No video

বাছৰ ষ্টিয়েৰিঙত বহি ৰূপমে কলে চালকৰ বহু অজানা কাহিনী

  Рет қаралды 281,522

My News NE

My News NE

Күн бұрын

My News NE: ◆ বাছ চালকৰ কাহিনীয়ে গ্ৰন্থ মেলাত তুলিছে আলোড়ন
◆ ৰূপম দত্তৰ ‘Life Of A Driver, কেবিনৰ ইপাৰে’ গ্ৰন্থৰ চমক
◆ ৪ দিনত গ্ৰন্থখনৰ ৪ টা সংস্কৰণৰ বিক্ৰী শেষ
◆ আজি লিখক ৰূপম দত্ত নৈশ বাছ চালকৰ ৰূপত
◆ ৰূপম দত্তৰ মুখেৰে প্ৰকাশ পাইছে গাড়ী চালকৰ ৰোমাঞ্চ
◆বাছৰ ষ্টিয়েৰিঙত বহি ৰূপমে কলে চালকৰ বহু অজানা কাহিনী
◆ থকা খোৱা, শোৱা ক’ত কৰে নৈশ বাছৰ ড্ৰাইভাৰে ?
◆ অধিকাংশ চালক, হেণ্ডিমেনে কিয় কয় অশ্লীল মাত ?
◆ ড্ৰাইভাৰৰ ভিতৰত নৈশ বাছ চালকৰ স্থান সকলোতকৈ উচ্চ কিয়?
◆ বাছ চলাই থকা অৱস্থাত কোনে ঘোচা মাৰিলে ৰূপমক?
◆ বাছ যাত্ৰীৰ পৰা কি বিচাৰে Driver Cum Writer ৰূপম দত্তই?
◆ সৰু গাড়ী চলাওঁতে ৰূপমৰ গাড়ীত মানুহ উঠা নাছিল কিয়?
◆ বায়েক, ককায়েক থাকে বিদেশত, ৰূপম বিদেশলৈ যোৱা নাই কিয়?
◆ৰূপমৰ কাহিনী লৈ কোনে চিনেমা কৰিবলৈ সাজু হৈছে?
◆ কি কাহিনী লৈ ৰূপম দত্তই আৰম্ভ কৰিলে তেওঁৰ ২য় খন উপন্যাস
◆এনে বহু কাহিনীৰে আজিৰ ‘০’ to HerO ত পুনৰ ৰূপম দত্ত
◆ মুখ্য সম্পাদক প্ৰণয় বৰদলৈৰ সৈতে ‘O’ to HerO
---------------------------------------------------------------------------------------------------------------------------
About Channel:
The northeastern region comprising the eight states of Arunachal Pradesh, Assam, Manipur, Meghalaya, Mizoram, Nagaland, Sikkim and Tripura has long been a paradox in today’s narrative of India. The region, connected by what is called the “chicken’s neck” with the rest of India, has been on the map but off the mind for most people outside. The region and its people have been subjected to various misconceptions and biases in the media and elsewhere. The so-called “mainstream” media’s coverage of the region has largely been confined to conflicts, rise of insurgent groups, economic neglect, lack of infrastructure and political instabilities. What remains conveniently ignored is that the region is a biodiversity hotspot, a cultural laboratory with 220 ethnic groups and equal number of dialects, a paradise for tourists, home to some of the most friendly and hospitable people in the country, and a vital bridge to the booming economy of Southeast Asia.
This is precisely the gap that MyNews fills. Powered by a group of veteran journalists spread across the nook and corner of the Northeast, MyNews is a multilingual 24X7 news portal that covers news about the region under a positive light. We focus on issues pertaining to the people of the Northeast and those of the region living outside with a global outlook. MyNews gives you news you can use. Digital is the age and digital is the medium. MyNews brings news as it happens on your smartphone with the aim of meeting Generation Y’s appetite for multiple news updates across the day on digital platforms. Starting with English and Assamese, the portal will scale up to more regional languages on its news delivery platform in the days to come. MyNews is your window to the Northeast and keeps you connected to the region day in and day out.
