অতিকৈ ভয়ংকৰ দুখলগা ঘটনা?প্ৰকৃততে কি হৈছিল ঘটনাতো?/bandita baruah/bandita baruah news/newslive/news

  Рет қаралды 359,798

Assamese Taroka

Assamese Taroka

Күн бұрын

অতিকৈ ভয়ংকৰ দুখলগা ঘটনা?প্ৰকৃততে কি হৈছিল ঘটনাতো?/bandita baruah/bandita baruah news/newslive/news/bandita baruah song/assamese news/assamese news/assamese news live
/assamese news today/assamese news live today
/assamese news live today dy365/assamese news channel/assamese news today dy365/assam taroka/assamese taroka
assamese news
assamese news
assamese news live
assamese news today
assamese news live today
assamese news live today dy365
assamese news channel
assamese news today dy365
assamese newspaper
assamese news 2024
assamese news18
deepjyoti deka
deepjyoti freestyle
deepjyoti
deepjyoti deka news
deepjyoti deka bhanga tv
deepjyoti mahanta new song
deepjyoti deka attack video
deepjyoti deka bhanga tv news
deepjyoti deka accident
deepjyoti deka vlog
khiteil
kai assamese comedy
khitei kaikhitei new episode 2024
khitei kai news
khitei kai new song
khitei kai comedy
khitei kai assamese comedy new
video 2024
khitei kai duta tiri
khitei kai assamese comedy new
video 20238
khitei kai song
khitei kai 2024
assamese news channel
day status
day live
assam taroka
assamese taroka
...........................
Disclaimer
video is for education purpose only
Copyright Desclaimer
Under section107 of the copyright Act1976,allowance is made for 'Fair use' for purposes such as criticism, comment,news reporting,teaching,scholarship,and resarch,fair use is permitted by copyright statute That might otherwise be infringing, Non-profit,educational or personal use tips the balance in favor of fair use.

Thanks for watching
......................................
#bandita_baruah
#bandita_baruah_song
#kai_assamese_comedy
#khitei_kaikhitei_ne__episode_2024
#khite__kai_news
#khitei_kai_new_song
#khitei_kai_comedy
#deepjyoti_deka
#deepjyoti_freestyle
#deepjyoti
#deepjyoti_deka_news
#deepjyoti_deka__bhanga_tv
#deepjyoti_mahanta_new_song #deepjyoti_deka_attack_video
#assam_news
#assam_taroka
#assamese_taroka
#today_news_assamese

Пікірлер: 311
@padmakonwar2045
@padmakonwar2045 8 ай бұрын
জীৱন বাটত ঘাট প্ৰতি ঘাট থাকেই, এইবোৰ সৰু কথাত ভিতিগ্ৰস্থ হব নালাগে। আগবাঢ়ি যোৱা,ইমান সুন্দৰ আৰু মাৰ্জিত ভাবে কথাখিনি কৈ যোৱাৰ বাবে ধন্যবাদ জনালো।তোমালোক দুয়ো জনীনৈ আন্তৰিক অভিনন্দন জনালো।
@barnalirabha4016
@barnalirabha4016 9 ай бұрын
অতি সুন্দৰ কণ্ঠ তোমাৰ । তুমি আগুৱাই যোৱা , ভগৱানে তোমাৰ মঙ্গল কৰক । তোমাৰ উজ্বল ভৱিষ্যত কামনা কৰিলো 🙏
@bharatibharuah7495
@bharatibharuah7495 8 ай бұрын
তোমালোক হতাশ নহবা, আৰু আগবাঢ়ি যোৱা, আমাৰ সকলোৰে আশীৰ্বাদ তোমালোকৰ লগত সদায়ে থাকিব।তুমিতো গান ভাল গোৱা , তোমালোক দুয়োৰে গান প্ৰায়ে শুনো মই, ভাল লাগে।❤❤
@shriatiramrabha9388
@shriatiramrabha9388 9 ай бұрын
মাতালে কাকো সন্মান কৰিব নেজানে। কিন্তু তোমালোক আগূৱাই ৰোৱা। অসম বাসী আছো ।
@rekeshdeka4636
@rekeshdeka4636 9 ай бұрын
তোমালোক আগ বাঢ়ি যোৱা❤❤
@bigdaddy2873
@bigdaddy2873 9 ай бұрын
ইমান সৰু ছোৱালী দুজনী আগবাঢ়ি আহিছে গান গাবলৈ সৰু,ডাঙৰ গায়ক প্ৰশ্ন কৰিবলৈ আয়োজক সমিতিয়ে লাজ পাব লাগিছিল। তোমালোক আগবাঢ়ি যোৱা সুন্দৰ কণ্ঠ এদিন দুয়োয়ে ডাঙৰ গায়ক হ'ব । মই তোমালোকৰ ফেচবুক প্ৰগ্ৰেম চাই থাকো আগবাঢ়ি যোৱা আমাৰ আশীৰ্বাদ থাকিল।
@moyurichetia7140
@moyurichetia7140 9 ай бұрын
😅😢😮😅🎉
@rubidevi2364
@rubidevi2364 8 ай бұрын
তোমালোক আগুৱাই যোৱা ,হতাশ নহবা । ভগৱানে সহায় কৰিব❤❤❤
@himanshuray8735
@himanshuray8735 3 ай бұрын
Don't be upset.Go forward.
