‘অসমৰ ২০২৬ চনৰ নিৰ্বাচন হিন্দু-মুছলমান’ হ’ব নেকি? মৃণাল তালুকদাৰৰ সৈতে ‘বিশ্লেষণ’

  Рет қаралды 14,602

Pratidin Time

Pratidin Time

Ай бұрын

অৱশেষত লোকসভাৰ মূল কাম-কাজ আজি আৰম্ভ
মোডী ৩.০ আগৰ দৰেই ধৰ্মান্ধ হ’ব নে বেলেগ হ’ব?
ৰাহুল গান্ধীৰ নতুন অৱতাৰ আৰু নৰেন্দ্র মোডীৰ চৰকাৰ !
মোডী ৩.০ত আৰম্ভণিৰে পৰা এটাৰ পাছত আন এটা বিপৰ্যয়
ৰে’ল দুৰ্ঘটনা, অযোধ্যা কাণ্ড আৰু এতিয়া বিমান বন্দৰত দুৰ্ঘটনা
নীটৰ বিতৰ্কত লোকসভা উত্তাল, সভা স্থগিত
অসমতো ২০২৬ চনলৈকে ৰাজনীতিৰ নতুন মোৰ
কংগ্রেছৰ শক্তিশালী প্রদৰ্শনত উদ্বুদ্ধ ‘মিঞা মুছলমান’
লাহে লাহে আৰম্ভ হৈছে সাম্প্রদায়িক চিন্তাধাৰা
লোকসভা নিৰ্বাচনৰ ফলাফলৰ পিছৰে পৰাই চেপা উত্তেজনা
২০২৬ৰ নিৰ্বাচনৰ কাৰণে বিজেপি সাজু
সাম্প্রদায়িক শক্তিবোৰেও চলাইছে নিজৰ নিজৰ আখৰা
‘অসমৰ ২০২৬ চনৰ নিৰ্বাচন হিন্দু-মুছলমান’ হ’ব নেকি?
সবিশেষ সামৰি মৃণাল তালুকদাৰৰ সৈতে ‘বিশ্লেষণ’
#pratidintime #bisleshan #congrass #neet

Пікірлер: 39
@umeshkardong6116
@umeshkardong6116 Ай бұрын
যদি I.N.D.I.A ,ই সদন বহিবই নিদিয়ে তেন্তে দেশক কেনেকৈ উন্নত কৰিব?
@user-vo7ei8ki5v
@user-vo7ei8ki5v 29 күн бұрын
ইণ্ডিয়ে সদনত বহি ৰাজপথৰ আন্দোলন কৰিব বিচাৰে ।কাৰণ দেশৰ উন্নয়ন নিবিচাৰে । নকলী গান্ধীক লাগে ৰাজপাট
@robinbora5950
@robinbora5950 Ай бұрын
Leave this type of discussion about elections. Arrange some discussions on developments.
@kanakdeka2502
@kanakdeka2502 Ай бұрын
Good says baishya
@ajayaxom2693
@ajayaxom2693 27 күн бұрын
Pratidin time should Start a live stream like nd 24....especially for the 7:45 talk shows.
@user-vo7ei8ki5v
@user-vo7ei8ki5v Ай бұрын
মৃণাল তালুকদাৰ সদায় কংগ্ৰেছৰ পক্ষত ।।নিৰপেক্ষ নহয়
@bikashdeka60
@bikashdeka60 Ай бұрын
Vul 2014 ,16,19, bjp support
@jnanbikashdeka9349
@jnanbikashdeka9349 Ай бұрын
Apuni newslive saok 😂
@user-vo7ei8ki5v
@user-vo7ei8ki5v Ай бұрын
@@jnanbikashdeka9349মামীৰ চেনেল নাচাও
@nextgem5523
@nextgem5523 27 күн бұрын
Aaia auuu 😂 fusuk tur kotha khuna bupai tumi pogo sua 😂
@AbdulHanan-ex1lz
@AbdulHanan-ex1lz 26 күн бұрын
Public issue nai .kebal kun party kenekoi jikibo tare charcha.kintu public k hokolu homoshya kenekoi par korise par kori ase eaitu ekmatro public kei Jane.