---------------------------------------------------------------------------------------------------------------------------
Subscribe to our KZbin channel: tinyurl.com/yc...
---------------------------------------------------------------------------------------------------------------------------
You can also visit our website at: mynewsne.com/
---------------------------------------------------------------------------------------------------------------------------
Follow My News NE on our Social Media Handle:
Like us on Facebook: / mynewsne
Follow us on Twitter: / mynewsne1
Follow us on Instagram: / mynewsne

Пікірлер: 517
@DBRG4815
@DBRG4815 3 жыл бұрын
মোৰ দেউতাই সাহসেৰে নৈশ বাছ চলাই আমাৰ পৰিয়ালটিক পুহ পাল দি আহিছে।।।।❤❤❤❤❤❤❤❤❤
@satyabittuuu6720
@satyabittuuu6720 3 жыл бұрын
🙏🙏🙏🙏
@igninja2961
@igninja2961 3 жыл бұрын
Good👍
@humourbarman6917
@humourbarman6917 3 жыл бұрын
পোহ-পাল
@bikramdas284
@bikramdas284 3 жыл бұрын
কোন লাইনত চলাই আছে।
@satyajitmoran8206
@satyajitmoran8206 3 жыл бұрын
Honman karu
@NitasKitchen
@NitasKitchen 3 жыл бұрын
মোৰ বাল্য বন্ধু ৰূপমক লৈ মই বহুত গৌৰৱ অনুভৱ কৰোঁ, তুমি আৰু আগুৱাই যোৱা , শুভকামনা থাকিল
@kandarparay3710
@kandarparay3710 3 жыл бұрын
বাইদেউ আপুনি মোক ৰুপম দাদাৰ লগত চিনাকি কৰি দিব পাৰিব নেকি ।।।। মোৰ বহুত ইচ্ছা আছে ৰুপম দাদাক লগ কৰিব আৰু দাদাৰ লগত থাকি কাম শিকিব ।।। বাইদেউ আপোনাক অনুৰোধ কৰিছোঁ আপুনি মোক দাদাৰ লগত চিনাকি কৰি দিয়ে যেন ।।
@santanudeka9324
@santanudeka9324 3 жыл бұрын
Bhal lagil
@santanudeka9324
@santanudeka9324 3 жыл бұрын
Nita muk rupom da lagt Denali kore debo neaki
@santanudeka9324
@santanudeka9324 3 жыл бұрын
Bahut bhal lagil
@humble_assam
@humble_assam 3 жыл бұрын
Agte dekhn matibo xuja nasili toi, sini npuwar vaw loisili 🤬🤬🤬
@dipakborah124
@dipakborah124 3 жыл бұрын
ৰূপম দা আপোনাৰ লগত এদিন কেবিনত উঠিম । লখিমপুৰ আহিলে জনাব। আপোনাৰ ইন্টাৰভিও তিনিবাৰ লৈকে চাইছোঁ।।। ৰূপম দা জুই
@Truckingvlogsassam
@Truckingvlogsassam 3 жыл бұрын
Good 👌
@beautykonwar427
@beautykonwar427 3 жыл бұрын
আপোনাৰ গাঢ়িত গুৱাহাটী পৰা আহিছোঁ ৰূপম। এতিয়া মনত পৰিলে প্ৰায় ১৪/১৫/চনৰ কথা। আপোনাক ধন্যবাদ জনাইছো
@bikashjyotibora5993
@bikashjyotibora5993 3 жыл бұрын
সকলো ব্যতিক্ৰম বস্তুৱেই আমোদজনক আৰু ৰোমাঞ্চকৰ হয় । বাছ চালকৰ জীৱন বিষয়বস্তুটো সাধাৰণতে কোনেও নভবা এটা লিখনৰ বিষয় । লিখক হিচাপে তেখেতলৈ অশেষ শুভকামনা ।
