আহি পালো China ,Hong Kong বৰ্ডাৰেৰে সোমালো চীন 😮😮😮Vlog -4 Inside the China. by Bhukhan Pathak

  Рет қаралды 163,886

Assamese Mixture

Assamese Mixture

Күн бұрын

This Episode I entry in China mainland first time from Hong Kong 🇭🇰 border
China trip by Bhukhan Pathak
Assamese vlog from China
🇨🇳
Hong Kong
Assamese mixture
Episode- 4
#bhukhanpathak #chinaentry

Пікірлер: 907
@jayantadeka9876
@jayantadeka9876 4 күн бұрын
ভুষন তোমাৰ বাবে হংকং আৰু চীন দেখি আছো ।তাৰ বাবে তোমাক ধন্যবাদ জনালোঁ ।
@AssameseMixture
@AssameseMixture 2 күн бұрын
@@jayantadeka9876 Thank you
@ankursharma2282
@ankursharma2282 3 күн бұрын
এই Journey সহজ নহয়। চীনত প্ৰৱেশ কৰা প্ৰথমজন অসমীয়া KZbinr। best of luck♥️
@sujaldas9577
@sujaldas9577 Күн бұрын
First akhomiya KZbinr kole thike ase vl first akhomiya luk buli nokole 😂
@Rituparnasarmah-w2s
@Rituparnasarmah-w2s 2 күн бұрын
দিম্পুৱে বিদেশত গৈ কাৰোবাৰ ঘৰত থাকি! কাৰোবাৰ লগত কাৰোবাৰ গাড়ীত ঘুৰি ভিডিও বনাই কিন্তু তুমি অকলে অকলে খোজ কাঢ়ি নিজে ঠাই বিচাৰি ঘুৰি ঘুৰি ভিডিও বনোৱা! চেলুট ভুষণ ❤❤
@AssameseMixture
@AssameseMixture 2 күн бұрын
@@Rituparnasarmah-w2s thank you so much 🙏
@dhirasridevi7681
@dhirasridevi7681 4 күн бұрын
ভুষন তুমি আজি তোমাৰ প্ৰতি থকা মোৰ মনৰ কথা খিনি উল্লেখ কৰিছা।বৰ ভাল লাগিল কথাখিনি শুনি। অকলে কাৰো সহায় নোলোৱাকৈ , কোনো মানুহৰ ঘৰত আশ্ৰয় নোলোৱাকৈ অকলে দেশ ভ্ৰমণ কৰাটো সহজ কথা নহয় সচাকৈ। সেইবাবেই তোমাৰ ভিদিও চাই ভাল পাও।তোমালৈ অলেখ শুভ কামনা থাকিল.. আৰু আগবাঢ়ি যোৱা তুমি ❤❤❤
@AssameseMixture
@AssameseMixture 4 күн бұрын
Thank you so much 🙏
@NabajyotiBora-o8g
@NabajyotiBora-o8g 3 күн бұрын
Hosa, tumar hahokh ase
@omrcbharti8162
@omrcbharti8162 2 күн бұрын
4 ta phn nibo tok kone dise
@musicallibrary4149
@musicallibrary4149 4 күн бұрын
ভুষণ তুমি আমাৰ গৌৰৱ,, সচাঁকৈ অকলে অকলে অচিনাকি ঠাইত যোৱাটো বহুত টান কাম ❤
@AssameseMixture
@AssameseMixture 4 күн бұрын
Thank you 🙏
@DebajitPhukon-zh4tg
@DebajitPhukon-zh4tg 4 күн бұрын
Hy kot asy
@GitamoniHazarika-wo3gk
@GitamoniHazarika-wo3gk 3 күн бұрын
Enekua ekhon voyanok dekholoi okole jabole hahokh korila tumak salute jonaisu.keep it up brother 👏
@brajendrabordoloi9658
@brajendrabordoloi9658 4 күн бұрын
Bhukhan তোমাক ঈশ্বৰে মংগল কৰক তুমি যিটো সাহসৰলৈ বিদেশ ঘুৰিছা সচাই মানিব লাগিব
@manjudaschoudhury2224
@manjudaschoudhury2224 4 күн бұрын
ধুনীয়া, ধুনীয়া ঠাই বিলাক দেখি ভাল লাগিছে ভগৱান সহায় হ ওক তোমাৰ ❤❤
@LokeswarGogoi-xh9ef
@LokeswarGogoi-xh9ef Күн бұрын
ভূষণৰ ব্যক্তিগত তথা অকলশৰীয়া বিদেশ ভ্ৰমণে সাহসী, কৌতূহল, ৰোমাঞ্চ ভৰা ভিডিঅ' বাবে বহুত বহুত শলাগ আৰু অভিনন্দন জনাইছোঁ 🙏🙏।
@rajarshidutta2887
@rajarshidutta2887 4 күн бұрын
It is not an easy job to come to Hongkong or China alone and roam around . Beleg Assamese bloggers burok moi without help ghura dekhanai ketiyao. You are doing a good job !!
