বেংকৰ চাকৰি এৰি বনশ্ৰীয়ে আৰম্ভ কৰিলে ফাৰ্ম integrated farming in assam

  Рет қаралды 728,007

UPARJAN

UPARJAN

2 жыл бұрын

বেংকৰ চাকৰি এৰি বনশ্ৰীয়ে আৰম্ভ কৰিলে ফাৰ্ম integrated farming in assam
যুৱতীৰ গৰাকীৰ সপোন আছিল বেংকৰ চাৰিয়াল হোৱাৰ ৷ পঢ়ি শুনি এদিন তেওঁ নিজৰ সপোন পূৰন কৰিলে ৷
কিন্তু এদিন চাকৰি কৰি তেওঁ ভাগৰি পৰিলে আৰু ঠিক কৰিলে যে বেংকৰ চাকৰি এৰি আৰম্ভ কৰিব এখন ফাৰ্ম ৷ সেই মতেই তেওঁ বেংকৰ এচিচটেণ্ট মেনেজাৰ পদ এৰি আৰম্ভ কৰিলি এখন ইন্ট্ৰিগেটেড ফাৰ্ম :
বনশ্ৰী হাজৰিকা নামৰ লখিমপুৰৰ নকাৰীৰ এগৰাকী সাহসী যুৱতীৰ কাহিনী এয়া ৷ এতিয়া দৈনিক ১০০ লিটাৰ গাখীৰ উৎপাদন হয় তেওঁৰ ফাৰ্মত ৷
জাৰ্চি ফাৰ্মৰ লগতে ছাগলী -কুকুৰা -মৎস্য পালনেৰে স্বাৱলম্বীতাৰ পথ প্ৰশস্ত কৰা বনশ্ৰীৰ সৈতে কথা পাতো আহক :
uparjan.in

Пікірлер: 715
@chitrakumarhazarika9224
@chitrakumarhazarika9224 2 жыл бұрын
ভাল লাগে আমাৰ শিক্ষিত যুৱক যুৱতীসকলে আজি স্বনিৰ্ভৰশীল হ'বলৈ আগবাঢ়ি আহিছে। বনশ্ৰী হাজৰিকাৰ প্ৰচেষ্টা উদ্যম আৰু সাহস অতি প্ৰশংসনীয়।
@bedantabaruah9758
@bedantabaruah9758 2 жыл бұрын
Raja. Baruah. From guwhati
@rahulgoswami6913
@rahulgoswami6913 Жыл бұрын
@@bedantabaruah9758 Right 👉 from Guwahati...
@Rahul-rt5rl
@Rahul-rt5rl Жыл бұрын
Bahud dhuniya ba || #lbtechnicaltutorial
@oyeetushi
@oyeetushi Жыл бұрын
Quitting my banking job soon 😂
@LagasusVlog
@LagasusVlog 2 жыл бұрын
সচাই আমি JUBO প্ৰজন্মৰই বাইদেউৰ পৰা আমি বহুত কথা শিকিব পৰিলো আৰু শিকিব লগিয়া কথা আছে৷ ভাল লাগিল ৷
@borajuerney2310
@borajuerney2310 2 жыл бұрын
Hikisa val korisa, kintu kamtuu kori suwa, tatia gom paba, hikar hakh nai, enau news ot olop basi koi tate tumi milai kori suwa,
@rahulgoswami6913
@rahulgoswami6913 Жыл бұрын
Right 👉jubo projonmoroi
@lakshajitbora221
@lakshajitbora221 2 жыл бұрын
মূলধন নথকা শিক্ষিত যুৱক যুৱতীয়ে আপোনাৰ ধৰনে ফাৰ্ম কৰিবলৈ কি দৰে আগবহিব লাগিব, আপুনি কষ্ট ভাগ্যৰ বলত মূলধন লৈ এনে ধৰণৰ ফাৰ্ম কৰিছে । আপোনি অসমীয়া যুৱতী হৈ আগবাঢ়িছে আপোনাক স্বাগতম জনাইছো, যিহেতু মই এজন গাহৰি পালক তিতাবৰ বৰহোলাৰ, মোৰ মূলধন অভাৱ আছিল । কাৰণ যিমান টকাৰ মূলধন লাগে সিমান নহ'লে কি কি ধৰনৰ সমস্যা সন্মুখীন হ'ব লগা হয় কৰাই হে বুজে । আপুনি বেংকৰ পৰা ঋণ লৈ কৰিছে নে নিজৰ মূলধন পৰা কৰিছে পাৰিলে জনাবলৈ নাপাহৰিব । এই মন্তব্য মোৰ অভিজ্ঞতাৰ পৰা আগবঢ়ালোঁ । জয় আই অসম...
