🚨জুবিনক পদ্মশ্ৰী কিয় দিব লাগে? || Atanu Bhuyan || Satya

  Рет қаралды 25,754

Satya - The Truth India

Satya - The Truth India

Күн бұрын

🚨 জুবিনক পদ্মশ্ৰী কিয় দিব লাগে?
👉🏻 জুবিন গাৰ্গে পদ্মশ্ৰী নোপোৱাক কেন্দ্ৰ কৰি বিতৰ্ক
👉🏻 জুবিনক পদ্মশ্ৰী দিব পাৰিব জুবিনৰ অনুগামীয়ে

Пікірлер: 320
@JiuMoniChoudhory
@JiuMoniChoudhory 9 күн бұрын
জুবিন সদায় মানুহৰ অন্তৰত থাকিব ❤
@SEWALIHAZARIKA-z2v
@SEWALIHAZARIKA-z2v 9 күн бұрын
পদ্মশ্ৰীলেখীয়া সন্মান নেপালেও জুবীন সদায় মাননহৰ অন্তৰত থাকিব |
@zubeengargjukebox
@zubeengargjukebox 8 күн бұрын
জুবিন দা সদায় আমাৰ বুকুত মাজত ৰৈ যোৱা এজন❤
@BadelAd-m8h
@BadelAd-m8h 6 күн бұрын
Zubeen aaru atunu dutay dhur modahi akeloge khay bopa
@zubeengargjukebox
@zubeengargjukebox 6 күн бұрын
@BadelAd-m8h তাতে কি হল? তোৰ বাপেৰৰ খাইছে নেকি?
@krishnakantalahon6167
@krishnakantalahon6167 7 күн бұрын
জুবিন দা সদায় প্ৰিয় হৈ থাকিব ❤কিবা এটা সন্মান পাবলৈ অনলাইন আবেদন কৰিব লাগিব এতিয়া 😂😂ঘেণ্টা জুবিন দাই অনলাইন আবেদন কৰিব, নালাগে তেনেকুৱা সন্মান। জয় জুবিন দা ❤❤
@taradoi7957
@taradoi7957 9 күн бұрын
যি কম সঁচা কম ----------------- চিৰ সত্য জুবিন গাৰ্গে সুন্দৰ গান গাই । প্ৰশ্ন হল পদ্ম শ্ৰী বতা পাব লাগে নে নেলাগে । লাগে কিন্ত তাৰ আগতে জুবিন গাৰ্গে নিজকে শুধৰণি কৰাৰ প্ৰয়োজন আছে বুলি ভাৱো । নহলে বতাৰ মানদণ্ড নৰব বুলি মোৰ বিশ্বাস ।
@NKMedia-d6k
@NKMedia-d6k 9 күн бұрын
ভুপেন হাজৰিকাক ভাৰত চৰকাৰে মৰোণোত্তৰ ভাবে ভাৰত ৰত্ন বঁটা দিয়াৰ সময়ত জুবিন গাৰ্গে “বালৰ ভাৰত ৰত্ন” বুলি তাচ্ছিল্য কৰিছিল পদ্মশ্ৰী দিলে বা কি ভাষা প্ৰয়োগ কৰে
@probinkumarkakati6151
@probinkumarkakati6151 9 күн бұрын
এইবোৰ কথা আমাৰ এছামে পাহৰি যায় ?আপুনি ঠিকেই কৈছে ?
@AbhinandanHazarika
@AbhinandanHazarika 9 күн бұрын
আপোনালোক অন্ধ সমালোচক। সেইটো জুবিন গাৰ্গে বেলেগ উদ্দেশ্যত কৈছিল। ভূপেন হাজৰিকা ক কোৱা নাছিল।
@bhashyajyoti7894
@bhashyajyoti7894 9 күн бұрын
Zubeen dai kio koisil ai xokole buji npai mathar ml ni​@@AbhinandanHazarika
@jagannathdas484
@jagannathdas484 9 күн бұрын
জুবিন গাৰ্গক মদাহী বতা দিয়ক কিন্তু পদ্মশ্ৰী বঁটা নীদিব কাৰণ জুবিন অহ্ঙকাৰী,অসন্মানী আৰু আনৰ ভাল দেখীৱ নোৱাৰা। গতিকে পদ্মশ্ৰী বঁটা যোগ্য জনোক হে দিয়া হয় অযোগ্য বিবেচিত হলে সন্মান লাঘৱ হয়।
@AbhinandanHazarika
@AbhinandanHazarika 9 күн бұрын
@@jagannathdas484 তহঁতেও জুবিন গাৰ্গ ক হিংসা নকৰ জানো। জুবিন গাৰ্গ ক তহঁতৰ নিচিনা দুটামান লগ খাই হনি খুচি আছ।কিন্তু লাভ নাই। জুবিন গাৰ্গ জুবিন গাৰ্গে ই। তেওঁ সদায় হিয়াৰ আমঠু হৈ থাকিব। তহঁতৰ দৰে এটা চাম মানুহে জুবিন ক বেয়াকৈ কলেই তেওঁ ৰ কৰ্মৰাজি নোহোৱা হৈ নাযায়।
@petpuha
@petpuha 9 күн бұрын
তৰুণ গগৈ ছাৰে ৬ বছৰ আগতে কৈছিল জুবিন গাৰ্গ পদ্মশ্ৰী বাবে যোগ্য বুলি! সেই সময়ত সোনোৱাল মুখ্যমন্ত্ৰী আছিল! জুবিনৰ অসমীয়া সংগীত জগতত বহুত অৱদান! পদ্মশ্ৰী দিবলৈ অনুৰোধ জনালোঁ!!
