বাংলাদেশী মূলৰ সংখ্যালঘু লোকক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক মন্তব্য

  Рет қаралды 231,112

TIME8 News

TIME8 News

Күн бұрын

'এইবাৰৰ নিৰ্বাচনত বাংলাদেশী মূলৰ ১০০জন ভোটাৰৰ ৯৯জনেই ভোট দিছে কংগ্ৰেছক। যিকোনো মূল্যৰ বিনিময়ত অসম দখল কৰাটোৱেই মূল উদ্দেশ্য বাংলাদেশী মূলৰ সংখ্যালঘু লোকৰ। সকলো চৰকাৰী সুবিধা পোৱাৰ পিছতো বাংলাদেশী মূলৰ সংখ্যালঘু লোকে নৰেন্দ্ৰ মোদীক ভোট নিদিয়ে।' বাংলাদেশী মূলৰ সংখ্যালঘু লোকক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক মন্তব্য

Пікірлер: 226
@TulanchandraNath-xi7of
@TulanchandraNath-xi7of 2 ай бұрын
অসমৰ মূখ্যমন্ত্ৰীয়ে একেবাৰে শুদ্ধ কথাকেই কৈছে।গতিকে চৰকাৰ অলপ সঠিক ব্যৱস্থা আৰু সচেতন হব লাগিব। ইয়াৰ পৰা যদি অসমীয়াই একো শিকিব নোৱাৰে তেনেহলে অসমৰ অস্তত্ব শেষ।
@binodgogoi3088
@binodgogoi3088 3 ай бұрын
Congres থাকোঁতে আমি একো নাপালোঁ
@monobairagi7844
@monobairagi7844 2 ай бұрын
Jay shree Ram BjP 🚩🚩
@jadumonisarmahvlogs6243
@jadumonisarmahvlogs6243 3 ай бұрын
যোৰহাটৰ মানুহ বিলাক চব বাংলাদেশী মূলৰ,,
@abufaruk7401
@abufaruk7401 3 ай бұрын
Congress a সংখ্যালঘু সম্প্ৰদায় টোক একোঁ দিয়া নাই । অপ্ৰিয় হলেও সত্য
@biswajitdey6563
@biswajitdey6563 Ай бұрын
থাপিও মুচলমানসকলে কেতিয়াও BJP ক ভোট দিয়ানাই আৰু আগতেও নিদিয়েপ। আজি bjp ৰ পৰা কি পোৱা নাই মুছলমানসকল অৰুণোদয়, উজ্বলা গেছ, বৃদ্ধ পেঞ্চন, ৰোড develop, pmgy ঘৰ পাইছে, লেটিন পাইছে, থাপীও ভোট নিদিয়ে । এনেকা মিৰ্যাফৰ কটো দেখা নাই ।
@AbusamaIslam-ng9el
@AbusamaIslam-ng9el 3 ай бұрын
এইবিলাক মনতবৰ কাৰনে ভোট নিদি যে মোছলমানে বজীপিক
@K.G-z-I6b
@K.G-z-I6b 3 ай бұрын
কংগ্ৰেছ আহিলে প্ৰথম সুবিধা মোছলমানক দিয়ে যেনে মাদ্ৰাজৰ ফনদিং, হজ ফনদিং, বক বদ, মজিদ ফনদিং, আৰু বহুতো কিন্তু বিজেপিয়ে এই বিলাক নিদিয়ে সেই কাৰণে আপোনালোকে বিজেপিক ভোট নিদিয়ে । কিন্তু খাৰখোৱাই এই বিলাক ভালকৈ গুৰুত্ব নিদিয়ে ।
@PankajDutta-p3r
@PankajDutta-p3r 3 ай бұрын
@@AbusamaIslam-ng9el ki puwa nasil ration ne ghor LPG Ami besi kiba palu ne.ami BJP vote di mur tewta aru khura mori gol sarkari ghor nepalu.
