🚨 Media ৰ বাবে গাঁতৰ পৰা ওলাল চুমি!

  Рет қаралды 274,977

Satya - The Truth India

Satya - The Truth India

Күн бұрын

Пікірлер: 2 800
@mitalideka456
@mitalideka456 Ай бұрын
ধন্যবাদ মিডিয়া আৰু ধন্যবাদ আপোনাকো।এনে প্ৰৱঞ্চকৰ বিৰুদ্ধে বাতৰি পৰিবেশন কৰিবই লাগিব।নহলে অপৰাধত সমাজ ধ্বংস হ'ব চোন।
@samarcarromgaming2626
@samarcarromgaming2626 Ай бұрын
Sumi ye media r lagat Luka vaku khelixe...polowa nai😅
@juneborah
@juneborah Ай бұрын
আপোনাক বহুত বহুত ধন্যবাদ জনাইছো। আইনৰ সুৰুঙাৰে বাছি জাব নিদিব চাৰ ।
@bulumoninath6956
@bulumoninath6956 Ай бұрын
মিডিয়াৰ কাৰনেহে চুমী ধৰা পৰিল।আৰক্ষীয়ে কি কৰিলে।মিডিয়া জিন্দাবাদ ।আপুনি সঁচা বাতৰি পৰিবেশন কৰে
@jhoondeka8568
@jhoondeka8568 Ай бұрын
Atanu daa, ভাল কাম কৰিলে, সমাজৰ এনে মুখা পিন্ধা কলংক সকলক চিনাকি কৰি দিয়া আপোনালোকৰ নিৰপেক্ষ দায়িত্ব,। U R right
@jupitara7619
@jupitara7619 Ай бұрын
100% right... Assam police এ চুমিক ধৰিবলৈ বা আত্মসমৰ্পন কৰোৱাবলৈ একো পদক্ষেপ হাতত লোৱা নাই। তাই আত্মসমৰ্পন কৰিবলৈ বিচাৰিছে একমাত্ৰ মিডিয়াৰ প্ৰচাৰৰ বাবে। advocate জনো মিডিয়াৰ বাবেই তাইক আত্মসমৰ্পন কৰাৰ পৰামৰ্শ দিবলৈ বাধ্য হৈছে।
@priyankasarma4717
@priyankasarma4717 Ай бұрын
আপোনাক ধন্যবাদ জনাইছোঁ ❤। সত্য খিনি কোৱা বাবে . Salute sir......
@KhanindraBarman-vg2sf
@KhanindraBarman-vg2sf Ай бұрын
সঁচা কথা । ধন্যবাদ সংবাদ মাধ্যম
@subhashchoudhury8470
@subhashchoudhury8470 Ай бұрын
সত্য কথা কৈছে ।ধন্যবাদ অতনু ভূঞা ।
@kuntalasharma8390
@kuntalasharma8390 Ай бұрын
Aaine ji kore koribo tumar hatot ain nai.
@pink2764
@pink2764 Ай бұрын
True kotha koise kintu aitu val buli kobo niki
@pink2764
@pink2764 Ай бұрын
Ahpunak val buli koisu..
