অসমত এতিয়া গৰু-ম’হতকৈও কম নেকি মানুহৰ মূল্য?

  Рет қаралды 139,922

NKTV PLUS

NKTV PLUS

Күн бұрын

▶️ আৰক্ষী সঞ্চালক প্ৰধান ডাঙৰীয়া
▶️ অসমত এতিয়া গৰু-ম’হতকৈও কম নেকি মানুহৰ মূল্য?
▶️ আপোনাৰ আৰক্ষীয়ে কি কাণ্ড কৰিছে চাওক

Пікірлер: 470
@dipankarnath6060
@dipankarnath6060 5 ай бұрын
পুলিচ কেইটাক Suspend নহয়, চাকৰিৰ পৰা Dismiss কৰিব লাগে।
@rajeshhazarika1663
@rajeshhazarika1663 5 ай бұрын
কোনে কৰিব😏?
@ranjugogoi419
@ranjugogoi419 5 ай бұрын
এই পুলিচ প্ৰশাসন বিলাক পুক লাগি লাগি মৰিব। ধন্যবাদ থাকিল তোমালৈ 🙏🏽🙏🏽🙏🏽🙏🏽🙏🏽🙏🏽🙏🏽💅💅💅💅💅💅💅💅💅💅💅🤺🤺🤺🤺🤺🤺🤺🤺🤺
@sumigogoi366
@sumigogoi366 5 ай бұрын
😢😅
@KulenGogoi
@KulenGogoi 5 ай бұрын
চাবা তোৰ দেহত হে পোক লাগিব
@ujjalnath5039
@ujjalnath5039 5 ай бұрын
Assam police ধিক্কাৰ
@myoldgramophoneinworkingco2559
@myoldgramophoneinworkingco2559 5 ай бұрын
নিষ্ঠুৰতাৰ চৰম নিদৰ্শন।।😌😌😌😌😌
@brothersglobe5706
@brothersglobe5706 5 ай бұрын
মহাপুৰুষ কেইজনাৰ ঘৰৰ ঠিকনা বিচাৰিব লাগে,তাৰ পাছত ব্যৱস্থা ৰাইজে নিজেই ল'ব লাগে।
@RupkantaPathori
@RupkantaPathori 5 ай бұрын
অসম আৰক্ষী অসমৰ মানুহৰ ওপৰত বৰ মতা অৰুণাচল,নগা পুলিচক একোডাল কৰিব নোৱাৰে।
@RajibDas-ct8fj
@RajibDas-ct8fj 5 ай бұрын
উম বেচি দুৰৰ ও নহব চাগে । off dutyt piton dibo lage .
@AbulHussain-dl6og
@AbulHussain-dl6og 5 ай бұрын
​​@@RajibDas-ct8fjkukonyai jodi ei bixoyot handle nokore , tente buja janb eiya kukonyar ku kirty......
@SaikiaSaikia-lv8jy
@SaikiaSaikia-lv8jy 3 ай бұрын
সিহঁতক গৰম পানী ঢালি দিব লাগে।
@user-fk1uu8bl4h
@user-fk1uu8bl4h 5 ай бұрын
দুখীয়াৰ বাবে কোনো নাই
@Debajitdr2ex
@Debajitdr2ex 5 ай бұрын
এই পুলিচ এছ আইজনীক চিনি পাও আগতে এইজনীৰ বাপেকে গাঁৱতে গৰু চোৰ কৰিছিল 😂
@miduldutta8798
@miduldutta8798 5 ай бұрын
পুলিচৰ ওপৰত ১০০% দুখ আছে Original চুৰ বোৰক সম্মান দি ৰাতি আন্ধাৰত টকা বজাৰ মেল কৰে, আৰু সন্দেহ কৰা সাধাৰণ জনতাক প্ৰহাৰ কৰি পুলিচৰ ক্ষমতা দেখায়, চি চি ইমান তললৈ যাব পাৰে নে যোৰহাটৰ পুলিচ মুখা , আজি সময়ত যোৰহাট খন কিবা পাকিস্তানৰ দৰে হ'বলৈ ধৰিছে ,
@ajitnarah6687
@ajitnarah6687 5 ай бұрын
অ বাইদেউ এই বাৰ বিজেপিক ভোট নিদিব।
@ranjitbora734
@ranjitbora734 5 ай бұрын
পাখৰীক গছত বান্ধি ভোট জলকীয়া দিব লাগে।
@nbr5177
@nbr5177 5 ай бұрын
Asol jegate bhut jolokiya logai dile besi bhal lagibo
@rajeshhazarika1663
@rajeshhazarika1663 5 ай бұрын
😂কোনে লগাব ?
