No video

Assam CM's remarks over Bangladeshi's in Assam, will free 12.5 million Bangladeshis from the state..

  Рет қаралды 165,104

Prag News

Prag News

3 ай бұрын

Assam CM's remarks over Bangladeshi's in Assam, will free 12.5 million Bangladeshis from the state..
Watch the full clip to know more about this story.
#pragnews #assam #cm #himantabiswasarma #bangladeshi #assamgovt
Follow Prag News:
Facebook: / pragnewsassam
Twitter: / pragnews
Instagram: / pragnewsofficial
Visit: www.pragnews.com

Пікірлер: 239
@manikchandradas7057
@manikchandradas7057 3 ай бұрын
ঐ মামা তই সচাই পাগল হৈ গলি দেখোন। 😇😇😇😇😇
@DolinMoran-kp6wm
@DolinMoran-kp6wm 3 ай бұрын
Mamai pagol hua nai kisuman public ke Buji nai pua hihotk aan kiba bujua hol kokai?
@aswinidoley8856
@aswinidoley8856 2 ай бұрын
11111111111111111111111111111111111111111111111111111111111111111111111111111111111111111111111111111111111111111111111111111111111111111111111111111111111111111111111111111111111111111111111111111111111111111111111111111111111111111111111111111111111111111111111111111111111111111111111111111111111111111111111111111111111111
@monuwarabegam5708
@monuwarabegam5708 3 ай бұрын
অসমৰ মুখ্যমন্ত্ৰী ইমানেই দুৰ্বল নে বাঙলা দেশি নেখেদে কি কাৰোবাক ভয় কৰে নে কি
@gs_support_stdnt
@gs_support_stdnt 3 ай бұрын
হাহাহাহা 😂😂😊
@gopalgogoi767
@gopalgogoi767 3 ай бұрын
এই বহু ৰঙৰ কালন্তক অসমৰ পৰা বিদাই নিদিলে মাটি ভেটি অৰ্থনৈতিক সকলো অতি সোনকালে শেষ কৰিব ।
@jugeswarphukan9726
@jugeswarphukan9726 3 ай бұрын
Thikkaseo.aiburhubidha.badi.arulagat.legu.penguhaup.dekhil.katha.hunile.bhabile.bidia.haba.amikunkhan.dekhat.asu.jimanjai.take.karibapara.atu.kene.bjp.dol.
@bitumedhi8392
@bitumedhi8392 3 ай бұрын
Tomalok kiyo Bangladeshi premi iman ..ujonit o ahi ase ... lakhimpur aru golaghat bhori gol
@AshikLaskar-bh6jl
@AshikLaskar-bh6jl 3 ай бұрын
হিন্দু মুসলিম ভাই ভাই,, বিজেপির বিদায় চাই,, বিজেপি হটাও দেশ বাচাও
@kuldeepthappa5101
@kuldeepthappa5101 3 ай бұрын
Bangladeshis hatao Assam bachao
@endofcircle4040
@endofcircle4040 3 ай бұрын
Dhui sudir bhai miya miya Bhai bhai tohtr okay dekhisu 😂
@hemantaborgohain4493
@hemantaborgohain4493 3 ай бұрын
মিঞাঁৰ এনে কমেণ্টবোৰৰ বাবেই তেওঁলোকৰ ওপৰত বেয়া ভাৱবোৰ আহি যায় । এনে কমেণ্টৰ বিপৰীতে গঠনমূখী কমেণ্ট কৰাটো ভাল ।
@Don_Junior105
@Don_Junior105 2 ай бұрын
Jot tohot r number kom tate Bhai-Bhai, aru jot tohot r number besi tat SHARIA.