@sangeetahazarika7957
@sangeetahazarika7957 Ай бұрын
​@@kuntalasharma8390karu hatot law nai kintu khasa katha kuwar adhikar aase.aapunar dukh lagiboloi ki aase he o aapuni saage sumi borak palaaboloi rashta dekhuisil🤣🤣🤣
@Giantstar-Education
@Giantstar-Education Ай бұрын
That's the power of Assam Media ❤ Proud of you Sir 😎
@navajyotisarmah2033
@navajyotisarmah2033 Ай бұрын
আমি স্বীকৃতি দিছোঁ। সাংবাদিক হিচাপে নিজৰ দায়িত্ব পালন কৰাৰ বাবে ধন্যবাদ।
@ArchanaHazarika-g3m
@ArchanaHazarika-g3m Ай бұрын
একেবাৰে সঁচা কথা কৈছে আপুনি ।আপোনাক বহুত বহত ধন্যবাদ ।চুৰুনি জনী আজি ধোৱা তুলসীৰ পাত হবলৈ গৈছে ।
@pranjalpratim2335
@pranjalpratim2335 Ай бұрын
এইজনিক যাতে দ্বিতীয় বাৰলৈ অসমৰ ৰাইজে মঞ্চত উঠাই গামোচা নিপিন্ধাই যেন। ৰাইজে এইবোৰক একেবাৰে বহিষ্কাৰ কৰিব লাগে। অসমত ইহঁতৰ দৰে মানুহক দ্বিতীয় সুযোগ নিদিয়ে যেন। ধন্যবাদ। 🙏
@kalpanahazarika9439
@kalpanahazarika9439 Ай бұрын
Thik 👍
@ratneswartamuli4215
@ratneswartamuli4215 Ай бұрын
Wait n see. U will find yourself in wrong footing. Rathet ask why Dikshu, the singer not yet arrested while two youth from Golaghat already arrested for the same fault !!!
@BosantaDas-y8h
@BosantaDas-y8h Ай бұрын
Great sir.. apunar journalism k bohut shradha janaisu..prokit journalist apuni 🙏🙏❤️❤️
@sarataxom1651
@sarataxom1651 Ай бұрын
👏👏👏👏👏বাঃহ অতনু দা কি সুন্দৰ কৈ ঠেকেচি দিলে এজনী প্ৰবঞ্চকক মন ভাল লাগি গল
@Dilpigogoi
@Dilpigogoi Ай бұрын
ধন্যবাদ সংবাদ মাধ্যম 👍👍👍
@dipakbaruah8987
@dipakbaruah8987 Ай бұрын
চুমীৰ এই নাটকখন বিশেষকৈ আপোনাৰ কাৰণে ইতি পৰিল, চুমীই চকু মুদি মেকুৰীৰ দৰে গাখীৰ খাই আছিল, তাই গাখীৰ খোৱা কোনেও দেখা নাই বুলি ভাবিছিল, সেই বাবে ভূঞা ছাৰলৈ ধন্যবাদ জনালোঁ ।
@apurbaborha3621
@apurbaborha3621 Ай бұрын
অসমীয়া সকল বৰ দয়ালু , অলপ কঠোৰ হ ওক , এই জনীক ক্ষমা নকৰিব ।
@anukulkalita1605
@anukulkalita1605 Ай бұрын
Nokoru
@sunitabarhakur-kq2tv
@sunitabarhakur-kq2tv Ай бұрын
Crocodile tears 😢 very good acting 👌👌 😂 😅
@dhimanjuti
@dhimanjuti Ай бұрын
Never trust a girl with tears😂🗿
@ChoniMoran
@ChoniMoran Ай бұрын
Anekuwa suali bohut ase sob nohoi
@ChoniMoran
@ChoniMoran Ай бұрын
bohut anekuwa luviya suali dekhisu ji suali nojir sob di diye toka bade sob nohoi bohut ase
@himangshubaruah1440
@himangshubaruah1440 Ай бұрын
অতনুদা জিন্দাবাদ
@PrabalAmphili-zr4he
@PrabalAmphili-zr4he Ай бұрын
Poisa xakh hol j xaekarne ulaise....jodi atiya le poisa thoka hoi aru 2din man thakil hoi