@nipoborah4540
@nipoborah4540 2 жыл бұрын
Moi apunr kothat ek mot dada
@kddutta951
@kddutta951 2 жыл бұрын
মোৰ ও এইটোৱেই প্ৰশ্ন আছিল।। অনুগ্রহ কৰি মতামত আগবঢ়াই যেন বাইদেউ।। আপোনাৰ ফাৰ্মৰ আন্তৰিক শুভকামনা।।।।
@kddutta951
@kddutta951 2 жыл бұрын
Lakshajiy Bora আপোনি নিজে কেনেধৰণে আগবাঢ়িচিল পাৰিলে জনাবচোন।। অতিশয় আনন্দিত হম।।
@nabamali3242
@nabamali3242 2 жыл бұрын
Hoi dada capital nthakile kaam nai o..moi o business kru...
@rahulgoswami6913
@rahulgoswami6913 Жыл бұрын
@@nabamali3242 Right 👉
@prabhatkumargogoi2717
@prabhatkumargogoi2717 2 жыл бұрын
বনশ্ৰী হাজৰিকা ভন্তিৰ কথা কেইষাৰ শুনি ভাল লগিল ৷ ভন্তিৰ স্মাৰ্টনেচ, পজিটিভ মাইণ্ডচেট , সাহস আৰু যুঁজ দিয়াৰ মানসিকতা অতি প্ৰশংসনীয় ৷ মনত পৰিল Socratesঅৰ এটি সুন্দৰ বাণীলৈ - “Smart people learn from everything and everyone, average people from their experiences, stupid people already have all the answers.” আৰু মনলৈ আহিল Theodore Roosveltঅৰ এটি বাণীলৈ “Do what you can, with what you have, where you are.”
@mmedhi6151
@mmedhi6151 2 жыл бұрын
ভাল লাগিল ৷Capital ৰ প্ৰয়োজন প্ৰথম যিটো তেখেতে চাকৰী পৰাই লাভ কৰিছিল ৷কিন্তু চাকৰী বাদ দি তেখেতে বহুত ৰিক্স লৈছিল ৷তেখেতৰ সফলতাই আন দহজনক উৎসাহিত কৰক
@notnoob3307
@notnoob3307 4 күн бұрын
😊😊😊😊
@jdas5149
@jdas5149 2 жыл бұрын
আপুনি আন দহজনৰ বাবে আদৰ্শ হৈছে। আৰু আগুৱাই যাওঁক তাৰে কামনা কৰিলোঁ।
@ramanimohandas8898
@ramanimohandas8898 2 жыл бұрын
She is inspiration to lakhs of Assamese youth. Best wishes
@raajaxom4479
@raajaxom4479 2 жыл бұрын
খুব ভাল কাম কৰিছে..দেখি ভাল লাগে যেতিয়া নতুন প্ৰজন্মই এনেকৈ আগ বাঢ়ি আহে ।। এনেধৰণৰ ভিডিও বোৰে বহুত অনুপ্ৰেৰণা যোগায় .. ধন্যবাদ উপাৰ্জন ।।
@dhrubajyotiroy9338
@dhrubajyotiroy9338 2 жыл бұрын
বহুত ভাল লাগিছে বাইদেউ আপোনাৰ কথা,কৰ্ম,ধৰ্ম,বল, বুদ্ধি,আৰু আপোনাৰ ব্যৱহাৰ।
@bubulsaikiablog1481
@bubulsaikiablog1481 4 ай бұрын
বহুত ভাল কাম কৰিছে বাইদেউ। উৎসাহজনক সমাজৰ বাবে।
@prabhatdutta1485
@prabhatdutta1485 2 жыл бұрын
সুন্দৰ পদক্ষেপ, আগবাঢ়ি যোৱা
@dipalisonowal2432
@dipalisonowal2432 2 жыл бұрын
তুমি সঁচাকৈয়ে নৱপ্ৰজন্মৰ বাবে আৰ্দশনীয় কাম কৰি দেখুৱাইছা । ভাল লাগিল তোমাৰ কথাবোৰ শুনি ।
@pankajlalung5445
@pankajlalung5445 2 жыл бұрын
সচাই এই চেনেলটো চালে কিবা এটা inspiration পাওঁ । জীৱনতো গঢ় দিয়াৰ লগতে উৎসাহ পাও । চাকৰিয়ে সকলো নহয় ।