@madhurjyaborahmaina6115
@madhurjyaborahmaina6115 3 жыл бұрын
আজি প্ৰায় ১০ - ২২ বছৰ night super ত অহা যোৱা কৰি আছোঁ। নমা সময়ত দাদা যাব দেই thank you বুলি কওঁ, তেতিয়া সেই চালক জনে যিটো হাঁহি মাৰে মন ভৰি যায়। 😊
@Pankoj1743
@Pankoj1743 3 жыл бұрын
খুব সুন্দৰ লাগিল। মই traveling খুব ভাল পাওঁ। প্ৰণয় দা আপুনি night bus ত গৈ ৰাতিৰ সম্পূৰ্ণ এটা journey ৰ ভিডিঅ লাগে।মই জানো এনেধৰণৰ ভিডিঅ আপোনাৰ বাহিৰে বেলেগে দিব নোৱাৰে । কাক কাক লাগে like কৰা 👇
@assamesetimes9147
@assamesetimes9147 3 жыл бұрын
আজিৰ পৰা গাড়ীৰ পৰা নামিয়েই চালকক ধন্যবাদ দিমেই
@Truckingvlogsassam
@Truckingvlogsassam 3 жыл бұрын
সুন্দৰ মনোভাৱ কাৰণ আমাৰ দৈনন্দিন জীৱনত ড্ৰাইভাৰ অামাৰ লগত জড়িত হৈ থাকিব
@riturajkashyap8069
@riturajkashyap8069 3 жыл бұрын
অতি সুন্দৰ অনুষ্টান, বহুজন অনুপ্ৰানিত হৈছে এই অনুষ্টান চাই।
@humourbarman6917
@humourbarman6917 3 жыл бұрын
অনুষ্ঠান
@riturajkashyap8069
@riturajkashyap8069 3 жыл бұрын
@@humourbarman6917 ধন্যবাদ ।
@nabajyotideka3159
@nabajyotideka3159 3 жыл бұрын
That's true
@hirakjyotisaikia200
@hirakjyotisaikia200 3 жыл бұрын
Bhut dhuniya kotha koise
@mukulgogoi1453
@mukulgogoi1453 3 жыл бұрын
ৰূপম দা কিতাপ খন হিন্দী অনুবাদ কৰিলে গোটে ভাৰততে জনপ্ৰিয় হব ।
@MINE_Craze_81
@MINE_Craze_81 3 жыл бұрын
Thanks. Rupam. God Bless U
@bikromsaikia6204
@bikromsaikia6204 3 жыл бұрын
right
@krishnabora1314
@krishnabora1314 3 жыл бұрын
একদম সঁচা
@hiramonidas9428
@hiramonidas9428 3 жыл бұрын
Definetly right
@jugaldutta1120
@jugaldutta1120 3 жыл бұрын
Yes
@prabindoley9602
@prabindoley9602 3 жыл бұрын
আপুনি এজন প্ৰেৰণা।❤️
@rupamjyoti7203
@rupamjyoti7203 3 жыл бұрын
Rupam really good job
@gitashridohutia4804
@gitashridohutia4804 3 жыл бұрын
27 নবেম্বৰত যেতিয়া গুৱাহাটী গৈছিলো |28 নবেম্বৰত ISBT নামিছো..যি জনে আমাক ইমান ধুনীয়াকৈ আমাৰ গন্তব্যস্থান পোৱাছিল..নামোতে তেখেতক Thank you দি নামিছো |
@rakhisonowal104
@rakhisonowal104 3 жыл бұрын
বহুত ভাল লাগিল।।মোৰ দেউতাও নৈশ বাছৰ গাড়ী চালক
@keshobdas4166
@keshobdas4166 3 жыл бұрын
তোমাৰ ঘৰ কোন জেগাত।
@satyabittuuu6720
@satyabittuuu6720 3 жыл бұрын
🙏🙏🙏
@rupamhandique349
@rupamhandique349 3 жыл бұрын
hoi ni....Green Valley ni...... 😜
@rupamjyoti7203
@rupamjyoti7203 3 жыл бұрын
Good job
@bhaskarsaikia4716