@Truthseeker433-33
@Truthseeker433-33 2 ай бұрын
@@Don_Junior105 ekdom hosa kotha bro... majority holei hehote nijor asol rup tu dekhai. Tar agote Bhai Bhai acting kore
@rjlhan9842
@rjlhan9842 3 ай бұрын
হিমন্ত যাৰ লগত বিবাহ হয় তাৰেই গুণ গাই।
@assam2006
@assam2006 3 ай бұрын
বাংলাদেশীৰ ভোট বিছাৰি ভালোক নাছ নাছি বাংলাদেশীক আমোদ দিছিল।
@minotisonowal604
@minotisonowal604 3 ай бұрын
Amar cm to bangladeshi banguli
@dulalsarma4875
@dulalsarma4875 3 ай бұрын
মাননী মূখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি নিৰ্বাচনিত সভাত অন্য ৰাজ্যত অসমত ১কোটি ২৫লাখ বাংলা দেশী আছে বুলি কৈছে। ঠিক তেনেদৰে দিল্লীত কিয় কব নোৱাৰে অসমত কা বাতিল লাগে বুলি।সত সাহক নাই। সকলো ৰাজনীতি।গাদী বচাব লাগে । এটা কথা জানি থোৱা ভাল।অতি চালাকি গলে ফাঁচী ।
@SatymevaJayate007
@SatymevaJayate007 3 ай бұрын
মেওঁ মেওঁ দিল্লী 😂
@nowshadali5389
@nowshadali5389 3 ай бұрын
দম আছে যদি দিল্লীত গৈ আইন পাছ কৰি বাংলাদেশী খেদি দিয়ক
@sahabuddinahmed7512
@sahabuddinahmed7512 3 ай бұрын
অতি সোনকালেই হিমন্ত ছাৰক মেন্ত ল হস্পিটেলত ভৰ্তি কৰক।
@ajitpradhan655
@ajitpradhan655 3 ай бұрын
যদি অসমত সিমান বাংলাদেশী আছে তেন্তে বিদেশী মুক্ত অসমৰ বাণী কলৈ গল , মুখ্যমন্তীৰ
@gunamonibordoloi6734
@gunamonibordoloi6734 3 ай бұрын
অসমত বাংলা দেশী আছে যদি। অসমত আলফা থাকিব লাগিব
@jugeswarphukan9726
@jugeswarphukan9726 3 ай бұрын
Hai.bangladesi.khedibale.buli.ashsam.andulan.haisil.arutetia.ulfajanmahaisil.bidekhi.khedibale.aribur.kipagal.bidekhiani.assam.bharaidiba.bapekar.mati.nekar.assam.asham.assamia.mudia.bidekhi.16.may.pisat.talitupola.bandhibalagiba.atia.aku.ultamarise.abibur.assamar.para.khediba.lage.aibure.kidekh.salaba.aibur.sarthapar.manuhak.borbak.banaise..kiamiburbak.neki.atia.assamatkihase.manuh.jiaithakibal.nuariba.haiassamia.hupak.kania.vanai.dekhluriba.bisarise.bjp.sarkaretareuman.oaisu.
@user-ok5qz5ws8c
@user-ok5qz5ws8c 3 ай бұрын
নিজৰ মাকক বিক্ৰী কৰা মুখ্যমন্ত্ৰী ।
@NibaranNath-bx4ee
@NibaranNath-bx4ee 3 ай бұрын
কিয়
@amitmukharjee6907
@amitmukharjee6907 3 ай бұрын
HINDU bangladeshi means refugees were supported by bjp
@user-fb6ji8qi6m
@user-fb6ji8qi6m 3 ай бұрын
অবৈধ বাংলাদেশী অনুপ্ৰবেশকাৰী হিচাবে তেওঁ কাক কি বুলি বুজাইছে ? মুছলমান মুছলমান বুলি যে কৈ আছে হিন্দু বাংলাদেশী অনুপ্ৰবেকাৰী সকল কি বৈধ হৈ গল নেকি ? আমাক হিন্দু মুছলমান কোনো অবৈধ বাংলাদেশী অনুপ্ৰবেশকাৰী নালাগে। হিন্দু মুছলমান যি ধৰ্মৰে নহওঁক কিয় সকলো অবৈধ বাংলাদেশী অনুপ্ৰবেশকাৰীক চিনাক্তকৰণ আৰু বহিষ্কাৰ কৰিব লাগিব । জয় আই অসম !