@amalhazarika7465
@amalhazarika7465 2 жыл бұрын
বনশ্ৰী , তোমাক হেজাৰ নমস্কাৰ । তোমাৰ উদ্যম আৰু সাহস অতি প্ৰশংসনীয় । সকলো অসমীয়া লৰা ছোৱালীৰ বাবে তুমি এক উদাহৰন , বাট কটিয়া । ভগৱানে তোমাৰ মঙ্গল কৰক ।আমাৰ আৰ্শীবাদ থাকিল । অমল হাজৰিকা আৰু অঞ্জলি হাজৰিকা , নতুন দিল্লী ।
@binitadevi9175
@binitadevi9175 2 жыл бұрын
বনশ্রী তোমাক বহু বহু আশীর্বাদ দিলো তুমি এই কামত আগবাঢ়ি যোৱা। মই এজনী অৱসৰপ্ৰাপ্ত প্রধান শিক্ষয়িএী হও। মোৰো এই কামবোৰত বৰ ইচ্ছা আছে।
@rituray7947
@rituray7947 8 ай бұрын
Professor lecturer teacher mahanta sir Ritu sir teacher tutor master lecturer professor lecturer in
@dharmeswarsaikia4858
@dharmeswarsaikia4858 2 жыл бұрын
বনশ্রী তুমি হে প্রকৃত অসমীয়া বীৰঙ্গনা🙏🙏🙏🙏🙏👍👍
@nibaronroy9751
@nibaronroy9751 Ай бұрын
বহুত সুন্দৰ লাগিছে ধন্যবাদ থাকিল ভবিষ্যতৰ উজল হওক কামনা কৰিলো ধেমাজী
@tridipdoley5902
@tridipdoley5902 2 жыл бұрын
This is Assamesegiri...🙏🙏🙏❤️❤️❤️🤞🤞🤞
@ndeakb1234
@ndeakb1234 2 жыл бұрын
Om ! I hope she will be very successful in her integrated farming. I feel that she is very energetic and inspiring for all. Now only some more scientific training and more knowledge of management are very important for her for progressing more and better results.
@rajudeka4679
@rajudeka4679 2 жыл бұрын
(Nijar mate jiwa.. nijar mate sala...) Kathakhar shuni bahut val lagil
@assamtinisukia4126
@assamtinisukia4126 2 жыл бұрын
Local গাইৰ গাখীৰ কম হলেও কিন্ত=কলী গৰুৰ গাখীৰকণ আই জৈ সোণকণ মৌ মাখিৰ মধুকণ .হুপি খাই থাকিবৰ মন।আগবাঢ়া;আদৰ্শ নাৰী।কল্যাণভৱ।
@JashimUddin-cl2pm
@JashimUddin-cl2pm Жыл бұрын
Inspiration for us great baideu bogovane apunar mongol korok
@paramakantadas3413
@paramakantadas3413 2 жыл бұрын
তোমাৰ স্বাধীনচিতীয়া কৰ্মৰাজিয়ে বহুত উৎফুল্লিত কৰিলে বনশ্ৰী। তোমাৰ এগৰাকী শিক্ষাগুৰু হিচাপে বহুত বহুত গৰ্ব অনুভৱ কৰিছোঁ । ভগৱানে তোমাৰ মংগল কৰক, তুমি হাজাৰ জনক পোহৰৰ বাট দেখুৱাই আগুৱাই নিয়াৰ পথ প্ৰদৰ্শক হোৱা, তাৰ কামনা কৰিছোঁ ।👌👌👌
@banashreehazarika1884
@banashreehazarika1884 2 жыл бұрын
Thank you Acharya
@rajlakshmidutta4369
@rajlakshmidutta4369 2 жыл бұрын
@@banashreehazarika1884 hi apunar video tu bohut inspiring hoi. I want to visit your farm to get more valuable information from you. Can you share your details?
