অসমৰ খাটি খোৱা শ্ৰমজীৱি মুছলমান লোকসকলক আমাৰ ভাৰতবৰ্ষৰে লোক।

  Рет қаралды 5,558

Ishan News

Ishan News

Күн бұрын

Пікірлер: 44
@rajkumardihingia2331
@rajkumardihingia2331 2 ай бұрын
ৰজাদিনীয়া মুছলমান সকলক আমিও অসমীয়া বুলিয়েই ভাবো,,,পিছে তেওঁলোকৰ বহুতে একেধৰ্মৰ হোৱাৰ বাবেই বাংলাদেশী মিয়াক সমৰ্থন জনোৱাটোহে কিবা খেলিমেলিখন লগায়,,,,
@hazarika3679
@hazarika3679 2 ай бұрын
Officially and legally if they are from Assam.. We should not drag them out
@arpitadutta9888
@arpitadutta9888 2 ай бұрын
Good Thinking
@JagadishDas-o6o
@JagadishDas-o6o 2 ай бұрын
অশান্তি তহতেহে কৰি থাকা।
@DilwarHussain-t7f
@DilwarHussain-t7f 2 ай бұрын
Kunuba miai rape korile thak extreme punishment diok. Even death sentence. Kintu niriho miak harassment kori axomoth Jodhi akou jui lage thar karone mia responsible nohobo kethiao
@rajjj709
@rajjj709 2 ай бұрын
Thik koise apuni
@kakudas3887
@kakudas3887 2 ай бұрын
শেই আদৰ্শ তহতে লইচা জানো ৷ শংকৰ আজানো নাই শেই দিনো নাই ৷ দিন বেলেগ হল ৷
@mukutnath1419
@mukutnath1419 2 ай бұрын
Don't preach morals and values
@monalishadutta8226
@monalishadutta8226 2 ай бұрын
অসমৰ বাসিন্দা কেনেকৈ হল. তহঁতি সব একেই যেতিয়া তহঁত ৰ ওপৰত কোনোবাই মাত মাতে সব উঠি পৰি আহ। তহতৰ মানুহে যিমান অত্যাচাৰ কৰিলেও তহতি মাত নামাত।
@MajomAxom
@MajomAxom 2 ай бұрын
History valke porhibi Miya is indigenous people of Assam
@jimirajkhowa9235
@jimirajkhowa9235 2 ай бұрын
আমি ইমান দিনে শান্তি সম্প্ৰীতিৰ কথা চিন্তা কৰি আজি এইটো অৱস্থা হৈছেহি। তহঁতক বিৰোধ কৰিলেই তহঁত ৰ শান্তিৰ কথা মনত পৰে।
@Iam16-x2j
@Iam16-x2j 2 ай бұрын
বাংলাদেশী ক লৈ শান্তিৰ অসম কেনেকৈ .?
@baharzanbibi1297
@baharzanbibi1297 2 ай бұрын
Bhal kothar thai nai dangoriya
@AtaurRahman-en3hw
@AtaurRahman-en3hw 2 ай бұрын
good
@AkibJamil-h9c
@AkibJamil-h9c 2 ай бұрын
আজিলৈকে অসমীয়া ভাষা গ্ৰহণ কৰিব পৰা নাই কেলা আৰু অসমত থাকে । আজান ফকীৰ চাহাবৰ উদাহৰণ নিদিবি আজান ফকীৰে অসমৰ অসমীয়া ভাষা গ্ৰহণ কৰি শঙ্কৰ দেৱ গুৰুজনাৰ বৰগীত পৰা অনুপ্ৰাণিত হৈ অসমীয়াত জিকিৰ আৰু জাৰী ৰচনা কৰি থৈ গৈছে .....তহঁতে কি কৰিছ জাতিৰ বাবে মই গৰিয়া আৰু আমি আমাৰ ককা আইতা হতৰ মুখৰ পৰা শুনা কথা যে মিয়াৰ লগত আমাৰ পূৰ্বপুৰুষৰ কোনো ভাল সম্পৰ্ক নাছিল তহঁত চাকৰ হৈ অসমত আহিছিলি আৰু চাকৰ হৈ এ থাকিব লাগিব তহঁতৰ লগত অসমীয়াৰ ভাতৃত্ব বোধ নাই আৰু এইখন ধৰ্ম যুদ্ধ নহৈ এইখন খিলঞ্জীয়াৰ যুদ্ধ আৰু আমাৰ বাবে জাতি আগত ধৰ্ম পাছত জয় আই অসম
@shafiquddinahmed6518
@shafiquddinahmed6518 2 ай бұрын
Miya kono kalai chakor hoi oha nai aru karo khamata nai je miyak chakor bonai rakhibo. Miya manai rickswala thellawalla nohoy. Olop khobor korile gom pabi je miyar majot hejar hejar doctor, engineer,ACS/APS officer, central/state department ot gazetted officer,College/University proffesor,advocate,magistrate adi ase.Ai hokol manuhe thai buji tohotoke chakar khotuai ase. Teoloke ghoror bahirot lungi nipindhe haikarone Miya buli gom napai. Gotike Gyan khutuai aibor mulyankon koriboloi hik.
