অৰ্ধাঙ্গিনী Official Full Drama | Awahan Theatre/ARDHANGINI/ 2023-24 | Prostuti Porasor |

  Рет қаралды 954,442

Prostuti Porasor

Prostuti Porasor

Күн бұрын

Пікірлер: 1 800
@axmanobofficial2894
@axmanobofficial2894 6 ай бұрын
"মাকৰ খঙ উঠিছে। বিস্ফোৰণটো হ'বই" "পাৰিলে তাক আৰু এটা গুলি মাৰিব।আৰু ক'ব, সেইটো গুলি মাকৰ" এনেকুৱা কিছুমান হৃদয়স্পৰ্শী সংলাপেৰে,দৰ্শকৰ মন মগজু জোকাৰি যোৱা চমকপ্ৰদ কাহিনীৰে, আৱাহনৰ মঞ্চত প্ৰকৃতাৰ্থত নাটকীয় বিস্ফোৰণ ঘটিল এই বৰ্ষৰ নাটক অৰ্ধাঙ্গিনীত। 'অৰ্ধাঙ্গিনী' অভিজিত ভট্টাচাৰ্যৰ এই বৰ্ষৰ সবাতোকৈ অনুপম সৃষ্টি আৰু মোৰ দৃষ্টিত প্ৰস্তুতি পৰাশৰৰ জীৱনৰ এতিয়ালৈকে কৰা সৰ্বশ্ৰেষ্ঠ অভিনয়। আৰম্ভণিৰ পৰা শেষলৈকে নিজৰ চৰিত্ৰটো বয়স,মানসিক অৱস্থাভেদে যিদৰে প্ৰস্তুতি পৰাশৰে অলপ অলপ কৈ সলনি কৰি মঞ্চলৈ উলিয়াই আনিছে এয়াও এক প্ৰকাৰৰ মেজিক,যি মেজিকে মোহাচ্ছন্ন কৰি ৰাখিলে মোৰ দৰে অজস্ৰ দৰ্শকক। যিসকলে অভিনয়ক পেছা হিচাপে লব খোজে, নাটক খন চাওক।এইখন নাটকত তেওঁৰ অভিনয় চালে বহু খিনি শিকিব পাৰিব। অভিজিত ভট্টাচাৰ্যৰ নাটকৰ প্ৰতি আপত্তি দৰ্শোৱা সকলেও এইখন চাই উঠি বিনা দ্বিধাই,মনে মনে হলেও স্বীকাৰ কৰিব লাগিব,সঁচাকৈয়ে মানুহজনে দুৰ্দান্ত লিখিছে। ঘৰুৱা ভাষাত, কবলৈ গলে, ফালি দিছে। মৰমৰ সদাগৰ, মাফিয়া কৰ্ণৰ সেই বলিষ্ঠ অভিনেতা সঞ্জীৱ শৰ্মা যেন ভাল চৰিত্ৰৰ অভাৱত মাজতে কৰবাত হেৰাই গৈছিল। কিন্তু অৰ্ধাঙ্গিনীত সেই দুৰ্দান্ত সঞ্জীৱ শৰ্মাক যেন আকৌ বিচাৰি পালো। চৰিত্ৰটোক সজাইপৰাই তোলাত তেওঁ যিমানখিনি কষ্ট কৰিছে,তাৰ পৰাই প্ৰমাণ হয়, তেওঁ কিয় দৰ্শকৰ নয়নৰ মণি। বাকী অভিনয়ৰ দিশটোত জেফী বক্সী, অৰুন বৰা, মৃনালদ্বীপ গোস্বামী, লাটুমনি ভূঞা, প্ৰমোদ চুতীয়া, ঋতুৰাজ মহন্ত, নৱ দত্ত, মঞ্জিল বৰুৱা, বিজুমনি চুতীয়া, অঞ্জলী হাতী বৰুৱা, চয়নিকা বৰা আটায়েই নিজৰ নিজৰ চৰিত্ৰত খুব সুন্দৰ অভিনয় কৰিছে। অৱশ্যে নৱাগতা চয়নিকা বৰাই টিকি থাকিবলৈ হলে আগলৈ আৰু মেহনত কৰিব লাগিব।আনহাতে মঞ্জিল বৰুৱাৰ নামত ভ্ৰাম্যমাণ থিয়েটাৰে ভৱিষ্যতে আন এজন নামী,দামী অভিনেতা পাবলৈ গৈ আছে,যাৰ উমান ইতিমধ্যে তেওঁ দি থৈছে। গীত, আৱহ সংগীত, পোহৰ, দৃশ্য সজ্জা, শব্দ, নৃত্য আটাইকেইটা দিশতেই আৱাহনে কৃপণালী কৰা নাই। নাটকখনত অযথা হৈ হাল্লা কিছুমান নাই, গতি আছে, সমাজৰ প্ৰতি বাৰ্তা আছে সেইয়া নাটকখনৰ আটাইতকৈ ধনাত্মক দিশ। যদি দুই এটা চিন যোৱাৰ পাছতেই কোনোবা এখন নাটকে গেলেৰীৰ কিছুমান উতনুৱা দৰ্শকৰ চিঞৰ বাখৰ বন্ধ কৰি দিব পাৰিছে, বুজি পাব নাটক খন ভাল হৈছে।অৰ্ধাঙ্গিনীয়ে সেই খিনিতো সফল হৈছে। 'অৰ্ধাঙ্গিনী' গীতটো শ্ৰুতি মধুৰ।এই বৰ্ষৰ যিমান কেইখন নাটক চালো, মই ন দি কব পাৰো, মোৰ বাবে অৰ্ধাঙ্গিনী এই বৰ্ষৰ সৰ্বশ্ৰেষ্ঠ নাটক। এইখন নাচালে এখন ভাল নাটক মিচ কৰিব। চাওঁক। ভাল পাব। আৰু অভিজিত দালৈ এটা অনুৰোধ ,বছৰত লাগিলে দুখনেই নাটক লিখক। এনেকুৱা নাটক লিখক। অৰ্ধাঙ্গিনীৰ বাবে আপোনাক, আৰু এনেকুৱা মননশীল প্ৰযোজনাৰ বাবে প্ৰস্তুতি পৰাশৰক মোৰ ফালৰ পৰা দুটা ডাঙৰ চেল্যুট। সঁচাকৈয়ে......... ফালি দিছে। Abahon thatere ❤💥
@bandona445
@bandona445 6 ай бұрын
Monor kotha bure koise apuni.. xosakoi val natok .. Awahan r joi houk., Siro jugomiya houk., One of the best drama in this year.. god bless you all of the team of Awahan.. love you Sanjiv da., And Prastuti ba... ❤❤❤. From Nagaon (Assam)
@ChargedChinmoy
@ChargedChinmoy 6 ай бұрын
Paraxunathor preyoxi khn bhl hoisl dada
@BhaswatiBarman-ux5sy
@BhaswatiBarman-ux5sy 5 ай бұрын
Xsake dei bhut val lagile ❤
@shorts2.027
@shorts2.027 5 ай бұрын