@kalpajitdas1402
@kalpajitdas1402 2 жыл бұрын
মাছৰ পুখুৰী আছে যেতিয়া, গাহৰি পালন আৰম্ভ কৰক । লাভাৱন্বীত হব পাৰিব । গাহৰিৰ গোবৰ মাছৰ কাৰণে ভাল খাদ্য। integrated fish farming মই কৰি আছো ।
@ziaulhoque1265
@ziaulhoque1265 2 жыл бұрын
Motivational practical person. Akhetor pora bohut khikibologia asey
@njb567
@njb567 2 жыл бұрын
Excellent Banasree...salute you risk taking efforts. Go ahead fly high
@apurbathakuria2636
@apurbathakuria2636 2 жыл бұрын
You are a truly strong lady.
@gamingtrend1771
@gamingtrend1771 2 жыл бұрын
Thank you so much "UPARJAN CHANNEL" for such a inspirational video.....moi sorakari sakori kori asu but moi hukhi nohoi.....bohut dinor pora bhavi asilu j sakori bahire ki koribo parim....farming kora2 mur dream asil but after retirement r pisot ai2 j 1ta business koribo pari apunalukor pora he gom palu....atia moiu sakori eri nijor hopun bur puron korim
@indrajitgogoi5448
@indrajitgogoi5448 10 ай бұрын
Inspiring!! I am also working in Banking industry but it's very hectic. Planning for new business.. Thanks to this channel, it's very inspiring to assamese youth.
@jinatdaimary3490
@jinatdaimary3490 2 жыл бұрын
Very beautiful জানিবৈল পায় 👍👍👍👌👌👌
@bishnubailung4014
@bishnubailung4014 2 жыл бұрын
বহুত শুভকামনা থাকিল। পৰিকল্পনা বোৰ ফলপ্ৰসূ হওক ।হাজাৰ জনৰ প্ৰেৰণা হওক ।।
@ratnemili6308
@ratnemili6308 2 жыл бұрын
Inspirational 👍
@mamitasaikia6194
@mamitasaikia6194 Ай бұрын
ভাল লাগিল।
@mrinalhaloi7470
@mrinalhaloi7470 2 жыл бұрын
Inspirational efforts.....
@prasannanarzary8455
@prasannanarzary8455 2 жыл бұрын
Good initiative for next generation
@monaranjanchoudhury4547
@monaranjanchoudhury4547 2 жыл бұрын
সুন্দৰ! আপোনালোকে উঠি অহা প্ৰজন্মৰ বাবে আদৰ্শ।।আপোনাৰ ফাৰ্মলৈ যাব বিচাৰোঁ।মইও কৰিম এইটো ব্যবসায়।। ধন্যবাদ 💝🙏
@user-ct2sx1xl9u
@user-ct2sx1xl9u Ай бұрын
Best work
@manashibordoloi9428
@manashibordoloi9428 2 жыл бұрын
Very inspiring
@Manjit725
@Manjit725 2 жыл бұрын
Inspirational 👍🙏🙏
@apurbagogoi5078
@apurbagogoi5078 2 жыл бұрын
Motivate হৈ গলো। মইও পাৰিম ।
@surjitbasumatary6143
@surjitbasumatary6143 2 жыл бұрын
Sure
@swimmingandfitnessworld2184
@swimmingandfitnessworld2184 Жыл бұрын
সুন্দৰ , অতি আদৰণীয় ।
@manojautovlogs2293
@manojautovlogs2293 2 жыл бұрын
inspiring us
@hiranyarajkhowa4119
@hiranyarajkhowa4119 Жыл бұрын
Many many congratulations to Bonoshri. Go ahead way to your journey.... All the best wishes to you.
@JabbarAli-cr7xi
@JabbarAli-cr7xi Жыл бұрын
Apunar video Sai bohot utkisto hoisu thanks 👍
@Ajstoryvlogs
@Ajstoryvlogs 2 жыл бұрын
Great doing madam
@one5622
@one5622 2 жыл бұрын
আপোনালৈ বহুতো শুভ কামনা জনালো, ভাল লাগিল আপোনাৰ পদ্ধতিগত কাম কৰাৰ পৰিকল্পনা god bless you
@mukutmukut8082
@mukutmukut8082 2 жыл бұрын
সুন্দৰ অতি সুন্দৰ ।
@jayantadeka6397
@jayantadeka6397 Жыл бұрын
Bahut val lagil very Thenku
@mondeepgogoi4716
@mondeepgogoi4716 2 жыл бұрын
ভাল লাগিল
@apurbakalita1968
@apurbakalita1968 2 жыл бұрын
very good step , keep it up
@rajibbordoloi3027
@rajibbordoloi3027 2 жыл бұрын
Baidew kothabur huni Bohut vl lagil,🙏🙏🙏
@agape...880
@agape...880 Жыл бұрын
Very good inspiration for new Generations.