@bhaskarsaikia4716 3 жыл бұрын
Rupam da apunar thought process k moi literally salute karisu...... Bcoz apuni proof kari dile j changes bring success... I hope apunar message amar axomar deka hokole khub bhalkoi bujibo aru bahiror State loi jua poisa khini akhomote roi jabo..... Moi DELHI t thaku aru gari solia khub bhal Pau so.... Dinot MNC company t sakori karu aru rati gari salau,,,gari solua feel tue beleg,,, thank u for being with us and PRANAY DA you're doing fabulous job heads up to you....... 👏👏👏👏👏
@sadhanadutta6625
@sadhanadutta6625 3 жыл бұрын
Thank you Rupomda.......n thanks to all Driver.. .👌👌
@polyneog5130
@polyneog5130 3 жыл бұрын
মনত আছে আপোনাৰ প্রথম তিনিচুকীয়া হাঁহ মাংখ কিমান যে আনো ৰঙা আৰু মই মানিমুনি ✌🙏👍👌
@mukulgogoi1453
@mukulgogoi1453 3 жыл бұрын
ৰূপম দা আগুৱাই যোৱা
@assameselifestylesmitasvlo2128
@assameselifestylesmitasvlo2128 3 жыл бұрын
ক'ব ভাষা নাই.. বহুত ভাল লাগে এনেকুৱা প্ৰেৰণাদায়ক মানুহ সেয়ে বহুত বাৰ চাইছোঁ । আপোনাৰ নিৰোগী দীৰ্ঘায়ু কামনা কৰিছোঁ।😊☺️
@pinkukrdas2828
@pinkukrdas2828 3 жыл бұрын
ৰূপম ডাঙৰীয়াক যোৱা ২জানুৱাৰীত চান্দমাৰীৰ গ্ৰন্থ মেলাত দেখিছিলো কিন্তু দুভাগ্য তেখেতক লগ কৰি একাষৰ শুভকামনা যাচিব নোৱাৰিলো
@bikramdas284
@bikramdas284 3 жыл бұрын
I know driver's life well. Because I am also driver's son. My Father served as a driver for 35 years. In starting he had driven Night Super, Day Super and various line buses. After 20 years he had started to drive Truck and upto 15 years he drove Truck. At present, my younger brother has involved in this driving profession last several years. Therefore, I respect you and your profession.
@bhargabdeka3121
@bhargabdeka3121 3 жыл бұрын
সচাই এক বিচিত্র অভিজ্ঞতা দেই আৰু ৰূপম দা ক মই কি কম ভাষা পোৱা নাই একো ।। এটা ৰাতিৰ যাত্ৰাৰ ভিডিও লাগে প্ৰণয় দা ☺️☺️☺️ প্ৰণয় দা ক ধন্যবাদ জনালোঁ দেই ।।
@sanjeevanhazarika3462
@sanjeevanhazarika3462 3 жыл бұрын
Ekdom Bindaas manuh....Life tu eneke enjoy kori thakibo lage... Bohut kotha hikuwai dise amar hokoluke.
@dhrubajyotiassam1582
@dhrubajyotiassam1582 3 жыл бұрын
Rupam Da... You are a inspiration to all....
@basanatakalita7241
@basanatakalita7241 3 жыл бұрын
খুব সুন্দৰ অনুষ্ঠান,বহুত ভাল লাগিল৷
@ashitdas2413
@ashitdas2413 3 жыл бұрын
Orginal hero rupom da..we proud of Assam...
