Рет қаралды 1,265
আজি ভাদ মাহৰ প্ৰথম সপ্তাহতোতে মহাপুৰুষ দুজনাক সেৱা জনা এটি ভাল লগা বৰগীত ''গোপালে কি গতি'' বাঁহীৰে বজাবলৈ চেষ্টা কৰিলোঁ।🙏🙏🙏 #বৰগীত🙏
যদি কিবা ভুল হৈছে সকলোৱে সকলোৱে comment ত কৈ দিব🙏
বৈষ্ণৱ সকলে ভিডিঅ'টো #virel কৰি লৈ যাব বুলি আশা ৰাখিলোঁ ❤️
Assamese Borgeet cover flute
#virel #followers #flutist #assam_culture #assamesemusic #singer #borgeet #khulbadon #bahibadon #krishna #mahapurush #sankardev🙏
#vaunasanskriti #assam #indian #assamtelent #flute_lover
#assameseborgeet
#goupalekigoti
🙏🙏🙏🙏🙏🙏