B P L II বি পি এল IIAssamese Short Film 2023 With SubtitlesIIArun HazarikaII Nikita II Dimpu Kaushik

  Рет қаралды 428,198

Dimpu Kaushik Films & Video

Dimpu Kaushik Films & Video

Жыл бұрын

#shortfilm #newassameseshortfilm #dimpukaushikbaruah #arunhazarika
B.P.L (বি পি এল)
A Short Film
Script/Direction
Dimpu Kaushik Baruah
Artist's
Arun Hazarika
Nikita Bora
Suraj Saikia
Cinematographer/editor
Santush Changmai
Make-up
Ratul Barhoi
Dubbing
Final Cut Studio,Bokakhat
Quaver Studio, Jorhat
Background Score
Troficjit Bharali
Gfx
Partha Jit Hira
যদি আপোনালোকে আমাৰ লগত অভিনয় কৰিবলৈ আগ্ৰহী তেন্তে অনুগ্ৰহ কৰি এই Whatsapp নম্বৰত যোগাযোগ কৰিব-8638050458
Facebook: dimpu.new?mi...
Instagram: / dimpukaushikbaruahnew
Thank you so much
Please Share🙏

Пікірлер: 505
@dimpukaushikfilmsvideo8874
@dimpukaushikfilmsvideo8874 Жыл бұрын
আপোনালোকৰ মতামত বোৰৰ বাবে বহুত বহুত ধন্যবাদ।।বহু উৎসাহিত হৈছোঁ ।।লগতে আপোনালোকৰ অনুৰোধ ৰক্ষা কৰি "BPL" Part 2 বনাম বুলি কথা দিলো ।।অতি সোনকালেই আপোনালোকলৈ আগবঢ়াই দিম।।মৰম সহযোগিতা আশা কৰিলোঁ।।নতুন চেনেল ।। সেয়ে সকলোৱে পোৱাকৈ আপোনালোকে যাতে Share কৰি আমাক আৰু অধিক উৎসাহিত কৰে তাৰেই আশাৰে -TEAM BPL❤️
@bhaskarvlog1305
@bhaskarvlog1305 Жыл бұрын
aponar video to mai db parim naki
@dimpukaushikfilmsvideo8874
@dimpukaushikfilmsvideo8874 Жыл бұрын
@@bhaskarvlog1305 Nuaribo ..@copyright reserved
@ranadeepkoushik6154
@ranadeepkoushik6154 Жыл бұрын
সুন্দৰ হৈছে ককাইদেউ।
@newfuturelyrics4665
@newfuturelyrics4665 Жыл бұрын
O dada
@newfuturelyrics4665
@newfuturelyrics4665 Жыл бұрын
Kandi golu oo
@akashdeeptamuli4638
@akashdeeptamuli4638 Жыл бұрын
অকনমানি জনীয়ে বৰ নিখুঁত অভিনয় কৰিছে, মন চুই গ’ল ৷ আগবাঢ়ি যোৱা অকনমানিজনী❤❤
@TaraliDeka-hy5vc
@TaraliDeka-hy5vc Жыл бұрын
হৃদয় চুই যোৱা কাহিনী 😔😔 সৰু ছোৱালীজনীৰ অভিনয় সুন্দৰ হৈছে 👏👍👍
@bijaykaman2138
@bijaykaman2138 Жыл бұрын
সচাঁ কৈ আজি কালি মানুবোৰ অকল পইচা হে চিনি পাই। মানুহৰ প্ৰতি থকা মানৱতবোধ খিনি বুজি নাপাই। আজিকালি মানুবোৰ পইচাই সকলো বুলি ভাবি লৈছে। বহুত দুখ লাগিল চাই😢
@satyamevajayate1274
@satyamevajayate1274 Жыл бұрын
আৰুন হাজৰিকাৰ কথা বেলেগকৈ কব লগা নাই। এই ছোৱালী জনী এদিন ভাল অভিনেত্ৰী হ'ব।❤
@pramodborah4932
@pramodborah4932 Жыл бұрын