@tulikabhuyan5652
@tulikabhuyan5652 3 ай бұрын
Akdom xosa kotha .b.j.p jindabad
@SHANedits973
@SHANedits973 2 ай бұрын
ভাৰতবৰ্ষত বি জে পি চৰকাৰে যিমান আছনি দিছে সংখ্যা জনসাধাৰণে অধিক লাভবান হৈছে আৰু ভোট দিলে কংগ্ৰেছ জুটক।খাইছে এজনৰ, গান গাইছে আৰু এজনৰ এইটো এই ইহঁতৰ চৰিত্ৰ। শিবু দাস কঠিয়াতলি। জয় শ্ৰী ৰাম।
@DeepakLahkar-p2m
@DeepakLahkar-p2m 2 ай бұрын
Right 💯
@indianscience2529
@indianscience2529 3 ай бұрын
100% true
@minhajulislam6443
@minhajulislam6443 3 ай бұрын
U P t Kune B J P vote diya nai
@binodsaikia1882
@binodsaikia1882 16 күн бұрын
গতিকে কংগ্ৰেছ ৰ পৰা সাবধান থকা ভাল। এওঁ লোকে যাতে কোনো প্ৰকাৰে অসমত মূৰ ডাঙিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব।
@Sanuda90
@Sanuda90 3 ай бұрын
Mama logot olop kandi diya na plz....😂😂😂😂
@Hindu-he1tn
@Hindu-he1tn 2 ай бұрын
100 % right
@PankajDutta-p3r
@PankajDutta-p3r 3 ай бұрын
Tangona panchayat Pradhan mantri awas yojna ghor beji Cristian luke lav korise.vote CNG.ram mandir babe.atia list hindur babe akol koribo lage.
@DelalSarkar
@DelalSarkar 3 ай бұрын
জিস কা সাত ওস্কা বিকাশ joy shree Ram
@minakshiduttachoudhury712
@minakshiduttachoudhury712 2 ай бұрын
Why don't u stop all the govt benefits for them? Cancel Assam NRC.
@DhanuPrasadTuriya
@DhanuPrasadTuriya 3 ай бұрын
Assam. 59936
@SatanBoro-s1y
@SatanBoro-s1y 8 күн бұрын
Keto kobo loga Kotha nohoy ,sobe Jane.
@mintuali1390
@mintuali1390 3 ай бұрын
p.o. 8
@DiLipkumar-fw8lb
@DiLipkumar-fw8lb 2 ай бұрын
Assam BJP is love
@sureshkhodal2041
@sureshkhodal2041 Ай бұрын
Kageres Sur asil
@SabdulAli-fm1du
@SabdulAli-fm1du 3 ай бұрын
C. M. Me babamate.jurhat tu minority hotaloi gol.
@sumons113
@sumons113 2 ай бұрын
Bangladeshi khedau bharat bachau boycott 🇧🇩
@dhameswarnath1126
@dhameswarnath1126 2 ай бұрын
Rahul,G,bahut,budhi,,kari,99,sit,,paise,mane,khata,,khat,8500,every,month,Hindu,ko,hingshuk,bola,,hai,,,
@Jai-p8q
@Jai-p8q Ай бұрын
United all Hindus in Asom... Jai Ai Asom.Jaia Asom mora koun, mora Asom jaia Koun...Jai Ai Asom.