@jyotirmay4741
@jyotirmay4741 4 күн бұрын
Chinese village dekhabo dada❤❤❤❤
@hobiburrahman1198
@hobiburrahman1198 4 күн бұрын
Yes
@basantahira8645
@basantahira8645 4 күн бұрын
সুন্দৰ, তুমি বিশ্ব অভিলেখ গঢ়া ভাই। তুমি অসমৰ গৌৰৱ হোৱা, এয়াই আমাৰ আশা
@bikidas500
@bikidas500 4 күн бұрын
Dada Apuni Assam r no1 KZbinr
@debabarman3148
@debabarman3148 4 күн бұрын
😂
@Axom-o3h
@Axom-o3h 4 күн бұрын
⁠@@debabarman3148Ki blll hahesooo bokasuda🤬🤬🤬🤬
@kalitamanab3008
@kalitamanab3008 4 күн бұрын
😂😂
@ranjitkalita1445
@ranjitkalita1445 3 күн бұрын
Kin2 real life ot lebel to besi koi a mare jene indiar number one you tuber he
@Senu06
@Senu06 3 күн бұрын
Dimpu borah Assam r no1 KZbinr❤
@lalitakakati7899
@lalitakakati7899 4 күн бұрын
ভূষণ দা আপোনাৰ বাবেই হংকং আৰু চীন দেখা পাই আছোঁ,বহুত ভাল লাগিছে।সচাঁকৈ অকলে অকলে সকলো কাম কৰাটো সহজ নহয়, bohut kosto kori ase apuni…ভালে থাকিব দাদা🙏
@মহাকাল-ৰুদ্ৰ
@মহাকাল-ৰুদ্ৰ 4 күн бұрын
ধুনীয়া চাই চাইনিজ বৌ এজনী আমি এইবাৰ পাম বুলি আশা কৰিলো দাদা 🫣🫣
@mmm-fe6tc
@mmm-fe6tc 3 күн бұрын
Indian manuhok xihote poson nokore
@madhabboro2813
@madhabboro2813 3 күн бұрын
​@@mmm-fe6tcবহুতো ভাৰতীয় লৰাই chinese ছোৱালী বিয়া কৰাইছে আৰু তেওলোকে চাইনাত থাকে চাইনীজ ছোৱালীবোৰে ভাৰতীয় লৰাই লগত বিয়া হলেও তেওঁলোকে ভাৰতত নাথাকে কাৰণ তেওঁলোকে ভাৰতীয় culture ৰ লগত মিলিব নোৱাৰে
@মহাকাল-ৰুদ্ৰ
@মহাকাল-ৰুদ্ৰ 3 күн бұрын
@@madhabboro2813 মোৰ girlfriend জনীও চাইনিজ দেখুন, কি হ'ব এতিয়া 🤔🤔😭😭
@mmm-fe6tc
@mmm-fe6tc 3 күн бұрын
@@madhabboro2813 khaitu ajon dujon hobo nohole news burot saba xihotor suwalibure direct koi Indian lora like nokoru buli
@Programmer-x7y
@Programmer-x7y 11 сағат бұрын
​@@mmm-fe6tc মই সেইটো এটা you tube অৰ ভিদেও তে দেখিছোঁ ।। চীনৰ ছোৱালী এজনীক ভাৰতৰ ল'ৰা এজনে বিয়া পটাৰ পিছত সেই চীনৰ ছোৱালী জনীৰ পৰিয়াল ৰ মানুহৰ প্ৰতিক্ৰিয়া দেখিবলৈ পাইছিল ।
@bishalsarma5306
@bishalsarma5306 4 күн бұрын
অকলে যোৱাটো সহজ নহয়,, বহুতেই লগ লৈ যায় বা চিনাকি থাকে,, কিন্তু আপুনি অকলে salute
@AssameseMixture
@AssameseMixture 4 күн бұрын
Thank you
@assamskyvlogs
@assamskyvlogs 3 күн бұрын
1 Million Coming Soon ❣️ Love From Udalguri Assam ❤️
