অসম বিহুৱতী-২০২৪ৰ প্ৰশ্ন উত্তৰ শিতান || Asom Bihuwoti-2024 || bihuwoti questions answer

  Рет қаралды 188,704

Anupom Bitupon

Anupom Bitupon

Күн бұрын

পূব গুৱাহাটী বিহু সন্মিলন-২০২৪ৰ অসম বিহুৱতী-২০২৪ প্ৰতিযোগিতা খনিৰ প্ৰশ্ন উত্তৰ শিতান আপোনাসৱৰ বাবে আগবঢ়াইছো.... আপোনাসৱলৈ অনুপম বিতোপন সামাজিক প্ৰচাৰ মাধ্যমৰ তৰফৰ পৰা বহুত বহুত শুভ কামনা জ্ঞাপন কৰিছো....
#anupambitupon
#anupombitupon
#bihu
#pub_guwahati_bihu
#asom_bihuwoti_2024
#axom_bihuwoti_2024
#borbihuwoti
#chandmari_Bihu_2024
asom bihuwoti
anupombitupon
anupambituponbihu
bihu 2024
anupambitupon
bihu questions answer
অসম বিহুৱতী-২০২৪ৰ প্ৰশ্ন উত্তৰ শিতান
Asom Bihuwoti-2024
bihuwoti questions answer

Пікірлер: 201
@Lucky_Saikia60
@Lucky_Saikia60 6 ай бұрын
তাঁতশাল খনৰ ওপৰৰ প্ৰশ্ন কেইটাৰ উত্তৰ বিচাৰকসকলেও ভাল কৈ দিব পৰা নাই। এই বিষয়ে গৱেষণা কৰিহে এই প্ৰশ্ন বোৰ উত্থাপন কৰিব লাগে,একে নিশাটোতে বৈ উলিওৱা কাপোৰ খনক কবচ বোলা হয় । বাকী বহুত সৰু সৰু প্ৰশ্ন ক'ব নজনা দেখি বেয়া লাগিল। অনুপম বিতোপন চেনেলৰ সকলোকে ধন্যবাদ জনাইছোঁ , ইমান সুন্দৰ কৈ ভিডিঅ' বোৰ দি আছে।🙏🏻
@Tapanbaruah-dq3to
@Tapanbaruah-dq3to 6 ай бұрын
বিচাৰক সকলেও শুদ্ধ উত্তৰটো জানিহে প্ৰশ্ন কৰিব লাগে।
@DHANMOINA-y4m
@DHANMOINA-y4m 6 ай бұрын
বিহু অসমীয়া জাতীয় উৎসৱ বিহু অসমৰ স্বাভিমান আমাৰ মান । যেতিয়া প্ৰশ্ন সোধে এইখন যিহেতু অসম অসমৰ ভাষা অসমীয়া অসমীয়া ভাষাটোকে প্ৰয়োগ কৰিলে বেছি ভাল হ'ব ইংৰাজী ভাষাৰ সংযোজনে অসমীয়া ভাষাক আধুনিক ৰূপ দিয়াটো কিমান যুক্তিসংগত সেইয়া আপোনালোকে বিচাৰ কৰিব মোৰ কিন্তু ভাল লগা আমাৰ ভাষাটো মাদকতা ম্লান হোৱা যেন অনুভৱ হৈছে ।কাৰণ বহুতে বিহু বুলি ক'লে লতাশিল বিহু মঞ্চখনক সকলোৱে সন্মান সহকাৰে লয় গতিকে তাতে যদি বিহুত কথাই প্ৰতি ইংৰাজী ভাষা কোৱা হয় তেন্তে বিহুৰ আয়ূস কিমান দুৰ সেইয়া চিন্তনীয় বিষয় সমূহ অসম বাসীৰ কাৰণে ।ভূপেন হাজৰিকাই কোৱা দৰে দেশ ৰসাতলে যাব কথাষাৰৰ বাস্তৱ প্ৰতিফলন হ'বলৈ বেছি পৰ নাই তাকেই ৰিঙিয়াই ।।।।
@JitenBorah-g7f
@JitenBorah-g7f 5 ай бұрын
