অতীতৰ ভালপোৱাই কন্দুৱাই দিনে ৰাতি || REDFM LOVE STORY BY RJ PAHI

  Рет қаралды 190,307

Red FM Assamese

Red FM Assamese

Күн бұрын

Пікірлер: 357
@PAintyourHIghwaywithPAHI
@PAintyourHIghwaywithPAHI 2 жыл бұрын
Thank you so much for your support love and wishes. Keep loving. Lots of love to all
@pallabisaikia7050
@pallabisaikia7050 2 жыл бұрын
❤️
@nihu5216
@nihu5216 2 жыл бұрын
aikeidin bare bare check kri asilo apload dise nk ..finally aji dile 🥺❤️
@Bishal_sarma99
@Bishal_sarma99 2 жыл бұрын
Konobai dibo nki please pahi bar email tu moro story share koribo lagisile
@barnalimali6725
@barnalimali6725 2 жыл бұрын
❤️😘❤️
@dxvaity7382
@dxvaity7382 2 жыл бұрын
সঁচা ভাল পোৱা প্ৰেম সকলোৰ ভাগত কপালত নাথাকে কাৰণ মোৰ বাদে আন দ্বিতীয় জনে চাগে বুজি নাপাব 😭 সঁচা ভাল পোৱাক মই সদায় সন্মান কৰো মোৰ life জীৱনত এটিয় লৈকে সঁচা ভাল পাব পৰা সহযোগী পোৱা নাই hay বাবে চাগে মই ইমান নাজানো কাৰণ মোৰ কপালত সঁচা ভাল পোৱা নাই জাৰ তাত সঁচা ভাল পোৱা সহযোগী আছে Hay জন বৰ Lucky I respect true Love ❤️
@dipaborah9275
@dipaborah9275 2 жыл бұрын
সকলোৱে Accept কৰা Relationshipটো যেতিয়া Breakup হৈ যায় তেতিয়া মানসিকভাৱে কিমান যন্ত্ৰণা ভোগ কৰা হয় সেইটো কেৱল ভুক্তভোগীজনেহে অনুভৱ কৰিব পাৰে... এই Storyটো মোৰ লগত Same হয়, বেলেগক পায় এৰি গ'ল কিন্তু মই জানো মোৰ নিচিনাকে তেওঁক কোনেও ভালপাব নোৱাৰে... আনকি আজিও তেওঁৰ অপেক্ষাত ৰৈ আছো...
@debojitbarman3256
@debojitbarman3256 2 жыл бұрын
Same হয় মোৰ ও একে অবস্থা
@Krishnakrishna-kw7xg
@Krishnakrishna-kw7xg 2 жыл бұрын
Hoi nk dipa tmaru mur dore hoise mane
@RupamDas-sg7oj
@RupamDas-sg7oj 2 жыл бұрын
Sem
@sanjaybarman7185
@sanjaybarman7185 2 жыл бұрын
Mor o sem hoise 😭😭😭😭
@bobygogoi6863
@bobygogoi6863 2 жыл бұрын
Same Mur lgto anekuwa hoise
@jyotishmangoswami98
@jyotishmangoswami98 2 жыл бұрын
পাহি বা! সঁচাকৈয়ে অতীতৰ ভালপোৱাই কন্দুৱাই দিনে ৰাতি।
@kanchanbk870
@kanchanbk870 2 жыл бұрын
সচাঁকৈ ভাল পোৱা জনেহে বুজে সচাঁ ভাল পোৱাই কিমান কন্দুৱাই
@kanakrajbongshiofficial
@kanakrajbongshiofficial 2 жыл бұрын
যিজন মানুহক বহুত বেছি ভাল পোৱা যায়৷ সিয়ে এদিন এৰি গুচি যায়🙂
@AnupomA1p7
@AnupomA1p7 2 жыл бұрын
স্মৃতিৰ বোজাবোৰ সঁচাই গধূৰ । কঢ়িয়াই লৈ ফুৰা জনে হে বুজি পাই কিমান কষ্টকৰ। প্ৰতিশ্ৰুতি দিয়া জনে দি ও আঁতৰি যায় আশাৰে বাট চাই ৰৈ থকা জনে হে বুজি পাই ।। অভিশাপ নিদিওঁ তেঁওক কোনোদিনে ,সুখৰ হওঁক তেওঁৰ জীৱন। হৃয়য়ৰ একোনত তেওঁক সদায় সাঁচি ৰাখিম ।
@bastovphukan7483
@bastovphukan7483 2 жыл бұрын