@utpalgoswami1990
@utpalgoswami1990 3 ай бұрын
হেৰৌ , ফপলু নাচ -- নাচ মিছলিয়া মুদিৰ ED, CBI, IT তোমাৰ বাবে সাজু , নচা বন্ধ কৰিলেই , টিহাৰ জেল ।
@ranjitdutta3411
@ranjitdutta3411 3 ай бұрын
এটা সময়ত বিদেশী ন্যাধিকৰণৰ দায়িত্বত হিমন্ত মন্ত্ৰী আছিল,তেতিয়া কি কৰিছিল ? এইবোৰ হিন্দুৰ ভোটৰ অঙ্কত হিমন্তৰ বান্দৰামিহে।
@papuborgohain8156
@papuborgohain8156 3 ай бұрын
ই তীহাৰত যোৱা দেখিলেই মোৰ এই জীৱনটো ধন্য হব।
@ChayanikaSaikia-kl8fs
@ChayanikaSaikia-kl8fs 3 ай бұрын
😮😮😅
@budheswarnath6516
@budheswarnath6516 3 ай бұрын
👍👍
@asomiaasom6008
@asomiaasom6008 3 ай бұрын
১ কৌটি ২৫ লাখ অনুপ্ৰবেশকাৰী বিদেশী বাংলাদেশীবোৰক হিমন্ত বিশ্ব শৰ্মাই ধৰি বিতাৰণ কৰক অসমক বিদেশীমুক্ত কৰক ।মুখ্যমন্ত্ৰী হিমন্তক পুৰ্ণ সমৰ্থন কৰিম।মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিধান সভাত বাংলাদেশী সকলোক বিতাৰণৰ সিদ্ধান্ত লৈ কেন্দ্ৰ চৰকাৰক বাংলাদেশী বিতাৰণৰ প্ৰস্তাৱ দি হাতে কামে লাগক ।হিমন্তৰ ওপৰত প্ৰতিজন অসমীয়াৰ আৰ্শিবাদ থাকিব ।
@rajeshhazarika1663
@rajeshhazarika1663 3 ай бұрын
দম থাকিলেহে😏
@dhirendrakumarbaruah6906
@dhirendrakumarbaruah6906 3 ай бұрын
চেৰেপাৰ পিত হয় বাংলাদেশী ৰ ক্ষেত্ৰত‌। হিমমত নাই ।
@nowshadali5389
@nowshadali5389 3 ай бұрын
দম নাই মামাৰ
@technicalarif9954
@technicalarif9954 3 ай бұрын
Iman din ki kori asile mama
@pratimasarma1737
@pratimasarma1737 3 ай бұрын
ধৰি বান্ধি পঠিয়াই দিলেই হ'ল সীমাৰ সিপাৰে।
@rajeshhazarika1663
@rajeshhazarika1663 3 ай бұрын
দম থাকিলেহে চৰকাৰৰ 😏
@naturalvlogs6.5
@naturalvlogs6.5 3 ай бұрын
Himantak sinibo aru baki ase nee.... axom ot tu aibilak kotha kobo nowaril jaane kaam nidiye bahirot jai misa mati ase....aruu aifale Bangladeshi hinduk ani ase
@user-ew7xj2eg3l
@user-ew7xj2eg3l 3 ай бұрын
কোনো দিনত নোৱাৰে
@mukulbaruah1833
@mukulbaruah1833 3 ай бұрын
Pratima sharma apuni pariba.
@RahulIslam-oh6dc
@RahulIslam-oh6dc 3 ай бұрын
Mukhere koi thake sinaki kori dakhuwabo lage ....
