No video

Assam Student Kills Teacher: জ্ঞানৰ পোহৰ বিলাবলৈ শিৱসাগৰলৈ আহি মৃতদেহ হৈ উভতি গ’ল ৰাজেশ বাবু

  Рет қаралды 22,675

ND24

ND24

Күн бұрын

জ্ঞানৰ পোহৰ বিলাবলৈ শিৱসাগৰলৈ আহিছিল ৰাজেশ বাবু। কিন্তু উভতি গ’ল এটা মৃতদেহ হৈ। অৰ্থৰ অভাৱত মৃতদেহ চমজি ল’বলৈ আহিব নোৱাৰিলে পৰিয়াল। ছাই বিকাশ কৰ্তৃপক্ষ, শুভাকাংক্ষীৰ আৰ্থিক সাহায্যৰে ডিব্ৰুগড়ৰ পৰা বিমানযোগে তামিলনাডুলৈ প্ৰেৰণ ৰাজেশ বাবুৰ মৃতদেহ।
#assamesenews #nd24news #nd24live #nd24assamese #livenews
--------------------------------------------------------------------------------------------
Subscribe to ND24 for NEW VIDEOS every day and make sure to enable Push Notifications so you'll never miss a new video.
All you need to do is PRESS THE BELL ICON next to the Subscribe button!
ND24 is an Assamese News Channel. ND24 KZbin channel offers the latest news videos on Politics, Cricket, Technology, Entertainment and a lot more.
Stay tuned for the latest updates from India and around the world!
𝐋𝐈𝐊𝐄, 𝐒𝐇𝐀𝐑𝐄, 𝐅𝐎𝐋𝐋𝐎𝐖 & 𝐒𝐔𝐁𝐒𝐂𝐑𝐈𝐁𝐄
▶️ 𝐖𝐞𝐛𝐬𝐢𝐭𝐞: www.newsdaily24.in
▶️ 𝐅𝐚𝐜𝐞𝐛𝐨𝐨𝐤: / nd24assam
▶️ 𝐓𝐰𝐢𝐭𝐭𝐞𝐫: / nd24_news
▶️ 𝐈𝐧𝐬𝐭𝐚𝐠𝐫𝐚𝐦: / nd24_news
▶️ 𝐘𝐨𝐮𝐓𝐮𝐛𝐞: / @nd24assam
𝐃𝐎𝐍’𝐓 𝐌𝐈𝐒𝐒 𝐍𝐃𝟐𝟒’𝐒 𝐄𝐗𝐂𝐋𝐔𝐒𝐈𝐕𝐄 𝐒𝐇𝐎𝐖𝐒
▶️ আজিৰ পৰ্যৱেক্ষণ BY RAJDEEP BAILUNG BARUAH
• আজিৰ পৰ্যৱেক্ষণ | RAJD...
▶️ HASHTAG BY MANASH PRATIM DEKA
• HASHTAG | MANASH PRATI...
▶️ ৰাজপাট কাৰ?
• ৰাজপাট কাৰ? | 2024 Lok...
𝐂𝐨𝐩𝐲𝐫𝐢𝐠𝐡𝐭 𝐟𝐨𝐫 𝐭𝐡𝐢𝐬 𝐜𝐨𝐧𝐭𝐞𝐧𝐭 𝐢𝐬 𝐞𝐱𝐜𝐥𝐮𝐬𝐢𝐯𝐞𝐥𝐲 𝐫𝐞𝐬𝐞𝐫𝐯𝐞𝐝 𝐟𝐨𝐫 𝐍𝐞𝐰𝐬 𝐃𝐚𝐢𝐥𝐲 𝟐𝟒. 𝐔𝐧𝐚𝐮𝐭𝐡𝐨𝐫𝐢𝐳𝐞𝐝 𝐮𝐬𝐞 𝐨𝐟 𝐭𝐡𝐢𝐬 𝐦𝐚𝐭𝐞𝐫𝐢𝐚𝐥 𝐢𝐬 𝐬𝐭𝐫𝐢𝐜𝐭𝐥𝐲 𝐩𝐫𝐨𝐡𝐢𝐛𝐢𝐭𝐞𝐝 𝐚𝐧𝐝 𝐦𝐚𝐲 𝐫𝐞𝐬𝐮𝐥𝐭 𝐢𝐧 𝐥𝐞𝐠𝐚𝐥 𝐚𝐜𝐭𝐢𝐨𝐧 𝐚𝐠𝐚𝐢𝐧𝐬𝐭 𝐜𝐨𝐩𝐲𝐫𝐢𝐠𝐡𝐭 𝐯𝐢𝐨𝐥𝐚𝐭𝐨𝐫𝐬.

