Assam News: ধৰ্মান্তৰিত লোকে জনজাতিৰ সুবিধা লাভ কৰাটো কিমান যুক্তিসংগত?

  Рет қаралды 37,714

ND24

ND24

Күн бұрын

Пікірлер
@Meri-ep9ll
@Meri-ep9ll 18 күн бұрын
গোটেই পৃথিৱীৰ দেশখনৰ মানুহ, সকলো জাতি-জনগোষ্ঠীৰ বা সকলো ধৰ্মৰ লোকসকল , ঈশ্বৰৰ বাবে এটাই পৰিয়াল । কিয়নো মৰাৰ পাছত একো ধৰ্ম নাথাকে মানুহক ঈশ্বৰে তিনিটা বস্তুৰে বনাইছে শৰিৰ , প্ৰাণ আৰু আত্মা । শৰিৰ মানুহৰ পাপৰ কাৰণে মৃত্যু হয় কিন্তু মানুহৰ আত্মা কেতিয়াও নমৰে বাইবেলে কয় এই পৃথিৱীৰ পৰা জোৱাৰ পাছত মানুহে দুটা ঠাইত যায়। প্ৰথমটো হৈছে আমাৰ সৃষ্টিকৰ্তাৰ ওচৰত আৰু দ্বিতীয়টো হৈছে সৃষ্টিকৰ্তাৰ পৰা দূৰত। এই শৰিৰত থাকোতেই সৃষ্টিকৰ্তা ঈশ্বৰক বিছাৰি লক, নহ'লে পিছত প্ৰস্তাব।❤❤
@prodipsanga3807
@prodipsanga3807 17 күн бұрын
Right amen
@RitopanRajbongshi4
@RitopanRajbongshi4 16 күн бұрын
থেৎ মাদাৰচুদ।
@moheshdoley5489
@moheshdoley5489 14 күн бұрын
Nijor mak deutak Ari anok ma deutak buli mani luatu tumar karone dhormo hoi niki
@Meri-ep9ll
@Meri-ep9ll 14 күн бұрын
@@moheshdoley5489 মোৰ প্ৰিয় ভাই মাঁ দেউতাৰ জৰিয়তেই আমাৰ জন্ম হয় কিন্তু মাঁ দেউতায়েই আমাক বনাব নোৱাৰে,মাঁ দেউতায়ে গম নাপায় মানুহ কেনেকৈ মাঁৰ গৰ্ভত সৃষ্টি হয় কিন্তু বাইবেল আমাক ইয়াৰ বিষয়ে কয় , গীতমালা ১৩৯: ১৩-১৬ পথ লৈকে কয়ছে ,১৩পথ, ঈশ্বৰে মানুহক মাতৃৰ গৰ্ভত গঠন কৰিলে । ১৪পথ, মই তোমাৰ ধন্যবাদ কৰিম, কিয়নো মই ভয়ানক আৰু অদ্ভূতৰূপে নিৰ্ম্মিত হলোঁ; ১৫পথ , যেতিয়া মই গুপুতে নিৰ্ম্মিত হৈছিলোঁ, তেতিয়াও মোৰ দেহ তোমাৰ পৰা লুকাই থকা নাছিল ১৬পত, তোমাৰ চকুৱে প্ৰথমে উৎপন্ন হোৱা মোৰ আকাৰ দেখিলে আৰু সকলোৱেই তোমাৰ বহীত লিখা আছিল ; যি কালত সেইবোৰৰ এটিও নাছিল, সেই কালত মোৰ সকলো দিন নিৰূপিত হৈছিল। भजन संहिता १३९ : १३-१६; १६ पथ तेरी आंखों ने मेरे बेडौल तत्व को देखा ; और मेरे सब अंग जो दिन दिन बनते जाते थे वे रचे जाने से पहले तेरी पुस्तक में लिखे हुए थे।
@RajuUrang-fd1zo
@RajuUrang-fd1zo 13 күн бұрын
Thike ase kinto Jiyai thakute jar ji xubida lobo lge.Nijor to lobo aru belegor o lobo eto ki kotha vai.
@rajumili3271
@rajumili3271 18 күн бұрын
মোৰ হৃদয় ভাঙি যায় যে এই দেশৰ যিসকল লোকে এই ধৰ্মধ্বনি শুনিবলৈ আটাইতকৈ বেছি প্ৰয়োজন তেওঁলোকে নুশুনিব। মই প্ৰাৰ্থনা কৰোঁ যে পবিত্ৰ আত্মাই তেওঁলোকৰ লগত কথা পাতিব আৰু তেওঁলোকে সত্য বিচাৰিব আৰু আকোৱালি ল’ব। প্ৰকৃত ন্যায় কেৱল যীচু খ্ৰীষ্টৰ ব্যক্তিত্ব আৰু কৰ্মৰ দ্বাৰা ৰূপান্তৰিত হৃদয়ৰ পৰাহে আহিব লাগিব আৰু আহিব পাৰে।"
@novomipatir6463
@novomipatir6463 18 күн бұрын
Doni polotu kuntu partot likha ase
@jintudeori1161
@jintudeori1161 17 күн бұрын
Praise the lord
@JuhanPegu-wm7sb
@JuhanPegu-wm7sb 17 күн бұрын
praise the lord
@tutumoni4432
@tutumoni4432 14 күн бұрын
লাজ কৰ,তোৰ ককা-আইতাই ক্ৰিষ্টিয়ান কি গম পাইছিলনে?
@rajumili3271
@rajumili3271 7 күн бұрын
​@@tutumoni4432kio laj pam mur kokha xaita christian hoii Mori gol.