@AkibJamil-h9c
@AkibJamil-h9c 2 ай бұрын
@@shafiquddinahmed6518 mamai kori ase ro ki koribo Lage sala tohotor maximum lora ee tenekua keitaman mokkel mur o sinaki asil rastat dekha puwa 10 bosoriya suali etar pora school or teacher loke kako bhal nojoredi nasai ... Kela jimane dangor manhu nuhua kio tohot mamai eibar bihu dekhuai ase
@AkibJamil-h9c
@AkibJamil-h9c 2 ай бұрын
@@shafiquddinahmed6518 তহঁতৰ মাজত কিমান জন ডাক্তৰ engineer IPS/ACS কিমান আছে সেইটো অলপো matter নকৰে মিয়া ভাই। Matter কৰিব তহঁতৰ মনত জাতীতাবাদ আৰু দেশপ্রেম ভাৱ কিমান জন মানুহৰ আছে আজিলৈকে কি কৰিলি তহুতে অসমৰ বাবে? কিমান জনে নিজকে অসমীয়া বুলি পৰিচয় দিয়ে? বাংলাদেশ ৰ এজন normal মানুহে ও সিমান খিনি নাজানে যিমান খিনি জ্ঞান তহতৰ আছে বাংলাদেশ ৰ ওপৰত। কাৰণ টো কি মিয়া ভাই? হয় দেশ মহাদেশৰ বিষয়ে জ্ঞাত টো হোৱাটো ভাল কথা কিন্তু তহতে বেলেগ দেশৰ কথা টো ইমান খুচুৰি নথকা যিমান বাংলাদেশৰ বিষয়ে লাগি থকা। বেলেগ দেশত কিবা আন্দোলন হলে তহঁতৰ কতিত জুই নালাগে কিন্তু বাংলাদেশত কিবা এটা হলে তহঁত depression ত পৰি যোৱা যিটো বর্তমান বাস্তৱ চিত্র অফ মিয়া সমাজ। আজিও যদি তহত ৰ facebook open কৰোঁ feed ত প্রথম নিউজ টো বাংলাদেশৰ এ আহিব। কাৰণ টো হল curiosity আৰু নিজৰ মানুহ বিপদত পৰি আছে! নহয়নে। অসমীয়া মুচলমান হিচাপে লাজ লাগে বহুত নিজৰ ওপৰত যে কাৰ লগত stay কৰি আছোঁ। বিহু মানে হিন্দুৰ উৎসৱ। জিকিৰৰ ৰ কোনো ধৰণৰ মহিমা নাই নিজে দেখি আহিছোঁ মিয়া এজন কিমান খিনি অসমীয়া আৰু কিমান খিনি সিঁহতৰ ভক্তি। বাংলাদেশী হাদিছ আৰু সিঁহতৰ মানসিকতাৰ মাজত এক গভীৰ সম্পর্ক আছে। হিন্দু বিলাকে গাহৰি খাই সেইবাবে আমি গৰু খাও এইবিলাক হল সিঁহতৰ যুক্তি। বাংলাদেশৰ পৰা sheikh hasina ৰ পলায়ন আৰু অসমৰ মিয়া খিনিৰ ফুর্তি। আমাৰ hero Shakib khan আৰু জন্মৰ পৰা শুনা সিঁহতৰ এটা মুখৰ উক্তি। 2 জন মিয়া লগ হলে ও বংলাদেশৰ কথা আলোচনা হয় actually সিহঁতে নিজেও জনে আমি বেলেগ আৰু আমি য়ে এটা সময়ত অসমত প্ৰবেশ কৰা এক অবৈধ শক্তি। এজন মানুহ ভাল নে বেয়া সেইটো determine কৰে মানুহজন হিন্দু নে মুছলমান। প্রথমে শাক পাচলি ব্যৱসায় কৰিব আহিছিলি তহতে ভাই। চোৱা আজি এজন মুচলমান লৰাই আন এজনক কৈ আছে নিজৰ অসমীয়া জাতি নিজৰ মান আৰু পৰম্পৰাৰ প্ৰতি। তহঁতে থকা নথকা একো matter নকৰে #আমাক কেৱল আমাৰ সংস্কৃতি ঘূৰাই লাগে।
@AkibJamil-h9c
@AkibJamil-h9c 2 ай бұрын