@ImdadHissain-cg4lm
@ImdadHissain-cg4lm 3 ай бұрын
10 Saal main modi keya dhol bajaia keya....
@Shaib473
@Shaib473 3 ай бұрын
ইমান দিন কৰিলে যে ছোৱালী উঠাই লৈ যায়।
@mehuelbasumatary8199
@mehuelbasumatary8199 3 ай бұрын
Pagla gaya hamara CM
@pranabdas7121
@pranabdas7121 3 ай бұрын
অতি ধূৰ্তৰ গলে ৰচী
@JoyPrakashBorah
@JoyPrakashBorah 3 ай бұрын
ASSAM FOR ASSAMESE NOT FOR OTHERS.🎉🎉🎉🎉🎉🎉🎉❤❤❤❤❤❤❤❤❤❤
@ImdadHissain-cg4lm
@ImdadHissain-cg4lm 3 ай бұрын
Resign dibo lage.. Karon Iman power full cm. Tokar pisoto Bangladeshi iman..
@rajeshhazarika1663
@rajeshhazarika1663 3 ай бұрын
একদম ঠিক
@jekab1996
@jekab1996 3 ай бұрын
One day Assam will hate Hemanta
@jyotishmansportschannel5948
@jyotishmansportschannel5948 3 ай бұрын
অতি চালাক গলাই ফাঁচি।
@Karela7233
@Karela7233 3 ай бұрын
অসমত যদি লুণিনজ্যোতি গগৈ cm হয় তেতিয়া অসমখনৰ কাৰণে ভাবিব
@gamerflight
@gamerflight 3 ай бұрын
Law toi kebol nijr karne vabee 😡 manu dekhile gom pai 🤧
@bitumedhi8392
@bitumedhi8392 3 ай бұрын
Namonit Bangladeshi r vot bisari ahe lurin
@nipendranarayanmedhi876
@nipendranarayanmedhi876 2 ай бұрын
লংকাত গলে সকলোৱে ৰাৱণ হয়, এইটো সত্য কথা।
@user-tp1er3sv9f
@user-tp1er3sv9f 3 ай бұрын
অসমত ১ কোটি ২৫ লাখ বাংলাদেশী আছে বোলি জানে তেন্তে আমাৰ মূখ মন্ত্রীয়ে CAB খন অসমলে অনাৰ কাৰণ কি ? BJP ৰ অন্ধ ভক্ত বোৰক শুধিছো ।
@abdulhamidtalukdar9819
@abdulhamidtalukdar9819 3 ай бұрын
সরকারী থুতা মাতিলে জিএসটি লাগেনা 😮😮😮
@abdulmotaleb9598
@abdulmotaleb9598 3 ай бұрын
পাখি মৰে ৰৈ, মানুহ মৰে কৈ।
@birbahadursonar3221
@birbahadursonar3221 3 ай бұрын
How,they entered in Assam? What did by BSF,SSB and Assam police in border?
@jamalahmed2083
@jamalahmed2083 3 ай бұрын
Allah a jalim ko sambalo
@xyz-og3ce
@xyz-og3ce 3 ай бұрын
😂😂😂😂😂 where are the BJP supporters??? Laj nalage thotor 🙂?
@manikmanik6625
@manikmanik6625 3 ай бұрын
Misa kokha
@user-jn2ug6wp4k
@user-jn2ug6wp4k 3 ай бұрын
এই ফালটুৰাম বলিয়া হ'ল, ঐ ভটৰা অসমীয়াৰ সন্মান শেষ কৰি ভোট বিচাৰিবলৈ তোৰ বুকু কপিব লাগিছিল, চাললা গৰু মুৰখ্মন্ত্ৰী।
@gutungdipakpegu2134
@gutungdipakpegu2134 3 ай бұрын
বলিয়া , পাগল , কৌতুকি আৰু বেপাৰী মুখ্য মন্ত্ৰী ।
@Amio.d5
@Amio.d5 3 ай бұрын
Then why you accept CAA ?