@ajitksaikia
@ajitksaikia 2 жыл бұрын
Very impressive video
@sewaliboruah2299
@sewaliboruah2299 2 жыл бұрын
Banashree moi Monuranjan from nowboicha.. Bhut vl lgil tumr story to. Ami akalaga axis bankt job krisilu. Moi u Bankr pra ulai poultry fram akhn krisu. Aji tumi bhut inspired krila muk..Thnx
@debapriyomusical.7417
@debapriyomusical.7417 2 жыл бұрын
সুন্দৰ পদক্ষেপ 👍
@henryrab2953
@henryrab2953 2 жыл бұрын
Salute to you ma'am.
@danger7347
@danger7347 2 жыл бұрын
Great... Keep going
@BD-cr9lj
@BD-cr9lj 2 жыл бұрын
Val lagil baidau....enjoy kori nijor kaam korar r xoman ekoi naai....
@bhabendas1249
@bhabendas1249 7 ай бұрын
শ্ৰমে মানুহক আনন্দ প্ৰদান কৰে ।প্ৰাপ্তিৰ আনন্দ,আত্মসন্তুষ্টি ।প্ৰশংশনীয় কাম কৰিছে ।
@sahinsiddiqueix-a-1899
@sahinsiddiqueix-a-1899 Жыл бұрын
I like your challenge and planning. God bless you Banashree
@saikiapranjitvloger9864
@saikiapranjitvloger9864 2 жыл бұрын
Bhut Val lagile 👍
@mrinalpatiri2628
@mrinalpatiri2628 2 жыл бұрын
Bonoshree baidew God bless you...
@sawpna.hazarika8849
@sawpna.hazarika8849 2 жыл бұрын
ও বহুতো সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিলা। মই গমেই নাপাও ঔ। গৈ আছোঁ তোমাৰ ফাৰ্ম খন চাবলৈ। লাগি থাকা ।
@suklenmung.Borgohain
@suklenmung.Borgohain 2 жыл бұрын
ঘৰ ধৰিৱ পৰা লখিমী বোৱাৰী হৱ দেই .
@anilgogoi876
@anilgogoi876 2 жыл бұрын
সচাকে দেই।
@rupjyotiaxom2525
@rupjyotiaxom2525 2 жыл бұрын
Very very Inspiring. Nice Di..
@alishalahon3310
@alishalahon3310 2 жыл бұрын
Great initiative banashree!!! More power to you..
@Bidbeast
@Bidbeast Ай бұрын
সুন্দৰ পদক্ষেপ ।চৰকাৰৰ পৰা মোৰ স্বামী বহুত কষ্ট কৰি গৰু পালন কৰিবলৈ যি খিনি খাদ্য সামগ্ৰীৰ দৰকাৰ সেই খিনি পাইছিল ।কিন্তু কোনো পেটত গুৰি মাৰা চকু চৰ হা লোকে বিভিন্ন অজুহাত দেখুৱাই ওপৰত বন্ধ কৰি দিলে। আমি আজিলৈকে কোনো লোকৰ বেয়া চিন্তা কৰা নাই। আমাৰ কৰিবলৈ আৰু বেছি চেষ্টা নকৰিব। ধন্যবাদ।
@animaburagohain5271
@animaburagohain5271 2 жыл бұрын
Thanks for your idiology.