@xaikia374
@xaikia374 5 ай бұрын
Pithat logabo lage
@DuluGogoi-cq5vr
@DuluGogoi-cq5vr 4 ай бұрын
Raij hojag hobo hol aru dai
@Free99.a
@Free99.a 5 ай бұрын
কবলৈ ভাষা নাই ভাইতি 😢দুখ নকৰিবা বাকী চব উপৰ ৱালা হাতত এৰি দিয়া বিচাৰ তেওঁ কৰিব।
@rajeshhazarika1663
@rajeshhazarika1663 5 ай бұрын
হয়
@gourichamuah418
@gourichamuah418 5 ай бұрын
এই সকলক চাকৰিৰ পৰা বৰ্খাস্ত কৰিব লাগে।
@gitarthabarman7970
@gitarthabarman7970 5 ай бұрын
High court jaok ,,,
@ranjitdutta3411
@ranjitdutta3411 5 ай бұрын
স্মাৰ্ট পুলিচৰ আধুনিকৰণৰ পুৰাণ কৈ শেষ কৰিব নোৱাৰি।
@HafizurRahman-vf6sz
@HafizurRahman-vf6sz 5 ай бұрын
আৰক্ষীৰ এনে দাদাগিৰি বন্ধ কৰিব লাগে। এনেকৈ মাৰপিট কৰাৰ অধিকাৰ কত পালে? । ন্যায় লাগে। মাননীয় আৰক্ষী সঞ্চালক মহোদয়ে বিহীত ব্যবস্থা গ্রহণ কৰিব লাগে।
@boruah8390
@boruah8390 5 ай бұрын
সাংবাদিক কেইটাই খুব বিচাৰি ফুৰে কোন দলৰ মানুহ কোন দললে যায়। আমাৰ মানুহ বিলাকক মাৰিছে,এই বিলাক নিউজ লৈ মুখ্যমন্ত্ৰীক প্ৰশ্ন নকৰে কিয়,কিয় কৰিবলে সাহ নাই সাংবাদিকৰ।।কিয় ভয় কৰে নহয় জানো চাকৰি যায় বুলি।। আপোনালোকৰ অকমান সন্মান আছে যদি প্ৰশ্ন কৰক। নহ'লে এদিন আপোনালোকক লৈ ৰাইজৰ ভৰষা হেৰাই যাব।।
@MastafaSk-kx2jj
@MastafaSk-kx2jj 5 ай бұрын
আজিৰ দিনত সকলো মেনেজ
@rajeshhazarika1663
@rajeshhazarika1663 5 ай бұрын
​@MastafaSk-kx2একদম ঠিকjj
@rakeshchoudhury3768
@rakeshchoudhury3768 5 ай бұрын
Aji kalir ReporterSuda boror Bari nathake... Guti keita loi ghuri fure... jaye taye pokor maribo pare... aikeitak..😂😂😂
@rajeshhazarika1663
@rajeshhazarika1663 5 ай бұрын
​@@rakeshchoudhury3768😂kheituwe hobola
@tutumonibharali3811
@tutumonibharali3811 5 ай бұрын
আৰক্ষীয়ে যতে ততে মাৰিব নোৱাৰে
@musicallibrary4149
@musicallibrary4149 5 ай бұрын
ধিক্কাৰ
@kripalsaikia924
@kripalsaikia924 5 ай бұрын
শেষ কৰি দিছে সমাজ খনক
@binoddutta4714
@binoddutta4714 5 ай бұрын
এইয়াই হৈছে অসম আৰক্ষীৰ মুখ্য কাৰন‌ সাধাৰণ জনতাৰ লগত দুৰত্ব বাঢ়ি যোৱাৰ।
@user-ji7qi6bm5d
@user-ji7qi6bm5d 5 ай бұрын
জনসাধাৰণৰ উৰ্ধত নহয় আৰক্ষী প্ৰশাসন। সেই কথা মনত ৰখা ভাল।
@swargojyotigogoi4135
@swargojyotigogoi4135 5 ай бұрын
আৰক্ষীৰ আচল স্বৰূপ এয়া।ইহঁত গণতান্ত্ৰিক দেশৰ আৰক্ষী নহয় ।ইহঁত ৰাক্ষস ।ধিক ধিক।
@lakhipriya5994
@lakhipriya5994 5 ай бұрын
ন্যায় দিয়ক নহলে ভোট নিদিও বি জে পিক
@BhumidharNath-im7ml
@BhumidharNath-im7ml 5 ай бұрын
সেই অসুৰকেইটাক কুকুৰ মৰাদি মাৰিব লাগে।
@phukanalex3509
@phukanalex3509 5 ай бұрын
Mama তোমাৰ আগন্তুক নিৰ্বাচন আৰু বাইদেউ এইয়া কি duty কৰিছে। কথা টো বুজি পাইচে নে আপুনি মই কি কব খুজিছোঁ ।
@F2fuhhd
@F2fuhhd 5 ай бұрын
Paiso😅😅
@deepamezingvideo2398
@deepamezingvideo2398 5 ай бұрын
Tomar nijar mama ase jetia himantak ki karone mama buli joa nu?