@rawworld6542
@rawworld6542 Ай бұрын
সাপক বিশ্বাস কৰিব পাৰি কিন্তু সাংবাদিক ক বিশ্বাস কৰিব নোৱাৰি।
@chiranjibrajbongshi5593
@chiranjibrajbongshi5593 Ай бұрын
​@@PrabalAmphili-zr4he atcha apuni jane mane
@Pinuri2222
@Pinuri2222 Ай бұрын
Gaatar para nigoni ulal 😂 julungar mekuri ulaai poril🤣
@Lil___JOY___
@Lil___JOY___ Ай бұрын
Atanu daar ba kiman poisa dubil 😂😂😂
@kukideka8404
@kukideka8404 Ай бұрын
মিডিয়াক ধন্যবাদ সকলো তথ্য প্ৰকাশ কৰা বাবে
@dulumonithengal2467
@dulumonithengal2467 Ай бұрын
আপোনাক ধন্যবাদ চাৰ অসমত যে এচাম খকুৱা পুলিচ আছে সিহঁতক পুলিচ বুলি কবলে লাজ লাগে। আৰু চুমিয়েও নাজানে যে চাপৰি যোৱাতোকে খোজা হৈযোৱা বুলি।
@Bhargabdeka-y5i
@Bhargabdeka-y5i Ай бұрын
জেলৰ ভিতৰত ভোজপুৰী নৃত্য কৰি থাকিব পাৰিব দে। অসম ৰাইজে কেতিয়াও যাতে বাইদেউ নৃত্য না চায় তাৰে অনুৰোধ
@jkAxom
@jkAxom Ай бұрын
😂
@jayantachamuah1857
@jayantachamuah1857 Ай бұрын
Mojja
@amalchandrasarmah2849
@amalchandrasarmah2849 Ай бұрын
Salute অসমৰ সকলো সঙবাদ মাধ্যম লৈ আপুনি একেবাৰে সত্য কথা কৈছে আপোনালোক নহলে এনেকৈ সাৰি গ'ল হয়
@dilipkardong4342
@dilipkardong4342 Ай бұрын
Good news 9
@jadrishidutta5544
@jadrishidutta5544 Ай бұрын
আমি এটাই আশা কৰো সত্য কথা টো আপোনাৰ লোকে উলিয়াই থাকিব, পুলিচৰ ওপৰত মানুহৰ বিশ্ব াস নাই কিন্তু মিডিয়া ৰ ওপৰত আছে ধন্যবাদ অতনু দা
@indirabhuyan6759
@indirabhuyan6759 Ай бұрын
সঁচা কথা ধন্যবাদ সংবাদ মাধ্যম❤❤❤
@lakshyajitkakati6979
@lakshyajitkakati6979 Ай бұрын
সত্যৰ পথত অগ্ৰসৰ হোৱাতো কঠিন। ধন্যবাদ সংবাদ মাধ্যম।
@anupams980
@anupams980 Ай бұрын
আইও দেহি, ২০০০ কোটি টকা খাওঁতে মনত নপৰিল এই কথা
@mixbloger3306
@mixbloger3306 Ай бұрын
Sla Sumi r atiya natok
@ProBoys-jf7lx
@ProBoys-jf7lx Ай бұрын
suruni gator pora ulabo 😂
@parthapratimborah5564
@parthapratimborah5564 Ай бұрын
শেষ পয্যায় লৈকে দাদা বাতৰি পাই থাকোঁ যেন। শাস্তি নোপোৱা লৈকে
@tulumonisarmah1775
@tulumonisarmah1775 Ай бұрын
ধন্যবাদ সঙবাদ মাধ্যম🙏🙏🙏
@minatitalukdar4568
@minatitalukdar4568 Ай бұрын
ধন্যবাদ মিডিয়া, আৰু অতনু ভূঞা ।চুমি বৰা জনী নাৰী জাতিৰ নামত কলংক । ইমান বোৰ হৈ যোৱাৰ পাছত এতিয়া নিজকে সতী সাধনী সজাব আহিছে।
@ProBoys-jf7lx
@ProBoys-jf7lx Ай бұрын
এইজনীক অসমীয়া ছীনেমাৰ পৰা বাহিৰ কৰী দিব লাগে‌ অসমৰ ৰাইজক‌ অকৰা বনাব আহিছে
@moonmahanta8658
@moonmahanta8658 Ай бұрын
দিব লাগে নহয় | কেতিয়াবাই আমি দিছো |
@boonsaikia8526
@boonsaikia8526 Ай бұрын
Kot nu cinema gal korisil????