@padumsarma6
@padumsarma6 3 ай бұрын
মুছলমান এতিয়া সংখ্যালঘু হৈ থকা নাই। যিহেতু তেওঁলোকৰ সংখ্যা ১০% ত কৈ বেছি (৩৮%) কেৱল শিখ, জৈন, খৃষ্টান আদি লোক সকল হে সংখ্যালঘু।
@prashantadas1289
@prashantadas1289 2 ай бұрын
টাইমছ 8 য়ে তেওঁ লোকক সংখ্যা লঘূ বুলি হে কব,,, কংগ্ৰেছী যে
@binodsaikia1882
@binodsaikia1882 3 ай бұрын
চিʼএমে সত্য কথা কৈছে। মিয়াই ভোট কংগ্ৰেছকে দিয়ে।
@monobairagi7844
@monobairagi7844 2 ай бұрын
Jay shree Ram BjP 🚩
@jibanbarman4631
@jibanbarman4631 3 ай бұрын
🙏🌼🇮🇳🌿🏹🌺🔱🕉️ নম জয় আই অসম আৰু ভাৰত মাতা কী জয় জয় হিন্দ জয়
@prashantadas1289
@prashantadas1289 2 ай бұрын
একদম সত্য কথা 💖 মুচলমান সদায় কংগ্ৰেছৰ ভোট বেংক আছিল,,,আৰু আজি ও আছে।।। বৰ্তমান চৰকাৰে যিমান সহায় কৰক,,এই বিলাকে কংগ্ৰেছ নেৰে।। বাছ বিচাৰ কৰি সহায় আগ বঢ়াব লগে
@ranjandowari5480
@ranjandowari5480 3 ай бұрын
কংগ্ৰেছক চিৰদিনলৈ বিদায় দিব নোৱাৰিলে অসম নামৰ অস্তিত্ব পাহৰণি গহ্বত।
@indiamylove4833
@indiamylove4833 3 ай бұрын
Bangladesi linduk citizenship di assam bosua😮
@simpletradingwithme5809
@simpletradingwithme5809 3 ай бұрын
Hmm lagile dibo lagibo bangladeshi muslimok congress a j disil
@armanvideoofficialpage5675
@armanvideoofficialpage5675 3 ай бұрын
আজমল নাই এতিয়া বাংলাদেশী কৰি থাকিব
@BituBhumij-yy3dl
@BituBhumij-yy3dl 3 ай бұрын
CM a right kotha koise😊
@prakhengogoi9647
@prakhengogoi9647 3 ай бұрын
Hosa kotha moi aagoporai gom paw ki kom aamar hinddho manho akota nai moi ato jano je adin Assam khon miya bangaladesh hobo hosa kotha
@Mrinal316
@Mrinal316 3 ай бұрын
Hindu hokole akmut hobo lage
@PankajDutta-p3r
@PankajDutta-p3r 3 ай бұрын
@@Mrinal316 right.
@assam2006
@assam2006 3 ай бұрын
সমাধান কৰিব নোৱাৰা সমষ্যা এটালৈ চিঞৰী চিঞৰী সময় পাৰ কৰি আছে
@joypaul9752
@joypaul9752 3 ай бұрын
Himanto sir Right
@adhirchandraroy3964
@adhirchandraroy3964 3 ай бұрын
Kathato 100% right
@akshayrudra709
@akshayrudra709 2 ай бұрын
100% satya.
@Babu1750-n4d
@Babu1750-n4d 3 ай бұрын
Mama aponi 🔥🔥👏👏💪💪🇮🇳♥️
@Kxt09
@Kxt09 2 ай бұрын
অসমৰ মানুহ একত্ৰিত হোৱা উচিত নহ'লে এদিন অসমত অসমীয়াৰ ঠাই মিয়াই ল'ব. মিয়াই কেতিয়াও নিজৰ একতা এৰি নিদিয়ে আৰু যিমান সুবিধা পালেও কংগ্ৰেছক ভোট দিয়ে. এতিয়া এইটো স্পষ্ট যে কংগ্ৰেছ চৰকাৰ আহিলে মিয়াৰ অত্যাচাৰত অসমীয়া বিলুপ্ত হব..bjp আছে বাবে অসমীয়া এতিয়াও আছে
@vimaldeep8055
@vimaldeep8055 2 ай бұрын
পুলিচ থানাৰ পৰা সকলো সুবিধা গেদাই পাইছে। বিজেপী চৰকাৰে অসমীয়া লোকতকৈ অধিক সুবিধা গেদাক দি বুৰ্বকামি কৰিছে। অসমীয়া নিবণুৱাই দোকাণ দি চলিবলৈ চেষ্টা কৰে কিন্তু গেদাই চবজী /বিল্ডিংৰ কাম কৰি ধুৰন্ধৰ পদ্ধতিৰে টকা ঘটিছে॥
@indiamylove4833
@indiamylove4833 3 ай бұрын
Bangaldesi lindu buror 100 percent, Chinese Mulio axomiya buror 80 percent vote BJ P ye paise😮
@ManamohanBarman
@ManamohanBarman 3 ай бұрын
ঠিকেই কৈ আছে মূখ্যমন্ত্ৰী ডাঙৰীয়া
@pramoddeka8984
@pramoddeka8984 3 ай бұрын
ধন্যবাদ CM মহোদয় । এটা ভাল লগা ভাষন জীৱনত শুনিলো
@ranjankurmi4771
@ranjankurmi4771 3 ай бұрын
অতিতৰে পৰা বি জে পিক ভোট দি অহা নাই আৰু কেতিয়াও নিদিলেয়ে , হিন্দুৰ ভোটৰে বিজেপি চৰকাৰ আহিছিল ,
@trchannel403
@trchannel403 3 ай бұрын
Yes, but UP t Kone Vote Dise mama??