🎉বিচাৰক সকলে কোনো অধ্যয়ন নকৰাকে প্ৰশ্ন অৱতাৰণ কৰিব নেলাগে " নাচনী জৰী" তাতঁৰ ব শলি আৰু নাচনী চৰাই লগত সংযোগ থকা ৰছিডালক নাচনী জৰী বোলে। ধন্যবাদ জীতেন বৰা ওজা
@KankangKalita
@KankangKalita 6 ай бұрын
Kankan kalita❤❤❤😊😊
@pranameshbharadwaj6190
@pranameshbharadwaj6190 6 ай бұрын
আনাকাটা গামোচা একে ৰাতিটো নবয়, সেইখন 'কবচ'কাপোৰ বুলি কয়।আনাকাটা হ'ল বাতি কাঢ়োতে আৰু দীঘল-পুতলৰ কোনো জোখ নথাকে মানে অনুমানতহে বয়। শুভকৰ্মত ব্যৱহাৰ কৰে।
@NilimaKochkhanikarkhanikar
@NilimaKochkhanikarkhanikar 6 ай бұрын
Bor val lagil
@dipsikhachetia111
@dipsikhachetia111 6 ай бұрын
সঠিক কথা ❤
@janmonisaikiavlogs7819
@janmonisaikiavlogs7819 6 ай бұрын
Ana kota mne eke dinai bati kri uliwa khn he
@ShifulaHazng
@ShifulaHazng 6 ай бұрын
Kathal phal dharar hamyt Kathalar muchibor hampurn pari jai. Heibor dangr nahai. Take Kai kathale pelale muchi.
@debenborsaikia4624
@debenborsaikia4624 6 ай бұрын
গৰকা জৰি আৰু নাছনী জৰি বেলেগ বেলেগ ৷ সেয়ে গৰকাত লাগি থকা জৰি ডাল গৰকা জৰি হে বোলে ৷
@mukutlukhurakhon1411
@mukutlukhurakhon1411 6 ай бұрын
সুন্দৰ অতি সুন্দৰ হৈছে আপোনালোক ৰ ইনটাৰভিউটো চাইখুবেই ভাল লাগিল,
@bituponboruah1998
@bituponboruah1998 6 ай бұрын
বিচাৰক কেইজনক দেখুওৱাৰ ব্যৱস্থা কৰিব । আমাৰ চাবলৈ মন যায় ভূল উত্তৰ দিয়া কেইজনক ।
@DaulatPhukon-nz2pm
@DaulatPhukon-nz2pm 6 ай бұрын
বিচাৰক জনে পানীটেঙা কিহৰ পৰা তৈয়াৰ কৰা হয় ইয়াৰ উত্তৰটো নিজে নাজানে।পানীটেঙা সৰিয়হ বা লাইশাকৰ গুটি খুন্দি গুৰিকৰি বৰথেকেৰা জুইত পুৰি গুৰিকৰি লোৱা সৰিয়হ বা লাইগুটিৰ লগত মিহলাই দুই তিনিদিন পাত্ৰএটাত থৈ দিলে পানীটেঙা তৈয়াৰ হৈ যায়। ব থেকেৰাৰ অভাবত কিছুলোকে অন্যটেঙাও ব্যবহাৰ কৰে ।সৰিয়হ বা লাইশাকৰ গুটিৰ গুৰাৰ লগত টেঙা মিহলি কৰিলে পানীটেঙা আৰু খাৰণি মিহলি কৰিলে খাৰলি হয়।খলিহৈ মানুহে খোৱাৰ উপযোগী নহয়।মাছৰ বা জীৱ জন্তুৰ দানা হিচাবেহে ব্যৱহাৰ কৰা হয়।( দৌলত ফুকন ,চৰাইদেউ ।
@LOHITBORUAH-p5m
@LOHITBORUAH-p5m 6 ай бұрын
