🚨 ২৬ত মুখ্যমন্ত্ৰী হিচাপে কাক বিচাৰে? ‘সত্য’ৰ সমীক্ষা || Atanu bhuyan || Satya

  Рет қаралды 26,606

Satya - The Truth India

Satya - The Truth India

Күн бұрын

🚨 ২৬ত মুখ্যমন্ত্ৰী হিচাপে কাক বিচাৰে? ‘সত্য’ৰ সমীক্ষা
👉🏻 এতিয়াও হিমন্ত বিশ্বক মুখ্যমন্ত্ৰী হিচাপে বিচাৰে ৭৪ শতাংশ লোকে
👉🏻 ভূপেন বৰাতকৈ গৌৰৱ গগৈ অধিক জনপ্ৰিয়

Пікірлер: 381
@binudtayung876
@binudtayung876 6 күн бұрын
গৌৰৱ গগৈ পৰবৰ্ত্তী মুখ্যমন্ত্ৰী হিচাপে ৰাইজে বিছাৰে।
@ipsitanath8285
@ipsitanath8285 7 күн бұрын
Himanta jindabad
@mukundadas9892
@mukundadas9892 5 күн бұрын
কংগ্ৰেছৰ দিনত এটা চাকৰিৰ কাৰণে টকা দিব নোৱাৰাৰ বাবে নাপালোঁ কিন্তু সৰ্বানন্দ দিনত এটকা নিদিয়াকৈ পালোঁ আৰু মোৰ সন্মূখত চাকৰি ২২ বছৰ আছে গতিকে শিক্ষিত দুখিয়া নিবনুৱা সকলে চাকৰি পাবলৈ বি জে পি চৰকাৰ বহুতো ভাল। গতিকে ২৬ চনত বি জে পি চৰকাৰ গঠন হ'ব লাগে
@samarthasaha32
@samarthasaha32 7 күн бұрын
অসমৰ উন্নয়ন আৰু সুৰক্ষাৰ স্বাৰ্থত বিজেপি আৰু হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ অতিকৈ গুৰুত্বপূৰ্ণ। আমাক ২০২৬ত আকৌ বিজেপিৰ চৰকাৰ লাগিব। দেশৰ শ্ৰেষ্ঠ ৫খন ৰাজ্যৰ ভিতৰত এখন আমাৰ অসমো হওক যাতে, তাকেই বিচাৰোঁ সকলোৱে। যোৰহাটৰ পৰা বিজেপি জিকিব আকৌ। জয় আই অসম।।
@RitaChangmai-i7v
@RitaChangmai-i7v 7 күн бұрын
হিমন্ত বিশ্ব শৰ্মা বেলেগ আৰু কোন আছে
@Kiran-si2bf
@Kiran-si2bf 7 күн бұрын
গৌৰৱ গগৈ অসমৰ পৰবৰ্তী মুখ্যমন্ত্ৰী,
@thecomadyvlog-h6d
@thecomadyvlog-h6d 7 күн бұрын
বাল গগৈ অসমৰ কাৰনে কি কৰিছে
@DeboBora-p8q
@DeboBora-p8q 2 күн бұрын
Ggourav gogoi next cm
@ditu_edits2012
@ditu_edits2012 6 күн бұрын
গৌৰৱ গগৈ cm হবলৈ ৬৪ টা কংগ্ৰেছৰ বিধায়কো জিকি ব লাগিব।১০ টা বিধায়ক টা লৈ চৰকাৰ গঠন কৰিব নেকি?