@MondeepKakati
@MondeepKakati 8 ай бұрын
তোমালোক আগ বাঢ়ি যোৱা । আশীৰ্বাদৰ কৰিছো ।তুমি হতাশ নহবা❤❤❤❤
@ParameswarDas-x5n
@ParameswarDas-x5n 3 ай бұрын
Abhadra.Raije
@mohendragohain1299
@mohendragohain1299 9 ай бұрын
তুমি হতাশ নহ'বা, আগবাঢ়ি যোৱা। আশীৰ্বাদ কৰিছো।
@kananbaruah2855
@kananbaruah2855 8 ай бұрын
আগবাঢ়ি যোৱা, পিছলৈ নাচাবা ঘাট প্ৰতিঘাট থাকেই।জয়ী হোৱা।
@BhumidharNath-im7ml
@BhumidharNath-im7ml 9 ай бұрын
এই বিলাক বৰ ঘৃণনীয় কাম। যদি শক্তি সামৰ্থ নাই তেনেহলে শিল্পী মাতি ইমান অপমান কৰিব নালাগে।
@rekhasaikia7351
@rekhasaikia7351 8 ай бұрын
Absolutely true .
@rebasaikia7452
@rebasaikia7452 8 ай бұрын
ডাঙৰীয়া 65000 পৰা 60,000 pay কৰা হল,5000 মন্দিৰৰ নামত বিছাৰিলে বা কেতিয়াবা সৰু বিহু কমিটি বিলাকৰ টকাৰো অভাব হয়,তাৰ বাবে কমিটি জগৰীয়া নহয়,
@debasishdutta1004
@debasishdutta1004 3 ай бұрын
Payment koribo nuarile xilpi k o nimantran dibo nalage.... Bihu committee 100℅ responsible.
@phulenchoudhuryoudhury7797
@phulenchoudhuryoudhury7797 9 ай бұрын
শিল্পীক সন্মান কৰিব নাজানিলে শিল্পী নিমন্ত্ৰণ কৰিব নালাগে। তোমালোক দুয়ো ভগ্নীয়ে ইমান ধুনীয়া গান গোৱা, মাত কথাবোৰ দুয়োৰে ইমান ভাল, আজি বহুদিনৰ পৰা সামাজিক মাধ্যমত দেখি আহিছোঁ। মাতি নি ডাঙৰ শিল্পী নহয় বুলি অপমান কৰিব নাপায়। সেইখন কমিটীৰ কথা অসমৰ আন শিল্পী সকলেও জানিলে। আগলৈ কোন শিল্পী যাব তালৈ। তোমালোক আগুৱাই যোৱা।
@maina4446
@maina4446 8 ай бұрын
Tumaluk 2Joni pisoloi nasai agbahi juwa.assam'r hokolu raiz tumalukor logot ase..