@ahidulshek2607
@ahidulshek2607 12 күн бұрын
God bolenda
@AbdulHanan-ex1lz
@AbdulHanan-ex1lz 26 күн бұрын
Lukor negur dhori rajniti korile agp a ketiau success nohoi.
@SoforAli-ej4gv
@SoforAli-ej4gv 18 күн бұрын
Joy congress
@TominaBegum-yb5gv
@TominaBegum-yb5gv 17 күн бұрын
😅O
@sumonhira-o9z
@sumonhira-o9z Ай бұрын
ki baal kotha koi...Om Birla age 61 ru 19 months jail t ase 11 bosor boyokhot pagol nki aitu ji mon jai takei koi
@bakulboruah2026
@bakulboruah2026 Ай бұрын
গৌৰৱ গগৈ ডাঙৰীয়া ২০২৬ ৰ মূখ‍্যমন্ত্ৰী।
@kumudbaruah2001
@kumudbaruah2001 Ай бұрын
গৌৰৱ গগৈক কোনে মূখ্য মন্ত্রী পাতিব। গৌৰৱ গগৈ মূখ্য মন্ত্রী হোৱাটো বাদেই মিউনিসিপ্যালটিৰ মেয়ৰ হোৱাৰো উপযুক্ত হৈ উঠা নাই। কংগ্রেস দলে অসমত চৰকাৰ কৰিবলৈ ২০৪৭ চনলৈ অপেক্ষা কৰিব লাগিব। গৌৰৱ গগৈ কেনেকৈ অসমৰ মুখ্যমন্ত্ৰী হব। মূখ্য মন্ত্রী হোৱাৰ লালসাত বিজেপিলৈ আহে যদি বেলেগ কথা।
@nextgem5523
@nextgem5523 27 күн бұрын
@@kumudbaruah2001@Musud lorua,,apuni thik koise 😂
@ahidulshek2607
@ahidulshek2607 16 күн бұрын
অসমৰ মুছলমান ভোট দিব কাক
@prabinmallabaruah8845
@prabinmallabaruah8845 25 күн бұрын
2026 ৰ বিধান সভা নিৰ্বাচনত ধৰ্মৰ সহায় লব পাৰে বিজেপি দলে । পঞ্চায়ত নিৰ্বাচন আৰু পৌৰনিকায় সমূহৰ নিৰ্বাচনৰ ফলাফল চায় লৈহে আঁচনি তৈয়াৰ কৰিব পাৰে । ধৰ্মীয় মেৰুকৰণ অসমত কৰাৰ প্ৰচেষ্টা চলি আছে যদিও সি সহজে সফল হোৱা টান। আনহাতে মূল্য বৃদ্ধি ৰোধ, নিবনুৱা সংস্থাপন, বানপানী সমস্যা আদি আওকান কৰিব পৰা সমস্যা নহয় । গতিকে বিজেপি দলৰ বাবে ৰাইজৰ মুখামুখি হোৱাতো সহজ হৈ থকা নাই।
@madhabkalita2292
@madhabkalita2292 Ай бұрын
কংগ্ৰেছৰ বক্তাজনৰ মতে অপৰাধীৰ কোনো ধৰ্ম নাই ,কিন্ত্ত দেশৰ অপৰাধীৰ সংখ্যা কোন সম্প্ৰদায়ৰ বেছি??
