অসমীয়া যুৱতীৰ এটা ভিডিঅ'ই এতিয়া সমগ্ৰ অসমতে চৰ্চা লাভ কৰিছে! | Assam Media 24

  Рет қаралды 164,233

Assam Media 24

Assam Media 24

Күн бұрын

Пікірлер: 215
@BeyCraftGaming
@BeyCraftGaming 15 күн бұрын
সঁচাকৈ যাৰ কপালত দুখ থাকে তাক চাৰিওফালৰ পৰা দুখে আগুৰি ধৰে।
@Rihangaming.66
@Rihangaming.66 15 күн бұрын
সচাকৈ বহুত দুখ লাগিল। বিধৱাৰ দুখ কোনো নুবুজে
@PadmaLalung-iq7ik
@PadmaLalung-iq7ik 14 күн бұрын
মাজনী তুমি বৰ সঁচা কথা কৈছা।। সমাজৰ এনে অন্ধ বিশ্বাসে বিজ্ঞানৰ যোগতো বহুত নিৰিহ নিষ্পাপ নাৰী আৰু পুৰুষৰ জীৱনলৈ কাল অমানিশা মাতি আনিছে। ছবিখন সাহসেৰে মেদিয়াত প্ৰকাশ কৰাৰ বাবে ধন্যবাদ মাজনী। Thanks.
@AnantaSaikia-xq8xu
@AnantaSaikia-xq8xu 15 күн бұрын
বহুত দুখ লাগিল ! কথাবোৰ জনোৱাৰ বাবে তোমালৈ অশেষ ধন্যবাদ ।
@KarabiChetia1971
@KarabiChetia1971 15 күн бұрын
কথা কেইটা শুনি বৰ দুখ লাগিল দেই কাৰ কপালত কি লিখা আছে কোনে জানে ❤❤❤
@kalpanadeka6201
@kalpanadeka6201 9 күн бұрын
তুমি ভালদৰে জানা যেতিয়া কথাখিনি কৈ ভাল কৰিলা।ভুল কৈ ভাবি তাইক বেয়া বুলি বহুতেই কৈ আছিল।মানুহ পৰিস্থিতিৰ দাস।কাৰ জীৱনত কি হৈ যাই কোনেও কব নোৱাৰে।সকলোৱে শান্তি বিচাৰে।মুক্ত জীৱন আশা কৰে।উপকাৰ কৰিব নোৱাৰিলেও মানুহক অপকাৰ কৰাটো উচিত নহয়।মানুহৰ সমাজখন বেয়া হৈ গল।মই হে যাওঁ,ময়হে খাও,মোক লাগে এই মানসিকতা ই ঠাই ললে কিছুমান ৰ মনত।
@lalitabrahma9161
@lalitabrahma9161 15 күн бұрын
নাজানো কিমানখিনি সত্য তথাপিও তোমাৰ সুন্দৰ কথনশৈলীত মুগ্ধ হলো বৰ সুন্দৰকৈ স্পষ্টভাবে মৌছুমীৰ জীৱন কাহিনীৰ প্ৰতিচ্ছবি ডাঙি ধৰাৰ প্ৰয়াস কৰিলা ভাল লাগিল । মৌচুমীৰ আত্মাই শান্তি পাওঁক তাই যতে আছে শান্তিৰে থাকক🙏
@jamunadas5797
@jamunadas5797 15 күн бұрын
Jar maa nai , Buji pai maa ki
@sabitagogoigogoi3852
@sabitagogoigogoi3852 15 күн бұрын
সত্য হয় আমাৰ ওচৰতে বিয়া হৈছিল
@dipsikhachetia111
@dipsikhachetia111 15 күн бұрын
কোন মৌচুমী ধলাৰ নেকি ?