তাঁতশালৰ বিষয়ে অধিক প্ৰচাৰ আৰু গবেষণা হব লাগে। মঞ্চ বিহুৰ বিষয় ওলালে শ্ৰদ্ধাৰ ৰাধাগোবিন্দ বৰুৱাৰ নামটি উচ্ছাৰিত হ'লে আৰু ভাল লাগিল হয়। অনুষ্ঠান ভাগি ভাল হৈছে
@purabiborah607
@purabiborah607 6 ай бұрын
ব খিনি বান্ধিবলৈ ব্যৱহাৰ কৰা ৰছী কেইদালক হে আমি নাচনী জৰি বুলি ক ও
@Bpmcapture6107
@Bpmcapture6107 6 ай бұрын
ভাল লাগিল। অসমৰ অন্যতম এখন ডাঙৰ বিহু মন্স আৰু মোৰ সৌভাগ্য যে ম‌ই শ্ৰেষ্ঠ পেঁপাবাদকৰ স্থান পাবলৈ সক্ষম হ'লো।
@dipankarnath4652
@dipankarnath4652 5 ай бұрын
Kiman number pepua apuni
@MinakshiGogoi-dr8ff
@MinakshiGogoi-dr8ff 6 ай бұрын
সুন্দৰ ভাল লাগিল।
@Jantu___official__2.0
@Jantu___official__2.0 6 ай бұрын
সকলোৰে ভাল হৈছে,উজ্বল ভৱিষত কামনা কৰিছো সকলোলৈ ,আমাৰ বিহু তৰফৰ পৰাও আন্তৰিক শুভেচ্ছা জনালো 🙏🙏🙏
@SushilaDuarah
@SushilaDuarah 6 ай бұрын
তাঁতশালত থকা সকলো সামগ্ৰী ৰ শুদ্ধ নামেৰে নামাকৰণ কৰিলে আমাৰো ভাল লাগে।
@abhijit142
@abhijit142 6 ай бұрын
আমি খৰিচা মানে বাঁহৰ গাজ কুটি আচাৰ কৰি থোৱাখিনিকহে বুজোঁ।খাৰলি হে সৰিয়হৰ খলিহৈৰ পৰা প্ৰস্তুত কৰে
@sonaramgogoi3777
@sonaramgogoi3777 6 ай бұрын
সঁচা কৈ বিহু নামত গুৰুত্ব দিলে হে অসমত বিহু জিয়াই থাকিব কাৰণ বিহু নাচ অসমীয়া ৰ তেজত আছে ধন্যবাদ,
@rajeshsenapati3316
@rajeshsenapati3316 6 ай бұрын
বাইদেউ কি নো কলে...... নাচনী জৰী হল নাচনী কেইটাৰ পৰা বৰত বন্ধা (শলি কেইডালত) জৰি ডাল... ...নাচনী গৰাকীয়ে উত্তৰ দিব নোৱাৰিলে....আপোনীও কিয় ভুলকৈ উত্তৰ দিছে.....অসমীয়া মানুহ হিচাবে জানিব লাগে দেই কৃষ্ণ
@mukutlukhurakhon1411
@mukutlukhurakhon1411 6 ай бұрын
সুন্দৰ আৰু শুনিও আনন্দ পালো,
@KashmiriKonwar
@KashmiriKonwar 6 ай бұрын
বিচাৰকে উওৰ দিলে ভাল কৈ দিব লাগে পানিটেঙা সৰিয়হ ঠেকেৰা আৰু কিছুমানে লাই গুটি জলফাই ৰ বনাব পাৰি আ
@MritunjoyBoruah
@MritunjoyBoruah 6 ай бұрын
শিৱ আৰু পাৰ্বতীৰ বিয়াত সোধন ঢোলিয়াই ঢোল বজাইছিল প্ৰভূ অ ৰাম ৰাম
@parthaborah2984
@parthaborah2984 6 ай бұрын
প্ৰশ্নবোৰ যে পঢ়িব নাজানে ইংৰাজীত থাকে নে,আখৰ বেয়া নে,নে (বহুতে কব খোজাৰ দৰে আমাৰ ছোৱালীয়ে) অসমীয়া পঢ়িব নাজানে......
