অতি সহজে নেমুৰ কলম কেনেকৈ কৰে (Most easy method of lemon cutting)

  Рет қаралды 631

Borah's Kitchen Garden

Borah's Kitchen Garden

Күн бұрын

Пікірлер: 12
@AnjuDutta-f8g
@AnjuDutta-f8g 4 ай бұрын
Bohut. Dhayñabad0
@borahskitchengarden2487
@borahskitchengarden2487 4 ай бұрын
মন্তব্যৰ বাবে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ।
@sumusfoodgallery5423
@sumusfoodgallery5423 4 ай бұрын
বৰ ধুনীয়া ভিডিঅ' আগবঢ়ালে । আমাৰ বেঙেনা, ভেন্দিৰ গছ বৰ ধুনীয়াকৈ হয় কিন্তু ফল একেবাৰে কমকৈ লাগে। কিবা উপায় আছে নেকি জনাবচোন।
@borahskitchengarden2487
@borahskitchengarden2487 4 ай бұрын
প্ৰথম কথা জাতটো ভাল হ'ব লাগে। দ্বিতীয় তে উদ্ভিদে সুষম আহাৰ পাব লাগে।চেহেৰাৰ খাদ্য বেলেগ,ফল লগাৰ খাদ্য বেলেগ। বিশেষকৈ পাচলি আৰু ফল-মূলৰ গছত ফছফৰাচ আৰু পটাচ সঠিক পৰিমাণে থাকিব লাগে।তাৰ বাবে খলিহৈ, bonemeal,কেচুসাৰ,পচন সাৰ আৰু গোবৰ আদি সঠিক পৰিমাণে দিলে ফচলৰ উৎপাদন হবই। ইয়াৰ লগত অৱশ্যে সঠিক পৰিমাণৰ জল আৰু উপযুক্ত যত্নৰো প্ৰয়োজন। মন্তব্যৰ বাবে বহুত বহুত ধন্যবাদ।
@sumusfoodgallery5423
@sumusfoodgallery5423 4 ай бұрын
@@borahskitchengarden2487 হয় ধন্যবাদ জনালো
@Anupam380
@Anupam380 Ай бұрын
Atiya parim ne
@Anupam380
@Anupam380 Ай бұрын
Plz jonabo sn
@borahskitchengarden2487
@borahskitchengarden2487 Ай бұрын
@@Anupam380 এতিয়া নেপাব। ধন্যবাদ।
@borahskitchengarden2487
@borahskitchengarden2487 Ай бұрын
@@Anupam380 February বা March মানত কৰিলে ভাল । তেতিয়া শিপা সোনকালে ওলাই।
@Anupam380
@Anupam380 Ай бұрын
@@borahskitchengarden2487 thank you
@luckyahmed2972
@luckyahmed2972 4 ай бұрын
নমস্কাৰ, আপোনাৰ পৰা বহুত নজনা কথা শিকিছো,মোৰ নেমু গছত ফল কম হয়, অবশ্য ম ই কোনো ৰাসায়নিক সাৰ প্ৰয়োগ কৰা নাই।
@borahskitchengarden2487
@borahskitchengarden2487 4 ай бұрын
খাদ্য ভাল দৰে যোগান ধৰি সঠিক যত্ন ল'লে নিশ্চয় ভাল ফল দিব। ধন্যবাদ।
grafting of cherries continued
19:19
Земляк
Рет қаралды 12 МЛН
Леон киллер и Оля Полякова 😹
00:42
Канал Смеха
Рет қаралды 4,7 МЛН
Quando A Diferença De Altura É Muito Grande 😲😂
00:12
Mari Maria
Рет қаралды 45 МЛН
গছৰ পাতৰ সাৰ বনোৱা পদ্ধতি
5:25
r Cooking and Gardning
Рет қаралды 4,4 М.
Леон киллер и Оля Полякова 😹
00:42
Канал Смеха
Рет қаралды 4,7 МЛН