সুন্দৰ অভিনয় ❤ মাইনা জনী Acting ধুনীয়া লাগিলে *চিনাকি_মানুহ_অচিন_বিপদ* .. সচাঁ কথা 💯❤️
@ustadilora9300
@ustadilora9300 Жыл бұрын
কনমানি মাইনা জনিৰ অভিনয় মানিব লগিয়া❤❤❤❤বহুত ভাল হৈছে মাইনা আৰু আগুৱাই যোৱা❤❤❤
@rinkidas8858
@rinkidas8858 11 ай бұрын
সুন্দৰ কাহিনী আৰু সকলোৱে সুন্দৰ অভিনয়😍 সছাই কনমানি জনি অভিনয়ে মন চুই গল
@neelkvlog1592
@neelkvlog1592 Жыл бұрын
খুব ধুনীয়া হৈছে,, জীৱনত ঘটি থকা কাহিনী,, ছোৱালী জনীৰ অভিনয় ধুনীয়া হৈছে ❣️❣️👌🏾👌🏾
@majulianboyjaydeep4158
@majulianboyjaydeep4158 Жыл бұрын
বহুত সুন্দৰ অভিনয় ❤ বহুত দুখ লাগিল চাই অ। Part 2 pam buli akha থাকিল , so tim BPL লৈ অশেষ ধন্যবাদ
@manuranjansaikia9260
@manuranjansaikia9260 Жыл бұрын
কণমানি জেনীৰ অভিনয় বহুত ভাল হৈছে, ভবিষ্যতে উজ্জ্বল কামনা কৰিছোঁ
@sagarikachoudhury3369
@sagarikachoudhury3369 Жыл бұрын
বহুত বহুত ভাল হৈছে 🥺 দৈনন্দিন জীৱনত মানুহৰ লগত ঘটি থকা কথাবোৰ সাঙুৰ খাইছে, কবলে ভাষা নাই ❤❤❤
@bituponborah7592
@bituponborah7592 Жыл бұрын
বহুত বহুত ভাল লাগিল❤ মাইনাজনিৰ অভিনয়ে সঁচাকৈ হৃদয় চুই গল।❤❤
@alvasameslocalvlog1258
@alvasameslocalvlog1258 Жыл бұрын
চিনাকী মানুহৰ অচিন বিপদ সংলপ টোৱে চুই গল😓😔
@pranabjyotikalita4584
@pranabjyotikalita4584 Жыл бұрын
ছোৱালী জনীৰ ভবিষ্যত উজ্জ্বল কামনা কৰিলোঁ।
@dipamoniboruah8659
@dipamoniboruah8659 Жыл бұрын
বৰ সুন্দৰ হৈছে কাহিনী আৰু অভিনয়
@niranjannath9669
@niranjannath9669 Жыл бұрын
স্বনাম ধন্য অভিনেতা অৰুণ হাজৰিকা দেৱৰ লগত মইনা জনীৰ সম্পৰ্ক টো ককা @ নাতিনী হলে বেছি খাপ খালে হেতেন । বহুত ভাল লাগিল কাহিনীটো । হাজৰিকা দেৱৰ কথা টো কবই নালাগে মইনা জনীৰো অভিনয় সুন্দৰ হৈছে । মইনাক নিশ্চিত ভাবে ভবিষ্যতে অসমৰ ৰাইজে এজনী ভাল অভিনেত্ৰীৰ ৰূপে পাব । ভগৱানে সহায় কৰক ❤
@supotijomoniremixx4634
@supotijomoniremixx4634 Жыл бұрын
সুন্দৰ অভিনয় আৰু সুন্দৰ কাহিনী ❤
@pradyutjal9772
@pradyutjal9772 10 ай бұрын
চিনাকি মানুহৰ অচিন বিপদ 😢 ছোৱালী জনিৰ অভিনয় বৰ ধুনীয়া হৈছে ❤
@bjseverything5889
@bjseverything5889 Жыл бұрын
Thumbnail টো দেখিও নোচোৱাকৈ আছিলোঁ কিন্তু আজি চাওঁ বুলি চাইদিলো।কি আচৰিত একেবাৰে হৃদয় চুই গ'ল। আগুৱাই যোৱা আৰু। দ্বিতীয় খণ্ড শুনকালে লাগে।
@manashhazarika6769
@manashhazarika6769 Жыл бұрын
Same কথা
@Axomlofiboy11
@Axomlofiboy11 Жыл бұрын
হৃদয় চুই গ'ল কনমানি জনিৰ অভিনয় সুন্দৰ হৈছে ।❤🥺
@arupmixvlogs8681