Surely I can feel him ketyaba ami reason tu gom napau kiyo kunubai tmk eri jai bah kiyo kunubai tmk tmi teuk vall puwa dore vall pbo nuware . And as always pahi baar advice is so important to everyone 💗
@moyurisonowal21
@moyurisonowal21 2 жыл бұрын
মই ভাবো অতীতৰ ভাল পোৱাই কন্দুৱাই যায় সঁচা কিন্তু আমি যেতিয়া অতীতক মনত পেলাওঁ বা খুব miss কৰোঁ তেতিয়া কিন্তু আমি অতীতৰ সেই বিশেষ ব্যক্তি জনক miss নকৰোঁ প্ৰকৃততে আমি তেওঁৰ হৈতে কটোৱা সেই স্মৃতি বোৰক miss কৰোঁ যাৰ বাবে আমাৰ মন বেয়া লাগিব পাৰে কিন্তু আমি সদায় এইটো ভাবি আগবাহিব লাগিব যে যি হয় ভালৰ বাবে হয় অতীতক মনত পেলাই মন বেয়া কৰাতকৈ বৰ্তমান টো কেনেকৈ ভাল কৰিব পাৰি তাৰ উপৰত focus কৰিব লাগে কাৰণ প্ৰেম ভাল পোৱাই জীৱনত সকলো নহয় । Btw @pahi ba tumr love story bur moi praiye hunu , tumar voice tu bohut val lage ❤️
@bornaliborah1237
@bornaliborah1237 2 жыл бұрын
Right... Moiu hai2 a vabu 🙂
@user-sw3lg6wq8s
@user-sw3lg6wq8s 2 жыл бұрын
@@bornaliborah1237 wow
@lostways7494
@lostways7494 2 жыл бұрын
Yes moio
@kabirxetry3555
@kabirxetry3555 2 жыл бұрын
Ya
@papertrader5446
@papertrader5446 2 жыл бұрын
same manuhjonok mnt npre ...akeloge kotua xomoi xini he mnt pore...ji tu mur aji luku pori ase 😭😭😭😭
@priyankas779
@priyankas779 2 жыл бұрын
যিয়ে প্ৰথমে প্ৰেমত পেলায় ভাল পাব শিকাই, তেওঁৱেই প্ৰথমে হেৰাই যায়। প্ৰেমৰ পূৰ্ণতা , বিবাহ বা বিচ্ছেদ , ব্যৰ্থতা সকলোৱে কপালত নাথাকে। ❤️🍂। আশা কৰোঁ প্ৰয়োজন হলে মৃত্যুৱেই আহক কিন্তু দ্বিতীয়বাৰ যাতে এজন ভুল মানুহৰ ওপৰত এই পবিত্ৰ মৰম , ভালপোৱা , বিশ্বাস , অনুভূতি এইবোৰ যাতে নাহে । এইবোৰে উপযুক্ত সহানুভূতি নাপালে বহুত আঘাত পাব লগীয়া হয়। প্ৰেমে মানুহক পৃথিৱীতেই সৰ্গ সুখ দিব পৰে আৰু নৰকসম যন্ত্ৰণাও দিব পাৰে। Your voice is so sweet Pahi ba... ❤️✨
@Manuram07
@Manuram07 2 жыл бұрын
Wahh wahhh 🔥🔥
@reemadas5794
@reemadas5794 2 жыл бұрын
Such a sweet comment ❣️
@papertrader5446
@papertrader5446 2 жыл бұрын
Yes .jar pora xikha jai prothom tai a ari gusi jai
@ManashTalukdar-ei7lg
@ManashTalukdar-ei7lg 11 ай бұрын
প্ৰতাৰণা এজনে কৰে আৰু গোটেই পৃথিৱীখনকে ভাল নলগা হৈ যায়। 😊😅
@HgohainJorhat-bm9og
@HgohainJorhat-bm9og 2 ай бұрын
Kotha2 right ✅️. 😅😅😅
@krishnamoninirmolia4976
@krishnamoninirmolia4976 2 жыл бұрын
পাহি বা ভালপোৱাবোৰ এনেকুৱাই নেকি? পলকতেই হাঁহি আকৌ চকুৰ পলকতেই চকুপানী। সঁচাই প্রেম অদ্ভুত।
@jyotishmangoswami98
@jyotishmangoswami98 2 жыл бұрын
Thikei
@krishnamoninirmolia4976
@krishnamoninirmolia4976 2 жыл бұрын
উম বহুত বেছি মৰম আৰু বেদনা। ভালপোৱা এনেকুৱাই চাগে।
@lakhigohain8610
@lakhigohain8610 2 жыл бұрын