@mridupabondoley3296
@mridupabondoley3296 17 күн бұрын
দ,নি প ,ল য়েলামক বহুত বহুত ধন্যবাদ জনাইছো
@kiranmorang8490
@kiranmorang8490 14 күн бұрын
😂
@dulendoley4043
@dulendoley4043 13 күн бұрын
বিশ্বত খ্ৰীষ্টান মুছলমান,হিন্দু, বুদ্ধ ইত্যাদি ধৰ্ম আছে। কিন্তু মানৱ ধৰ্ম যে সৰ্বোচ্চ ইয়াক নজনা দোষত আজি বিভিন্ন দেশ বিভিন্ন অপৰাধী লোক বাঢ়ি গৈ আছে। ধৰ্মকলৈ ৰাজনৈতিক কৰিব নেপাই। আৰু ধৰ্ম লৈ আমাৰ মিছিং সমাজক ভাগ ভাগ কৰিব নোৱাৰিব । নিজ নিজ মতে ধৰ্মপালন কৰিলেও আমি সকলোৱে মিছিং, অসমীয়া আৰু ভাৰতীয় হয় সকলোৱে সদায় মনত ৰাখিব লাগিব। ধৰ্মক লৈ জাতি পৰা বাদ দিব নোৱাৰো।
@MainaPegu-ib2fg
@MainaPegu-ib2fg 18 күн бұрын
Jesus is the lord of the world.I believe Jesu ❤❤❤❤❤
@M_Doley
@M_Doley 18 күн бұрын
@@MainaPegu-ib2fg Do:nyi -Po:lo is the creator of Universe..Bomyérung Do:nyi- Po:lo
@dikudoley-wx7wi
@dikudoley-wx7wi 17 күн бұрын
Garbage of mising.... shame on you
@RunjunMili
@RunjunMili 14 күн бұрын
😂😂😂😂
@davidmili3427
@davidmili3427 19 күн бұрын
আমাক কোনো পলোভন দিয়া নাই। ঈশ্বৰে মনুতৎ কৰি লে।
@siuekerketta5378
@siuekerketta5378 18 күн бұрын
আপোনাৰ কথাত মই একমত আছোঁ।
@milidream7719
@milidream7719 18 күн бұрын
Tumi mising oi jonom lobo nalagisil, Bethlehem- Jerusalem israel jonom lobo lagisil
@moheshdoley5489
@moheshdoley5489 14 күн бұрын
Hosa koisa
@manojswargiary1403
@manojswargiary1403 18 күн бұрын
দ:ঞি প:ল:সংগঠনে যি কাৰ্য্যসূচী লৈছে ইঅতি সুন্দৰ পদক্ষেপ আৰু সময়উপযোগী হৈছে। আপোলোকক ধন্যবাদ জনাইছোঁ।
@NorenKardong
@NorenKardong 17 күн бұрын
@@manojswargiary1403 দঃনি-পঃল সঃঘটন মিচিঙৰ অভিৱাবক নহয়। সিহঁতে হিন্দ্বুত্ববাদীৰ অনুগামী হয়।
@DichembarNarah
@DichembarNarah 18 күн бұрын
আমাৰ মিচিং সমাজত কিমান টা অস্থলত দ:নি প:ল ধৰ্ম পালন কৰি আছে এই তো আগতে তালিকা বনাই ল'ব লাগে,, তাৰ পিছতে কাৰোবাক প্ৰতিবাদ কৰিব লাগে বুলি ভাবোঁ,,,,
@Aniom476
@Aniom476 18 күн бұрын
Donyi-Polo namet hinduttavadi ehot, xabodhan ei keitar pora ehoti donyi-polo hindu religion r sect buli vabe.
@labataidlabataid3927
@labataidlabataid3927 17 күн бұрын
Bhut ase
@nayanmonipigfarm1777
@nayanmonipigfarm1777 12 күн бұрын
Apuni pahori goise dada
@dharmendrakaman1859
@dharmendrakaman1859 18 күн бұрын
ভাৰতৰ সঙবিধানতেই লিখা আছে যিকোনো ধৰ্ম গ্ৰ্হন কৰিব পাৰে ত্যাগ ও কৰিব পাৰে। মাথো শান্তিৰে জীয়াই থাকিলেই হ'ল
@mdonlinehelp3101
@mdonlinehelp3101 17 күн бұрын
Bhai dhormo lole lowk aku apotti nai bhai tumi jana ne dhormo namot je hongskriti heraise lastt mising naikiya hobo tar bijoye ki koba
@Mr.wilson88-b
@Mr.wilson88-b 19 күн бұрын
Marry Christmas 🎉
@BabuDoley-y3z
@BabuDoley-y3z 17 күн бұрын
I love jisu❤❤❤❤❤
@GautamSonowal-n8c
@GautamSonowal-n8c 14 күн бұрын
সত্যক কোনেও বাধা দি ৰাখিব নোৱাৰে। আত্মা আৰু পৰম আত্মা বিলীন হলে কোনো প্রলোভন দিলেও গ্ৰহণ নকৰে। শ্ৰীকৃষ্ণই অৰ্জুনক গীতাত কৈছে, ধৰ্ম দান মহা দান। যীশু খ্ৰীষ্টই পৃথিৱীত কাকো ধৰ্ম দান দিবলৈ অহা নাই। পৃথিৱীত মানৱ জাতিক শান্তিৰ প্ৰেম বিলাবলৈ ঈশ্বৰ নৰ ৰূপত পৃথিৱীলৈ অৱতাৰ হৈছে।
@pabitrataye3982
@pabitrataye3982 19 күн бұрын
মিছিং সম্প্ৰদায়ৰ ঘূৰি ধৰোঁতা। মিছিং সংগঠনৰ লিডাৰ সকলে কিয় ইয়াৰ সমাধান উলিয়াবলৈ সক্ষম হোৱা নাই।
@LondDoley
@LondDoley 19 күн бұрын
Tumi daito lole bhal hoi. Taye dhangoria. Mising hongotone tikadari kora nai protijon mising manuhor daito ase.