@SUMIBURAGOHAIN-b3t
@SUMIBURAGOHAIN-b3t 5 ай бұрын
Bhal lagise .... Kintu pisor nasoni dugoraki mane nijor question tu ans dibo nuarile etiya belegor question t dat uliyai ase.... Aame moliyai aru kothalor musi tur kothai kbo nuare etiya hahi sua
@ridipbaruah8678
@ridipbaruah8678 6 ай бұрын
প্ৰতিযোগীয়ে প্ৰশ্ন উত্তৰ দিব নোৱাৰাটো ডাঙৰ কথা নহয় । কিন্তু , বিচাৰক সকলে যিহেতু অধ্যয়ন কৰিহে প্ৰশ্ন শুধিছে , বা পঢ়ি আহিছে । কিন্তু , ভুলকৈ কিয় উত্তৰ দিছে । ভাল নালাগিল।
@SumtanAli-x2u
@SumtanAli-x2u 6 ай бұрын
Bohut val lagil❤❤❤
@swapnalipachani1565
@swapnalipachani1565 6 ай бұрын
সৰিয়হ পেড়াৰ পাছত ৰৈ যোৱাখিনি খলিহৈ আৰু সেইবোৰেৰে খাৰলি বনায় বুলি আজিহে জানিলোঁ‌।আমি পানীত তিয়াই ফুলত হে দিওঁ।খাৰলি নতুন সৰিয়হেৰে হে বনাওঁ‌।
@PitambarPathak-pd9mc
@PitambarPathak-pd9mc 6 ай бұрын
ভাল লাগিল
@SushilaDuarah
@SushilaDuarah 6 ай бұрын
নাচনী জৰী কেইদাল আচলতে চালিমাৰিত লগাই থোৱা নাচনী কেইটা ক বন্ধা ৰছী কেইদালকহে নাচনী জৰী বুলি কয় আমিও শিপিনী ।
@JimpiBharali-hm1vr
@JimpiBharali-hm1vr 6 ай бұрын
Right
@HiramoniDeka-bj5ok
@HiramoniDeka-bj5ok 6 ай бұрын
Hoi Apunar tu xudho😮😢
@nijarakalita4205
@nijarakalita4205 6 ай бұрын
Take he
@ranjitgogoi9210
@ranjitgogoi9210 6 ай бұрын
বিচাৰকে নাজানিলে পশ্ন কৰিব নালাগে ।
@sumitragogoi3245
@sumitragogoi3245 6 ай бұрын
Hudho kintu goroka tur rosik nokoi
@luitaxom3413
@luitaxom3413 6 ай бұрын
যিমান যি হলেও শেষৰ নামষাৰ বৰ ভাল লাগিল ৷
@sunumech6415
@sunumech6415 5 ай бұрын
খৰিচা বা গাজৰ পৰা তিয়াৰি কৰা হয়
@santanuchetia7796
@santanuchetia7796 6 ай бұрын
Rough and tough judges.. be sweet and good
@mukutlukhurakhon1411
@mukutlukhurakhon1411 6 ай бұрын
সচাকৈ চাই ভাল লাগিল, এনে বোৰপশন্ শুনি খুবেই ভাল পালোঁ,
@JoshikaLahon
@JoshikaLahon Ай бұрын
নাচনী সকলে নোৱাৰা প্ৰশ্নৰ সকলো উওৰ বোৰ কৈ দিলে আমিও অলপ জ্ঞাত হলোঁ হেঁতেন। আশা কৰোঁ দ্বিতীয় বাৰৰ পৰা যাতে জনাই দিয়ে 🙏
@satyahazarika
@satyahazarika 6 ай бұрын
মোৰ মতে মঞ্চ বিহুৰ প্ৰথম গোলাঘাটৰ বেতয়িনীতে বুলি বহুতে ক'ব খোজে ? কিন্তু কোনো কোনোৱেই আকৌ লতাশিল বুলি ক'ব খোজে তেন্তে কোনটো শুদ্ধ !