@hanseali1924
@hanseali1924 29 күн бұрын
হিন্দুৰ বহুত বেছি সেইবোৰ কোনেও এক ,দুই কৈ গনণা কৰানাই কৰি চাবা,নিজৰ মাজতে কাৰনে আকৌ কিমানযে গাওতে মিতমাত হৈ জাএ সেইবোৰ বাদেও গনণা কৰিবি তেতিয়াহে বুজিব।
@montudutta7017
@montudutta7017 22 күн бұрын
​@@hanseali1924এবাৰ ভাবি চাইছা নে সংখ্যাত কম যদিও অপৰাধ বহুত বেছি তোমালোকৰ ? তোমালোকে নকৰা কি ? চোৰ দকাইত ধৰ্ষণ মাটি বেদখল ড্ৰাগছ সৰবৰাহ নকল টকা নকল সোণ নাৰী সৰবৰাহ ইত্যাদি ইত্যাদি ? মিছা পৰিচয় দি অসমীয়া ছোৱালীক পলুৱাই নিয়াত ও তোমালোক বহুত আগবঢ়া 👍👍👍
@hanseali1924
@hanseali1924 22 күн бұрын
@@montudutta7017 সদাএ ভাবি চাও জিখিনি হৈছে চৰকাৰে মুছলমান এৰিয়াত স্কুল-কলেজ,শিক্ষক আদিৰ কম সংখ্যাৰ বাবে আৰু বহুতো অনঞ্ছলৰ স্কুল উথাই নি একে দিষ্টিকৰ হিন্দুৰ এৰিয়াত ৰাখিছে কিন্তু কাগজে কলমে সেই থাইতে আছে।তাৰবাবেও হয়।আৰু আপুনি কোৱা সকলোবোৰ কামত মুছলমানৰ তুলনাত হিন্দু কেবাগুনে বেছি অপৰাধ জনিত ঘটনাত জৰিত আছে মাত্ৰ হিন্দুকাৰনে চৰকাৰ,চেনেল,ইউটিৱ,গাওবুঢ়া,সমাজ আদিএ প্ৰছাৰ নকৰে।নহলে মুছলমানৰ তুলনাত 100নহলেও 8/10গুনে বেছি আছে হিন্দুৰ।সেইকাৰনে কমেন্ত,চেনেল চৰকাৰ আদিও ভালকৈ প্ৰছাৰ কৰিলে অন্তত অসমত বহুতো অসুবিধা দুৰ হলেহৈ।এবাৰ ভাৱি চাৱচোন।
@hanseali1924
@hanseali1924 22 күн бұрын
@@montudutta7017 যদিও হৈছে কম সংখ্যক আৰু সেইবোৰৰ কাৰন স্কুল-কলেজ মুছলমান থাইত চৰকাৰে কমকৈ দিয়াৰ বাবে। দুই এখটো সেই থাইত কিব অসুবিধা দুখুৱাই 50কিলমিটাৰ দুৰত নি হিন্দু গাওত ৰাখিছে।ইয়াৰ বাবে চৰকাৰ দাই।আৰু হিন্দুৰ ঘটনাবোৰ চৰকাৰ,চেনেনেল,ইউটিউব,সমাজ,গাওবুঢ়া আদিএ হিন্দু কাৰনে ভালকৈ প্ৰচাৰ নকৰে ।সছাই কৈ প‌্ৰছাৰ কৰিলে মুছলমানৰ তুলনাত 100হলেহৈ।জোৱা 3মাহতে চাবিচুন হিন্দুৰ মাজত আপুনি কোৱা কোনটো অপৰাধি নাই।এতিয়া বিছাৰিলেও 8/10 তুলনামুল ভাবে হিন্দু বেছি অলাব।এবাৰ চিন্তাকৰি ছাৱ ছোন
@hanseali1924
@hanseali1924 22 күн бұрын
@@montudutta7017 @montudutta7017 যদিও হৈছে কম সংখ্যক আৰু সেইবোৰৰ কাৰন স্কুল-কলেজ মুছলমান থাইত চৰকাৰে কমকৈ দিয়াৰ বাবে। দুই এখটো সেই থাইত কিব অসুবিধা দুখুৱাই 50কিলমিটাৰ দুৰত নি হিন্দু গাওত ৰাখিছে।ইয়াৰ বাবে চৰকাৰ দাই।আৰু হিন্দুৰ ঘটনাবোৰ চৰকাৰ,চেনেনেল,ইউটিউব,সমাজ,গাওবুঢ়া আদিএ হিন্দু কাৰনে ভালকৈ প্ৰচাৰ নকৰে ।সছাই কৈ প‌্ৰছাৰ কৰিলে মুছলমানৰ তুলনাত 100 গুন হলেহৈ।জোৱা 3মাহতে চাবিচুন হিন্দুৰ মাজত আপুনি কোৱা কোনটো অপৰাধি নাই।এতিয়া বিছাৰিলেও 8/10 গুন তুলনামুল ভাবে হিন্দু বেছি অলাব।এবাৰ চিন্তাকৰি ছাৱ ছোন