@bnjn5135
@bnjn5135 5 ай бұрын
অসমৰ পুলিচ বিভাগত বাঙালী বিহাৰী সব জাগাৰ মানুহ বেছি গতিকে সিহঁতে অসমীয়া মানুহক বহুত বেছি হিঙসা কৰে ।
@nilamoniboruah3734
@nilamoniboruah3734 5 ай бұрын
একাংশ পুলিচে অপরাধীর লগত মিতিৰালি কৰে আরু নিরপরাধিক অপরাধি সজায়। যাৰ বাবে অপৰাধ বৃদ্ধি পায় ছে ।
@rajeshhazarika1663
@rajeshhazarika1663 5 ай бұрын
হয় একদম ঠিক কথা
@babuldas4341
@babuldas4341 5 ай бұрын
বহুত বেয়া কথা
@rituraj2421
@rituraj2421 5 ай бұрын
কি কম ভাষা নাই 😢 পুলিচৰ ঘৰৰ মানুহক এনেকুৱা কৰি পিতিব লাগিব তেতিয়া হে বুজিব মাৰিলে কেনে দোষ পাই
@rajeshhazarika1663
@rajeshhazarika1663 5 ай бұрын
একদম ঠিক কথা
@janardonbora2795
@janardonbora2795 5 ай бұрын
আইনৰ সহায় লওক
@ronjonihazarika-nw1cu
@ronjonihazarika-nw1cu 5 ай бұрын
কেনেকৈ আইনৰ সহায় লব ভাবি চাওক
@rajeshhazarika1663
@rajeshhazarika1663 5 ай бұрын
😂আইনেই ত কৰিছে সেয়া
@user-ji7qi6bm5d
@user-ji7qi6bm5d 5 ай бұрын
ৰক্ষককেই ভক্ষক হয় , কেনেকৈ আইনৰ সহায় ল'ব।
@amuktha1397
@amuktha1397 5 ай бұрын
😂😂😂😂
@bitubituh8771
@bitubituh8771 5 ай бұрын
😢😢😢 oinai holl bohut beya dukh paisu Ahom aroikhik Khomotar ase buli Eman tu koribo nalagisile
@chinmoydeka5303
@chinmoydeka5303 5 ай бұрын
Please take strict action against this culprit police officer
@ara2670
@ara2670 5 ай бұрын
Mod khai kubaise sagei. Khei police si,constable arrest kribo lgei. Nhle rijok gotai dvo lgei. Apsc aiber dsu..jdi assistant commissioner of police pao nh..tnte first moi oc,si bilakok thik krim. Trpisot hei sur ru docaitok. 100% hsa kysu. Pray for me .
@souravpaul2179
@souravpaul2179 5 ай бұрын
Paper kintu juwa barotkeu taan aahi se.....cutoff paar hobo ne
@ara2670
@ara2670 5 ай бұрын
@@souravpaul2179 moi general male. Paper 1-86.5 and paper 2-105.6 pam. Par hbo buli akha asee.