@udiptamahanta2602
@udiptamahanta2602 8 ай бұрын
শিল্পীক সন্মান কৰিব শিকিব আছেই । পইছা নাই যদি কিয় মাতিব লাগে । তোমালোক আগুৱাই যোৱা ।
@ABd-h2r
@ABd-h2r 8 ай бұрын
Maal khabole poisa lole commitee a
@MKGAMING-mv3bg
@MKGAMING-mv3bg 8 ай бұрын
হতাশ হ'ব নালাগে, আগবাঢ়ি যোৱা সুন্দৰ কন্ঠ তোমাৰ
@MahatKhakhulary-kc3uz
@MahatKhakhulary-kc3uz 16 күн бұрын
চেষ্টাৰ অসাধ্য আন একো নাই। শুভেচ্ছা থাকিল।
@sukleswardas3869
@sukleswardas3869 9 ай бұрын
কমিটি খন বহুত অভাদ্ৰ tomi দুখ নকৰিব কাৰণ tomi tomar ঠাইত tomi ঠিকেই আচাৱা আৰু তোমাৰ লগত অসমৰ ৰাইজ আছে
@rajashreeburagohain1169
@rajashreeburagohain1169 Ай бұрын
Akhibad dise raijey agbahi jowa.
@bhusanbora9958
@bhusanbora9958 8 ай бұрын
বন্দীতা বিনদাচ আগোৱাই যোৱা এইবোৰ ডাঙৰ কথা নহয় মন বেয়া নকৰি বা । আশীৰ্বাদ থাকিল।
@dipamonihaloi778
@dipamonihaloi778 8 ай бұрын
Aguai jowa
@ranubarman857
@ranubarman857 9 ай бұрын
ঘটনাটু শুনি দুখ লাগিল
@shankardevvidyaniketanjorh7402
@shankardevvidyaniketanjorh7402 8 ай бұрын
তোমালোকৰ বৰ সুন্দৰ কণ্ঠ। আগুৱাই যোৱা ❤❤ ঘটনা দুৰ্ঘটনা থাকিবই।
@EtaliMautgogoi-no8kt
@EtaliMautgogoi-no8kt 8 ай бұрын
Aguwai jaok Baa... 🙏🙏🙏🙏
@biswajitsarmah5099
@biswajitsarmah5099 8 ай бұрын
Good ahead Bandita...🎉🎉🎉
@harenpanging3275
@harenpanging3275 8 ай бұрын
টকাখিনি দিবলৈ পাব বুলি বিতৰ্কৰ সৃষ্টি কৰিছে ৷ভগৱানে এই সমস্যাত সহায় কৰাৰ বাবে ভগৱানক শতকোটি প্ৰণাম জনালোঁ লগতে বন্দিতা আৰু প্ৰাপ্তিক অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ ৷
@DibakarJAB
@DibakarJAB 8 ай бұрын
Go ahead
@Surakshibhuyanboruah1206
@Surakshibhuyanboruah1206 8 ай бұрын
শিল্পী সকলো একেই ৷ সৰু ডাঙৰ নাই৷ আগবাঢ়ি যোৱা ৷
@binabora7066
@binabora7066 8 ай бұрын
তুমি যদি ডাঙৰ গায়ক নহয় তেন্তে ডাঙৰ গায়ক মাতিব লাগিছিল চুক্তি কৰা টকা কেইটাকে দিব নোৱাৰে ।তোমাৰ কণ্ঠ বৰ সুন্দৰ ।তুমি আৰু আগুৱাই যোৱা
@jyotshnadevi6468
@jyotshnadevi6468 8 ай бұрын
Mor best wishes thakil
@Assam-cbp
@Assam-cbp 8 ай бұрын
Good 👍
@maneswarsarma3104
@maneswarsarma3104 9 ай бұрын
সকলো সমিতি একে নহয় তুমি চিন্তা নকৰিব তোমাক ভগা বানে মঙ্গল কৰিব
@runukakaty7398
@runukakaty7398 9 ай бұрын
তোমালোক আগবাঢ়ি যোৱা
@queenbarua5259
@queenbarua5259 8 ай бұрын