@DhirajPurabi
@DhirajPurabi 3 ай бұрын
অসম খন যদি, কেইজনমান নেতাই চোলাই থাকে, তেন্তে এনে হৈ থাকিব, কিয়নো আমাৰ দৰে সাধাৰণ মানুহে ভোট খেলিলে কোনো এ ভোট দিব নিবিচাৰে,যেন নেতাবোৰে মা গৰ্ভত নতাগিৰী শিকি আহে
@amitmukharjee6907
@amitmukharjee6907 3 ай бұрын
Hemanta is also bengali
@abhishekdutta8314
@abhishekdutta8314 3 ай бұрын
Assamese
@PhilosopherAssam
@PhilosopherAssam 3 ай бұрын
Bengali Hindu ​@@abhishekdutta8314
@Kumar00199
@Kumar00199 3 ай бұрын
@@abhishekdutta8314 tu bhi bengali 🤡🧠
@abhishekdutta8314
@abhishekdutta8314 3 ай бұрын
@@Kumar00199 I am an Assamese
@Kumar00199
@Kumar00199 3 ай бұрын
​@@abhishekdutta8314 dutta is a bengali hindu surname you may be live in Assamese majority area in assam that is the reason you are conlonize by them ,
@jobnews9172
@jobnews9172 3 ай бұрын
जब तक मोदी रहेगा तब तक हेमन्त जिन्दा रहेगा। विपक्ष सत्ता में आई तो हेमन्त जेल में जाएगा
@rajibramphookan9034
@rajibramphookan9034 3 ай бұрын
কোনেও বিতাড়ন নকৰে ৷ নিৰ্বাচনী শ্লোগান আমি বিশ্বাস নকৰো ৷ বাংলাদেশক আপোন কৰি ৰাখিব লাগিব নহলে চীন তাত সোমাব ৷😁😁😁
@mohendradohutia
@mohendradohutia 2 ай бұрын
নিজক চতুৰ বুলি খোজি সন্মান লোৱা অসমৰ ফ,,টু,,,,ৱা,,, মন্ত্ৰী।
@SalimatDdinDdin
@SalimatDdinDdin 2 ай бұрын
হেমন্ত মামা পাগলৰ দৰে কথা কৈছে কাৰণ ইলেক্ট্ৰন প্ৰচাৰত চব কথা কুৱা কিন্তূ আমাৰ অসমৰ কথা ইমান মিছা কথা কিয় কৈছে আৰু আপুনি পাৰিলে প্ৰদতিয়াগ কৰি পাৰে ইমান অসমৰ কথা চিন্তা কৰাৰ মানুহ ইমান বেইমান হ'ব নালাগে//// বাংলাদেশী কুনে সেদিব
@nmb784
@nmb784 3 ай бұрын
Yes
@binodchbarman157
@binodchbarman157 3 ай бұрын
এক কোটি বাঙলাদেশীক সুবিধা দিয়া আঞ্চলিক ৰাজনৈতিক দলে নিজৰ লাভৰ কাৰনে বাৰে বাৰে চুক্তি স্বাক্ষৰিত কৰিছিল Congress চৰকাৰৰ কৌশল প্ৰয়োগ কৰি
@Withindira
@Withindira 3 ай бұрын
Anaka ajon manuh aru 5bsr CM hoi thila gutai assom at ai Bangladesi hbo
@Habijulislam316
@Habijulislam316 3 ай бұрын
আমাক অখণ্ড ভাৰত লাগে। Jai Hind 🇮🇳
@anilboro6516
@anilboro6516 3 ай бұрын
Assam and Odisha 100% Deference otherwise we are Indian.
@tayyeburrahman7362
@tayyeburrahman7362 3 ай бұрын
পূৰ্ব্ব পুৰুষ বঙালী হোৱাত বাংলাদেশী চিনি পোৱাত সুবিধা হল
@archanagogoi7090
@archanagogoi7090 2 ай бұрын
হিমন্ত অসমৰ পাগল মন্ত্ৰী কাৰণ বেলেগ বেলেগ ৰাজ্যত বেলেগ বেলেগ মন্তব্য !!! অসমত এই কথা ক'বলৈ সাহস নাই বাংলাদেশী খেদিবলৈ সাহস নাই । মোদীৰ ১৬ মে' কি হ'ল হিমন্ত পাগল ???