সচাঁকৈ পাহিবা অতীতৰ ভাল পোৱাই সদায় কন্দোৱাই
@parbinsultana8308
@parbinsultana8308 2 жыл бұрын
সচাকৈ অতীতৰ ভালপোৱাই বহুত কন্দুৱাই বহুত মনত পৰে আজিও সেই দিনবোৰ। নাজানো কত ভুল হল যে আজি একেলগে নাই। নেদেখা জনৰ ওচৰত এটাই প্ৰাৰ্থনা তেওঁ সদায় সুখত থাকক।
@dxvaity7382
@dxvaity7382 2 жыл бұрын
সঁচা ভাল পোৱা প্ৰেম সকলোৰ ভাগত কপালত নাথাকে কাৰণ মোৰ বাদে আন দ্বিতীয় জনে চাগে বুজি নাপাব 😭 সঁচা ভাল পোৱাক মই সদায় সন্মান কৰো মোৰ life জীৱনত এটিয় লৈকে সঁচা ভাল পাব পৰা সহযোগী পোৱা নাই hay বাবে চাগে মই ইমান নাজানো কাৰণ মোৰ কপালত সঁচা ভাল পোৱা নাই জাৰ তাত সঁচা ভাল পোৱা সহযোগী আছে Hay জন বৰ Lucky I respect true Love ❤️
@pranabsarania5279
@pranabsarania5279 2 жыл бұрын
স্মৃতি বোৰেহে চিৰদিন থাকি যায় মানুহবোৰ নহয়৷💔আপুনি প্রকাশ কৰা কাহিনীতোৰ দেৰে মোৰ লগত হৈছে আজিলৈকে ওত্তৰ পোৱা নাই মোৰ ভুলটো কি আছিলে! 💔
@khagenpamehgam1587
@khagenpamehgam1587 2 жыл бұрын
সচাঁকৈয় অতীতৰ ভালপোৱাৰ কন্দুৱাই দিনে ৰাতি
@sanjupatar9176
@sanjupatar9176 2 жыл бұрын
Single hoiu pahi ba r Love story xuni emotional hoi jau😂👍🏼
@assamesevloggerpuja5667
@assamesevloggerpuja5667 Жыл бұрын
Ak mot🤣
@lipikadas4893
@lipikadas4893 2 жыл бұрын
Pahi ba mor relationship 1bosor hoi gol.... Moi bisaru xi jate mor lgt a thke xdai ... And pahi ba tq tumi imn dhuniya koi lovestory bor diya krne ... And mor o xpun ase adin mor lovestory tumaloi pothiyam ...
@taichandangogoi269
@taichandangogoi269 2 жыл бұрын
মই তাইক হেৰুৱা দিনৰে পৰাই শুনিবলৈ বাদ দিছিলো 😞😞।। আজি Thmbnail টো চাই হে শুনিব ইচ্ছা জাগিল ।। Angana (Im sorry) story টো মোৰ বিৰাট ভাল লাগে ।। 2017 ত আমি পাগল red fm lovestory ৰ কাৰণে ।। 2020 ত বাদ দিদিলো ।। আজি শুনিছোঁ পাহি বা
@ambikagogoiambikagogoi1785
@ambikagogoiambikagogoi1785 2 жыл бұрын
Hosai dei aotitor vl puai hodai konduyai dine ratiye😭💯 same condition oo dada muru akei abostha moiu gom nepalu moi kot vul korilu 😭atiyau vabi napalu😭
@jyotishmangoswami98
@jyotishmangoswami98 2 жыл бұрын
Hmm! সঁচাকৈয়ে অতীতৰ ভালপোৱাই কন্দুৱাই দিনে ৰাতি।
@hiteswarmili5091
@hiteswarmili5091 2 жыл бұрын
Hi osake
@l.monizonesubscribe10k29
@l.monizonesubscribe10k29 2 жыл бұрын
Phone number Tu diya friendship korim
@titupandeka2002
@titupandeka2002 2 жыл бұрын
Same conditions moro hoi ase 😥😥
@dipjyotibora6856
@dipjyotibora6856 2 жыл бұрын
Mmmmm সঁচাকৈ অতীতৰ কথাবোৰে কন্দুৱাই।।।।।
@kishornath3582
@kishornath3582 2 жыл бұрын
Same story bro, 8th bosor vl paisilu aru atiyao pw hy to jiyai thoka loi vl pai jm
@leejahazarika8861