@NibaranNath-bx4ee
@NibaranNath-bx4ee 29 күн бұрын
ভাৰত স্বাধীন হোৱাৰ সময়ত ধৰ্মভিত্তিক হিন্দুস্তান পাকিস্তান বা যি হিন্দু মুছলমান কংগ্ৰেছে কৰিছিল, আজিও শেষ নহল। আজি 76 বছৰ উকলিল বিভিন্ন চৰকাৰ আহিল। কিন্তু লাজ লগা কথা এয়ে যে এই বিভাজন আজিও থাকি গল।
@hanseali1924
@hanseali1924 22 күн бұрын
@@NibaranNath-bx4ee নহয় সেইবোৰ আৰএছ এছৰ সাঙ্গো-পাঙ্গোই বিভাজন কৰিচিলে।এতিয়াও দেশ বিভাজন কৰিবৰ কাৰনে হিন্দু-মুছলমান কৰি থাকে জাতে অসান্ত হৈ দুই,তিনি,চাৰি ভাগত বিভক্ত হয়।
@NibaranNath-bx4ee
@NibaranNath-bx4ee 22 күн бұрын
@@hanseali1924 আপুনি কোন লিখকৰ ইতিহাস পঢ়ি কথাটো কলে। মোক কব দেই। মই ও পঢ়িম।
@akifurrahman9322
@akifurrahman9322 Ай бұрын
Jai Congress ❤❤❤
@montudutta7017
@montudutta7017 22 күн бұрын
সেইটো কবয়েই নালাগে সকলোৱেই জানে কংগ্রেছ লুঙ্গি টুপি ডাৰি আৰু বিড়ি চৰকাৰ👍👍👍
@akifurrahman9322
@akifurrahman9322 22 күн бұрын
@@montudutta7017 we are with our constitution...you are looking like Andhbhakt 🤪🤪🤪
@hanseali1924
@hanseali1924 22 күн бұрын
অন্ধভক্ত এতিয়া অন্ধত্ব দুৰ হোৱাই নাই।
@montudutta7017
@montudutta7017 22 күн бұрын
@@hanseali1924 BJP ক ভোট দিলে অন্ধভক্ত হয় , কংগ্রেছক ভোট দিলে কি কি ভক্ত হয় ? BJP ক যেনেকৈ হিন্দুত্ববাদী চৰকাৰ বুলি তহঁতি গন্য কৰ ঠিক তেনেকৈ কংগ্রেছক আমি ইছলাম বাদী চৰকাৰ বুলি ভাবো 👍
@hanseali1924
@hanseali1924 22 күн бұрын
@@montudutta7017 অন্ধভক্ত বুলি মৈএ অকল কোৱা নাই গোটেই দেশৰ গৰিস্থসংখ্যক হিন্দুএ কৈছে।গতিকে যি সকলে এতিয়া বুজি পোৱানাই সিহতঁৰ নিশ্বএ মানসিক বিকাৰ হৈছে সুদ্ধতো নিৰবাছন কৰিব নোৱাৰি আহিত হৈছে আৰু সদাএ প্ৰলাপ বকিছে।
TRIPLE ACTIONত ৰিপুণ বৰা EXCLUSIVE
51:35
ক্ষতি: জান ও মাল
55:29
DW খালেদ মুহিউদ্দীন জানতে চায়
Рет қаралды 2,4 МЛН
Secret Experiment Toothpaste Pt.4 😱 #shorts
00:35
Mr DegrEE
Рет қаралды 19 МЛН
Inside Out 2: Who is the strongest? Joy vs Envy vs Anger #shorts #animation
00:22
ВОДА В СОЛО
00:20
⚡️КАН АНДРЕЙ⚡️
Рет қаралды 29 МЛН
Smart Sigma Kid #funny #sigma #comedy
00:26
CRAZY GREAPA
Рет қаралды 21 МЛН
Secret Experiment Toothpaste Pt.4 😱 #shorts
00:35
Mr DegrEE
Рет қаралды 19 МЛН