Unbelievable Acting 🙏🙏
@Reel_lover673
@Reel_lover673 5 ай бұрын
Prastuti bar acting bur bohut bhal lage Bor apurbo hanglap aru acting 🥰
@barashadevi1972
@barashadevi1972 5 ай бұрын
প্ৰস্তুতি বা আপোনাক কি বুলি কম ভাষা বিচাৰি পোৱা নাই। মাত্ৰ এটাই কথা কম আপুনি সদায় সুস্থ হৈ থাকক।আমি আপোনাৰ পৰা আৰু এনে অতুলনীয় অভিনয়ৰ আশা কৰিছো যিয়ে ভ্ৰাম্যমাণ নাট্য জগতখন চহকী কৰিব। অভিজিত ভট্টাচাৰ্য দেৱলৈ ধন্যবাদ ইমান সুন্দৰ নাটক এখন উপহাৰ দিয়া বাবে🙏 এই নাটক খনৰ লগত জড়িত প্ৰতিগৰাকী ব্যক্তিলৈ ধন্যবাদ জনালোঁ ❤
@sanjiwdas3278
@sanjiwdas3278 5 ай бұрын
1:17 1:21
@tubemedia4674
@tubemedia4674 6 ай бұрын
এইখন নাটক যি এবাৰ চাই সেইজনে কেতিয়াও নিজৰ মাক দেউতাকক কষ্ট দিব নোৱাৰে। এটা সুন্দৰ বাৰ্তা প্ৰদান কৰিলে।❤
@nabajyotidas5101
@nabajyotidas5101 5 ай бұрын
Hosa kotha. 🎉
@KayomAli-r6i
@KayomAli-r6i 5 ай бұрын
😢😢
@ripumedhi7473
@ripumedhi7473 5 ай бұрын
"Nonsense হ'বলৈ ডিগ্ৰী নালাগে কিন্তু ডিগ্ৰী লৈও nonsense বনিব পাৰি"..কি সুন্দৰ সংলাপ। অভিনয় বহুত ভাল ❤। নাটকৰ কাহিনী বহুত সুন্দৰ। সামৰণি টো হে ইমান ভাল নালাগিল।
@parulraymedhi800
@parulraymedhi800 5 ай бұрын
ইমান ধুনীয়া কাহিনী 🙏💓❤🙏💓❤
@ripumedhi7473
@ripumedhi7473 3 ай бұрын
@@parulraymedhi800 কাহিনী ধুনীয়া।। সামৰণি ভাল নালাগিল
@dhrubajittalukdar8782
@dhrubajittalukdar8782 5 ай бұрын
উফ....কি অভিনয় বা আপোনাৰ,কি হৃদয় চুই যোৱা সংলাপ, ভাষা নাই বা.... ভাষা নাই। সচাঁকৈ নাটক খন চাই ব বৰ ভাল লাগিল বা। আগলৈ আৰু ভাল -ভাল কাম কৰি ৰাইজক উপহাৰ দিয়ক তাকেই কামনা কৰিলোঁ 🙏🏻 ভালে থাকক বা, বহুত মৰম আপোনালৈ ❤️❤️
@poridas4633
@poridas4633 5 ай бұрын
উফ্ফ.. ভাষা নাই ❤❤ অন্তৰ চুই গৈছে.. zubeen daar দৰে প্ৰস্তুতি বাও আমাৰ অসমৰ এটা সম্পদ 🙏🙏
@LalitaHaloiLalitaHaloi
@LalitaHaloiLalitaHaloi Ай бұрын
😂
@PrastutiPorasor
@PrastutiPorasor 6 ай бұрын
Hokoluke antarik dhonyobad.❤
@trishnabaruah2997
@trishnabaruah2997 6 ай бұрын
❤😊
@UjjalSarma-ul7rm
@UjjalSarma-ul7rm 6 ай бұрын
Morigaon Narayan Bazart Salu Val lagil ❤❤❤
@UjjalSarma-ul7rm
@UjjalSarma-ul7rm 6 ай бұрын
Morigaon Narayan Bazart Salu Val lagil ❤❤❤
@sagarikakalita7204
@sagarikakalita7204 6 ай бұрын
Khub dhuniya drama ru khub dhuniya acting aatai bur r..New actress joni a kisu val kribo lagibo.Prastuti baideu r 2bar সংলাপ koute vul paisu alp kheli meli paisu ..Manjil baruah tekhetor acting khub sundor.Baki blg eku kble nai..Just woow
@ptmusicwave4459
@ptmusicwave4459 5 ай бұрын
Excellent baa ❤
@AXOM184
@AXOM184 5 ай бұрын
প্ৰস্তুতি বা বাবে like এটা কৰি দিবা ❤❤❤
@kanishkadas4935
@kanishkadas4935 6 ай бұрын
বিশেষ কিছু অসুবিধাৰ বাবে নাটখন মঞ্চত চোৱাৰ সৌভাগ্য নহল। বহুত আগ্রহেৰে বাট চাই আছিলো। ইমান সুন্দৰ উপস্থাপন, ইমান সুন্দৰ ডাইলগ... এখন সচাই সৰ্বাংগসুন্দৰ নাট।।। ❤❤
@GaneshRay-np6bj
@GaneshRay-np6bj 4 ай бұрын
কবলৈ একো ভাষা নাই । অসীম ভালপোৱা দেখিছোঁ, অসীম বিশ্বাস দেখিছোঁ এই কাহিনীটোত। মোৰ জীৱনৰ কিতাবৰ পৃষ্ঠাত হয়টো এই কাহিনীটো সদায় জিলিকি ৰব । হৃদয় স্পৰ্শ কৰিব পৰা এটি কাহানি ,সঁচাকৈ আকৰ্ষণীয় হৈ পৰিল মোৰ দৃষ্টিত। ❤
@SamadAli-mc3ob
@SamadAli-mc3ob 6 ай бұрын
Kar kar prostutI baak vl laga ata like dibo❤
@boluramborah3627
@boluramborah3627 5 ай бұрын