@phanidharrabha8057
@phanidharrabha8057 16 күн бұрын
ধৰ্মান্তৰিত হোৱা লোক সকলে জনজাতিৰ মৰ্য্যদা পোৱাৰ এক বিন্দু মানো অধিকাৰ নাথাকে।
@rajendrataye7279
@rajendrataye7279 19 күн бұрын
আনৰ ধৰম গিনা কৰি লাভ নাই নিজৰ ধৰম টো ভাল ধৰে মানি চলা ৷ ভগভান এটাই ৷
@akhimmili6447
@akhimmili6447 18 күн бұрын
বহুত ভাল পদক্ষেপ গ্ৰহণ কৰিছে ধেমাজিত। এই পদক্ষেপ টো সকলো জিলাতে গহন কৰিব লাগে।
@khagenbasumatary1477
@khagenbasumatary1477 18 күн бұрын
❤🎉 Happy 🎉 Merry Christmas 🎄🎄 God bless you all 💗❤️
@GauriBaruah-gx7ck
@GauriBaruah-gx7ck 13 күн бұрын
কোনে কি ধৰ্ম ল'ব সেইটো নিজৰ ব্যক্তিগত কথা। ইয়াত হস্তক্ষেপ কৰাৰ কাৰো অধিকাৰ নাই। মই ৰাম কৃষ্ণ, গড যিশু, আল্লা হজৰতৰ নাম ল'ব পাৰো অথবা কাৰোৰে নাম নলোব পাৰো।কোনো ধৰ্মকে নামানিব পাৰো জোৰ কৰি কোনোৱে লোৱাব নোৱাৰে। ধৰ্মান্তৰিত হ'লে জনজাতিৰ মৰ্জদা নাপায় বুলি সংবিধানত যদি আছে নাপায়। চৰকাৰে ইচ্ছাকৃত, আক্ৰোশ মূলক ভাবে নিয়ম কৰিলে নহ'ব। হ'লে অসান্তি হ'ব, বিদ্ৰোহ হ'ব।
@ajoypegu_______
@ajoypegu_______ 19 күн бұрын
সুন্দৰ পদক্ষেপ। জাতিক বচাবলৈ ধৰ্মান্তৰিত বন্ধ কৰিব লাগিব।
@JuliKgdas
@JuliKgdas 19 күн бұрын
Oi tur Kam noi
@amarendradoley9341
@amarendradoley9341 18 күн бұрын
​@@JuliKgdasoi maksuda
@DhirenChetia
@DhirenChetia 18 күн бұрын
Baba
@n2pgamer234
@n2pgamer234 18 күн бұрын
Mak sudu toi ki jati
@rajumili3271
@rajumili3271 18 күн бұрын
@@n2pgamer234 toi ki jati
@SouravGogoi-qe6gt
@SouravGogoi-qe6gt 15 күн бұрын
সুন্দৰ পদক্ষেপ ।।।
@thaneswarkagyung2463
@thaneswarkagyung2463 18 күн бұрын
সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিছে।
@nayancheleng9420
@nayancheleng9420 16 күн бұрын
ধৰ্মান্তৰিত কোনো জনজতীয় লোকে জনজাতিৰ সুবিধা পোৱা উচিত নহয়
@TridipDoley-ro3rr
@TridipDoley-ro3rr 19 күн бұрын
ND24 salute ! 🙏
@DorponBaching
@DorponBaching 19 күн бұрын
Praise the lord Amen
@AnandMinz-d8i
@AnandMinz-d8i 15 күн бұрын
I love Jesus❤
@SudirRava
@SudirRava 18 күн бұрын
আমাৰ ৰাভা বিলাক ভাষা হেৰুৱাইছে কালছাৰ হেৰাইছে পোছাক হেৰাইছে খৃষ্টানে উদ্ধাৰ কৰিছে এই বিষয়ত কি ক'ব।
@dikudoley-wx7wi
@dikudoley-wx7wi 17 күн бұрын
Okhol rabhai nohoi..mising first
@GamPurnaNanda
@GamPurnaNanda 17 күн бұрын
অসমৰ নিউজ চেনেলে কি জানে"" মাজুলীত সএৰ যি মাইয়া দৃষ্টি । মাজুলীত আৰু গীৰ্জাঘৰ হ'ব । কোনে 'কি কৰে চাও ।
@SouravGogoi-qe6gt
@SouravGogoi-qe6gt 15 күн бұрын
নিজৰ জাতিক ভাল পাওক,নিজৰ ধৰ্মক কেতিয়াও কম নভাবিব ! সজাক হওঁক।
@TridipDoley-ro3rr
@TridipDoley-ro3rr 19 күн бұрын
এটা সম্প্ৰদায়ত এটাই ধৰ্ম থাকিব লাগে নহলে মতা মাইকীৰ মাজতো কাজিয়া হব ! সমাজটোতো ভাগ ভাগ হবই ! এয়া 110% খাটাং !
@hnd8030
@hnd8030 19 күн бұрын
Christian manuhe Christianok biyah kora dekha jai
@BhabakantaTaid
@BhabakantaTaid 18 күн бұрын
প্ৰথমতে নিজৰ পৰিয়ালৰ একতা ঠিক কৰিলে বেছি ভাল হয়, তাৰ পাছত বেলেগকক কবলৈ শিকক।
@TridipDoley-ro3rr
@TridipDoley-ro3rr 18 күн бұрын
@BhabakantaTaid তুমি মানে মিচিং সমাজটো বিভিন্ন ধৰ্মত ভাগ ভাগ হোৱাটো বিচৰা নেকি ! উত্তৰটো দিবা ! মোৰ পৰিয়ালত 100% একতা আছে !
@TridipDoley-ro3rr
@TridipDoley-ro3rr 18 күн бұрын
@BhabakantaTaid তুমি মোক যিহেতু উপদেশ দিব চেষ্টা কৰিলা গতিকে তুমি এতিয়ালৈকে কি কি কৰিলা জনালে ভাল পাম ! লগতে কাৰ কাৰণে কৰিলা সেয়াও জনাবা !
@DorgaprosadLagachu
@DorgaprosadLagachu 14 күн бұрын
Marry Christmas 🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉
@MigamChangmai
@MigamChangmai 18 күн бұрын
i❤jesus
@dhormendradoley7382
@dhormendradoley7382 19 күн бұрын
Very good initiative for missing community.
@birkhangbasumatary400
@birkhangbasumatary400 18 күн бұрын
Why good, I am curious
@sitaramdoley3222
@sitaramdoley3222 17 күн бұрын
Not missing. It's Mising.