@BetaManuh
@BetaManuh 15 күн бұрын
Hoityo ktha aikhini ami sini paw taik
@monujmili
@monujmili 15 күн бұрын
বৰ দুখ লাগিল কথাতো শুনি 😢😢😢😢
@zahiraahmed7466
@zahiraahmed7466 15 күн бұрын
সঁচা কথাখিনি জনোৱাৰ বাবে তোমাক ধন্যবাদ নহ'লে মৃতকক মানুহে মৃত্যুৰ পাছতো শান্তি নিদিয়ে
@Mamur-u9w
@Mamur-u9w 14 күн бұрын
বৰ দুখ লাগিল কথাতো শুনি 😢😢😢😢😢😢😢
@PradipGogoi-i7b
@PradipGogoi-i7b 15 күн бұрын
মই বহুত সঁচা কথাই লিখি আহিছোঁ। কিছুমান অহ্ঙকাৰী মানুহে বেয়া পালেও উপায় নাই। জগতত উৰণ বুৰন গজন ভ্ৰমণ চাৰি মুঠি জীৱৰ ভিতৰত শ্ৰেষ্ঠ জীৱ মানুহকে কয় যদিও একেবাৰে নিকূষ্ট নৰপশু জাতি হ'ল মানুহ বুলি কোৱা জন্তু বিধ। যাৰ মনুষ্য স্বত্ব হীন পূথিৱীৰ সকলো দিশতে প্ৰদুষিত কৰে। পূথিৱীত মানুহ নামৰ জন্তু বিধৰ শোষণ নিস্পেষন অত্যাচাৰ অবিচাৰ বেভ্যিচাৰ অনাচাৰ আসুৰিক দানৱীয় তামসীকতা দিনে দিনে বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে অতি সোনকালেই এই জাতি টো পূথিৱীৰ পৰা বিদায় লবলগীয়া হ'ব পাৰে । নিজৰ নিজৰ স্বাৰ্থ সিদ্ধি দূৰ্নীতি অন্য জীৱ জন্তুৱে নকৰা কম্ম মানুহৰ প্ৰিয় কম্ম হৈছে।।
@kamalakantahandique950
@kamalakantahandique950 14 күн бұрын
Good blessed you,
@MamoniSonowal-z1n
@MamoniSonowal-z1n 11 күн бұрын
মৃতকৰ কামবোৰ শেষ হোৱাৰ লগে লগে জন্ম ঘৰৰ মানুহৰ লগতে গুচি আহিব লাগে । কোনো দৰকাৰ নাই এক মূহুৰ্ত ও থাকিবলৈ । মুঠতে সকলো সময়তে সতৰ্ক হৈ থাকিব লাগে ।
@MohendraChangmai
@MohendraChangmai 15 күн бұрын
সত্য কথা কাহিনীও লোকাই থাকিব নোৱাৰে,হি জিলিকি উঠিবৈ।
@PritamBharali-e9r
@PritamBharali-e9r 15 күн бұрын
সঁচা কথা কৈছে। মানুহৰ জীৱনত কি দুখ চলি থাকে সেই টো নজনা কৈ দোষ জাপি দিব চেষ্টা কৰি থাকে।
@dhemajicivilhospital6655
@dhemajicivilhospital6655 14 күн бұрын
আমাৰ সমাজত খনত ভাল বিচাৰ কৰা মানুহৰ বহু কম মহিলা সকলে নিজেই কিন্তু মহিলা কথা বেয়াকৈ আপোনীৰ আগ বাঢ়ি যাক কাৰোবাৰ কথা নামানিব
@dibyajyotisharma9889
@dibyajyotisharma9889 15 күн бұрын
বৰ দুখ লাগিল।
@Mr.khalilmusicofficial
@Mr.khalilmusicofficial 14 күн бұрын
তুমি ভালে থাকা, এইবিলাক মানুহৰ কটা নুখুনিবা,মই তোমাৰ লগত আছোঁ।
@annarabha8147
@annarabha8147 15 күн бұрын
কথাটো শুনি বহুত দুখ লাগিল ।
@SyedsahabuddinAhmedSyeds-uh3qb
@SyedsahabuddinAhmedSyeds-uh3qb 12 күн бұрын
So sad ba. Call koriba sun mok
@AK_special25
@AK_special25 15 күн бұрын
বহুত দুখ লাগিল।
@ManabDeori-qv9sb
@ManabDeori-qv9sb 15 күн бұрын
কথা কেইটা শুনি বৰ দুখ লাগিল দেই ❤❤❤
@travelandfoodlover8694
