081 3 жыл бұрын
স্বয়ম আচনিৰ খবৰে নোহোৱা হৈ গ'ল ।।।
@skydx5082
@skydx5082 3 жыл бұрын
Barola pension2 mukoli kori dia hoi val hol hoi
@sankarkalita5150
@sankarkalita5150 3 жыл бұрын
🙏🙏🙏🥀🌷 MAMA zindabad zindabad...🙏🙏🥀🌷..
@sukumarmedhi5091
@sukumarmedhi5091 3 жыл бұрын
মুখ্যমন্ত্ৰী মহাশয় আটাইবোৰ যুগান্তকাৰী আঁচনি । এই মাধ্যমেৰে প্ৰস্তাব কৰো- ৩ ছেপ্টেম্বৰত ক্ৰীড়াক শিক্ষাৰ বাধ্যতামূলক অংগ কৰাৰ ঘোষণা হওক ।
@prasannanarah3889
@prasannanarah3889 3 жыл бұрын
Good news
@pujabarua4817
@pujabarua4817 3 жыл бұрын
Very good
@mrinmoybaishya1222
@mrinmoybaishya1222 3 жыл бұрын
Mama 🔥🔥🔥🔥❤️❤️❤️❤️
@satrughangowala8307
@satrughangowala8307 3 жыл бұрын
Dhuniay 🙏 CM sir
@barnalidas6562
@barnalidas6562 3 жыл бұрын
ব্যক্তিগত খন্দৰ দৰমহা ৰ কথা নকয় কিয়
@ManjuDevi-mv4wg
@ManjuDevi-mv4wg 3 жыл бұрын
House wifeসকলোৰ বাবেও এখন আঁচনি উলিয়াব চোন।
@monmidas5142
@monmidas5142 3 жыл бұрын
Thank you cm sir
@Brojengogoi1
@Brojengogoi1 3 жыл бұрын
BJP কৰন।
@roghuvlogs7221
@roghuvlogs7221 3 жыл бұрын
Svayam second installment ki hol mama
@babeebableevlogs9765
@babeebableevlogs9765 3 жыл бұрын
Mama mja
@sukafachetia5152
@sukafachetia5152 3 жыл бұрын
Very good step
@mamoniboruah4945
@mamoniboruah4945 3 жыл бұрын
ভগৱানে আপোনাক শক্তি দিয়ক ।
@assameseboy2250
@assameseboy2250 3 жыл бұрын
আমাক বুৰঞ্জী নহৈ ভবিষ্যত দৰকাৰ, আমাক কৰ্ম দিওক আজি এক লাখ চাকৰি টো পাহৰলে ।
@FUNNYVIDEOS-gn8ex
@FUNNYVIDEOS-gn8ex 3 жыл бұрын
Mokkel history janibo lage
@assameseboy2250
@assameseboy2250 3 жыл бұрын
@@FUNNYVIDEOS-gn8ex baksuda amar history thika ase tur tu Bangladesh t bisari lobi ja kla.
@dibyabaruah7725
@dibyabaruah7725 3 жыл бұрын
Contract lebour salary date fix korok sir...
@maneswarboro9390
@maneswarboro9390 3 жыл бұрын
Electric buses solowatu buhud bhal hobo. 2. Street vendors khokolok dibo lage kintu internal/external migration thakile nidibo.
@dhrubajyoti4855
@dhrubajyoti4855 3 жыл бұрын
কথাবোৰ কিবা সপোন সোপোন যেন লাগে......
@Goldminescompany2034
@Goldminescompany2034 3 жыл бұрын
আমি কি হাত মাৰি থাকিব লাগিব নেকি..??
