বঙাইগাঁও পৌৰসভা কাৰ্যালয়ত চাফাই কৰ্মীসকলে অৰ্ধ উলংগ হৈ বিভিন্ন দাবী জনাই প্ৰতিবাদ সাব্যস্ত কৰে।

  Рет қаралды 161

Bongaigaon Times

Bongaigaon Times

Күн бұрын

#BONGAIGAON | বঙাইগাঁও পৌৰসভা কাৰ্যালয়ত বৃহস্পতিবাৰে চাফাই কৰ্মীসকলে অৰ্ধ উলংগ হৈ বিভিন্ন দাবী জনাই প্ৰতিবাদ সাব্যস্ত কৰে।
চাফাই কৰ্মী অনুসূচীত জাতি ইউনিয়নৰ নিৰ্দেশনা মৰ্মে চাফাই কৰ্মীসকলৰ চাকৰি নিয়মীয়াকৰণ কৰা, মাহিলী বেতন বৃদ্ধি, হৰিজন সকলৰ আবাসৰ বাবে ভূমি আৱণ্টন দিয়াকে ধৰি বিভিন্ন দাবীত বঙাইগাঁও পৌৰসভা কাৰ্যালয়ত প্ৰতিবাদ সাব্যস্ত কৰে চাফাই কৰ্মীসকলে।
চাফাই কৰ্মী ইউনিয়নৰ কেন্দ্ৰীয় সভাপতি ভীম বাচফোৰে জনোৱা মতে দীৰ্ঘদিনৰ পৰাই চৰকাৰে চাফাই কৰ্মীসকলক বঞ্চনা কৰি আহিছে, যাৰ পৰিপ্ৰেক্ষিতত চাফাই কৰ্মীসকল মৌলিক অধিকাৰৰ পৰা বঞ্চিত হৈ আহিছে। সেয়ে এই দাবী সমূহ জনাই এখন স্মাৰকপত্ৰ বঙাইগাঁও পৌৰসভাৰ দ্বাৰা মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে চাফাই কৰ্মী ইউনিয়নৰ কেন্দ্ৰীয় সভাপতি ভীম বাচফোৰে।
#bongaigaontimes #bongaigaon_assam #NewsUpdate #BreakingNews #news #assam

Пікірлер
KULONG SI GARMA!
21:35
Pinas News
Рет қаралды 98 М.
나랑 아빠가 아이스크림 먹을 때
00:15
진영민yeongmin
Рет қаралды 16 МЛН
Sigma Girl Pizza #funny #memes #comedy
00:14
CRAZY GREAPA
Рет қаралды 2,7 МЛН
Kolkata Doctor Case
32:57
Nitish Rajput
Рет қаралды 11 МЛН
All India Judges Association Case - Supreme Court Live Hearing
1:13:05
나랑 아빠가 아이스크림 먹을 때
00:15
진영민yeongmin
Рет қаралды 16 МЛН