Пікірлер: 55
@debajanibaruah3105
@debajanibaruah3105 Ай бұрын
বহুত দুখ লাগিল ।শুনিবয়ে সহ্য নহয় ।যত পিতৃ মাতৃ শিক্ষক সকলৰ জনমতে ঢ়াৰ মাৰিব নোৱাৰো তাতে এইবোৰ নিন্দনীয় কথা ।প্ৰভূই তেওক যতে ৰাখে ভালে ৰখক ।সেৱা জনাইচো ।
@DPffx
@DPffx Ай бұрын
বৰ আঘাত পাইছো, পৰিয়ালটোক ভগৱানে কৃপা কৰক
@bkp9774
@bkp9774 Ай бұрын
অতি দুখ লগা।
@tutumanibarman5384
@tutumanibarman5384 Ай бұрын
জহৰাটোক কীয় ইমান টাইম বছাই ৰাখিছে এই বোৰক লগা লগ গুলি কৰি মাৰি পেলাব লাগে। অপৰাধীয়ে উচিত শাস্তি নোপোৱাৰ বাবে এনেবোৰ ঘটনা বাৰে বাৰে হৈ আছে।উচিত শাস্তি পোৱা হলে এনে ঘটনা কৰিব ভয় কৰিলে হয়।তাৰ যে মুখ খন এটাও নিউজ চেনেলে দেখোৱা নাই সি কি ইমান ভাল কামটো কৰিছে তাৰ মুখ খন ভালকৈ দেখাই দিয়ক তেতিয়াহে ৰাইজে সাৱধান হব পাৰিব এই মানহো নামৰ জহৰাটোৰ পৰাই 😡😡😡😡।
@rrahman853
@rrahman853 Ай бұрын
অনুগ্ৰহ কৰি উক্ত লৰাজনৰ ফটো টো দেখুৱাব নেকি ।
@rajeshhazarika1663
@rajeshhazarika1663 Ай бұрын
ওহুঁ
@dumahusoroniya6691
@dumahusoroniya6691 Ай бұрын
অখিল গগৈ কি কৰি আছে এনে ঘটনা নিজৰ জেগাত হয় আছে
@sohanmajhi7615
@sohanmajhi7615 Ай бұрын
এইবিলাক প্ৰসাশনৰ কাম শিৱসাগৰ এচ,পি, ডিচি পুলিচ বিষয়া, অসমৰ গৃহ বিভাগৰ মন্ত্ৰী, আৰক্ষী সঞ্চালক জিপি সিংৰ কাম ।
@dumahusoroniya6691
@dumahusoroniya6691 Ай бұрын
@@sohanmajhi7615 বিশেষ ভাৱে চৰ্চিত বিধায়ক হিচাবে অখিল গগৈৰ কাম হয় কাৰণ নিজৰ জেগাত
@HG-tn7de
@HG-tn7de Ай бұрын
অখিলুউদ্দিনে বাংলাদেশী ৰক্ষণাবেক্ষণ দিয়াত ব্যস্ত। এইবোৰত কত সময় পাব
@tanjitdas-g1y
@tanjitdas-g1y Ай бұрын
lora tur name dishant gogoi he
@rajeshhazarika1663
@rajeshhazarika1663 Ай бұрын
​@@HG-tn7de😂একদম ঠিক কথা
@runuhazarika8290
@runuhazarika8290 Ай бұрын
লরাতোর ফটো খন কিয় দেখুৱা নাই মাক দেউতাকৰ নামতো কি কোৱা নাই
@tanjitdas-g1y
@tanjitdas-g1y Ай бұрын
dishant gogoi name tar
@umeshknwr9667
@umeshknwr9667 Ай бұрын
মাক দেউতাকক এবাৰ দেখুৱালে ভাল হয় ।
@minakshiborgohain7378