@Nilajkhan
@Nilajkhan 9 күн бұрын
Tarun Gogoi cm hoi 15 years ki kri asil haa..
@NripenThakuria
@NripenThakuria 9 күн бұрын
তৰুণ গগৈৰ ১৫ বছৰীয়া কাৰ্যকালত কিয় নিদিলে ?
@Jaiaiiaxom123
@Jaiaiiaxom123 9 күн бұрын
Eyat comment korile ..pabo nki....aru Tumi kolei dibo nik
@SuperStar-k8i
@SuperStar-k8i 9 күн бұрын
Mama ase nuhoi mamak dibo kola hol mamai di dibo.
@bapujimajumdar2857
@bapujimajumdar2857 7 күн бұрын
ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে বিচাৰো জুবিন গাৰ্গক ❤
@AdityaBorah-w2d
@AdityaBorah-w2d 6 күн бұрын
Pagol manuhok nidie
@RupamPhukon-q5z
@RupamPhukon-q5z 5 күн бұрын
জুবিন সদাই অনন্য। কাৰো লগত তুলনা নহই। জুবিন আমাৰ হৃদয়ত আছে , আৰু সদাই থাকিব।❤
@ParthapratimRanghang
@ParthapratimRanghang 9 күн бұрын
Zubeen Da e padmasri napaleu asomiyar hridoyot podum r pahir dore jiliki thakibo❤❤❤
@pranpratimbordoloi397
@pranpratimbordoloi397 9 күн бұрын
উচিত কথাটো জনালে ৷ এই ভিডিওটো সকলো জুবিন অনুৰাগীৰ মাজলৈ যাব লাগে ৷
@guitarista77
@guitarista77 9 күн бұрын
Axomor mondir ot Zubeen or gaan baaje , naam ghorot Zubeenor borgeet , bihut Zubeen or gaan e baaje. Picnic t Zubeenor gaan baaje , maal khale Zubeenor gaan baaje , furti korile Zubeenor gaan baaje , dukhot u Zubeenor gaan e baaje. Anamika , maya r pora sila loike. Hiya diya niya , Daag or pora Mon jai , dinabandhu music loike. Iman kaam korise. Aru kotha tu hol Zubeen e padmashri pai napai eku ghenta najai Zubeenor. Zubeen Zubeen ei.
@shyamantadeka5943
@shyamantadeka5943 9 күн бұрын
বহুত বহুত ধন্যবাদ আপোনাক এই খিনি তথ্য সদৰী দিয়াৰ কাৰনে ।
@utpalchutia3042
@utpalchutia3042 5 күн бұрын
zubeen garg is the king 🎉🎉🎉
@utpalsaikia4976
@utpalsaikia4976 9 күн бұрын
Zubeen Garg undoubtedly deserves the "Padma Award". His contribution towards Music and Assamese Film industry is huge and unparalleled.
@Jubin_roy_zg_editz
@Jubin_roy_zg_editz 8 күн бұрын
Thank you sir ❤ information খিনি দিয়া বাবে❤
@RahulAmin-yb7xb
@RahulAmin-yb7xb 6 күн бұрын
World no 1 singer zubeen garg❤❤❤❤❤❤
@samudranathdeka4879
@samudranathdeka4879 5 күн бұрын
ৰাজহুৱা ঠাই বা মঞ্চত যে সেই কথা কোৱা অলপ বন্ধ কৰিলে নিজৰ কাৰণেই ভাল !