@BikashDas-xv6ph
@BikashDas-xv6ph 4 күн бұрын
Barpeta Rockstar ❤❤
@jume1196
@jume1196 Күн бұрын
একদম ঠিক কথা অকলে বিদেশত ইমান সহজ নহয় বিশেষ কৈ আমাৰ দৰে কম পইচাৰ মানুহৰ, এই বিষয়ে মোৰ experienced বহুত । কিন্তু এটা কথা মই অনুভৱ কৰিছো তুমি প্ৰথম বনোৱা ভিদিঅ’ পৰা আৰু এতিয়া বহুবাৰ বিদেশ গৈ গৈ এতিয়া বনোৱা ভিদিঅ’ৰ মাজত বহুত পাৰ্থক্য আছে । এতিয়া তোমাৰ কথা কোৱা শৈলি বা বকী বহুত ধৰণ-কৰণ বহুত ভাল হ’ল মানে উন্নত হ’ল বা নিজকে improved কৰিছা অসমৰ বাকী famous you tubers বোৰতকৈ । ভাল লাগিছে যাত্ৰা অব্যাহত থাকক ।
@AssameseMixture
@AssameseMixture 9 сағат бұрын
Thank you so much 😊
@ndekavlogs2968
@ndekavlogs2968 4 күн бұрын
china first apuni juwa kua khata tu kolu sedina bohut Thata karile youtube r Assamese Bhukan da only single jai Explore kri ase Best youtube r In Assam amr ossr bhukan da❤ China pora aru val video pam ❤
@dhanmanibarman9008
@dhanmanibarman9008 2 күн бұрын
ধন্যবাদ বন্ধু, তোমাৰ জহতে চীন দেশ দেখি আছো।
@Bhal_lora
@Bhal_lora 4 күн бұрын
১২০০-১৫০০ টকীয়া ৰাজনীতি নচলাহেঁ‌তেন আজি ভাৰতো এনেকুৱাই হ'লহেঁতেন। গণতন্ত্ৰ ভাৰতৰ পতনৰ মূল। সকলোকে ফ্ৰি লাগে। ভোট বেংকৰ স্বাৰ্থত চৰকাৰেও বিলাই ফুৰে। কাৰোবাক ১২০০, কাৰোবাক ১৫০০।
@RemadyVlogstar
@RemadyVlogstar 4 күн бұрын
😢😢
@anilboro4741
@anilboro4741 4 күн бұрын
১২০০-১৫০০ শ টকীয়া ৰাজনীতি ২০১৪ৰ পৰা হে আৰম্ভ হৈছে তাৰ আগতে এটা পৰিয়ালৰ ৰাজনীতি আছিল। চাইনাই এইবোৰ ২০১৪ ৰ আগতে বনাইছে।
@ritupanmedhi6397
@ritupanmedhi6397 3 күн бұрын
Salute আপোনাক অকলে এনেকৈ বেলেগে দেশ গৈ video ৰে আমাক দেখুওৱা বাবে।
@ghanakantachutia5571
@ghanakantachutia5571 4 күн бұрын
Apuna video bur sai hosakoi bht bsi vl lge hdai sau jdiu aji first time comment krisu
@dipenkumargohain5351
@dipenkumargohain5351 2 күн бұрын
সৎ উদেশ্যৰে নিজৰ অভিজ্ঞতাক সঞ্চয়ৰ লগতে আনৰ উপকাৰৰ বাবে অকলশৰে কাম কৰা প্ৰতিগৰাকী ব্যক্তি মোৰ দৃষ্টিত অকলশৰীয়া নহয় তেওঁৰ লগ স্বয়ং ঈশ্বৰে দিয়ে। ঈশ্বৰৰ ওপৰত ভৰষা ৰাখি কাম কৰি যোৱা ভূষণ তোমাৰ এই যাত্ৰা অধিক সূচল আৰু সুন্দৰ হব।
@AssameseMixture
@AssameseMixture 6 сағат бұрын
Dhonyobad
@konikadas2698
@konikadas2698 4 күн бұрын
Bohut val lagise video bur sai
@LokeswarGogoi-xh9ef
