অসমৰ আটাইতকৈ প্ৰভাৱশালী সাংবাদিক গৰাকী।

  Рет қаралды 9,988

BAARTA LAAP

BAARTA LAAP

Күн бұрын

Пікірлер
@priyojonorbandhun
@priyojonorbandhun 12 сағат бұрын
ধন্যবাদ ছাৰ।শেষত সুন্দৰ মন্তব্য আমালৈ যাঁচিলে।🎉🙏🙏🙏
@moushumisoni2225
@moushumisoni2225 42 минут бұрын
Bhal lagil. Goswami r interview saboloi mon asil bohut dinor pora.
@kangkankakati6177
@kangkankakati6177 Күн бұрын
Best Journalist from Assam
@abhijitdeka6373
@abhijitdeka6373 Күн бұрын
ভাল লগা ব্যক্তিজন❤
@pradipborborua4398
@pradipborborua4398 Күн бұрын
চাকৰি কৰি থকা সময়ত গোস্বামীদেৱৰ লগত প্ৰায়ে ফোনযোগে কথা পতাৰ সুযোগ পাইছিলো কিন্ত্ত লগপোৱা নাছিলো। আজিহে দেখিলো। অনুষ্ঠানটো ভাল লাগিল।
@MunimdraPathak
@MunimdraPathak 2 күн бұрын
Dhanyabad, monoj kr Goswami mohaxoy. Sukur Ali r bixoy kotha xar Val lagise, xundor kotha kole
@manojdeka2450
@manojdeka2450 Күн бұрын
বহুত ভাল লাগিল মানুহ জনক ।
@jitumanidutta4527
@jitumanidutta4527 22 сағат бұрын
মই এতিয়ালৈকে চোৱা বাৰ্তালাপ সমূহৰ আটাইতকৈ ভাল লগা খণ্ডটো ৷
@EditorJakir-if6rb
@EditorJakir-if6rb Күн бұрын
গোটেই খিনি শুনিলো ভাল লাগিল
@RUPJYOTIBORO-h6q
@RUPJYOTIBORO-h6q 2 күн бұрын
Thank u dada.happy new year2025❤❤❤
@RajibNath-o1o
@RajibNath-o1o 14 сағат бұрын
Hi Monoj, I m Rajib Nath, we were together in AT8, in 1988-89. After a long time I see you after Hiren Nath on television. Expect to meet sometime.
@ramensharma54
@ramensharma54 Күн бұрын
Nice👍
@GiridharThakuria
@GiridharThakuria Күн бұрын
মইও প্ৰথমে তেওঁক জনা বুজা ব্যক্তি বুলিয়ে ভাবিছিলো তাতে সাহিত্য একাডেমি পোৱা ব্যক্তি কিন্তু যিদিনাই তেওঁ ডেলিভাৰী লৰাবোৰক সস্তীয়া শ্ৰমিক বুলি পোষ্ট কৰিলে মইও তেওঁৰ মেধাৰ শ্ৰেণী কি গম পায় গলো।
@lalitakalita3701
@lalitakalita3701 Күн бұрын
তেখেতে এবাৰ ইউৰোপৰ কিছু দেশত শ্ৰমিক হিচাবে কাম কৰা ভাৰতীয়ক খুব ঠাট্টা মস্কৰা কৰিছিল ৷ অলপতে এওঁ AI কলৈ কিছু উল্টু পুল্টা কথা কৈছে ; এখেতে EQ আৰু IQ ৰ পাৰ্থক্যই নাজানে 😂😂😂 এওঁলোকেই আজিৰ অসমৰ বুদ্ধিজীবী 😂😇😂
@chandantalukdar9465
@chandantalukdar9465 Күн бұрын
ভাল কাম ।
@ratulboro329
@ratulboro329 2 күн бұрын
Bhal kotha koisa dada
@TirthaDeka
@TirthaDeka Күн бұрын
চৰকাৰ যাৰেই নহওক, এখেত কিন্তু প্ৰত্যেকখন চৰকাৰৰে পদলেহনকাৰী।
@lalitakalita3701
@lalitakalita3701 Күн бұрын