@ankitabarman9770
@ankitabarman9770 2 күн бұрын
গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰী হোৱা টো বিচাৰোঁ।
@ParthaFF45
@ParthaFF45 7 күн бұрын
কেন্দ্ৰৰ পৰা টকা আনিব পৰা ক্ষমতা তিনি গগৈ লগ হৈ মুখ্যমন্ত্রী হলেও ইহ কি পৰজনমত নোৱাৰিব | হিমন্তৰ বাহিৰে |
@bapanrajbongshi6637
@bapanrajbongshi6637 7 күн бұрын
চৰকাৰী কম্পেনী এটা বনাই দেখুৱাক । আগতে থকা কম্পেনীবোৰ বিক্ৰী কৰি আছে । তহঁতৰ দৰে ১৫০০ টকীয়া ভক্তবোৰে কি জানিব ।
@Kiran-si2bf
@Kiran-si2bf 6 күн бұрын
@@ParthaFF45 হিমন্ত ই ঋণ লৈ লৈ অসম খনক শেষ কৰিব,তাৰ পিছত বিদেশলৈ পলায়ন কৰিব,
@ratulrajbongshi928
@ratulrajbongshi928 7 күн бұрын
মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ সিংহ । বাংলাদেশী ৰাঙকুকুৰক এই সিঙহয়হে বশ ক‌ৰিব পাৰিছে। জয় আই অসম।❤❤❤❤❤❤
@kusumsarma6702
@kusumsarma6702 7 күн бұрын
Samguri কি হল
@Kiran-si2bf
@Kiran-si2bf 7 күн бұрын
@@ratulrajbongshi928 ঋণ লোৱা সিংহ,
@abanidas6895
@abanidas6895 7 күн бұрын
অসম আৰু অসমীয়াৰ সুৰক্ষাৰ স্বাৰ্থতে বিজেপি আৰু হিমন্ত বিশ্ব শৰ্মা। ❤❤❤❤
@prasantakumardas4031
@prasantakumardas4031 4 күн бұрын
হিমন্ত বিশ্ব শৰ্মাই ,২৬ ৰ নিৰ্বাচনত একক সংখ্যা গৰিষ্ঠতা লাভ কৰি অসমৰ মুখ্যমন্ত্ৰী হিচাবে দায়িত্ব পালন কৰিব।লুৰীণে পঞ্চায়তৰ সদস্য খেলক।
@pranjalbora1736
@pranjalbora1736 7 күн бұрын
সৰ্বানন্দ সোণোৱাল বা গৌৰৱ গগৈক ।
@tapasildoley8259
@tapasildoley8259 6 күн бұрын
গৌৰৱ গগৈক বিছাৰো
@NilutpalSarma
@NilutpalSarma 5 күн бұрын
গৌৰৱ গগৈ ❤
@orhanswanan9029
@orhanswanan9029 4 күн бұрын
অসমত আৰু 15/20 বছৰলৈ CONG দলৰ চৰকাৰ নাহে।গতিকে গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হোৱাটো এটা সপোন হৈ ৰব। দ্বিতীয় কথা হল তৰুণ গগৈৰ পুতেক হিচাপেহে গৌৰৱ গগৈ ভোট ত জিকিব পাৰিছে।বিধান সভা নিৰ্বাচনত গৌৰৱ গগৈ জিকী অহাটো ইমান সহজ নহয়।
@arunmech2857
@arunmech2857 4 күн бұрын
আৰু কিছুদিন আপেক্ষা কৰিবলৈ লাগিব, বহুলভাৱে আৰু নিখুঁত ভাৱে সমিক্ষা চলালে প্ৰকৃত উত্তৰ পোৱা 28:44 28:44
@ratnanarah791
@ratnanarah791 7 күн бұрын
গৌৰৱ গগৈ
@gopaltalukdar9097
@gopaltalukdar9097 7 күн бұрын
Dr H B Sarma will be next CM, and upto onward. ....because Development
@bhupendas8637
@bhupendas8637 7 күн бұрын
মাননীয় হিমন্ত বিশ্ব শৰ্মাক আৰু 20 বছৰ লাগে।
@underliton5572
@underliton5572 7 күн бұрын
তাৰ মানে আঁচনি পাইছে পাগলি
@MihirRanjan-m1e
@MihirRanjan-m1e 5 күн бұрын
দেশৰ প্ৰগতি ,উন্নয়ণ আৰু দৰিদ্ৰ পৰিয়ালৰ সুৰক্ষা আৰু সঞ্জিবনি হিচাপে বি,জে,পি স্থিতি আছে ।গতিকে অসমৰ প্ৰকৃত নাগৰিকে কেতিয়াও ভুল নকৰে ।
@lomkimchangsan5132
@lomkimchangsan5132 7 күн бұрын
Dr. Himanta B Sarma must be the next CM for all round development.