আধুনিকতা নামত অত্যাধনিক আজি যুৱ সমাজ । যাৰ কাৰণে পৃথিৱী দেখিলে তেওঁলোকেই পাহৰি যায় নিজৰ বিয়স্ততাৰ টকা পইচা অজুহাতত । প্ৰস্তুতি বা আপোনাৰ অভিনয় সঁচাই জুই🔥🔥🔥 । বহুত ভাল লাগিল । সুন্দৰ সংলাপ সুন্দৰ কাহিনী হকলোৰে সুন্দৰ অভিনয় ।
@mousumisharma9966
@mousumisharma9966 5 ай бұрын
সঁচাই বোৰ দুখ লাগিল অন্তৰ চুই যোৱা জীৱন কাহিনী। আৰু প্ৰস্তুতি বাইদেউ অভিনয় কিন্তু মানিব লাগিব । বহুত ধুনীয়া আৰু বাস্তৱিক অভিনয় ।
@moybishal2990
@moybishal2990 5 ай бұрын
মই এজন ২১ বছৰীয়া লৰা , মা দেউতাক বহুত ভাল পাওঁ , story টো বহুত ভাল লাগিল । লগতে দুখ লাগিল আজি কলিৰ লৰা ছোৱালীয়ে নিজ স্বাৰ্থৰ বাবে মাক দেউতাক সকলকো এৰিব পাৰে 😢
@mintukalita213
@mintukalita213 6 ай бұрын
বাইদেউ নাটকখন চোৱাৰ সুবিধা কৰি দিয়া বাবে আপোনাক ধন্যবাদ ।
@pujaranidevi121
@pujaranidevi121 5 ай бұрын
থিয়েটাৰ খন চাব যোৱাৰ সোভাগ্য নহলেও আজি এনেদৰে চাব পাই খুব ভাল লাগিল ❤
@pranatidevi3049
@pranatidevi3049 5 ай бұрын
ভ্ৰাম্যমাণ জগতৰ এক উজ্বল নক্ষত্ৰ আপুনি বা❤❤✨ সঁচাকৈয়ে এক ব্যতিক্ৰমী অভিনয় আপোনাৰ 😊😊 এনেকৈয়ে ভ্ৰাম্যমাণৰ আকাশত আপুনি জিলিকি থাকক বা❣️❣️❣️
@himashreexarmadeka9003
@himashreexarmadeka9003 5 ай бұрын
চকুৰ পানী কিমান যে বৈ গল উফ কি অভিনয় মা তোমাৰ😢😢😢
@AxomiaBuwariMoina
@AxomiaBuwariMoina 14 күн бұрын
Xosakoi😢
@kankanakalita2113
@kankanakalita2113 6 ай бұрын
নাটকৰ কাহিনী, অভিনয় সকলোবোৰ বৰ ধুনীয়া হৈছে। অভিনয় কৰা যেন নালাগেই, যেন সঁচা কাহিনী এটাহে চাই আছো। বহুত কন্দুৱাই দিলে।😭😭😭
@sikhatalukdar9036
@sikhatalukdar9036 5 ай бұрын
আবাহন সদায় বিশেষ, প্ৰস্তুতি পৰাশৰ সদায় বিশেষ❤❤ Words cannot explain your acting... Its always awesome❤❤ thank you for giving such type of special gifts for Assam 🤍
@Nenichancreantion3
@Nenichancreantion3 6 ай бұрын
এই নাটক খনে প্ৰত্যেক দৰ্শকৰ মন চুই গল । সকলোৰে চকুত কেৱল চকুপানী আছিল। কিয়নো এই নাটক খনে আজিৰ দিনত হৈ থকা জীয়া কাহিনী 🥰
@monsumidas3332
@monsumidas3332 5 ай бұрын
Mur six year old girl sai muk dingit dhori eman kandile moiu kandilu
@Nenichancreantion3
@Nenichancreantion3 5 ай бұрын
@@monsumidas3332 ❤️
@himashreebarman5087
@himashreebarman5087 4 ай бұрын
ইমান ধুনীয়া অভিনয় ❤চকুপানী নিগৰীয়ে থাকিলে 😢 অন্তৰ স্পৰ্শ কৰিছে ❤ সৰুতে দেউতাক হেৰাইছো 😢মা আমৰ বাবে ভগৱান 🙏বহুত কষ্ট নেওচি ডাঙৰ কৰিছে 😢 সকলোৰে মা দেউতা ভালে থাকক 🙏
@papujitbarman5951
@papujitbarman5951 5 ай бұрын
ধন্যবাদ বা, ইমান ধুনীয়া নাটক খন আমাক উপহাৰ দিয়া বাবে, সময় আৰু সুবিধা নিমিলা বাবে এইখন নাটক মঞ্চত চাব পৰা নগল। কিন্ত যেতিয়াই আপুনি জনালে যে নাটক খন ইউটিউব দিব বুলি , ৰৈ আছিলোঁ, আজি চোৱাৰ সৌভাগ্য হল। এইখন চাই কিন্তু মা - দেউতাৰ প্ৰতি আৰু অকণমান মৰম আৰু সন্মান বাঢ়ি গল ও। ভালে থাকক আটাইবোৰ মা - দেউতা, ভালে থাকক আপুনি আৰু আপোনাৰ পৰিয়ালবৰ্গই, ভালে থাকক আৱাহন ৰ সকলোঁ কৰ্মী। With lots of love 💕
@monikumardorji2859
@monikumardorji2859 5 ай бұрын
পোন প্ৰথমে Prastuti বাক অশেষ ধন্যবাদ লগতে সকলোকে। সঁচাকৈয়ে নাটক খন বহুত ভাল লাগিছে। লগতে সকলো কলা কৌশলীকো অশেষ ধন্যবাদ আপোনালোকৰ অভিনয় সঁচাকৈ প্ৰশসনীয়। লগতে আমাক ইমান সুন্দৰ এখন নাটক KZbin channel ৰ দ্বাৰা চোৱাৰ সুযোগ প্ৰদান কৰাৰ বাবেও ধন্যবাদ জনাইছোঁ। নাটক খনৰ বিষয়ে ক'বলৈ ভাষা নাই। বহুত ভাল হৈছে। আহা কৰিছো বাকী নাটক কেইখনো চোৱাৰ সুযোগ পাম❤❤🙏🙏
@HirakDekaHero
@HirakDekaHero 6 ай бұрын
প্ৰতিগৰাকীৰে অভিনয় অতুলনীয়৷ বিশেষকৈ যুৱ-সমাজে নাটকখন চোৱাৰ প্ৰয়োজনীয়তা আছে৷