@imdadulhaque3647
@imdadulhaque3647 3 жыл бұрын
Only mandir r puzari hokolei khotigrostho hoise neki baru, Masjid r maulana hokol khotigrostho huwa nai neki, ai2 question kio nokorile News Live r dada hokol....? Reply dibo
@sanjayKumar-sx9yi
@sanjayKumar-sx9yi 3 жыл бұрын
Mama sop xwli da
@abhimusical8534
@abhimusical8534 3 жыл бұрын
হস্পিতেল মেনেজমেন্ট চচাইটিত কাম কৰি থকা ল'ৰা ছোৱালীখিনিৰ কিবা ভাল খৱৰ আহিবনে।
@mkgamingyt2269
@mkgamingyt2269 3 жыл бұрын
Bohut bhal ktha sinta kara sir apuni proud of you
@gunakantabasumatary3202
@gunakantabasumatary3202 3 жыл бұрын
মালবাহী মেজিক টেম্পু গাড়ীবোৰ যে অচলা অৱস্থাত আছে সেইবোৰ কি হব।। ৩/৪ ঘন্টা খুলা দিয়া সময়তো যে EMI দিব লগা হৈছে কৰ পৰা দিব এবাৰো নাভাৱে কিয়
@snehak-kj4iq
@snehak-kj4iq 3 жыл бұрын
নবম দশম শ্ৰেণীত ভূগোল বুৰঞ্জী অন্তৰ্ভুক্ত কৰা কাৰ্য‍্য অতি আদৰনিয়।
@medhichuktelahi2674
@medhichuktelahi2674 3 жыл бұрын
সকলোকে দিছে অঙ্গনবাদী সকলকো কিবা এটা দিয়ক ছাৰ।
@rajeshhazarika1663
@rajeshhazarika1663 3 жыл бұрын
😀😀😀dibo dibo khokoluke dibo olop besi besi dhorjyo dhorok sun.
@rdcreation5156
@rdcreation5156 3 жыл бұрын
Arunudoi asoni khonr reverification koriboloi Anirudh janalu kionu bahut eligible family bad Pori goise.its be request please reverification for Arunudoi scheme.
@abdulmatin6144
@abdulmatin6144 3 жыл бұрын
আৰু কিমান প্ৰতিছোতি microfinance কি প্ৰতিছোতি হৈ থাকিব নেকি
@khagiramdoley2912
@khagiramdoley2912 3 жыл бұрын
Namghoria and Pujari's are going to get 15000 thousand, please include church Pastor
@ANISURRAHMAN-jg2xk
@ANISURRAHMAN-jg2xk 3 жыл бұрын
What about imam of Masjid?
@habilrohman7986
@habilrohman7986 3 жыл бұрын
Very good thinking
@rajeshhazarika1663
@rajeshhazarika1663 3 жыл бұрын
🔔dibo laage tohontok😏, Ajmalok khujgoy jaa.
@ANISURRAHMAN-jg2xk
@ANISURRAHMAN-jg2xk 3 жыл бұрын
@@rajeshhazarika1663 tor makok pothai dibi...
@habilrohman7986
@habilrohman7986 3 жыл бұрын
Bhai kauke gali diona
@mainamaina2808
@mainamaina2808 3 жыл бұрын
Minister সকল এখন জিলাৰ সদৰত কেবিনেট মন্ত্ৰী সকল অহাৰ পাছত পাছত কিমান ৰাজহ খৰচ হয় জানে নে ? এই বোৰ বেকাৰ ভেলেকি বাজী কৰি কাম নাই , অসমত বহু কৰিবলগা কাম আছে সেই বোৰত মন দিয়ক , অলপ কৰ্ম ভয়ঙকৰ মনত ৰাখিব, কেবিনেট বহাৰ Dispr ত তাৰ বাবে ঠাই নাই জানো ?
@rupandeka7716
@rupandeka7716 3 жыл бұрын
টেন্ট হাউচ ৰ কাৰণে ক'ত যোগাযোগ কৰিব লাগিব
@dineshvlogs6156
@dineshvlogs6156 3 жыл бұрын
Kendrot aapunar sorkar ase aru kiman burbok bonabo hoi sir. Arunudoi aasoni pora ki protitu poriyal solise buli bhabe nki aapuni aji datetot manuh emanu okora hoi thokanai
@amzadhussain1823
@amzadhussain1823 3 жыл бұрын
My cordial request to sir CM is to run the city buses in all cities of Assam from 4.00 AM to 10.00 PM,other wise what ever type of buses be purchased will not serve the city commuters at all.Pls change the operation system of city buses for favour of needy both passengers as well as for unemployed energetic youths those are ready to serve.