@ZiyaanKuli-e6e
@ZiyaanKuli-e6e 5 күн бұрын
I love you Zubeen da ❤❤❤❤❤❤❤❤❤❤❤
@icreation6960
@icreation6960 9 күн бұрын
Arijit singh deserve this award...❤❤
@lalitabora912
@lalitabora912 6 күн бұрын
SUBJECT:SocialScience:Aamar AamarRunnig Runnig Runnig:Podmosri :বঁটা:প্রাপ্ত:মহাবীৰ লাচিত Daa:Dr Dr Dr Dr ড০:জুবিন গাৰ্গ:Dr Zotin দাদা:মহাবীৰ
@MemboBoro-n7m
@MemboBoro-n7m 8 күн бұрын
Jai zubeen da 🔥🔥🔥❤️
@joyjyotigogoi5315
@joyjyotigogoi5315 8 күн бұрын
বৰ্তমান সময়ত পদ্মশ্ৰী বঁটা পোৱা যোগ্য, অসমৰ প্ৰতিনিধিত্ব কৰিব পৰা এজন সঙ্গীতজ্ঞ আছে তেওঁ হৈছে পাপন/অংগৰাগ মহন্ত,,,,,তেওঁক আওকাণ কৰাতো আপোনাক শোভা দিয়া নাই । সাংঘাটিক মহো দয়
@Satri-e8x
@Satri-e8x 7 күн бұрын
@@joyjyotigogoi5315 bal zubeen dar adhau nahoi
@Ñãyàñ-y-d
@Ñãyàñ-y-d 5 күн бұрын
জুবিন গাৰ্গ emation ❤❤
@bigboss.3213
@bigboss.3213 9 күн бұрын
কিয় দিব, ভাল গান গায় জুবিন গাৰ্গে সেইটো নিসন্দেহে কওঁ। কিন্তু তাৰ অসভ্যালি গুণৰ ভাৱে সেই উপাধিৰ আধিকাৰৰ পৰা বঞ্চিত হৈছে। ভাল হৈছে দিয়া নাই।
@Jaiaiiaxom123
@Jaiaiiaxom123 9 күн бұрын
Right
@6.ayushmanbhagabati222
@6.ayushmanbhagabati222 8 күн бұрын
@sunnybharalibharali1633
@sunnybharalibharali1633 7 күн бұрын
পদ্মশ্রী বতা পাবলৈ হলে গান গাব জানিলেই নহব । ব্যক্তিত্ব মেইন...
@jitenhazarika-ug2yz
@jitenhazarika-ug2yz 6 күн бұрын
Zubeen Garg ata mosta fotuwaaaaaaa aru Modahi Singer... Only Respect for Dr. Bhupen Hazarika ❤❤❤❤❤
@জুবিনৰগীত
@জুবিনৰগীত 9 күн бұрын
জুবিন গাৰ্গক 'মানুহ' উপাধি দিব লাগে। ভাৰতৰ প্ৰায় সকলো ব্যক্তিয়েই মুখা।
@MigamDoley-wt7bq
@MigamDoley-wt7bq 8 күн бұрын
মুঠতে জুবিন দাই সদায় সন্মানৰ কাৰনে কাম নকৰে।
@KarmajitSaikia-h4h
@KarmajitSaikia-h4h 9 күн бұрын
আৰু মানুহ চিনি নোপোৱা হ'ব।(শেষত মামাকে😅😅)
@rajengoswami2297
@rajengoswami2297 9 күн бұрын
মুখৰ ভাষা ঠিক কৰিব লাগিব আগতে,,, তাৰ পিছত হে এইবোৰ বঁটা ৰ কথা আহিব
@rinkubornil7600
@rinkubornil7600 6 күн бұрын
সংখ্যাত অধিক গীত গালেই পদ্মশ্ৰী বঁটা লাভ কৰিব নোৱাৰে ।
@ganeshkalita6081
@ganeshkalita6081 8 күн бұрын
জুবিন দা ভগৱান ✨❤️🙏 আহক আমি সকলোৱে জুবিন দাক পদ্মশ্ৰী বঁটা লাভ কৰাই দিওঁ ❤
@BiswajitBaishya-bu2zq
@BiswajitBaishya-bu2zq 3 күн бұрын
Thik kaise amio akmot ai kathat ❤❤❤❤❤❤❤ love you Jubeen da
@DebenMoranMoran
@DebenMoranMoran 9 күн бұрын
জুবিন গাৰ্গে পদ্মশ্ৰী বঁটা আগতে তেওঁ নিজকে বহুত শুদ্ধৰনি কৰিব লগীয়া আছে , যেনে স্বভাৱ চৰিত্ৰ, আচৰণ , কথা বতৰা ,চাল চলন ব্যৱহাৰ ইত্যাদি ইত্যাদি বিলাক প্ৰথমতে ঠিক কৰি লওক তাৰ পাছত দেখা যাব ।
@pranjalgogoi3262
@pranjalgogoi3262 9 күн бұрын
