No video

অসমৰ বান নিয়ন্ত্ৰণ, বান সাহায্য বিতৰণ আৰু বান সমস্যাক লৈ চৰকাৰৰ বিৰুদ্ধে সৰৱ বিৰোধী।

  Рет қаралды 111,803

Pratidin Time

Pratidin Time

Күн бұрын

অসমৰ বান নিয়ন্ত্ৰণ, বান সাহায্য বিতৰণ আৰু বান সমস্যাক লৈ চৰকাৰৰ বিৰুদ্ধে সৰৱ বিৰোধী। বান সমস্যা নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখন একেমুখে বিফল বুলি কোৱাৰ লগতে গৃহমন্ত্ৰী অমিত শ্বাহক অসমলৈ আহি কথামতেই পুখুৰী খান্দি বান নিয়ন্ত্ৰণ কৰাৰ আহ্বান সাংসদ গৌৰৱ গগৈৰ। একেদৰে অসমৰ বান পৰিস্থিতিৰ বিষয়ে সদনত সজোৰে উত্থাপন কৰিবলৈ ৰাহুল গান্ধীক আহ্বান অসম প্ৰদেশ কংগ্ৰেছৰ। একেদৰে সংবাদমেল সম্বোধন কৰি সৰৱ হ’ল অখিল গগৈ।
#pratidintime #akhilgogoi #BJP #flood