@leejahazarika8861 2 жыл бұрын
Waiting for the new story Pahi baaa🥰🥰🥰🥰💗
@Diserasatiyapriyanir
@Diserasatiyapriyanir Жыл бұрын
Same 😢😢😢😢 ki krim vbi npw 😢 hodai kandi thaku
@namasteindia9168
@namasteindia9168 2 жыл бұрын
সচাকৈ মোৰ লগত ১০০% মিলিছে 🥺🥺 আজিও ৰৈ আছোঁ তালৈ। এইটো কাহিনী শুনাৰ পিছত মোৰ কাহিনী নোকোলেও বুজি পাব চাগে 🥺
@sahilbj8120
@sahilbj8120 Жыл бұрын
পাহি বা আপুনাৰ কণ্ঠ যে কিমান মধুৰ এনেকুৱা লাগে প্ৰেমৰ কিতাপ আপুনাৰ ওচৰত লৈ দিনটো শুনোঁ , আপুনাৰ Love story শুনিলে হৃদয় চুই যায় যেন লাগে Ma'am. কেতিয়াবা কেতিয়াবা আপুনাৰ story শুনি চকুৰ পেলাও । Ma'am মোৰো এটা love story আছে আপুনি olpo গাই দিব নেকি ? আশা কৰোঁ ma'am ❤️❤️❤️❤️ love u pahi ba
@priyankasaikia5302
@priyankasaikia5302 2 жыл бұрын
যাক ভাল পোৱা যায় তাকনো কেনেকৈ পাহৰি যাব পাৰি পাহি বা............... ভাল লগা অনুভৱেই টো ভাল পোৱা,,,,,,,,, তেনেহলে অনুভৱ আবেগ ত আঘাত দিলেটো কষ্ট হবই,,,,,,,, আচৰিত লাগে মানুহ বোৰক,,,,যেতিয়া যি দেখে তাকেই লাগে প্ৰয়োজন শেষ হোৱাৰ পাছত আতৰি যায় 😭😭😭
@dipakmura4587
@dipakmura4587 2 жыл бұрын
Hosa ooo
@theyouthridersuraj6602
@theyouthridersuraj6602 2 жыл бұрын
Waiting ❤️for the new story❤️
@thebastov004
@thebastov004 2 жыл бұрын
Pahi baa tumar voice ❤️❤️ bohut val laga tumar story bur huni ❣️🥀
@Krishnakrishna-kw7xg
@Krishnakrishna-kw7xg 2 жыл бұрын
Thanky so much pahi ba🙂🙂🙂🙂😞
@মনযায়-ণ১ত
@মনযায়-ণ১ত 2 жыл бұрын
Apunar story neki dada huni hosai bohut dukh lagil...
@Krishnakrishna-kw7xg
@Krishnakrishna-kw7xg 2 жыл бұрын
@@মনযায়-ণ১ত o hoi. Moi hoi khei lora jon
@munumainachutia4741
@munumainachutia4741 2 жыл бұрын
এটি মিঠা মাত আৰু এটা নতুন love story হৈতে আকৌ তোমাৰ প্ৰেমত পৰিছে তোমাৰ program তোত ❤️ love you pahi ba i am your big friend ❤️ love from Sivasasagar ❤️
@PAintyourHIghwaywithPAHI
@PAintyourHIghwaywithPAHI 2 жыл бұрын
Thank you so much
@kunal628
@kunal628 2 жыл бұрын
ভালপোৱাক সন্মান কৰো কিন্তু এই পৃথিৱীত সচা ভালপোৱা যে আছে কেতিয়াও বিশ্বাস নকৰোঁ। হয়টো ১০% থাকিব পাৰে বাকী সকলো টকা প‌ইচাৰ ওপৰত নিৰ্ভৰ কৰে।
@SBS421
@SBS421 5 ай бұрын
100% Right 👍
@dimpikonwar1895
@dimpikonwar1895 2 жыл бұрын
Xdai kio anekoi ari jai 🥺🥺🥺🥺🥺dada tumi vlkoi thaka😘🥰😊
@dhritimankalita2083
@dhritimankalita2083 2 жыл бұрын
অতীতৰ ভালপোৱাই এতিয়াও কন্দুৱাই পাহি বা ভালপোৱাবোৰ কিয় আহি আতৰি যায় এনেদৰে ...❣️
@assambikashofficial8013
@assambikashofficial8013 2 жыл бұрын
Plz hunkale dia wait kori asu new story atar babe
@riyastatusvideo1284
@riyastatusvideo1284 2 жыл бұрын