@sandhiram9574
@sandhiram9574 7 күн бұрын
সাম্প্ৰতিক কালত হিমন্ত বিশ্ব শৰ্মা এজন ডাইনেমিক C M
@RupamSaikia-j2r
@RupamSaikia-j2r 7 күн бұрын
গৌৰব গগৈ
@thecomadyvlog-h6d
@thecomadyvlog-h6d 7 күн бұрын
বাল গগৈ অসমৰ কাৰনে কি কৰিছে
@gorgeousgogoi6393
@gorgeousgogoi6393 7 күн бұрын
Gourav Gogoi is our next CM
@mainudavi9510
@mainudavi9510 7 күн бұрын
ত ই ছেনদেলৰ চৰ খাই পাইছনে?মিছা কথা কিয় কৈছ?গৌৰব গগৈক সকলোৱে বিচাৰে।
@atulchandrahazarika7888
@atulchandrahazarika7888 7 күн бұрын
২৬ত মূখ মনতি হেমত বিশূ শমা আমাক লাগে
@mohandutta2646
@mohandutta2646 5 күн бұрын
হিমন্ত বিশ্ব শৰ্মা জয়েন সৰ্বস্ব জয়
@Kamaljj7xz
@Kamaljj7xz 7 күн бұрын
আমি পুনৰ বাৰ হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী হোৱাটো বিচাৰো..
@nripendranathsarma4982
@nripendranathsarma4982 7 күн бұрын
নিৰপেক্ষ ব্যক্তিৰ লগত আলোচনা কৰা উচিত।
@binitadeka4370
@binitadeka4370 5 күн бұрын
হিমন্ত বিশ্ব ক লাগে
@PoretushSarkar
@PoretushSarkar 5 күн бұрын
Attanu. Bhunya. Is. A. Best. Reporter. .in. Assam . Baksa
@lobobhatta1915
@lobobhatta1915 7 күн бұрын
Himanta Bisha sarmah jindabad.
@mukundadas9892
@mukundadas9892 5 күн бұрын
এ পি এছ বিষয়া হ'বলৈ ৫০_৭০ লাখ টকা যদি দিব বিচাৰে তেতিয়া কংগ্ৰেছৰ চৰকাৰ কৰক। মই এসময়ত এটা পঞ্চায়তৰ সেৱা দলৰ চিফ হৈ ও মাৰ এটা ঘৰৰ কাৰণে ১০ হাজাৰ দিবলগা হয় যদিও আই দি নম্বৰ আছিল, গৌৰৱ মূখ্যমন্ত্ৰী হ'লে মুছলমান সকলৰ উঠি ৰজা বহি ৰজা হ'ব পুৰন্দৰ সিংহৰ দৰে
@miganggegongolumpegu9669
@miganggegongolumpegu9669 7 күн бұрын
ধাৰুৱা হিমন্ত ক নালাগে😅😂
@kukububu5087
@kukububu5087 7 күн бұрын
দুৱৰা দেৱ সদাই ঋণাত্মক ঋণাত্মক তেওঁ কাৰণ তেওঁ এজন অসামাজিক আৰু কংগ্ৰেছৰ অন্ধ্ৰ ভক্ত তাতেই
@sanjibkumarnayak9686
@sanjibkumarnayak9686 7 күн бұрын
দহ বছৰ গৌৰৱ গগৈ কলিয়াবৰ সমষ্টিৰ সাংসদ আছিল।দহটা উল্লেখ যোগ্য কাম কওক গগৈদেৱে কৰা ।এই কেইমাহত তেখেতে যোৰহাট সমষ্টিৰ বাবে কৰা কাম দুটা কওক। 15:25
@NISSAN-l2b
@NISSAN-l2b 7 күн бұрын
কোনো এজনেই মূখ্য মন্ত্রী হোৱাৰ বাবে যোগ্য নহয় বৰ্তমানৰ মুখ্যমন্ত্রীয়ে সর্বানন্দ সোনোৱালক লাট মাৰিহে মন্ত্রী হব পাৰিছে
@DibyaNath-nn1xt
@DibyaNath-nn1xt 6 күн бұрын
তোৰ মাৰৰ বুছ খন কেলা চুটমাৰণী চুদ্দুৰভাই গৰুচোৰ দালাল কেলা কুকুৰৰ পোৱালি।
@ronujdoley5636
@ronujdoley5636 6 күн бұрын
মামা মেইন
@RANJITDEKA-cn4of
@RANJITDEKA-cn4of 7 күн бұрын
I like CM as Himanta
@amaypegu7825
@amaypegu7825 7 күн бұрын
Gourav gogoi next CM
@mohendranewar1117
@mohendranewar1117 7 күн бұрын
Dr Hmanta Bishwa sharma
@RupamBoruah-bp3rc
@RupamBoruah-bp3rc 5 күн бұрын
মই গৌৰৱ গগৈক বিছাৰু
@dwipenkhakholary6282
@dwipenkhakholary6282 5 күн бұрын
Next CM Himanta Biswa Sarmah.