@ilyasali-gk7ue
@ilyasali-gk7ue 3 ай бұрын
ক্্গ্রেছকি।বা্্লাদেশিনিকিভূটদিয়াটুবেয়াহল।
@MainulHoque-rx7jo
@MainulHoque-rx7jo 3 ай бұрын
আল্লাৰ ইচ্ছাৰ বিপৰীতে যোৱাৰ কোনো যুক্তি নাই
@GitumoniDohutia
@GitumoniDohutia 3 ай бұрын
Muslim logo ka har Sarkari yojona band kar dana Chahiya
@Jaggu12385
@Jaggu12385 3 ай бұрын
Apuni koisile Assam ot etao Bangladeshi nai. Etiya kor pora ahil Bangladeshi
@krishnagorh4813
@krishnagorh4813 3 ай бұрын
Vote nidile karone bagladekhi na।।।।
@bhajondas232
@bhajondas232 3 ай бұрын
Mamai thik koise
@NivaManiDas-v4f
@NivaManiDas-v4f 3 ай бұрын
BJP k vote nidile Bangladeshi hoy jodi apuni ki
@I_write_fancy
@I_write_fancy 3 ай бұрын
They don't vote for development...they vote for gajba-e- hind
@assam2006
@assam2006 3 ай бұрын
অযুধ্যাত কিমান মিয়া আছে
@puspadhardowarah1932
@puspadhardowarah1932 2 ай бұрын
বাংলাদেশীক সোণৰ দলিচা পাৰি দিছে বিজেপিয়েহে।বাট-পথ বিজুলি বাতিৰ tax লৈছে নাই পিছে বিজেপিয়ে।বাট পথ;বিজুলি;চিলিণ্ডাৰ এইবোৰ হল চৰকাৰৰ দোকান।ইয়াৰ পৰা জনতাই পইচা দি মাল কিনিছে।ইয়াত কোনে কাৰ উপকাৰ কৰিলে?