Love story 2 bohut vl lagel ba❤️
@chakradas938
@chakradas938 2 жыл бұрын
same kahini sirat sendur diyar pist o ari gl atai akha bht vl paisilo taik atiao pao but mk jimn dukh dise taio jate simn dukh pai take kmna kru vgbanar osrt jibnt kru lgt santit thakib nuwariba tmi kuki mk dukh di jdi loi lucky tnehly tmr dukh adin moi nij skure dekha pm
@satyajitbhuyan3457
@satyajitbhuyan3457 2 жыл бұрын
Pahi ba apunar ata ata kothai monot bhut প্রেৰণা যোগায়😌
@moromakhonbuotinoi4413
@moromakhonbuotinoi4413 2 жыл бұрын
Pahi ba mr past asil bt atya moi sb falor porai hpy. Krn mr atya job u ase ru mr ata hpy n swt family ase.. god hlp n bls me 😍☺️🙏
@pallabisaikia7050
@pallabisaikia7050 2 жыл бұрын
👍
@nitulborah729
@nitulborah729 2 жыл бұрын
Waiting for the new story baa
@axomsoktigaming3308
@axomsoktigaming3308 2 жыл бұрын
অতীতৰ ভালপোৱা সদাই কন্ধুৱাব খোজে কিন্তু মই নকান্দু (১২০টকা t সকলো দুখ পাহৰি যাওঁ)🥲🥺😎
@goutamas323
@goutamas323 2 жыл бұрын
🤣🤣🤣🤣🤣
@axomsoktigaming3308
@axomsoktigaming3308 2 жыл бұрын
Luxury quater aru nasta pani 😂😂😂😂
@crazystudio5058
@crazystudio5058 2 жыл бұрын
No1 luxury is best
@taslimanasrin5941
@taslimanasrin5941 2 жыл бұрын
Wow🤩😂😂
@porimili9318
@porimili9318 2 жыл бұрын
Tmluk lorabure 120 re parixa pahoribo Ami suwali bure mne jar jar hurt break hoise ebure ki kribo lge nhl 😅🥲
@suditboro8752
@suditboro8752 2 жыл бұрын
Next storir babe opekha kuri axu ba..
@ManashTalukdar-ei7lg
@ManashTalukdar-ei7lg 11 ай бұрын
বিশেষ জন বিষয় হৈ ৰয়, ভালপোৱাৰ কেৱল মাত্ৰ স্মৃতি হৈ ৰয়। 😊😅
@ankurkalita5779
@ankurkalita5779 2 жыл бұрын
Same mr lgt hoi gl anykwa...5yr vl pwar pist o Atari gl...Bht mis Karu NaBaNita k....
@nayansaikia3643
@nayansaikia3643 2 жыл бұрын
Moja 🔥🔥❤️❤️❤️
@pallabbaruah6970
@pallabbaruah6970 2 жыл бұрын
মোৰ কাহিনীটো একেই। দাদা বুলি কৈ পিছত এনেকোৱা বোৰ কৰিলে😢
@sangmaibawri8056
@sangmaibawri8056 2 жыл бұрын
Vl lgile ba stry2 ,muru same 5yr relationship axile ..
@bituponxnl8455
@bituponxnl8455 2 жыл бұрын
সচাঁ কৈয়ে অ বহুত কন্দুৱাই অতীতৰ ভাল পোৱাই,
@jontiroy6979
@jontiroy6979 2 жыл бұрын
Xosa kotha 🥺😭😭
@dhunisaikia2590
@dhunisaikia2590 Жыл бұрын
❤❤ মই সদায় শুনু love story ❤❤ bhut vl lge
@mantukoch1194
@mantukoch1194 2 жыл бұрын
❤❤❤❤waiting ❤❤❤
@luckybabu3211
@luckybabu3211 2 жыл бұрын
সঁচা কৈ বহুত ভাল লাগিল।
@Jahnvi03
@Jahnvi03 2 жыл бұрын
Okol swali e nhoi kisumn lora eu kore ankua!😊adhaa te eri aku reason nuhuakei gusi jai..