@himadrimazumdar9980
@himadrimazumdar9980 Ай бұрын
Hsa. Ami eijonir eko kam nasale ene u nuare ru tai uthibo.
@TusharPoemReciter
@TusharPoemReciter Ай бұрын
Akhon cinema kobo sun tair
@debosarma2728
@debosarma2728 Ай бұрын
Ai jonik dhora aru jlot humua jolde
@belidevichoudhury6608
@belidevichoudhury6608 Ай бұрын
Right sir
@SinkuKalita-l4d
@SinkuKalita-l4d Ай бұрын
সচাকথা কৈছে নহলেতাইবেতি‌ফৰেনত‌ গৈ থাকিলে হয়।
@bableebora5838
@bableebora5838 Ай бұрын
Right sir
@migomrecipe1631
@migomrecipe1631 Ай бұрын
ধন্যবাদ দিব লাগিব অসমৰ media
@Dikshya22346
@Dikshya22346 Ай бұрын
ধন্যবাদ সাংবাদিক সকল। তুমিয়ে শাস্ত্ৰী পাব লাগে
@anamikachetiagogoi7011
@anamikachetiagogoi7011 Ай бұрын
ধন্যবাদ দাদা ।‌ চুমিৰ বাবেই সকলো হৈছে ।
@dipabhuyan2805
@dipabhuyan2805 Ай бұрын
সঁচা কথা কৈছে। আপোনাৰ সাংবাদিকতাৰ ওপৰত বিশ্বাস আছে সেয়েহে আজিকালি আমি 'সত্য' চাবলৈ লৈছোঁ। আমাক সত্য বাতৰি লাগে।
@himangshubaruah1440
@himangshubaruah1440 Ай бұрын
বেয়াক পশ্ৰয় নেদিয়ে অতনু দাই,অসমৰ ৰাইজক আপুনিহে প্ৰকৃততে এই লুন্ঠনৰাজৰ পৰা ন্যায় দিব,, ধন্যবাদ দাদা
@Ustaad-d6u
@Ustaad-d6u Ай бұрын
ওলাল ওলাল ওলাল ৰেনদী ওলাল 😂😂
@KamalKalita-wu5fm
@KamalKalita-wu5fm Ай бұрын
😂😅😊 rendi olal
@boonsaikia8526
@boonsaikia8526 Ай бұрын
Notti joni jailot ground star hotel ot thakibo lagibo, tik tok sakki pising shooting start hobo.
@Ustaad-d6u
@Ustaad-d6u Ай бұрын
@@boonsaikia8526 hoi😂😂
@Ustaad-d6u
@Ustaad-d6u Ай бұрын
@@KamalKalita-wu5fm 😂😂
@SANTANUNANDANSAIKIA
@SANTANUNANDANSAIKIA Ай бұрын
Sumi Noti gaat r pora ulal
@pankajmujundar455
@pankajmujundar455 Ай бұрын
সংবাদমাধ্যম জিন্দাবাদ।
@SikhamoniDewri-yz5yd
@SikhamoniDewri-yz5yd Ай бұрын
অতনু দা আপুনি তেওঁক আৰু অলপ বেয়াকৈ দিব লাগিছিল আপোনাক ধন্যবাদ ।
@shilpasaikia6876
@shilpasaikia6876 Ай бұрын
আপোনালোকে যে এৰি নিদিলে তাৰ কাৰণে অশেষ ধন্যবাদ।।। বাকী চুমি বাইদেউক আগৰ পৰাই ভাল নালাগে একেবাৰেই।এতিয়া ৰাইজে বা কি কয় এইখন নাটক ৰ বিষয়ে
@susilsarmah4429
@susilsarmah4429 Ай бұрын
Bor val lagil news 2su ni
@MamuBorah-l7k
@MamuBorah-l7k Ай бұрын
অতনো দা একদম্ right salute আপোনাক । আমি আপোনাৰ লগত মানে "সত্যৰ" লগত আছোঁ
@debojitsharma8474
@debojitsharma8474 Ай бұрын