@Babu1750-n4d
@Babu1750-n4d 3 ай бұрын
Modi Mama Yogi 💪💪💪🔥🔥🔥❤️❤️❤️🇮🇳
@janardanbora2803
@janardanbora2803 3 ай бұрын
সেইবাবে ইউগি পকৰত এইবাৰ বাঁহ সোমাই গল ভাল দৰে ন 😅😅😅
@Babu1750-n4d
@Babu1750-n4d 3 ай бұрын
@@janardanbora2803 xei babe to bjp 240 nhle congress 0 😝😝😂😂🖐️ Aru 2bar election hob lagib bjp xaman hble
@janardanbora2803
@janardanbora2803 3 ай бұрын
@@Babu1750-n4d সেই 400+ লেওৰা টো কত গল পিছে দম্ভালী মাৰি ফুৰা এইবাৰ সংসদত ভাল হব কিয় যোৰহাটক লৈ বৰ দ ম্ভালি মাৰি আছিল দেখোন শগুন হূপাই কি হল গৌৰৱ গগৈযে অকলেই পানী খুৱাই দিলে দেখোন 😁😁😁
@Babu1750-n4d
@Babu1750-n4d 3 ай бұрын
@@janardanbora2803 😜😜 xamoy ahi ase baru dekha jab 2026 ki hoy 😂😂
@Babu1750-n4d
@Babu1750-n4d 13 күн бұрын
@@janardanbora2803 আমাৰ কিছুমান গেদাই অসমৰ আৰু ভাৰতৰ খাই Pakistan আৰু Bangladesh গুণ গায় সেই বাবে এনেকুৱা হল কিন্তু এতিয়াও বহুত গুনি জ্ঞানি মানুহ জিয়াই আছে 2 এটা বলিয়া কুকুৰ আছে একো নাই 😁😁😆😆🫂😡😡😠😠🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳
@surajitpaul-gk8qy
@surajitpaul-gk8qy 10 күн бұрын
Bangali Vaidik s-Hindu Sanatani-r uparot-e 1945-or pora atyachar hoi ahisey. Kebol Minor Language suraksh-r koriney. Ati ami gom paisu. British Nort East-r Christian States-ok surakha di goisil. Etu ajir problem nohoi. British-r chasma-hote-r koriney aaji aie samasya. British s-Hindu,Sikh,Muslim,Buddist aru alap Christian-r pisot indan di ahisey !?!
@BijoyKar-k9o
@BijoyKar-k9o 3 ай бұрын
Zorhat o Akey Bangladeshi.
@litysa4236
@litysa4236 3 ай бұрын
Futuwami kotha hunile ki hbo ..? Ata homayat teor 14purukhe dekho congrst vote disil..😅😅 Atit bea lok kisumane jetia dharmar kotha koye vabibo loga kotha... 😅😅😅😅
@tikhulimbu8858
@tikhulimbu8858 3 ай бұрын
নমস্কাৰ 🙏 মোৰ কিছুমান কথা ভুল ক্ষমা কৰিব কিন্তু মোৰ মতে বৰ্তমান চৰকাৰে বহুত ভুল বুজাবুজিৰ পক্ষে অসমৰ মৰম নাই
@assam2006
@assam2006 3 ай бұрын
মুছলমানৰ ভোট নেলাগে বোলি কৈছিল কাৰণে নিদিলে কিজানি
@Bangalibabuofficial-sp3lq
@Bangalibabuofficial-sp3lq 3 ай бұрын
Bangladeshi বুলি খথা নাই কোনো muslim এয়েই মামাক ভোট নিদিয়ে
@khaijuluddin252
@khaijuluddin252 3 ай бұрын
Tumar namor agot ki likisa bongo
@indiamylove4833
@indiamylove4833 3 ай бұрын
Bangladesi lindu hoi aitu....CAA r joriyote citizenship paise
@kabirahmedkhan8366
@kabirahmedkhan8366 3 ай бұрын
Mere sawal hai Bangladeshi hai to boot kaise Karega
@lakhijan2366
@lakhijan2366 Ай бұрын
Asom Andolan Dinar Pora Congraseer Asamya Jatir Birodhi Apo Saktik Usatani Aru Sarpani Jogai Ahar Logote Nijar Matrik Dharsan Kori Pongu Kori Ajio Kori Asee.
@useerem
@useerem 3 ай бұрын
love you himntro besso sarma❤,,,,,,,from Bangladesh.
@sunildebnath7268
@sunildebnath7268 2 ай бұрын
Ei.jat.to.hol.baimanar.jat.hihot.koy. Ata.kore.anto. Bjp.sarkarat.hokolo.ha.hubidha. Bondha.kariba Lage. 7:34
@nurislamsheikh-jh5le
@nurislamsheikh-jh5le 3 ай бұрын
Within 10 years bjp will be nowhere
@SabetriGamang
@SabetriGamang 3 ай бұрын
Axomt thoka protijon voter vote diboi ....