@sarangasaikia9507
@sarangasaikia9507 5 ай бұрын
অৰ্ধাঞ্জিনী হৃদয়ত ৰৈ গল এটা এটা সংলাপে গাৰ নুম কঁপাই তুলিছে ❤ ভাষা নাই কবলৈ এনকা দুৰ্দান্ত অভিনেতা হইটো আৰু কটো নোলাব 🥹 সদাই ভালে থাকক প্ৰস্তুতি বা ❤❤
@TRAssameseEducation
@TRAssameseEducation 5 ай бұрын
হৃদয় চুই গল।নৱ প্ৰজন্মৰ প্ৰতি গৰাকী লৰা ছোৱালীয়ে এই নাটক খন চোৱা উচিত আৰু অনুভৱ কৰা উচিত।
@AkashpriyamAkashpriyam
@AkashpriyamAkashpriyam 3 ай бұрын
লিখিবলৈ শব্দৰ নাটনি প্ৰস্তুতি বা প্ৰতি বছৰ আপোনাৰ অভিনয়বোৰে কন্দুৱাই থয় যায়। ইমান সুন্দৰ অভিনয় ইমান সুন্দৰ সংলাপ এখন হৃয়স্পৰ্শী নাট। অভিজিত ভট্টাচাৰ্য দাক বহুত বহুত ধন্যবাদ ইমান ধুনীয়া ধুনীয়া নাটক আমাক উপহাৰ দিয়া বাবে।।❤❤
@mousumisworld811
@mousumisworld811 6 ай бұрын
চকুপানী ৰসাব পৰা নাই❤❤❤মানুহজনলৈ নতুনকৈ মৰম বাঢ়িছে💙💙💙 অৰ্ধাঙ্গীনি যে❤❤
@sewalibora373
@sewalibora373 4 ай бұрын
হৃদয় চুই গ'ল বা। আপুনি ইমান ধুনীয়া অভিনয় কেনেকৈ কৰিব পাৰে..🙏 খুউব ভাল লাগিল বা, মাজে মাজে হাঁহিলো যদিও বেছিকৈ কান্দিলোহে। দুখৰ বিষয় মঞ্চত নাটকখন উপভোগ কৰিব নোৱাৰিলোঁ। আজি চাবলৈ পাই বৰ ভাল লাগিল।ভালে থাকক বা আৰু আমাক এইদৰে ভাল ভাল নাটক উপহাৰ দি যাওঁক । বহুত মৰম তোমালৈ❤🙏
@sanjibkashyap5646
@sanjibkashyap5646 6 ай бұрын
তেওঁ অনন্য । তেওঁ সদায় পৃথক, তেওঁ সদায় একক, তেওঁ সদায় শ্ৰেষ্ঠ । তেওঁ মহাৰাণী Prastuti ba ❤️
@chayascreations9444
@chayascreations9444 5 ай бұрын
MohaSamragi❤
@binitabhuyanboruah9466
@binitabhuyanboruah9466 5 ай бұрын
বহুত বহুত বহুত সুন্দৰ নাটক। আপোনাৰ বলিষ্ঠ অভিনয়ে আমাক মন্ত্ৰমুগ্ধ কৰি ৰাখিলে গোটেই নাটকৰ সময়ছোৱাত। আপোনাক অশেষ ধন্যবাদ জনাইছোঁ আগলৈকো এনেদৰেই সুন্দৰ সুন্দৰ অভিনয় সমাজলৈ আগবঢ়াই যাব বুলি আশা ৰাখিলোঁ।
@KanaklataSdas
@KanaklataSdas 6 ай бұрын
জীৱনো এটি বিনামূলীয়া স্কুল ঘৰ,, হাঁহি হাঁহি যুঁজি যা,, যুঁজি যুঁজি হাঁহি যা ,, মুঠতে তাতো চলে হাঁহিৰে ক্লাছ ,, কোন ফেল কোন পাছ,, হাঁহি হাঁহি আত্মহাৰা নহবা তুমি।।।।❤❤❤ উফ কি সংলাপ প্ৰতিটো সংলাপ মোৰ অন্তৰ চুই গৈছে ।। সৰু হলেও নাটক প্ৰেমি ছোৱালী মই।। বহুত বহুত ভাল লাগিল
@pranjalgogoi6238
@pranjalgogoi6238 4 ай бұрын
উফ.....ভাষা নাই বা,কি সুন্দৰ অভিনয হৃদয় চুই যোৱা সংলাপ চকুৰ পানীৰে...😭😭😭
@ManitNath-gw7ei
@ManitNath-gw7ei 6 ай бұрын
দুটাকৈ দৰ্শনী দুবাৰ চালোঁ, তেতিয়াৰ পৰাই ভাবি আছিলোঁ মোৰ বয়সস্থ মা গৰাকীক কেতিয়া চোৱাম... আজি সম্ভৱ হল.... ধন্যবাদ
@duludevi6051
@duludevi6051 5 ай бұрын
নাটকৰ লিখক আৰু অভিনয় শিল্পীসকলক বহুত ধন্যবাদ। অন্তৰ চুই গৈছে।
@bullmoninath3249
@bullmoninath3249 5 ай бұрын
Vl lagil sai bahot besi
@jayanta6062
@jayanta6062 4 ай бұрын
মঞ্চত চাইছিলো ভাল লাগিছিল এতিয়া পুনৰবাৰ মবাইলত চাই আৰু বেছি ভাল লাগিল ২০২৪-২৫ নাট্যবৰ্ষত অৰ্ধাঙ্গিনীৰ দৰেই নাট চাবলৈ পাম বুলি আশা কৰিলো । আগন্তুক বৰ্ষৰ আৱাহন থিয়েটাৰৰ সমূহ শিল্পীলৈ বহু বহু শুভ কামনা জনালো .❤❤❤❤
@Bi_RaaG
@Bi_RaaG 5 ай бұрын
বুকুখন খান্দি থৈ গ'ল অ'😢 সকলোৰে অভিনয় বহুত ভাল হৈছে...
@priyankasaikia5963
@priyankasaikia5963 5 ай бұрын
হয়টো কোনো দিনে চাই আমনি নালাগিব 😢 কিন্তু এই কাহিনীটোৰ পৰা হয়টো বহুত কথাই শিকিব আৰু বুজিব পাৰি 😢 এক সুন্দৰ কাহিনী। অন্তত খুন্দিয়াই গৈছে।। এনে অনুভৱ হৈছে যেন মা দেউতাক সাৱটি লৈ চিঞৰি চিঞৰি কম কোনো কথাতে তোমালোকক দুখ নিদিওঁ 😭❤
@NeetipriyaGogoi-pj3cc
@NeetipriyaGogoi-pj3cc 6 ай бұрын
