অসমৰ পৰিৱেশ বানপানী সদৃশহে গৃহমন্ত্ৰী অমিত শ্বাহৰ মতে!

  Рет қаралды 22,386

The CrossCurrent

The CrossCurrent

Күн бұрын

#graphiccontent
অসমৰ পৰিৱেশ বানপানী সদৃশহে গৃহমন্ত্ৰী অমিত শ্বাহৰ মতে! গৃহমন্ত্ৰীৰ পোষ্টৰ পাছতেই তীব্ৰ সমালোচনা সাংসদ গৌৰৱ গগৈৰ। বিৰোধী নেতাকে ধৰি অধিবক্তাইও উভতি ধৰিলে অমিত শ্বাহক।
The Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication.
#TheCrosscurrent #AssameseNewsChannel #InvestigativeAndAnalyticNews

Пікірлер: 42
@CharbeshRabha-qk4ye
@CharbeshRabha-qk4ye 3 ай бұрын
অমিত শ্বাহৰ অসমৰ প্ৰতি কিমান জ্ঞান আছে কেৱলমাত্ৰ নিৰ্বাচনত হে ঘৰিয়ালৰ চুকুৰ পানী টকিব যানে অমিত শ্বাহ নহয় তেওঁ অদ্ভূত শ্বাহ হে ।
@pranabdas6502
@pranabdas6502 2 ай бұрын
অমিত শ্বাহে হক বা অন্য নেতা মন্ত্ৰী হক অসমক কোনো দিনে ভাল নাপায় আজিৰ বুলি নহয় সদায় ।
@DimbeswarChutia-r9i
@DimbeswarChutia-r9i 2 ай бұрын
অসমৰ জনসাধাৰণক এইবাৰ ২০২৬ ইয়াৰ উত্তৰ দিবলৈ নিশ্চয় এতিয়াৰ পৰাই ভাৰতৰ গৃহ মন্ত্ৰী ডাঙৰীয়াই প্ৰস্তুত (ভোট দিবৰ বাবে) কৰিছে ।
@asomiaasom6008
@asomiaasom6008 3 ай бұрын
অসমক ঔপনিবেশী স্থলি বুলি ভবা ঔপনিবেশী চৰিত্ৰৰ শোষণকাৰী লুণ্ঠনকাৰী তেজপিয়া লুটাৰু অমিতশ্বাহ মোদীক অসমলৈ আহিলে অসমৰ জহৰা জাতিদ্ৰোহী কুলাংগাৰবোৰে ঠেং চুই গামোছা শৰাই চেলেং -চাদৰ ফুলৰ মালা পিন্ধাই নাচিবাগি আদৰি পূজা সেৱা কৰে ?ঔপনিবেশী নেতা মন্ত্ৰীক ঠেং চুই শৰাই গামোছা ফুলৰ মালা চেলেং-চাদৰ পিন্ধাই উষ্ম আদৰনি জনাই পূজা সেৱা কৰা জহৰা কুলাংগাৰ জাতিদ্ৰোহী বহতীয়া ভৃত্য গোলাম অসমীয়াক এনে টুলুঙা মন্তব্যৰে অপমান নকৰি কাক কৰিব ?ঔপনিবেশী শোষণকাৰী লুণ্ঠনকাৰী তেজপিয়া অমিতশ্বাহ গৃহমন্ত্ৰীৰ অপমান সুচক মন্তব্যৰে অপমানিত হোৱাৰে যোগ্য গোলাম অসমীয়া জাতিয়ে ।
@gutungdipakpegu2134
@gutungdipakpegu2134 3 ай бұрын
Amit Shah , you are a nonsense .
@AnwarHussain-wg9tm
@AnwarHussain-wg9tm 3 ай бұрын
not only nonsense bludy bustard villen 😅 uncultured unsocial extra extra 😅
@kulendrabora58
@kulendrabora58 3 ай бұрын
জয় চিয়া ৰাম । পদুম ফুলত ভোট দিয়ক । অচ্ছে দিন চল ৰহা হাই ।
@utpalgoswami1990
@utpalgoswami1990 3 ай бұрын
সেই জন মানুহৰ নামত কলংক। তেওঁ হাৰামি মিছলিয়া মানুহ। মূৰ্খ বুলি ক'লে ভূল কোৱা নহয়নে কি ?
@NurulIslamkhan-e6x
@NurulIslamkhan-e6x 2 ай бұрын
Right
@promudborgohain7920
@promudborgohain7920 2 ай бұрын
জাতিয়তাবাদী সকল মৌন কিয়??? ঘীণ লাগে এই সবক।এনকৰ কেইটাই কবলগীয়া একো নাই নিশ্বয়।
@nirmaldeka5091
@nirmaldeka5091 3 ай бұрын
অসমীয়াক জি মন জাই তাকে কব পাৰি
@chitrakumarhazarika6622
@chitrakumarhazarika6622 2 ай бұрын
এঘাৰ খন আসন দিয়াৰ পিছতো অসমৰ প্ৰতি কেন্দ্ৰৰ কোনো দৰদ নাই, সেয়া প্ৰতীয়মান হৈছে। অসমৰ বান পৰিস্থিতিৰ শোচনীয় অৱস্থাক কেন্দ্ৰীয় চৰকাৰৰ ওচৰত সবলভাৱে উপস্থাপন কৰাত অসম চৰকাৰ ব্যৰ্থ হৈছে নহ'লে কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কেনেকৈ কয় যে অসমৰ বানপানী "বানপানী সদৃশ"বুলি।
@JOHN_T123
@JOHN_T123 3 ай бұрын
অসমৰ বেছি ভাগ মানুহে এতিয়াও বুজি পোৱা নাই বিজেপি ক ।
@rajibbormedhi8638
@rajibbormedhi8638 3 ай бұрын
অহা বাৰ আকৌ এবাৰ
@MultiCreationAssam
@MultiCreationAssam 2 ай бұрын
50 টা পুখুৰী ৰ সমান পানী হে। বানপানী কেনেকৈ হল। বানপানীৰ সদৃশ এই হব