@arupmixvlogs8681 Жыл бұрын
Bohut basi dukh lagil Assamese film industry jiman para aguwai loi juwa nice shearing this video Thank you so much ❤️❤️❤️❤️❤️❤️
@pranjalofficial7102
@pranjalofficial7102 Жыл бұрын
মাইনা জনীৰ অভিনয় বৰ সুন্দৰ পালোঁ।
@dipamoniboruah8659
@dipamoniboruah8659 Жыл бұрын
বৰ সুন্দৰ হৈছে কাহিনী আৰু অভিনয় ।
@prodipdutta9794
@prodipdutta9794 Жыл бұрын
বাস্তৱধমী সুন্দৰ এখন চুটি ছবি ❤
@falaboy9789
@falaboy9789 Жыл бұрын
কবলে ভাষা নাই সৰু ছোৱালীজনীয়ে বৰ ধুনীয়াকৈ অভিনয় কৰিছে তোমাৰ লোকৰ লগতে তাইও আৰু আগুৱাই যাওঁক
@biswajyotiarandhara9402
@biswajyotiarandhara9402 Жыл бұрын
খুব সুন্দৰ অভিনয় কণমানি জনীৰ ,, দুখ লাগিল ❤️😭
@angellika2921
@angellika2921 Жыл бұрын
সুন্দৰ পৰিচালনা। আৰু সুন্দৰ অভিনয় সকলোৰে।
@dipakalita-nz8yr
@dipakalita-nz8yr Жыл бұрын
😭😭😭😭
@hemantabooragi3253
@hemantabooragi3253 Жыл бұрын
মাইনা জনিৰ উজ্বল ভৱিষ্যত কামনা কৰিলোঁ বহুত ভাল লাগিল মাইন জনিৰ অভিনয় চাই
@monoranuvutiandabegmukunda1677
@monoranuvutiandabegmukunda1677 Жыл бұрын
হৃদয় চুই যোৱা কাহিনী 😢 সৰু ছোৱালীজনীৰ অভিনয় ধুনিয়া হৈছে 👍
@bindaz_pahi
@bindaz_pahi Жыл бұрын
Suwali joni bht val acting korise Mon sui gol❤
@bikashrabhaofficial9979
@bikashrabhaofficial9979 9 ай бұрын
Suwali joni aamar logot kori aase atiya..
@MunmiPhukon-dk4lo
@MunmiPhukon-dk4lo Жыл бұрын
কণমানি জনি কথাবোৰ বৰ মৰম লগা আগোৱাই যোৱা
@dharmendraray6253
@dharmendraray6253 19 күн бұрын
বৰ সুন্দৰ অভিনয়ৰ এনেকৈ আগুৱাই যোৱা আৰু তেওঁৰ অভিনয় প্ৰশংসিত
@officialmusic184
@officialmusic184 Жыл бұрын
কণমানি জনীৰ অভিনয় বহুত ভাল হৈছে❤ কামনা কৰিছো ভৱিষ্যত উজ্জ্বল হওঁক 🥰
@ankurdastihucomedyassam6077
@ankurdastihucomedyassam6077 Жыл бұрын
খুবেই ভাল লগা কাহিনী
@paporigogoi5335
@paporigogoi5335 Жыл бұрын
হৃদয় চুই যোৱা এক কাহিনী 😢সৰু ছোৱালীজনীয়ে বহুত ধুনীয়া অভিনয় কৰিছে ❤😊
@lakhisaikia7981
@lakhisaikia7981 Жыл бұрын
খুব সুন্দৰ অভিনয় ❤
@abhinovjyotiborah
@abhinovjyotiborah Жыл бұрын
বহুত ভাল লাগিলে ইয়াৰ part2 বনাব ইয়াৰ পাছে টুকুৰা
@Trinadevi4748
@Trinadevi4748 Жыл бұрын
অভিনয় ধুনীয়া হৈছে👍
@ar11videos
@ar11videos Жыл бұрын
Nice Story,,,,,,,,the sweet girl acting,,,,💃
@prosantaprosantadutta8893
@prosantaprosantadutta8893 10 ай бұрын
সচাকৈ বৰ সুন্দৰ অভিনয়। আগুৱাই যোৱা🥰