@dharmendraray9220
@dharmendraray9220 3 жыл бұрын
অৰুণোদয় আৰু বহুত দুখীয়া মানুহে পোৱা নাই
@rajeshhazarika1663
@rajeshhazarika1663 3 жыл бұрын
Maximum dhoni mykiye py aase😏😏😏
@kulenhaloi4645
@kulenhaloi4645 3 жыл бұрын
Sir,Nalbari r OBB teachers r sakari to Cabinet t pass habo laga
@funnyboy1633
@funnyboy1633 3 жыл бұрын
অ মামা তেলৰ দামতো কমাই দিবি🙏
@RAJIBBORO1210
@RAJIBBORO1210 3 жыл бұрын
Oil r sakori kebol upper assam t reservation narakhi all assam kori diok.. recently 120 junior assistant r vacancy ulaisil oil r tat kebol upper assam r District keikhon mn r bahire baki district r candidate a dibo nowarile..so ami bisaru. State wise hbo lage
@boraharup003
@boraharup003 3 жыл бұрын
সিদ্ধান্ত প্ৰতি মুহুত্তত সলনি হৈ থকা চৰকাৰ । কথা আৰু কাম বুজি পায় গৈছে জনগনে। ১০০ দিনত তোৰ চৰকাৰে কি কৰিলে দেখিলো বাপা।
@ADVLOG-AM
@ADVLOG-AM 3 жыл бұрын
Lali pop🍭🍭🍭 dakuwa sorkar🍭
@maina4205
@maina4205 3 жыл бұрын
Yes 😄😄
@mmedhi6151
@mmedhi6151 3 жыл бұрын
ছাৰ নিবনুৱাক চাকৰী দিয়াৰ ব্যৱস্থা কৰক ৷
@junusaikia3498
@junusaikia3498 3 жыл бұрын
Sir arunudoi asni 3ta kisti palu tar pasot aru napalu kiy ki korib lagib
@tridipkalita3352
@tridipkalita3352 3 жыл бұрын
গাড়ী ভাৰা কমাব লাগে ।
@signartssignarts3537
@signartssignarts3537 3 жыл бұрын
কথা হল লাইনচেন্স থকা সকলোকে ড্ৰাইভাৰ বুলি ধৰা হল। মোৰ ও এখন লাইনচেন্স আছে havy লাইনচেন্স। মই চাৰি চকীয়া গাড়ী চলাব নাজানো। তথাপি বাৰু মইও পাম মাহীলি টকা খিনি। কিন্তু হেণ্ডিমেন কেনেকৈ বাচনি হব।
@ezekielnag5522
@ezekielnag5522 3 жыл бұрын
Ghoror usorore karubak hindiman bonai lobi
India Vs Canada Relation Explained
34:17
Nitish Rajput
Рет қаралды 4,4 МЛН
Trick-or-Treating in a Rush. Part 2
00:37
Daniel LaBelle
Рет қаралды 46 МЛН
МЕНЯ УКУСИЛ ПАУК #shorts
00:23
Паша Осадчий
Рет қаралды 4,4 МЛН
Can You Find Hulk's True Love? Real vs Fake Girlfriend Challenge | Roblox 3D
00:24
Best Of Atif Aslam 💞 Popular Songs 💞 Top 10 Songs 💞 Jukebox 💞 Atif Aslam Hit Songs 2023| #atifaslam
42:46
Paul Gamer • 3.2M view • 3 days ago ...
Рет қаралды 13 МЛН
Planning Of Article 370 Removal
43:06
Nitish Rajput
Рет қаралды 10 МЛН
মদাহী ছাৰৰ বিলৈ
4:17
News Live
Рет қаралды 2,4 М.