@LokeswarGogoi-xh9ef Күн бұрын
আচহুৱা, অচিনাকী, অবুজ ভাষাৰ প্ৰতিকুল পৰিৱেশ মুঠতে কষ্টকৰ যাত্ৰাত শলাগ আৰু ধন্যবাদ জনাইছোঁ 🙏।
@Emiway_stetus_Video
@Emiway_stetus_Video 4 күн бұрын
China 🗣️ যি কৰিছোঁ অকলে কৰিছোঁ কৰোঁ সহায় লোৱানাই
@UjjalTime
@UjjalTime 3 күн бұрын
একে একে দুই ভূষণ ভাই তুমি জুই 🔥🔥🔥❤️❤️❤️
@user-db2tv6yf7t
@user-db2tv6yf7t 4 күн бұрын
Fast youtuber , june akole akole dekh bidekh dekhai thake apunak dimpur oh noware
@biswajeetbhumij6469
@biswajeetbhumij6469 3 күн бұрын
Dada apuni assamor no 1 youtuber karon apunar nisina kunu okole china phuribo jua nai❤❤❤❤❤
@HrishikeshKalita-kz1ox
@HrishikeshKalita-kz1ox 4 күн бұрын
Dada apunar kostok salute disu 🤍💓🙏🏻
@BONDITADEKARABHA
@BONDITADEKARABHA 3 күн бұрын
বহুত বহুত ধন্যবাদ থাকিল তোমালৈ ভগৱানক চিন্তি আগবাঢ়ি যোৱা ❤ অন্তৰৰ পৰা সুভকামনা জনালো তোমালৈ ❤❤❤
@DiptiSharmaBaruah
@DiptiSharmaBaruah 4 күн бұрын
তোমাৰ কষ্ট সফল হওক ভূষণ 🎉🎉🎉 এজন সাধাৰণ মানুহ কাৰো সহায় নোহোৱাকৈ কেনেকৈ ভ্ৰমণ কৰিব পাৰে, তুমি খুঁটি-নাটি মাৰি দেখুৱাই গৈছা৷ হিয়াভৰা শুভেচ্ছা তোমালৈ ❤❤
@AssameseMixture
@AssameseMixture 4 күн бұрын
Thank you 🙏
@MilanDeka-uv5vj
@MilanDeka-uv5vj 4 күн бұрын
You are are best youtuber of assam
@ashansheikh1949
@ashansheikh1949 4 күн бұрын
Bhuan bhaiti. tumar para bahut basto dakhilo aru janilo. Aru Tumi ai V D O banaota bahut kasta karisa hai baba tumak aheh danyabad
@drubajitkalita8617
@drubajitkalita8617 4 күн бұрын
best youtuber in assam...aponar dore kunu nuware assam r you tuber a china,pak,bangladesh dekhabo
@jayantahirahira-jn1ht
@jayantahirahira-jn1ht 4 күн бұрын
Bhout bhout Val lagila......🤝🤝🤝🥰🥰🥰
@ritamoniborah2233
@ritamoniborah2233 4 күн бұрын
বৰ ধুনিয়া ঠাই দেখিবলৈ পালো তোমাৰ যোগেদি। ধন্যবাদ।
@birajkrpatar6065
@birajkrpatar6065 4 күн бұрын
Stay safe and happy journey bhukhan daa❤❤
@madhurjyavlog3047
@madhurjyavlog3047 3 күн бұрын
Thanks bhukhan daaaa....china r dore ekhon highclass country dekhuwar babe
@danysvlog0753
@danysvlog0753 4 күн бұрын
Beautiful video Love from Barama Baksa ❤️
@migangibora9550
@migangibora9550 4 күн бұрын
Best youtuber in assam..