@minakshiborgohain7378 Ай бұрын
হৃদয়বিদাৰক আৰু শুনিবলৈ নোৱাৰি বুকু খন ‌‌ ফাটি ‌গৈছে । এনে সন্তানৰ ক্ষেত্ৰত পৰিয়াল প্ৰতি মূহুৰ্তত সজাগ হৈ থকাটো জৰুৰী যিহেতু নিজৰ সন্তানৰ দায়িত্ব পালন‌ কৰিবলৈ তেওঁলোক ‌ দায়বদ্ধ । সেই ‌ অসুৰ ৰূপী সন্তান টোৱে কেতিয়াও এদিনীয়া ‌‌ বা ক্ষন্তেকীয়া অসন্তোষ উত্তেজনাৰ বাবে শিক্ষক জনক হত্যা কৰা নাই ‌ তাৰ আতিশয্যৰ মুখামুখি ‌‌ প্ৰথমেই তাৰ পৰিয়াল হৈছে অতিষ্ঠ ‌ হৈছে তাৰ পাছতো সেই অধঃপতিত সন্তানক পইচাৰ প্ৰভাৱেৰে শিক্ষিত কৰি ডাক্তৰৰ দৰে sensetive আৰু ইঞ্জিনিয়াৰৰ দৰে এটা কঠিন বিষয়েৰে আভুৱা ভৰাৰ চেষ্টা কিয় কৰিছিল তাকো আনৰ জীৱন বিপদাপন্ন কৰি....!! যিহেতু পিতৃ প্ৰয়াত বুলি কোৱা হৈছে কিন্তু সন্তানৰ চৰিত্ৰ চাল-চলনৰ পৰা মনক পঢ়িবলৈ মাতৃতকৈ ‌ ডাঙৰ মনস্তাত্বিক আৰু কোনো হবই নোৱাৰে তেনে স্থলত যদিও শিক্ষানুষ্ঠান খনত নাম ভৰ্তি কৰাই দিয়ে তাৰ পাছতো প্ৰতিতো মূহুৰ্তত মাতৃয়ে সন্তানক monitor কৰা আৰু শাসন কৰা জৰুৰী আছিল এনে সন্তানক যিকোনো পৰ্যায়ত গৈ শাসন কৰাটো জৰুৰী বুলি মই ভাবোঁ । সেই কাৰণে পিতৃৰ বিয়োগৰ পিছত মাতৃৰ দায়িত্ব আছিল তাক নিয়ন্ত্ৰনলৈ অনাটো । অতিকৈ বেদনাদায়ক এটা দুৰ্দান্ত অশিষ্টাচাৰী সন্তানে আন দুটি সন্তানক পিতৃহাৰা কৰিলে এগৰাকী নাৰীক বিধবা কৰিলে ! সেই দূৰ্ভগীয়া সন্তানক কি উত্তৰ দিব অসম নামৰ সেই নামটোৱে আজীৱন সিহঁতৰ বুকুত একুৰা জুই জ্বলাই থাকিব ... আমাৰ বহুতো ল'ৰা - ছোৱালীয়ে চেন্নাই ‌ বাংগালোৰত ‌‌ শিক্ষা গ্ৰহণ কৰে সিহঁতৰ ওপৰত কি প্ৰভাৱ পেলাব আমাৰ দেশৰ দৰেই তেওঁলোকৰ সামাজিক মাধ্যমতো প্ৰচাৰ হৈছে যিহেতু । জীৱন জীবিকা লগতে দায়িত্বশীল হৈ ত্যাগ কৰিছিল আমাৰেই সন্তানক একো একোজন শিক্ষাৰে শিক্ষিত মানৱ সম্পদ ‌ কৰি গঢ়ি তুলিবলৈ কিন্তু মম্মা্ন্তিক দুখ লগা যে ‌ তেওঁ ‌ জীৱনৰ সৰ্বস্ৰ হেৰুৱায় নিঠৰ হৈ উভতি গৈছে পৰিয়ালৰ ওচৰলৈ.... তেওঁৰ আত্মাৰ সদগতি কামনা কৰিছোঁ তেওঁ যতে আছে শান্তিত থাকক লগতে ‌ দূৰ্ভগীয়া সন্তান দুটি ঈশ্বৰে কুশলে ৰাখক সিহঁতৰ ভৱিষ্যত উজ্বল ‌ হওঁক লগতে মাতৃৰ সু-স্বাস্থ্য কামনা কৰিছোঁ ঈশ্বৰে তেওঁক শক্তিশালী কৰক ‌যাতে সন্তান দুটিৰ সদায়ে সাহস ‌হৈ ‌‌থাকিব পাৰে ....🙏🙏