@mukutlukhurakhon1411
@mukutlukhurakhon1411 6 ай бұрын
শুদ্ধ উত্তৰ দিয়াৰ দৰকাৰ, নহলে কিবা যেন লাগে,
@pritomb7841
@pritomb7841 6 ай бұрын
নাচনী জৰী বাইদেউ গৰাকীয়েও নাজানে
@kirongogoi2562
@kirongogoi2562 6 ай бұрын
সঠিক উত্তৰ নোহোৱা প্ৰশ্ন উত্থাপন কৰিবই নালাগে যেনে প্ৰথম মঞ্চ বিহু ক'ত আৰু কেতিয়া হৈছিল। কোনোৱে কয় লতাশিল, কোনোৱে কয় গোলাঘাটৰ ক'ৰবাত আন কোনোৱে কয় বেলেগ ।
@pompiborah7623
@pompiborah7623 6 ай бұрын
7 নম্বৰ প্ৰতিযোগী গৰাকীক নমস্কাৰ দিছোঁ দেই।
@ritadutta9633
@ritadutta9633 6 ай бұрын
Val Kotha Koise.
@dipikagogoi9483
@dipikagogoi9483 6 ай бұрын
সুন্দৰ
@minakshibhagabati9530
@minakshibhagabati9530 6 ай бұрын
বিচাৰক মহাশয়, পানীটেঙা আৰু খাৰলি আপুনি যেএকেবুলি কলে হয় জানো? পানী টেঙা তৈয়াৰ কৰোতে সৰিয়হ বাকলিৰ লগত টেঙা সানে আৰু খাৰলি তৈয়াৰ কৰোতে কলখাৰহে সানি থয়। আপোলোকৰ পৰা শুদ্ধ টোহে আশা কৰিম।
@prasannagogoi9335
@prasannagogoi9335 5 ай бұрын
পানীটেঙা টেঙ হ’য়৷আনহাতে খাৰলি খাৰুৱা একে নহয়য়৷
@KashmiriKonwar
@KashmiriKonwar 6 ай бұрын
বিচাৰক সকলে তাত বয় জানো ভূল উত্তৰ কিয দিছে আমিও শিপিনী হয়
@beautirajbongshi981
@beautirajbongshi981 6 ай бұрын
পানীটেঙা সৰিয়হৰ পৰা বনোৱা হয়। পেৰা পিছত ৰৈ যোৱা খিনি ৰে নৱনাই
@Himashreeborah-z6h
@Himashreeborah-z6h 6 ай бұрын
❤❤❤❤❤ dhemaji dulia moja lagisa
@munnadas4040
@munnadas4040 6 ай бұрын
এৰাটিত প্ৰস্তুুত বশ্ৰ কবজ বুলি হে জানো
@rohiniborgohain7654
@rohiniborgohain7654 6 ай бұрын
নাচৰ মুদ্ৰা নহয় নাচৰ ভঙ্গীমাহে হব লাগে ডাঙৰিয়া আৰু প্ৰশ্নৰ উত্তৰৰ ক্ষেত্ৰত কিছু খেলি-মেলি পালো ।
@ankurjyotibarua7294
@ankurjyotibarua7294 6 ай бұрын
আমি জানিবলগীয়া বহুত .... ভাল লাগিল। ❤🙏 কোনে, কি স্থান পালে সবিশেষ ভিডিও কৰি জনাৱছোন। 🙏
@crazyangelesassam9945
@crazyangelesassam9945 6 ай бұрын
Yoooo Dibakora dada 13🎉
@akashbhuyan9311
@akashbhuyan9311 6 ай бұрын
Moran or banyani Gogoi Top11 ot u noporil asorit kotha....Akhon axomr naami daami khitapr bihu pora aikhini expect kra nasilu🙏