@SriCCDas
@SriCCDas 2 ай бұрын
অসমৰ বাংলা দেশীয় আজিৰ নহয় অতিতৰ পৰা চলি অহা চৰকাৰ কংগ্ৰেছ দলৰ তথা কংগ্ৰেছ চৰকাৰে এই বিলাক কৰিছিল।
@bijitboro5117
@bijitboro5117 3 ай бұрын
I am also old BJP member but I don't care Assam cm
@bishaldas3964
@bishaldas3964 3 ай бұрын
Bjp hataoo Desh bachao 🇮🇳
@AJ-ei7uo
@AJ-ei7uo 3 ай бұрын
e pagol ¥ Nohoi e eta moha kereng manuh
@user-pq2fs1wz3h
@user-pq2fs1wz3h 3 ай бұрын
অবৈধ বাংলাদেশীক খেদিলে হিমন্তৰ ভোট বেংক যে বন্ধ হৈ যাব 😅
@BhagwanDeka-yg4yw
@BhagwanDeka-yg4yw 3 ай бұрын
গোটেই বাংলাদেশীৰ ভোট মামাই ললে এই বোৰ news ৰ এতিয়া কাম নাই।
@litysa4236
@litysa4236 3 ай бұрын
Nis manohikotare rajniti korajonor atit bohut beya thake 😅😅😅
@Zivika9907
@Zivika9907 3 ай бұрын
অসমত হিমান বাংলাদেশী আছে তেন্তে 10 বছৰ কি কৰিলে bjp ।।। হিন্দী কথা কোনো নালাগে বুপায়
@puspadhardeka5665
@puspadhardeka5665 3 ай бұрын
Cm a nije sikar karile. Bangladeshi bahiskar Kariba lage.
@YoungV94
@YoungV94 3 ай бұрын
Assam is not religion, Assam is only for the indegenious People of Assam. Build only quality college, university , hospitals and residence. Think for more developement and investment, no more temple , church or Mosque, think for the people not religion. If you are not capable give me the seat for CM in Assam, i will apply strict Laws and Rules to stay people united and for developement.Thanks. Joi Ai Akhom.
@gs_support_stdnt
@gs_support_stdnt 3 ай бұрын
আমরা ভারতীয় বাঙালি ভয় পাই না!
@kowserlaskar-qt7kv
@kowserlaskar-qt7kv 3 ай бұрын
Let start for this mission 🎉 free from Bangladeshi.
@hafizshamim8147
@hafizshamim8147 3 ай бұрын
বকোয়াছ কথা কৈই ফাই হিমন্ত মামা
@ritumonideka5120
@ritumonideka5120 3 ай бұрын
CM hoi bangladeshi kio khediba pora nai। . Case diba laga eman bangladeshi thakar pisatu CM a kio action luwa nai. Hoi bangladeshi খেদাকৈ,,nahala aijanak jalat diba laga.
@deepkrbaruah2135
@deepkrbaruah2135 2 ай бұрын
সি বান্দৰ/ভালুক নাচ দি দি মানুহক আমোদ দি আছে চাই ভালে ই লাগিছে
@Mimbrangboro4589
@Mimbrangboro4589 3 ай бұрын
Counsil he dile sagoi.
@puspadhardowarah1932
@puspadhardowarah1932 3 ай бұрын
মথুৰা ৰজাৰ এনে ফটুৱা কথাই একো কাম নকৰে।অতদিনে মথুৰাৰাজে কি কৰি আছিল।বোধহয় এই জন কংগ্ৰেছৰ দিন অসম"চুক্তি ৰূপায়ন মন্ত্ৰী আছিল।তেতিয়ি কি ঘোৰাঘাচ কাটিছিল? এতিয়া"যে"মনত পৰিল! কিবা"অৰ্থ আছে জানো?