গাতৰ পৰা ওলোৱা এজনী যখিনী বাই । মেকাপৰ বক্সটো কত ৰখাছা হে ।
@kushalkalita7921
@kushalkalita7921 Ай бұрын
Mackup to বিজেতা ই দিৱ
@kabitadutta9378
@kabitadutta9378 Ай бұрын
আন্তৰিকতাৰে আপোনাক আৰু মিডিয়াক ধন্যবাদ জনাইছো চুমিক গাতৰ ভিতৰৰ পৰা উলিয়াই অনাৰ বাবে
@krishnaSaikia-eq8xz
@krishnaSaikia-eq8xz Ай бұрын
ধন্যবাদ নিউজ চেনেল চুমি‍ অপকৰ্মৰ বাবে আপোনালোকে উঠি পৰি লগা বাবে এনে দৰেই আগবাঢ়ি যায় যেন।
@bhargabdeka4877
@bhargabdeka4877 Ай бұрын
Great question / speech from atunu da... Always with you
@abanidas6895
@abanidas6895 Ай бұрын
ভাল কথা কৈছে। সত্য কথা। লাজ আৰু ভয় এই দুটা ভূতে সিহঁতক খেদি ফুৰিব।
@siddarthadutta3203
@siddarthadutta3203 Ай бұрын
Media zindabad
@AnishaSarma-gz2wp
@AnishaSarma-gz2wp Ай бұрын
💯👍🏻
@JhumaDutta-k4n
@JhumaDutta-k4n Ай бұрын
Well said. Thank a lot to Assam media . Thank you sir. But what about Dipankar Barman 7000core scam He is the master mind of all this.. Please spread more news on Dipankar Barman.
@rimjimdutta5098
@rimjimdutta5098 Ай бұрын
ধন্যবাদ,এনেকুৱা অপৰাধীক বাচি যাবলৈ নিদিব উপযুক্ত শাস্তি নোপোৱালৈকে।
@Awsomeus
@Awsomeus Ай бұрын
Sir “hats off to you “আপোনালোকৰ এই পদক্ষেপৰ বাবেই সত্য ওলাই পৰিছে। মই প্ৰথম দিনাৰ পৰাই এইটোএ আশাবাদী আছিলো প্ৰশাসনে নোৱাৰিলেও আপোনালোকে কিন্তু গাঁতৰ পৰা হ’লেও উলিয়াই আনিহে এৰিব। আশা কৰোঁ এনে প্ৰত্যেক অপৰাধ আৰু অপৰাধীক উচিত শিক্ষা দিয়াত আপোনালোক প্ৰশাসনতকৈও এখোজ আগত থাকিব।
@kushalkalita7921
@kushalkalita7921 Ай бұрын
চুমিক encounter karib লাগে
@gobindadeka5062
@gobindadeka5062 Ай бұрын
Atanuda Thanks
@jyotishmanborah468
@jyotishmanborah468 Ай бұрын
What you are doing is a great job sir !! Thanks for the overall information against this culprit
@utpalbharali437
@utpalbharali437 Ай бұрын
""Aji aamar babe Sumi gator pora olai ahise", great line Sir. We thank you so much on behalf of the people of Assam.
@kamalboruah5431
@kamalboruah5431 Ай бұрын
বতমাছি ছালা এই জনি
@suarsuar747
@suarsuar747 Ай бұрын
সঁচা কথা কৈছে। Victim Card খেলিছে অহংকাৰী বদমাচজনীয়ে এতিয়া। 👍
@NisaAhmed-b1f
@NisaAhmed-b1f Ай бұрын
Apuni 💯 Right kotha koisa dada 👍👍👍👌👌👌
@rengamlutad7078
@rengamlutad7078 Ай бұрын
Hosa Kotha aru usit nyai dabee korar babe apunak dhanyabad.