@AbubakkarsiddiqueakandAkand
@AbubakkarsiddiqueakandAkand 3 ай бұрын
Himonttor nalage aru ki koribo .
@SahilKhan-u8h1t
@SahilKhan-u8h1t 3 ай бұрын
Cm 😂😂 koisa right kin2 jorhat kenkoi jikil 😁😁tezpur t just 20000 hazar vote ha win hoise,, cm sar 2 congress dint o powerful Minster asil kinto muslim k tatiah kio development kra nisil? Ajer online r jugt rajneeti education, health, road, industry, job adi r babe hob lage 🙏🙏hindu / muslim rajneeti kri lav nii blg 2 baad di alp rain dile guwahati khn dubi jai 😂😂aje 20 dhre cm sar power full minster asil aibar cm ki development hl guwahati r? Anki airport 2 adnai hatot ha gol airport r ki beya obstra? Guwahati r khua pani ki problem?
@NasiurRahman-qg7vw
@NasiurRahman-qg7vw 2 ай бұрын
B J p sorkaror dinot ami bohuto shubidha paisho Assam Amin chenga block Nasiur Rahman
@rajahmed7834
@rajahmed7834 3 ай бұрын
Vote napai hindu Muslim kori ase
@biswajitdey6563
@biswajitdey6563 Ай бұрын
মিয়া মিয়াক হে ভোট দিব হিন্দুক কেতিয়াও নিদিয়ে নহলে ১০ বছৰৰ ভিতৰত আকু এখন ইছলামৰ নামত কেনেকৈ দেশ বনাব লাগিব তাৰ বাবে এক গোট খাই ভোট দি আছে। কংগ্ৰেছ টো এটা মিয়াৰ দল হয় এতিয়া সব হিন্দুৱে গম পাই গৈছে ।
@rajkumarmondal1177
@rajkumarmondal1177 2 ай бұрын
সত্য কথা প্ৰমাণ কৰিলেই ওলাই যাব। যাৰ চৰিত্ৰ জেনে সেইটো কথাই কৈছে মুখ্য মন্ত্ৰী।
@AbubkkrAli-hd9eb
@AbubkkrAli-hd9eb 2 ай бұрын
ভোট,টু,কোথায়,দিবো,আপনাক,মুছলমানর,ভোট,নলাগে
@nurislamsheikh-jh5le
@nurislamsheikh-jh5le 3 ай бұрын
Bjp. Only Hindu and Muslman so avoid bjp by secular people
@ganeshpaul2435
@ganeshpaul2435 2 ай бұрын
CM Dangoriya right kothai koise khabo BJP vot dibo Congress
@rafiulhussain1608
@rafiulhussain1608 3 ай бұрын
Topi dari lungi. Pindhalokor vote nelagebuli koisil nohoi.
@RUPAMSARMA-n5e
@RUPAMSARMA-n5e Ай бұрын
Himanta bishwa sarma jindabaad
@SubhashDebnath-qc4yu
@SubhashDebnath-qc4yu 29 күн бұрын
Joyshrirambjpzindabad❤❤❤
@azharuddinahmed8571
@azharuddinahmed8571 3 ай бұрын
UP t koyo vote nidila ?? Tat o congress 6 ta he jikise
@narensaikia1400
@narensaikia1400 2 ай бұрын
Muslim chirkalar parai hinduvidwasi, gatike Hindu asamiyai ai Katha chinta nakarile sampurna jati dhwangsa Hava.