@travelandfoodlover8694 15 күн бұрын
আপোনাৰ ছোৱালীজনীৰ কথা শুনি বহুত দুখ লাগিল😢😢
@biplovmudoi3127
@biplovmudoi3127 12 күн бұрын
God bless you
@NobojyotiGogoi-yr3zk
@NobojyotiGogoi-yr3zk 15 күн бұрын
মৌচুমী য়ে কোৱা হলে বিশ্বাস কৰিলোঁ হেতেন এতিয়া কৈ লাভ কি ফেমাছ হবলৈ মানুহে কি কি যে নকৰে
@jimiboruah822
@jimiboruah822 15 күн бұрын
সচাকৈ বৰ দুখ লাগিল
@ParulNath-z5m
@ParulNath-z5m 13 күн бұрын
কোনে কাক বুজি পায়।দুখ লাগে
@MousumiBorah-c5h
@MousumiBorah-c5h 3 күн бұрын
আমাৰ সমাজ ব্যৱস্থাটোৱে তেনেকুৱা এগৰাকী মহিলাই সকলো ত্যাগ কৰাৰ পিছটো সন্তান বিপথে গ'লে মাক বেয়া, অন্যায় বিৰুদ্ধে প্ৰতিবাদ কৰিলে মুখ চোকা,কিবা কিবি অন্ত নাই এইয়াই হয় এচাম তিৰোতাৰ জীৱন তথাপিও আমি জীয়াই থাকো কাৰণ আমি তিৰোতাবোৰ যে মমতাময়ী।
@InnocentArcticBirds-sg9ni
@InnocentArcticBirds-sg9ni 15 күн бұрын
Thanks very nice
@hunmonichutia9122
@hunmonichutia9122 14 күн бұрын
সঁচাকৈ বৰ দুখ লগা ।
@Daspankaj-b4l
@Daspankaj-b4l 13 күн бұрын
তুমি মা ঘৰলৈ যোৱাগে ছোৱালী নিজক বছোৱা
@JoyramBonia
@JoyramBonia 15 күн бұрын
কৌতুহলীয়ে আমনি কৰা কাহিনীটো কোচোম সঁচা বাস্তৱিক কাহিনীহে হৈছিল বুলি পাছলৈহে জানিলো। কিন্তু মৌচুমী মানে সিংহ ৰাশি ফলৰ জাতিক জাতিকা লোক হয় তেওঁলোকে যিতি কামত নেতৃত্ব ল'ব পাৰে ভৱিষ্যতৰ সপোন ৰেহ ৰূপ নজনাকৈ নেতৃত্ব ল'ব নালাগে। মই ভাবোঁ তেওঁ যদি মনৰ আৱেগত জীৱনটো অকলেই য'ত তত থাকি চলিব পাৰিব বুলি নিবিচাৰিলে হেঁতেন নিজৰেই মাক-ককাইয়েক ভায়েকৰ ওচৰৰে গ'লগৈ হেঁতেন বা নগলেও মাক বা ককাই ভাই পৰামৰ্শ মানি থাকিলে হেঁতেন বা ককাই ভাইৰ ঘৰতে থাকিলে হেঁতেন তেতিয়াও মৌচুমী জীৱন মৃত্যু নহ'ল হেঁতেন চাগৈ মই ভাবোঁ। কিন্তু হেজাৰ বেয়া হওঁক কেতিয়াও এৰিব নালাগে ঘৰৰ মানুহে ঘৰৰ মানুহক।news আমিও পাইছিলো চাবলৈ। from Hyderabad ✍️
@BaharulIslam-q9n8n
@BaharulIslam-q9n8n 15 күн бұрын
Bhut val lagil kotha khar huni,,😂
@phanidharrabha8057
@phanidharrabha8057 15 күн бұрын
সঁচাকৈয়ে কিছুমান ছোৱালীৰ জীৱন দুখ সহি সহি নি; শেষ হৈ যায় । খুৱ দূখ লাগে । আপুনি মানুহ নামৰ পশু চামক কথাটো এবাৰ ভাবি চাবলৈ সোৱৰাই দিলে
@BitupanChetia-c6t
@BitupanChetia-c6t 12 күн бұрын
Tumak bhal lagise.. .. tumi bahut Dhunia hoy mur karane
@Kus6hant_rajRBLX
@Kus6hant_rajRBLX 12 күн бұрын
Bor dukhar kotha 🙏🙏😢😢
@babudas9538
@babudas9538 10 күн бұрын
এইয়াই বিধবা এজনীৰ জীৱন😭😭😭😭
@SimantaBorah-d1t
@SimantaBorah-d1t 15 күн бұрын
Tumi nijok hodai aaguai niya...
