Рет қаралды 31,398
শিক্ষয়িত্ৰীৰ শিৰত ছাত্ৰৰ সেন্দূৰ, পিন্ধালে ‘মংগলসূত্ৰ’ও৷ শ্ৰেণীকোঠাৰ ভিতৰতে ছাত্ৰ-শিক্ষয়িত্ৰীয়ে ৰচিলে বিবাহ! ভিডিঅ’ ভাইৰেলৰ পিছতে বিপদ বাঢ়িছে শিক্ষয়িত্ৰীৰ! ঘটনা তদন্তৰ নিৰ্দেশ মহাবিদ্যালয় কৰ্তৃপক্ষৰ৷ শিক্ষয়িত্ৰীৰ দাবী ‘চাইকো-ড্ৰামা’ৰ অংশহে আছিল৷ পিছে আচল ঘটনা শুনিলে আচৰিত হ’ব আপুনি!
A bilingual news channel from North-Eastern India based in Guwahati, Assam. We bring you the latest news 24x7.
'অসম লাইভ ২৪'ত খবৰ, বিভিন্ন লেখা পঢ়িবলৈ Like, Follow আৰু Subscribe কৰকঃ
/ asomlive24
/ @asomlive24digital
#asomlive24
#axomlive24
#assamlive24
#breakingnews
#exclusivenews
#currentaffairsofassam
#dailynewsupdate
#dailynews
#assamkanews
#latestnewsofassam
#latestnews