জুবিনক পদ্মশ্ৰী দিব লাগে আৰু এনেকুৱা Thambel ৰ সৈতে video বনোৱা বাবে আপোনাৰ views বঢ়াই দিব লাগে অথাৎTRP লাগে,নহয় জানো কথাতো
@enushkulalung8138
@enushkulalung8138 9 күн бұрын
কেতিয়াবাই পাব লাগে।কিন্তু আমাৰ মানুহে মৰা পাছত হে ছিনি পায়।ইমান দিলেই আকৌ বিছাৰি থাকে।
@RationalistAssam
@RationalistAssam 8 күн бұрын
জুবিনৰ লগত থকা আপোনালোকৰ দৰে সুবিধাবীসকলে জুবিনৰ বেয়া দিশবোৰ মূখত ক'ব লাগে। জুবিনৰ লগত থকা সাংগোপাংগোবোৰে জুবিনৰ সকলো কথাতে সমৰ্থন কৰা বাবে তেওঁৰ স্বভাৱ একেই থাকিল, উৎসাহিত হৈ থাকিল। একেটা ভুলকে বাৰ বাৰ কৰি থাকিলে কোনে সদায় ক্ষমা কৰিব? মই জুবিনৰ এজন সঁচা অনুৰাগী আছিলোঁ কিন্তু তেখেতৰ কাৰোবাৰ্য বোৰ দেখি আমনি লগা হ'ল। তেওঁ বুজি পোৱা ভাল যে তেওঁৰ স্বভাৱ বোৰৰ বাবেই আগৰ সঁচা অনুৰাগীবোৰ এতিয়া তেওঁৰ কাষত নাই। এতিয়া আছে কিছুমান সুবিধাবাদী চুৱাচেলেকা অনুগামী। মই আজি ৩বছৰৰ আগতেই এই পৰ্টেলত আবেদন কৰিছিলোঁ।
@Rita_Borah
@Rita_Borah 8 күн бұрын
হয় জুবিন পদ্মশ্ৰী তকৈও বহুত ওপৰত। আপুনি ঠিক কথাই কৈছে। ধন্যবাদ থাকিল।
@chandanjyotikalita6229
@chandanjyotikalita6229 9 күн бұрын
ধুৰ মদাহী টো। কিহৰ পদ্মশ্ৰী পাই।১০ বছৰত জুবিনে কি এনেকুৱা গান সৃষ্টি কৰিলে। মদাহী অহংকাৰী , জনপ্ৰিয়তা মূৰত ধৰিলে তাৰ।
@Satri-e8x
@Satri-e8x 9 күн бұрын
Tur baperok hudhibi Sun tur asol mare kn jni tetiya toi gm pi jbi toi kn asolote zubeen dar toi pako duwaboloi jugya nahoi
@chandanjyotikalita6229
@chandanjyotikalita6229 8 күн бұрын
@Satri-e8x mur Laura kha sutmani rendi putek
@KalyanSaikia-f7x
@KalyanSaikia-f7x 8 күн бұрын
​@@Satri-e8xoiii harami zubeen Or pukor seleki thak ja
@Digantahazarika-v5h
@Digantahazarika-v5h 9 күн бұрын
অসমীয়া সংগীত জগতলৈ জুবিন গাগে যি খিনি অৱদান আগবঢ়াই গৈছে তাৰ স্বৃকীতি হিচাপে তেওঁক উক্ত বটা ও সন্মান প্ৰদান কৰিৱ লাগে৷
@debajitkalita849
@debajitkalita849 6 күн бұрын
Jai zubeen da ❤❤
@DebojitBaruah-ot8gz
@DebojitBaruah-ot8gz 7 күн бұрын
Joi Zubeen Daa
@mrigen393
@mrigen393 8 күн бұрын
Padmasri award ❌ modahi award ✅
@AbhinandanHazarika
@AbhinandanHazarika 8 күн бұрын
Toi Zubeen Garg k modahi buli kobole Kun oo??
@dekavideos6404
@dekavideos6404 8 күн бұрын
Okol zubeen daai mod khai all Assam nh toi gakhi khai ki bll kriso
@nabadeepchutia-o5m
@nabadeepchutia-o5m 7 күн бұрын
Guti katim tur maksuda
@mrigen393
@mrigen393 7 күн бұрын
@nabadeepchutia-o5m tr katim ahh sudur bhai kela
@mrigen393
@mrigen393 7 күн бұрын
@@AbhinandanHazarika modahi manuhk modahi nkoi ki km
@TarunGogoi-zt2ox
@TarunGogoi-zt2ox 8 күн бұрын
Right.