তেখেতে এবাৰ ইউৰোপৰ কিছু দেশত শ্ৰমিক হিচাবে কাম কৰা ভাৰতীয়ক খুব ঠাট্টা মস্কৰা কৰিছিল ৷ অলপতে এওঁ AI কলৈ কিছু উল্টু পুল্টা কথা কৈছে ; এখেতে EQ আৰু IQ ৰ পাৰ্থক্যই নাজানে😂😂😂 Algorithm আৰু Algorism ৰ পাৰ্থক্যও এখেতে জনা দৰকাৰ 😂 এওঁলোকেই আজিৰ অসমৰ বুদ্ধিজীবী, যিয়ে সৎ পথেৰে জীবিকা নিৰ্বাহ কৰা শ্ৰমজীবী মানুহক ঠাট্টা কৰে 😂😇😂
@HimangshuSaikia-f6s
@HimangshuSaikia-f6s 2 күн бұрын
Chakra da… Val paisu
@Civilservice11780
@Civilservice11780 2 күн бұрын
First view❤🎉🎉
@ramkantahazarika744
@ramkantahazarika744 Күн бұрын
মনোজ গোস্বামী ডাঙৰীয়াৰ লগত হোৱা বাৰ্তা লাপ শুনি উপকৃত হলো । নিজ মুখেৰে কোৱা কথাজানিব পাৰিলো
@PankajGogoi-t6j
@PankajGogoi-t6j 2 күн бұрын
ভাল লাগিল।
@bhaskargogoi650
@bhaskargogoi650 Күн бұрын
agote jona buja byokti bulie vbisilu kin2 jua bosor tau ahom jatir uporot ji fb post disil taur bikhoye janiboloi bki nathakil......anakua hostia manokhikota byokti hosakoi homajor babe bipodjonok.
@anjanarajkumari5982
@anjanarajkumari5982 Күн бұрын
মোৰ মুকলি প্ৰশ্নৰ উত্তৰ দিব নোৱাৰিলে।
@NabajyotinathNaba
@NabajyotinathNaba 2 күн бұрын
পাৰ্থ সাৰথি মহন্তৰ ইন্টাৰভিউ লাগে
@JayantaHaloi-lg2mg
@JayantaHaloi-lg2mg Күн бұрын
❤❤❤❤❤🎉🎉🎉😂😂😂
@allthebest6611
@allthebest6611 Күн бұрын
এইটো এন্টি আহোম হয় ৷ চুকাফা কোন আছিল জনালেনে ৷
@prasantagogoi2753
@prasantagogoi2753 2 күн бұрын
Ki koi amitu aijonr nam pratham hunisu ami tu apuni no 1hangbadik buli he janu
@pankajaxom8521
@pankajaxom8521 Күн бұрын
Mamar ............................
@chandanbhattacharya5822
@chandanbhattacharya5822 Күн бұрын
Oiingl must better than work.
@villageofassam9834
@villageofassam9834 2 күн бұрын
ডাঙৰীয়ালৈ নমস্কাৰ
@debology1
@debology1 Күн бұрын
Sir sir sir sir sir sir ki hoise tur baba? There is a thin line between being respectful and being irritatingly stupid.
@prasantagogoi2753
@prasantagogoi2753 2 күн бұрын
Bhal loga nai
Quilt Challenge, No Skills, Just Luck#Funnyfamily #Partygames #Funny
00:32
Family Games Media
Рет қаралды 55 МЛН
So Cute 🥰 who is better?
00:15
dednahype
Рет қаралды 19 МЛН
Tuna 🍣 ​⁠@patrickzeinali ​⁠@ChefRush
00:48
albert_cancook
Рет қаралды 148 МЛН
ভূতৰ Facebook Account
57:10
BAARTA LAAP
Рет қаралды 1,3 М.
Quilt Challenge, No Skills, Just Luck#Funnyfamily #Partygames #Funny
00:32
Family Games Media
Рет қаралды 55 МЛН