@himaniry6004
@himaniry6004 6 ай бұрын
Nhy kijani tai r jujona Aru Naam faki adhunik hol
@pinakpanibarthakur881
@pinakpanibarthakur881 6 ай бұрын
প্ৰায় দেৰ ঘণ্টা ধৰি প্ৰতিযোগীসকলক ঠিয় কৰি ৰখাটো ঠিক হোৱা নাই ৷ তেওঁলোকে নিশ্বয় অসষ্টি পাইছে ৷
@MatuMonisaikia
@MatuMonisaikia 6 ай бұрын
পানীটেঙা খাৰলি দি কেতিয়াৰ পৰা বনোৱা হল । অজি হে গম পালো
@nikumonisaikia8318
@nikumonisaikia8318 6 ай бұрын
najane
@adityasvlog5813
@adityasvlog5813 6 ай бұрын
অনা কাতা গামোচা কোনেও একে ৰাতিৰ ভিতৰত কোনেও বব নোৱাৰে😅😅😅😅😅
@Sanjuvlogs431
@Sanjuvlogs431 5 ай бұрын
😊 1:47 😊😊
@minarbhaneog9455
@minarbhaneog9455 6 ай бұрын
বিচাৰকে ভুল উত্তৰ দিলে প্ৰতিযোগীয়ে কেনেকৈ শিকিব
@mukutlukhurakhon1411
@mukutlukhurakhon1411 6 ай бұрын
নাচনী নচাব পৰা পেপুৱৈৰ সচাকৈ ভাল লাগিল,,
@aituashimbhaiassam5371
@aituashimbhaiassam5371 6 ай бұрын
Dada Dibrugarh Rituporna das or bihu laga dada
@manoranjanrabha2434
@manoranjanrabha2434 6 ай бұрын
বাপতি সাহোন ৰঙালী বিহুটি নে বিহুৰ ব্যাকৰণ পৰীক্ষা ধৰিব পৰা নাই ।
@jatinchetia345
@jatinchetia345 6 ай бұрын
Good sir
@anupaldas3549
@anupaldas3549 6 ай бұрын
Pub guwahati t nimikha dance performance tu upload koribo sun
@AnimeX_Art07
@AnimeX_Art07 6 ай бұрын
পানীটেঙা কিহৰ পৰা বনোৱা হয়? উত্তৰটো ভূল হৈছে নেকি বাৰু?
@beautirajbongshi981
@beautirajbongshi981 6 ай бұрын
পানীটেঙা সৰিয়হ ৰ পৰা বনোৱা হয়।পেৰা পিছত ৰৈ যোৱা খিনিৰে নবনাই।
@paporiroymedhibarman9867
@paporiroymedhibarman9867 6 ай бұрын
বিচাৰক কেইগৰাকীক ভাল নালাগিল
@Nibir_Arts
@Nibir_Arts 6 ай бұрын
Opekha hekh hol ❤❤
@অনুপমবিতোপন
@অনুপমবিতোপন 6 ай бұрын
🙏🙏
@DeepaChutia-yw4ud
@DeepaChutia-yw4ud 5 ай бұрын
❤🎉 hb to T hbV​@@অনুপমবিতোপনc SX z DC
@sangitagogoi1221
@sangitagogoi1221 6 ай бұрын
তাঁত শালৰ প্ৰশ্ন উত্তৰ সমুহ বিছাৰকৰ ভুল হৈছে
@the_riku_06
@the_riku_06 6 ай бұрын
15 number joni 🎉
@parthaboruah8949
@parthaboruah8949 6 ай бұрын
নাচনী জৰী কি বিচাৰক gorakiya u najane