@lovetotravel9893
@lovetotravel9893 3 жыл бұрын
বহুত ভাল লাগিল চাই😍😍
@binoyhazarika6054
@binoyhazarika6054 3 жыл бұрын
ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা যাচিলোঁ, লগতে আপোনাৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিলোঁ ৷
@nabajitgohain8137
@nabajitgohain8137 3 жыл бұрын
ৰূপম দাদাৰ আৰু এনেকুৱা কথা আছে আৰু লাগে তেওঁৰ ভিডিও
@as-04rider74
@as-04rider74 3 жыл бұрын
Rupom dada ,aapunak Thank you....💖💝💝💝
@rupalibora7767
@rupalibora7767 3 жыл бұрын
বৰ অভিভূত হলো সাক্ষাৎ কাৰ টো চাই,বৰ ভাল লাগিল ,তেখেতৰ আৰু ভাল হওঁক তাৰে কামনাৰে
@bitupangogoi4615
@bitupangogoi4615 3 жыл бұрын
ৰূপম দা আপোনাক লগ পোৱাটো মোৰ বহুতেই পলম হৈ গ'ল । ৫বছৰ মানৰ আগত আপোনাক লগ পোৱা হলে,, আপোনাৰ লগত কাম কৰিলো হেতেঁন ।মোৰো প্রেৰণা, Air bus , Day supper, Night supper চলাব'লৈ ইচ্ছা আছিল ।।ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা আৰু শ্রদধা জনালোঁ ।।।
@nandinipuspanjalisaikia9026
@nandinipuspanjalisaikia9026 3 жыл бұрын
Proud of you.
@mainabarman4477
@mainabarman4477 3 жыл бұрын
ৰূপম দা ধন্যবাদ আপোনাক বহুত
@biradattadas9216
@biradattadas9216 3 жыл бұрын
Thank you very much to Rupam Dutta and Pranay Bordoloi with narration of life of a Driver.
@jishanexperiment6156
@jishanexperiment6156 3 жыл бұрын
সচাঁ অৰ্থত বিপ্লৱী , অভিন্দন
@abhijeethdr5920
@abhijeethdr5920 3 жыл бұрын
Thank You 🙏 very much.... dada...nd driver dada s...all 🙏
@atikulislam6579
@atikulislam6579 3 жыл бұрын
Salute to Driver /Writer Rupam dev o loi .
@sagarjyotibaruah3728
@sagarjyotibaruah3728 3 жыл бұрын
নিজৰ বৃত্তিটোক সকলোৱে শ্ৰদ্ধা কৰা উচিত।কামৰ সৰু-বৰ নাই। আপোনাৰ চিন্তাক নমস্কাৰ জনাইছোঁ।
@dipshikhagogoi9427
@dipshikhagogoi9427 3 жыл бұрын
👏👏👏👍 moy 3ta show sasu Rupam da hasakoya Val legesa,keba aamane nalaga, God bless you 🌈🌈
@nilusvlog6552
@nilusvlog6552 3 жыл бұрын
বহুত ভাল লাগিল কিতাপ খন পঢ়ি।। ৰূপম দাৰ চালক জীৱনৰ কাহিনী বোৰ সঁচাকৈয়ে ভাল লাগিল।। ৰূপম দা আৰু অংকিতা বৌক লগ পোৱাৰ প্ৰবল ইচ্ছা আছে।।।কিতাপখনৰ সোৱাদ লৈ "মানিমুনি প্লাছ" ৰও সোৱাদ লবলৈ মন গৈছে।।
@abinashdas8094
@abinashdas8094 3 жыл бұрын
ইমান সহজ-সৰল মানুহজন ৷ আগুৱাই যাওঁক আপুনি ৷
@rupamdas7277
@rupamdas7277 3 жыл бұрын
মানুহজন খুব খোলা মনৰ। 💙
@lakhyahiragohain2011
@lakhyahiragohain2011 3 жыл бұрын
বহুত ভাল লাগিল। মোৰ মানুহ জন এজন চালক হয়।
@Truckingvlogsassam
@Truckingvlogsassam 3 жыл бұрын
মই এজন চালক লগতে বিভিন্ন ধৰণৰ video বনাও 😜😜
@amalekhjyotigogoi7535
@amalekhjyotigogoi7535 3 жыл бұрын
Ata dhanyabaad pranay dar babeu thakil.. Tnx Rupam daak hanmukhot uliyai anar babe...