@hareswarhandique2096
@hareswarhandique2096 Ай бұрын
অতনু ভূঞা । আপুনি সচা কথাই কৈছে । জিনদাবাদ ।
@hiranmayedeka2520
@hiranmayedeka2520 Ай бұрын
অসমৰ জনতাৰ টকা খাই চোৰ কৰি পলাই থকা চোৰণী জনি কিয় পলাই আছিল? লুকাই থকা মানে পলাই থকা। চৰকাৰে যেতিয়ালৈকে জনতাৰ টকা ঘুৰাই নিদিয়ে তেতিয়ালৈকে এন্ধাৰ পৃথিৱী জেলত ভৰাই থক। ভিচাল ফুকনৰ সৰু লৰাটোৰ জিবন ধংস কৰিলে। অতুনু ভুঞা আপোনালোকে যদি দিনে নিশাই বাতৰি প্ৰচাৰ নকৰিলে হেতেন চুমী বাহিৰে বাহিৰে বেল লৈ আকৈ অসমৰ জনতাৰ চোৰ কৰাত লাগিলহেঁতেন। কাৰণ এই বিশাল ফুকনক কেতিয়ালৈকে জেলত সোমাই থাকিব সেই ভগৱানে জানিলোহেঁতেন। চোৰণী জনি আৰু এটা ভিচাল ফুকন লেহেতেন। অতুনু ভুঞা আপোনালোক বহুত বহুত ধন্যবাদ। আপোনালোকে অসমৰ জনতাৰ খতি কৰা লচ হোৱা বাতৰি বোৰ কৰি যাওক আপোনালোকৰ লগত অসমৰ জনতা সদায়েই থাকিব। অতুল ভুঞা বহুত বহুত ধন্যবাদ।
@BhijitSaikia6422
@BhijitSaikia6422 Ай бұрын
সঁচা কথা কোৱা মানুহক সকলোৱে বেয়া পাই।❤
@AnjaliDas-oi4lm
@AnjaliDas-oi4lm Ай бұрын
ধন্যবাদ সংবাদ মাধ্যম
@himanshukataki3947
@himanshukataki3947 Ай бұрын
Smart media Dhanyawaad
@hhhdas3627
@hhhdas3627 Ай бұрын
ধন্যবাদ মিডিয়া
@ChitraGogoi-j6l
@ChitraGogoi-j6l Ай бұрын
মিডিয়াক ধন্যবাদ দিছো
@ambitionate4010
@ambitionate4010 Ай бұрын
Atanu sir apuni ji korise great 👍👍👍
@SARDAUKAGAMING
@SARDAUKAGAMING Ай бұрын
Sir apuni ji video bonai Satya adharot bonabo ami xodai apunak support korim❤
@Upcomingassampolice4813
@Upcomingassampolice4813 Ай бұрын
বুঢ়ী বুঢ়ী যেন লাগিছে
@dipakbaruah8987
@dipakbaruah8987 Ай бұрын
হেৰো বুঢ়ী নহয় বিধবা যেনহে লাগিছে ।
@udayan0738
@udayan0738 Ай бұрын
Make up nai
@Hemalataboruah-y8g
@Hemalataboruah-y8g Ай бұрын
মেকাপ নাই য়ে
@GreenShortFits
@GreenShortFits Ай бұрын
Right sri....
@abhijitgogoi315
@abhijitgogoi315 Ай бұрын
Ari dia nhobo .ghorialor soku Pani bohut dakhilu 1 ta 1ta prosnor utor dibo lagibo raizok .Dhynobad bhuyan dangoriya .joi ai axom✊
@maramiroy5390
@maramiroy5390 Ай бұрын
সুন্দৰ সংবাদ মাধ্যমৰ প্ৰচষ্টাৰ বাবে চুমি আজি গাতৰপৰা ওলাই আহিবলৈ বাধ্য হল, ধন্য অসমীয়া সংবাদ মাধ্যম...
@MoinamunBhuyan
@MoinamunBhuyan Ай бұрын
Exectly atanu দা…..and thnx to all media..