@assameseorganisation
@assameseorganisation 4 күн бұрын
Love from hajo adhiarpara
@Dibyakrgogoimusical
@Dibyakrgogoimusical 3 күн бұрын
Best KZbin bar of Assam aponar karone chaina dakheboloi paiso god bless you dada❤❤❤❤❤
@MinajulAli-sz6hx
@MinajulAli-sz6hx 4 күн бұрын
Naturel KZbin r.. apuni srilanka juwa pora video saw bht vl lge
@nilimachutiaborah4697
@nilimachutiaborah4697 13 сағат бұрын
Bhagobane tumak kusale rakhak. Love from Jorhat. ❤
@samarsdiaries7778
@samarsdiaries7778 4 күн бұрын
You are real hero from assam...
@samarsdiaries7778
@samarsdiaries7778 4 күн бұрын
আমাৰ অসম খন অলপ বেলেগত কৈ বেলেগ, ভাল কামৰ সংযোগ কম ।
@prasannabora7644
@prasannabora7644 4 күн бұрын
Dekh bhraman korilei Real Hero niki????? KZbin r blog r khetro khonot real hero hobo pare
@samarsdiaries7778
@samarsdiaries7778 4 күн бұрын
@@prasannabora7644 tetiya hoga, muta, maiki dekhuwa bur .
@pranjaltamulimusical3617
@pranjaltamulimusical3617 3 күн бұрын
Joi aai axom❤❤❤
@rkmusic8387
@rkmusic8387 4 күн бұрын
Who watching in 2050😮
@SandipDutta
@SandipDutta 4 күн бұрын
Who watching in 2090
@UtpalKumar-cd3zu
@UtpalKumar-cd3zu 4 күн бұрын
Who watching 3001​@@SandipDutta
@PritamKashyap-dx5it
@PritamKashyap-dx5it 4 күн бұрын
Koti mara kela
@nitishvlogs2250
@nitishvlogs2250 4 күн бұрын
😂
@neiljohnson5367
@neiljohnson5367 4 күн бұрын
Bal tu ki nisha kori asa aji kali?
@BabuDas-bf8fi
@BabuDas-bf8fi 4 күн бұрын
বহুত বেছি ভাল লাগে আপোনাৰ ভিদিও বোৰ বহুত ভাল পাওঁ দাদা মৰম থাকিল আপোনাৰ লৈ 😊
@brojenbaruah9604
@brojenbaruah9604 4 күн бұрын
তোমাৰ কাৰনে বহুত ঠাই চাব পৰিছো, অকলে অকলে বহুত কষ্ট কৰি বনাইছা,ভাল লাগিল।
@mondirachutia5925
@mondirachutia5925 3 күн бұрын
তোমালৈ বহুত বহুত ধন্যবাদ দেই 👍👍
@nabokumarbora444
@nabokumarbora444 4 күн бұрын
যাত্ৰাৰ বাবে শুভেচ্ছা জনালোঁ।ভাল লাগিল ভিডিঅ'বিলাক চাই।
@kumarbasantaassam7083
@kumarbasantaassam7083 16 сағат бұрын
ভিডিঅ’টো চাই ভাল লাগিল ৷
@mintuali9030
@mintuali9030 Күн бұрын
ভূষণ ভাই তোমাৰ জৰিয়তে বহুতো ঠাই দেখিলোঁ আৰু শিকিবলৈ পাইছোঁ 👍🤝
@runusarmah4050
@runusarmah4050 4 күн бұрын
তোমাক কি কও , অকলে অকলে এখন অচিন ঠাই য'ৰ ভাষা ও আমি নুবুজু । এটা কথাই কও -- ভগবানে তোমাক ভালে ৰাখক ❤️❤️
@udassamesevlog7483
@udassamesevlog7483 4 күн бұрын
নিজে গৈ থকা যেন লাগে ভাই আপোনাৰ ভিডিঅ ৰ জৰিয়তেই ধন্যবাদ ❤❤❤
@jollywoodassam4377
@jollywoodassam4377 4 күн бұрын
Assamese best travel vlogger ❤
@AssameseMaker1
@AssameseMaker1 4 күн бұрын
Xui xui china sai aso bhal lagil❤moi ata kotha kow china tu bohut population ase jega bur tu bohut clean ,amar india khon uu alop clean koribo Nuware govt ee