@@shafiquddinahmed6518 তহঁতৰ মাজত কিমান জন ডাক্তৰ engineer IPS/ACS কিমান আছে সেইটো অলপো matter নকৰে মিয়া ভাই। Matter কৰিব তহঁতৰ মনত জাতীতাবাদ আৰু দেশপ্রেম ভাৱ কিমান জন মানুহৰ আছে আজিলৈকে কি কৰিলি তহুতে অসমৰ বাবে? কিমান জনে নিজকে অসমীয়া বুলি পৰিচয় দিয়ে? বাংলাদেশ ৰ এজন normal মানুহে ও সিমান খিনি নাজানে যিমান খিনি জ্ঞান তহতৰ আছে বাংলাদেশ ৰ ওপৰত। কাৰণ টো কি মিয়া ভাই? হয় দেশ মহাদেশৰ বিষয়ে জ্ঞাত টো হোৱাটো ভাল কথা কিন্তু তহতে বেলেগ দেশৰ কথা টো ইমান খুচুৰি নথকা যিমান বাংলাদেশৰ বিষয়ে লাগি থকা। বেলেগ দেশত কিবা আন্দোলন হলে তহঁতৰ কতিত জুই নালাগে কিন্তু বাংলাদেশত কিবা এটা হলে তহঁত depression ত পৰি যোৱা যিটো বর্তমান বাস্তৱ চিত্র অফ মিয়া সমাজ। আজিও যদি তহত ৰ facebook open কৰোঁ feed ত প্রথম নিউজ টো বাংলাদেশৰ এ আহিব। কাৰণ টো হল curiosity আৰু নিজৰ মানুহ বিপদত পৰি আছে! নহয়নে। অসমীয়া মুচলমান হিচাপে লাজ লাগে বহুত নিজৰ ওপৰত যে কাৰ লগত stay কৰি আছোঁ। বিহু মানে হিন্দুৰ উৎসৱ। জিকিৰৰ ৰ কোনো ধৰণৰ মহিমা নাই নিজে দেখি আহিছোঁ মিয়া এজন কিমান খিনি অসমীয়া আৰুকিমান খিনি সিঁহতৰ ভক্তি।বাংলাদেশী হাদিছ আৰু সিঁহতৰ মানসিকতাৰ মাজত এক গভীৰ সম্পর্ক আছে।হিন্দু বিলাকে গাহৰি খাই সেইবাবে আমি গৰু খাও এইবিলাক হল সিঁহতৰ যুক্তি।বাংলাদেশৰ পৰা sheikh hasina ৰ পলায়ন আৰু অসমৰ মিয়া খিনিৰফুর্তি।আমাৰ hero Shakib khanআৰু জন্মৰ পৰা শুনা সিঁহতৰ এটা মুখৰ উক্তি।2 জন মিয়া লগ হলে ও বংলাদেশৰ কথা আলোচনা হয় actually সিহঁতে নিজেও জনে সিহঁত বেলেগ আৰু এটা সময়ত অসমত প্ৰবেশ কৰা এক অবৈধ শক্তি।ইহঁতৰ মতে এজন মানুহ ভাল নে বেয়া সেইটোdetermine কৰে মানুহজন হিন্দু নে মুছলমান।প্রথমে শাক পাচলি ব্যৱসায কৰিবআহিছিলি তহতে ভাই। চা আজি এজন মুচলমানলৰাই আন এজনক কৈ আছে নিজৰ অসমীয়া জাতি নিজৰ মান আৰু পৰম্পৰাৰ প্ৰতি।তহঁতে থকা নথকা একো matterনকৰে #আমাক কেৱল আমাৰ সংস্কৃতি ঘূৰাই লাগে।
@User360iskon
@User360iskon 2 ай бұрын
Leura eibar 20-30 bsarar agot border par kori oha luk. Miya Bangladeshi musalnan
@MajomAxom
@MajomAxom 2 ай бұрын
Kela chutmarani Miya mne Bangladeshi nohoy History olpo valke porhibi
@bastavpsaikia9595
@bastavpsaikia9595 2 ай бұрын
Assamese Muslim Brotherhood,,,, but miya khedimmmm
@pranabgogoi6283
@pranabgogoi6283 2 ай бұрын
Ketiau nohoy. Ei bur bangladeshi.
@foiazmazumder6212
@foiazmazumder6212 2 ай бұрын
Very good Badrulda. Kintu dukh lage aru lage lage nijok musalman koboloi, bahiror nijor poison diboloi. Jodi pare mauhor majot letera kam samaj birudhi soriyot birudhi kamor pora atori thakibole subebosta kodok, Loraburak imanor batere soliboloi Hidayat diyak, Please 🙏. Hokolur Maa bhoni Homan.pease adhaptane goise amar kisu manuh. Please do something to control them for again and again do illegal offense.