@sanuvlog6732
@sanuvlog6732 6 ай бұрын
সুন্দৰ❤
@diptisaikia2999
@diptisaikia2999 6 ай бұрын
Moi Hs 1st year bihu student ami kitapot bihur বাদ্য পাচ বিধ dhul pepa gogona sutuli aru toka buli paiso
@subhajitsubhajit6046
@subhajitsubhajit6046 6 ай бұрын
10 best ❤❤
@benhimronghang5837
@benhimronghang5837 5 ай бұрын
মই প্ৰথম ০.৪৫ scnd তে গম পাইচিলো বিচাৰক ভাল হোৱা নাই বুলি। কোনোবাই ৫ number কটা গল কিবা কিবি
@kakuborah2576
@kakuborah2576 5 ай бұрын
নাচনী জৰি হৈছে বৈ থকা তাতখনৰ উপৰত থাকে।নাচনীডালৰ মাজত থকা ফুতাৰে ডাংমাৰিত বন্ধা বা ৰছিৰে ব- বাটিৰ লগত বান্ধে, সেই জৰি ডালকে নাচনী জৰি বোলে। আজি কালি নাচনী পৰিবত্তে চকৰি ব্যৱহাৰ কৰা হয়।গৰকৰ পৰা বাদুবাতি সংযোগ কৰা জৰিডালক গৰকা ধৰা জৰি বুলি কয়
@dipenbourah-fl4nw
@dipenbourah-fl4nw 6 ай бұрын
Welcome Everybody ❤️❤️
@TilokChetia-bm4lx
@TilokChetia-bm4lx 6 ай бұрын
ইমান সহজ প্ৰশ্ন
@MukundaMukundakakati
@MukundaMukundakakati 6 ай бұрын
Bismarck baidew garakir name ki i iman maram laga 😊😊❤❤😊
@SnehamoniSaikia
@SnehamoniSaikia 6 ай бұрын
বিচাৰকৰ উত্তৰো ভুল হৈছে , নাচনী জৰী আৰু গৰকা জৰী বেলেগ বেলেগ।
@mridulsaikia3961
@mridulsaikia3961 6 ай бұрын
আগত দহি থাকে,কিন্তু গাঁঠি নিদিয়ে,হলিৰ পৰা উলিয়াই যেনেকৈ আছে তেনেকৈ ৰাখে।
@dipsikhachetia111
@dipsikhachetia111 6 ай бұрын
অনাকটা একেদিনাই নবনাই
@ankurkalita7577
@ankurkalita7577 6 ай бұрын
Nimikha ba agote Axom Bihuwati huanasil janu??
@অনুপমবিতোপন
@অনুপমবিতোপন 6 ай бұрын
nai huwa
@ushaburagohain6612
@ushaburagohain6612 6 ай бұрын
নাজানিলে নাজানো বুলি কবলে লাজ লাগে নেকি ? ইমান দেৰি লাগে নেকি ৷
@mukutlukhurakhon1411
@mukutlukhurakhon1411 6 ай бұрын
১২নং পতিযোগীৰ উত্তৰ দিব নোৱাৰাত আচযৈ পাইছো,,
@beautirajbongshi981
@beautirajbongshi981 6 ай бұрын
Beya lgil
@dipsikhachetia111
@dipsikhachetia111 6 ай бұрын
আচৰিত আৰু দেই সঁচাকৈ কি বুলি‌ বিহু‌নাচিবলৈ গৈছে
@dipsikhachetia111
@dipsikhachetia111 6 ай бұрын
কি‌ খৰিচা এনেকৈ বনায় ???
