" বোলো অ' মিচিং ডেকাটি " ( NEW VERSION 2004) কথা,সুৰ,কন্ঠ ভূপেন হাজৰিকা ,সংগ্ৰহ ধ্ৰুৱ জ্যোতি ডেকা

  Рет қаралды 433,006

dhruba deka

dhruba deka

Күн бұрын

Пікірлер: 120
@devarthamorang3559
@devarthamorang3559 Жыл бұрын
ইমান আবেগ ঢালি মিছিং সম্প্ৰদায়ৰ লোক কৃষ্টিৰ ৰং সানি ভূপেন হাজৰিকাদেৱে সৃষ্টি কৰা এই গানটো শুনিলে দেহা-মন-মগজু জুৰ পৰি যায়। এইয়া ভূপেন হাজৰিকাৰ বাবে সম্ভৱ।
@akhomiyasanskritrivaunanat6510
@akhomiyasanskritrivaunanat6510 Жыл бұрын
এনে গান কতো নাই,কতো নাই ইমান প্ৰাণ ঢালি কোনে গাব পাৰে ।। সেৱা জনালো হে সংগীত সূৰ্য্য
@ila-s6s
@ila-s6s Жыл бұрын
"মিবু গালোক চোলাটি পেৰেৰুম্বং চাদৰখন কিয়নো পিন্ধিলি? মূৰত দেখো দুমেৰদি গামোচা আটিলি আৰু তোৰে পুৰুষ দেহাতে ফুটি ফুটি উঠিছে সেউজৰঙৰ জীয়া জীয়া ঐনিতমটো।"
@BidyadharDas-gg5uu
@BidyadharDas-gg5uu Жыл бұрын
Best singer Dr.Bhupen Hazarika
@BidyadharDas-gg5uu
@BidyadharDas-gg5uu Жыл бұрын
World no 1 best song, my favourite song, I love you this
@uttamkumarroy2583
@uttamkumarroy2583 2 жыл бұрын
বহু বছৰৰ পাছত পুনৰ গীতটো শুনিবলৈ পাই আনন্দিত হলোঁ। সুধা কন্ঠ ড:ভুপেন হাজৰিকাই তেখেতৰ গীতবোৰৰ মাজেদি সকলো জনগোষ্ঠীক একতাৰ ডোৰেৰে বান্ধি থৈ গৈছে। প্ৰতিটো গীতৰ মাজতে একোটা ভিন্ন কাহিনী তথা অভিজ্ঞতা সোমাই থকা দেখা যায়।যেনকৈ এই চিৰসেউজ গীতটো ত মিচিং ডেকা-গাভৰু, জংকী-পানেইৰ প্ৰেমৰ কাহিনী সোমাই আছে।
@h34852
@h34852 2 жыл бұрын
ধন্যবাদ্
@speguvlogs4709
@speguvlogs4709 2 жыл бұрын
বৰ সুন্দৰ লাগিছে
@ramenborah3207
@ramenborah3207 2 жыл бұрын
কি বুলি মনৰ ভাৱ প্ৰকাশ কৰিম ,মোৰ দৰে মানুহৰ আৱেগ আৰু শ্ৰদ্ধাৰ বাহিৰে একোয়েই নাই । ভূপেন দা, য'তেই আছা শান্তি ৰে থাকা, ।
@AjSinTaiy-714
@AjSinTaiy-714 2 жыл бұрын
গানটি চিৰিঙকৈ হৃদয় খন স্পৰ্শ কৰি যায়।
@Karnadas2456
@Karnadas2456 5 ай бұрын
Bhagya,megh mukti, Ara batar xur, maniram Dewan, putola Ghar, pratidhani,ajola kokai,sameli memseb movie keikhan plz parile upload korok sir❤🙏🙏🙏🙏
@h34852
@h34852 5 ай бұрын
এইবোৰ চিনেমাৰ গীত মোৰ সংগ্রহত আছে কিন্তু Upload কৰিলে copyright দি মোৰ চেনেলটো বন্ধ কৰি দিব ।
@bidyadhardasvlogsgod5867
@bidyadhardasvlogsgod5867 Жыл бұрын
Best song, my favourite song, Awesome, superb, evergreen, world no 1 best song, my favourite song, Awesome, superb, evergreen, world no 1 best song
@jitendeuri441
@jitendeuri441 2 жыл бұрын
After so many year love u from lakhimpur
@montudoley769
@montudoley769 2 жыл бұрын
Bohut val lagil 👍👍👍 ganti huni
@vlogsofdeba4480
@vlogsofdeba4480 Жыл бұрын
