নতুন প্ৰজন্মক ভাওনা সংস্কৃতিৰ ফালে আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে এই পৰিবৰ্তন বোৰে। সেয়েহে মই ভাবো কাৰো আপত্তি থাকিব লগীয়া একো নাই ।
@priyankudutta42592 жыл бұрын
Hundor 🙏, Clean Audio r babe ki use kore jonabo sun
@ujjwalsaikia39722 жыл бұрын
Audio mixer
@durlabhsaikia77799 ай бұрын
শিৱৰ জটাৰ তিনি জন সৃষ্টি হয় ইয়াত দুজনক হে দেখা পোৱা গৈছে শ্ৰীমদভাগৱত চতুৰ্থ খণ্ডত লিখা আছে তিনি জন সৃষ্টি হয় বুলি পাইছোঁ কাল ভদ্ৰ বিৰভদ্ৰ মনি ভদ্ৰ এই তিনি জন হৈছে পুস্কৰ মানুহ মৰিলে যে পুস্কৰ লাগে এই তিনি জন লাগে কাল ভদ্ৰক শিৱই স্থান দিছিলে তিথিত মনি ভদ্ৰক স্থান দিছিলে বাৰত বিৰভদ্ৰক স্থান দিছিলে নক্ষত্ৰ যেতিয়া মানুহ মৰে এই তিনি জন যদি এক লগ হয় মানুহ ঘৰ লণ্ড ভণ্ড কৰে যদি বিষ্ণু জজ্ঞ নকৰে
Dada mur chenal tu ebar sai dibo subscribe eta Kori dibo deii
@ujjwalsaikia3972 Жыл бұрын
Nishoi
@manikofficial68362 жыл бұрын
Mojja lagise video tu sai khodai anekwA video de aguwa jwak khodai apunar logat asu 🥰 moi apunar chneel tu subscribe korilu akha koru apuni u kore 🙏🏾🙏🏾