Рет қаралды 10,082
ৰাজ্যৰ বাহিৰৰ প্ৰতিষ্ঠানে চিমেণ্ট আৰু ৰডৰ দাম হ্ৰাস কৰিব পাৰে কিন্তু উত্তৰ-পূবৰ প্ৰতিষ্ঠানসমূহে নোৱাৰে। কিন্তু কি ৰহস্যজনক কাৰণত অসম তথা উত্তৰ-পূর্বাঞ্চলৰ প্ৰতিষ্ঠানসমূহৰ এই মইমতালি। একাংশৰ মতে ইয়াৰ আঁৰত ছিণ্ডিকেট।
#pratidintime #cement #northeast #pricedrop