মানুহে মত-মন্দিৰ, মছজিদ আদি সকলোতে ভগৱান আছে বুলি বিশ্বাস কৰে যদি ভূত আত্মা নাই ভগৱানক মানুহে কিয় বিশ্বাস কৰে ,ভূত আত্মা থকাৰ বাবে ইটো মানুহে ছাগে ভগৱানক ভগৱান আছে বুলি বিশ্বাস কৰে ।
পৃথিৱীত ভূত আছে সঁচা কিন্তু এওঁলোকে যে ভূতৰ লগত কথা পাতি আছে সেইটো মিছা।।।।।ভূতে কথা পাতিব নোৱাৰে
@ranjibborah3274 Жыл бұрын
Video bhalkoi sawok, matra light signal diche, kotha pota nai
@premsondaimari2885 Жыл бұрын
Ji jon prectikel tew he buji pai, aku nopwa aku buji napai, 33kouti devotai bhut, ehote misoliya bhut, ehotor horir nai, oinor horirot humai bah kore, ehotok voy korile ehote sol pai, dom dile pitri aru putror namot ehote polai jai,
@hrishikeshdeka35462 жыл бұрын
মক্কেলামিৰো এটা সীমা থকা উচিত। ব্লক কৰিলোঁ...
@sonjoy84282 жыл бұрын
Moiu korilu
@mrinmoyphukon58232 жыл бұрын
Mjhh
@bhupendas30782 жыл бұрын
Great constrictive work, 🙏, ভূত, পেত,অশৰীৰ আত্মা এই পৃথিৱীতে, কমফল বা দুঘতনাৰ হেতু আছে । সেই হে প্ৰকৃতিৰ পবিত্ৰতা নিয়ম মানি চলিব লাগে/ জীবন ধাৰন কৰিব লাগে । আপোনালোকলৈ অশেষ ধন্যবাদ ও শুভেচ্ছা, নমস্কাৰ জনালোঁ ।
@sonjoy84282 жыл бұрын
😂😂
@dhunudhunu5307 Жыл бұрын
Hoi dada hosa kotha moi bissakh kora nasilu jetiya mur lgt ei xangho tito gol bissakh korilu sob aase jar hoise xihe jane
@angshudas7601 Жыл бұрын
@@dhunudhunu5307 ase ase soxa moiu seka paisu
@vsm5550 Жыл бұрын
😝😝😝😝😝😝😝😱😱😱👍
@Sensiffx77 Жыл бұрын
🤣🤣🤣🤣🤣🤣
@bhaitisingha60632 жыл бұрын
উলো বনোৱাৰ সীমা থাকে দেই সীমা পাৰ হৈ গৈছে
@pobonkumardas36062 жыл бұрын
হৈছে আৰু
@dibasvlog15462 жыл бұрын
ভেকোভাওনা ফটোৱা নিউজ। লাইটৰ পোহৰৰ জৰিয়তে আত্মাৰ সতে কথা। কি যে অদ্ভুত নিউজ। ভূত প্ৰেত আত্মা আছে বুলি বিশ্বাস কৰো কিন্তু এনেবোৰ লাইট জলাই কথা পতা এইটো হাঁহিৰ খোৰাক দিয়া বাতৰিহে।
@johnemanuel3490 Жыл бұрын
🤣
@gitikadas3136 Жыл бұрын
Fr
@Tarunkumarapa2 жыл бұрын
This instrument name K2 or EMF(electro magnetic field) mtr Gaurav tiwar the person who's first use in india
@latumoniilatumonii87342 жыл бұрын
হাঁহি হাঁহি মোৰ পেত বিষাই গৈছে ধূৎ অপবাদৰো এটা সীমা আছে কেলা বিশ্বাস নকৰো
@joyjitrajkhowa40102 жыл бұрын
Light টো মযো ON OFF কৰি দিব পাৰিলো হেতেন । মানুহক বুৰবক বনাই লাভ নাই।
@Monuranjan6000 Жыл бұрын
Umm only for views
@kanoujdeka8445 Жыл бұрын
Adin toy akali jabi son
@nayansarma9961 Жыл бұрын
Kam nai fal2
@nainamedhi360 Жыл бұрын