@mintusaikia8875
@mintusaikia8875 3 ай бұрын
এই বোৰ কোনে নাজানে? মাত্ৰ নকয়। । এইবোৰ এতিয়া সেইবোৰ হৈ থকা নাই।
@jogenkalita4268
@jogenkalita4268 3 ай бұрын
কংৰেছেই বাংলদেশী আনি অসম ভৰাইছে আৰু নিলাজহত তহতেই বাংলাদেশীৰ কথা ক । ৮৫৫জনক শ্বহীদ কৰিছে তহতৰ বাপেৰাহতে কংৰেছ চৰকাৰ কৰি ।কুকুৰহত।
@akashchoudhury8630
@akashchoudhury8630 3 ай бұрын
তেতিয়া তোৰ মাক দেউতাকেও কংগ্ৰেছক ভোট দিছিল।
@hemantarajkonwar146
@hemantarajkonwar146 3 ай бұрын
সাৰাংশ :- অনাগত দিনত কোন বাচে কোন মৰে কোনেও নাজানিব । Nature deserve balancing the Universe from time to time including our graceful state. Comming soon or some how late !!!
@DipDas-vi8ki
@DipDas-vi8ki 3 ай бұрын
imanu toilmordon koribo nelage nijor porialor laj nai buli Amar akhomia jatitur laj ase nohoi, Modi,sahor,bhori selekeboloi iman tol poriboli nelage kintu
@jajneswardeori8893
@jajneswardeori8893 3 ай бұрын
Tum kitna ruia???? Zumla!!!
@hafizshamim8147
@hafizshamim8147 3 ай бұрын
হিমন্ত মামা আপনি পাগল হৈইগল
@robinpadi9715
@robinpadi9715 3 ай бұрын
Kam nai mama
@saratchborgohain
@saratchborgohain 3 ай бұрын
Joy Congress
@7gc970
@7gc970 3 ай бұрын
কংগেছৰ দিনত বাংলাদেশৰ বিদেশীক অসমত থাকিবলেই দিলে বাংলাদেশী বোৰে সোপনী পুটি সিপাই ললে এতিয়া বাংলাদেশীক খেদিব কাৰো ক্ষমতা নাই এই বাংলাদেশীক খেদিব কাৰণে অসমত আন্দোলন হৈ ৮৫৫ জন শ্বহীদ হল কিন্ত এটাউ বিদেশীক খেদিব কাৰণেই সক্ষম নহল ।
@mukulbaruah1833
@mukulbaruah1833 3 ай бұрын
7GC970 toi Bangladeshi, tur Baper Badaruddin miyai tur marar lagat ding dong kari paida karisil, marak khudhi saabi.
@user-of4yf2pu7w
@user-of4yf2pu7w 3 ай бұрын
Cm go back
@bhabendoley6151
@bhabendoley6151 3 ай бұрын
10 bosore ki kori asil?
@hemantaborgohain4493
@hemantaborgohain4493 3 ай бұрын
এইজনাই মূখত যি আহে তাকেই কয় । মূখত চাগে জিভা কেইবাখনো আছে । চাব লাগিছিল ।
@krishnagoyary3308
@krishnagoyary3308 3 ай бұрын
Kotra kisiko nahi hain sirf Hemantajiko hain aur ye Hemanta ka election dailog hain .
@rubikoch5083
@rubikoch5083 3 ай бұрын
পখি মৰে ৰৈই মানুহ মৰে কৈই
@jibonchetia1588
@jibonchetia1588 3 ай бұрын
এইটোল কথা কোনবাই কাণ পাতে যানু।
@mosharofhussain3916
@mosharofhussain3916 3 ай бұрын
আবুল তাবুল বকি লাভ নাই। বাংলাদেশী জদি আছে খেদক। আমি সমথৰ্ন কৰিম
@user-fk6oz6k
@user-fk6oz6k 3 ай бұрын
Mama alunak bhal bule bhabisilu apuni anekua kare ase ,apuni fakotia mama
@mustaqueahmed9191
@mustaqueahmed9191 3 ай бұрын
বুদ্ধিমান 😂😂😂
@mukutdas9432
@mukutdas9432 3 ай бұрын
Assamese people ae kakalat gamosa bandhibar hol. Political leaders holeo sihat virus. Doi ajane jibon di haleo virus borak atarai peloa bhal habo neki. Support me.