@JitenDas-w7s
@JitenDas-w7s 8 күн бұрын
Hundor atonu da..joi zubeen da ❤❤❤ from sibsagar
@jayantabora7637
@jayantabora7637 9 күн бұрын
অসমীয়া ই অসমীয়া ক সমালোচনা কৰা নতুন কথা নহয়। ই এটা জাতিটোৰ মহৎ গুণ।
@Devakanta-g9z
@Devakanta-g9z 7 күн бұрын
চৰকাৰী মাইক অতনু ভূঞঁাহে পদ্ঘশ্ৰী দিব লাগে।
@NKMedia-d6k
@NKMedia-d6k 9 күн бұрын
প্ৰতিটো কথাতে হিয়াৰ আমঠু শিল্পী গৰাকীক প্ৰতিটো বিতৰ্কতে ক্ষমা কৰি দিওতে দিওতে উদ্ভাণ্ডালি বাঢ়ি গৈছে
@kokoboruah6612
@kokoboruah6612 8 күн бұрын
Hoy diok hai karone hi zubeen
@rajusarmah9289
@rajusarmah9289 9 күн бұрын
Padmashree nahoi Bharat Ratnau Jubin Gargor babe kom hobo buli moi onubhob koru.Jubin otulanio
@rainbowshineassam
@rainbowshineassam 9 күн бұрын
Zubeen is suitable for Bharat Ratna.
@mrigen393
@mrigen393 8 күн бұрын
পদ্মশ্ৰী বঁটা পোৱাৰ যোগ্য নাই সঁচা কথা বেয়া পালেও উপাই নাই
@pranjitdoley
@pranjitdoley 9 күн бұрын
জুবিন দাক পদ্মশ্ৰী নিদিয়া কাৰণ মই এনেকৈ ভাবো-অৰিজিত সিং মনে মনে গান গায় আৰু যায় কিন্তু তাৰ বিপৰিতে চাবলৈ গলে জুবিন দাই চৰকাৰৰ বিৰোধে মাত মাতে ৰাজপথত উলাই আহে।চৰকাৰক গালি দিয়ে।আৰু মানুহৰ হৈ মাত মাতে জুবিন দাই।।সেই কাৰণে জুবিন দাক পদ্মশ্ৰী দিয়া নাই।।পদ্মশ্ৰী পাবলৈ যদি জুবিন দাই নিজক হেৰুৱাব লাগে তেন্তে নেলাগে তেনেকোৱা পদ্মশ্ৰী।।।জুবিন দাক জুবিন হৈ থাকিব দিয়ক আমাৰ মাজত❤❤জয় জুবিন দা❤❤❤
@Jaiaiiaxom123
@Jaiaiiaxom123 9 күн бұрын
Zubeen ye kot Sorkaror birudhe gai baru
@ChonjuBordoloi-i9g
@ChonjuBordoloi-i9g 9 күн бұрын
Website information diya babe dhanyabad
@BiplobSaikia-p3o
@BiplobSaikia-p3o 9 күн бұрын
Zubeenk aami bohut bhut bohut vaal pai zubeen hiaat aase
@ApurbaChelleng
@ApurbaChelleng 9 күн бұрын
Jai zubeen da
@rafikulali4396
@rafikulali4396 9 күн бұрын
জীয়াই থাকোঁতে দিব লাগে,,,, মৰণোত্তৰভাৱে দিয়া টো অৰ্থ নাই বুলি ভাবোঁ,,, জীয়াই থাকোঁতে সন্মান দিব লাগে
@BhaskarjyotiPathak-qi7vi
@BhaskarjyotiPathak-qi7vi 7 күн бұрын
Zubeen daa is suitable for the highest civilian award Bharat Ratna
@pranitadas304
@pranitadas304 8 күн бұрын
আপোনাৰ লগত এক মত
@prasuraja166
@prasuraja166 9 күн бұрын
বলিউডত এটা গীত চাৰি - পাঁচজন গায়কৰ দ্বাৰাই গোৱা পিছত যিটো ভাল হয, সেইটোৱে ৰিলিজ দিয়ে ৷ তাত প্ৰতিযোগিতা হয় ৷ তহঁতৰ দৰে তৈলমৰ্দন কৰিলেও সকলো নাপায় ৷ নহ’লে তৈলমৰ্দনৰ শিক্ষা অলপ তহঁতে জুবিনক দি দিব পাৰে ৷
@BijumaniNath
@BijumaniNath 9 күн бұрын
পদ্মশ্রী বটা টো ডাঙৰ কথা নহয় দুখীয়া মানুহক সহায় কৰাটো হে ডাঙৰ কথা চিধা কথা কইছো জুবিন ককাইদেউ সমান কোন হব পাৰে
@kakalibezbarua371
@kakalibezbarua371 7 күн бұрын
Kak xohai korise...