Hahaha কি যে নহয় এইবোৰ.. আত্মাৰ লগত কথা। যদি সঁচা হলহৈ এনেকৈ কথা সুধি নাথাকি আপোনালোক ফৰিং চিটিকা দিলেহৈ তাৰ পৰা। মৰি যোৱা পিছত এনেকৈ মেচিনৰ জৰিয়তে কথা পাতি আছে আপোনালোকক মানিছোঁ দেই। এনেকুৱা হ'লে মৰি যোৱা পিছত সকলোৰে লগত কথা পাতিব পৰা যাব চোন। অশৰীৰি আত্মা বুলিনো কি আছে? কোনে জানে স্বৰ্গ বুলি যে কিবা আছে? যে ভালকৈ মৃত্যু হলে স্বৰ্গত যাব আৰু দুৰ্ঘটনাগ্ৰস্ত হৈ মৃত্যু হলে অশৰীৰী আত্মা লৈ ঘূৰি ফুৰিব। আৰু মানুহৰ জীৱতো হ'ল এটা pump type মেচিন। যেতিয়ালৈ উশাহ নিশাহ চলি থাকে তেতিয়ালৈ আমাৰ দেহৰ অংগ বোৰে কাম কৰি থাকে, শিৰত তেজ চলাচল কৰে। হাওঁফাওঁৰ কাম চলি থাকে। আৰু যেতিয়াই হাওঁফাওঁ স্তব্ধ হৈ পৰে তেতিয়াই মৃত্যু ঘটে। আৰু এই মেচিনতো কম্পিউটাৰৰ জৰিয়তে কনট্ৰল কৰি থকা হৈছে, কথাখিনি কোনোবাই কৈ ৰেকৰ্ড কৰি থোৱা হৈ যিখিনি তাত শুনাই দিয়া হৈছে। lighting খিনিও মানুহে কৰি আছে। সম্পূৰ্ণ প্লেনিং মতে newsতো বনোৱা হৈছে। আৰু ভয়েই ভূত.. তাৰ বাহিৰে আন একো নাই।
@Miduldutta2 жыл бұрын
কাম নাই আৰু হা,,, মৰি যোৱাৰ মানুহে তুমাৰ লোকৰ লগত কথা পাতিলে ন, মানুহ বোৰে ভয় কৰি সেই ঠাই ডখৰ পৰা সোনকালে পাৰ হৈ যাবলৈ বোলি গাড়ী অতি বেগেৰে চলাই এতিয়া বেছি হে মৃত্যু মুখত পৰিব,
@pranjalsaharia84492 жыл бұрын
Right
@mrinmoyphukon58232 жыл бұрын
Ai pgl kaitak tat rati bandhi thoi debo lage 🤣😂 mut ulai jabo kela
ata light duta light jolaok klla dewali pisa niki. 😂😂😂
@opvideo70292 жыл бұрын
বিজ্ঞানে কি গবেষণা কৰিলে, ভূতৰ খবৰেই নাজানে ।
@gamingzone481621 күн бұрын
Tumar jonmo kio hol Jonmo r agt ki asila Mritu pst ki hobo
@basantahira86452 жыл бұрын
আপোনা লোকৰ টিমটোৰ লিডাৰ কোন?
@bonraj61942 жыл бұрын
লাইট জ্বলাই দিব পৰা ভুত ।
@user-jb8jf1br3f Жыл бұрын
সুন্দৰ পদক্ষেপ ♥️
@ranineog2827 Жыл бұрын
Jodi bhogoban Ase bhutu Ase
@rittikkashyap8612 Жыл бұрын
Jodi Bhut ase , Bhagwan o ase . Jodi Mama ase , Bhagin o ase . Jodi Sakori ase , Dalali o ase . Jodi Police ase , Bheti o ase . Jodi Prem ase , Ghrina o ase . Jodi Axa ase , Niraxa o ase . Jodi tumi asa , moiu asu ..! 😝
@chinmoyeebaruahsumu23339 ай бұрын
iss ram
@rishavpachani95149 ай бұрын
9o9oki
@koustavborah28559 ай бұрын
Tomei boot.
@BisheswarBhumij-oi5tz7 ай бұрын
..
@nainamedhi360 Жыл бұрын
আপোনালোকৰ কথাত যে খুব হাঁহি উঠিছে। ভূতক হে কয় ভয় কৰা বুলি। lighting মানিব লাগিব। তেওঁলোকো কম নহয়...যন্ত্ৰ পাতি চলাব পৰা ভূত। ধেৎ টেৰী😂😂
@diplinashorts Жыл бұрын
আটাইতকৈ বেছি ভাল কথা টো হল যে ভূত এ English words বুজি পাইছে 😂😂😂 ভূত ও লাহে লাহে ডিজিটেল হৈছে আৰু 😂😂 সংবাদ দাতা আপুনি ভূত কেইটা জীৱন যাত্ৰা অব্যাহত ৰাখিবলৈ কেইটামান টকা Paytm t দি আহিব লাগিছিল নেকি??😁
@chiring.72 жыл бұрын
I believe in this matter . Because one day someone pushed me on my body at evening time in my childhood along 7 30 . . But I hadn't seen anyone evven if that time there was lighting .
@karabirnp16762 жыл бұрын
English pushed you
@abhijitkantisarkar79222 жыл бұрын
I was that person... I'm nt a ghost 😂
@lyrmusic34652 жыл бұрын
Ki ba kole Buji a napalu.....moi gahori mankho di vat khalu de 😁😁😁😁