@anamikaShahariya-nv9tm
@anamikaShahariya-nv9tm Жыл бұрын
সঁচাকৈ বহুত ধুষ লাগিল 😢 আমৰ জিবনবোৰ এনেকুৱা চবৰে আগতে সৰু হব লাগে😢😢
@nabanitagohain7723
@nabanitagohain7723 Жыл бұрын
B p l short flim চাই বৰ দুখ লাগিল। আমিও বিপি এলৰ মানুহ। বিপিয়েলৰ কাহিনীবোৰ আৰু প্ৰচাৰ কৰিবচোন।
@RupaBorah-cy6jr
@RupaBorah-cy6jr Жыл бұрын
বহুত দুখৰ কাহিনী।কনমাণী জনী বৰ মৰম লগা।মাইনা তুমি আগবাঢ়ি যোৱা।
@pankajmayourborah9954
@pankajmayourborah9954 Жыл бұрын
ছোৱালী জনীৰ অভিনয় খুওৱ সুন্দৰ হৈছে । ভবিষ্যতে ভাল কাম কৰিৱ !  আগবঢ়াই নিয়ক,
@Saharia.
@Saharia. Жыл бұрын
ভাল লাগিছে সঁচাকৈ। অভিনয় অতি সুন্দৰ ❤️ ভিডিঅ' দি থাকিবা। ফকতীয়া অসমীয়া ভিডিঅ'বোৰ দেখি দেখি আমনি লাগিছিল।
@gobinsaikia111
@gobinsaikia111 Жыл бұрын
সুন্দৰ অভিনয় ।মইনাই বৰ সুন্দৰ অভিনয় কৰিছে।
@ESHADAs24312
@ESHADAs24312 Жыл бұрын
দুখীয়া মানুহক ধনী মানুহে এনেকৈ কয় ইমান দুখ লাগিল
@pingkikalita1099
@pingkikalita1099 Жыл бұрын
Khsa ktha kin2 😢
@nivamonichutia2973
@nivamonichutia2973 Жыл бұрын
বৰ দুখ লাগিল😢🥺
@chinugogoi9738
@chinugogoi9738 Жыл бұрын
বৰ ভাল লাগিল। সুন্দৰ কাহিনী। কণমানি জনীৰ উজ্বল ভৱিষ্যত কামনা কৰিলো।
@assamesevlog2534
@assamesevlog2534 Жыл бұрын
মানৱতাৰ চৰম নিদৰ্শনি পোৱা গ'ল। আৰু বিশেষ কৈ ছোৱালীজনীৰ Acting ভাল লাগিছে ভবিষতত ভাল অভিনয় কৰিব। 😊
@bikramcreation648
@bikramcreation648 Жыл бұрын
বহুত ভাল লাগিল। আজি কালি মানুহ বোৰে পইচা সকলো বুলি ভাবে।
@majonikoushick05
@majonikoushick05 Жыл бұрын
বৰ ভাল লাগিল 👍আৰু ভাল ভাল কাম কৰি যাওক আগলৈ
@manashhazarika6769
@manashhazarika6769 Жыл бұрын
কণমানি জনীৰ অভিনয় সাংঘাতিক হৈছে । উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ । বাকী সকলো সুন্দৰ হৈছে ।
@ranjitvlogs4768
@ranjitvlogs4768 Жыл бұрын
ইমান ধুনীয়া হৈছে অভিনয় আৰু চাই ভাল লাগিছে ইয়াকে বুজায় যে দুখীয়া দুখ দুখীয়া বুজি পায় কিন্তু ধনী মানুহে দুখীয়াৰ দুখ বুজি নাপায় কিৱা বেয়া কৈ কলো যদি সমা কৰি দিৱ
@ponchi_gogoi_1
@ponchi_gogoi_1 Жыл бұрын
হৃদয় চুই গ'ল 😢 part 2 parile bonabo
@parthasaikiavines4848
@parthasaikiavines4848 Жыл бұрын
Bhai bhai ইমানে হূদয় চুলে যে চকু পানী ওলাই আহিল... মনাই জনী acting 2 বহুত vl hoise ❤❤
@Sahayoutube7747
@Sahayoutube7747 Жыл бұрын
Val lagil Sai part 2 ketiya ahibo ❤❤❤
@amlandeepborah8714
@amlandeepborah8714 Жыл бұрын
