Assamese Podcast Ft. Phut Gadhuli Actress Sunita Kaushik

  Рет қаралды 73,602

Kotha Studio কথা ( Pallabi Hazarika )

Kotha Studio কথা ( Pallabi Hazarika )

Күн бұрын

Пікірлер: 108
@barnalihandiquesaikia6782
@barnalihandiquesaikia6782 11 ай бұрын
কথাৰ মূৰত বঁটা পায়,কথাৰ মূৰত গটা খায়।খুউব ভাল লাগিল।আজিৰ পৰা অভিনেত্ৰী গৰাকী আগতকৈও অধিক প্ৰিয় হৈ পৰিল।তেখেতৰ অসমীয়া ভাষাৰ প্ৰতি থকা শ্ৰদ্ধাইও অভিনেত্ৰী গৰাকীৰ প্ৰতি মৰম বঢ়াই তুলিলে।
@santiraninathbaruah3803
@santiraninathbaruah3803 11 ай бұрын
প্ৰিয় অভিনেত্ৰী গৰাকীৰ কথা বোৰে তেওঁৰ ব্যক্তিত্বৰ সুন্দৰ ৰূপটো জনাত বহুত সহায় কৰিলে। তেওঁৰ সদায়ে ভাল হ ওক।
@bobitaborah1356
@bobitaborah1356 10 ай бұрын
ফুট গধূলী ধাৰাবাহিকখত বৰ সুন্দৰ অভিনয় কৰিছে । সদায় চাবলৈ আশাৰে বাট চাই থাকো। বহুত বহুত ধন্যবাদ থাকিল ।
@juliranisarmajuli5031
@juliranisarmajuli5031 11 ай бұрын
ধুনীয়া মনৰ ধুনীয়া ছোৱালী সুনিতা কৌশিক লৈ বহুত বহুত মৰম আৰু ভালপোৱা পথালো। সদায় এনেদৰে হাঁহি থাকা।
@utpalakalitabharali755
@utpalakalitabharali755 11 ай бұрын
বহুত বহুত ভাল লাগিল বা। ইমান ভাল ভাল কথা ইমান সুন্দৰ চিন্তা ধাৰা বহুত ভাল লাগিল❤❤❤
@naturalbeauty6894
@naturalbeauty6894 11 ай бұрын
1) "মৌ " আছিল অবুজন মন 2010 ত আৰু 2) "শিৱানী " আছিল জুবিন দা থকা অনুৰাধা 2012 চিৰিয়েল খনত l দুয়োখনেই ৰাইজৰ বিপুল সমাদৰ লাভ কৰিছিল l অনুৰাধা চিৰিয়েল খন বহুত প্ৰিয় আছিল মোৰ এটা episode ও বাকী নৰৈছিল ... আৰু চুনিতা বা আৰু মুন্মী ফুকন বায়ে অভিনয় বহুত সুন্দৰ কৰিছিল...❤️ ❤️ লোহিত বৰা (কাৰ্বি আংলং )
@amritkotoky9383
@amritkotoky9383 11 ай бұрын
বহুত ভাল লাগিছে। বহুত কথা জানিব লগিয়া কথা কৈছা। ভাল লাগিছে।
@binuprabhagogoi4621
@binuprabhagogoi4621 11 ай бұрын
ভাল লাগিল কথাখিনি শুনি 👌 মৰম লগা প্ৰিয় অভিনেত্ৰী সকলোৰে ❤❤
@horidas8779
@horidas8779 11 ай бұрын
Eman morom loga kotha bur .god blessed sunita Baa love u❤❤❤❤❤❤❤❤
@gitanjaliojah3465
@gitanjaliojah3465 Ай бұрын
ফুট গধূলি, শেষ হোৱাত বহুত বেয়া লাগিল। অনু চলিহাৰ চিন্তা ধাৰা বহুত বহুত ভাল লাগিল।
@tutubora3474
@tutubora3474 10 ай бұрын
ধুনীয়া মনৰ ধুনীয়া ছোৱালী সুনিতা কৌশিক লৈ বহুত বহুত মৰম আৰু ভালপোৱাৰ পথালো
@HasinaMannan-p2w
@HasinaMannan-p2w 9 ай бұрын
Iman dhunia kotha......