@digantasvlogs5285
@digantasvlogs5285 5 ай бұрын
Immediate dismissal from her job then sent her to jail immediately
@jayabaruah1801
@jayabaruah1801 4 ай бұрын
জুন কেইটাই মাৰিছে সেইকেইটাক চাকৰি ৰ পৰাই একেবাৰেই উলিয়াই দিব লাগে
@gautamdas-eg6ug
@gautamdas-eg6ug 5 ай бұрын
যোন যোন পুলিশে তেউক প্ৰহাৰ কৰিছে গোটেই কেইটাৰ চাকৰি যাব লাগে
@nazbulofficial10m40
@nazbulofficial10m40 5 ай бұрын
Jorhat only Gaurav Gogoi sir🎉🎉🎉🎉🎉🎉🎉🎉
@debojitkalita2371
@debojitkalita2371 5 ай бұрын
ন্যায় দিয়ক ,পুলিছক নো আমি কি কৰিম ,
@koushikdas5140
@koushikdas5140 5 ай бұрын
টকা অলপ মুখত মৰিব লাগে পাপি পুলিচক
@Luv_Da_Pain
@Luv_Da_Pain 5 ай бұрын
Power
@KulenGogoi
@KulenGogoi 2 ай бұрын
অপৰাধ কৰিলে পুলিচে মাৰিব‌ই । হাস্তি অতি কঠোৰ হʼব লাগে তেতিয়াহে অপৰাধ কমিব ।
@LakheswarSLD
@LakheswarSLD 2 ай бұрын
বি জে পি চৰকাৰক যদি পটন নিয়াই, এনেকুৱা পাখণ্ড পুলিচ বোৰেই নিব।
@ABC-vb5og
@ABC-vb5og 5 ай бұрын
Police has no right to beat a person unless has any proof against a person.
@amritdutta8185
@amritdutta8185 5 ай бұрын
পুলিচৰ ট্ৰেইনিং কম হৈছে।মানুহক কেনেকৈ ব্যৱহাৰ কৰিব লাগে এই বোৰৰ ওপৰতো ট্ৰেইনিং দিব লাগে।
@PabanBora.-le2gl
@PabanBora.-le2gl 4 ай бұрын
We want justice. Goribor valuai nai Aikhon Assam sarkaror usarat matra Aniha kisoman kotha koi abhua bhare.
@karunakoch2247
@karunakoch2247 5 ай бұрын
Court ot jaok . Quickly
@rajeshhazarika1663
@rajeshhazarika1663 5 ай бұрын
চব বেকাৰ এইখন দেশত 😏
@jaijaganath7481
@jaijaganath7481 5 ай бұрын
পুলিচ ঘিণ লাগে।
@manabdas9631
@manabdas9631 5 ай бұрын
Sob dekhun local a. Dutyr pora ghor Jaute dekhun Kam tu tamam kori dibo pare.
@rajeshhazarika1663
@rajeshhazarika1663 5 ай бұрын
😂বঢিয়া আইডিয়া 👏👍
@stargamingchannel4526
@stargamingchannel4526 5 ай бұрын
Dhikar disu
@assamlifestyleinvillage9099
@assamlifestyleinvillage9099 5 ай бұрын
Case registered nokore Aro aibilk kore poisa r karne 😢
@rajeshhazarika1663
@rajeshhazarika1663 5 ай бұрын
হয় একদম ঠিক কথা
@sharukhussain4969
@sharukhussain4969 4 ай бұрын
বর্তমান অসম পুলিচে মানুহৰ ওপৰত প্রতাৰণা চলাই আছে
@Hirokkkkkkkkkkk
@Hirokkkkkkkkkkk 5 ай бұрын
উচিত বিচাৰ লাগে।
@TIKU9385
@TIKU9385 4 ай бұрын
আৰু bjp ক ভোট দিয়ক ৰাইজসকল
@latifali9650
@latifali9650 5 ай бұрын
Bihari DGP ye aibure koribo....