Tumaluka bohut val gai asa..anakua incident katiaba hoitu akou paba..taka loi career khoti hobo nidiba. Xuvessa thakil❤️❤️
@dilipdutta3270
@dilipdutta3270 8 ай бұрын
চেস্তাৰ অসাধ্য একো নাই,মাথো আগ বাহি যোৱা,ভগৱানে সহায় কৰিব।
@hisharonrabha8622
@hisharonrabha8622 3 ай бұрын
Sister, both of you have very good voices and are also good singers, God bless you.❤
@AjitGogoi-u1u
@AjitGogoi-u1u 9 ай бұрын
Tumaku 2 graki bhut val gan gua tumakur kantha bhut hundor amar akhribad ase tumaluk aguai jua val din ahib dukh nkriba ❤❤❤❤👍👍👍👍👍👍👍👍👍👍
@pranjalgoswami1031
@pranjalgoswami1031 9 ай бұрын
❤❤😊❤
@dipamonihaloi778
@dipamonihaloi778 8 ай бұрын
Tomalok 2 vanik mor bar val lage. Agoloi val dare aguai Jo was. God bless you
@Lovacurious2
@Lovacurious2 8 ай бұрын
Bor beya lagil jani..Bhagobane 2malukok aru aguai loi jauk🙌🙌
@mineswarmedok123
@mineswarmedok123 8 ай бұрын
Apunar video bur sai bohut val lage mur didi Apuni Hakbari juwa didi
@MsBimolarabha
@MsBimolarabha 8 ай бұрын
সৰু বৰ সকলো সমান দেখা জন হে শুদ্ধ। ভগবানে সহায় কৰে।
@kumarshishirdas
@kumarshishirdas 9 ай бұрын
নিজকে বহুত নামী দামী বুলি ভবা গায়ক গায়িকাতকৈ তোমালোক দুয়োজনী ভনীয়ে বহুত ভাল গীত গোৱা ৷ গতিকে তোমালোক দুয়োজনী ভনীকে ভবিষ্যতৰ দিনবোৰে এদিন উজ্জ্বল মুকুট পিন্ধাব ৷ সেয়েহে এইবোৰ অভদ্ৰ মানুহৰ কথা চিন্তা নকৰি তোমালোকে নিজৰ বাটেৰে সুন্দৰ ভাবে আগুৱাই যোৱা ৷ হৈ যোৱা অঘটন বোৰলৈ কেতিয়াও ঘূৰি নাচাবা ৷
@bandanaraychoudhury9854
@bandanaraychoudhury9854 8 ай бұрын
মানুহে বহুত ক'ব বহুত কৰিব। কেতিয়াওঁ ৰৈ নাযাবা।নিজৰ লক্ষ্য আৰু কৰ্ম ঠিকে ৰাখি আগবাঢ়ি যোৱা কেৱল। দুয়ো বাই-ভনীলৈ মোৰ মৰম আৰু আশীৰ্বাদ সদায় আছে। 🎉
@TithiBordoloi-u2l
@TithiBordoloi-u2l 2 ай бұрын
Thanks
@nabadas4622
@nabadas4622 Ай бұрын
Nice😢
@PompiDutta-d9y
@PompiDutta-d9y 8 ай бұрын
তুমি ভাগি নপৰিবা । তোমালোকৰ লগত‌ ভগৱান ‌আছে ।
@rameshbhuyan567
@rameshbhuyan567 8 ай бұрын
Tumar gan bur bohut val lage
@Lucifer_gaming9
@Lucifer_gaming9 8 ай бұрын
Tumalukor music huni bohut val pai agg bahi jua tumalukor vobishyat utjol houk
@GunajitSutradhar
@GunajitSutradhar 9 ай бұрын
Aguwai juwa
@Siya_k18
@Siya_k18 6 ай бұрын
কেনেকৈ কাজিয়া কৰিছে দুয়ো পক্ষ সমান
@basantasaikia7484
@basantasaikia7484 8 ай бұрын
Xsai xuni bht dukh lgil...akunhoi agbahi jua....