@GopinathSingha-l7z
@GopinathSingha-l7z 13 күн бұрын
🙏🙏🙏🙏
@anjaliray4908
@anjaliray4908 13 күн бұрын
Nice
@BabulBordoloi-h6u
@BabulBordoloi-h6u 14 күн бұрын
❤❤😢😢 baa bhut duk lagel😢😢😢
@JimudPegu
@JimudPegu 9 күн бұрын
Oh God God.
@dibyaluchanboruah3206
@dibyaluchanboruah3206 12 күн бұрын
God may sure help u one day
@rupalideka5595
@rupalideka5595 15 күн бұрын
❤❤❤❤❤
@SunukaBoroo
@SunukaBoroo 15 күн бұрын
Bhut duke lagil
@riturazojha8544
@riturazojha8544 14 күн бұрын
Kahini vl lagile...kintu Mousumi a nijor suwali dujoni karone aku nkorile...ajoni 2 bsr houtei ari goisl...tai guwahatit goi vl kam kora nasil...fb post diya photo bur sai gom paisu...akhon tal nabaje..ara dhora majot solile sob fale val foll pai...kithabur kimn hosa najanu aapuni kuwar dore😢😢
@MohendraPegu-d3b
@MohendraPegu-d3b 15 күн бұрын
বাইদেউ তোমাৰ কথাটো বওত দুক লগা কথা এই বোৰ বাতদে এতিয়া তুমি কত আশা মোক জনাব
@PrasantaKutum-rx7sf
@PrasantaKutum-rx7sf 15 күн бұрын
বৰ দুখৰ কথা
@sanjaykalita5360
@sanjaykalita5360 15 күн бұрын
Hoi kotha tu
@PranabDas-ry8dx
@PranabDas-ry8dx 15 күн бұрын
@JimudPegu
@JimudPegu 9 күн бұрын
Oh god
@pranitadas6533
@pranitadas6533 7 күн бұрын
aI Police department Ma ekor🤭. Boose🙂🤔. Sob khali Dhandat thake😔. Sorkar ki baaal kori ase. Hbo o 😊🙂
@RichaBoruah
@RichaBoruah 8 күн бұрын
এই ছোৱালী গৰাকীৰ নিজৰ কাহিনী নহয় ,মই সৰ্ম্পূণ vidio tu saisu ,ei গৰাকী ছোৱালী a তেওঁৰ ভাষাৰে আনৰ hoityo কাহিনী দাঙি ধৰে,,,আৰু হেই গুৱাহাটীত হোৱা মৌচুমী গগৈ নামৰ বোৱাৰী গৰাকীক প্ৰেমিকে হত্যা কৰা কাহিনী টো দাঙি ধৰিছে ,,
@rajupatar1458
@rajupatar1458 15 күн бұрын
Hoi
@LxGyanjyoti
@LxGyanjyoti 14 күн бұрын
😢❤
@AjoyGaonkhowa
@AjoyGaonkhowa 14 күн бұрын
Ei duniya bhagawan ase khakolu thekhte Sai ase
@amardebnath3476
@amardebnath3476 15 күн бұрын
Ohh god
@s28k35
@s28k35 12 күн бұрын
Dukh lagil xuni kintu poisa nohole ako nai jibontut
@PalligramtvComedy
@PalligramtvComedy 12 күн бұрын
Bhupen kun ako😂😂😂
@AnjuPayen
@AnjuPayen 13 күн бұрын
I ❤ love you
@dimpikajold6287
@dimpikajold6287 14 күн бұрын
So sad story
@golaphussain2212
@golaphussain2212 14 күн бұрын
Tomar dore friend sobore thakok
@pinkuboruah2245
@pinkuboruah2245 11 күн бұрын
😭😭😭
@girinborah6879
@girinborah6879 15 күн бұрын
কথাবোৰ শুনি বৰ দুখ লাগিল
@Diptimedhi-o7l
@Diptimedhi-o7l 14 күн бұрын
😂😂😂bohut dukh lage aibor xunile
@AniramBorah-x6v