@RitufaBegum
@RitufaBegum 3 күн бұрын
Sorkari asonir subida b j p dole dies niki ne raijor sorkare die
@LalitRay-x7u
@LalitRay-x7u 3 ай бұрын
Right kaise sir
@Bigmumbai883
@Bigmumbai883 13 күн бұрын
Mama jindabad
@fajiluddinlsk5303
@fajiluddinlsk5303 3 ай бұрын
D....... politics
@UsufAli-r9l
@UsufAli-r9l 3 ай бұрын
Jorhat kalei harise
@lakhikrchintey5693
@lakhikrchintey5693 3 ай бұрын
হিমন্ত বিশ্ব শৰ্মা ই পুৱাৰ পৰা গধুলিলয়কে মিয়াৰ নাম নললে উজনিৰ মানুহে তেওক কুকুৰ মেকুৰীৰ দৰে বিবহাৰ কৰিব মিয়াৰ নাম লয় মুখ্যমন্ত্ৰী হৈ আছে
@HussainAli-kk4dc
@HussainAli-kk4dc 3 ай бұрын
মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাৰ মাজে মাজে গেছটিক হয় 😂😂😂😂
@abdussattar8009
@abdussattar8009 3 ай бұрын
Cm r joggoy nohoy
@PrethiirrajRayh-bw5bk
@PrethiirrajRayh-bw5bk 2 ай бұрын
Amar rajbanshi sangathan nakot tel di sui asil neki.
@sumons113
@sumons113 2 ай бұрын
Akhomiya keita besi bag congress dolor hoi
@HMS.GAMINGKING
@HMS.GAMINGKING 3 ай бұрын
All muslim not only bengoli muslim they cent percent cast vote in ffauver of congress due to cm bad behaviour with muslim
@ubaidulislam9275
@ubaidulislam9275 3 ай бұрын
Haa haa haa😂😂😂 Kam nai aru hindu muslim kri kri axom khon khale😊
@sumborah9743
@sumborah9743 3 ай бұрын
Toi dekkor nagorik hoi ne nohoi
@RajanikantaRoy-g5f
@RajanikantaRoy-g5f 2 ай бұрын
হয় ছাৰ উন্নয়নে একো কাম কৰা নাই
@NazrulIslam-hp3jh
@NazrulIslam-hp3jh 3 ай бұрын
তোক দিলে তোৰ কটি বিষায়, চিঞৰি থাকা,মিঞাৰ ভোট নালাগে। গতিকে ১০০/ পাৰছেন্ট দিব।
@SumonDas-ui3dj
@SumonDas-ui3dj 3 ай бұрын
No 1 Bangladeshi gada
@assam2006
@assam2006 3 ай бұрын
​@@SumonDas-ui3djবঙ্গাল
@indianjourney5049
@indianjourney5049 3 ай бұрын
Miss kotha feels Article 19
@binaymohanta1
@binaymohanta1 3 ай бұрын
Really news
@dipalisonowal8842
@dipalisonowal8842 3 ай бұрын
Bahgladesh. Ketiya. Khedabo
@PranobKumarGogoi
@PranobKumarGogoi 3 ай бұрын
Hindu and muslim politics baad diyak
@anupamnath617
@anupamnath617 3 ай бұрын
Tumi kun hoi ...tumar phn nmbr tu diya tumar logot kotha patim
@janardanbora2803
@janardanbora2803 3 ай бұрын
@@anupamnath617 বিজেপিৰ এজেণ্ডা হিন্দু মুছলিম কৰা সেইবাবে উতৰ প্ৰদেশত পকৰত বাঁহ ভৰাই দিলে লাজ নাই এতিয়াও অসমতো 2026 চনত গৌৰৱ গগৈ দেৱে পানী খুৱাই দিব চাই থাক এইবাৰ যেনেকৈ খুৱালে গৌৰৱ গগৈক হৰুৱাবলৈ কি কি কৰা নাছিল কিনা বেচা ৰাজনীতি কিন্তু কি হল সকলো ফুছ এতিয়া টোক কি লাগে ফোন নম্বৰ লাজ নালাগে নে অকণো 😅😅🐅
@UtpalJugi
@UtpalJugi 17 күн бұрын
Bohut val kotha koycy.joy sri ram
Minecraft Creeper Family is back! #minecraft #funny #memes
00:26
Watermelon magic box! #shorts by Leisi Crazy
00:20
Leisi Crazy
Рет қаралды 18 МЛН
когда не обедаешь в школе // EVA mash
00:57
EVA mash
Рет қаралды 3,5 МЛН