@DristiNondona261
@DristiNondona261 8 ай бұрын
God bless you
@jintimishra3951
@jintimishra3951 9 ай бұрын
Dukh Nakoriba agbahi jua
@MalaBaruah-fu1cu
@MalaBaruah-fu1cu 9 ай бұрын
Xundor kontha dise Bhogobane tomak sis tumi aguai joa aiborot kankhar nkoriba. ❤ U
@julimonisaikia5878
@julimonisaikia5878 9 ай бұрын
কমিটি খন অভদ্ৰ দুখ নকৰিবা
@susmitapathak3895gm
@susmitapathak3895gm 9 ай бұрын
Tumi dekha nopuwa koi ji kunu kotha nkobo.
@pityborah2709
@pityborah2709 9 ай бұрын
Sosakoi bor faltu manuh.eman xoru suwali dujoni agobahi goise.tenekuwa koribo nalage
@JayantaChutia-mu3xp
@JayantaChutia-mu3xp 8 ай бұрын
এসোপামান মদাহীয়ে এনে অনুষ্ঠান পাতিলে তাত অপ্ৰীতিকৰ ঘটনা ঘটাতো স্বাভাৱিক ৷ তুমি আগবাঢ়ি যোৱা আৰু সফল হোৱা ৷
@prasantagoswami1477
@prasantagoswami1477 8 ай бұрын
আচল কথাটো এইটোৱেই। সেই বিহু কমিটিয়ে সেই ফুকলিয়া মদাহী পোৱালী কেইটাই গমেই পোৱা নাই ভবিষ্যতলৈ যে কোনো artist তাত programm নকৰে। লোকৰ পইচাৰে বিহু পাতি পইচাৰ গৰম দেখুৱাই। চব recording হৈ আছে।
@MonujSarmah-tg3vz
@MonujSarmah-tg3vz 8 ай бұрын
আজি কালি শিল্পী সকলক গান গাবলৈ মাতি অপমান কৰা হে দেখিবলৈ পোৱা যায়। লাজ লাগে। পইচাই সকলো নহয়। আত্ম সন্মান টো ডাঙৰ বস্তু। বজাই ৰাখিব পাৰিলে ভাল।
@mrinaleechetiaburagohain4226
@mrinaleechetiaburagohain4226 8 ай бұрын
কেতিয়াও হতাশাক প্ৰশ্ৰয় নিদিবা , তোমালোকৰ উন্নতিয়ে আমাৰ কাম্য বন্দিতা
@probingoswami2074
@probingoswami2074 9 ай бұрын
Keep up dnt worry
@FkFk-xd6ge
@FkFk-xd6ge 8 ай бұрын
Tumi agbarijoua ashirbad karisu..🎉
@bapdhankoch7927
@bapdhankoch7927 9 ай бұрын
মানি লব লাগিছিল ❤ অলপ টকা হে কম হৈছে ❤
@golakvai662
@golakvai662 9 ай бұрын
Tekhetor karone 5000 tokatu kom nohoi apunar karone kom hobo pare ..sukti korar pist aru kihor ovodrami
@kuldeepsarania8599
@kuldeepsarania8599 8 ай бұрын
Apuni mani lobo nki apunar salary r pora jdi 20000 toka Kati kene baki khini jodi apunak diye. avodro xomaj aisob
@pollobsharma1731
@pollobsharma1731 8 ай бұрын
Tumaluk vl suali aagbahi jua......vl houk tumalukor
@mallikadeka2360
@mallikadeka2360 9 ай бұрын
Vagori noporiba, aguwai jua, sakulure arshibad ase tumalukor logot,
@firozali9068
@firozali9068 8 ай бұрын
Kot hoise ঘটনাটো ফিল্ড খনকত কব লাগে
@Bikash-ds1br
@Bikash-ds1br 8 ай бұрын
Aguwa juwa sintar nkriba😊
@sadananddas3046
@sadananddas3046 8 ай бұрын
আচলতে নিশা অনুষ্ঠান বন্ধ কৰিব লাগে,বিহু পাতিব লাগে কেৱল বিহুক লৈ, বিহুৱতি, হুঁচৰি দলক পুৰস্কাৰ দিব 20000,নিশা আমন্ত্ৰিত শিল্পীক দিব 3-5 লাখ,কাক প্ৰাধান্য দিয়া হৈছে।শিল্পীৰ সন্মান লাহে লাহে ম্লান পৰিব লৈছে।
@BrittimaChetia
@BrittimaChetia 8 ай бұрын
God bless u.....