@mamoniboruahsaikia5631
@mamoniboruahsaikia5631 10 ай бұрын
❤ ভাল লাগে অনু তোমাক , তোমাৰ কথনশৈলী বহুত ধুনীয়া , মই ভাল পাওঁ তোমাক । আগবাঢ়ি যোৱা , ভগৱান ৰ ওপৰত বিশ্বাস ৰাখিবা ।
@priyojonorbandhun
@priyojonorbandhun 11 ай бұрын
সুনিতাৰ অভিনয় মোৰ বৰ মৰমৰ আছিল।ৰজনীগন্ধাৰ বাবে বলিয়া হৈ যাওঁ।সঁচাই বিন্দুৰ পৰাই বৃত্তৰ ৰূপ।সুনিতাই খুব সুন্দৰ মন্তব্য দাঙি ধৰিছে ভাল লাগিল।কথাৰ ছন্দ বহু অৰ্থপূৰ্ণ। এগৰাকী মহিয়সী নাৰী।প্ৰতিটো কথাই মোৰ মন চুই গ'ল।সুনিতা তোমাৰ যিমান মনৰ আশা আছে ফলৱতী হওঁক আৰ্শীবাদেৰে।তোমালোকৰ যুগ্ম জীৱন সুখৰ হওঁক তাৰে কামনাৰে।"শুভৰাত্ৰি"।🎉❤🎉
@sikhamemories349
@sikhamemories349 11 ай бұрын
অবুজন মনত মৌ আছিল। অনুৰাধাত শিৱানী আছিল।❤ দুয়োখন মোৰ ভাল লগা 😊
@popi4513
@popi4513 10 ай бұрын
বহুত বহুত ভাল লাগিল
@Trishna80
@Trishna80 11 ай бұрын
Bahut vl lagil kotha bur xuni...stay blessed her❤
@ranudevi1213
@ranudevi1213 11 ай бұрын
বৰ ভাল লাগিল❤️❤️❤️
@navajyotisaikia6698
@navajyotisaikia6698 10 ай бұрын
এনেকুৱা ছোৱালী ভাগ্য বলত পালে তোমাৰ মা দেউতায়ে।তোমাৰ ভৱিষ্যত জীৱন খুব সুন্দৰ হব।
@tutumonisaikianicrsong928
@tutumonisaikianicrsong928 11 ай бұрын
বহুত ভাল লাগিছে কথা খিনি
@bidyutvolg2523
@bidyutvolg2523 11 ай бұрын
বহুত ভাল কথা শিকিলো
@sewalidas7563
@sewalidas7563 11 ай бұрын
কথা খিনি ভাল লাগিল ।❤
@rekhaborgohain1445
@rekhaborgohain1445 11 ай бұрын
Sunitar kathabur bohut marmlaga...val lagil
@ShymantikaBaishya-tv3vz
@ShymantikaBaishya-tv3vz 11 ай бұрын
Sunita তোমাৰ জীৱন কাহিনী বহুত ধুনীয়া লাগিছে তোমাক অনুৰাধা ধাৰাবাহিক খনৰ পৰাই মই বহুত ভাল পাও
@AnjuMoniMahanta-w7w
@AnjuMoniMahanta-w7w 11 ай бұрын
বৰ মৰমীয়াল ছোৱালী। তেওঁৰ অভিনয় ভাল লাগে
@parbatibaruah1430
@parbatibaruah1430 11 ай бұрын
অবুজন মন চাই বহুত ভাল পাইছিলো।দেউতাকে কান্দোতে মোৰো কান্দোন ওলাইছিল।অবুজন মনত নাম আছিল মৌ।
@phulakonwar6230
@phulakonwar6230 10 ай бұрын
বৰ সুন্দৰ
@dipalidevi2499
@dipalidevi2499 11 ай бұрын
Sunitar kathabor marmlaga. Talented, nice, etc....