@AniramBorah-x6v 14 күн бұрын
আপোনাক ভগৱানে চকু মেলি চাওক আৰু সাহক গোটাও
@Rupjyoti9319
@Rupjyoti9319 15 күн бұрын
Kotha bur janibo pai bhal lagil mane hosa2 janibo pari...nohole news channel bure kiman ki news nedakhai...kun dukhi kun nirdukhi janiboa nuarisilu
@DalimiDas-u4j
@DalimiDas-u4j 14 күн бұрын
তুমি বেয়া নহয় তুমাটকৈ বহুত বেছি বেয়া ছোৱালী আছে বোৱাৰী ও আছে কাৰন মাৰি থাকোতে মানুহ জনীক বচাব লাগিছিল আজিকালি মানুহ বিলাকে কৰো দয়া মমতা নোহোৱা হৈছে বহুত দুখ লাগিল
@gitikasarma1748
@gitikasarma1748 15 күн бұрын
গাঁৱৰ পৰা আহি চহৰত আহি সেইডালে কৰি আছে ।
@UttamDas-u6c
@UttamDas-u6c 14 күн бұрын
দুখ লাগিল বিধাতাৰ লিখন নাজায় খন্দন
@MonjitSaikia-k9p
@MonjitSaikia-k9p 8 күн бұрын
Hotyo lukai thake tair asol kahini aagi gom palu dukh lagise tothapi jiyekor logot homporko rakhibo lagisil 😭
@Lakshmipriya-i6x
@Lakshmipriya-i6x 9 күн бұрын
Kahine huni hakoluwa dukh kore kintu realot hole kunao nubuja..
@ThakuriaMP
@ThakuriaMP 15 күн бұрын
Dukh lgil😢
@SusenPegu-ii5fs
@SusenPegu-ii5fs 11 күн бұрын
কাহিনীটো শেষতে বুজিলো তাই কোন কাৰ কাহিনী
@JimudPegu
@JimudPegu 9 күн бұрын
I miss you
@KalponaTaye-o9m
@KalponaTaye-o9m 14 күн бұрын
😢😢huni dhuk lagil
@RajkamalAich-y5m
@RajkamalAich-y5m 14 күн бұрын
😮😮😮😮😮😮
@PujaGogoi-qs5gr
@PujaGogoi-qs5gr 15 күн бұрын
Hosai kene kuwa sarthopor pithibit jiyai asu ami 😢 Aji eai video tu paisilu swali huwa tu pap neki 😢
@kamalapatar1465
@kamalapatar1465 10 күн бұрын
দ্বিতীয় বাৰ বিয়া পাতি য়ে তাই ভুল কৰিলে।আগৰ শোক বোৰ নযাওতে আকৌ এজনৰ লগত লেটি পেটি।
@dulilchandrakamanck5696
@dulilchandrakamanck5696 13 күн бұрын
Welcome my, ,,,,
@makeupartistqueen8164
@makeupartistqueen8164 12 күн бұрын
Aijoni sakori pai husband ok ari jua dhokebaaz joni nhi janu😂😂
@RubuPatar
@RubuPatar 15 күн бұрын
Dada apuni news nopohibo Aapuni beleg manuh ejon louk
@jebisultana2566
@jebisultana2566 15 күн бұрын
Bohut dukh lagil baa
@sahinazmi7274
@sahinazmi7274 9 күн бұрын
Bohut dukh lagil
@JogendraDeka-tc6cs
@JogendraDeka-tc6cs 10 күн бұрын
Tate negative ade❤
@masumabegumlaskar6527
@masumabegumlaskar6527 14 күн бұрын
Aia hoise asol news akdom khosa .amar khomaj khoneai tenekua aru sobotkoi daur kotha ami mohila mohilar daur khotru
@DeepjyotiPhukan-o9p
@DeepjyotiPhukan-o9p 15 күн бұрын
Bohut dukh lagil. ....Hasai Ai hankhart Ma Nahle..bohut kost kor hai......