@munmunlahon144
@munmunlahon144 Ай бұрын
বহুত বহুত ধন্যবাদ সংবাদ মাধ্যম
@ABHIJITNATH-hx4pe
@ABHIJITNATH-hx4pe Ай бұрын
আপোনাক বহুত বহুত ধন্যবাদ। বক্ৰ পথেৰে যাতে সাৰি যাব নোৱাৰে তাৰ বাবে Media সাজু থাকক।😮😮
@Shyamali6901Boruah
@Shyamali6901Boruah Ай бұрын
Thank you 🙏😊 great sir 👍
@rajani149
@rajani149 Ай бұрын
ককাইদেউ এটা কথা, চুমিক বিচাৰি উলিয়ালে ভাল কথা....😅😅 দীপাংকৰ বৰ্মনক ও বিচাৰি উলিয়াওক....😲😲😲 সি চুমি আৰু বিশালে লুট কৰা ধনৰ 3 গুণ মাৰি নিছে...!!! আমি তেতিয়াহে সংবাদ মাধ্যমক দক্ষ, নিৰপেক্ষ, নিৰ্ভিক আৰু পক্ষ পাতি নহয় বুলি বিবেচনা কৰিম...😮😮😢😢😢😢 নহলে ফুটোকাৰ ফেন... এনেই পানীত উৰি যাই 😮😮😮
@bhupenkakati-v2v
@bhupenkakati-v2v Ай бұрын
অতনু দা আপোনাৰ প্ৰণাম। আপোনাৰ কথা সকলো সঁচা।
@ajorixomoimitali2892
@ajorixomoimitali2892 Ай бұрын
চুমী তুমি সঁচাই দুখি। কাৰণ সাধাৰণতে তুমি ইমান কম দিনৰ ভিতৰতে কৌৰ পটী হ'ব পাৰিলা।বাদ দিয়া হে তোমাৰ ঘৰীয়ালৰ চকু পানী। তোমাৰ কাৰণে অসমীয়া নাৰীৰ জাতি বদনাম আনিছা।
@smitabaishya7304
@smitabaishya7304 Ай бұрын
Thik koise baideo apuni
@maikelnarahoffical
@maikelnarahoffical Ай бұрын
Hosa kotha dhanyabad hongbad maydam🙏aru ai suronituk ajibon Jeil dibo lage jateijen Assam ot punor anekuwa suroni nulai
@lushakadutta3057
@lushakadutta3057 Ай бұрын
Thank you Bhuyan. The whole credit goes to you. Really you did well. Ajit Dutta from jorhat
@neelamgoswami38
@neelamgoswami38 Ай бұрын
Sir u r the reason to make this media more strong n keep it up we have high expectation from this news channel 👍👍
@wahidabegum18
@wahidabegum18 Ай бұрын
Sir aponi ekdom xosa kotha koise আপোনাক ধন্যবাদ
@riturajkashyap9738
@riturajkashyap9738 Ай бұрын
তোৰ কান্দোনত আমি ভোল নাযাও,সৰু লৰাটোক গছত উঠাই গুৰি কাটিলি হাৰামজাদি।
@jaynurentertainment1015
@jaynurentertainment1015 Ай бұрын
Tair pokorot jala vangba lagbk kela
@bornalibordoloi4389
@bornalibordoloi4389 Ай бұрын
Power of education speech, power of media , power of Truth (অতনো ভূঞা) 👍
@baishnabeedevi8695
@baishnabeedevi8695 Ай бұрын
ধন্যবাদ অসমৰ Media
@pinkuislam1573
@pinkuislam1573 Ай бұрын
একোনাই। Everything is planned ।আপোনালোক হল পৰিয়ালৰ ডাঙৰ ককায়েক। এতিয়া থকা টকাৰ অলপ অলপ চবেই পাব ছাগে । বহুৱা বান্দৰ বনোৱা ৰাইজক মাত্ৰ চাবুকৰ কোব ! আকৌ এক সপ্তাহ মান নচুৱাই থাকিব পাৰিব।
@AtikurRahman-g7b
@AtikurRahman-g7b Ай бұрын
Apuni emane val katha koise dada bhut val lagil.And Thnx Media. Surni jonik ulai diyar babe.