@utpalakalitabharali755
@utpalakalitabharali755 11 ай бұрын
Pallabi ba aapunar kotha studio r joriyate sunita bak janibo parilu bahut bahut Thanks❤❤❤
@jitahazarika1833
@jitahazarika1833 11 ай бұрын
বৰ মৰমিয়াল ছোৱালী। সুমধুৰ ভাষিনী ❤
@tserese5659
@tserese5659 10 ай бұрын
Bhut vl lgise
@mayurikalita1360
@mayurikalita1360 11 ай бұрын
Imn mitha kthabor ....xuni thakibo mn jai ......❤❤❤❤
@mamonidevi617
@mamonidevi617 11 ай бұрын
Mur priyo abhineti Sunita Kowsik tumar aaji vediotu pora bohut kotha sikibo paribo 2 goraki dhyanobad jonalu
@Omandmomvlog
@Omandmomvlog 11 ай бұрын
Bohut vhl lgil .hosa kotha koise
@nirusaikia7631
@nirusaikia7631 11 ай бұрын
I love Sunita ❤️ 🌹
@manalishavlogs2447
@manalishavlogs2447 10 ай бұрын
Sunita bar acting hasai bor hundar ...fut godhuli ami hodai sai asu ..so bahut val lage ba tumak
@BinaBorakhaund
@BinaBorakhaund 11 ай бұрын
Iman dhunia aru iman dhunia acting
@RekhamoniGogoi-t9w
@RekhamoniGogoi-t9w 11 ай бұрын
Sunita tumar kotha bilak huni bohut val lagil❤❤❤
@anitasattriya
@anitasattriya 11 ай бұрын
সুনীতালৈ মৰম … মইও তোমাৰ দৰে ❤️❤️
@BrindaJyotiKalita-qy1vw
@BrindaJyotiKalita-qy1vw 11 ай бұрын
My favourite one ....❤
@NijaraTalukdar-ji6bm
@NijaraTalukdar-ji6bm 10 ай бұрын
খুব ভাল লাগে বাক
@MukutNath-tu5dc
@MukutNath-tu5dc 11 ай бұрын
Bohut val Pau Sunita baak❤❤❤❤❤ love you Sunita baa.
@bulubaishya5454
@bulubaishya5454 10 ай бұрын
মৰমীয়াল আৰু প্ৰিয় অভিনেত্ৰী সুনীতা কৌশিক, প্ৰথমে দেৱ আছিল চাগে ৷ অবুজন মনৰ “মৌ“ৰ পৰা বৰ্তমানৰ ফুটগধূলিৰ “অণু“ প্ৰতিটো চৰিত্ৰই প্ৰিয় ৷ কি নাম দি মাতিমৰ “অদিতি“ পাহৰিব নোৱাৰি ৷
@sangeetaranibora1111
@sangeetaranibora1111 11 ай бұрын
অনুৰাধাত শিৱানী❤
@krishmitadas2937
@krishmitadas2937 11 ай бұрын
Abujan Maan😘mur papai heikhon Sai kandisil ...moi tetiya alp horu asilu❤️❤️🙂
@lopamudrachetia2886
@lopamudrachetia2886 11 ай бұрын
She is so soft...❤
@A.N_fitness_short
@A.N_fitness_short 11 ай бұрын
I love Sunita baa❤
@purobeegogoi1343
@purobeegogoi1343 11 ай бұрын
Mur priyo aari moromor suwalijoni. ❤you Sunita
@gitanjalidas4849
@gitanjalidas4849 11 ай бұрын
Sundar manar adikari God bless you
@polotakar5946
@polotakar5946 11 ай бұрын
অবুজন মনত = মৌ আৰু অনুৰাধাত =শিৱানী
@rinadutta2111
@rinadutta2111 11 ай бұрын
অবুজন মন ত মৌ নামৰ চৰিত্ৰত অভিনয় কৰিছিল
@anubegum1884
@anubegum1884 11 ай бұрын
Good, good, 💞💞💞
@gayotribora3245
@gayotribora3245 11 ай бұрын
অবুজন মনত মৌ,অনুৰাধাত শিবানী।
@urbiborah3514
@urbiborah3514 11 ай бұрын
Shibani in Anuradha...😊
@hemendrapegu253
@hemendrapegu253 11 ай бұрын