@anujaxom5081
@anujaxom5081 3 күн бұрын
বৰ ভাল লাগিল 😊
@DiptiChetia-bs5vh
@DiptiChetia-bs5vh 3 күн бұрын
ভূষণ সচাকৈ তোমাক বহুত ধন্যবাদ দিছোঁ। অকলে china যোৱা ইমান সহজ নহয় । ভালে কুশলে থাকিবা ।
@nayanborah9871
@nayanborah9871 3 күн бұрын
বহুত ধুনিয়া ❤❤🎉🎉
@namu_saikia
@namu_saikia 4 күн бұрын
Bhukhan da we all proud of you....apunar video joriote ami ghorot bohi bohi china sabo paisu najana kotha hikibo parisu ....bohut besi val lagise apunar video bur sai aru next video babe bohut excited hoi roi asu...apuni vale thakok ru healthy thakok...best wishes thakil apunar next video babe
@sonasinghanse5464
@sonasinghanse5464 13 сағат бұрын
বিদেশত গৈ ইমান কষ্ট কৰি ভিডিঅ বনাই আছে সঁচা কৈ মানিছো ভূষণ l তোমাৰ মনো কামনা পূৰণ হব l ইশ্বৰে আশীৰ্বাদ দিব l নমস্কাৰ
@RituDeka-w9v
@RituDeka-w9v 3 күн бұрын
ভালকৈ থাকিবা দাদা
@deepmali5408
@deepmali5408 3 күн бұрын
Bhukhan da video bilak val lagise...eta request thumbnail t ru video t suali bilak dekhuai dekhuai bojorua kri nepelabo
@Surajtsk4851
@Surajtsk4851 4 күн бұрын
Moja kokai, অকলে অকলে ঘূৰি ফালি আছা দেশ বোৰ,ভালে থাক
@XakiL_AS02_se
@XakiL_AS02_se 4 күн бұрын
This man is the MSK of Assam ❤️🗿
@chanakyanath8696
@chanakyanath8696 4 күн бұрын
Bahut val lagil dada hosai tomar video bilak bahut val lage ❤❤❤❤
@bantigoswamibora9726
@bantigoswamibora9726 3 күн бұрын
বৰ ভাল লাগিল ভুকন তোমাৰ যহতে হ্্ক্্ আৰু চীন খন চাব পাৰিছো, শুভেচ্ছা থাকিল তোমালৈ।
@user-ok3hq1zt8h
@user-ok3hq1zt8h 4 күн бұрын
Moja moja
@Debajit-baruah1
@Debajit-baruah1 4 күн бұрын
Moja disa❤❤❤
@NS55-q2d
@NS55-q2d 3 күн бұрын
👏👏Namashkar bhaitee, Love from Assam ..
@rijukalita5635
@rijukalita5635 3 күн бұрын
Thanks aponar karone Honkong sab parili gharat bohi
@nayanshil3685
@nayanshil3685 3 күн бұрын
তেকলি পিঠা আৰো ৰাঙা চাহ বেচা নাই ,,,,,কাম নাই তাহাৰ বেপাৰী গিলাৰ ৰেল ত উঠপা নেদে।।।।।at the end it's marvelous to see you alone in china..... exploring more....best of luck.....keep yourself safe🎉
@SankarjyotiGohain
@SankarjyotiGohain 19 сағат бұрын
বৰ সুন্দৰ ঠাই ভাল লাগিছে চাই 👍
@BasudebBaishya-qk8db
@BasudebBaishya-qk8db 12 сағат бұрын
Thank you Bhushan ❤❤❤
@michaelvlogs4811
@michaelvlogs4811 2 күн бұрын
Dhoinobad Bhukhon Da gutei hongkong khon amak dekhuwa babe logote china khonu dekhuwa babe❤
@nobinhazarika7641
@nobinhazarika7641 4 күн бұрын
Vdo tu Sai ভাল লাগিল
@mousam212
@mousam212 2 күн бұрын
Assam'r pora travel vlogger Bukhan. All the best!