@lekharusvlogs4474
@lekharusvlogs4474 7 күн бұрын
99 % himanta nibisari xi karu poisa diya nai amar poisa ji dise Toka khuwa ata number one Atanu
@RajibBorah-e2x
@RajibBorah-e2x 4 күн бұрын
Mama Again coming.
@jayantanath8989
@jayantanath8989 7 күн бұрын
Hemanta Bishwa Sharma
@ABC-pm9sv
@ABC-pm9sv 6 күн бұрын
Dr Himanta Bishwa Sharma.
@pabitrasarma5646
@pabitrasarma5646 Күн бұрын
Mama is the top leader
@UpenSaikia-o5t
@UpenSaikia-o5t 6 күн бұрын
So sweet and beautifull mama
@kishorraajnath5882
@kishorraajnath5882 6 күн бұрын
"পদ্ম হাজৰিকা"! No HBS as CM candidate in Assam 26, else no BJP in Assam 26
@Jyotishman-v8y
@Jyotishman-v8y 5 күн бұрын
আপুনি এই বোৰ গাইবাই লাভ নাই, গাঁৱত খবৰ ল'ব লাগে মধ্যম শ্ৰেণীৰ অবস্থা কি।
@Kiran-si2bf
@Kiran-si2bf 7 күн бұрын
গৌৰৱ গগৈ তিনিবাৰ সাংসদ,একো কেলেঙকাৰি নাই সীমন্ত নিচিনা
@thecomadyvlog-h6d
@thecomadyvlog-h6d 7 күн бұрын
বাল গগৈ অসমৰ কাৰনে কি বাল দাল কৰিছে
@abcassociates2283
@abcassociates2283 7 күн бұрын
Assam no 1 dàlal reporter
@jahir532
@jahir532 6 күн бұрын
অতনু ভূঞা আপুনি সাংবাদিক নে বিজেপিৰ মুখপাত্ৰ?
@SahjahanAhmed-t9o
@SahjahanAhmed-t9o 7 күн бұрын
এইজন সাংবাদিক বিজেপিৰ একমাত্ৰ সাংবাদিক হয়
@jayantadutta165
@jayantadutta165 6 күн бұрын
লক্ষ্মী নাথ বেজবৰুৱাই কংগ্ৰেছি সকলকেই অন্ধলা বুলি কোৱা নাইনে বাৰু?(ইয়াত মানসিকতাৰ কথাহে কোৱা হৈছে ধন্যবাদ)।
@pabitrasarma5646
@pabitrasarma5646 Күн бұрын
Mama is all in all
@ganeshnahardeka5813
@ganeshnahardeka5813 7 күн бұрын
😢হেমন্ত বিশ্ব শৰ্মা CM হ'ল হেঁতেন কিন্তু কিছুমান বিধায়কৰ বাবে পৰাজয় হৱ যেন লাগে।
@KobitaDewri
@KobitaDewri 7 күн бұрын
মূখ্যমন্ত্ৰী জিন্দাবাদ
@ShashiktDowarh
@ShashiktDowarh 3 күн бұрын
আমি হেমন্ত বিশ্বশমা বিচাৰো
@ditu_edits2012
@ditu_edits2012 6 күн бұрын
কংগ্ৰেছৰ সমৰ্থনকাৰী সাংবাদিক টো কোন হয়?