@kakumonibordoloi.9195
@kakumonibordoloi.9195 2 жыл бұрын
Sem condition mur recently brck hl aku rezn nhua koi suspens t.. thoi gol 😒
@sangitadevi8732
@sangitadevi8732 2 жыл бұрын
Muru same...🥺
@chandrimadeka1677
@chandrimadeka1677 2 жыл бұрын
Moi bhabo tumi move on kra karan jat tumar value nai tatt thaki ki lv tumar o to self-respect ase nh to tumi kio bare bare xaru hba lge 🙂🙂xdai ata kotha bhabi ag bhari jba je ji hoi bhalor babe hoi shiv ji sage tumar babe o karubak bonai pathai se 🤗btw lots of love pahi baa from Hajo ❤️😘
@Krishnakrishna-kw7xg
@Krishnakrishna-kw7xg 2 жыл бұрын
Tks chandrima eiman vl koi bujuwar babe
@chandrimadeka1677
@chandrimadeka1677 2 жыл бұрын
@@Krishnakrishna-kw7xg Welcome 🤗 btw tumar insta thakile kotha patibo parilo hoi
@Krishnakrishna-kw7xg
@Krishnakrishna-kw7xg 2 жыл бұрын
Ase mur insta
@Krishnakrishna-kw7xg
@Krishnakrishna-kw7xg 2 жыл бұрын
Lagibo tmk
@chandrimadeka1677
@chandrimadeka1677 2 жыл бұрын
@@Krishnakrishna-kw7xg mne
@Utjal_Rabha.
@Utjal_Rabha. 2 жыл бұрын
Sab mo maya eblk😂 , only 💞maa deutar love and vogoban or love are pure 🥱
@matiurali5645
@matiurali5645 2 жыл бұрын
Waiting 💔
@chandrimasaikia7356
@chandrimasaikia7356 2 жыл бұрын
Cheat krile jetia kron bisari lav nai. Cheating is itself the sole reason. Bhal pai thaka kintu kisuman baseless bstur answer bsari nthkae val cheat kri clear krilei val npai buli.
@kartikbora9275
@kartikbora9275 2 жыл бұрын
Waiting
@jonalibarman3246
@jonalibarman3246 5 ай бұрын
100% Right 👍
@Dipannita__story
@Dipannita__story 2 жыл бұрын
সাঁচকৈ অতীতৰ ভালপোৱাই বহুত কন্দুৱাই😭😭 মই আজিও কান্দি আছোঁ কিন্তু তাক তেতিয়াও এইটো নেদেখোৱাও যে মই তাৰ বাবে কান্দি আছোঁ😭 সি যদি মোক এৰি আনৰ লগত happy আছে থাক মই একো নকওঁ। এদিন বুজি পাবা মোৰ সঁচা ভাল পোৱা। তোমাৰ ভাল সময়ত আছিলোঁ তোমাৰ লগত আৰু এতিয়া তোমাৰ বেয়া সময় ত তোমাৰ কাষত থাকি নহৈ দুৰৰ পৰা। বেমাৰ ভাল হৈ ঘূৰি অহা সোনকালে। তুমি প্ৰমিজ দিয়া আগতে ভাবিব লগিছিল প্ৰমিজ ৰাখিব পাৰিবা নে নাই।। 🙏🙏
@mimibegum6125
@mimibegum6125 2 жыл бұрын
Be strong yar ki kom aji kali love tu ata game he jen hoi porise ....bohut monot pore but ki kom kopal t nai
@Dipannita__story
@Dipannita__story 2 жыл бұрын
@@mimibegum6125 😭😭
@pranabkalita3120
@pranabkalita3120 Жыл бұрын
মানুহে কয় প্ৰেম হেনো স্বৰ্গীয় অনুভূতি। হয় স্বৰ্গীয় অনুভূতি যিসকল প্ৰেমত সফল হয়।আৰু যিজন বিফল ফল হয় তাৰ প্ৰেম শব্দটোৰ প্ৰতি ঘিনা উপজে । বিশ্বাস হেৰাই যায়।যিটো নেকি মোৰ ক্ষেত্ৰত হৈছে ।ভাবিছোঁ জীৱনত কেতিয়াও প্ৰেমত নপৰো।কাৰণ প্ৰেমত পৰি বিফল হোৱা সকলোৱে বুজি পায়।
@JayantaBhuyan-jr7lq
@JayantaBhuyan-jr7lq 2 ай бұрын
মৰম ভাল পোৱা 😢 বহুতো কষ্টকৰ জীৱন যাৰ লগত হৈছে সেইজনে বুজি পাই 😢😢😢😢 জীৱন কষ্ট
@rinkubora43
@rinkubora43 2 жыл бұрын
Vl pale hoskoi vl pabo lage oviny kore vl pale seriously pabo lage teiya hai vl puwa siro jugomoya hoi moi hoskoi vl paisilu hai he......💖💕😘👍
@udayjyotibora7561
@udayjyotibora7561 2 жыл бұрын
Love From Mangaldai... 🔥❤️👍
@barnalimali6725
@barnalimali6725 2 жыл бұрын
Moron loga baa jonir morom loga mat to xuni xosakoi a hokolo problem a pahori jaw❤️😘lv you pahi baa😘❤️😘
@manob2.078
@manob2.078 2 жыл бұрын
Pahe ba tumar matkhar, hunela buhut val lage❣️
@jibansarania7928
@jibansarania7928 2 жыл бұрын
I never believe on anothers I have just believe on myself it's my thought on love money is better than love.
