Рет қаралды 1,457
#BONGAIGAON | বঙাইগাঁও আৰক্ষীৰ বৃহৎ সফলতা। ১০ খনকৈ চুৰি হোৱা চাইকেল সহ দুটা চোৰক আটক কৰে আৰক্ষীয়ে। SI সুকেশ ঘোষৰ নেতৃত্বত চলোৱা এক অভিযানত এই চাইকেল সমূহ আৰু দুটা চোৰক কৰায়ত্ত কৰে আৰক্ষীয়ে।
#bongaigaontimes #bongaigaon_assam #news #BreakingNews #NewsUpdate #BongaigaonPolice