ভূপেন হাজৰিকাৰ শব্দ আৰু সু্ৰৰ যাদু আমাৰ নহৈ বেলেগ দেশৰ বা অন্য ৰাজ্যৰ হ'ব লাগিছিল;আমাৰ ইয়াতকৈ 10 গুণ বেছি সন্মান পালেহেতেন;আজিও বহু নৱপ্ৰজন্মই(সকলো নহয়) নাজানে তেখেতৰ গীত কিমান উচ্চ স্তৰৰ,পূৰণি গান গোৱা এজন গায়ক আৰু বচ্!বান্দৰে কি জানে নাৰিকলৰ মোল!!!!
@h34852
@h34852 Жыл бұрын
হয়
@monjulahon7712
@monjulahon7712 4 ай бұрын
মোৰ মাক কাষত বহোৱাই এই দিচাংমুখৰ নিশাটি গীতটো প্ৰথম গাইছিল ভূপেন হাজৰিকা দেৱে ।
@h34852
@h34852 4 ай бұрын
স্মৰণীয় মুহুর্ত
@jyotirmoysarma9012
@jyotirmoysarma9012 Жыл бұрын
মই এটা কথা কব বিচাৰো যে আমাৰ নিচিনা নৱপ্ৰজন্মই ভূপেন মামাৰ গীত বিলাক লগতে জ্যোতি,ৰাভা সংগীতবোৰৰ প্ৰতি জনপ্ৰিয়তা নেদেখা হৈ আহিছে,কিন্তু এই বিলাক গীতকো প্ৰাধান্য দিয়া উচিত বুলি মই ভাবো
@RubulSarmah
@RubulSarmah 2 ай бұрын
Bohut bhal lagil huni
@misstaru8888
@misstaru8888 Жыл бұрын
Hosai bohht val lagil
@khairuddinahmed699
@khairuddinahmed699 3 жыл бұрын
পুৰণি গানবোৰ সংগৃহীত কৰি ৰখাৰ বাবে অশেষ ধন্যবাদ।
@h34852
@h34852 3 жыл бұрын
স্বাগতম্
@dipshikhabhatta833
@dipshikhabhatta833 3 жыл бұрын
তেওঁৰ গীতসমূহ সকলোৰে মাজলৈ আনি তেখেতৰ স্মৃতি খিনি জীয়াই ৰখা বাবে আপোনাক বহুত বহুত ধন্যবাদ । ভূপেন মামাৰ প্ৰতিটো গীততেই আছে জীপাল সজীৱ অনুভৱ ...সদায় প্ৰিয় হৈ ৰব এইগৰাকী শিল্পী।
@h34852
@h34852 3 жыл бұрын
স্বাগতম্
@mahantamadhobboruah9429
@mahantamadhobboruah9429 3 жыл бұрын
ককা হাতত এবা‌তি পৰ আপঙ্ লৈ গানটো শুনি থকা যেন লাগিছে ককা ।
@cmsharma3896
@cmsharma3896 2 жыл бұрын
Xundor lagise
@bidyadhardasvlogsgod5867
@bidyadhardasvlogsgod5867 Жыл бұрын
I love you this song, my favourite song, Awesome, superhit, beautiful, excellent song, Awesome, superhit, beautiful, excellent song
@abhijitbaruah8751
@abhijitbaruah8751 2 жыл бұрын
শুণি শুণি হেপাহ নপলোৱা গীত, ধন্যবাদ
@bidyadhardasvlogsgod5867
@bidyadhardasvlogsgod5867 Жыл бұрын
Superb, evergreen, world no 1 best song, my favourite song,
@BidyadharDas-gg5uu
@BidyadharDas-gg5uu Жыл бұрын
Excellent song, evergreen, marvelous, awesome, superhit, most beautiful song, best song, my favourite song, I love you this song, my favourite song, amazing song, excellent song, evergreen, marvelous, awesome, superhit most beautiful song
@bhesojbaruah8725
@bhesojbaruah8725 4 жыл бұрын
উপন্যাস সম্ৰাট শ্ৰীৰজনীকান্ত বৰদলৈৰ মিৰি জীয়ৰী উপন্যাসখনৰ কথাটিও ভূপেনদাই ইমান সুন্দৰকৈ গীতৰ কথাত আনিবলৈ পাহৰা নাই .......... অথচ সেইদিনা তেখেতে গীতটি থিতাতে লেখি সুৰ কৰি পৰিৱেশন কৰিছিল ...... !!