@crpfpradipdas930
@crpfpradipdas930 5 ай бұрын
Assam police kheijonik Kati mar gutei gaonr manuh mili
@rajeshhazarika1663
@rajeshhazarika1663 5 ай бұрын
😂বঢিয়া আইডিয়া 👏👍
@ShantanuDas2100
@ShantanuDas2100 5 ай бұрын
bjp go back
@user-xs7xk3hp6g
@user-xs7xk3hp6g 5 ай бұрын
Bjp go back
@jayantahazarika6024
@jayantahazarika6024 5 ай бұрын
চৰকাৰৰ চাকৰ হয় অসম পুলিচ
@rajeshhazarika1663
@rajeshhazarika1663 5 ай бұрын
একদম ঠিক কথা
@AnkurSarma-qy7jj
@AnkurSarma-qy7jj 4 ай бұрын
এই জাতটো কেতিয়াও সলনি নহয়... ৰাইজ সজাগ হ'বৰ হল...
@abdulauwal6635
@abdulauwal6635 5 ай бұрын
Police go back
@user-ey1cl2gf8m
@user-ey1cl2gf8m 5 ай бұрын
তদন্ত কৰি দোষী সকলক শাস্তি প্ৰদানৰ ব্যৱস্থা কৰিব লাগে ।
@debojitbora7908
@debojitbora7908 5 ай бұрын
Assam police go back
@ShantanuDas2100
@ShantanuDas2100 5 ай бұрын
অসম পুলিছক আমি দালাল বুলি জানো
@rajeshhazarika1663
@rajeshhazarika1663 5 ай бұрын
আৰু ঘোচখোৰ
@bitopanhazarika5903
@bitopanhazarika5903 5 ай бұрын
বৰ বেয়াকৈ মাৰিছে,নেপাই দেই; আজি ক্ষমতা আছে,কাইলৈ বাটৰ ভিক্ষাৰি হবি,তেতিয়া কি হব,ক্ষমতা বোলা বস্তু তো কাৰো চিৰ স্থায়ী নহয়
@hemantaborgohain4493
@hemantaborgohain4493 5 ай бұрын
বিজেপিত যোগদান কৰা হলে বাচিলে হয় কিজানি ।
@biswajitborah6330
@biswajitborah6330 5 ай бұрын
Manab Odhikart Case korak
@rabokantadas9732
@rabokantadas9732 5 ай бұрын
এইকেইটাক চাকৰি পৰা খেদি পঠিয়াব লাগে।
@hou.2gvlog
@hou.2gvlog 5 ай бұрын
Assam police ye Nagaland Police ba Meghalaya police r pora akon man holeo Gyan lobo lage.... Nagaland Police & Meghalaya police save their person....
@moksham674
@moksham674 5 ай бұрын
Off duty pale vhal maribo lage police kaitaak
@rajeshhazarika1663
@rajeshhazarika1663 5 ай бұрын
😂বঢিয়া আইডিয়া👏 👍
@rupkhan-pl7bj
@rupkhan-pl7bj 3 ай бұрын
Mama Asanohay
@jagadishsaharia819
@jagadishsaharia819 5 ай бұрын
JINDABAD jindabad , Vote diya vote DIYAK 😂
@jyoti9293
@jyoti9293 5 ай бұрын
Thik pitan dise baideu a 😭😭
@SaikiaSaikia-lv8jy
@SaikiaSaikia-lv8jy 3 ай бұрын
এটা কাম কৰক যি কেইজনে আনিছিল, সেই কেইজনৰ ওপৰত কেছ দিয়ক।
@HBOFX
@HBOFX 5 ай бұрын
Assam police hai hai ✊
@ShantanuDas2100
@ShantanuDas2100 5 ай бұрын
পাখৰিক যেগাত ভুত জলকী্যা সানিলে গ'ম পালে হয়
@rajeshhazarika1663
@rajeshhazarika1663 5 ай бұрын
😂কোনে সানিব ?
@AnkurDeka-lv8bq
@AnkurDeka-lv8bq 5 ай бұрын
এই জনীক মই পাব লাগিছিল ফালি দিলো হয় চেত
@HafizurRahman-gh8jq
@HafizurRahman-gh8jq 5 ай бұрын
BJP Hatao desh basao 3:58
@user-kz9yd1kg6e
@user-kz9yd1kg6e 5 ай бұрын
Hoi dada amr gaont ajonr ghrr gutei keijonk aneke pitise.aru dadajon absrr pist mori thakile
@rider-21game11
@rider-21game11 5 ай бұрын
No prov no metter ...human being alive
@childimprove2585
@childimprove2585 5 ай бұрын
Bjp sarker amolar kam bjp
@habizulkhan786
@habizulkhan786 5 ай бұрын
immediately suspend now😡😡
@dipoksaikia1483
@dipoksaikia1483 5 ай бұрын
Anekuwa police r solution ata A ase ehotor ghoror details lobo lage aru bodoli lobo lage
@tarunhandique9728
@tarunhandique9728 4 ай бұрын
মামাই এই য়া গোন্দা ৰাখিছে পুলিচ নহয়
@digbolsaikia
@digbolsaikia 4 ай бұрын
Great, aru vote de bjpk.