@nibarankachari4282
@nibarankachari4282 Ай бұрын
Andhra Pradesh 😢😢😢😢
@bipulnath2404
@bipulnath2404 Ай бұрын
Android mobil completely bend korib lage nahole eito generation finish hoi jab de
@rajeshhazarika1663
@rajeshhazarika1663 Ай бұрын
একদম ঠিক কথা
@Rihangaming.66
@Rihangaming.66 Ай бұрын
বহুত দুখ লাগিছে।
@bichitrabrahma7300
@bichitrabrahma7300 Ай бұрын
Pranam
@rabindeka1185
@rabindeka1185 Ай бұрын
কাতি মাহৰ পগলা কুকুৰ বোৰৰ কামুৰা চিন আছে নেকি তাৰ গাত ডক্তৰ দ্বাৰা চাব লাগিছিল ।
@TushmitaGogoi-t1y
@TushmitaGogoi-t1y Ай бұрын
অতি দুখজনক।
@freshfarmer4709
@freshfarmer4709 Ай бұрын
কলি ৰ যুগত কাকো ভাল কথা নকব , ভাল শিক্ষা নিদিব। কাৰণ বহুতৰ মূৰৰ বিকৃতি ঘটিছে, যিমান পাৰে নিজ কে বিপদৰ পৰা দূৰত ৰাখক।অজ্ঞানিক জ্ঞান দি মনে পাই কষ্ট।
@aliciadawns8535
@aliciadawns8535 Ай бұрын
100% kothatu hosa.
@Ujh476
@Ujh476 Ай бұрын
Lora suwalik aru Satrok bhal hiykha,asoron nedekhuwa karone enekua hoise.Aru bhal hikya nidile kihobo,nijei bhabok
@freshfarmer4709
@freshfarmer4709 Ай бұрын
@@Ujh476 নাভাবো, বেলেগে কথা ভাবি একো পাৰ নাপাই, নিজৰ মাক বাপেক এ সন্তানক শাসন কৰিব নোৱাৰে আৰু মই তাতে ভাবি কি কৰিম । মাৰিব দিয়ক যোনে যেনেকৈ মৰে।
@Ujh476
@Ujh476 Ай бұрын
@@freshfarmer4709 Apunak moi bhabibole naikuwa,apuni je koise KAKU BHAL HIKYA NIDIBO,ARU NIJEI BASI THAKOK! Hikhyok jone bhal hikhya diboloi juwa nasil, just koisil je' GET OUT,come with your parents' jate class tut karu disturb nohoi,nijei disturb nohobo( basibo) kerne koisil
@freshfarmer4709
@freshfarmer4709 Ай бұрын
@@Ujh476 ঠিকে কৈছে হব দিওক ।
@barnalibora7974
@barnalibora7974 Ай бұрын
Bohut beya lgil o.cai pakhon tuk hani khusi mari palab lga.xai porialtur ki hob
@rajnishbora3392
@rajnishbora3392 Ай бұрын
Ae hero loratu kun nu ...