@faridabegum3766
@faridabegum3766 3 жыл бұрын
সুন্দৰ
@atulchandradutta2183
@atulchandradutta2183 3 жыл бұрын
ভূপেন হাজৰিকাৰ চিৰসেউজ গীতসমূহ অসমৰ বিভিন্ন জনজাতিৰ সংস্কৃতিক পৰিক্ৰমাৰে একেডাল ডোলেৰে অসমীয়া জাতিটোক ধৰি ৰখাৰ প্ৰয়াস কৰিছিল।
@mayonkpranjaldas1209
@mayonkpranjaldas1209 2 жыл бұрын
😍😍😍😍
@shravanbora
@shravanbora 2 жыл бұрын
বোলোঁ... অʼ মিচিং ডেকাটি বজালি যে পেম্পাটি সুৰেৰে সজালি দেখোঁ দিচাংমুখৰ নিশাটি। মিবু গালুক চোলাটি পেৰেৰুম্বং চাদৰখন কিয়নো পিন্ধিলি? মূৰত দেখো দুমেৰ দি গামোচা আঁটিলি আৰু তোৰে পুৰুষ দেহাতে ফুটি ফুটি উঠিছে সেউজ ৰঙৰ জীয়া জীয়া ঐনিতমটি। বোলোঁ.... অʼ মিচিং গাভৰু এগে মেখেলাতে তই এন্ধাৰ সানিলি, অʼ ৰিহাখনিত তামুলি টাকাৰ ৰঙা তৰা বাছিলি! ডেকাটিৰ সোণৰ বাঁহীৰ সʼতে গুংগাং বজালি, সৰিয়হৰ ফুল যেন ৰিবিগাচেংখনি তই বুকুতে বান্ধিলি আৰু কঁপি উঠে দিচাঙৰে মিঠা মিঠা মিঠা ঢৌটি। অʼ বোলোঁ ঘুণাসুঁতিৰ পাৰতে বহু দিনৰ আগতে, অʼ মিৰিৰে জীয়ৰী মোৰ পানেইজনী মৰিলে পিচে, জঙ্কিৰে চিঞৰটি, অসমীৰে ভাষাতে শ্ৰীৰজনীকান্তই যুগমীয়া কৰিলে মনত পৰেনে সেই কথাটি? অʼ দিচাংমুখৰ ডেকাটি। আজিৰ পানেই নমৰে আৰু জঙ্কিয়েও নেকান্দে এই, জঙ্কি-পানেইৰ মিচিং সমাজ নিজেই দিচাং আবুং হৈ অসমীৰে বৰ লুইতৰ সোঁতটি বঢ়াব মৰমৰে এই যুগটি।।
@h34852
@h34852 2 жыл бұрын
ধন্যবাদ
@mayonkpranjaldas1209
@mayonkpranjaldas1209 2 жыл бұрын
🥰🥰🥰
@J_boruah.