ভাষা হীন হৈ পৰিছো। হৃয়স্পৰ্শী কাহিনী 😢 বহুত বেছি ধন্যবাদ বা আপোনাক ,লগতে সহ অভিনেতা আৰু সমূহ কৰ্মকতাক 🙏🙏
@Rupali_ruhi
@Rupali_ruhi 4 ай бұрын
প্ৰতিটো বস্তুৱেই ইমানেই সুন্দৰ ভাষাই বিচাৰি পোৱা নাই বুজাবলৈ। মই ডিগবৈৰ বাসিন্দা। বৰ বেছিকৈ থিয়েটাৰবোৰ নাহে এইফালে। আপোনাক বহুত ধন্যবাদ প্ৰস্তুতি বা, ইমান হৃদয়স্পৰ্শী কাহিনী এটা চোৱাৰ সুযোগ কণ দিয়াৰ বাবে। 🙏🏻
@rupamkalita2274
@rupamkalita2274 6 ай бұрын
এটা সছা জীয়া কাহিনী বৰ্তমান সমাজৰ। ধুনীয়া লাগিল নাটক খন উপভোগ কৰি। ভগৱানে যাতে কেতিয়াও এনেকুৱা কু বুদ্ধিৰ পাকচক্ৰত নেপেলাই কোনো সন্তানক।
@dipanjoligogoi-lj3wd
@dipanjoligogoi-lj3wd 5 ай бұрын
এখন খুৱ হৃদয় চুই যোৱা থিয়েটাৰ অ 😣🥺😢 চাই যেন নিজকে বুজাব নোৱাৰা এক অনুভূতি জাগি উঠে 😢🥺😣 কি কম প্ৰস্তুতি বাৰ অভিনয়ৰ কথা, প্ৰতিটো কথাই হৃদয় চুই যায় 🥺❤️ ভালে ৰাখক ভগৱানে প্ৰস্তুতি বাক, সদায় কামনা কৰিম ❤️🥺 ভালে থাকা বা ❤
@gyandeepnath3600
@gyandeepnath3600 6 ай бұрын
এইবৰ্ষৰ শ্ৰেষ্ঠ নাটক বুলিয়েই মই কʼম । মঞ্চত দুবাৰ চাইছোঁ নাটকখন । সকলোৰে অভিনয় ইমান সুন্দৰ । নাটকখনৰ কাহিনী , সংলাপ , আৱহ সংগীত ইমান ধুনীয়া যে কি কʼম । তাৰোপৰি প্ৰস্তুতি বাৰ কথা নকৈ নোৱাৰোঁ । আৰম্ভণিৰ পৰা নাটকখনৰ শেষলৈ তেওঁ চৰিত্ৰটো যেনেকৈ অলপ অলপকৈ বয়স বঢ়াই আগুৱাই লৈ গৈছে সেয়া সঁচাকৈ প্ৰশংসনীয় আৰু লগতে সঞ্জীৱ দাৰ অভিনয় কি ধুনীয়া । ভ্ৰাম্যমাণৰ মঞ্চত বহুত নাটক চাইছোঁ । তাৰ ভিতৰত কিছুমান নাটকে বুকুত বেলেগ ধৰেণেৰে সাঁচ বহুৱাই থৈছে । যেনে “অভিনেত্ৰী” , “সম্ৰাজ্ঞী” , “ৰাধা এবাৰ হাঁহি দে” ইত্যাদি । তাৰ ভিতৰত “অৰ্ধাঙ্গিনী”য়েও সদায়ৰ বাবে আছুতীয়াকৈ বুকুৰ কোনোবাখিনিত ঠাই লৈ লʼলে । সেইবাবেই আৱাহন সদায় একক , আৱাহন সদায় অনন্য , আৱাহন সদায় পৃথক , আৱাহন সদায় বিশেষ , আৱাহন সদায় শ্ৰেষ্ঠ আৰু আৱাহন সদায় প্ৰিয় ❤ জয় আৱাহন ❤ জয় নটৰাজ 🙏 জয় প্ৰস্তুতি পৰাশৰ ❤
@pranjalkalita1680
@pranjalkalita1680 5 ай бұрын
অশেষ ধন্যবাদ। ৰচনা পৰিচালনা আৰু অভিনয় অতি নিখুটভাৱে কৰিছে সকলো শিল্পী আৰু কলা কৌশলৰ। আপোনাৰ এই জয় ধাৰা অব্যাহত থাক তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো।
@surajmuktiar5516
@surajmuktiar5516 6 ай бұрын
সঁচাকৈ আপোনাৰ অভিনয় সৰ্বশ্ৰেষ্ঠ সৰুৰে পৰাই দেখি আহিছো। প্ৰতিটো চাৰিত্ৰতেই আপুনি যিদৰে প্ৰাণ ঢালি অভিনয় কৰে নাটক চাই আছোঁ নে সমুখত ৰৈ সঁচা কাহিনী দেখি আছোঁ ধৰিবই নোৱাৰি। সদায় ভালে থাকক
@mondip_Bora2003
@mondip_Bora2003 5 ай бұрын
সুন্দৰ অভিনয় । ইমান বোৰ নাটক চালোঁ কিন্তু এনেকুৱা নাটকৰ আবিষ্কাৰ প্ৰথম দেখিলোঁ সুন্দৰ বহুত সুন্দৰ হৈছে । চিনেমা আৰু নাটকৰ মাজত পাৰ্থক্য আছে প্ৰমাণিত হৈছে৷❤ ইমানেই বেছি সুন্দৰ হৈছে কবলৈ ভাষা নাই । মানুহৰ মন জয় কৰিবলৈ সক্ষম হৈছে 😇
@smritirekha1235
@smritirekha1235 6 ай бұрын
সঁচাই বা কবলৈ ভাষা নাই ইমান সুন্দৰ অভিনয় সকলোৰে... মন প্ৰাণ চুই গৈছে আপোনাৰ অভিনয়ে বা.. আপোনালোক সদায় আগুৱাই যাওঁক...❤
@Nayanjyotipathak
@Nayanjyotipathak 5 ай бұрын
প্ৰস্তুতি বাৰ কি অন্তৰ চুই যোৱা অভিনয় কবলৈ ভাষা নাই। বৰ সুন্দৰ কাহিনী। নাটকখনৰ লগত জড়িত সকলোলৈকে ধন্যবাদ লগতে শুভেচ্ছা জনালোঁ।
@manashsaikia895
@manashsaikia895 6 ай бұрын
শ্ৰদ্ধাৰ অভিজিত ভট্টাচাৰ্য দেৱ আৰু প্ৰস্তুতি পৰাশৰ বা লৈ এজন নাট্যকৰ্মী হিচাপে আন্তৰিক ধন্যবাদ জনালোঁ ইমান হৃদয়স্পৰ্শী নাটক এখন উপহাৰ দিয়াৰ বাবে ❤️🥹
@USER-PAPUKALITA
@USER-PAPUKALITA 5 ай бұрын
❤❤❤❤😊 25:23
@bdcreation2164
@bdcreation2164 5 ай бұрын