@komanbimal35
@komanbimal35 18 күн бұрын
নিজৰ সংস্কৃতি নিজৰ পৰম্পৰা জীয়াই ৰাখিব নোৱাৰাবোৰে যাবই ইহঁতে
@AmarPegu-th1kp
@AmarPegu-th1kp 17 күн бұрын
oi kurkur pwuali tumar boyokh kon,gotike mone mone thakhiba
@punsaneappun814
@punsaneappun814 19 күн бұрын
ধন্যবাদ ND24 . সুন্দৰ উপস্থাপন। কুম্বাং ছাৰ সুন্দৰ পদক্ষেপ। সময়ে সকলো শিকাব ।
@mithunmigomofficial.2.0.m90
@mithunmigomofficial.2.0.m90 18 күн бұрын
বিভিন্ন সময়ত বিভিন্ন ধৰ্মলৈ ধৰ্মান্তৰিত হোৱাৰ আৰত বহু কাৰণ আছে,তাৰে ভিতৰত মিছিং সকলৰ ভিতৰত বহুতো আছে। মিছিং সকল প্ৰকৃতাৰ্থত সিন্ধু ধৰ্মৰ নহয়,হ'বও নোৱাৰে কিয়নো আমি বলি বিধান মানো। গতিকে যি কাৰনতেই পূৰ্বতে আন ধৰ্মৰলৈ ধৰ্মান্তৰিত হ'ল তেওঁলোকক পুনৰ নিজ ধৰ্মত ঘুৰাই অনা আৰু নতুনকৈ ধৰ্মান্তৰিত নহ'বলৈ আহ্বান কৰা উচিত। ইয়াৰ ওপৰিও আৰু বহু বিষয় বন্ধ কৰা উচিত, জন্ম দিন পতা,তুলনী বিয়া, বিয়াত ভি আই পি লেভেলত যৌতুক দিয়াতো বন্ধ হ'ব লাগে।
@purabi612
@purabi612 17 күн бұрын
Mishing sakole kiyo hindu dharma nhoi ki khbo bisarise apuni .tene hole dhoni polok kiyo puja kore.dhoni polo ki Cristian neki
@mithunmigomofficial.2.0.m90
@mithunmigomofficial.2.0.m90 17 күн бұрын
@purabi612 Hindu darmar ortho ki apuni olp buji lobo...donyi polo pujilei hindiu hoi neki... misingr dharmatu animism buli koi..hindhu dharmat kunu boli bidhan nai...ami boli di donyi polok puju....hindhu nhy mane crishtiyan nubujai...vakhar ortha tatta olp valke buji loi koba...
@JAYANTAPEGU-e2f
@JAYANTAPEGU-e2f 18 күн бұрын
যিবিলাকে ধৰ্মৰ নামত বিভেদ সৃষ্টি কৰিছে, তেওঁ লোকক এটাই কথা সুধিছো, এই পৃথিৱীত কেই দিন জীয়াই থকিব। পৃথিৱীত দুদিন জীয়াই থাকোঁতে সকলোৰ লগতে মিলা প্ৰীতিত থাকিব লাগে। কোনোবাই খৃষ্টান ধৰ্মত শান্তি পাইছে , কোনোবাই হিন্দু ধৰ্মত, কোনোবাই মুছলিম ধৰ্মত শান্তি পাইছে। য'ত শান্তি পাইছে কোনোবাই তাতেই গৈছে।তাক বাধা দিয়াতো পাপ। মানুহক দুদিন জীয়াই থাকোঁতে শান্তি লাগে। কোনোবাই কিবা এটা কৰি খায় জীয়াই আছে তাক বাধা দিব নাপায়।
@BirKutum
@BirKutum 15 күн бұрын
আমি যদি খৃষ্টান ধৰ্মক গ্ৰহণ কৰোঁ তেন্তে মই ব্যক্তিগত ভাবো আমাৰ মিচিং সম্প্ৰদায়ৰ দঃঞিঃ পঃলঃ অস্তিত্ব ভৱিষ্যৎলৈ হেৰাই যাব সেইবাবে জাতিক বচাবলৈ ধৰ্মান্তৰিত বন্ধ কৰিব লাগে খৃষ্টান ধৰ্মক আমি বেয়া বা ভাল বুলি কবলৈ যোৱা নাই আমি মিচিং মানুহ হিচাপে নিজৰ পূৰ্বৰ যি ধৰ্মক বিশ্বাস কৰো এই ধৰ্ম ভৱিষ্যৎলৈ হেৰাই যাব যদিহে আমি ধৰ্মান্তৰিতক বন্ধ নকৰো
@jkofficial2916
@jkofficial2916 7 күн бұрын
Agt apuni sinta kori Sauk kiman manuhe Hindu dormot ase
@mintugogoi5156
@mintugogoi5156 19 күн бұрын
Praise the lord 🙏✝️
@mpstudio9998
@mpstudio9998 18 күн бұрын
নিজৰ ধনি পল ধৰ্মলৈ ঘূৰি যাব হলে হিন্দু ধৰ্ম এৰিব লাগিব কাৰণ মিচিং মানুহ বিলাক আগতে হিন্দু নাছিল ।
@bipulpayeng7302
@bipulpayeng7302 18 күн бұрын
Ki hassile...
@pankaj0197
@pankaj0197 18 күн бұрын
Doni polo Mane Suriya devota nohoi janu
@DEEPAKTAID-wi5ec
@DEEPAKTAID-wi5ec 18 күн бұрын
Nhole ki sabe christain darmo hbo lagibo nki
@jintucreationxyz
@jintucreationxyz 18 күн бұрын
@@mpstudio9998 ত ই দালাল নেকি..? মিচিং ভাই সকল হিন্দু হয় পূৰ্বৰে পৰা তেওঁ লোকৰ নিজা সংস্কৃতি আৰু পৰম্পৰা আছে.. আজিৰ পৰা ২২০০ বছৰ আগতে খ্ৰীষ্টান.. বুলা বস্তুয়েই নাছিল
@AmarPegu-th1kp
@AmarPegu-th1kp 17 күн бұрын
​@@pankaj0197 tumar nisina murkho burei koi
@Marry2000
@Marry2000 17 күн бұрын
Merry Christmas. Nobody can stop God's work....
@PangingPanging-o7f
@PangingPanging-o7f 19 күн бұрын
Thank you sir❤
@DilipKari
@DilipKari 19 күн бұрын
মিছিং সমাজৰ পৰা মিচিং পৰিচ দিব নালাগে
@BallavPeguPeguballav
@BallavPeguPeguballav 19 күн бұрын
পিতৃ ধমৰ্ৰক এৰি অন্য ধমৰ্ৰত দিক্ষিত হয় তাকেই চান্দাল বুলি কোৱা হয় হিন্দু ধৰ্ম শাস্ত্ৰ মতে।তেওঁলোকৰ নিজৰ বুলিবলৈ পৃথিৱীত একোৱেই নাই। সিহঁত পৰজীৱী আনৰ আশাত জীয়াই থকা লোক।
@M_Doley
@M_Doley 19 күн бұрын
Ami pise Hindu 'u nohoi ..
