কিছুমান উচ্চ/উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ফলাফল হতাশজনক হৈ অহাৰ মুখ্য কাৰণ বিলাকৰ ভিতৰত এটা হৈছে নিচেই ওচৰতে ব্যক্তিগত পৰ্যায়ৰ বিদ্যালয় স্থাপিত হোৱা আৰু অভিভাৱক সকলে অতি উন্নত ফল কামনা কৰি তেওঁলোকৰ সন্তানক সেই বিলাকলৈ প্ৰেৰণ কৰাৰ প্ৰৱণতাই গা কৰি উঠাটো ৷ ওচৰৰ চৰকাৰী বিদ্যালয়ৰ শিক্ষা পদ্ধতি ভাল হলেও বহু পিতৃ-মাতৃয়ে ভুল ধাৰণাৰ বশৱৰ্তী হৈ ব্যক্তিগত বিদ্যালয়হে পছন্দ কৰা দেখা যায় ৷
@mpgvlogs555 Жыл бұрын
@@gitarthachoudhury580 BJP zindabad ✊ ❤️
@ArunKumar-kl2jw Жыл бұрын
শিক্ষক/শিক্ষয়িত্ৰী সকলে Training লওঁতে লওঁতে দেখুন ছাত্র-ছাত্ৰীক পঢ়াবলৈ সময়ে নোপোৱা হ'ল। তেনেহলে শিক্ষার্থী কেনেকৈ Pass কৰিব। এইটোও এটা চিন্তা কৰিব লগীয়া বিষয়।
Teachers just blame students for bad result they think that they are not doing anything wrong.
@nilutpolduttaphotography4703 Жыл бұрын
Bondha kor sakari school..eni dormoha de thakiba nalaga class nkorela
@apnadesh9477 Жыл бұрын
New Private schools are coming up in Assam, so these Govt. schools should be shut. Otherwise how these private schools will run??? Who will fund these private schools??
@manujpagag8290 Жыл бұрын
very good step for future in assam
@mpgvlogs555 Жыл бұрын
@@gitarthachoudhury580 BJP zindabad ✊❤️
@Anuradha46787 Жыл бұрын
Schoolr mastor burbok transfer korok belegor mastor ni Val school mastor Ani bohabo lage
@kishorhaloi5563 Жыл бұрын
চিঃ জনতা অসহায়বোধ তথাপি কিয়নো বুজি পোৱা নাই
@juggleassam1062 Жыл бұрын
Sarkare parvate school khulibo. Nijar lave hobe.
@ruhitdihingia8210 Жыл бұрын
কেৱল বেয়া ৰিজাল্ট মূল কাৰণ নহব'ও পাৰে, অন্য ৰহস্য জনক কাৰণ নাই বুলি এতিয়াই কব নোৱাৰি। অসমীয়া মাধ্যমৰ বিদ্যালয়ক কৰা শ্ৰদ্ধা দীৰ্ঘকালিন নহ'ব পাৰে। স্কুলৰ ৰিজাল্ট ভাল কৰা অন্য বহু বিকল্প আছে।
Mantri buror lora sualik sorkari school ot admission diyok. Result bhal hobo.
@kau5109 Жыл бұрын
Khub val korise.... Sab bandh kori diba lage ...... asomiya manuh r kam nai bjp vote diyak. Assuji hule , ulfaji e Paisa khale.....Mama-mami Zindabad 👏👏👏
@p.b.9637 Жыл бұрын
Good decision
@gunadharengjai6589 Жыл бұрын
Welcome to closer of secondary school which performance was very poor in the HS LC Examination.Appropriate step by the Goverment
@kailashbormudoi3580 Жыл бұрын
Mja
@nabanitabarman9768 Жыл бұрын
Very good step.
@kushalsaikia1214 Жыл бұрын
ভাল সিদ্ধান্ত চৰকাৰৰ ।।
@ramjanahmed3169 Жыл бұрын
Vlei korise ,enei salary loi thake
@anukulrabha5766 Жыл бұрын
ৰাজ্যত বৰ্তমান মহম্মদ বীন টগলঘৰ ৰাজত্ব চলি আছে ??
@suranjanadevray8047 Жыл бұрын
Aru ja ki ki bondho hobo aikohon sorkaror dinot.
@nilimaboro-dc1hq Жыл бұрын
Ni ni
@rajaniborah6044 Жыл бұрын
Such organisers may be open HSLC fail school!
@gourisankargogoi9178 Жыл бұрын
মইটো কওঁ চব চৰকাৰী বিদ্যালয় বন্ধ কৰি student বোৰক private school ত নাম লগায় তাৰ খৰচ চৰকাৰে বহন কৰক। Government school ৰ মাষ্টৰক দৰমহাৰ নামত যিমান টকা দি আছে তাৰ আধা টকাৰেই হৈ যাব। বিদ্যালয় বোৰ চৰকাৰীকৰণ নোহোৱালৈকে ৰিজাল্ট ঠিকেই থাকে। দৰমহা পোৱাৰ পিছতহে ৰিজাল্ট কিয় বেয়া হয় বুজি নাপাওঁ।
@udayroy4176 Жыл бұрын
☺️☺️☺️☺️
@bhodreswarkeleng9867 Жыл бұрын
Good step but jobless increases
@mosudurrahman907 Жыл бұрын
Sarkari khakalu school bondho koribo lage.private school t pare jodi diok,nohole porha khuna baad diok.ohhhh amar CM sir r school t discount diar bebostha koribo pare dekhun
@mehuelbasumatary8199 Жыл бұрын
Do HCM take responsibility on the matter?
@educationcompany.6793 Жыл бұрын
বিদায় হে BJP
@mpgvlogs555 Жыл бұрын
@@gitarthachoudhury580 BJP zindabad ✊❤️
@mendisbapu8450 Жыл бұрын
Ki hob amar government
@shyamantabora6421 Жыл бұрын
Good step of government.suspend the teachers immediately
@jaijaganath7481 Жыл бұрын
Moja👍 anai dormoha khai thaka, good Step
@bikashborah_ Жыл бұрын
এশ সতাছী টো কিমান
@chamling8426 Жыл бұрын
😂😂😂😂🤟
@nilutpolduttaphotography4703 Жыл бұрын
Nijar lora suwali private school deba ...laga ako sarkari job