@Banditaskibakibi
@Banditaskibakibi 6 ай бұрын
ভাল লগা নাই বৰ খেলিমেলি । শুনি বেয়া লাগিছে ।
@minakshiborah2925
@minakshiborah2925 6 ай бұрын
Axom bihuwatir gutei pragrame tu upload koribosun
@অনুপমবিতোপন
@অনুপমবিতোপন 6 ай бұрын
korem
@bhrigukalita6479
@bhrigukalita6479 6 ай бұрын
👍👍👍👍
@Nilimadas-bm2tm
@Nilimadas-bm2tm 6 ай бұрын
Ontor sui house bisarok hokolor protitu kothai, teolukok ontoror pora hotkouti he was jonaisu dei, kukhole thakok hoday husasthy kamina korilu krishna,
@mridulsaikia2253
@mridulsaikia2253 6 ай бұрын
Hosa kole ejon bisaroke.... Moiu ejon bihua hisabe koisu.... Lorai jetia bihur jujona diye tetia dhulor seo kio bojai bru.... Aagote ami u bihuwati nasuai silu.... Tetia lora r jujona gai thakute dhul r seo bojua nasilu.... Etia kotha hol nasoni goraki lorar dhulor seo t nasibo ne jujonat nasibo....... Ans r Tu pam buli aakha korilu
@dipikagogoi9483
@dipikagogoi9483 6 ай бұрын
সুন্দৰ
@mukutlukhurakhon1411
@mukutlukhurakhon1411 6 ай бұрын
ঢোলৰ চেও সচাকৈ চাই ভাল লাগিল,
@mukutlukhurakhon1411
@mukutlukhurakhon1411 6 ай бұрын
শুদ্ধ উত্তৰ দিয়ালোক খুব কম সংখ্যক হে আছে,,
@TilokChetia-bm4lx
@TilokChetia-bm4lx 6 ай бұрын
২৫ নং নাছনীৰ পেপুৱা ওস্তাদী
@mezoya2-v7i
@mezoya2-v7i 6 ай бұрын
Ram krishna kathalor musi mane ki njane
@Priyangibharadwaj--
@Priyangibharadwaj-- 6 ай бұрын
2nd 3rd kune pale jonabo sun
@sonaramgogoi3777
@sonaramgogoi3777 6 ай бұрын
কপৌফুল,নাহৰ,তগৰ,ভাটৌ, কেতেকী,
@sinmoyeesworld4850
@sinmoyeesworld4850 6 ай бұрын
ৰাইজ সকল নহয় ৰাইজ হয়./ চালিমাৰি দালত যে ৩ টা কাথৰ টুকুৰা থাকে তাতে তলৰ অংশত ওপৰ তল কৰিব পৰাকৈ বাহ লাগি থাকে সেই বাহৰ টুকুৰা কেইটাক কয় নাচনী আৰু সেই নাচনী লগত ওপৰৰ বৰ দুবাতিক সংযোগ কৰি ৰখা জৰীদালেই হৈছে নাচনী জৰী. পানীতেঙা খাৰলী একেই নহয়. পানীটেঙাত খলিহৈত টেটেলী দি বনাই খাৰলীত কলখাৰ দি বনাই.
@NikunjaKolita-h6z
@NikunjaKolita-h6z 6 ай бұрын
তাত শালৰ পশ্নটো চাৰ বাইদেউ সকলৰ
@RanuBaruah-x4e
@RanuBaruah-x4e 6 ай бұрын
Nasoni jori aru goroka jori beleg belg
@pragyajyoti3615
@pragyajyoti3615 6 ай бұрын
Dhul, pepa, toka , gogona ru hutuli hoi correct answer for question 6th tal nhoi..
@sudarsanborah7955
@sudarsanborah7955 6 ай бұрын
Hutuli bihur nhiii .. goru soruat hutuli bojua hoi
@Vlogg_it
@Vlogg_it 4 ай бұрын
Hutuli nohoi dei
@dipsikhachetia111
@dipsikhachetia111 6 ай бұрын
চেহ জোৰা আৰু জাত নামৰ পাৰ্থক্য নাজানে ? সম্যক জ্ঞান নাই দেই ।
@minarbhaneog9455
@minarbhaneog9455 6 ай бұрын
কি চেও চাপৰ এনেকৈ কৈছে , কোন হয় এইজন বিচাৰক
@sonaramgogoi3777
@sonaramgogoi3777 6 ай бұрын
জাত নাম এটা ও ভাল হোৱা নাই , বহুতো, ভাল ভাল জাত নাম অসমত আছে,
The Singing Challenge #joker #Harriet Quinn
00:35
佐助与鸣人
Рет қаралды 8 МЛН
My Height vs MrBeast Crew 🙈📏
00:22
Celine Dept
Рет қаралды 107 МЛН
風船をキャッチしろ!🎈 Balloon catch Challenges
00:57
はじめしゃちょー(hajime)
Рет қаралды 21 МЛН