@jadavgogoi944
@jadavgogoi944 3 ай бұрын
অসমৰ বান পানীক বানপানী সদৃশ পৰিৱেশ বুলি ইতিকিং কৰিব পৰা মানুহক গৃহ মন্ত্ৰী বুলি মানিব পাৰি জানো? মানুহটোক দেখিলে জনা শুনা যেন নালাগে অৱশ্যে।
@ProdipBorahProdip
@ProdipBorahProdip 3 ай бұрын
Hei babe ami vote dia nai jorhate,baki 11 ta seator raije aei bur bujok valkoi
@pinkisarmah8400
@pinkisarmah8400 2 ай бұрын
Vori hat dandi autai dibo lage
@JulieBorah-n8q
@JulieBorah-n8q 2 ай бұрын
Cm sir jito koisa home minister haito koisa. Cm sir gat dhuk. Negur plalai dya cm
@manojtalukdar6647
@manojtalukdar6647 3 ай бұрын
তাৰমানে বানপানী হোৱাই নাই 😋😋🤣🥰⁉️⁉️💯💯
@KhiromohanRabha
@KhiromohanRabha 2 ай бұрын
Fal2 Amit sah...h Ohongkari
@SahidulIslam-po3os
@SahidulIslam-po3os 3 ай бұрын
Ami khar khowa bore takei Buji napaw.election r khomoyot mahot 2/3 bar ahib pare kintu banpani r khomoyot!!!😮
@TheJahanalom
@TheJahanalom 3 ай бұрын
Eku bal kam kora nai heten 9 10 mp jikibo pare eku bea mata nai tikei matise
@padumibaruah2798
@padumibaruah2798 2 ай бұрын
Amit. Sahe. Dekha Nai. Solure. Kanere. He. Sunise. Banpanit. Nisina koi
@NivaManiDas-v4f
@NivaManiDas-v4f 3 ай бұрын
Aiya ki Bjp neta😢
@mohammadsiddique3617
@mohammadsiddique3617 3 ай бұрын
Axom aru axomiak kiman vl pai, bujabo nowaru
@hunigogoi7661
@hunigogoi7661 3 ай бұрын
Central minister khinik aani abar axomar banpani t pelai diyak. Tetiya janib axom t banpani buji pabo, banpani hadish ne banpani. CM ye eyar birudhita kari akhani strong letter di banpani r babe package bisaribo lage.
@Sarudhan-xj7wg
@Sarudhan-xj7wg 2 ай бұрын
Aami u dexa nai dei axomot banpani hua.😅😅😅
@dilipgogoi3682
@dilipgogoi3682 3 ай бұрын
গাধ।
@Surenchutia-u2w
@Surenchutia-u2w 3 ай бұрын
Badmas
@ranobasumatary7206
@ranobasumatary7206 3 ай бұрын
Amit Sah is a nonsense mp
@TCF573
@TCF573 3 ай бұрын
Gourov..... Ai pagol aru joker buror kotha bad diya ai pagolbur keimah manor pasot . Finish hobo 😅😅
@TCF573
@TCF573 3 ай бұрын
Amit ne ki heitur moorot gubor ase
@JadukantaKonwar
@JadukantaKonwar 3 ай бұрын
Modi aru Amrit shah a assomor prati dekhua.lerela morom bur dekhio asomia nimat aru mugdha. Chetana bihin. CM r explain hunile hahi uthe.probonchana karik safe Diya manuh..Assomor dukhia manuh bure aru kiman vugiba.
@nilakanatapatir969
@nilakanatapatir969 3 ай бұрын
Pm said ,each citizen would be😅
@indian7083
@indian7083 2 ай бұрын
thike koise amit a😂 aru vote di 11 khon dise nhoi axomiya i
Как мы играем в игры 😂
00:20
МЯТНАЯ ФАНТА
Рет қаралды 3,4 МЛН
iPhone or Chocolate??
00:16
Hungry FAM
Рет қаралды 49 МЛН
SHAPALAQ 6 серия / 3 часть #aminkavitaminka #aminak #aminokka #расулшоу
00:59
Аминка Витаминка
Рет қаралды 2,4 МЛН
Haryana, Jammu & Kashmir EXIT POLL 2024
44:58
The CrossCurrent
Рет қаралды 17 М.
Atheist Javed Akhtar scores 8 goals against Sadhguru Jaggi Vasudev
12:53
Krishnaraj Rao (Urban Naxal)
Рет қаралды 813 М.
Как мы играем в игры 😂
00:20
МЯТНАЯ ФАНТА
Рет қаралды 3,4 МЛН