@sbvlogs521
@sbvlogs521 18 күн бұрын
Ki hoi nhle mta bea hl​@@M_Doley
@Biku-ee9pe
@Biku-ee9pe 18 күн бұрын
Dear Pegu first you have know, we are not Hindu, we are ST. What I believe how can you will choose. Event you can't tell your children also because he or she also some desire, will or believe, you can't force anyone According to the Indian article 25 it's clearly writen our faith and practice. According to the Indian article 25 you are trying to break the low . My simple suggestion for you don't try to bring conflict name of religious. May God bring love, joy and happiness in your life. May God bless you.
@Dcheng-xy5zl
@Dcheng-xy5zl 18 күн бұрын
​@@M_Doley....Doyni-Polo ki hoi pise,Jisu'r kiba asile neki.Hindu kaak koi agote heitu jani lobi valkoi.
@RajibpeguRajibpegu
@RajibpeguRajibpegu 18 күн бұрын
@@BallavPeguPeguballav sad joniya no joniya dangoriya puja eibur mising sobdo neki bai, jodi nohoi mising manuhe kiyo toka poisa korosh kori puja kori ase, kush kolita bramund manubure puja korute mod ghahori kukura mash adi nalage mising manuhe kiyo lage, aru eta kota huna bai hindu manuhe manu morile jolai diye mising manuhe jodi hindu kiyo nojolai , olop kotabur babi sinti likibo
@bhumidoley939
@bhumidoley939 17 күн бұрын
সোনন্দৰ পদক্ষেপ
@MonborChintey
@MonborChintey 18 күн бұрын
অতি সুন্দৰ বিনিত কোম্বং sir ❤
@MonikantaPasung
@MonikantaPasung 18 күн бұрын
Aku hundor nohoy
@RajuUrang-fd1zo
@RajuUrang-fd1zo 13 күн бұрын
Ati xunkale bill Pass koribo lge,Duble benifit luwa bondho koribo lgi,baki june ji dhorom lowk amar kobo loga nai.
@NumolLoying
@NumolLoying 17 күн бұрын
ইয়াত কোনো পলুভন নাই ।যি সকলে খ্ৰীষ্টীয় ধৰ্ম গ্ৰহণ কৰিছে সেই সকলে নিজ ইচ্ছাৰে গ্ৰহণ কৰে। মিছাতে আপোনালোকে প্ৰচাৰ কৰি আছে . Praise the lord
@moheshdoley5489
@moheshdoley5489 14 күн бұрын
Ase
@bickeykujur2904
@bickeykujur2904 6 күн бұрын
Bharat Borkho akhon Dhormo Niropekho Rastro. Hongbidhan anuhori Bharat Borkho r hokolu Dhormo-Borno, jati -jonogusti nirbihekhe Aainor sokut HOMAN .
@nilakanatapatir969
@nilakanatapatir969 19 күн бұрын
Missing is not reallyHinduism, But we have similarity with Christian and Muslim,
@ManuRanjanPayeng
@ManuRanjanPayeng 19 күн бұрын
I support that originally we are not belong to Hindu but how Christian and Muslim is similar to us......please explain.
@skdaimari543
@skdaimari543 19 күн бұрын
Tribal Communities are actually not belonging to Hindu or Christian or Islam.
@hnd8030
@hnd8030 19 күн бұрын
Makkor buli kolu muslim aru Christian kenekoi related hol ,Donyí polo Hindu dhormor related ,karon Donyi polok hindu manuhe puja kore , same amiu puja koru
@jayantaraval4861
@jayantaraval4861 18 күн бұрын
Duni polok misingor bade oin jatiye palon kore janu
@moheshdoley5489
@moheshdoley5489 14 күн бұрын
Muslim manuh asil niki tumar deuta 😂😂
@PranabTaid-tv9hr
@PranabTaid-tv9hr 18 күн бұрын
Merry Christmas 🎄 🎄🎄
@ranjunarah2451
@ranjunarah2451 15 күн бұрын
Aidak aru good news 👍👍
@Chi-m1k
@Chi-m1k 14 күн бұрын
Yas moja 👍👍👍
@justin_horo794
@justin_horo794 19 күн бұрын
CHRISTIAN PEOPLE NEVER FORCE OR TEMPT OTHER RELEGIOUS PEOPLE to become christian ✝️ No one can stop spreading of the Gospel in this world 🙏
@Zoro-g6h2p
@Zoro-g6h2p 18 күн бұрын
What balPel? 😂
@M_Doley
@M_Doley 18 күн бұрын
@@justin_horo794 Rice bag policy of Christian Missionary..Jai Bwrai Bathou
@Dcheng-xy5zl
@Dcheng-xy5zl 18 күн бұрын
Aamar usorot ahibi....Tea tribes lukok kenekoi loov ru toop di convert kori ase dekhai dim valkoi,Force kora kotha baad de baru.
@justin_horo794
@justin_horo794 18 күн бұрын
@@Zoro-g6h2p mind your language
@justin_horo794
@justin_horo794 18 күн бұрын
@@M_Doleycan u proof it ?
@AjayBarman-ly1mn
@AjayBarman-ly1mn 18 күн бұрын
সুন্দৰ পদক্ষেপ ❤❤jai shree ram
@MonikantaPasung
@MonikantaPasung 18 күн бұрын
Prabhu jisu ki jay
@padmangreens1542
@padmangreens1542 16 күн бұрын
Do:ney po:lo ❤
@MonikantaPasung
@MonikantaPasung 16 күн бұрын
@@padmangreens1542 prabhu jisuwe poritran diuta,aaru manuhor pap khyama koruta, Bible T likha aase jisuk grahan korar obihone kuneu swarg rajyaloi jabo nuware
@bkkhawbung6114
@bkkhawbung6114 14 күн бұрын
​@@MonikantaPasungright bro
@devajitpegu7663
@devajitpegu7663 17 күн бұрын
Great decision 🎉
@fulzenergu1150
@fulzenergu1150 14 күн бұрын
NORTHEST ONLY Christian kantri hboi aru 2 bosor kunu rokha nuware kiman christian nok rokhabo khojibo khimane barhi he goi ase kintu koma ny jay 🙏mashi praise the Lord🙏🙏🙏🙏
@dulaldoley6518
@dulaldoley6518 17 күн бұрын
তেওঁলোকৰ মগজুত বায়ু সোমোৱা ৰ বাবেহে খৃষ্টান ধৰ্ম লৈ ৰূপান্তৰ হয় ।
@moheshdoley5489
@moheshdoley5489 14 күн бұрын
Yes
@JohnPegu-h9w
@JohnPegu-h9w 17 күн бұрын
Those are agent of rss . He does not know what is riligion?