@BijumaniNath
@BijumaniNath 7 күн бұрын
@kakalibezbarua37 apunak muk aru soboke
@Brajen-e4w
@Brajen-e4w 9 күн бұрын
Jubinok kuno sonmanor ba botar darkar nai karon because he himself an enlightened person 🥰🥰🥰🥰
@shikhaborah1775
@shikhaborah1775 7 күн бұрын
Thànku very much kotha kihini sundarkoi bujay dira baba
@ToLetSarviceTinaRinku
@ToLetSarviceTinaRinku 8 күн бұрын
June ji nokok najanu aru besi kobo u time noi aru kole u Buji napoi so nukua Val Only Ani eta janu Zubeen Da and Dr Hemanta biswah sharma sir tulana Kune u koribo nuare kio nu Mur hisapt Zubeen da bhut Val manuh Zubeen Da..k...xudoi vale rakhok vogobne.....ne..God Blass you Zubeen da Assam...t..2 ta hero ase 1. Dr Hemanta Biswah Sharma 2. Zubeen Garge Joi Ai Assom Mur Hisapa..t Dr Hemanta Biswah Sharma Sir ...k... Vogoban..e..pothioise Sir Ji Kore Vale Kore ....God bless you Hemanta Sir Ami janat Assam...t...king 2 jone only Baki June jiman nokouk eku koribo nuare Kune...u..
@BIPULGOGOI
@BIPULGOGOI 2 күн бұрын
Thanks🙏
@rupak.pathak-c1c
@rupak.pathak-c1c 8 күн бұрын
Jay Zubeen Daa🙏❤❤🙏
@apurbatalukdar183
@apurbatalukdar183 9 күн бұрын
সঁচা কথা দাদা ।
@SamarjitRabha-bg2et
@SamarjitRabha-bg2et 5 күн бұрын
jitu paboloi apply koribo Lage..haitu kori thakibo loi jubin dar homoi nai..
@Ridersonu1162
@Ridersonu1162 4 күн бұрын
Right
@SimantaKakati-mp3vp
@SimantaKakati-mp3vp 7 күн бұрын
জুবিনক পদ্মশ্ৰী দিয়ে যদি মোকো দিব লাগিব কাৰন ময়ো এজন দাল মদাহী আৰু singer hay singer faltu singer🤗🤗🤗
@shriarchana8844
@shriarchana8844 9 күн бұрын
ৰাজীৱ শদিয়াক বা মহেন্দ্ৰ হাজৰিকাৰ এনে বটা প্ৰদান কৰিব লাগে চৰকাৰে
@AbhinabKalita-n8c
@AbhinabKalita-n8c 9 күн бұрын
Akhoniya homajole rajiv r abodan ki klh gan 5ta nai
@pranabbaruati9209
@pranabbaruati9209 8 күн бұрын
​@AbhinabKalita-n8cmogostu khuli tho olp oi pagol
@dkkoushikpuwali6603
@dkkoushikpuwali6603 7 күн бұрын
Mur xtttt tu Laura
@PallabChutia-je4il
@PallabChutia-je4il 8 күн бұрын
Zubeen da world king 36000 song recorded world
@_axomia_lora_2624
@_axomia_lora_2624 9 күн бұрын
মালোৱা বঁটা আছে নেকি? সেইটোহে দিব লাগে। নহ'লে পদ্মশ্ৰী বঁটাৰ মৰ্য্যদা লাঘৱ হ'ব।
@tukkaraj
@tukkaraj 9 күн бұрын
সুৰা কণ্ঠ উপাধি দিছিল দেখোন এজন ব্যক্তিয়ে 😂 সেইটোৱেই যথেষ্ট
@RupakKalita-r9h
@RupakKalita-r9h 9 күн бұрын
Bal singa hot godhuli hob a neda , wine shop ahi pa...aru zubeen garg xurakontho kob aha laz nalage kla
@tukkaraj
@tukkaraj 9 күн бұрын
@@RupakKalita-r9h তোৰ বাপেৰে যায় কেলা মদ খাবলৈ, কথা কবলৈ লাজ কিয় লাগিব মূৰ্খই হে কথা কবলৈ লাজ পায়। অন্ধভক্ত !
@_axomia_lora_2624
@_axomia_lora_2624 9 күн бұрын
@@RupakKalita-r9h তোৰ নিচিনা মদকী বুলি ভাবিছ নেকি?