অবুজন মন :- মৌ অনুৰাধা:-শিৱানী
@MomiSonowal-wl1hr
@MomiSonowal-wl1hr 10 ай бұрын
Mur bhut priyo bar ovinoi
@I.M229
@I.M229 10 ай бұрын
Mor manar lagat milese abhinetri garakir kathbor Val lagil
@gayatrisarma195
@gayatrisarma195 11 ай бұрын
অবুজন মনত সুনীতাৰ নাম মৌ আৰু মৰমৰ অনুৰাধাত সুনীতাৰ নাম অনুৰাধা
@himakshideka8612
@himakshideka8612 11 ай бұрын
অবুজন মনত মৌ আৰু অনুৰাধা শিবানী
@brindadas4911
@brindadas4911 11 ай бұрын
অবুজন মনৰ মৌ।
@chanditadeka7688
@chanditadeka7688 11 ай бұрын
Shibani in Anuradha and Mou in Abujon mon
@chitrachutialifestyle1616
@chitrachutialifestyle1616 11 ай бұрын
অবুজন মনত সুনীতা বাৰ নাম আছিল - 'মৌ' অনুৰাধাত আছিল -- ' শিৱানী'
@কবিতাৰশিতান-র৮ম
@কবিতাৰশিতান-র৮ম 11 ай бұрын
সুনীতাৰ কথা বোৰ বৰ ভাল লাগিছে তেওঁৰ চিৰিয়েল বোৰ চাই মই বৰ ভাল পাও।
@kangkanbaruah_creation
@kangkanbaruah_creation 11 ай бұрын
অবুজন মনত = মৌ অনুৰাধা = শিৱানী
@himasrikashyap7877
@himasrikashyap7877 11 ай бұрын
Pallavi baa apuni beya nepaii jdi silpisikha k anibo sn ,aru yasashree baa
@uddipanakalita7265
@uddipanakalita7265 11 ай бұрын
❤❤❤❤❤
@JoyshreeBora-zt1kq
@JoyshreeBora-zt1kq 11 ай бұрын
ᵛᵃˡ ˡᵃᵍⁱˡ ᵛⁱᵈᵉᵒ ᵗᵒ ˢᵃⁱ ❤❤❤
@pranitanath4637
@pranitanath4637 11 ай бұрын
❤❤
@heojychannelvlog6347
@heojychannelvlog6347 11 ай бұрын
অবুজন মনত তেওঁৰ নাম মৌ
@moonmechutia577
@moonmechutia577 11 ай бұрын
Nice
@animachetia5987
@animachetia5987 11 ай бұрын
অবুজন মনত মৌ অনুৰাধাত শিবানী
@KiranDevi-um4fh
@KiranDevi-um4fh 11 ай бұрын
অবুজন মনত তোমাৰ নাম শিৱাজী আছিল
@upakulparashar8628
@upakulparashar8628 11 ай бұрын
Munmi kalita baak invite kribo sn show tut 🙏
@Priyakhi-sl9mh
@Priyakhi-sl9mh 11 ай бұрын
Abujon bon...mou Anuradha.....shivani
@Anamikaborah448
@Anamikaborah448 11 ай бұрын
Fut godhuli saisu nice
@sikhamemories349
@sikhamemories349 11 ай бұрын
Frist like❤
@barnaliworld7191
@barnaliworld7191 11 ай бұрын
Abujan man r name mou anuradha siriyel ot shibani asile
@sikhamemories349
@sikhamemories349 11 ай бұрын
Frist comment❤
@KumarPankaj-j1c
@KumarPankaj-j1c 11 ай бұрын
Fut guduli anu❤❤
@KiranDevi-um4fh
@KiranDevi-um4fh 11 ай бұрын
অনুৰাধাত‌শিৱানী
@payeldeka1623
@payeldeka1623 10 ай бұрын
Anuradhar Sibani
@sunnylaskar3427
@sunnylaskar3427 11 ай бұрын
Ata kotha xudhile dosta uttar diye vl nalage besi kotha koi😂
@runuramray9956
@runuramray9956 11 ай бұрын
Anuradhat nam asil shibani aru obujon monot nam asil mou
@RekhamoniGogoi-t9w
@RekhamoniGogoi-t9w 11 ай бұрын
Anuradha khonor karatartur nam mou Shibani asil aru abujon khonor karatartur nam mou.