@RobinGuwala-z9t
@RobinGuwala-z9t 2 ай бұрын
Miya Bangladeshi
@amanurislam4383
@amanurislam4383 2 ай бұрын
We shouldn't fight together because we r assamese
@Mimbrangboro4589
@Mimbrangboro4589 2 ай бұрын
Sobe bharotiyo nagarik buli kenekoi certificate dile ?
@25mridul39
@25mridul39 2 ай бұрын
1971 & 51 NRC
@ranjitgowsami7891
@ranjitgowsami7891 2 ай бұрын
মিয়া যাত তোক শিকাওক, TV কথা কৈ লাভ নাই
@inamulhaque2041
@inamulhaque2041 2 ай бұрын
Bidexi Monuvadiye dekh khan aru jati vag vag kore...shamrat ashok aru musolmale ek log kore...eyai bharator history
@bhaktapatgiri5976
@bhaktapatgiri5976 2 ай бұрын
Emaan ohaantir sristi kori....atiya akou hantir kotha kobo aahe....Neribo raij.
@ranjitsarma449
@ranjitsarma449 2 ай бұрын
Miya khadiba. Tatai tor ki hal
@dipankarkhargharia9952
@dipankarkhargharia9952 2 ай бұрын
😢EIBUR KOTHA PATI LAV NAI 9 BOSOROT BULE 26 JON BANGLADESI BAHIR KORISE 1979 PORA HUNILU BOSTU DAM SMART MITAR KOTHA PAHORIBOLI ROJA GHORIAI DHAL KHUAI DILE
@Teer110
@Teer110 2 ай бұрын
Tatia toi mia bilak bhal kora contact lo
@TCF573
@TCF573 2 ай бұрын
Miya khedise ... Kintu miyai kora kambur Akhomiya dhoodhupai koriboloi lo... Tetiahe ai uddershya hofol hobo .. Akhomiy dhoode ajikali pothar najai .. Bam khety nokore miyak mati ane Ghor hajiboloiu miya. Uthiteu miya bohuteu miya.. Hagute pokor dhuwaboloiu miya. Bhalgorah mmokhot bhorai sunai diboloi u miya .. Morapat khetit miya horiyoh tolit miya ruwa duwa garikhon dhuwauteu miya 😂😂😂 miya nalage kot Akhomiya dhood k??? . Moor ghoror usorote lorai goru atar poghat dhoriboloi laj kore.. Bemari bapeke goru tan tani phure puteke mobile tipi ghorote bohi thake.. Bike t uthi ghuri phure sarialit adda diye . Ghoror pora dokahoka di poisa ni mod khai party kore... Bojaror moonatu dhoriboloi u laj??? Kak kheda tohote oi nilaj dhood hot.. 😂😂😂 ? ????
@TCF573
@TCF573 2 ай бұрын
Miyak'okol khedai nohoi boniagusthiye je ahi gutei matibaribur kini ghorbari building haji nigaji hoi bohile tat sound nai kiya???? Hihot hopai tohotor bukur kutum????? 😂😂😂 ai je onaAkhomiyai hodai ot tot Akhomiya lorak moriai ase bor bhal paisa no??? Attmohonmanot nalage??? Nijor thaite nijor lorai koob kaise bhagyar kothahe no ??? Ajiu aiya batorit ulaise ona Akhomiyai Akhomiyar marpit korar khobor.. 😂 Fooljari jolabi ne anonadote????
@kalitamanab3008
@kalitamanab3008 2 ай бұрын
😂
@imajay9015
@imajay9015 2 ай бұрын
Kun a2
@itsme-hr7de
@itsme-hr7de 2 ай бұрын
No mias are assamese,thy are bngladeshis.. We want mia free assam
@MajomAxom
@MajomAxom 2 ай бұрын
Bro miya mne Bangladeshi nohoy History olop valke porhiba
@umolaghar8438
@umolaghar8438 2 ай бұрын
Sudurbhai tuk marim agei
Бенчик, пора купаться! 🛁 #бенчик #арти #симбочка
00:34
Симбочка Пимпочка
Рет қаралды 4 МЛН
Who’s the Real Dad Doll Squid? Can You Guess in 60 Seconds? | Roblox 3D
00:34
啊?就这么水灵灵的穿上了?
00:18
一航1
Рет қаралды 99 МЛН
GARWASHI SEASON 1, EPISODE 12 ORIGINAL.
1:18:32
UK ENTERTAINMENT
Рет қаралды 248 М.