@_axomia_lora_2624
@_axomia_lora_2624 9 күн бұрын
@@RupakKalita-r9h অ বাপ্পা বিহু হৌলি ৰাতপুৱাই মদৰ দোকানত ভীৰ মাৰাহি,হয় নে ন কৌহে
@ajaiborbora5341
@ajaiborbora5341 9 күн бұрын
প্ৰকৃততে বঁটাটো পালে কাৰোৰে দ্বিমত থাকিব নালাগে।
@ProdipBoruahBoruah
@ProdipBoruahBoruah 8 күн бұрын
very good advice
@Pritamlxz123
@Pritamlxz123 6 күн бұрын
Atanu bhuyan❌ Kitanu bhuyan✅
@lilakanta1
@lilakanta1 9 күн бұрын
Himanta biswa sarma has larger fan following than jubin
@ankurdas0.7
@ankurdas0.7 8 күн бұрын
Arijit ❤
@Sasanka01-l5u
@Sasanka01-l5u 7 күн бұрын
Ghenta👎🏻
@ankurdas0.7
@ankurdas0.7 7 күн бұрын
@Sasanka01-l5u set
@ManasJyotiSarma-f5m
@ManasJyotiSarma-f5m 9 күн бұрын
Zubeen garg should get nobel piyaz kochuri.
@anupalgaming2652
@anupalgaming2652 8 күн бұрын
Zubeen a pabo lage bota tu karon Assamese Bihu tu down hoi sil tetiya zubeen zonmo hol atu history ako
@BiplabBaruwati-y1t
@BiplabBaruwati-y1t 8 күн бұрын
Assam only zubeen da
@RaniBhuyan-rq8se
@RaniBhuyan-rq8se 9 күн бұрын
Right kotha. Koisea Atanu da bhal lagil❤❤❤
@pradipkalita6580
@pradipkalita6580 9 күн бұрын
জুবিনক পদ্মশ্ৰী দিলে, পদ্মশ্ৰী ৰ সন্মান নাইকিয়া হৈ যাব
@Temporexrbp
@Temporexrbp 9 күн бұрын
বৰ একেবাৰে
@chandanneog1965
@chandanneog1965 9 күн бұрын
@@pradipkalita6580 জুবিনক দৰকাৰেই নাই যি বটাঁ দিলেও যিমান খিনি কৰিলে সিমানখিনিৰ সমান হ'ব নোৱাৰে...
@guitarista77
@guitarista77 9 күн бұрын
Zubeen e padmasri napaleu eku aahe najai.
@Satri-e8x
@Satri-e8x 9 күн бұрын
Bhokasuda hun toi kela zubeen dar jangiya dhuboloi jugya nahoi
@AbhinandanHazarika
@AbhinandanHazarika 9 күн бұрын
জুবিন গাৰ্গৰ অৱদান বহুত বেছি অসমীয়া সংগীত জগত খনলৈ। দিয়া ঘূৰাই দিয়া, কাৰ পৰশ, ঘূৰি চোৱাচোন এবাৰ, শান্তি দিয়া মুক্তি দিয়া, আমি যেন যন্ত্ৰ, এন্ধাৰ হব নোৱাৰোঁ,পামনে মই ঘূৰাই ইত্যাদি ৰ দৰে আৰু ভালেমান অৰ্থপূৰ্ণ গীত ৰ স্ৰষ্টা জুবিন গাৰ্গ। সুন্দৰ কণ্ঠৰ অধিকাৰী হোৱাৰ লগতে এজন মহান গীতিকাৰ, সুৰকাৰ তথা সংগীত পৰিচালক হৈছে জুবিন গাৰ্গ। গান ৰ এনেকুৱা এটা ভাগ নাই য'ত জুবিন গাৰ্গে গীত গোৱা নাই। আৰু অসমৰ সমাজ জীৱনত জুবিন গাৰ্গ ৰ প্ৰভাৱ নুই কৰিব নোৱাৰি। মুঠতে জুবিন গাৰ্গ ৰ দৰে প্ৰতিভা এই বিশ্বত বিৰল।আমাৰ হিয়াৰ আমঠু। তদুপৰি জুবিন গাৰ্গে অসমৰ ৰাইজ ৰ যিখিনি মৰম লাভ কৰিছে সেইয়া হয়তো নামী দামী গায়কেও লাভ কৰিব পৰা নাই। মানে জুবিনৰ বাবে মানুহ বলিয়া বুলি কব পাৰি। লক্ষ লক্ষ জনৰ বাবে জুবিন গাৰ্গ প্ৰেৰণা ।
@bhashyajyoti7894
@bhashyajyoti7894 9 күн бұрын
বিজেপি চৰকাৰক গালি পৰাৰ কাৰণে দিয়া নাই এই সন্মান। ৰাইজৰ হকে মাত মাতে সেই এই কাৰণ। যদি BJP চৰকাৰৰ কথাত হয় ভৰ দিলে হয় কোনোবাই দিনাই পালে হৈ এই সন্মান জুবিন দাই পদ্মশ্ৰী নহয় পদ্মভূষণ ....... পালে হয়। ❤️জয় জুবিন দা 👑
@Jaiaiiaxom123
@Jaiaiiaxom123 9 күн бұрын
Padmashri bota jugyo jone pabo
@ujjwalniyugassam182
@ujjwalniyugassam182 9 күн бұрын
Mora pisot dibo...