@J_boruah. 3 ай бұрын
Abung nohoi habung. Habung is a place of Dhemaji district which is related to jonki panoi story.
@abanidas6895
@abanidas6895 3 жыл бұрын
খুউব ভাল লাগিল আপোনাক ধন্যবাদ।
@h34852
@h34852 3 жыл бұрын
স্বাগতম্
@Abul-w8l
@Abul-w8l 2 жыл бұрын
Bohut xundor gan, Bhupen daa xoday priyo
@prahladsharma1506
@prahladsharma1506 Жыл бұрын
ভূপেনদাৰ আপুৰুগীয়া সমন্বয়ৰ গীত
@Dibya12393
@Dibya12393 Жыл бұрын
❤❤❤ Legend singer never die. Stayed everyone hearts.
@sandeepchanda2857
@sandeepchanda2857 10 ай бұрын
জিমানেই সুনু সীমানেই সুনিবো mon jaye
@অসমীয়ালৰা-ট২দ
@অসমীয়ালৰা-ট২দ 5 жыл бұрын
বহুদিনৰ মুৰত শুনি খুব ভাল লাগিল 🤩🤩🤩🤩🤩🤩🤩🤩
@BalenDas-dt8fq
@BalenDas-dt8fq 10 ай бұрын
বহু দিন এই গীতটো শুণা নাছিলো।বৰ ভাল লাগিল।
@BidyadharDas-gg5uu
@BidyadharDas-gg5uu Жыл бұрын
Best song, my favourite song, I love you this song, my favourite song, most beautiful song, best song, excellent song, evergreen, marvelous, awesome, superhit, most beautiful song
@mamonipator7640
@mamonipator7640 2 жыл бұрын
Ganbur dhari rakhar babe bahut thank 🙏you
@h34852
@h34852 2 жыл бұрын
Welcome
@bhesojbaruah6265
@bhesojbaruah6265 6 жыл бұрын
অশেষ ধন্যবাদ থাকিল !!
@Phaninbrahmaa
@Phaninbrahmaa 3 жыл бұрын
ইমান মধুৰ গীতটো!
@dhrubataid8075
@dhrubataid8075 2 жыл бұрын
It song and melodious voice represented the cultural by legend singer Dr. Bhupen Hazarika .,..,. really a wonderful and hero of the not ally, sociologically but also psychologically upgrade Ed our society in greater way ..., with regards Bhupen mama
@aruphazarika4717
@aruphazarika4717 5 жыл бұрын
সোণসেৰীয়া গীতৰ সোণালী দিন সেইবোৰ ।
@sonaiparachhaygaon6670
@sonaiparachhaygaon6670 4 жыл бұрын
সুন্দৰ
@sujituzir3493
@sujituzir3493 2 жыл бұрын
Bhupen Da... legend 🙏🙏
@ranujkaman7322
@ranujkaman7322 2 жыл бұрын
proud to bhupen da
@BidyadharDas-gg5uu
@BidyadharDas-gg5uu Жыл бұрын
Moja song dei
@juliphukan5107
@juliphukan5107 6 жыл бұрын
thanks for this new version,its meaning and jolly
@ChakradharSaud-qq1rj
@ChakradharSaud-qq1rj Жыл бұрын
Thanks for collection.
@MukeshMili-cn3qy
@MukeshMili-cn3qy Жыл бұрын
I love Bhupandra song
@pramatheshbayan5318
@pramatheshbayan5318 2 жыл бұрын
আপোনাক ধন্যবাদ।
@ghanasyampegu7901
@ghanasyampegu7901 Жыл бұрын
Proud of you bhupen da
@pankajborah6056
@pankajborah6056 4 жыл бұрын
So wondering imagination ....no explain to how wondering song this song..&&...evergreen & everlasting .
@narendeka5483
@narendeka5483 3 жыл бұрын
Pranam Bhupen Da.