@min20805
@min20805 Ай бұрын
নাৰীৰ নামত কলংকো এই চুমি বৰা , তাই এতিয়া নিজকে সতী সাবিত্ৰী সজোৱাত লাগিছে
@RituRajj-07
@RituRajj-07 Ай бұрын
Aijonik akebare khyoma koribo nalage otonuda thanks
@priyalataphukan4619
@priyalataphukan4619 Ай бұрын
ভাৰতৰ 2nd Nita Ambani অসমৰ এই গৰিকী চুমি আম্বানী😂😂🤣🤣😂😂🤣🤣
@banajitdeka1214
@banajitdeka1214 Ай бұрын
😂
@moonmikalita
@moonmikalita Ай бұрын
ধন্যবাদ সংবাদ মাধ্যম।
@himangshubaruah1440
@himangshubaruah1440 Ай бұрын
কান্দিব পৰাতো চলনাময় নাৰীৰ টেলেন্ত...
@souravdas5837
@souravdas5837 Ай бұрын
Good work sir....🎉 Media e nijor kaam koriboi lagibo!
@Himm___shikha
@Himm___shikha Ай бұрын
সঁচা কথা কৈছে আপুনি sir।তাই কোনোবা উকিলৰ সৈতে অগ্ৰিম জামিন লোৱাৰ কথাও সুনিছিলো, সেয়াই হৈ আছে টকা দিব আৰু সাৰি যাব।তাই উকীল ৰ কথাতে video বনাইছে, গাঁতৰ পৰা ওলাইছে।অসমত কঠুৰ শাসনৰ অভাৱ এনে ঘটনা হয়ে থাকিব। কথা বোৰ গুৰুত্ব দিয়া উচিত চৰকাৰ আৰু পুলিচ প্ৰশাসনে #assampolice#himantabiswasarmah#sumiborah#bishalphukan
@himanku2010
@himanku2010 Ай бұрын
What an innocent face😂 After robbing people's money 💵 she is crying crocodile 🐊 tears
@mamukalita3937
@mamukalita3937 Ай бұрын
আপুনি সঠিক তথ্য দিছে। মিডিয়া জিন্দাবাদ। মিডিয়াৰ অবিহনে এখন সুস্থ সমাজ গঢ়ি উঠিব নোৱাৰে। মিডিয়া ৰ জৰিয়তে সমাজ ব্যবস্থা সচেতন আৰু সাৱধানতা অৱলম্বন কৰিব পাৰিছে।
@smitabaishya7304
@smitabaishya7304 Ай бұрын
Dhoynyabad apunak khub val news dse apuni.. anekoi a amk d thakibo.. aru aijonik asom r culture jogotor pora bahir kori dbo lage
@demonhunter12e
@demonhunter12e Ай бұрын
100% right Atunu daa . Thank you for your information 🙏🏻
@papumonidas8864
@papumonidas8864 Ай бұрын
বাঃ তই যিমান ধুনীয়া তাতকৈ বেছি ঘূনীয়া
@Dibakordevraj
@Dibakordevraj Ай бұрын
Bare bono o…….hoi
@Moonnniiii-d8o
@Moonnniiii-d8o Ай бұрын
Dhonyobad atanu sir ❤ sur joni a poisa di sobok milai thole hoi apuni nuhua hole❤❤❤
CAN YOU DO THIS ?
00:23
STORROR
Рет қаралды 47 МЛН
У вас там какие таланты ?😂
00:19
Карина Хафизова
Рет қаралды 18 МЛН
UNHCR Helps Refugees and Internally Displaced Persons in Ukraine
9:29
Beautiful love story of Sumi Borah & Tarkik borah ❤️.By Bhukhan Pathak
12:31
The Most Mysterious Mountain in The World | Mount Kailash | Harry Sahota
17:09
CAN YOU DO THIS ?
00:23
STORROR
Рет қаралды 47 МЛН