@phankirihanse7056
@phankirihanse7056 2 жыл бұрын
Krishna keep move on...
@pranjalbarman257
@pranjalbarman257 2 жыл бұрын
মোৰো আপোনাৰ দৰে একে হৈছে, দাদা নাজানো কেতিয়া কি ভুল কৰিছিলো আপোনাৰ দৰে মইয়ো ঘূৰি আহিব বুলি এটিয়াও ৰখি আছো, সদায় ৰাতি ৰাতি কানদিব লাগে। 😭😭😭😭😭😭😭
@chandralikashyap7908
@chandralikashyap7908 2 жыл бұрын
Love from Barpeta
@gitikadas3578
@gitikadas3578 2 жыл бұрын
Moro apunar dore same condition dada 😓moi atio tar karone opekhat roi asu 😓 moio gome napalu bhul tu kot hol 😓
@Krishnakrishna-kw7xg
@Krishnakrishna-kw7xg 2 жыл бұрын
Hoi nk
@Krishnakrishna-kw7xg
@Krishnakrishna-kw7xg 2 жыл бұрын
Hoi nk
@abadabagom7477
@abadabagom7477 Жыл бұрын
Thanks for you
@dwijenkk6806
@dwijenkk6806 2 жыл бұрын
অপেক্ষাত আছো পাহি বা।
@beautykalita4865
@beautykalita4865 2 жыл бұрын
Tmr story nki.. Eko ni tmi tait k bht vl suwali pba
@dwijenkk6806
@dwijenkk6806 2 жыл бұрын
@@beautykalita4865 আপুনিও Pahi Bar শ্ৰোতা নাকি। মই RJ PAHI ৰ বহুত ডাঙৰ FREND হয়????
@vreegudekavlog4773
@vreegudekavlog4773 2 жыл бұрын
Love From Mangaldoi Ba 🥰🤗❣️
@gayatribasumatary9426
@gayatribasumatary9426 2 жыл бұрын
Love from gowalpara ba 💞
@priyankagogoi1777
@priyankagogoi1777 2 жыл бұрын
Manuhe teu r krone heh kandibo lge ji a hei r soku Pani r mul buji pai🥀😔😔
@bikramjyotibaruah3451
@bikramjyotibaruah3451 2 жыл бұрын
একেই কাহিনী মোৰ লগত হৈ গৈছে আজি ৯ ছেপ্টেম্বৰত আজি এটা মাহ হৈছে তাই এৰি যোৱা 😔
@dibyajyotibori5583
@dibyajyotibori5583 2 жыл бұрын
sem pahi ba mor lgto ekei anekuwa kahini hoisil .... bhut dhok lage..ata sorkari sakri nuhuwa krne... mok ari gusi gl. 7 bosr val puwa past... 😔
@anniepatra7159
@anniepatra7159 2 жыл бұрын
May b krishna...God has made u for some1 else. U shud move on. If she really doesnot loves u..
@rsmitacr7114
@rsmitacr7114 2 жыл бұрын
Waiting 💞
@sakril1467
@sakril1467 2 жыл бұрын
Hi
@Dipannita__story
@Dipannita__story 2 жыл бұрын
Sasai knduwai o....xapun purab nuwarile dekhowabow nlge😭😭😭 mor vul kt asil...
@recerrupak8139
@recerrupak8139 2 жыл бұрын
চিঠি আপোনাৰ ঠাইত গৈ পালে বুলি কেনেকৈ গম পাম nu পাহি বা....?