@paulustopno2310
@paulustopno2310 14 күн бұрын
God is good world jesus joi
@mitunchungkrang9151
@mitunchungkrang9151 18 күн бұрын
Right 👍
@doinopangingofficial2399
@doinopangingofficial2399 18 күн бұрын
Binud kumbang sir 👍🏻👍🏻👍🏻
@hemjeet2023
@hemjeet2023 18 күн бұрын
Good decision.. we support it petitions
@kmintukaman6457
@kmintukaman6457 18 күн бұрын
Good bless you kumbang sir,Mary christmas to you sir🎉
@AnamikaPayeng-b7w
@AnamikaPayeng-b7w 19 күн бұрын
Mising jonojatiye Christian holehe develop hobo . Nohole mising jonojatiye missing hoi jabo. Praise the lord. Hokoluke happy Marry Christmas. Essore hokoluke asirbad korok . Amen..
@hnd8030
@hnd8030 19 күн бұрын
Monbang bang😂😂😂 amar gaot 10 ghor ase .. hoi free tubal,dorji ,letrin diye saisu
@MrMJ601
@MrMJ601 18 күн бұрын
​​@@hnd8030 হব হব ভাই 😂😂 গৰু খাব পাৰিব লগতে ফ্ৰী দমকল আৰু লেটিন পাব। ঠিক দিছা😂😂।
@MonikantaPasung
@MonikantaPasung 18 күн бұрын
​@@hnd8030maching hokole christian holehe jiyay thakibo,
@M_Doley
@M_Doley 18 күн бұрын
@@AnamikaPayeng-b7w Bohut dangor dangor officer ulai gol , Christian nuhuwake.. It's all about hard work & love for own language, culture & religion..Apunalukor nisina brainwashed manuh bure buji napabo aibur
@amarendradoley9341
@amarendradoley9341 18 күн бұрын
Oi kutta mishing culture tht follow korene?
@NabakantaPegu-er1dc
@NabakantaPegu-er1dc 19 күн бұрын
প্ৰথমে মিচনেৰী স্কুলত লৰা ছোৱালীক পঢ়োৱা বন্ধ কৰক 🙏🚩🚩
@MoniPegu-l1n
@MoniPegu-l1n 18 күн бұрын
Schoolৰ কথা নাই কুকুৰ ইংলেণ্ডদটো শিক্ষা লব পাৰে😅😅😅😅😅😅
@SurenBoro-mv7tq
@SurenBoro-mv7tq 18 күн бұрын
Right bondhu👌👌🙏🙏
@PranabPegu-u1w
@PranabPegu-u1w 17 күн бұрын
Yes you are right.​@@MoniPegu-l1n
@BISWAKAMAN-il8tv
@BISWAKAMAN-il8tv 12 күн бұрын
Good news 👍
@benipegu2302
@benipegu2302 19 күн бұрын
আমাৰ মিছিং সমাজৰ ভিতৰতো এনেকোৱা পকতিয়া মানুহ আছে, আচৰিত , এই কেইজন কি বিচাৰে, মই কাৰোবাৰ সহায় কৰাতো ,কি ভুল,অকৰা মানুহে সহায় কৰাজনক অপব্যৱহাৰ কৰে। আৰু কোনো দিন খ্ৰীষ্টান মানুহ কাৰোবাৰ নিজ ইচ্ছাৰ বিৰোধ নহয়,, আৰু kumbang ক অনুৰোধ ,এনেকোৱা লেতেৰা কথা আমাৰ মিছিং সমাজৰ ভিতৰত নানিবা, আৰু এনে মন্তব্য কৰিবলৈ আপোনাক কোনে অধিকাৰ দিলে, শান্তি ত থাকিব, অশান্তি নানিবা। ধন্যবাদ
@MoniPegu-l1n
@MoniPegu-l1n 18 күн бұрын
নিজে পটুৱা আনক পটুৱা নকবি😅😅😅😅😂😂😂
@Aniom476
@Aniom476 18 күн бұрын
Donyi-Polo namet hinduttavadi ehot, xabodhan ei keitar pora ehoti donyi-polo hindu religion r sect buli vabe.
@novomipatir6463
@novomipatir6463 18 күн бұрын
Tumi ki kotha bujab bisarisa kumbaing da
@novomipatir6463
@novomipatir6463 18 күн бұрын
Missing dhoro buli kuntu partot likha ase
@benipegu2302
@benipegu2302 18 күн бұрын
@novomipatir6463 oi Bai, moi ki likisu buja nai.tak bujab kuju Brotoman homoiyod .moi keneka Solim .diyan tat dib lage. Bai Bai kajiya korab nalage .atiya kajiya Hb. Nijor nijor manur majod .dug kar. Belege hahi takib.uporod taki. Monod rakiba
@ronitirkey4677
@ronitirkey4677 18 күн бұрын
India is a secular country all are absolutely free to activate on choice interest.
@moheshdoley5489
@moheshdoley5489 14 күн бұрын
Tumak poisa di convert korise nhoi ne
@bkkhawbung6114
@bkkhawbung6114 14 күн бұрын
​@@moheshdoley5489kune poisa dise kouksun
@binudpanyangofficial5003
@binudpanyangofficial5003 14 күн бұрын
বাৰতীয় সং বিধান কনক অপমান ন কৰে যেন অলপ চাব
@NisengKarbipi
@NisengKarbipi 19 күн бұрын
Tribal buror religion columns dibo lagey becouse, jene amar karbi, bodo, khasi, garo, mishing etc etc tribe buror nijor religion code nothooka karone hindu buli likhibo logiya hoi. Amak religon columns lagibo. Demand koribo lage protibad koribo lage religion code karone. Aru jodi tribal bilak Christian hole st napai so hindu holeu napai, hindu le u convert kora bondho korok. Tribal r nija religon ase hindu religion amar nohoi ami different kiyo likhim hindu? 2011 censuse t 70% karbi ye non hindu buli likhibo khuiu kintu 80% karbik hindu buli include koraise. Burbok paise amak? 2nd kotha hol, missionary jiman kam korile hinduttavadi bure tar 1% u korile ne tribal r karone?? Aji missionary bur nahilw sikha dikha, health adir ke kori hokolute pis pori thakil hoi tribal. Ei tribal r naamt hindu sangathan buror negurot dhori gorhi utha sangathan burok request korisu apunaluke tribal culture eman val pai jodihe tribal religion column demand korok first tar pisot lecture dibo ahibo. Tribal naamt hindu religion prosar kora Stop korok, ajir tribal xomaj ullu nohoi apuna lukr sokranto buli pai teu luke. 3rd kotha, tribal r logote jonogusti society le request census t religon column nidile no status buli include korok hindu likha dorkar nai ehotok sikha diya eitu ek matro upai.