কি অভিনয়! কবলৈ ভাষাৰ অভাৱ হৈছে। বৰ্তমান সমাজৰ এক জীয়া ছবি তুলি ধৰিছে।প্ৰস্তুতি বা আপোনাৰ অভিনয় ইমানেই নিপুণ হৈছে যে যিকোনো দৰ্শকেই কান্দিবলৈ বাধ্য হৈ পৰিছে।সদায় সুস্থ হৈ থাকক বা❤বহুত বহুত মৰম আপোনালৈ❤❤❤এদিন লগ পাবলৈ বৰ মন আছে বা❤
@bantibora750
@bantibora750 6 ай бұрын
কি বুলি লিখিম!!সঁচাকৈয়ে.. শব্দৰ অভাৱ হৈছে।।কাহিনী, অভিনয় সকলো বহুত বেছি ধুনীয়া❤
@khagenbhuyan6727
@khagenbhuyan6727 6 ай бұрын
Nice🙏 Thanks
@khagenbhuyan6727
@khagenbhuyan6727 6 ай бұрын
Very very Nice
@minakshichetia3347
@minakshichetia3347 5 ай бұрын
সঁচাকৈয়ে মন মগজুত পোনপতীয়াকৈ প্ৰবেশ কৰিব পৰা এখন বাস্তৱ নাটক অভিনয় দুৰ্দান্ত।
@Hrishi2231
@Hrishi2231 5 ай бұрын
কি কম,,শব্দ বিহীন মোৰ মন্তব্য 😢,,, নহয় ই নাটক,,,বৰ্তমান সমাজত প্ৰখৰ ভাৱে উপলব্ধ এটি দৃশ্য 😢,,,, সমাজৰ প্ৰত্যেক টো সন্তানৰ বাবে ই এক স্মাৰক😢 ,,,,,,,🙏🙏 ধন্যবাদ 🙏🙏
@bidyutdekavlogs7695
@bidyutdekavlogs7695 5 ай бұрын
গাৰ নোম শিঞৰি উঠা এক কাহিনী সুন্দৰ প্ৰস্তুতি বা । ভাল লাগিল আবেগিক হৈ পৰিলোঁ। আপুনি সঁচাকৈ এগৰাকী সুদক্ষ, সুযোগ্য আৰু সফল অভিনেত্ৰী আগুৱাই যাওক আৰু ঈশ্বৰে মঙ্গল কৰক🙏
@jyotish1250
@jyotish1250 6 ай бұрын
বাইদেউ শুনকালে দিয়ক ,,, বহুত দিন অপেক্ষা কৰি আছোঁ 4/5 বাৰলৈ চাম ,,
@altabvlogs
@altabvlogs 5 ай бұрын
কি কম শব্দৰ অভাৱ❤ বহুত ভাল লাগিছে নাটক খন চাই। বেলশৰত চাইছিলো আকৌ এবাৰ আপোনাৰ ইউটিউব চেনেলত চাব পাৰিলো বহুত বহুত ধন্যবাদ প্ৰস্তুতি বা আৰু সঞ্জীৱ দাদা❤ সদায় ভালে থাকক আপোনালোক ❤❤
@DeepGogoi-j8h
@DeepGogoi-j8h 6 ай бұрын
সংলাপবোৰ বুকু কপি যোৱা 🥰🥰🥰সময়োপযোগী নাটক ❤❤
@Surjyapator-fi3ep
@Surjyapator-fi3ep 5 ай бұрын
বাস্তৱ জগতত হৈ থকা এটি সুন্দৰ কাহিনী। চকু পানী নিগৰি গল., নাটক খনৰ প্ৰতিটো সংলাপে হৃদয় ত স্পৰ্শ কৰিছে। ভাম্যমন জগতত প্ৰস্তুতি বা দৰে কোনো এনেকুৱা তেজেডি অভিনয় কৰিব নোৱাৰে । তেওঁৰ অভিনয়ত যাদু আছে। মানুহক কন্দুৱাই দিব পাৰে। নতুন প্ৰজন্মৰ বাবে নাটকৰ প্ৰতিটো সংলাপে মনত ৰাখিব লগা বিশেষ কৈ কিছু উচ্চ শ্ৰেণীৰ লৰা ছোৱালীৰ বাবে। নিজৰ লৰা ছোৱালীৰ বাবে মাক দেউতাকে কিমান কষ্ট ত্যাগ কৰিব পাৰে। কিমান দুখ লুকুৱাই ৰাখিব পাৰে এই নাটক খনৰ প্ৰতিটো কথাই সোঁৱৰাই দিছে। ধন্যবাদ অভিজিত ভট্টাচাৰ্য ডাঙৰীয়া ইমান সুন্দৰ এটা সঁচা কাহিনী নাটকৰ জৰিয়তে দাঙি ধৰা বাবে।। ❤❤অৰ্ধাঙ্গিনী ❤❤❤ এই বছৰৰ সৰ্বশ্ৰেষ্ঠ নাট। আব্ৰাহন থিয়েটাৰ সকলো কৰ্মকৰ্তা লৈ অভিনন্দন জনালো 🎉❤
@Heroic-p1e
@Heroic-p1e 6 ай бұрын
সঁচা কথা বোৰ video যোগেৰে ইমান সুন্দৰকৈ কৈ গৈ চে বহুত সুন্দৰ প্ৰস্তুতি বা অভিনয় ভাল লাগিল নাটক খন চাই love u বা
@ankitarajkhowa9068
@ankitarajkhowa9068 5 ай бұрын
সঁচাকৈয়ে এখন অনন্য সুন্দৰ নাটক উপহাৰ দিলে।প্রথমৰ পৰা শেষলৈ চকুৰপানীতে ডুবি থাকিল।কি সাংঘাটিক ডায়লগ,অভিনয়।প্রস্তুতি পৰাশৰ বাক এনেই মঞ্চৰ এক নম্বৰৰৰ অভিনেত্ৰী বুলি খিতাপ দিয়া হোৱা নাই।মঞ্চত উপভোগ কৰিবলৈ পোৱা হলে আৰু বহুত বেছি ভাল লাগিল হয়।আৱাহন থিয়েটাৰক এখন অনন্য সুন্দৰ নাটক অসমবাসীক উপহাৰ দিয়াৰ বাবে ধন্যবাদ জনালো।নাটক খনৰ যোগেৰে সমাজলৈ এটা ইতিবাচক বাৰ্তা দিয়াত তেওঁলোক পুৰাদমে সফল হৈছে।
@pinkidas8517
@pinkidas8517 6 ай бұрын
সচাকৈ প্ৰস্তুতি পৰাশৰ বাইদেউৰ অভিনয় কিন্তু মানিব লাগিব কন্দুৱাইহে এৰে দৰ্শকক 😢 বাস্তৱধৰ্মী এখন নাটক বহুত ভাল লাগিল 👌👌👌
@jintudas276
@jintudas276 4 ай бұрын
Natok khon Sai kandilo khub val lagise
@JyotishnaDevi-nv8xl
@JyotishnaDevi-nv8xl 4 ай бұрын
মঞ্চত চোৱাৰ সৌভাগ্য নহ'ল... ইয়াতেই চালো সচাঁই ভাষাহীন ভাৱে মৌন হৈ গৈছো চায়.... ❤❤❤ বহুত ভাল লাগিল....