@pradiprabha8015
@pradiprabha8015 2 жыл бұрын
Same my Love story 😭😭
@akhilkutum5981
@akhilkutum5981 2 жыл бұрын
Ajiu tak bhut miss kru 💔🥺ki janu moi tak phribo prim ne nuwarim njnu but hday tr kotha mnt pre😔
@sangitadevi8732
@sangitadevi8732 2 жыл бұрын
Same condition 😔
@zgofficialassam7536
@zgofficialassam7536 2 жыл бұрын
❤️❤️❤️❤️❤️❤️
@angita3631
@angita3631 2 жыл бұрын
❤❤❤পাহি বা ❤❤❤
@chiranjeebgogoi1484
@chiranjeebgogoi1484 2 жыл бұрын
Bro pahori bo try kora .. pasot nhole aru kosto paba ... nijor life bonwa tmi
@ghostaxomofficial4464
@ghostaxomofficial4464 2 жыл бұрын
Pahi Baaa instat pothiale story2 share koribo paribo sage nissoi..ata Mur nijor kahini Asil dukh and hukh Bujiboloi
@dhanali46
@dhanali46 2 жыл бұрын
Wow moja love Story 😘😘Moina please kowa vul ki
@nayankumarpawe2671
@nayankumarpawe2671 6 ай бұрын
কিছূমান ভাল পোৱা সঁচাকৈ গোটেই জীৱন পাহৰিব নোৱাৰা হয়।
@dipengogoi5727
@dipengogoi5727 2 жыл бұрын
Love u pahi baaa , i from sadiya...
@pujasaikia5835
@pujasaikia5835 6 ай бұрын
Moja ba ❤❤vidiotu❤❤❤❤
@arunrai2774
@arunrai2774 5 ай бұрын
Hosakoi pahi ba 😍😍hosa val pua 😍😍😍🥰🥰🥰jone buji pai ❤val pua 😍😍😍 ki .😍😍😍6.yers....brekup🥰🥰🥰💞😭
@juliboruah8305
@juliboruah8305 2 жыл бұрын
Love from sivsagor ❤️ love you pahi baaa ❤️
@anuptalukdars8863
@anuptalukdars8863 2 жыл бұрын
Anekwa story mur lgt hoise bt mi nije pisowai ahisu hoi kosto bht paisu
@mainuchoudhury4492
@mainuchoudhury4492 2 жыл бұрын
Moi asu ... Ktha dsilu jnk tnk raxisu u ktha ... 2016 t Class 9 pra ajon ke vl paisilu aru etya u pau amr court marriage u hoi gol march t ... Sob suwali eke nhoi njona ke kaku judge nkoribo pahi ...
@manaspratimkalita2161
@manaspratimkalita2161 2 жыл бұрын
One and only hbo bisaru
@raib641
@raib641 2 жыл бұрын
Hoy pahi ba moy o ata somyot ai ai moment tu create korisu pahi bah
@pankajdeka1232
@pankajdeka1232 2 жыл бұрын
Love you pahi ba ❤❤❤❤❤❤❤❤
@lsd4889
@lsd4889 Жыл бұрын
Same kotha mor lgto hoise.. Njno moi ki vul krilu😢😢😢..mon t porile matha2 bht beya hoi jai.. Specially tair mat2 n kothabor mnt porile kiba hoi jao.... 😭😭
@biplabborah1531
@biplabborah1531 2 жыл бұрын
Same 2 u bro
@reallysryyyu3604
@reallysryyyu3604 2 жыл бұрын
dada jnor voice tu add kri dibo sun story bur t 🥺
@manalishadas2421
@manalishadas2421 2 жыл бұрын
Waiting baa❤
@chakradas938
@chakradas938 2 жыл бұрын
hi
Why no RONALDO?! 🤔⚽️
00:28
Celine Dept
Рет қаралды 102 МЛН
Quando A Diferença De Altura É Muito Grande 😲😂
00:12
Mari Maria
Рет қаралды 22 МЛН
Do you love Blackpink?🖤🩷
00:23
Karina
Рет қаралды 23 МЛН
আধৰুৱা হৈ ৰল || RED FM ASSAMESE LOVE STORY BY RJ PAHI
22:36
RED FM ASSAMESE RJ PAHI
Рет қаралды 117 М.
Rj pahi// sad love story 😫
28:21
Technical Boy Assam
Рет қаралды 118 М.
I AM YOURS FOR EVER | Love Story by RJ Pahi
24:13
Red FM India
Рет қаралды 565 М.
Why no RONALDO?! 🤔⚽️
00:28
Celine Dept
Рет қаралды 102 МЛН