@gupensaikia
@gupensaikia 19 күн бұрын
100%right
@tatadaimari2198
@tatadaimari2198 15 күн бұрын
Right
@deepjyotipegu9547
@deepjyotipegu9547 Күн бұрын
এই প্ৰদক্ষেপ আদৰণি জনাইছোঁ
@MISINGLAND_RIDERS_2.0
@MISINGLAND_RIDERS_2.0 6 күн бұрын
✊Bomyérung ☀️Do:nyi - Po:lo:ém🌙 🙏❤🤍🖤 Donyi Polo Yélam Kébang #Turyaryé✊❤🤍🖤✊ DONYI POLOISM RELIGION 🙏🙏#GANGGÍNG🙏🙏
@jintucreationxyz
@jintucreationxyz 19 күн бұрын
ভাৰতত থাকিলে ভাৰতৰ সংস্কৃতি মানিব লাগিব.. ইংলেণ্ড বা আৰৱৰ নহয়,,
@jkofficial2916
@jkofficial2916 19 күн бұрын
Ki Christian tu England neki
@jintucreationxyz
@jintucreationxyz 19 күн бұрын
@jkofficial2916 হয়, ভাৰতৰ নহয়..
@Abhaypur12345
@Abhaypur12345 19 күн бұрын
কুকুৰৰ জাত ।
@MrMJ601
@MrMJ601 18 күн бұрын
​@@jkofficial2916 হয়টো আপুনি বুৰঞ্জী পঢ়া নাই । ইংৰাজৰ দিনত ধৰ্ম প্ৰচাৰৰ কাৰণে বহু লোক আহিছিল । আমাৰ st সকলৰ কোনো এটা বিশেষ ধৰ্ম নাছিল ।
@MonikantaPasung
@MonikantaPasung 18 күн бұрын
You are wrong brother
@HumenGogoi-y1u
@HumenGogoi-y1u 15 күн бұрын
Amen
@bikashgogoi5538
@bikashgogoi5538 17 күн бұрын
Good step assam missing student union
@jintudeori1161
@jintudeori1161 17 күн бұрын
Jesus is lord of lord No one can stop
@bijoy2881
@bijoy2881 17 күн бұрын
Right missing regaml irroi
@hiranyadoley4371
@hiranyadoley4371 15 күн бұрын
Right dada 👍👍
@gamukkutum1482
@gamukkutum1482 19 күн бұрын
খ্ৰীষ্টীয়ান ধৰ্মত ভাল শিক্ষা দিয়া হয়। অন্য ধৰ্মত তেনেকৈ নিদিয়ে। বাকীবোৰ উগ্ৰ হবলৈ শিক্ষা দিয়ে। আত্মিকতাত কোনো আপোন পৰ, দেশ বিদেশ, আকাশ পাতাল নাই। ভাল বস্তুক ভাল বুলিয়েই কব নহয় জানো। ধৰ্ম সদায় ভাল আদৰ্শ শিকাব লাগে। বেয়া কথাৰ ঠাই নাই ভাল ধৰ্মত।
@sibashray8557
@sibashray8557 19 күн бұрын
@@gamukkutum1482 আপুনি খ্ৰীষ্টান ধৰ্ম ভাল বুলি কৈছে, আজি আমাৰ ওচৰৰে ৰাজ্য বিলাকত ১০০%৮০% ৭০% নে খ্ৰীষ্টান ধৰ্মাৱলম্বী মানুহ সেইবিলাকতে দেখন বেছি গোনডোগোল হৈ আছে আৰু মেঘালয়ত মোই জনাত খ্ৰীষ্টান ধৰ্মাৱলম্বী কিছুমান দূশকাৰীয়ে বোলে পূজা কৰিব নিদিয়ে আৰু মৌচুমীৰামত এটা মন্দিৰ আছিল তাতো বন্ধ কৰি দিছে,ইমান যদি খ্ৰীষ্টানত ভাল আদৰ্শ বিষয় দিয়ে এইবোৰ কিয় হৈ আছে
@NIRGUN-NIRAKAR5983
@NIRGUN-NIRAKAR5983 19 күн бұрын
আপুনি মানে নিমন্ত্ৰণ গ্ৰহণ কৰিলে ? মার্ক 2:17 যীচুৱে ইয়াকে শুনি তেওঁলোকক ক'লে, “নিৰোগী মানুহৰ বাবে চিকিৎসকৰ কোনো প্রয়োজন নাই; কিন্তু ৰোগীৰহে প্ৰয়োজন আছে। মই ধার্মিক জনক নহয় কিন্তু পাপীকহে নিমন্ত্রণ জনাবলৈ আহিছোঁ”।
@NIRGUN-NIRAKAR5983
@NIRGUN-NIRAKAR5983 19 күн бұрын
বাকীবোৰে উগ্ৰ হ'বলৈ শিক্ষা দিয়ে 🤔তৰোৱালৰ যোগেদি ?😌 মথি 10:34 মই পৃথিৱীত শান্তি দিবলৈ আহিলোঁ বুলি নাভাবিবা; শান্তি দিবলৈ নহয়, কিন্তু তৰোৱাল দিবলৈহে আহিলোঁ। 35 বাপেকৰ বিৰুদ্ধে পুতেকৰ, মাকৰ বিৰুদ্ধে জীয়েকৰ, শাহুৱেকৰ বিৰুদ্ধে বোৱাৰীয়েকৰ ভেদ জন্মাবলৈহে আহিলোঁ;
@jayantaraval4861
@jayantaraval4861 18 күн бұрын
​@@NIRGUN-NIRAKAR5983eiyat etu buja gol j jesuk jetiya apuni grahan koribo tetiya bohutu taronar hobo manuhor.