@SURENBorah-z8j
@SURENBorah-z8j 7 күн бұрын
গৌৰৱ গগৈৰ
@orhanswanan9029
@orhanswanan9029 4 күн бұрын
হিন্দু আৰু হিন্দুত্ব বাদৰ কথা আলহী জনে জানে যদি বুজাই দিয়ক।
@khogenkonwar1282
@khogenkonwar1282 7 күн бұрын
😊😊😊😊😊❤❤❤❤❤ 2026 amak lagibo
@UpenSaikia-o5t
@UpenSaikia-o5t 6 күн бұрын
Himonta mama aru kaku nalage
@samudrahazarika110
@samudrahazarika110 7 күн бұрын
হিমন্ত বিশ্ব শৰ্মা বিচাৰোঁ
@BirenDas-xk8tz
@BirenDas-xk8tz 7 күн бұрын
মামাক লাগে
@miganggegongolumpegu9669
@miganggegongolumpegu9669 7 күн бұрын
ঋণ লোৱাত পাকইত মানুহ জনক বটল ভূঞাই কি যুক্তি
@biltudebnath8999
@biltudebnath8999 3 күн бұрын
21% গৌৰৱ মিয়া
@PRANJALBORUAH
@PRANJALBORUAH 7 күн бұрын
গৌৰব গগৈক
@manashnath8142
@manashnath8142 6 күн бұрын
mama☺️
@ItsMe-su3xb
@ItsMe-su3xb 6 күн бұрын
Gaurav gogoi ❤
@rajusarma9691
@rajusarma9691 7 күн бұрын
Right 👍
@monoranjansarma2678
@monoranjansarma2678 6 күн бұрын
এই বিলাক ডাইল খোৱা মানুহ। নিৰপেক্ষ মানুহৰ আলোচনা সত্য ।
@Guitarist_Upabon
@Guitarist_Upabon 6 күн бұрын
কিমান মিছা কথা কয়। বেচিখিনিএই সৰ্বানন্দ ক বিচাৰে
@PranjalSonowal-i5p
@PranjalSonowal-i5p 6 күн бұрын
Sarbananda Sonowal next Cm
@PrakhenChetia
@PrakhenChetia 7 күн бұрын
এতিয়া।থকাজন।মান।াআৰু,নাই।প্ৰসেন।তেতিয়া।তৰালী। গাওঁ
@BhagabanHaloi-z5f
@BhagabanHaloi-z5f 7 күн бұрын
Himanta Biswa Sarma another 2 term should be CM for better development of Assam
@bipulali9045
@bipulali9045 2 күн бұрын
গৌৰব
@Kiran-si2bf
@Kiran-si2bf 7 күн бұрын
হিমন্ত কেলেঙকাৰি মা ষ্টৰ
@KDcreation005
@KDcreation005 5 күн бұрын
Ai contest t Sarbanada Sonowal kiy nai... Sonowal thoka hole Himanta Biswa sarma akdom lowest t thakil hoi😅😅
@Misha_driving05
@Misha_driving05 7 күн бұрын
Lastar katha keita asol katha , amar babe hathik manubal ba motivation r katha . moi 12th r students maje maje rajniti bikhoyat sau but himn interest nai kintu sattya ekebare agor pora sai ahisu ❤
@atulchandrahazarika7888
@atulchandrahazarika7888 7 күн бұрын
সমানে উনয়নৰ কাম চলি আছে
@binoydeka7916
@binoydeka7916 7 күн бұрын