@phaniborah9858
@phaniborah9858 2 жыл бұрын
বৰ ভাল লাগিল , মন চুই গ'ল ,লগ কৰিম তিনিচুকীয়াত |
@Himangkhu
@Himangkhu 3 жыл бұрын
বৰ ভাল লাগিল... তনুজ দা মানুহটো বৰ খোলা অ.... বৰ আপোন আপোন লাগিল কথাবোৰ শুনি। 👏😁 তেওঁলৈ বহু মৰম ও শুভেচ্ছা।। 💐।।
@tulumahazarika8638
@tulumahazarika8638 3 жыл бұрын
বহুত সুন্দৰ অনুষ্ঠান দাদা , ৰূপম দত্ত ডাঙৰীয়ালৈ বহুত বহুত শুভ কামনা জনালো
@nazibulislam6876
@nazibulislam6876 3 жыл бұрын
Congratulations Rupam da... Apunu aru aguwai jowa
@vartybora4401
@vartybora4401 3 жыл бұрын
Jibon jibon bor Anupom!!!! Rare personality... He is just passionate to Driving.... 👍👍🙏
@nirupjyotidasdhunu.4105
@nirupjyotidasdhunu.4105 3 жыл бұрын
বৰ ভাল লাগিল দেই ॥
@randipkalita4804
@randipkalita4804 3 жыл бұрын
Driver is the best Life সহজ নহয় ৰূপম দা 💖
@satyabittuuu6720
@satyabittuuu6720 3 жыл бұрын
Punjabor 80% lora a Driver ... aamar eyat aaru driver hole xonmai jai buli vabe.... Rupam da 🙏🙏🙏
@bipulsarmah7276
@bipulsarmah7276 3 жыл бұрын
Thank you .Rupom da 🙏🙏🙏🙏🙏🙏
@Tkdrakesh123
@Tkdrakesh123 3 жыл бұрын
Rupam da mur falor pora apunk thanks. Dada apuni aru aguai jawk .❤️💐
@jatinmorang2916
@jatinmorang2916 3 жыл бұрын
দাদাক ,অশেষ ধন্যবাদ আৰু বহুত শুভকামনা জনাইছো,আপুনি এটা কথা স্পষ্ট ভাৱে বুজাই দিলে যে-যি কোনো কাম সৰু ডাঙৰ বিচাৰ নকৰি অন্তৰৰপৰা মনে-প্ৰানে ভাল পাই কৰ্ম কৰি গলে জীৱনটো সুন্দৰ ভাৱে আগবাঢ়ি যাব পাৰি।সদৌ শেষত কও আপুনি সুন্দৰ সুন্দৰ লিখনি ৰাইজক উপহাৰ দি লিখক হিচাপে জীৱনটো আগবাঢ়ি যাওক আমাৰ সদায় শুভকামনা আছে আৰু থাকিব।
@wahidurrahman5686
@wahidurrahman5686 3 жыл бұрын
Khosai bor vl lgil rupom da apuni amak bohot ushah disa gari driver hisape
@kanchanincommunication1384
@kanchanincommunication1384 3 жыл бұрын
aya e real hero khati asomiya giri rupam da zindabad
@debajanibaruah330
@debajanibaruah330 3 жыл бұрын
ৰূপমৰ অন্তৰ খোলা সচা কথাখিনিয়ে অন্তৰ চুই গল। শুভকামনা থাকিল।
@pjuktv3670
@pjuktv3670 3 жыл бұрын
ভাল লাগিল ।সুন্দৰ
@purabichetia3799
@purabichetia3799 3 жыл бұрын
Rupam da thank you thank you so much..God bless you🙏🙏🙏
@tinagayary7097
@tinagayary7097 3 жыл бұрын
Thank you Rupam da👍👍👍
@Jyotirmoy012