@diamondpayeng1119
@diamondpayeng1119 8 ай бұрын
কমিটিয়ে সদায় ভাল আচৰণ দেখুৱাব লাগে আৰু শিল্পীক সনমান কৰি লগতে গান গাবলৈ ভাল পৰিৱেশ ৰাখিব লাগে।
@karabidas9219
@karabidas9219 8 ай бұрын
Maja baa❤❤❤❤
@PrasantaRay-ku7pf
@PrasantaRay-ku7pf 8 ай бұрын
কিছুমান মানুহ এনেকুৱা সেইবোৰ ধৰি নাথাকিব আৰু আগুৱাই যোৱা দুয়ো ভালকৈ ❤
@probinsaikia2641
@probinsaikia2641 8 ай бұрын
এটাইতো ব্যৱহাৰ নাজানে নাজানে কৈ আছে।কি হল বা।
@MyTips888
@MyTips888 8 ай бұрын
Jibont hua ghotonabur mnt rakhiba Agriment korile tokatu agai loba ....tumaloi bahut mrm thakil❤
@rajusenkachari7624
@rajusenkachari7624 8 ай бұрын
মই আশীৰ্বাদ দিছো তোমালোকে আগবাঢ়ি যোৱা
@nripenbubuli4094
@nripenbubuli4094 9 ай бұрын
God bless you
@parthapratimdas8426
@parthapratimdas8426 8 ай бұрын
শিল্পীয়ে অনুষ্ঠান পৰিবেশত সেই স্থানৰ প্রশাসনৰ লগতো যোগাযোগ কৰিব লাগে ! তেতিয়া প্রশাসনৰ দ্বায়িত্ববোধ কিছু পৰিমানে থাকে,য'ত অপ্রীতিকৰ পৰিস্থিতি হোৱাৰ সম্ভাবনা নাথাকে !
@manjitborah191
@manjitborah191 8 ай бұрын
Ghatonatu huni Bea lagil....don't worry no tension
@nazmabegum2984
@nazmabegum2984 8 ай бұрын
Baa tumi monot eman kosto naniba aru acha koru jate xahohere aguwai juwa eibur eku nohoi .
@MamuDas-gm6hm
@MamuDas-gm6hm 8 ай бұрын
Aru Aaguai jua
@amarendranathsarma6283
@amarendranathsarma6283 8 ай бұрын
Majoni ,bor dukh lagil ,voy nokoriba ,amar homaz khon bohu pis pori Asa ? 😢
@amritphukonmaibellapansojo4223
@amritphukonmaibellapansojo4223 8 ай бұрын
Bondita aguai jua..ghat protighat pabai jibonot..agoloi aru Hundor geet poribakhon kori jua take kamona korilu..Tumi mutkoi horu jen loga babe tumi buli kolu Bea napaba..
@SunitBorah-tx4mk
@SunitBorah-tx4mk 8 ай бұрын
Ghat protighatar maje agbahi jowa hundor bhabiswt hoda..
