Рет қаралды 13,606
▪️ আন্তঃৰাজ্যিক পাৰ পত্ৰৰ নামত অসমৰ শ্ৰমিকক হাৰাশাস্তি অৰুণাচল প্ৰশাসনৰ
▪️ কাকপথাৰৰ ডিৰাক গেট অৱৰোধ কৰি শতাধিক শ্ৰমিকৰ প্ৰতিবাদ
▪️ অৰুণাচল চৰকাৰক শীঘ্ৰেই সিদ্ধান্ত সলনিৰ দাবী
▪️ বৈধ নথি-পত্ৰ থকাৰ পাছতো কিয় অসমৰ শ্ৰমিকক অৰুণাচলত প্ৰৱেশত দিয়া হৈছে বাধা ?