@rupalivoiceassam3858
@rupalivoiceassam3858 3 ай бұрын
Himanta go back 🔙
@user-of3rt1rx2t
@user-of3rt1rx2t 3 ай бұрын
Bangladesi CAA joriote citizenship pale etiya ki boki ase
@prasantarai3921
@prasantarai3921 3 ай бұрын
Bidesi sabda bad de.
@b2klite-india-24h
@b2klite-india-24h 3 ай бұрын
35% hindur okhomor NRC t name nai , aru atiya hindur sorkar BJP . jimandin BJP r sarkar takibo ximan din NRC bakosot boria takibo- atiya Bangla deshi buli siyongri taki lab nai
@amritborah4276
@amritborah4276 3 ай бұрын
Jati duhi mama k hataw Assam basaw. Mama r etihas abar sai luwa assamiya . Mama i nijor namot jatik nihses Kori nijor sarthor babe ki kora nai. Tea garden news channel resort school.khilonjiyar bhumi nijor namot kiman korile. Assam aru assamiya jati r akmatra bodon hol HBS. Nijor gadi raikhya r babe nagpur r usarot athu loi, oxigen loi gadi raikhya kora neta hoi mama. Mama k ex CM mohonta dangoriyar dore nises kor assamiya. Dollar bogori hatot Assam aru assamiya jati ketiyau surokhit nohoy.
@technicalarif9954
@technicalarif9954 3 ай бұрын
Mama iman din ki hui asila cm kun asile
@DolinMoran-kp6wm
@DolinMoran-kp6wm 3 ай бұрын
Eta vatat Kam kore Bangladeshi bure, tyre dukanot Kam kore,vonga bostu uthai fure,kisumane farm khule, puali bese,kisumane dangor business humai gol.kisuma police humai gol Indian document bonai.kisumane nam holai aamar suwalibur jot tot loi fure aru suwali bure aku nasai guri fure mane Prem henu andha hoi pasot Ari dia pasot ba Mari pelua ba delhit besi dia pasot he gom pai heia Bangladeshi hoi hi ha ha ha ha ha ha .suwali potabole bohut hohoj assamot, suwalibur potabole hohoj assamot hi haha ha ha
@SKMBV
@SKMBV 3 ай бұрын
Kot mandir vagise he mumai
@ImdadHissain-cg4lm
@ImdadHissain-cg4lm 3 ай бұрын
Dekhao Mandir kaha kaha tuta hain... Itna ghatiya
@dibyajyotigogoi4801
@dibyajyotigogoi4801 3 ай бұрын
আছু কেইটাই কি কৰিছে অ।
@user-fr3bh9dp7d
@user-fr3bh9dp7d 3 ай бұрын
Mama emandin apuni
@allvideo3996
@allvideo3996 3 ай бұрын
Faltu c.m.
@user-pz6rm6tq5e
@user-pz6rm6tq5e 3 ай бұрын
Apuni jodi janei eman din ki ghenta kori asil 😂😂
Fortunately, Ultraman protects me  #shorts #ultraman #ultramantiga #liveaction
00:10
艾莎撒娇得到王子的原谅#艾莎
00:24
在逃的公主
Рет қаралды 48 МЛН
Вы чего бл….🤣🤣🙏🏽🙏🏽🙏🏽
00:18
BJP's vote share falls drastically in Upper-Assam....
7:34
Prag News
Рет қаралды 365 М.
Ip Man 2 | The Boxing Competition
15:57
Cinewatch
Рет қаралды 7 МЛН
World cup Cricket  1992#Imran khan#pakistan #nice #cricket#final#play
9:50
Fortunately, Ultraman protects me  #shorts #ultraman #ultramantiga #liveaction
00:10