@bidyadhardasvlogsgod5867
@bidyadhardasvlogsgod5867 Жыл бұрын
Amazing song
@niranjansarma4729
@niranjansarma4729 2 жыл бұрын
i like it many years ago,
@mayonkpranjaldas1209
@mayonkpranjaldas1209 2 жыл бұрын
I love this song 🥰🥰
@bhabataranbora3766
@bhabataranbora3766 4 жыл бұрын
Bhal lagil
@phanindradevagoswami4635
@phanindradevagoswami4635 Жыл бұрын
মোৰ হৃদয়!!!
@_harshajit_borah_7324
@_harshajit_borah_7324 4 жыл бұрын
Val lagil bahudinor murot hunilu hiya hat porakoy
@haridoley1187
@haridoley1187 3 жыл бұрын
Lv u Bpn Da
@bidyadhardasvlogsgod5867
@bidyadhardasvlogsgod5867 Жыл бұрын
Happy Ali aye Ligang
@sahabuddinahmad8726
@sahabuddinahmad8726 3 жыл бұрын
Kamrup, baihata chariali, bor bhal lagise
@lilakalita2762
@lilakalita2762 2 жыл бұрын
বহুত ভাল পাও এই গীতটি
@h34852
@h34852 2 жыл бұрын
ধন্যবাদ্
@villagelifeassam1717
@villagelifeassam1717 4 жыл бұрын
Xundor
@bhadrakantadas6101
@bhadrakantadas6101 3 жыл бұрын
Song of unity among the assamese castes ,that is bhupenda ,we missed bhupenda
@bagoulla2442
@bagoulla2442 2 жыл бұрын
ঠিক ! ভুপেন থাকতো আমরা ওই আসামে এক অসমীয়া হত । অসমে অনেক সম্প্রদায় লোক আছে। উচ্চ - নীচ্চ ----
@h34852
@h34852 2 жыл бұрын
ভূপেন দা তোমার ঠেকে চোত নাকি । অল্প Receiipect করতে শিকুন
@gmili7543
@gmili7543 8 ай бұрын
Maja
@ddoleyegot5166
@ddoleyegot5166 2 жыл бұрын
অতি সুন্দৰ
@rollno13gaurabjyotikalita58
@rollno13gaurabjyotikalita58 Ай бұрын
Deka Da, ei geet tur notun version tu xuni bohut bhaal lagise. Agor version tu moi CD t bohut bar xunisu. Apunak eta moi request korim, 'Mor Priyo Geet' Bhupen Hazarika r ei album tur pora apuni jikeita geet upload kora nai, xei geet keiti upload koriboloi anurudh thakile, bixekh koi Bhupen Hazarika r geet keitar notun version keita KZbin upload koribo. Kisuman tu apuni already upload korisei baru.
@h34852
@h34852 Ай бұрын
Ok
@rollno13gaurabjyotikalita58
@rollno13gaurabjyotikalita58 Ай бұрын
@@h34852 Thnq for the reply. Apuni Bhupen Hazarika r sristi xomuh collection kori ek mohot kaam korise
@puspadharkutum7325
@puspadharkutum7325 6 жыл бұрын
Thanks for collection the new version of this evergreen song.
@akondas2090
@akondas2090 2 жыл бұрын
🙏akhekh dhinyabad
@globalbhaskar
@globalbhaskar Жыл бұрын
Ei gaantit moi kijani 5k maan view dilu
@rajibulali9688
@rajibulali9688 2 жыл бұрын
Very nice song
@RajaRaja-fg6it
@RajaRaja-fg6it 4 жыл бұрын
nice
@dikshu.borah.6573
@dikshu.borah.6573 3 жыл бұрын
Dikshu🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
@cosxrah180
@cosxrah180 2 жыл бұрын
Aarushi ejan aromatic eoir nisina mahan gayok aarushi janmon nohobo
@hemendrakumarnath3199
@hemendrakumarnath3199 5 жыл бұрын
Moja
@sagarikadas922
@sagarikadas922 3 жыл бұрын
Best
@diponjyoti
@diponjyoti 6 ай бұрын
2024 anyone
@littleangel8355
@littleangel8355 4 жыл бұрын
Wawo
@dipokbaruah1566
@dipokbaruah1566 4 ай бұрын
অসমক সকলোৱে অসম বুলি কবলৈ আৰম্ভ কৰিব লাগে অসম নামটো সদায় থাকিবলৈ হলে সকলোৱেই আনকি প্ৰধানমন্ত্ৰীয়েও A=অসম বুলি কব লাগিব
@sahabuddinahmad8726
@sahabuddinahmad8726 3 жыл бұрын
Bohut dinot murot git to khuni bor bhal aru bor unnondo pali.