@aangsbhaiofficial5612
@aangsbhaiofficial5612 6 ай бұрын
বৰ্তমান সময়ৰ বাবে এনেকুৱা কাহিনী অতি প্ৰয়োজনীয় । সমাজ সংস্কাৰৰ বাবে এনেকুৱা কাহিনী প্ৰতি বছৰে বিচাৰো
@ulfa.a.c4641
@ulfa.a.c4641 3 ай бұрын
চাই চাই শেষ নোহোৱাই হৈছে যেন লাগিছে! শেষত আৰু আছিল নেকি....... কাহিনীতো! চাই থাকিব মন গৈছিল! বহুত বহুত ধুনীয়া অভিনয় কৰিছে বাইদেউ চাই বহুত দুখ লাগি গৈছিল 😢
@pabitrabornilofficial123
@pabitrabornilofficial123 6 ай бұрын
আৱাহন থিয়েটাৰ সদায় ব্যতিক্ৰম 🔥❤
@ila-s6s
@ila-s6s Ай бұрын
একক আৰু অনন্য বুলি চাগে এনেবোৰ কাহিনী-অভিনয়কে ক'ব পৰা যায়! ❤🌻
@user-jn8in5ju3w
@user-jn8in5ju3w 2 ай бұрын
Abahan theatreor saund quality best
@UjjalSarma-ul7rm
@UjjalSarma-ul7rm Ай бұрын
Right
@rajashridas1955
@rajashridas1955 5 ай бұрын
ক'বলৈ ভাষা নাই বহুত বছৰৰ মূৰত নাটক খন চাই হেঁপাহ নপলাল সচাঁ জীৱনৰ জীয়া কাহিনী-- প্ৰস্ততি পৰাশৰ অভিনয়ে হৃদয় চুই গৈছে লগতে সকলোৰে অভিনয়ো সুন্দৰ ❤❤
@xunpahi
@xunpahi 6 ай бұрын
Khub akhare roi asu❤
@baruahjayantaofficialboy4175
@baruahjayantaofficialboy4175 6 ай бұрын
❤❤❤
@susmitanath6645
@susmitanath6645 6 ай бұрын
❤❤
@pinkikalita8846
@pinkikalita8846 5 ай бұрын
হৃদয় চুই যোৱা কাহিনী বহুত ভাল লাগিল চাই প্ৰস্তূতি বাৰ অভিনয় বহুত ধুনীয়া হৈছে আপুনি আগুৱাই যাওক আৰু ভগৱানে আপোনাক শক্তি দিয়ক বহুত শুভেচ্ছা থাকিল সকলোলৈ ভগৱানে সকলোকে আগুৱাই লৈ যাওক ❤
@bivamonikhanikor2042
@bivamonikhanikor2042 5 ай бұрын
সচাই হৃদয় চুই যোৱা কাহিনী,,,মঞ্চত চোৱা হেঁপাহ আছিল,,কিন্তু নাপালোঁ,,শিৱসাগৰ আহোঁতে মোৰ তেজ মোৰ মৰম চালোঁ কিন্তু এইখন চাব বহুত বেছি হেঁপাহ আছিল,,100 বাৰ চালেও হেঁপাহ নপলাই চিম্পা বা,,তুমি সচাই নাটকৰ ৰাণী হয়,,আৰু আগবাঢ়ি যোৱা,,ভাল ভাল কাম কৰি,,,
@jimigogoi8932
@jimigogoi8932 5 ай бұрын
এখন বৰ সুন্দৰ নাটক উপভোগ কৰিলোঁ। ঠিক নাটক নহয় এখন বাস্তৱ জীৱন জীয়া ছবি ৷ সুন্দৰ উপস্থাপন ৷ প্ৰতি চৰিত্ৰই সুন্দৰকৈ ফুটি উঠিছে ৷ বহুত বহুত ধন্যবাদ বা মঞ্চত চাবলৈ নোপোৱা নাটকখন আপুনি চোৱাৰ সুবিধা কৰি দিয়াৰ বাবে ৷
@archananath3143
@archananath3143 6 ай бұрын
বহুত আশা কৰি আছিলো চাব আজি চাব পালো বা আপোনাক ভগবানে সদাই ভালে ৰাসক ❣️❣️❣️❣️
@kabitaborabhakatgaon
@kabitaborabhakatgaon 5 ай бұрын
সচাঁই এটা ভাল ৰ্বাতা নতুন প্ৰজন্মৰ কাৰণে যি মাক দেতাকক বৃদ্ধাবস্থাত থবলগীয়া বুলি ভাবে কেতিয়াও যাতে তেনেকোৱা নহওক তাকেই কামনা কৰিছো ❤
@purabibharali4544
@purabibharali4544 5 ай бұрын
Ufffff....... Akow anekuwa jiya kahini powar akhare........... Prastuti baa tumi অনন্য.
@jupitara8969
@jupitara8969 4 ай бұрын
মা নামৰ এই দুৰ্ভগীয়া মানুহগৰাকীৰ প্ৰত্যেকটো বাক্যই যেন বুকু বিন্ধি গল. কিয় যে ইমানবোৰ দুখ 😢
@bindassbitupon_official
@bindassbitupon_official 6 ай бұрын
বাকী কেইখন নাটক ও লাগে সোনকালে❤like koro🤞
@Bornali335
@Bornali335 20 күн бұрын
Uff কান্দি কান্দি ভাগৰি গলো ইমান আবেগিক নাটক বহুত ভাল লাগিল চাই সমাজত হৈ থকা সচা কাহিনী
@misspampicreations
@misspampicreations 6 ай бұрын
সমাজত চলি থকা সচা কাহিনীৰ নাটক এখন আমাক উপভোগ কৰিৱ দিয়া কাৰণে আপোনালোকৰ আটায়কেইজনক বহুত বহুত ধন্যবাদ।।❤❤
@bandanavlog4529
@bandanavlog4529 6 ай бұрын
Heart touching drama baa . Lve u baa
@moinagogoi2
@moinagogoi2 4 ай бұрын
যাৰ নামে অৰ্ধাঙ্গিনী। এই নাটকখনে দু-লোচনেৰে মোৰ সচাঁকৈ অশ্ৰু নিগৰালে। মঞি নিজে দৰ্শন কৰা পিছত আলয়ৰ সকলোকে দৰ্শন কৰিবলৈ অনুৰোধ কৰিলোঁ। আৰু তিনি চাৰিটা মোবাইলত দৰ্শনো কৰিলে। সত্যাৰ্থত, ইমান সুন্দৰকৈ সৰ্বলোকে নিজৰ নিজৰ চৰিত্ৰসমূহ ৰূপায়ন কৰিছে যে নাটকৰ সংলাপ দেখি সচাঁকৈ মঞি আপ্লুত। সকলোৱেই অভিনয় কি সৰ্বাঙ্গৰসুন্দৰ। নাটক বুলিলে এনেধৰণৰ হব লাগে,যিয়ে সৰু পৰা ডাঙৰলৈ সকলো মনুষ্যকে শিক্ষা দি যাব পাৰে। নাটকৰ মাজে মাজে যথোপযুক্ত ক্ষণত প্ৰস্তুতি বা যি বাণ সকলোৱে হৃদয়ত স্পৰ্শ কৰি যোৱা মানে Dialogue বোৰৰ কথা কৈছোঁ। যদিও মোৰ বৰ বেছি comment কৰা অভ্যাস মোৰ নাই কিন্তু এই নাটকখনৰ বাবে এষাৰী বাক্য নিলিখাকৈ থাকিব নোৱাৰিলোঁ।
@Ayandeep_Musical.