@KhiutNeog-y3h
@KhiutNeog-y3h 12 күн бұрын
Hi
@assameseboy5160
@assameseboy5160 15 күн бұрын
মৃত্যু মানুহে কথা কৈ ভিদিও বনাব পাৰে নেকি 😂😂😂🤔🤔🤔 5:35
@Binagogoi-i1w
@Binagogoi-i1w 15 күн бұрын
Dada. Tekheto friend mousumi gogoi মৃত্যু কথা কৈ ase
@jinadas-b4o
@jinadas-b4o 14 күн бұрын
যেতিয়া গিৰিয়েক জন মৰে তেতিয়া ঘনিয়কজনিদুখি যেতিয়া মহিলা জনি মৰে তেতিয়া গিৰিয়েকে বিয়া পাতিব পাৰে সমাজে মানা নকৰে মহিলা খানিক সদায় কিয় দুখি কৰে
@HasmatAli-ct4fd
@HasmatAli-ct4fd 9 күн бұрын
😂😂😂❤❤
@SwapnaliBora-p7z
@SwapnaliBora-p7z 14 күн бұрын
Tai koute ame hunixu nhi akou nu kihr rohon hani apuni koi axe vl nalage enekuwa mat tu uliyale apuni o
@Suravikhakhlary
@Suravikhakhlary 15 күн бұрын
Bowari jibon buhu kosto jone bowari hoi ase yeu buji pai
@mohankataki8227
@mohankataki8227 15 күн бұрын
Asomiya manuh bur anekuwai bor sathapar .pithibir bhitarat sarthapar jati akol asomiyai .
@ParthanaBordoloi-i2m
@ParthanaBordoloi-i2m 15 күн бұрын
😢
@RinkumoniMohan-n3f
@RinkumoniMohan-n3f 15 күн бұрын
Hosai bidhaba buli kole bohut Kosta hoijiya korib lage. Moi komboiyakhote Mr heruwai homajor ghrkhona mitur Kutumor pora bohut kothai hunibloi palu aiyai suwali manuhor jibon
@saratdeka1108
@saratdeka1108 12 күн бұрын
Bahut beya lagil.
@anupamakalita2554
@anupamakalita2554 14 күн бұрын
Sasai suwalir jiban nu anekuwai na ki ase amar.bar dukh lagile sei lora janr fasi hb lage
@Runjunborah-un5zk
@Runjunborah-un5zk 11 күн бұрын
,কথা নাই আৰু
@apurbadas4151
@apurbadas4151 15 күн бұрын
সহজতে ভাইৰেল হোৱাৰ আজিকালি সহজ পথ,,, মানুহক মূৰ্খ বনাবলৈ ইমান টান নহ'য়, সেইটো চোচিয়েল মিডিয়া অহাৰ পৰা পৰিষ্কাৰ হৈ পৰিল!
@KumardixitChuta
@KumardixitChuta 15 күн бұрын
নিষ্ঠুৰ মানুহৰ মানৱতা আজি সমাজৰ সেইবোৰ দিন.. ভাল কৰিলে u bea
@puspadhardeka5665
@puspadhardeka5665 14 күн бұрын
Bhanti bhagyar likhan . Tumi bhagwanak biswas Kara aaru tumar kartabya kari jowa. Bhagwane tomak nichay hahay Kariba. Aabhar hi jowa .
Жездуха 42-серия
29:26
Million Show
Рет қаралды 2,6 МЛН
Caleb Pressley Shows TSA How It’s Done
0:28
Barstool Sports
Рет қаралды 60 МЛН
«Жат бауыр» телехикаясы І 30 - бөлім | Соңғы бөлім
52:59
Qazaqstan TV / Қазақстан Ұлттық Арнасы
Рет қаралды 340 М.
Жездуха 42-серия
29:26
Million Show
Рет қаралды 2,6 МЛН