@RupTalukdar-vb1dy
@RupTalukdar-vb1dy Ай бұрын
RIP 🙏
@priyalataphukan4619
@priyalataphukan4619 Ай бұрын
RIP🙏🙏🙏🙏
@anibro4162
@anibro4162 Ай бұрын
I will request all parents to build the humble and polite children, not to make only the money earning machine.
@blackwater-un4dj
@blackwater-un4dj Ай бұрын
You mean sudaru
@rajeshhazarika1663
@rajeshhazarika1663 Ай бұрын
​@@blackwater-un4dj😂
@user-wk7or7rv2m
@user-wk7or7rv2m Ай бұрын
Hosai bor dukh lagise
@haritj3915
@haritj3915 Ай бұрын
😢😢
@jackjyoti4114
@jackjyoti4114 Ай бұрын
🙏🙏🙏🙏🙏
@debenkonwar8367
@debenkonwar8367 Ай бұрын
প্ৰতিখন চৰকাৰী /বেচৰকাৰী বিদ্যালয়ৰ কতৃপক্ষ /শিক্ষক শিক্ষয়িত্ৰী /পৰিচালনা সমিতিয়ে ছাত্ৰ -ছাত্ৰীৰ উপস্থিতি /আচৰন আৰু যদিহে অন্যবিদ্যালয়ৰ পৰা অহাসকলৰ অতীতৰ সেই বিদ্যালয়ৰ থকাৰ সময়ৰ কথাবোৰৰ কিবা বিসংগতি দেখা পালে তাৎক্ষনিক ভাবে অভিভাৱক সকলৰ লগত আলোচনা কৰক আৰু ব্যৱস্থা লওক । যাতে এনে ৰ্মমান্তিক ঘটনাৰ পুৰ্নাবৃতি নহয় ।
@user-si9og7py8c
@user-si9og7py8c Ай бұрын
AssAmor manohok belek thair manuhe val napai atiare pora aru valnapabo
@user-um3jl3vx1s
@user-um3jl3vx1s Ай бұрын
Kot photo dakhuwabo taar lifer kotha asee.
@happyboy4579
@happyboy4579 Ай бұрын
Tak fase dibo laga
@user-hr4md8gh6o
@user-hr4md8gh6o Ай бұрын
😢😢😢😢😢😢😮😮😮😮
@jagneswarbharali
@jagneswarbharali Ай бұрын
Lora janar photu aru mak dautakar nam keyo kuya nai. Apunaluke taka pale nekee.
@ALOK71-v5m
@ALOK71-v5m Ай бұрын
Minor Karone sage, under 18 boy.
@HG-tn7de
@HG-tn7de Ай бұрын
Atiya minor karone basi jabo. Judicial system 😢
@BrajamohanBorah.-gd3hz
@BrajamohanBorah.-gd3hz Ай бұрын
Akhil gogoie ki koribo congressor gu mankhar xobhat busy hoi ase sage?
@rajeshhazarika1663
@rajeshhazarika1663 Ай бұрын
😂
@amulyakalita1984
@amulyakalita1984 Ай бұрын
Bor beya lagilde
Pool Bed Prank By My Grandpa 😂 #funny
00:47
SKITS
Рет қаралды 19 МЛН
Prank vs Prank #shorts
00:28
Mr DegrEE
Рет қаралды 7 МЛН
If Barbie came to life! 💝
00:37
Meow-some! Reacts
Рет қаралды 67 МЛН
Survive 100 Days In Nuclear Bunker, Win $500,000
32:21
MrBeast
Рет қаралды 161 МЛН
Pool Bed Prank By My Grandpa 😂 #funny
00:47
SKITS
Рет қаралды 19 МЛН