@mrinalbaruah1869
@mrinalbaruah1869 2 жыл бұрын
Apunak bahut dhanyabaad apuni bahut dhuniya udaharan sakori nohole bahut dhuniya ke nijor kebata kori hukhui huwa moi uhh sakori ari aji 3bosor hol poultry farming kora
@rumideka7691
@rumideka7691 2 жыл бұрын
Khub val lagil vdo to sai 👍
@bhaktavlogs9129
@bhaktavlogs9129 2 жыл бұрын
Thanks for motivation to us. She is great heart
@gojenboro6643
@gojenboro6643 2 жыл бұрын
Khub dhunia kam korisa freedom life
@jaijawanagrifarm2416
@jaijawanagrifarm2416 2 жыл бұрын
Great best wish
@nitiskitchen4659
@nitiskitchen4659 2 жыл бұрын
খুবেই সুন্দৰ নিদৰ্শন আগবাঢ়ি যোৱা ❤️
@dhoniramgogoi4116
@dhoniramgogoi4116 Жыл бұрын
BABU
@mamonirabha8787
@mamonirabha8787 2 жыл бұрын
Good job
@mrinalrabha1754
@mrinalrabha1754 2 жыл бұрын
Baideu Aaponar kathakhini Xuni khub Bhal Lagise ! Aapuni Aagbarhi jauk Aru Bahut Bahut Thanks !
@shyammahanta7317
@shyammahanta7317 2 жыл бұрын
Good job 👌👌
@MUSICWORLD-kk6ob
@MUSICWORLD-kk6ob 2 жыл бұрын
so nice just keep it up Bonoshree...
@mallavkonwar2556
@mallavkonwar2556 2 жыл бұрын
Good thinking
@prasantahatimuria6051
@prasantahatimuria6051 Жыл бұрын
Bht bhal kam korise
@jagannathdaimari1568
@jagannathdaimari1568 2 жыл бұрын
Very good signals for upcoming generation mm
@lbaro6275
@lbaro6275 Жыл бұрын
অতি সুন্দৰ পদক্ষেপ ।
@phungkhabasumatary4291
@phungkhabasumatary4291 6 ай бұрын
Cute auntys farming.good live
@rajbaba2432
@rajbaba2432 Жыл бұрын
Khub bhal lagil
@mili-juli9688
@mili-juli9688 Жыл бұрын
বাইদেউ আদশক ধন্যবাদ জনালো। কমত আগবাঢ়ি গৈ থাকক ভগবানে সহায় কৰিব। তাকে কামনা কৰিলো
@phuleswarrzbnc8003
@phuleswarrzbnc8003 2 жыл бұрын
সুন্দৰ
@papudas4700
@papudas4700 Жыл бұрын
Bahut vl lagil
@rabindeka5611
@rabindeka5611 2 жыл бұрын
সুন্দৰ। লগতে এই চেনেলতোৰ প্ৰচেষ্টাক শলাগ লৈছো।
@dj-rocksfamily9165
@dj-rocksfamily9165 2 жыл бұрын
Bohut bhal lagil
@bijitba7403
@bijitba7403 Жыл бұрын
আচলতে যিয়েই য'ত যি ফাম বা পাম নুখোলক , প্ৰত্যেক জীৱ-জন্তুৰ প্ৰতি যি জনৰ অশেষ মৰম স্নেহ থাকিব , তেন্তে তেওঁ ভবাতকৈ দূগুণ লাভৱান হয়গৈ । . . .জয় আই অসম . . .
@hirensarkar7059
@hirensarkar7059 Жыл бұрын
Very impressed 👍👍
@arindombharadwaj1641
@arindombharadwaj1641 Жыл бұрын
Good. We r with u
@user-qk2ns8eb7f
@user-qk2ns8eb7f 5 ай бұрын
You are great mam.
@monujkumerdoley3286
@monujkumerdoley3286 8 ай бұрын
Best idea best thinking have a good future,
@bantebaro4265
@bantebaro4265 Жыл бұрын
beautiful job
@reviewamp.017
@reviewamp.017 2 жыл бұрын
Val lagil baidu
@banashreekalita4060
@banashreekalita4060 2 жыл бұрын
Good work...
@dipankarmusic6562
@dipankarmusic6562 2 жыл бұрын
Bohut bohut Val lagil apunar farm khon baideu .. aru apuni bohut bohut dhuniya kotha kole
@rubuldas841
@rubuldas841 8 ай бұрын
Lovely
@menakhanarzary9997
@menakhanarzary9997 2 жыл бұрын
Great man madam I salute you from Kokrajhar District
Super gymnastics 😍🫣
00:15
Lexa_Merin
Рет қаралды 107 МЛН
Is it Cake or Fake ? 🍰
00:53
A4
Рет қаралды 20 МЛН
The joker's house has been invaded by a pseudo-human#joker #shorts
00:39
Untitled Joker
Рет қаралды 7 МЛН
Super gymnastics 😍🫣
00:15
Lexa_Merin
Рет қаралды 107 МЛН