@jonaiao9761
@jonaiao9761 18 күн бұрын
এইবুলি আমাৰ স্কৃতি-সংস্কৃতি ধ্বংস পথলৈ দিবনে?
@binoyrabha2589
@binoyrabha2589 14 күн бұрын
Hindu dormo kenekowa.Ram,Mahadev,khrino na human na dangor pathor
@prafullaprafullanarah5333
@prafullaprafullanarah5333 7 күн бұрын
donyi polo য়েই মিচিং জাতিক সৃস্থি কৰিলে , অন্য জাতিক সৃস্থি কোনে কৰিলে?যিহেতু মানৱ এক সৃস্থিকৰ্ত্তা এক, সকলো ধৰ্ম্ম গুৰুৱে কয়, অহিংসাই পৰম ধৰ্ম্ম!
@DilipKari
@DilipKari 19 күн бұрын
মিচিং বুলি পৰিচয় দিয়াত বাধা দিব লাগে।
@yeriaeni1133
@yeriaeni1133 18 күн бұрын
Merry Christmas 🎄
@ManjitKuli-gc5oi
@ManjitKuli-gc5oi 16 күн бұрын
Balor crismass
@mintuofficial9412
@mintuofficial9412 18 күн бұрын
ভাল কৰিছে
@surajskorea8897
@surajskorea8897 19 күн бұрын
How about those who are accepting Sankarguru dharmo? Please clarify.
@NiranjanPatir-n5g
@NiranjanPatir-n5g 16 күн бұрын
Thanks 👍
@manajrabha749
@manajrabha749 17 күн бұрын
১০০% সচাঁ
@PeguKo-v2z
@PeguKo-v2z 17 күн бұрын
🙏🙏🙏Donyi polo 🙏🙏🙏
@durbojitpait8373
@durbojitpait8373 9 күн бұрын
Doni polo ❤❤❤❤
@SDineshRegon-ft4yi
@SDineshRegon-ft4yi 18 күн бұрын
গুন্দাগিৰী কাম নাই
@TimothyDoley
@TimothyDoley 17 күн бұрын
M a Christian that's my religion and m a mising that's my identity.... Don't entangled religion with cast, just by following a particular religion does not mean that I don't belong to a particular cast, u cannot take away my birth right,it shows ur intolerance towards Christianity. Please don't spread chaos in the society with this kind of act, this can create religion tension between the same community, same brother and sister, u have the right to preach doni polo religion but not by degrading other religion.by the way article 15 of our constitution says, prohibition of discrimination on grounds of religion, race, caste, sex, or place of birth and also article 25 says freedom of conscience and free profession, practice and propagation of religion .
@RakeshDutta-jn4qw
@RakeshDutta-jn4qw 14 күн бұрын
Moi ajir girja jam
@issacpait3416
@issacpait3416 18 күн бұрын
I have accepted jesus because of his love to us
@durbojitpait8373
@durbojitpait8373 9 күн бұрын
I ❤ doni polo..
@kukheswargogoi9117
@kukheswargogoi9117 14 күн бұрын
Conversion is very much necessary for Dalits, untouchables, for unanticipation - BR Ambedkar,
@subhashpegu2779
@subhashpegu2779 17 күн бұрын
এচাম গোলাম মানসিক লোকে খীৃট্টান ধম গ্ৰহণ কৰি ইংৰাজৰ শাসন পুনৰ স্বীকাৰ কৰিছে।
@miksiabung6978
@miksiabung6978 18 күн бұрын
মিচিং মানুহবোৰ প্ৰকৃততে সিন্ধু নহয়।
@MoniPegu-l1n
@MoniPegu-l1n 18 күн бұрын
কি হয় অকৰা😂😂😂😂😂😂😂
@rkdeuri1332
@rkdeuri1332 18 күн бұрын
Mr. Kumbang, it's my kind request to you, if you can not help your people don't hurt them... If you continue the same‌, the final justification and the judgement is not from men but from above... What will you carry from Earth after your death... Let them live in abounds
@sitaramdoley3222
@sitaramdoley3222 17 күн бұрын
Yes.
@NorenKardong
@NorenKardong 18 күн бұрын
দঃনি পঃল ধৰ্ম কেতিয়াৰ পৰা হল? ধঃনি পঃল ধৰ্ম যদি মিচিংঙৰ হয় তেনেহলে শংকৰি, ভাগৱতীয়া, অনুকুল, মানৱ ধৰ্ম, সত্ৰীয়া অনুস্তানত শিষ্য গ্ৰহণত কিয় বাদা নকৰে?অকল খ্ৰীষ্ট ধৰ্ম গ্ৰহণ কৰা সকলৰ ওপৰত আক্ৰুস কিয়?হিন্দুত্ববাদী আদৰ্শত মিচিঙে অনুগামী হোৱা অনুচিত। মিচিং সকল ধৰ্ম লোৱাৰ ক্ষেত্ৰত কাৰো পৰা অনুমতি নালাগে।
@infinityxyz6519
@infinityxyz6519 17 күн бұрын
Okman pohi saba hindu ki amar all tribal bikoye pohi sabo .hindu religion ne ki pohi saba.hindu definition pohi loba
@sitaramdoley3222
@sitaramdoley3222 17 күн бұрын
Correct.
@subhashpegu2779
@subhashpegu2779 17 күн бұрын
100% Right
黑天使只对C罗有感觉#short #angel #clown
00:39
Super Beauty team
Рет қаралды 36 МЛН
Try this prank with your friends 😂 @karina-kola
00:18
Andrey Grechka
Рет қаралды 9 МЛН
My scorpion was taken away from me 😢
00:55
TyphoonFast 5
Рет қаралды 2,7 МЛН
coco在求救? #小丑 #天使 #shorts
00:29
好人小丑
Рет қаралды 120 МЛН
NYANYIK OME SATORI||OFFICIAL VIDEO||DEV TAID||ARNAB LAGACHU 2025
3:57
Dev Taid Official
Рет қаралды 264 М.
黑天使只对C罗有感觉#short #angel #clown
00:39
Super Beauty team
Рет қаралды 36 МЛН