@assamesegkwithchaya1204
@assamesegkwithchaya1204 11 ай бұрын
অবুজন মনত মৌ আৰু অনুৰাধাত শিৱানী আছিল।
@KiranDevi-um4fh
@KiranDevi-um4fh 11 ай бұрын
অবুজন ত তোমাৰ নাম শিৱানী
@nibeditahazarika9760
@nibeditahazarika9760 11 ай бұрын
anuradhat shibani asil
@shaguftaahmed2216
@shaguftaahmed2216 11 ай бұрын
Moo and sibine
@mrinalgoswami3992
@mrinalgoswami3992 11 ай бұрын
Pin it .. ktha patisu ba r lgt moi
@beautydutta7438
@beautydutta7438 11 ай бұрын
Suniter anuradha serialot shibani asil
@pritirekhasarma2582
@pritirekhasarma2582 11 ай бұрын
Abujon mon t mou ,Anuradha t sibani asil
@pmgaming5257
@pmgaming5257 11 ай бұрын
Anu radhar t Anu radhai asile
@runubarman3428
@runubarman3428 11 ай бұрын
Anuradhat sibani Ru abujan manat mou asil
@nibeditabhuyan4384
@nibeditabhuyan4384 11 ай бұрын
Anuradha t shivani Abujan mnt mou
@debajitkhanikar2852
@debajitkhanikar2852 11 ай бұрын
Abujon mon(mou)
@KhiradaDutta-s8z
@KhiradaDutta-s8z 11 ай бұрын
Abujon Mont mou , Anuradha t sibani
@krishnakhound6354
@krishnakhound6354 11 ай бұрын
Anu
@Neha-zq1jh
@Neha-zq1jh 11 ай бұрын
Abujon moont mou asil character tu
@moumitaxondikoi3320
@moumitaxondikoi3320 11 ай бұрын
Mou
@krishmitadas2937
@krishmitadas2937 11 ай бұрын
Abujan Maan ...Sunita bar character tur naam mou asil
Une nouvelle voiture pour Noël 🥹
00:28
Nicocapone
Рет қаралды 9 МЛН
IL'HAN - Qalqam | Official Music Video
03:17
Ilhan Ihsanov
Рет қаралды 700 М.
অভিনেত্ৰী প্ৰীতিকংগনাৰ এটি Fashion show চাওঁ আহক😱
16:42
Dukmukalite | Zubeen | Sushmita | Vivek | Sunita | Lakhimai 2016
4:42
Times Music Axom
Рет қаралды 593 М.
Geetawali Rajkumari ৰ বহু নজনা কথা || Assamese Podcast Geetawali Rajkumari In Kotha Studio
1:05:16
Une nouvelle voiture pour Noël 🥹
00:28
Nicocapone
Рет қаралды 9 МЛН