কোন দল কোন সংগঠন নম্ৰ কোন ব্যক্তি ভদ্ৰ সেইটো ডাঙৰ কথা নহয় সাহস আৰু ত্যাগৰ তাৎক্ষণিক পদক্ষেপ লব পৰা এজন মানুহ জাতিধৰ্ম্ম সেই বোৰ পিছত এজন সাহসী ব্যক্তি এওৰ দৰে ৰণুৱা লাগে
@Kiran-si2bf
@Kiran-si2bf 7 күн бұрын
@@binoydeka7916 সাৰদা লুইচ বাজাৰ উত্তৰ কাছাৰ পাহাৰ
@bapanrajbongshi6637
@bapanrajbongshi6637 7 күн бұрын
অসমত এটাওঁ চৰকাৰী কম্পেনী নহ'ল । আপুনি বিজেপিৰ সাংবাদিক।
@anirudhakalita4041
@anirudhakalita4041 7 күн бұрын
সৰ্বানন্দ সোনোৱাল কত গল,,। বাকীসকলটো computation ত নাহেই। কংগ্ৰেছ আৰু অন্যান্য বিৰোধীক অসমৰ ৰাইজে কেতিয়াবাই‌ প্ৰত্যাখ্যান কৰিছে। মূল যুজখনটো সৰ্বা আৰু হিমন্তৰ মাজত। সেইটো চাৰ্ভে কৰক। ইমানো চেলেকিব নাপাই।
@ChandrakantaSaikia-el7vm
@ChandrakantaSaikia-el7vm 7 күн бұрын
@harendrabarman2736
@harendrabarman2736 2 күн бұрын
HBS next CM must
@jibonjyotidutta622
@jibonjyotidutta622 5 күн бұрын
গৌৰৱ গগৈক
@SahjahanAhmed-t9o
@SahjahanAhmed-t9o 7 күн бұрын
Gowrav গগৈক লাগে
@dibyajyotibaruahdibyajyoti6312
@dibyajyotibaruahdibyajyoti6312 7 күн бұрын
মতা মাছ - মাইকী মাছটো মুখ্যমন্ত্ৰী হৈ কৰিব।
@ilovemyassam2447
@ilovemyassam2447 7 күн бұрын
মোৰ কৰ্মজীৱন ভাৰসাম্য আৰু পৰিস্থিতি অত্যন্ত কঠিন। দৰিদ্ৰতাই মোৰ পৰিয়ালক গভীৰভাৱে প্ৰভাৱিত কৰিছে। 😢 গেছৰ দাম বৃদ্ধি, বিদ্যুতৰ বিল, পেট্ৰ'লৰ খৰচ, আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ ওপৰত কৰ বৃদ্ধিৰ লগে লগে বোজা বাঢ়ি গৈ থাকে। অনুভৱ হয়... সকলোতে বিশৃংখলতা। 🤯🤯🤯 মই হয়তো পৰৱৰ্তী নিৰ্বাচনত ভোট দিব নোৱাৰিম যদিহে কথাবোৰ ভাল নহয়।
@TonkeswarMoran-i3p
@TonkeswarMoran-i3p 6 күн бұрын
Assam aru arunachal Amor hima homysha homadhan kori diyok
@asifikbalhazarika
@asifikbalhazarika 7 күн бұрын
ধুৰ, অসত্য চেনেল। আপোনাৰ চাৰ্ভে মতে লোক সভা ইলেকছনত তপন গগৈ জিকিছে। 😂
@PrafullaMorang-t8h
@PrafullaMorang-t8h 6 күн бұрын
Himanta mama
@pabitradas6006
@pabitradas6006 7 күн бұрын
Himanta Mama.
@PrakhenChetia
@PrakhenChetia 7 күн бұрын
বিমানত।ক্ষমা।আৰু।নাই
@brojenkisku2317
@brojenkisku2317 7 күн бұрын
মামা
@AnantaBorah-e2w
@AnantaBorah-e2w 7 күн бұрын
Dr Himanta Biswa Sarma.
How Strong Is Tape?
00:24
Stokes Twins
Рет қаралды 96 МЛН
She made herself an ear of corn from his marmalade candies🌽🌽🌽
00:38
Valja & Maxim Family
Рет қаралды 18 МЛН