@Ayandeep_Musical. 6 ай бұрын
মোৰ হৈ দুপাহ মান ফুল ছটিয়াই দিব। কিমান যে আবেগিক হৈ পৰিছে এগৰাকী মাক। কেৱল মাক এগৰাকী য়ে হে বুজি পাব। প্ৰত্যেক গৰাকী মাকলৈ বহুত প্ৰণাম। আপুনি খুব সুন্দৰ অভিনয়ৰ জৰিয়তে জীৱন্ত কৰি তুলিলে বা। আচলতে মাক দেউতাক ভগবানৰ দ্বিতীয় ৰূপ। ❤❤❤
@AnantaBordoloi-lp2qt
@AnantaBordoloi-lp2qt 4 ай бұрын
কি কম ভাষা নই......গৰু কৃপাহি কেবলম. সকলো কলাকশলীলৈ হিয়া ভৰা আশীবাদ...... কোনোৱে যাতে এনেকুৱা.......নহওক..... হৰি ৰাম..😊
@AnantaBordoloi-lp2qt
@AnantaBordoloi-lp2qt 4 ай бұрын
Your Rieyc pl.😂❤....
@user-tridip
@user-tridip 4 ай бұрын
Rati 3 ta loike sai thakilu gomoke napalu mojjja lgil de ❤😊😍🥺🦋
@sangitaboruah4335
@sangitaboruah4335 5 ай бұрын
সুন্দৰ এখন সুন্দৰ নাটক উপভোগ কৰিলো শিল্পী প্রযোজক পৰিচালক তথা আবাহন থিয়েটাৰৰ সকলো😮 পৰিয়াল বৰ্গলৈ ইমান সুন্দৰ নাটক উপাহাৰ দিয়াৰ বাবে ধন্যবাদ জনালো আগবাঢ়ি যাওঁক
@nayanjyotimudoi2251
@nayanjyotimudoi2251 6 ай бұрын
হৃদয় চুই গৈছে। মঞ্চত চোৱাৰ পাছত আকৌ এইয়া
@minakshihatibaruah1054
@minakshihatibaruah1054 5 ай бұрын
কিমান যে ভাল লাগিছিল চাই মঞ্চত❤।।আকৌ এবাৰ এনেকৈ চাবলৈ পাই বৰ ভাল লাগিছে❤।ইমান সুন্দৰ অভিনয়❤
@Bhargabassam
@Bhargabassam 6 ай бұрын
মঞ্চত চোৱাৰ পিছত আজি আকৌ এবাৰ চালোঁ বহুত ভাল লাগিল ❤❤❤
@sonalimoran714
@sonalimoran714 5 ай бұрын
কবলৈ ভাষা নাই কিমান ভাল লাগিল, তিনিচুকীয়ালৈ গলো অৰ্ধাঙ্গীনি চাবলৈ বুলিয়ে কিন্তু নাপালোঁ, মোৰ তেজ মোৰ মৰম আছিল সেইদিনাৰ নাট ওচৰৰ পৰা চোৱাৰ হেপাহ পুৰ হল।
@simitalukdar711
@simitalukdar711 6 ай бұрын
Baki dukhn o xunkal a dibo plz
@girishdas8433
@girishdas8433 5 ай бұрын
বাইদেউ বৰ্তমান সমাজত প্ৰায়ে দেখা পোৱা যায়। অতি সুন্দৰ নাটক ❤ অতি সুন্দৰ অভিনয় ❤ বহুত বহুত ধন্যবাদ ❤ দলৰ সকলোকে ভবিষ্যত উজ্বল কামনা কৰিলোঁ।❤❤❤❤❤
@JutikaDeka-bg3vb
@JutikaDeka-bg3vb 6 ай бұрын
Mor tez mor morom theatre khon dib son ❤❤❤❤❤
@bsvlogs5131
@bsvlogs5131 5 ай бұрын
বহুত ভাল লাগিল চাই ।সকলোৰে অভিনয়ে অন্তৰ চুই গৈছে ❤❤
@dipikadekadeka6726
@dipikadekadeka6726 6 ай бұрын
Mur tez mur morom natok khn upload krib son
@simantadeka1601
@simantadeka1601 5 ай бұрын
Ok
@anupaldeka3039
@anupaldeka3039 5 ай бұрын
প্ৰতিজন স্বামীৰ জীৱনত এনেকুৱা এগৰাকী অৰ্ধাঙ্গীনিৰ প্ৰয়োজন যি নিজৰ স্বামীক কেতিয়াও অকলে ।।দুখৰ সময়ত যুঁজিবলৈ নিদিয়ে ।। মোৰ কিন্তু তেনে এজনী আছে যিয়ে নিজতকৈ মোৰ কথা বেছি ভাবে ।।
@jaykantatalukdar
@jaykantatalukdar 6 ай бұрын
❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
@gitarthamazumdar8677
@gitarthamazumdar8677 5 ай бұрын
মজা, অহাবাৰলৈ অলপ কহিনুৰে টাইটানিকৰ চিন্তা কৰাৰ দৰে articles 370 চিনেমাৰ দৰেও নাটক কৰকচোন, সেইদিনতে কহিনুৰে টাইটানিকৰ চিন্তা কৰিছিল
@agommajuli8978
@agommajuli8978 5 ай бұрын
বা ভাষাৰে প্ৰকাশ কৰিব নোৱাৰি । প্ৰত্যেকটো দাইগলেই মোৰ হৃদয়ে চুয়ে। আপোনাৰ আদৰ্শৰে জীৱন সজাব শিক্ষিছো। আপোনাক ভগৱন্তই মঙ্গল কৰক ।
@indranigogoi4233
@indranigogoi4233 5 ай бұрын
উফফ, প্ৰস্তুতি বাৰ অভিনয়। ❤❤কি কম ভাষা নাই। মাত্র এটাই প্ৰাৰ্থনা বা ভগৱানে তোমাক সদায় ভালে কুশলে ৰাখক 🙏🙏
@JuritiBalaDas
@JuritiBalaDas 27 күн бұрын
Eeman j bhal lagil Bor dukh o lagile Thankyou so much Mam Thankyou ❤❤❤❤🎉🎉🎉🎉
@papukeot98
@papukeot98 3 ай бұрын
মাকৰ খং উঠিছে, বিস্ফোৰণ হবই 💛
How Strong is Tin Foil? 💪
00:25
Brianna
Рет қаралды 70 МЛН
Happy birthday to you by Secret Vlog
00:12
Secret Vlog
Рет қаралды 6 МЛН
У вас там какие таланты ?😂
00:19
Карина Хафизова
Рет қаралды 27 МЛН
AGNI KANYA | FULL DRAMA | AWAHAN THEATRE 2022-23 |  PRASTUTI PORASOR
1:53:57
Prostuti Porasor
Рет қаралды 1,1 МЛН
| MEMSAHAB | ABAHAN THEATRE | 2019-20 | PRASTUTI PORASOR | JOGESH KASHYAP |
2:14:13
JAROJ RETURNS PART 2 || CHAMPAK SARMAH || RAJMUKUT THEATRE
1:13:14
Champak Sharma
Рет қаралды 572 М.
DEEPAWALI....kahinoor Theatre 2023..2024
2:06:20
Kahinoor Theatre
Рет қаралды 184 М.
How Strong is Tin Foil? 💪
00:25
Brianna
Рет қаралды 70 МЛН