@jonaliborah3544
@jonaliborah3544 2 жыл бұрын
👌👌👌
@kuntalborthakur6253
@kuntalborthakur6253 2 жыл бұрын
মোৰ মৰমৰ গীত |
@kirandas1506
@kirandas1506 3 жыл бұрын
Mor priya geet
@bhupenbaruah9802
@bhupenbaruah9802 2 жыл бұрын
🙏💜🕊🕊🕊
@dwipensarma9469
@dwipensarma9469 2 жыл бұрын
‘ডেকাতি’ নহয়, ‘ডেকাটি’ হ’ব লাগে। সৰু ভুল। কিন্তু চকুত লাগে।
@h34852
@h34852 2 жыл бұрын
হয়
@rajivdas45
@rajivdas45 2 жыл бұрын
💖💖💖💖💖
@medinitalukdar4873
@medinitalukdar4873 2 жыл бұрын
♥️♥️
@sadiyar4
@sadiyar4 3 жыл бұрын
❤️❤️❤️
@rashmiborah1103
@rashmiborah1103 3 жыл бұрын
🙏🙏🙏
@dharmendradas2825
@dharmendradas2825 3 жыл бұрын
star makert upload diyok plz
@mriduladas5527
@mriduladas5527 2 жыл бұрын
😭😭😇😇
@hiteshthakuria4944
@hiteshthakuria4944 4 жыл бұрын
Bhupen da katha eta gopone kau aha janamat moi aponak gan shikam kintu poisa nalau enye shikai dim
@bhesojbaruah8725
@bhesojbaruah8725 4 жыл бұрын
...... আৰু মই ৰেকৰ্ডিং কৰিম দেই.....
@biplobnath4759
@biplobnath4759 3 жыл бұрын
Prolaap bokiso
@jayantadas4072
@jayantadas4072 2 жыл бұрын
I love Bhupen Hazarika s song ❤️❤️❤️❤️❤️❤️❤️
@chandandas-cb1xr
@chandandas-cb1xr 4 жыл бұрын
Fali dise akdom
@dhirendeka2690
@dhirendeka2690 3 жыл бұрын
সুন্দৰ
@DebojitHandique.
@DebojitHandique. 10 ай бұрын
❤❤❤
@Tribikram409
@Tribikram409 7 ай бұрын
❤❤
He He He dhule dogore
3:50
Smriti Rekha Kangan
Рет қаралды 151 М.
She made herself an ear of corn from his marmalade candies🌽🌽🌽
00:38
Valja & Maxim Family
Рет қаралды 18 МЛН
So Cute 🥰 who is better?
00:15
dednahype
Рет қаралды 19 МЛН
“Don’t stop the chances.”
00:44
ISSEI / いっせい
Рет қаралды 62 МЛН
Quilt Challenge, No Skills, Just Luck#Funnyfamily #Partygames #Funny
00:32
Family Games Media
Рет қаралды 55 МЛН
BHUPEN HAZARIKA, SARTHE RONGPI SONG.
5:20
SAR DING-EH
Рет қаралды 72 М.
Dr Bhupen Hazarika golden collection | ভূপেন হাজৰিকা গীত  | Bhupen Hazarika Audio jukebox | 5 Song
19:07
সংস্কৃতিৰ দিগন্ত Culture's Horizon
Рет қаралды 43 М.
She made herself an ear of corn from his marmalade candies🌽🌽🌽
00:38
Valja & Maxim Family
Рет қаралды 18 МЛН