@Jyotirmoy012 3 жыл бұрын
#Thankyou#thankyoubusdriver
@keshobdas4166
@keshobdas4166 3 жыл бұрын
বহুত ধুনীয়া drive কৰে।
@sagargogoi94
@sagargogoi94 3 жыл бұрын
Rupam da Rocks 🤘🤘🤘
@phuleshwardeka9686
@phuleshwardeka9686 3 жыл бұрын
বহু ধন্যবাদ আপনাক
@priyankuchetiapator2756
@priyankuchetiapator2756 3 жыл бұрын
moja manuh dei aijon.. val lagil 😊👍
@sriritaborah116
@sriritaborah116 3 жыл бұрын
ৰূপম দাদা ধন্যবাদ ।
@frnexgaming8402
@frnexgaming8402 3 жыл бұрын
Bohut vl lagil kitap khn❤️
@beautisivsagar2354
@beautisivsagar2354 3 жыл бұрын
Thanks for your driver life
@antumonisaikiamusical8747
@antumonisaikiamusical8747 3 жыл бұрын
বহুত ভাল লাগিল আপোনাৰ চিন্তাধাৰ বহুত উন্নত।
@dhrubajittalukdar661
@dhrubajittalukdar661 3 жыл бұрын
Val lagil Video tu sai, nijor profession k xadai vaal pabo lage, thanxs Rupam Daa
@basantabora1272
@basantabora1272 3 жыл бұрын
Eijon manuhok driver buli koboi nuari,dadar jikhini gun ase hoitu bohut val manuhore nai,val lagil bohut👌👌👌👌👌
@deepashreedutta7925
@deepashreedutta7925 3 жыл бұрын
আপুনি অসমৰ গৌৰৱ।
@abhijitgogoi3436
@abhijitgogoi3436 3 жыл бұрын
Very interesting .god bless you rupom da
@salimchoudhury8896
@salimchoudhury8896 3 жыл бұрын
Thanks for showing the video of one life of drivers
@bharatbora1522
@bharatbora1522 3 жыл бұрын
Hundor rupom dar
@rubulnath3988
@rubulnath3988 3 жыл бұрын
Kitap khon porhi val lagil dada,,,Aapuni aru aguai jauk Tare kamona korisu,,,
@ranugogoi6776
@ranugogoi6776 3 жыл бұрын
Videotu sai bohut bhal lagil moi videotu sai thaku
@rebochutia2585
@rebochutia2585 3 жыл бұрын
Great salute sir
@rupjyotisivasagar2702
@rupjyotisivasagar2702 3 жыл бұрын
Bht vl lgl...
@priyankasharma5563
@priyankasharma5563 3 жыл бұрын
Very intersting Rupam da.god bless you.
@bikramsonowa3334
@bikramsonowa3334 3 жыл бұрын
Good morning
@renubegum3699
@renubegum3699 3 жыл бұрын
Very good and very nice👍👍👍👌👌👌👌
@gourisankardevnath933
@gourisankardevnath933 3 жыл бұрын
Rupam da phone numbartu dibanaki ? Mur phone no 9101820593.
@bishwajitgogoi180
@bishwajitgogoi180 3 жыл бұрын
Awesome.... Bohut bohut val lagil.....