next nevel film ❤ THIS IS A REAL STORY IN OUR LIFE
@manashjyotidas3874
@manashjyotidas3874 Жыл бұрын
কণমানি জনী ভৱিষ্যতে এজনী ভাল অভিনেত্ৰী হ'ব, তাই চৰিত্ৰ আৰু ভংগিমাৰ বোৰেই এদিন তাইক উচ্চ আসন দিব।
@pankajdas262
@pankajdas262 Жыл бұрын
Dhuniya hoisay dee anekua short film Sai kisuman xomoi t buhut bya lge
@rama8822_
@rama8822_ 9 ай бұрын
সচাঁকৈ বৰ সুন্দৰ অভিনয় অ'❤️....... চকুপানী ওলাই গ'ল 🥺
@natarajfilms451
@natarajfilms451 Жыл бұрын
ধুনীয়া কাহিনী ধুনীয়াActing মাইনা তোমাৰ Actingযেন নালাগে সছাকৈ কাহিনী টো মোবাইল ত যেন বাজি আছে তেনেকুৱা লাগিছে।
@jibonor_anubhuti_official
@jibonor_anubhuti_official Жыл бұрын
হৃদয় চুই গ'ল 🥺❤️
@couplerider7346
@couplerider7346 Жыл бұрын
part2 lage...bor Val lagile .congratulations all team
@Geetashree_hazarika7868.
@Geetashree_hazarika7868. Жыл бұрын
ভাল লাগিল ❤
@rajinapatir7234
@rajinapatir7234 Жыл бұрын
Xosakoi Bohut dukh loga😢❤ bastobic jibont soli thoka kahini ,ovinoi bohut vl hoise suwalijonir sokupani rokhabo nuwarilu😢 ekhon filmr pora Jen omanobiyata , sarthopor manuh bure sai olop gyan pai tare kamona korisu ......😊 waiting for 2nd episode❤
@lachitdutta4292
@lachitdutta4292 Жыл бұрын
Bohut bohut dhuniya lgil ...vonti Joni e imn dhuniya ke ovinoi korise
@thelandscape600
@thelandscape600 Жыл бұрын
Outstanding , mind-blowing acting of small girl is too good .
@user-rg4vv9hu2y
@user-rg4vv9hu2y Жыл бұрын
বহুত বেয়া লাগিচে❤
@rajneelvideo
@rajneelvideo Жыл бұрын
Nich short film
@utpalijkksharma3519
@utpalijkksharma3519 Жыл бұрын
বৰ সুন্দৰ। কাহিনী, সংলাপ, অভিনয় বৰ সুন্দৰ। বৰ ভাল লাগিল। শেষৰ সংলাপটো আৰু বিপদ সম্পর্কীয় সংলাপটোৱে মন চুই গ'ল।
@hazarikamani
@hazarikamani Жыл бұрын
মন চুই গ'ল। 😢
@ratuldutta1474
@ratuldutta1474 Жыл бұрын
Buhut buhut val hoisa.. Moina jonir ovinoi buhut val hoisa
@perfectassam4173
@perfectassam4173 11 ай бұрын
বহুত ভাল লাগিল। কণমানি জনীৰ অভিনয় ভাল হৈছে।
@durnamoran6904
@durnamoran6904 Жыл бұрын
Bhut val lagil sai 🥰 Love from tinsukiya ❤🤗
@jaangoswami3434
@jaangoswami3434 Жыл бұрын
Arun dar best acting k ser pelale ei kon mani jonie..ki xundor ovinoi😍🥰tair ujjal bhabisot kamana krlu🙏
@kapildas456
@kapildas456 Жыл бұрын