@RatulBayi
@RatulBayi 8 ай бұрын
তোমালোকে একো নাভিবিৱা সতাশ নহবা আগুৱাই যোৱা
@zeal6360
@zeal6360 8 ай бұрын
Sudurvi committee jiman beya k koleu laaz ny hetor ,tumi gai jua
@ajitkumarphukan9736
@ajitkumarphukan9736 8 ай бұрын
Lag লগা কমিটী দুখ আছে,তোমাৰ লোকে চিন্তা নকৰীবা আগ বাঢ়ি যোৱা আশীৰ্বাদ ইমান সৰু ভন্টি kijoni লৈ অলপ বেয়া নেলাগিল তোমালোকে পইচা লব নালাগিছিল ভগৱান আছে ভাগি nopriba আগ বাঢ়ি যোৱা আশীৰ্বাদ
@pabitranath4675
@pabitranath4675 9 ай бұрын
কিছুমান অভদ্ৰ ব্যক্তিৰ বাবে এই বোৰ ঘটনা ঘটে। দুখ নকৰিবা। ভগৱান মঙ্গলময়।
@milanjyotinath
@milanjyotinath 8 ай бұрын
Val lage gaan bor
@monikhabordoloideuri8525
@monikhabordoloideuri8525 8 ай бұрын
VOGOBAN ase saba thik kri dib mur Bisakh🙏🙏🙏
@Rekharanibarman31
@Rekharanibarman31 8 ай бұрын
❤Singer singer a,,tat dangar xarur kotha nahe❤ kuno singerok a tulasonit diya bostu nhy.god bless u bandita🎉
@parulsonowal3607
@parulsonowal3607 6 ай бұрын
So 😭😢
@sunitachoudhury607
@sunitachoudhury607 8 ай бұрын
বৰ দুৰ্ভাগ্য জনক
@DigantaBorkakati
@DigantaBorkakati 8 ай бұрын
Mur bhonti nai..tumaluk aguwai jua moi asu tumar dada hisape..vl kotha koisa
@jitagogoi8257
@jitagogoi8257 9 ай бұрын
তোমালোক গান বিলাক বহুত ভাল লাগে।
@JitenJiten-wz3iy
@JitenJiten-wz3iy 9 ай бұрын
আপোনালোকৰ দুইয়কে বহুত ভাল লাগে
@skcreation3821
@skcreation3821 9 ай бұрын
Assambachr major laz pabalagechl seikhan comiti amithu pelaidiu
@BobySaikia-b6r
@BobySaikia-b6r 8 ай бұрын
এই বোৰ কাৰণতেই অসমীয়াৰ উন্নতি নাই। অসব্য ৰ শেখ।llove u বন্দিতা n প্ৰাপ্তি
@tulshigogoi7019
@tulshigogoi7019 8 ай бұрын
No daubt singer🎤👩‍🎤 sister👸.
@SibanandaGogoi-ho7lq
@SibanandaGogoi-ho7lq 8 ай бұрын
Tumi bohut Val guwa aru hodaye aru agbarhi juwa tarei kamona koru moi ...eku nai ketiyaba vul buja buji hoi jai kintu akow hokolu thik jai ji hetu ketiyaba kunuba ejon manuhor hoytu ekhar kothai monot bohut dukh logai diye notuba karubr eta siyor huni montu beya lagi jai thik hei burei aru moiu program kori jetiya tokar karone bihu komitik hekhot bisari napsisilu moi nijor tokare hokoluke Bidai koribo loga hoisil hei tenebur karonotei eri dilu bohut beya lage laju lage kisuman kotha kakk Kom kune bujibo
@nibeditatalukdar-3454
@nibeditatalukdar-3454 9 ай бұрын
কথা খিনি ক'ৰবাত চাই কোৱা যেন লাগে।একো নাই হৈ যায়😔 কিন্তু তেওঁলোকে তেনে কৰিব নালাগিছিল।🥺
@dugaswarirajkhuwa8715
@dugaswarirajkhuwa8715 8 ай бұрын
Thanku
@UpendraBarman-ko3vi
@UpendraBarman-ko3vi 8 ай бұрын
Ki abhotdro manu a ai kaita
@sumibora1424
@sumibora1424 9 ай бұрын
Your voice is good keep it up don't think about the people what they say think about God and go ahead
@__w4r.m4chin3__
@__w4r.m4chin3__ 9 ай бұрын
Tumalukor monor obosthatu bujisu. God help you.
@BubulBaruah-bq5wh
@BubulBaruah-bq5wh 8 ай бұрын
একো নাথাকিলেও কিবা অজুহাত দেখোয়াই শিল্পীক অপমান কৰাতো আমাৰ সমাজত নিয়ম হৈ পৰিছে।
@MukutPhukan-o1r
@MukutPhukan-o1r 9 ай бұрын
Right kotha koisa Ki2 anukua korib nalagisila
Гениальное изобретение из обычного стаканчика!
00:31
Лютая физика | Олимпиадная физика
Рет қаралды 4,8 МЛН
Quilt Challenge, No Skills, Just Luck#Funnyfamily #Partygames #Funny
00:32
Family Games Media
Рет қаралды 55 МЛН
Гениальное изобретение из обычного стаканчика!
00:31
Лютая физика | Олимпиадная физика
Рет қаралды 4,8 МЛН