@mjdoimari3152
@mjdoimari3152 3 жыл бұрын
Bohut val lagil
@rarelybeast
@rarelybeast 3 жыл бұрын
Waiting for another interview. On his love life and family. Parent's version please
@rajabora3571
@rajabora3571 3 жыл бұрын
Dada Real Hero 🙏
@gminformative8813
@gminformative8813 3 жыл бұрын
দাদা, আপুনি বৰ ৰসাল।। আপুনি যিমানে কথা কয় আমনি অলপো নালাগে।।
@ghonakantagogoi2666
@ghonakantagogoi2666 3 жыл бұрын
Hundor haikhyaatkar vaal lagil sir.. bordoloi sir. U r great
@pushpanjaligogoi8282
@pushpanjaligogoi8282 3 жыл бұрын
বহুত বহুত ভাল লাগিল অনুষ্ঠান টো চাই । কিতাপখন পঢ়িবলৈ বহুত মন গৈছে । পৰীক্ষা শেষ হোৱাৰ পাছত নিশ্চয় পঢ়িম 👍👍
@sarmaji92
@sarmaji92 3 жыл бұрын
বহুত ভাল লাগিলে অনুষ্ঠানটো চাই সচাকে। ৰূপম দাৰ কথাবোৰ শূনি কাম কৰি যোৱাৰ এটা সাহস পালু। বহুত বহুত শুভকামনা থাকিল আপোনালৈ 🙏
@rajibpegu9599
@rajibpegu9599 3 жыл бұрын
God bless you,salute
@binuddeka7799
@binuddeka7799 3 жыл бұрын
Salute 🤗🤗
@rupamkalita1693
@rupamkalita1693 3 жыл бұрын
"Life of a driver". Masterpiece ❤️..
@barunkalita6164
@barunkalita6164 3 жыл бұрын
Khub vhl lgil rupom da apunr interview tu sai.Apunr life of a driver kitap khn nisoi podhim
@paharidutta8509
@paharidutta8509 3 жыл бұрын
Inspire me a lot.... ur hobby is really so good... Rupam da 👌👌 God bless you in every step of ur life 🙏🙏
@sushilhazarika9659
@sushilhazarika9659 3 жыл бұрын
Rupom da is the best driver.he is not also driver he is God of driver.
@dipanjalichetia879
@dipanjalichetia879 3 жыл бұрын
Great man.
@HarajeevanBangthai
@HarajeevanBangthai 3 жыл бұрын
Great Rupam
@hujiatubinikram7775
@hujiatubinikram7775 3 жыл бұрын
Very very amazing show..salute Rupam Dutta dada..👏👏👏👏👍👍👍👍
@user-fv2vh9ik3j
@user-fv2vh9ik3j 3 жыл бұрын
অতি সুন্দৰ কিতাপ।ভাল লাগিছে পঢ়ি।
@unitedbnkofjapa5968
@unitedbnkofjapa5968 3 жыл бұрын
thnku 4 ropom da..
@smritibaruwa5223
@smritibaruwa5223 3 жыл бұрын
Rupam da you r real HERO.......GOD bless u.....agni jugar phirigathi tumi.....natun axom ghorisa tumi👍🏻.....salute to you
TOP 10 # 4TH ROUND PART - 1# J&M SOFA COMEDIAN SEARCH 2024
37:16
FTH Official
Рет қаралды 11 М.
Little brothers couldn't stay calm when they noticed a bin lorry #shorts
00:32
Fabiosa Best Lifehacks
Рет қаралды 20 МЛН
白天使选错惹黑天使生气。#天使 #小丑女
00:31
天使夫妇
Рет қаралды 14 МЛН
ISSEI & yellow girl 💛
00:33
ISSEI / いっせい
Рет қаралды 24 МЛН
MOINAKON BAKHOR II SUBASANA DUTTA || NEW ASSAMESE SONG 2020
5:02
Subasana Dutta
Рет қаралды 18 МЛН
Insights from 60 Years of Legal Excellence | Mr. Jonathan Solomon on The Daily Lawyer Podcast
57:05
Jenna V Krishnan | The Daily Lawyer
Рет қаралды 2,9 М.
Little brothers couldn't stay calm when they noticed a bin lorry #shorts
00:32
Fabiosa Best Lifehacks
Рет қаралды 20 МЛН