Dhunia hoise part -2 bnabo....❤
@gamingcobra2089
@gamingcobra2089 Жыл бұрын
সুন্দৰ অভিনয় বহুত ভাল লাগিল চাই 💝
@icgaming3500
@icgaming3500 Жыл бұрын
Bohut bohut besi sai Vl lagib ❤️ love from Bongaigaon ❤️PK. Ray
@KapilPatar-vo1lb
@KapilPatar-vo1lb 23 күн бұрын
ছোৱালী জনীৰ অভিনয় খুব সুন্দৰ হৈছে । আৰু অৰুণ হাজৰিকা দেৱৰ কথাটো কবই নালাগে।।।।❤😢
@banajitdeka1874
@banajitdeka1874 Жыл бұрын
Suwali Joni ovinoy bout val lagiles ❤❤❤
@sankarpatar202
@sankarpatar202 Жыл бұрын
এই চুটি ছবিখনৰ পৰা এটা কথা গম পালো যে আমাৰ নিচিনা দুখিয়া মানুহৰ ধনি মানুহ আগত কোনো সন্মান নাই ।
@digantachintey5209
@digantachintey5209 Жыл бұрын
অতি সুন্দৰ হৈছে অভিনয়টো চাই বহুত ভাল লাগিল আগুৱাই যোৱা ।❤️💚❤️
@JyotiSaikia-1234
@JyotiSaikia-1234 Жыл бұрын
বহুত ভাল লাগিল ,কনমানি জনিৰ অভিনয়ে বুকুত সাচঁ ৰাখিছে।কাহিনিতো আৰু আগবঢ়াব বুলি আশা ৰাখিলো।
@kiranstechnical6331
@kiranstechnical6331 Жыл бұрын
সুন্দৰ কাহিনী
@ultra8142
@ultra8142 Жыл бұрын
Very good Please Make it as Longer Film
@mayonkpranjaldas1209
@mayonkpranjaldas1209 Жыл бұрын
বহুত ভাল লাগিল চাই❤
@prabhatmoran8828
@prabhatmoran8828 Жыл бұрын
হৃদয় চুই যোৱা কাহিনী,সচাই ভাল লাগিল।।❤❤❤❤
@biswaxnokoribo2172
@biswaxnokoribo2172 Жыл бұрын
সৰু ছোৱালী জনীৰ অভিনয় সঁচাই শলাগ লব লগীয়া।।।
@dipuchetia2866
@dipuchetia2866 Жыл бұрын
বহুত‌ দুখ লগা সঁচাই😢😢😢
@dadudekaraja1715
@dadudekaraja1715 Жыл бұрын
হ্নদয় চুই গল কনমানি জিনিৰ অভিনয় সুন্দৰ হৈছে ❤❤❤🥰🥰🥰🥰🥰🔥🔥
@bindassboy9993
@bindassboy9993 Жыл бұрын
Mujjang
@hiraksvlogseditor2546
@hiraksvlogseditor2546 Жыл бұрын
বহুত ধুনিয়া হয়ছে
@chintuborahofficial2056
@chintuborahofficial2056 Жыл бұрын
ছোৱালী জনী য়ে। ভাল অভিনয় কৰিছে ❤❤
@user-lq8zu5pd9d
@user-lq8zu5pd9d 7 ай бұрын
Bohut val lagil sai horu kalor din buroloi monot pori gol
@srivali8522
@srivali8522 Жыл бұрын
Bht val lagil agloi jate somajot enkua xosa kahini bor apunlpkr joriyte dekha pai thku 😊
@user-hk6vt4yq5o
@user-hk6vt4yq5o Жыл бұрын
হৃদয় চুই গ'ল 😔❤ Love from Lanka Assam ♥️
@user-xf9ny6cn5i
@user-xf9ny6cn5i Жыл бұрын
ছোৱালী জনীৰ অভিনয়ৰ শলাগ লবৈ লাগিব। আগলৈ শুভকামনা যাছিলোঁ ।
@abijitvlogs6932
@abijitvlogs6932 Жыл бұрын
Bohut dhouniya lagise...
World’s Largest Jello Pool
01:00
Mark Rober
Рет қаралды 63 МЛН