@JugalNath-b1c
@JugalNath-b1c 9 күн бұрын
Podmosri bota pobor babe gaan galei nhobo. Mal khai utpat korile kot pbo. Aagote papone pbo
@chandanneog1965
@chandanneog1965 9 күн бұрын
😂হয় নেকি শিল্পী সত্তাটোক আগত শিকি ল' কি বস্তু ...?....কোনে কি কি কৰিছে ভালকৈ জ্ঞানকণ লৈ পিলাই কমেন্ত কৰিবি। ভিডিঅ'টোৱেই বুজি নাপালি আৰু কিমান ধুকি পাবি গ'ম পালো।😂
@DebaKonch
@DebaKonch 9 күн бұрын
Oi mother Shut 😡
@tukkaraj
@tukkaraj 9 күн бұрын
​@@chandanneog1965😂😂 বঁটা টোৰ সন্মান যাব মদাহী ক দিলে😂😂😂
@chandanneog1965
@chandanneog1965 9 күн бұрын
@@tukkaraj তাকেহে পাই গাখীৰ খোৱা গিতাই অসমৰ বাবে কিন্তু বহুত কাম কৰি আছে।....
@tukkaraj
@tukkaraj 9 күн бұрын
@@chandanneog1965 গাখীৰ খোৱাক নিদিলেও আপত্তি নাই komse kom মদাহী এজনক যিদিনা পদ্মশ্ৰী বঁটা দিয়া হব সেইদিনাৰ পৰা পদ্মশ্ৰী বঁটাৰ মৰ্য্যদা নাইকীয়া হব
@BimanPegu-n6b
@BimanPegu-n6b 9 күн бұрын
Jubin da axomr kin2 aarjit asomomiya song nai guwa and aarhi singe horinamor mul ki buje kin2 jubin dai buje. Modahi sobei kin2 sob homyot nohoi joi jbda
@BimanPegu-n6b
@BimanPegu-n6b 9 күн бұрын
aarjite horinamor mul buje neki
@DebashisGogoi
@DebashisGogoi 9 күн бұрын
Kotha bur lahe lahe kaba lage, ussaron bur bhalkoi koribo lage
@MamoniMili-dt3rm
@MamoniMili-dt3rm 5 күн бұрын
Zubeen da pabo lage padmasri
@binoddeka2947
@binoddeka2947 6 күн бұрын
কি দৰকাৰ আছে পাগল এটাক এনেকুৱা সন্মান দিবলৈ,
@meIanchoIia
@meIanchoIia 2 күн бұрын
Assam e 100 bosor murot hei pagol ke monot rakhibo, tuk narakhe
@BiplabBaruwati-y1t
@BiplabBaruwati-y1t 8 күн бұрын
Joi zubeen da ♥️
@Jaiaiiaxom123
@Jaiaiiaxom123 9 күн бұрын
Zubeen k Padmashri t koi oporot buli koi Padma award k apuni opoman korile Sangabadik dodai
@RijwanNasimSaikia
@RijwanNasimSaikia 9 күн бұрын
জুবিনক নিদিয়াই ভাল
@LakhimpurGhilamaraEtuHitu
@LakhimpurGhilamaraEtuHitu 8 күн бұрын
Modaik di ki lav nije nijor honman bosai rakhib nojona manuhok
@purnimabora3195
@purnimabora3195 8 күн бұрын
jiai thakile hnman dia nibisare ajir manuhe kintu mitu past sbei kb dib lagisile buli .
@ApurbaRajbongshi-un4md
@ApurbaRajbongshi-un4md 9 күн бұрын
Bohute padmashree bota paise. Kintu bota puwa keijonok raije sini paai. Kintu bhupen Hazarika aru Zubin Garg ok sobe sini paai. Hei karone Zubin ok Padmashree nidile uh hokoluwe sini pabo.
@ganeshsarma2321
@ganeshsarma2321 9 күн бұрын
Almost in all cases the Padma awardees are of high personality and decent people besides their contribution in respective field whom the society places in high esteem. Higher the status of an award higher should be the position of an awardee to be a lead model in society to inspire people for a better society especially the young generation.
@tayyeburrahman7362
@tayyeburrahman7362 9 күн бұрын
শ্যামা মুখাজীক হে দিব পাৰি
@umeshgogoi6451
@umeshgogoi6451 8 күн бұрын
Mur mote apunak h dbo lge.. padmashree
Every team from the Bracket Buster! Who ya got? 😏
0:53
FailArmy Shorts
Рет қаралды 13 МЛН
Tu Nahi | Victor Das | ALIVE INDIA
5:10
ALIVE INDIA
Рет қаралды 334 М.