@Garofashion2716
@Garofashion2716 5 ай бұрын
Hi Himanta mama olop Sauk manuk enekua hasti dibo pare naki Assam police poisar laloch tamam
@reemakalita5289
@reemakalita5289 5 ай бұрын
❤ bravo security system assam
@tsgaming5343
@tsgaming5343 4 ай бұрын
Eai matter tu Assam government r Home department e investigation kori necessary step lobo nuwarene?
@rahulaxom2603
@rahulaxom2603 5 ай бұрын
Police manei ghin loga paxu... 😮😮😮 Dada apuni case diok....
@user-qv5xh7dq2l
@user-qv5xh7dq2l 4 ай бұрын
Soop soor
@user-cr6nk8xg5p
@user-cr6nk8xg5p 5 ай бұрын
BJP mundabad....vote nidibo......
@JKGogoi-me4gq
@JKGogoi-me4gq 5 ай бұрын
19/04/2024,, গম পাই যাব
@nilutpalsaikia9957
@nilutpalsaikia9957 5 ай бұрын
😢😢
@A2Zby-cd5qc
@A2Zby-cd5qc 5 ай бұрын
কিমান টকা লৈইছে 😂😂🎉🎉
@technotips442
@technotips442 5 ай бұрын
Amar arokki muxai kintu duxiyar agot virotto dexuabo pare . 😊
@pankajrahang9640
@pankajrahang9640 5 ай бұрын
Suprim court goi complaint korok....hunkale...
@rajeshhazarika1663
@rajeshhazarika1663 5 ай бұрын
চব বেকাৰ এইখন দেশত😏
@bijusaikia5372
@bijusaikia5372 5 ай бұрын
মহাপুৰুষ কেইজনাক নিজৰ নিজৰ সমাজত সামাজিক ভাৱে এঘৰীয়া কৰিব লাগে যিহেতু আইনে তেওঁলোকক সংযমী হবলৈ শিক্ষা দিয়া নাই। ক'ত গ'ল মানৱ অধিকাৰ আয়োগৰ কৰ্মকৰ্ত্তাসকল ?
@Bantikarmakar-x7r
@Bantikarmakar-x7r 5 ай бұрын
বহিষ্কাৰ দিয়ক এনে আৰক্ষীক, এই বিলাকে ঘোচ লবহে ভাল কে জানে
@axommukesh...5989
@axommukesh...5989 3 ай бұрын
Mamai aiburor uporot kiba koribo lage
@PranjalTamuli-sd4bl
@PranjalTamuli-sd4bl 5 ай бұрын
সংগঠনবোৰ কত গল এতিয়া
@diyaanbora
@diyaanbora 5 ай бұрын
Vitort humai hui ase...sb kla hui Jai toka agt..
@user-bq3vt8ot6h
@user-bq3vt8ot6h 4 ай бұрын
ধিক্কাৰ অসম আৰক্ষী 😢😢😢
@user-mc5dw9eu7y
@user-mc5dw9eu7y 5 ай бұрын
BJP Hatau
Nastya and balloon challenge
00:23
Nastya
Рет қаралды 25 МЛН
Just Give me my Money!
00:18
GL Show Russian
Рет қаралды 1,1 МЛН
Incredible Dog Rescues Kittens from Bus - Inspiring Story #shorts
00:18
Fabiosa Best Lifehacks
Рет қаралды 39 МЛН
BELTOLA || Petrol Pump || Guwahati || Assam
3:05
DY365
Рет қаралды 453 М.
ট্ৰেডিঙক লৈ সৰৱ কংগ্ৰেছ
3:44
39.1°C | Mercury level spirals to record high in Guwahati
3:12