No video

অসমীয়া সংগীতৰ মহীৰূহ ৰমেন বৰুৱা সন্ধানহীন, অসন্তুষ্ট মনেৰে ঘৰৰ পৰা ওলাই গৈছিল শিল্পীগৰাকী

  Рет қаралды 38,612

News Live

News Live

Күн бұрын

📌অসমীয়া সংগীতৰ মহীৰূহ ৰমেন বৰুৱা সন্ধানহীন। সোমবাৰে পুৱা ১০ বজাৰ পৰা সন্ধান নাই ৰমেন বৰুৱাৰ। ব্ৰহ্মপুত্ৰৰ পাৰত পোৱা গৈছিল ম'বাইল ফোনৰ শেষ লোকেচন। অসন্তুষ্ট মনেৰে ঘৰৰ পৰা ওলাই গৈছিল শিল্পীগৰাকী। মন্তব্য সংগীত পৰিচালকগৰাকীৰ ভাতৃ দ্বীপেন বৰুৱাৰ।
Like the official facebook page of News Live: / newslivetvofficial
Follow News Live on twitter: / newsliveghy
Connect to our instagram account: / newsliveghy
Visit our website for all news updates: newslivetv.com/

Пікірлер: 9
@balendas4511
@balendas4511 Ай бұрын
হে, ভগবান মানুহ জনৰ সন্ধান দিয়ক।বৰ দুখ লাগি আছে।🙏
@BubulBaruah-bq5wh
@BubulBaruah-bq5wh Ай бұрын
তেখেত সুস্থ হৈ সুশৰীৰে ঘুৰি আহক। ভগৱানৰ ওচৰত সেৱা জনাইছো। 🙏👏🏿
@rafikulali4396
@rafikulali4396 Ай бұрын
জগৰীয়া কোন,, এনে এজন ব্যক্তি ওলাই নাযায়,,
@RabinMedhi-vp9bt
@RabinMedhi-vp9bt Ай бұрын
নিশ্চয়
@BhagwanDeka-yg4yw
@BhagwanDeka-yg4yw Ай бұрын
বুঢ়া হ'ল যেতিয়া নিশ্চয় পৰিয়ালৰ অবহেলিত।
@RabinMedhi-vp9bt
@RabinMedhi-vp9bt Ай бұрын
নিশ্চয়
@HemantaBora-dj4rb
@HemantaBora-dj4rb Ай бұрын
Aietu jibon...! Homoie ketia keni goti loi kunew najane.!...haiehe homoi thakutei Jake jenekoi honmaan dibo lage. Diatu usit . Namas Kar. Homi ukoli gol teu je nohol kua....
@aoomusicofficial2124
@aoomusicofficial2124 Ай бұрын
Oi kukur news pohibo njano nki...
Glow Stick Secret Pt.4 😱 #shorts
00:35
Mr DegrEE
Рет қаралды 18 МЛН
WILL IT BURST?
00:31
Natan por Aí
Рет қаралды 40 МЛН
GTA 5 vs GTA San Andreas Doctors🥼🚑
00:57
Xzit Thamer
Рет қаралды 25 МЛН
Glow Stick Secret Pt.4 😱 #shorts
00:35
Mr DegrEE
Рет қаралды 18 МЛН