@parishmitadutta4274
@parishmitadutta4274 4 күн бұрын
❤❤ hundor
@nirjurajgogoi319
@nirjurajgogoi319 17 сағат бұрын
No pain no gain. You are taking pain not only for yourself but also for the public. Best of luck.
@AssameseMixture
@AssameseMixture 6 сағат бұрын
Thank you so much
@mridusmitadas3653
@mridusmitadas3653 4 күн бұрын
Bohut bhal lagise video tu Sai..aru video dibo buli asa thakil
@Deep.vlogs_05
@Deep.vlogs_05 4 күн бұрын
সুন্দৰ ভাল লাগিল ❤
@RajumoniRajumonidas
@RajumoniRajumonidas 4 күн бұрын
Nice video. ❤🎉🎉
@bijuliborahdas206
@bijuliborahdas206 4 күн бұрын
বৰ ভাল লাগিল
@akashcreation4478
@akashcreation4478 4 күн бұрын
Thank you bhukhan da emn dhuniya dhuniya Thai dekhuar krne okhek dhonyobad 🫶❤️
@ratankundu9496
@ratankundu9496 4 күн бұрын
Jhakkas lagichai ❤
@kangkannath6911
@kangkannath6911 4 күн бұрын
অসমৰ উজ্জ্বল তৰা তুমি,,
@maidulalom-s5d
@maidulalom-s5d 4 күн бұрын
Xundar Dada
@KapilnathKapilnath-y5z
@KapilnathKapilnath-y5z 4 күн бұрын
Val lagil bhaiti.
@MozmulKhan-hg2fg
@MozmulKhan-hg2fg 4 күн бұрын
Fukon dadai bohut kosto kori ase gys plz sobe 1 milion kori diya aibar plz ❤😊
@Ajaysaw-h1t
@Ajaysaw-h1t 3 күн бұрын
বহুত ভাল লাগিল video চাই
@diphubhuyan8112
@diphubhuyan8112 4 күн бұрын
Bhukhan da aru aguai jawk val val video di thakok apunar videobur bahut val lage sai
@SunilKumarBorphookan
@SunilKumarBorphookan 4 күн бұрын
Val lagese Bhai.
@ritaborah5637
@ritaborah5637 4 күн бұрын
Moiu sai asu aponar china vedio bur. 🙏 dhuniya thai bilak dekha paisu.
@bhaskarkoushik4154
@bhaskarkoushik4154 4 күн бұрын
You are real Hero as a youtuber
@tirthajyotigogoi9942
@tirthajyotigogoi9942 4 күн бұрын
Love from dhakuakhana ❤❤❤
@jitendrachungkrangvlogevid8419
@jitendrachungkrangvlogevid8419 3 күн бұрын
অসমৰ great KZbin r আপুনি আপোনাৰ কাৰণে বহু নেদেখা ঠাই দেখিবলৈ আমি পাইছোঁ best of luck দাদা ভালকে যাব.==ভালদৰে ঘুৰি আহিব,,,
@nikunjaborah6756
@nikunjaborah6756 2 күн бұрын
অকলে যোৱাটো সাহসৰ কথা সেই সাহস আপোনাৰ আছে।।
Minecraft Creeper Family is back! #minecraft #funny #memes
00:26
driverless taxi China with Lulu
14:38
Niranjan China
Рет қаралды 1,2 МЛН
Inside Magic city of China | Chongqing
21:42
Vishal Tandon
Рет қаралды 1,4 МЛН
50 Rupees Chicken Thali in Baba Hotel/Dhruva j Kalita
13:43
DHRUVA J KALITA
Рет қаралды 190 М.
Minecraft Creeper Family is back! #minecraft #funny #memes
00:26