Пікірлер: 33
@CharbeshRabha-qk4ye
@CharbeshRabha-qk4ye Ай бұрын
আধুনিক যুগৰ মহম্মদ বিন টগলক বৰ্তমানৰ চৰকাৰৰ মন্ত্ৰী -বিধায়ক লগতে মুল কান্দাৰি মুখ্য মন্ত্ৰীয়েই তেনেকুৱা।
@ArupDas-qr6qc
@ArupDas-qr6qc Ай бұрын
কংগ্ৰেছ চৰকাৰৰ দিনত বান পানী হোৱা নাছিল নেকি, আমেৰিকাত বান পানী হয় আমাৰ এতেও হয় কাৰ কথা আছিল আৰু বিজেপি ৰিলিফ দি আছে দেখোন চাৰিও পিনে।
@DebojitkrboraBora
@DebojitkrboraBora Ай бұрын
অসমৰ ভোটাৰ জনসাধাৰণে ভাল দৰেই মনত ৰাখিব মোদী চাহৰ যোগেদি আমাৰ অসমৰ বানপানীৰ সমস্যাটোৰ সামাধান নহ'ব।। অসমৰ অহঙ্কাৰী নেতা মন্ত্ৰী কেইতা তো কথাই নাই।।
@mrmajuli8736
@mrmajuli8736 Ай бұрын
কংগ্ৰেছ দিনত ভেজল মাথাউৰিৰ নিৰ্মাণৰ বাবেই আজি এই পৰিস্থিতি। 1998 চনত ধকুৱাখানা মাতৰমৰাত মাথাউৰি চিগোতে হাজাৰ হাজাৰ মানুহৰ মৃত্যুৰ আৰু গৰু ছাগলী হাঁহ কুকুৰাৰ গাহৰি উটি গৈছিল। কিন্ত তাৰ একো সহাজ্য নিদিলে । আনকি জনসাধাৰণৰ নামত ৰিলিফৰ চাউল কেইটাও বিক্ৰী কৰি খাইছিল। সেইয়াই কংগ্ৰেছ।
@user-ok6ny8tz3h
@user-ok6ny8tz3h Ай бұрын
Hei homoyot himonto kot asil ? Vngst asil eitu moha dalallllllllll
@relaxeverythingisfine5154
@relaxeverythingisfine5154 Ай бұрын
Gaurav Gogoi next CM of Assam.
@user-uy3jz8oy4n
@user-uy3jz8oy4n Ай бұрын
শিয়াল ৰ চি এম হব মাইকী মাছ তো। অ, মাছ জনীহে।
@bakulboruah2026
@bakulboruah2026 Ай бұрын
গৌৰৱ গগৈ 2026 ত অসমৰ মূখ‍্যমন্ত্ৰী।দাদা বিগ্ৰেডৰ দম আছে যদি ৰখাই দেখাওঁক।
@mrmajuli8736
@mrmajuli8736 Ай бұрын
😂😂
@anonymous_assamese4838
@anonymous_assamese4838 Ай бұрын
Rahul Gandhi 🇮🇳❤️
@LAfajalLaskar
@LAfajalLaskar Ай бұрын
Very very good 👍👍👍
@PrijusTalukdar
@PrijusTalukdar Ай бұрын
A Jorhat jila Shiva God jila Nigam
@DurgaTimsina-gv7td
@DurgaTimsina-gv7td Ай бұрын
Bhupen Bora jindabad
@user-of4yf2pu7w
@user-of4yf2pu7w Ай бұрын
Gaurav gogoi👍
@JoyguruDas-rg2xt
@JoyguruDas-rg2xt Ай бұрын
😢😢😢😢😢😢😢😢
@JahirAhmed-u6b
@JahirAhmed-u6b Ай бұрын
Right, 🐄🐄
@user-uy3jz8oy4n
@user-uy3jz8oy4n Ай бұрын
ধেৎ শিয়াল ৰ মালিক নিলাজ অমেৰুদণ্ডী শিয়াল কংগ্রেচ মুদ্রা বাদ।
@SarifuddinAhmed-so7ff
@SarifuddinAhmed-so7ff Ай бұрын
অসমত 26ত গৌৰৱ গগৈৰ নেতৃত্বত কংগ্ৰেছ চৰকাৰ
@birenbora4425
@birenbora4425 Ай бұрын
cm dangia asomor banpani chabolloi central ministet ajonu aha nai kiya
@TapanTamuli-uj7yh
@TapanTamuli-uj7yh Ай бұрын
Congress zindabad
@IrfanIlahi-123
@IrfanIlahi-123 Ай бұрын
Nice
@user-fh7og4tl9q
@user-fh7og4tl9q Ай бұрын
Aponi. Paribonoki bjp har 1234 mama har kori dakhw bjp haribo jibonay pabona 👌🇮🇳
@user-jk5qd4fj1q
@user-jk5qd4fj1q Ай бұрын
😢😮😊😊❤❤❤❤
@PrijusTalukdar
@PrijusTalukdar Ай бұрын
Aisa kam karna Gaurav Goyal
@abhijitnath282
@abhijitnath282 Ай бұрын
2:17
@PrijusTalukdar
@PrijusTalukdar Ай бұрын
Kendriya mantri ke liye bataya aasan hai
@HrishikeshBaruah-x1j
@HrishikeshBaruah-x1j Ай бұрын
Aponaloke Rajniti bad diya atiya assamat ban
@beria842
@beria842 Ай бұрын
Tea garden
@pramodkalita6574
@pramodkalita6574 Ай бұрын
বাদ দিয়া হে ...আমেৰিকাতো বান পানী হয়...পাহৰি গৈল নিকি ৰাইজ
@manujfootballlife1849
@manujfootballlife1849 Ай бұрын
বানপানী BJP kori se nki 😂 kla sudur bhai akhil johora 😂
@RatanPradhan-h8z
@RatanPradhan-h8z Ай бұрын
No
@user-ok6ny8tz3h
@user-ok6ny8tz3h Ай бұрын
Eitu good for nothing cm
Blue Food VS Red Food Emoji Mukbang
00:33
MOOMOO STUDIO [무무 스튜디오]
Рет қаралды 13 МЛН
Can This Bubble Save My Life? 😱
00:55
Topper Guild
Рет қаралды 85 МЛН
ROLLING DOWN
00:20
Natan por Aí
Рет қаралды 11 МЛН
Bbc Hausa Labaran yau 2024
29:58
Muhimman Labaran Hausa
Рет қаралды 1 М.
Blue Food VS Red Food Emoji Mukbang
00:33
MOOMOO STUDIO [무무 스튜디오]
Рет қаралды 13 МЛН